||Cover Song ||Aikhoni Gaon || ANTARA CHUTIA|| HUNTU CHUTIA|| DIPEN BARUAH ||
HTML-код
- Опубликовано: 8 фев 2025
- Cover Song
Aikhoni Gaon bukur Aapun
Original Singer, Dipen Baruah
Covered By,
ANTARA CHUTIA
HUNTU CHUTIA
new cover song👇👇👇
• ||COVER SONG|| KAZIRON...
#dipen_baruah
#antara_chutia
#huntu_chutia
#cover_song
বহুত সুন্দৰ
পিতৃ কন্যা যুতিৰ কি সুন্দৰ, চমৎকাৰী আৰু অতুলনীয় পৰিৱেশন, ভাষাৰে বৰ্ণনা কৰাই কঠিন। শুনি হেপাহেই নপলায়। অসমীয়া সংগীত জগতত এনে যুতি সঁচাকৈয়ে দুৰ্লভ।বাক দেৱী বিনা পানি আই সৰস্বতী আপোনা লোকৰ সংগীত যাত্ৰাৰ সংগী হক,তাৰেই কামণাৰে। ধন্যবাদ।
বহুত বহুত ধন্যবাদ
2:54 @@antarachutia3399
Very good
সুন্দৰ মাইনা তোমাৰ উজ্জ্বল ভৱিষ্যতে কামনা কৰো আগলৈ তোমাৰ আৰু ভাল হ'ব।
শ্ৰী সমুজ্বল নাথ
এজন শ্ৰেষ্ঠ গুৰু। লগতে তেওঁ এজন আদৰ্শ বান পিতৃ। পিতৃৰ এক সুন্দৰ নিদৰ্শন। ধন্যবাদ।
Eman morom laga konmani joni...
অতি সন্দৰ ❤❤❤❤❤❤❤❤❤❤
❤❤❤❤❤❤❤❤❤❤❤❤❤❤
অতি সুন্দৰ ভাৱে প্ৰদৰ্শন কৰা হৈছে এই গীতটো ।
Yas
অতি সুন্দৰ হৈছে । আৰু আশা থাকিল ।
mjjja
Br val lagil vupan hegrica🎉🎉🎉🎉🎉🎉🎉❤❤❤❤❤❤
Dhunia lagise
বহুত ভাল লাগিছে ।উজ্বল ভবিষ্যত কামনা কৰিলোঁ ।
Heart touching,God bless you
গীতটি পলমকৈ শুনিলো, বৰ সুন্দৰকৈ পৰিবেশন কৰিছা, দুয়ো সুন্দৰ কণ্ঠৰ অধিকাৰী, আগুৱাই যোৱা, আৰ্শীবাদ থাকিল,
DddddddaDDR
Nice
@@lakichutialakichutia5199kj!p{nu been seen ki hmemr. A
H
অতিকে সুন্দৰ। দেউতাক-জীয়েকক অভিনন্দন জ্ঞাপন কৰিছো। সুন্দৰ সংস্কাৰ, সুন্দৰ আদৰ্শ 💖💖💖
Moina Tomi aguwai jowa oti dhunia
সচাঁকৈয়েই বহুত সুন্দৰ হৈছে
দেৰিকৈ হলেও বহুতবাৰ শুনিলো ।পিতৃকণ্যাৰ কণ্ঠৰ এই গীতটি ।বহুত ভাল লাগে ।এনে দ্বৈতকণ্ঠ মোৰ বৰ প্ৰিয় ।❤️❤️❤️
Ankita tomale bohut suva kamona thakil aru bohu bur aguai gaba lagiba
মইনা জনীৰ কন্ঠক উজ্জ্বল ভবিষ্যত কামনা কৰিছোঁ ধন্যবাদ থাকিল জয় আই অসম মইনা
Dgcbchvvvhhugffhhchcdxhccjff dfdytftggfghgfffddgcçfcfxgc ffdtfdf thfffgffffghfhgffg fgfgg fffggffjgghfjhfgyfdytufyguyghjfyyfhhyigyv ghhggjfjjjhjjgjigjijkggjh tu uyuufyy gu uf tu ya ft g hu yyuhb hhhgh
Bor dhunia gan,esore tumak ahirbad korok, dhanyabad 🌷
বহুুত ভাল লাগিচে ধন্যৱাদ
অতি মধূৰ, ঘূৰাই ঘূৰাই শুনিছো৷পিতৃ কণ্যাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো৷
98
Good❤❤❤❤❤❤❤😂😂😂😂😂😂😂
সুন্দৰ লাগিল। আৰু ভাল লাগিল দেউতাকে নিজৰ ছোৱালী জনীক দিয়া সংস্কাৰ খিনি সঁচাকৈয়ে প্ৰশংসনীয় ।
ाू
Beautiful
সুন্দৰ মানে 🙏🏽🙏🏽🙏🏽
বহুত সুন্দৰ কণ্ঠ । ভাল লাগিল দেই। ধন্যবাদ জনাইছোঁ দুয়ো জনক।
অতি সুন্দৰ গীতটি শুণি মনটো জুৰাই গল 👏
Anek bhalo legeche ei gan ta.. Bar bar gan sunche.. Meye ta khub cute 🥰🥰
ইমান সুন্দৰকৈ গানটো পৰিবেশন কৰিলা, শুনি সচাঁকৈ আপ্লুত হ'লো। বহুত মৰম আৰু শুভেচ্ছা জনালোঁ। শ্বেয়াৰ কৰিলোঁ
আপোনালোকৰ মৰমেই মোৰ সকলো ৷ ♥♥♥
অতি সুন্দৰ কণ্ঠ 💝💝💝🎶💯👌
Very good....... Lovely
New subscriber....সচাকে গানটু শুনি বহুত ভাল লাগিলে...❤️💔💔💓❤️🔯🌟🌟🌟🎧🎶🎵🎤
Bor dhuniya ooo voice tu.....👌
Bodhiya mama and vonti👍👍👍🤟🤟 fantastic voice
Very good.
