Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
আৰু আগুৱাই যোৱা কৌস্তুভ...বহুত ধুনীয়া হৈছে ....
এটি নতুন নক্ষত্ৰৰ আবিৰ্ভাৱ ! অসমৰ লগতে ভাৰতৰো সংগীতৰ ক্ষেত্ৰখন উজ্জ্বলি উঠিব ! অপূৰ্ব ক্ণ্ঠ ...
এজন শিল্পী একোতা সম্পদ। এই সম্পদ সমূহ আমি যতনাই ৰখাতো সকলোৰে দায়িত্ব ।ইতিতিলেশ্বৰ শিবসাগৰ 🎉🎉🎉🎉।
সঁচাকৈ ক'ব নোৱাৰাকৈ এ মা শব্দটোৱেই চকু দুটা টিয়াই থলে 😭 মোৰ সনা, মোৰ কলিজা তুমি আগলৈ আগুৱাই যোৱা মই আশীৰ্বাদ কৰিছোঁ ভগৱানে তোমাক মঙ্গল কৰক তাকেই কামনা কৰিলোঁ 👍
So beautiful.... so sweet. বহুত সুন্দৰ হৈছে। ইমান সুমধুৰ কন্ঠ মৰমৰ কণমানি জনৰ। মই তেওঁৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছোঁ। Thanks so much.
হিযা ভৰাই আশীৰ্বাদ যাচিছো কৌস্তভলৈ
Kailadh Deka good
কি সুকুমল তোমাৰ কণ্ঠস্বৰ!অব্যাহত থাকক তোমাৰ এই যাত্ৰা ।
Bhogobane akhirbad korok tumi jate aru aguai jabo para👍😘🌹
সুবেই সুন্দৰ কন্ঠ...বহুত ভাল লাগিল..👍👍👍
অতি সুন্দৰ কণ্ঠ ।আপোনাৰ এই বোকা পদুম অনুস্থানটিৰ আৰু আগুৱাই যাওক।🙏
কৌ স্ত ভ আগুৱাই যোৱা বাবা।তোমাৰ উজ্ব ল ভ ৱিষ্যত কাম না ক ৰ লোঁ❤❤
বৰ সুন্দৰ বিয়া জোৰা নাম গাইছে শুনি বৰ ভাল লাগিল । আগুৱাই যোৱাৰ কামনা কৰিলোঁ ।ইমান সৰু লৰা জনী বিয়া নামৰ লগতে অন্য হিন্দী গীতো পৰিবেশন কৰিছে ভাল লাগিল ভৱিষ্যত জীৱন উজ্বল হওঁক ।মই অনিল হাজৰিকা।
কি সুন্দৰ কণ্ঠ তোমাৰ, মোৰ হৃদয় চুই গৈছে | বহুদূৰ আগুৱাই যোৱা তুমি 🙏
অতি সুন্দৰ লাগিছে.. অনুপম দাদা আপোনালৈও বহুত ধন্যবাদ. আপোনি এওঁলোকক যে উলিয়াই আনিছে. ভালকৈ লিখিব নাজানো কিবা ভূল হলে ক্ষমা কৰিব...
বহুত বহুত ধুনীয়া কৌস্তুভ , তুমি আৰু আগুৱাই যোৱা , ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মই , 'মা' গীতটো বহুত ভাল পাওঁ মই, মোৰ প্রিয় গীত
বহুত ধুনীয়া হৈছে ভাইটি ,,❤ তোমাৰ উজ্ল ভবিষত কামনা কৰিলো 🙏🙏🥰
Ati xundor. GOD BLESS YOU
বহুত বহুত ধুনীয়া লাগিচে জীৱনত আৰু আগবাহি জাবৰ বাবে ভগবানৰ ওছৰত পাথনা জনাওঁ
Bohut dhuniya
কৌস্তভ তোমালৈ.মোৰ.হিয়াভৰা.মৰম.যাচিলো.।তুমি.এদিন. হলেও. এজন.মহান.শিল্পী.হৈ.উঠিবা.বুলি.মোৰ.আশা.থাকিল।.
