একটিং ভাল হৈছে ৷ তোমাৰ অভিনয় দেখি ভাল লাগিল ৷ পিছে পৰীক্ষা পালেহিয়েই নহয় ৷ বৃহস্পতি বাৰলৈকে যি মন যায় কৰি লোৱা ৷ তাৰ পাছত পঢ়াশুনাত লাগি যোৱা ৷ অবাবতে সময় নষ্ট নকৰিবা ৷ ভগৱান সকলোৰে গাতে থাকে ৷
Right 👍 etiya science r jug.....ei ghotona r aror rohosya hoitu beleg......Ami dekhi thoka kotha bur he biswax Kori lobo lage.....moi nijeu 15 bosoriya suwali .....kintu science k prothom biswax kru....teur hoitu beleg swasthya jonito karonot ene hoise....🙏🏻🙏🏻 Beya napabo kuneu kintu moi ji bujisu hei kotha khini he koisu
Vaii Vogobank amio Mano kintu iman vogoban karubar body ahi pabo xeito impossible... 2023 hoi iman Science agbarhil kintu tumalokr mental cinta agnabarhil... Chandrayan goi candra pale.. Alop cinta dhara bur change kora.. aiburr babe amar India agbarhibo pora nai...... Suwali jonik Doctor rk dekhuwa Saba vall hoi jabo..tair Mental kiba problem hb pare ba Nervous hoise sage....
apuni hoitu gm napai kintu ane ghotona protibosore rax t ghote . aya kunu bhagawan lombha nhoi aye otimatra light r effect , khul tal r xobdo , aru body temperature barhi jua nasi nasi ane kisu factor r karone vau lua gorakir delusion hoi jai . jak science r bhaxat grandiose delusion buli koi . xokolure nhoi kisuman r logot ane hoi .[juar bar amar gaon t xonkhosur lua gorakir anekua same condition hoisil teu r sge mon pobitra nasil😂😂]
কৃষ্ণ ,, তোমাৰ চৰণ কমলত শত-সহস্ৰ কোটি প্ৰণাম জনালো প্ৰভূ,,,, সবাৰো মঙ্গল কৰা,,,,,🙏🙏
Krishna প্ৰভু এই পৃথিৱীৰ সকলোকে জীৱকে vale rakiba দয়াময় 🙏🙏🙏🙏🙏🙏🙏
নানা ৰূপ শ্ৰী হৰি ৰ, সকলোতে বিৰাজ মান যিজন,❤❤❤❤❤❤কৃষ্ণ
যদি সঁচা হয় কম ভাগ্যৱান নহয়,, তাত উপস্থিত থকা সকলো ৰাইজ আৰু সেই কৃষ্ণৰ ভাও লোৱা লগতে গুৰুজন
Black and whait assam
,.
কৃষ্ণ প্ৰভু আমাক আপুনি কৃপা কৰিব আমাৰ মনৰ কল্পনা পুৰণ কৰক🙏🙏
কৃষ্ণ কৃষ্ণ ভগৱান ৰক্ষা কৰিবা 🙏❤️😌❤️❤️
জয় শ্ৰী কৃষ্ণৰ প্ৰভু তোমাৰ চৰণত সতকুতি প্ৰণাম 🙏🌺💮🌸🙏
হে শ্ৰীকৃষ্ণ আশীৰ্বাদ কৰিব ,আৰু শক্তি দিব🙏
🙏🙏জয় শ্ৰীকৃষ্ণ🙏🙏
Provu jai shri krisna mur sualik aru muk tumi ashibad kora mur future tu sualijonir babe happy hobo diya povu krisna krisna povu.