@@hankhaborah7357i i
Hjìjji9jbv i46y😢🎉😊😅😅😮❤❤❤❤
কণমানি শিশুৱে ইমান সুন্দৰ কৈ গানটো গাইছে বহুত ভাল লাগিছে। ধন্যবাদ জনাইছোঁ দুয়ো জনক।
খুউব সুন্দৰ, দেউতাক আৰু ছোৱালীক একেলগে গান গোৱা দেখি বহুত ভাল লাগিছে। আগবাঢ়ি যাওক ধন্যবাদ ❤🎉❤🎉❤🎉❤
খুউব সুন্দৰ, পিতৃ-কণ্যাৰ গীতৰ যুগলবন্দী সঁচাকৈয়ে অতুলনীয় । শুনিলে শুনি থাকিবৰ মন যায় । তোমালোক দুয়োলৈ বহুত বহুত মৰম আশীৰ্বাদ আৰু অলেখ শুভকামনা জনালোঁ । আৰু বহুত আগুৱাই যোৱা, অন্তৰেৰে তাৰেই কামনা কৰিছোঁ,,,,,
Yes very ñice
Oti hundor hoise,vl lagil...
বহুত সুন্দৰ হৈছে। ভগৱানে তোমাক আৰু শক্তি দিয়ক👍🏽👌🏽👌🏽👌🏽
Hosai
@@axombaruahdodai7695
অসমীয়াতে লিখিব বুলি আশা কৰিলো🙏
😂
@@axombaruahdodai7695
Veri nice song
ছোৱালী জনীৰ কণ্ঠ বহুত স্পষ্ট আৰু সুৱলা । উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ।
মনতো ভাল লাগি গল ।
মাইনাজনীৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ। তেওঁৰ দেউতাকৰ প্ৰচেষ্টাকো অত্যন্ত আন্তৰিকতাৰে শলাগী থলো। ধন্যবাদ।
সুন্দৰ দেউতাক জীয়েকে গোৱা কণ্ঠ।❤️❤️
গীতটো সুন্দৰ ভাবে পৰিবেশন কৰিছে, ভাল লাগিল লগতে ধন্যবাদ জনাইছো 👍👍👍😊
So. Beutiful. 🏵️
ধুনীয়া ..ভাল লাগিল..অন্তৰাৰ উজ্জল ভৱিষ্যত কামনা কৰিলো ।
Thank you
কণ মানি জনী মাতত গান গাওঁতে থাকিব লগীয়া সকলো খিনি গুনেই আছে।শুনি ভাল লাগিল ।আশিৰ্বাদ কৰিছো ভৱিষ্যতে এগৰাকী ভাল গায়িকা হৈ জিলিকি থাকিবা।
Nh
Dipu
মাজনী দীর্ঘায়ু হওক তোমাৰ এই যাত্রা।।
অতি সুন্দৰ গীত। ধন্যবাদ তোমালোকক।
I love this song, and dhuniya gaise 2jone geet to,
মইনা জনি বৰ মৰম লগা। আ গলৈ আৰু আ গ বাঁহী যোৱা তাৰেই কামনা কৰিলোঁ।
বহু বহুত সুন্দৰ কন্ঠ
সুন্দৰ গীত
Atu geetne got ole moi School ot gam
❤❤❤❤❤❤❤❤❤❤❤❤
বহুত ধুনীয়া হৈছে আৰু আগবাঢ়ি যোৱা।
সুন্দৰ👌👌👌
অকমানিজনী বহুত ধুনীয়া গাইছে 👌
উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ
She is a top singer.
God bless you.
Good girl.