kaustav borgohain I like u keep it up my brother god bless u tmi sochai dhuniya aru tmr gaan bur
Emn dhuniya matt...bhaity tumi aguai jua
Very nice 👌👍😍😍😍
all the best and god bless you koustov...tumi aguai jua tumaloi mur akhbirbad thakil
Hi kostab,I proud of you, congratulations, thank you very much
Really he is great. God bless him
বৰ সুন্দৰ কণ্ঠস্বৰ , তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো আৰু আগুৱাই যোৱা
Vagawanr dan aru agbahi jua
কস্তুৱ। তোমাৰ। গানৰত। মুগ্ধ। হয়। মোৰ। চকুপানি। উলাই। গৈছৈ। কুমাৰ। উজ্বল। ভবিষ্যত। কামনা। কৰিলো। ৰমেন দত্ত
Wao eman dhuniya xur o my god xosa soku pani ulai goise koustabr geet xuni.. God bless you koustab
অ মোৰ কলিজা মই যদি তোমাৰ দেউতা হলোহেতেন তেতিয়া পৃথিবীৰ আটাইতকৈ সুখী মানুহ জন মই য়ে হলোহেতেন। এনেকোৱা সু-মধুৰ সূ্ৰৰ্ কনমানি কলিজাটো উলিয়াই অনাৰ বাবেকোটি কোটি ধন্যবাদ মোৰ মৰমৰ দাদা অনুপম।অপুনি সছাকৈ মহান। মই কনমানি কলিজাটোক আশিৰবাদ কৰিছো তেওঁ এদিন এই ধৰিত্ৰীত সূয্য দৰে জিলিকি উঠক।মই শেষত আপোনাক অনুৰোধ কৰিছো আপুনি অাগোৱাইযাওক অাৰু অাগোৱাই গৈ থাক।
I
Northeast jungle safari mojs
Northeast jungle safari kau
কৌস্তৱ বৰ ধূনীয়া হৈছে আগবাঢ়ি যোৱা ।
Northeast jungle safari sSlnhlnlE
সচাকৈ সুমধুৰ কন্ঠ । সদায় এনেদৰে জীৱনত আগুৱাই যোৱা । God bless u beta..
তুমি আৰু আগ বাঢ়ি যোৱা 🤗🤗🤗
Kontho 2 hundor ......komani 2 aguai jauk....😘😘😘
Bahhh!!!! Ki hundur kontho
So suit lovly singar .বহুত ভাল লাগিল তুমাক। I love you .
তোমাৰ voice শুনি সঁচাকৈ আপ্লুত হৈ গৈছো ,তুমি সদায় আগুৱাই যায়।
বহুত ভাল লাগিল, বহুত সুন্দৰ হৈছে ধুনীয়া লাগিছে
mor sokupani olai goise tmr maa khuni love u khoutov ,mor karone aru abr gai diba, tmr mongol hok,khosakoi maa ward to heart touching , tumi ajon vl singer hoba
Jiyan
sk riki Reddy dy365
bohut bohut dhoinobad Dada.mur aji anekua lagise.apunaluk Jen dukhiar bondhu.amar dore dukhar karone apunaluke jikhini korise akolom nilikhi nuarilu.apunalukok punor bar dhonobad jonaisu dada
amazing brother...keep it up...god bless u....
উ সু সু ইমান সুনদৰ গাইচে মই মৰি য়াও Thanks anupm da
Bohut dhuniya lagise Vaiti ❤❤👍👍
Mr.Anupam Chakraborty, namaste, আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখক, নেদেখাজনৰ ওচৰত তাকেই প্ৰাৰ্থনা জনালো, পাৰিলে সহায় সহযোগিতামূলক প্ৰতিশ্ৰুতৰে, ধন্যবাদ, ভৱিষ্যত প্ৰজন্মক এখন সুস্থিত সমাজৰ সন্ধান দিয়ক, আপোনাৰ লগত সদায় আছো।
U make me weeping bro....u remind me to my Maa
Wonderful voice, fantastic singing, keep it up
Nice
@@mdashikulashikul7699 has a b.
@@mdashikulashikul7699 श्री
সুন্দৰ কৌস্তুভ ,ভগৱানে তোমাক আৰু শক্তি দিয়ক
Tamam Maja oo kolija
Waw nice voice .god blss you dr👍
সুন্দৰ গাইছা
He will be strong singer in India in future. My full support to baby.
khub bhal bro
God Blessed you......
