DY 365, You can bring the Northeast together this way. BH did. Thank you for letting us know about these wonderful singers and introducing them to the Assamese viewers.’
Iman dhuniya voice.. vabisilo alop matto beleg habo....nhoi moi vul vabisilo ..assamiya mnuhor dare gaise sakulu tal balai gol ..buku xane hopa mari dharise ... I loooooooooooove the voice...well sang I am from Mangaldoi
Love from an Assamese from America. Beautiful song sung by a beautiful Arunachali sister with her angelic voice. Thank you for this beautiful Assamese song. Missing home What a beautiful song
Khub bhal lagil. Xilpi garàkiloi oti
antorik xubheshya gyapan karilu.
Dhanyabad.
মই ভাবোঁ অসম সাহিত্য সভা তথা আছুৰ দৰে সংগঠনে এওলোকক কিছু সন্মান জনাই দুয়োখন ৰাজ্যৰ মাজত এক মিলন সেতু গঢ়াত সহায় কৰিব পাৰে।
फ्
So sweet her voice god bless you
অনাঅসমীয়া ছোৱালী হিচাপে অতুলনীয় কণ্ঠ। অশেষ অশেষ নমস্কাৰ।
Oti Hundor gaise. 👌👌👌
অতি সুন্দৰকৈ গাইছে গীতটো আৰু হৃদয়স্পৰ্শী হৈছে। বহুত ভাল লাগিছে। এনেদৰে অতিথি মাতি আনি প্ৰগ্ৰাম কৰিলে মনোগ্ৰাহী হয় ভাল লাগে।
বৰ ভাল হৈছে গান টো শুনি পাগল হৈ গলো কিমান ধুনীয়া সুৰ বহুত ভাল হৈছে 👌very nice
ইমান সুন্দৰ গাইছে , পাগল হৈ গৈছোঁ । প্ৰথমতে ভাবিছিলোঁ অলপ উচ্চাৰণ পৃথক হব , কিন্তু কি আচৰিত ? ইমান সহজেই গাই আছে । 🙏🙏🙏
আপোনালোকে প্ৰতিটো কথা নিগেটিভ দেখাৰ অভ্যাস নিকি । গীততো ভাল লাগি শলাগ লবলৈ কমেণ্ট কৰিছিলোঁ , আশা কৰাতকৈ বেছি ভাল শুনি । কিন্তু আপুনি সলাগৰ ভাষাই বুজি নাপালে ।
আৰু ইয়াত কমেণ্ট কৰিব আহিছে ? ইয়াত ভয়ৰ কথা কৰ পৰা আহিল ?
Mind Blowing...superb...Bohut bohut val gaise
Tezpurot jaok.
@@studychenel8397 kio
@@ilovemyindia9761 Aponak kowa nai.CHEF monmik koiso.
সঁচাকৈ অতি খুন্দৰ
বহুত ভাল লাগিল
ইমান সুন্দৰকৈ গীতটো পৰিৱেশন কৰিলে
Hundar konthor adhikari bohut bohut val lagise bhobissote aru gaan huniboloi puwar hepah thakil
কি বুলি ধন্যবাদ জনাম ভাবিব নোৱাৰো! বহুত বহুত ধন্যবাদ।
❤ very nice song ❣️❣️❣️
Bohut sundar bohut bohut atsa laga
বহুত ধুনীয়া গাইছে ।খুব ভাল লাগিল শুনি , শুভেচ্ছা থাকিল দেই
সুমধুৰ সংগীত।বৰ ভাল লাগিল।ঈশ্বৰে মংগল কৰক আৰু কুশলে ৰাখক।
Onderful কি গাইছে মনমগজুত ধৰি গ'ল
Dy 365 bahut bahut dhayanabad. Apunalokor jariote delhit thaki eai assomia gaan bur huniboloi pai aamr asomiar bahut garba hai. Ekhat logako v v thanks. Aapna luke eao loogak himat aaru manch diya babe
ৰেৰিকবা আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো
Bahut Bahut Bhal Laagil,Akhamia Geetat Geet Gaaboloi Hobidha Deeba laage
সঁচাকে বহুত ধুনীয়াকৈ গাইছে,,, বহুত বহুত ধন্যবাদ অসমীয়া গীত গোৱাৰ কাৰণে💜💜💜
Bahut shundar kanta.Dhanyabad aru hirabhara avinanandan Thakil.