বৰ সুন্দৰ হৈছে। ধন্যবাদ।
বহুত সন্দৰ হৈছে
অতি সুন্দৰ মৰম লগা সুৰ গীতটি শুনে মনটো জুৰাই গল 🙏❤️❤️
বহূত বহূত ভাল লাগিল ।মইনা জনীৰ ভবিষ্যত উন্নতি কামনা কৰিলো ।
Bht duniya bhonti jonir gaan❤❤❤❤
সুন্দৰ কণ্ঠ , সুন্দৰ অনুশীলন ।
অতি সুন্দৰ হৈচে❤❤❤👌👌👍👍👍
এইটো গান শুনি কিবা ভাল লাগে
ধুনীয়া হৈছে শুভেচ্ছা থাকিল আগুৱাই যোৱা মাইনা ।
ছেছতা অব্যাহত ৰাখীবা মইনা সুন্দৰ কণ্ঠ
Ppppppppppppppppppp
অকনমানি জনীয়ে খুউৱ ভাল গাইছে।
ধন্যবাদ
বহুত ভাল লাগিল
Kiman sundor bahut val lagil bapek sosake dhonya
Khub vl lgil puroni geet ati xuni.. antaraloi xuveshya u morom thakil dei..❤
Nice song ❤❤❤❤
বৰ সুন্দৰ কণ্ঠ।সঁচাকৈ মাইনা জনীক বৰ মৰম লাগিছে ।আপোনালোকৰ কণ্ঠত আকৌ গীত শুনিব পাম বুলি আশা কৰিলো ।🙏🙏🧡
বাঃ বাঃ বৰ ধুনীয়া গীত গাইছে । ধন্যবাদ ।
Val lagil ❤❤
Dczmkfrkf❤❤❤🎉🎉🎉❤❤❤🎉🎉🎉
বহুত ধুনীয়া গাইছা ৷সোণ তুমি আগোৱাই যোৱা তুমি ৷ভগৱানে সহায় কৰিব তোমাক
ছোৱালীজনীৰ কন্ঠ অতিকৈ শুৱলা । ভবিষ্যতে উজ্বল কামনা কৰিলো । ধন্যবাদ ।
Val lagil 😊😊 ❤❤
তোমাক বহুত বহুত মৰম ভাল পোৱা যাচিলো।
May good bless you !
বহুত ধুনীয়া হৈছে মাইনা তুমি আৰু আগুৱাই যোৱা❤❤
Beautiful song
বাহ !! বহুতেই ভাল লাগিল। সচাকে বহু.....ত ভাল গাইছে । অতি সুন্দৰ........ ।
ধুনীয়া , মাইজনীৰ ভবিশ্বত উজ্বল কামনা কৰিলো ,
ইমান ধুনীয়া কন্ঠ। ভাল লাগিছে।
Wow beta nice voice.. and you are so cute... God bless you❤
সুন্দৰ কন্ঠ , উজ্জ্বল ভৱিষ্যত কামনা কৰিলো
মাইনাজনীৰ উজ্বল ভৱিষ্যত কামনা কৰিলো
অতি সুন্দৰ। সুন্দৰ ভবিষ্যত আছে কনমানিজনীৰ
বৰ ধুনীয়া গাইছে দেই তোমালোকে👍🏻🌷🥰🙏🏻😀🌸🌺☺️🤭
What a tremendous voice our little one |👍it's wao
কেৱলকাই পোৱালিৰ ভইছ্ ইউনিক দেই। বহুত ভাল লাগিল দেই।
তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।।।।। ভগৱানে তোমাক আশীষ নিৰ্মালি দিয়ক।।।❤️❤️❤️
721dl ye fws2wz rjy
Atiya hundor git vonti tumer jibon hundor hok. tare kamona koru eman Val hoisa
সুন্দৰ প্ৰতিভা, বহুত ধুনীয়া ❤❤🎉🎉
Bohut val lagil, agoloi aru geet agbohai jen , akha thakil ❤️❤️✨✨
বহুত ধুনীয়া কণ্ঠ নিগৰাইছে।
আগুৱাই যাওক আশীৰ্বাদ থাকিল
ধান্যবাদ
☁ 👋🚀 ☁☁
✨ BYEBYE*
☁ ✨ 🎈
✨ ☁
✨
✨
🌾✨💨 🏃 🏠🏢☁ 👋🚀 ☁☁
✨ BYEBYE*
☁ ✨ 🎈
✨ ☁
✨
✨
🌾✨💨 🏃 🏠🏢
@@antarachutia3399 majoni morom dilu aru sibobabar acharat prarathana korilu tumak Shay koribalai
@@antarachutia3399 Ryuiikehahl9i
Very very good ❤❤❤❤❤
সুন্দৰ,হৈছে,কি,মজা,ভাল,লাগিছে
অতি সুন্দৰ ❤❤❤
বহুত সুন্দৰ হৈছে আগলৈকে আৰু আগুৱাই যায় যেন তাৰেই উজ্জ্বল ভৱিষ্যত কামনা কৰিলো । 👍👍👍 ।
তাহানিৰ কথা মনত পেলাই দিলে । ভাল লাগিল। শুভেচ্ছা জনালোঁ।
Wow
@@rupkantapathori2852Ppò9000uip UK u o kkkkkkkk1.08uugUn
7😮😅😮
❤
ভনীজনীৰ খুব সুন্দৰ কণ্ঠ...👌💓
You don't know the time is coming with
বহুত ভাল লাগিল, শুভেচ্ছা থাকিল