May you live long......This is a wonderful kid
👌👌👌
কৌস্তভ'ক কাষত পোৱা নাই যদিও সি হিয়াৰ আমঠু, ভগবানে তাক শক্তি দিয়ক, তাৰ পতিতো গীত ভাল লাগে, সুৰৰ তুলনা নাই, তাৰ গান শুনিলে গাৰ নোম ঠিয় হৈ জায়, চকুৰে আনন্দৰ পানী নিগৰে। কৌস্তভৰ ভবিস্ব্যত উজ্জ্বল কামনা কৰিলো। অনুপম দা লৈ ধন্যবাদ। আগলৈ আৰু এনেকুৱা আশা কৰিলো।
বহুত বহুত ধূনীয়া হৈছে তোমাৰ উজ্জল ভবিষ্যত কামনা কৰিলোঁ আৰু অনুপম দা এই বিলাক ভাল কৰিছে
বহুত বহুত ভাল লাগিছে অ তোমাৰ মাতটো।
So sweet lovely singer
বৰ মিহি কণ্ঠত সুন্দৰ গান। উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আগলৈ আগুৱাই যোৱা।
Sundor voice
Sochake Kandi dilo bhagabane tomk mangal karok aguwai jowa tumi
খুব ভাল হৈছে i love you
অন্তর চুই যোৱা শব্দ। বহুত ভাল লাগিছে।
So sweet... Vaiti tumi aguwai juwa🤗
Oh my god.so swt voice😘😘
বৰ ধুনীয়া গাইছে।ভগৱানে মংগল কৰক।
Badabrot Handique বহুত ধুনীয়া হৈছে ।ভগবান তোমাৰ মঙ্গল কৰক
Bar xundor xondor kontho ami Krishna gurur osorot Parthona korisu xphol koraok ami Anupom sokroatiloy xvokamona korisu
Xundor xondor xondor kontho ami Krishna gurur osorot Parthona korisu xphol koraok ami anupom Loy xuveswa jasisu
Bhut vl lgise
সুন্দৰ পদক্ষেপ. ভগৱানে কৃপা কৰক যাতে এনেদৰে তুলনাবিহীনভাবে উচ্চ শিখৰলৈ যাওঁক.
Bohut bohut bhal lagil
l
Nb@@shibensarma9762 TV
God bless u my dear
Bohut Vl lagil bor dhuniya voice😍
Hundar voice❤❤❤
কৌস্তভ তুমি আগুৱাই যোৱা আমাৰ আৰ্শীবাদ সদায় তোমাৰ লগত আছে।।
Anupam chakrBatkr manar anubhab akebare Val loga kousta bar gan xunile more saku pani olai zai teor gan akou xnabo Sorbhog. Lalita bayan.
he is a littel super star in assam
Bohut dhuniya gaisa kostav __aru agloi anekoi gai thakiba __logte poha_xunau valkoi kori thakiba __all da best____
Good bless you. . . . , Congratulation👍
God bless you talented boy. Musicians looking very happy. Great environment
Bohut val lagil
Wmmm bohut bohut
mozza bohut bhal "lagise,, nice so sweet,
Khub hundol ratul. Super. God bless u
Oww so sweet voice..
Dhuniya I love singing
অপূৰ্ব, অতুলনীয় শুনিলে শুনি থাকিব মন যোৱা
Anupom da, apuni great.agbahi jawok.
Dhuniya
Waw nice Kaustov...
Reema Goswami mojaaaa.....
mojjjjaa
Krishna....anupm da...apuni ankoi taolukr prtiva hmuhk bikakhita krk apunk vgbna kripa krk apunk bahut bahut dhanyabd.....
Congrats vaiti tumi aguwai juwa tare kamona korisu bhagobanr usart
realy verry sweet voice
গাৰ নুম শিয়ঁৰি উঠা গীত, God bless you..
Anupam Da Thank you.aaibor sontanok platform diyar babe......bahut bahut val lagisa
Very very nice song.god bless you beta😘aru aguai jua jibonot.👌👌👌
You have wonderfull voiceBeta. God bless uLv u
Very sweet voice.
Hskoi bhut vl lgil ru bhut dhunia kntho koustov,,,,ru aguai jba,,may gd bless u
Sokur pani rokhabo nuarilu ru maa gaantu xuni ...Anupam daa ...aponak dhanyabad jonaisu konmani tuk amar majoloi loi aha babe ...tumi aaguai jua Babu
God bless you
অন্তৰ চুই যোৱা কণ্ঠ । ভগবানৰ আশীৰ্বাদ অক্ষুণ্ণ থাকিলে , অনুশীলন কৰাৰ ইচ্ছা অটুট থাকিলে এদিন বিশ্বত প্ৰতিষ্ঠা হবা যেন অনুভৱ হয়।
বৰ ধুনীয়া লাগিছে l God bless you brother.