ইমান ধুনীয়া লাগিলে গানটো শুনি❤️❤️ আৰু শুনি ব পাম বুলি আখা আছে বা❤️❤️
Bohut val lagise
অতি সুন্দৰ কৈ গাইছে ।
Bohut val lagil gaan tu khuni a mon tu val lagil🤗
সঁচা কৈ ইমান সুন্দৰকৈ গীতটি গাইছে । মন ভৰি গল। তাই আৰু আগুৱাই যাওক অশেষ কামনা কৰিলো
সুন্দৰ
গানৰ selection ভাল। কণ্ঠ সুন্দৰ। আনৰ ভাষা এটা ইমান সুন্দৰ কৰি গোৱাটোও কম কথা নহয়।
মই অৰুনাচলৰ জন্মগত আদিম tribal/ অসমীয়া মাধ্যমত পঢ়া নাছিলো /কিন্তু বহুত নিজা পৰিশ্ৰমৰ আৰু ভাষাৰ তদাৰক (tutor)ৰ মৰমৰ ফলতেই অসমীয়া ভাষা কব,গাব আৰু লিখিব পৰা যোগ্য কৰি ললে আৰু লৈছো / মোৰ কাৰণে কিন্তু জটিল /সেয়েহে মই অসমী ভাষা প্ৰেমী /
ধন্যবাদ ভাতৃ
অসমীয়া শিকি ইমান ধুৱীয়া কৈ মনৰ কথা খিনি লিখিছে , পঢ়ি বৰ ভাল লাগিল। ধন্যবাদ।
@Fuleswari Baro What does it mean?
বহুত ধন্যবাদ, অৰুণাচল,অসম একেলগে থাকিব তেতিয়াহে।
@@mrinalmedhi8346❤
Bor dhunia gaise dei.. bht val lagil
ইমান সুন্দৰকৈ গাইছে । খুব ভাল লাগিছে। বাৰে বাৰে শুনিবলৈ মন যায়।
মই সদায় দুই তিনি বাৰ মান শুনো।
গায়িকা গৰাকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
ধন্যবাদ।
Woww ❤️bohut dhuniya koi gaise gaan to ❤️🔥hur to bohut dhuniya
DY 365, You can bring the Northeast together this way. BH did. Thank you for letting us know about these wonderful singers and introducing them to the Assamese viewers.’
বৰ ভাল লাগিল শুনি, ইমান সুন্দৰ কৈ গাইছে ।
Artists are really source of love n keep strong reelection among us
Q সুন্দৰ সুন্দৰ দুয়োৰ গৰাকি লৈ শুভেচ্ছা থাকিল |
বৰ আচৰিচ ধৰণৰ মধুৰ কণ্ঠৰ অধিকাৰী । বৰ ভাল লাগিল । DY365 লৈ অশেষ ধন্যবাদ জনালো। আগলৈও গায়িকা গৰাকীৰ গান শুনা পাম বুলি আশা কৰিলো। অনিমা চৌধুৰী বাইদেউৰ কণ্ঠৰ লগত কিছু মিল পালো
bohut val lagise apunI best of luck baiydeu 👍💚💛💜👋👋👋
বহুত ভাল লাগিছে 👍👍❤️
Xusakoi eman dhuniya gaise dy365 thanks
❤️ from UK. Such a beautiful old Assamese song. Bare bare sai thaku, khuni thaku jen lage
Thank you so much ❤️❤️
Next Assamese song will upload last of this month 🙏🏻🙏🏻
মই লাইক গায়ীকাগৰাকীকহে দিছোঁ । ভাল লাগিল
সুন্দৰ কন্ঠ, ইমান শুদ্ধকৈ উচ্ছাৰণ কৰিছে।
Dhuniya
Iman dhuniya voice..
vabisilo alop matto beleg habo....nhoi moi vul vabisilo
..assamiya mnuhor dare gaise
sakulu tal balai gol ..buku xane hopa mari dharise ...
I loooooooooooove the voice...well sang
I am from Mangaldoi
Bohut .....,.bohut....dhunia
বহু বাৰ শুনিলোঁ কিন্তু আকৌ শুনিবলৈ মন যায়।
OMG aasorit bhabe obikol gola . ki je bhoyonkar sundar gola .🙏🙏🙏
It is very difficult to believe that she is from Arunachal. Good bless you very much .
Next Assamese song coming soon 😊
Rerik is singing this song with best feel of good pronouncing it is lovely for all
অতি সুন্দৰ কৈ গাইছে, শিল্পী গৰাকীক ধন্যবাদ জনালো।
Nice
Vl lagise
সুন্দৰ , অতি সুন্দৰ ।
অতি সুন্দৰ কন্ঠদান কৰিছে।
বৰ সুন্দৰ গাইছে,বহু ত বহুত শুভেচ্ছা জনালোঁ।many many thanks sister.