Amigoli Akunajuni
Bohut Val lagese
বহুত ভাল লাগিছে
Moja lgse
Hosai
god bless you
Bhut hundr..aguwai jua 2mi👍💕
Hundor ag bahi jua
জৰা নাম ও সুন্দৰ
আৰু আগুৱাই যোৱা কৌস্তুভ...বহুত ধুনীয়া হৈছে ....
এটি নতুন নক্ষত্ৰৰ আবিৰ্ভাৱ ! অসমৰ লগতে ভাৰতৰো সংগীতৰ ক্ষেত্ৰখন উজ্জ্বলি উঠিব ! অপূৰ্ব ক্ণ্ঠ ...
এজন শিল্পী একোতা সম্পদ। এই সম্পদ সমূহ আমি যতনাই ৰখাতো সকলোৰে দায়িত্ব ।
ইতি
তিলেশ্বৰ
শিবসাগৰ 🎉🎉🎉🎉।
সঁচাকৈ ক'ব নোৱাৰাকৈ এ মা শব্দটোৱেই চকু দুটা টিয়াই থলে 😭 মোৰ সনা, মোৰ কলিজা তুমি আগলৈ আগুৱাই যোৱা মই আশীৰ্বাদ কৰিছোঁ ভগৱানে তোমাক মঙ্গল কৰক তাকেই কামনা কৰিলোঁ 👍
So beautiful.... so sweet. বহুত সুন্দৰ হৈছে। ইমান সুমধুৰ কন্ঠ মৰমৰ কণমানি জনৰ। মই তেওঁৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছোঁ। Thanks so much.
হিযা ভৰাই আশীৰ্বাদ যাচিছো কৌস্তভলৈ
Kailadh Deka
good
কি সুকুমল তোমাৰ কণ্ঠস্বৰ!
অব্যাহত থাকক তোমাৰ এই যাত্ৰা ।
Bhogobane akhirbad korok tumi jate aru aguai jabo para👍😘🌹
সুবেই সুন্দৰ কন্ঠ...বহুত ভাল লাগিল..👍👍👍
অতি সুন্দৰ কণ্ঠ ।আপোনাৰ এই বোকা পদুম অনুস্থানটিৰ আৰু আগুৱাই যাওক।🙏
কৌ স্ত ভ আগুৱাই যোৱা বাবা।তোমাৰ উজ্ব ল ভ ৱিষ্যত কাম না ক ৰ লোঁ❤❤
বৰ সুন্দৰ বিয়া জোৰা নাম গাইছে শুনি বৰ ভাল লাগিল । আগুৱাই যোৱাৰ কামনা কৰিলোঁ ।ইমান সৰু লৰা জনী বিয়া নামৰ লগতে অন্য হিন্দী গীতো পৰিবেশন কৰিছে ভাল লাগিল ভৱিষ্যত জীৱন উজ্বল হওঁক ।মই অনিল হাজৰিকা।
কি সুন্দৰ কণ্ঠ তোমাৰ, মোৰ হৃদয় চুই গৈছে | বহুদূৰ আগুৱাই যোৱা তুমি 🙏
অতি সুন্দৰ লাগিছে.. অনুপম দাদা আপোনালৈও বহুত ধন্যবাদ. আপোনি এওঁলোকক যে উলিয়াই আনিছে. ভালকৈ লিখিব নাজানো কিবা ভূল হলে ক্ষমা কৰিব...
বহুত বহুত ধুনীয়া কৌস্তুভ , তুমি আৰু আগুৱাই যোৱা , ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মই , 'মা' গীতটো বহুত ভাল পাওঁ মই, মোৰ প্রিয় গীত
বহুত ধুনীয়া হৈছে ভাইটি ,,❤ তোমাৰ উজ্ল ভবিষত কামনা কৰিলো 🙏🙏🥰
Ati xundor. GOD BLESS YOU
বহুত বহুত ধুনীয়া লাগিচে জীৱনত আৰু আগবাহি জাবৰ বাবে ভগবানৰ ওছৰত পাথনা জনাওঁ
Bohut dhuniya
কৌস্তভ তোমালৈ.মোৰ.হিয়াভৰা.মৰম.যাচিলো.।তুমি.এদিন. হলেও. এজন.মহান.শিল্পী.হৈ.উঠিবা.বুলি.মোৰ.আশা.থাকিল।.
kaustav borgohain I like u keep it up my brother god bless u tmi sochai dhuniya aru tmr gaan bur
Emn dhuniya matt...bhaity tumi aguai jua
Very nice 👌👍😍😍😍
all the best and god bless you koustov...tumi aguai jua
tumaloi mur akhbirbad thakil
Hi kostab,I proud of you, congratulations, thank you very much
Really he is great. God bless him
বৰ সুন্দৰ কণ্ঠস্বৰ , তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো আৰু আগুৱাই যোৱা
Vagawanr dan aru agbahi jua
কস্তুৱ। তোমাৰ। গানৰত। মুগ্ধ। হয়। মোৰ। চকুপানি। উলাই। গৈছৈ। কুমাৰ। উজ্বল। ভবিষ্যত। কামনা। কৰিলো। ৰমেন দত্ত
Wao eman dhuniya xur o my god xosa soku pani ulai goise koustabr geet xuni.. God bless you koustab
অ মোৰ কলিজা মই যদি তোমাৰ দেউতা হলোহেতেন তেতিয়া পৃথিবীৰ আটাইতকৈ সুখী মানুহ জন মই য়ে হলোহেতেন। এনেকোৱা সু-মধুৰ সূ্ৰৰ্ কনমানি কলিজাটো উলিয়াই অনাৰ বাবে
কোটি কোটি ধন্যবাদ মোৰ মৰমৰ দাদা অনুপম।অপুনি সছাকৈ মহান। মই কনমানি কলিজাটোক আশিৰবাদ কৰিছো তেওঁ এদিন এই ধৰিত্ৰীত সূয্য দৰে জিলিকি উঠক।
মই শেষত আপোনাক অনুৰোধ কৰিছো আপুনি অাগোৱাইযাওক অাৰু অাগোৱাই গৈ থাক।
I
Northeast jungle safari mojs
Northeast jungle safari kau
কৌস্তৱ বৰ ধূনীয়া হৈছে আগবাঢ়ি যোৱা ।
Northeast jungle safari s
Slnhlnl
E
সচাকৈ সুমধুৰ কন্ঠ । সদায় এনেদৰে জীৱনত আগুৱাই যোৱা । God bless u beta..
তুমি আৰু আগ বাঢ়ি যোৱা 🤗🤗🤗
Kontho 2 hundor ......komani 2 aguai jauk....😘😘😘
Bahhh!!!! Ki hundur kontho
So suit lovly singar .বহুত ভাল লাগিল তুমাক। I love you .
তোমাৰ voice শুনি সঁচাকৈ আপ্লুত হৈ গৈছো ,তুমি সদায় আগুৱাই যায়।
বহুত ভাল লাগিল, বহুত সুন্দৰ হৈছে ধুনীয়া লাগিছে
mor sokupani olai goise tmr maa khuni love u khoutov ,mor karone aru abr gai diba, tmr mongol hok,khosakoi maa ward to heart touching , tumi ajon vl singer hoba
Jiyan
sk riki Reddy dy365
bohut bohut dhoinobad Dada.mur aji anekua lagise.apunaluk Jen dukhiar bondhu.amar dore dukhar karone apunaluke jikhini korise akolom nilikhi nuarilu.apunalukok punor bar dhonobad jonaisu dada
amazing brother...keep it up...god bless u....
উ সু সু ইমান সুনদৰ গাইচে মই মৰি য়াও Thanks anupm da
Bohut dhuniya lagise Vaiti ❤❤👍👍
Mr.Anupam Chakraborty, namaste, আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখক, নেদেখাজনৰ ওচৰত তাকেই প্ৰাৰ্থনা জনালো, পাৰিলে সহায় সহযোগিতামূলক প্ৰতিশ্ৰুতৰে, ধন্যবাদ, ভৱিষ্যত প্ৰজন্মক এখন সুস্থিত সমাজৰ সন্ধান দিয়ক, আপোনাৰ লগত সদায় আছো।
U make me weeping bro....u remind me to my Maa
Wonderful voice, fantastic singing, keep it up
Nice
@@mdashikulashikul7699 has a b.