Pride of Arunachal Rerik Karlo Digbak 💖💖💖💖💖
Yes, She is.
Yes sis
মন ভৰি পৰিল
Beauty of voice and beautiful Northeast....thanks
অতি সুন্দৰ। আন্তৰিক শুভেচ্ছা আৰু মৰমৰ লগতে অশেষ ধন্যবাদ থাকিল।
murvelous ! মোৰ প্ৰিয় এটি গীত ইমান সুন্দৰকৈ পৰিৱেশন কৰিছে ... সঁচাই কি সুন্দৰ কণ্ঠ ... আৰম্ভনি কন নমিতা বাইদেউৰ দৰে একে হৈছে
ইমান ধুনীয়া গাইছে 🧡🙏🧡
Very good, congratulations sister.
অন্যান্য, সুন্দৰ ❤️ ক'বলৈ ভাষা নাই 👌❤️❤️❤️
সুন্দৰ কন্ঠ বৰ ধুনীয়া লাগিল শুনি।
আচৰিত ইমান ধুনীয়া গাইছে।
ইমান সুন্দৰকৈ গাইছে, কি কণ্ঠ নিগৰি ওলাই আহিছে শুনি লে শুনি থাকিবলৈ কে মন যায় বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏🙏🙏
Like it bro
Dhunia xundar hoisa
Lovely song lovely voice , l weiting for your next vdo
Nice song . Amazing voice.God bless her and thanks to Dy 365 .
Eman bhal lagil . thank you so mach projujok aru gayokoloi
সুন্দৰ কণ্ঠ শিল্পী সুন্দৰ গীত অভিনন্দন জ্ঞাপন কৰিলো
Mooojjjaa lagil ba
Excellent god bless u 🙏
Great great, so sweet, god bless both of you sister.
Dy ক বহু বহু ধন্যবাদ এনে এটি সুন্দৰ অনুস্থানৰ বাবে ... আপোনালোকৰ এই যাত্ৰা অব্যাহত ৰাখক আমাকো প্ৰকৃত ৰসৰ যোগান ধৰি যাওক ... শিল্পী গৰাকীৰ উত্তৰোত্তৰ কামনা কৰিলোঁ ... গীত টি (ৰেৰিকে গোৱা ) ইউ টিউবত পাম নেকি ?
good night
@@assamdailyupdate puh a
অসমীয়া গীত ইমান ধুনীয়া গৈছে
Oh' so how....axly..no miss..proud...nice ..voice....
Hosai bahut vl lagil
Good
@@birajkolita5723 good
Dadhaa[uuuwere11pl9pppIP
Greatest....
Wow really nice so sweet voice 🙏🙏🙏👍👍
Salute mam. Wonderful!
বৰ ভাল লাগিল৷ বৰ সুন্দৰকৈ আৰু সহজে গাইছে৷ excellent..
Amazing!
Mojjja lagil de
Mindblowing 😍😍😍
ধুনীয়া , জয় 7 ভনী,
Love from an Assamese from America. Beautiful song sung by a beautiful Arunachali sister with her angelic voice.
Thank you for this beautiful Assamese song.
Missing home What a beautiful song
🙏
❤️
❤Love from Germany.
Love from France
Bohut.hundor.hoise.
Ufff gan2 emn dhuniyake Gaisa this voice make me feel so much happy 🎀🎀💜💜
Moja gaise..Taibel josiu..
ইমান ধুনীয়া কণ্ঠ নিগৰাইছে ❤️ ভাল লাগিছে সুনি, আগুৱাই যাওক আপোনালোক❤️❤️
Bohut bohut val lagise.
Wow wow mind blowing
Bahut dhunia
Wooo moza..god bless you
Wow very nice and I selute you
Wawww
সুন্দৰ ,ভাল লাগিল শুনি
Love to u sister. From Assam
বাইদেউ। ভাল লাগিছে Nice
Wow ! What a fantastic singing assamese song in thr tune of Arunachal's lady . Thanks .
সুন্দৰ হৈছে এইদৰে আগুৱাই যোৱাৰ কমনা কৰিলো আৰু শিল্পী গৰাকী লৈ শুভেচ্ছা ও ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
Really amazing..
So sweet😊❤
oh ইমান সুন্দৰকৈ গাইছে৷
Amaaaaaaazing
Very nice so good wanderful old song is gold bohut hundor lagise kontho to excellent parpomance