@@mdashikulashikul7699 श्री
সুন্দৰ কৌস্তুভ ,ভগৱানে তোমাক আৰু শক্তি দিয়ক
Tamam Maja oo kolija
Waw nice voice .god blss you dr👍
সুন্দৰ গাইছা
He will be strong singer in India in future. My full support to baby.
khub bhal bro
God Blessed you......
May you live long......This is a wonderful kid
👌👌👌
কৌস্তভ'ক কাষত পোৱা নাই যদিও সি হিয়াৰ আমঠু, ভগবানে তাক শক্তি দিয়ক, তাৰ পতিতো গীত ভাল লাগে, সুৰৰ তুলনা নাই, তাৰ গান শুনিলে গাৰ নোম ঠিয় হৈ জায়, চকুৰে আনন্দৰ পানী নিগৰে। কৌস্তভৰ ভবিস্ব্যত উজ্জ্বল কামনা কৰিলো। অনুপম দা লৈ ধন্যবাদ। আগলৈ আৰু এনেকুৱা আশা কৰিলো।
বহুত বহুত ধূনীয়া হৈছে
তোমাৰ উজ্জল ভবিষ্যত কামনা কৰিলোঁ
আৰু অনুপম দা এই বিলাক ভাল কৰিছে
বহুত বহুত ভাল লাগিছে অ তোমাৰ মাতটো।
So sweet lovely singer
বৰ মিহি কণ্ঠত সুন্দৰ গান। উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আগলৈ আগুৱাই যোৱা।
Sundor voice
Sochake Kandi dilo bhagabane tomk mangal karok aguwai jowa tumi
খুব ভাল হৈছে i love you
অন্তর চুই যোৱা শব্দ। বহুত ভাল লাগিছে।
So sweet... Vaiti tumi aguwai juwa🤗
Oh my god.so swt voice😘😘
বৰ ধুনীয়া গাইছে।ভগৱানে মংগল কৰক।
Badabrot Handique বহুত ধুনীয়া হৈছে ।ভগবান তোমাৰ মঙ্গল কৰক
Bar xundor xondor kontho ami Krishna gurur osorot Parthona korisu xphol koraok ami
Anupom sokroatiloy xvokamona korisu
Xundor xondor xondor kontho ami Krishna gurur osorot Parthona korisu xphol koraok ami anupom Loy xuveswa jasisu
Bhut vl lgise
সুন্দৰ পদক্ষেপ. ভগৱানে কৃপা কৰক যাতে এনেদৰে তুলনাবিহীনভাবে উচ্চ শিখৰলৈ যাওঁক.
Bohut bohut bhal lagil
l
Nb@@shibensarma9762 TV
God bless u my dear
Bohut Vl lagil bor dhuniya voice😍
Hundar voice❤❤❤
কৌস্তভ তুমি আগুৱাই যোৱা আমাৰ আৰ্শীবাদ সদায় তোমাৰ লগত আছে।।
Anupam chakrBatkr manar anubhab akebare Val loga kousta bar gan xunile more saku pani olai zai teor gan akou xnabo
Sorbhog. Lalita bayan.
he is a littel super star in assam
Bohut dhuniya gaisa kostav __aru agloi anekoi gai thakiba __logte poha_xunau valkoi kori thakiba __all da best____
Good bless you. . . . , Congratulation👍
God bless you talented boy. Musicians looking very happy. Great environment
Bohut val lagil
Wmmm bohut bohut
mozza bohut bhal "lagise,, nice so sweet,
Khub hundol ratul. Super. God bless u
Oww so sweet voice..
Dhuniya I love singing
অপূৰ্ব, অতুলনীয় শুনিলে শুনি থাকিব মন যোৱা
Anupom da, apuni great.agbahi jawok.
Dhuniya
Waw nice Kaustov...
Reema Goswami mojaaaa.....
mojjjjaa
Krishna....anupm da...apuni ankoi taolukr prtiva hmuhk bikakhita krk apunk vgbna kripa krk apunk bahut bahut dhanyabd.....
Congrats vaiti tumi aguwai juwa tare kamona korisu bhagobanr usart
realy verry sweet voice
গাৰ নুম শিয়ঁৰি উঠা গীত, God bless you..
Anupam Da Thank you.aaibor sontanok platform diyar babe......bahut bahut val lagisa
Very very nice song.god bless you beta😘aru aguai jua jibonot.👌👌👌
You have wonderfull voice
Beta.
God bless u
Lv u