জয় শুী কৃষ্ণ আপোনাৰ লীলা অপৰামপাৰ 🌺🌺🌺🌺🌺👏👏👏👏👏
জয় কৃষ্ণ তোমাক কোটি কোটি প্ৰনাম
বৈজ্ঞানিক দৃষ্টিভংগীৰে আৰু চিন্তাধাৰাৰে আগবাঢ়ি যোৱাতো ভাল।
Teor blood circulation hoisil aru aku huwa ni ane aibur
একদম থিক কৈছে।
কৃষ্ণ প্ৰভু সেৱাহে জনাইছোঁ🙏🌼🌸
জাই শ্ৰী কৃষ্ণ কৃষ্ণ ❤🌺💕💖💕🥺💘🥀💕🥀
কৃষ্ণ কৃষ্ণ কৃষ্ণএয়া অপাৰ মহিমা ই সত্য হব বুলি ভাবো কাৰন আমি বহু বাৰ ৰাস পাতিছো আমাৰ ইয়াতো এগৰাকী মহিলাৰ ৰাসত অভিনয় কৰি ঘৰতএনে আছৰন কৰিছল সছায়ে ৰাস এিয়াসময়ত ভগৱন্ত ৰ ইশ্বৰীক শওি সৃষ্টি হয়। ই সত্য।
নিৰ্গুণ কৃষ্ণ ভকতিৰ সেয়া যে প্ৰতিফলন। শ্ৰীকৃষ্ণায় নমঃ।
Vogobane ja Jane ru ...hokolure mongol hok🙏🙏
Hey provu rokya kriba probhu kripa kriba provu tmr soronot kouti kouti pronm jonaisu🙏🙏❤️
একটিং ভাল হৈছে ৷ তোমাৰ অভিনয় দেখি ভাল লাগিল ৷ পিছে পৰীক্ষা পালেহিয়েই নহয় ৷ বৃহস্পতি বাৰলৈকে যি মন যায় কৰি লোৱা ৷ তাৰ পাছত পঢ়াশুনাত লাগি যোৱা ৷ অবাবতে সময় নষ্ট নকৰিবা ৷ ভগৱান সকলোৰে গাতে থাকে ৷
সকলোতে থাকে সছা ৰূপ স্ৰভাৱ বেলেগ বেলেগ।
কৃষ্ণ কৃষ্ণ🙏🙏
হছাকে মানিব লগা কথা । আজিও ভগৱান আজিও আছে।জয় শ্ৰী কৃষ্ণা ❤❤❤
আচলতে শ্ৰী কৃষ্ণৰ ০.০০০০০০১% শক্তিও যদি এজন মানুহৰ শৰিৰলৈ আহে তেন্তে মানুহজনে সেই শক্তি সহিব নোৱাৰি ভষ্ম হৈ যাব।❤
কৃষ্ণ প্ৰভূ শত কোটি প্ৰণাম জনাইছো 🙏🏻🙏🏻🙏🏻
He provu val ontoror manuhk xodai rokhaa kora provu 🙏🙏🙏🙏 joy shree krishna
হে প্ৰভু ৰক্ষা কৰা কোটি কোটি নমস্কাৰ ,🙏🙏🙏🙏🙏
Krishna Krishna 🙏🙏🙏🙏 Tumi sokoluke vale rakhiba
জয় শ্ৰী কৃষ্ণ কৃপা কৰিবা ।
কৃষ্ণ কৃষ্ণ্ কৃষ্ণ
কৃষ্ণ কৃষ্ণ🙏🙏❤
He probhu mor poriyal to vale rakhiba
জয় শ্ৰী কৃষ্ণ 🙏🙏❤️❤️🌷🌷
Joi shree Krishna xokoluke vale kukhole rakhiba❤❤
হেপ্ৰভু ৰক্ষাকৰা কৃষ্ণ কৃষ্ণ
Hare Krishna hare krishna krishna krishna hare hare hare Rama hare Rama Rama Rama hare hare ❤❤❤
একো চিন্তাৰ বিষয় নহয়। যেতিয়া মোৰ 7 , 8 মান বয়স আছিল তেতিয়া এবাৰ মোকো গোঁসাই লম্ভিছিল আমাৰ ইয়াত গোহাঁই পোৱা বুলি কয়। আমাৰ সত্ৰত প্ৰসাত শুই থই দিওঁতে ভাল হৈছে। গোঁসাই পোৱাৰ সময়ত কি অনুভব হয় সম্পূৰ্ণ মনত আছে। মোৰ বয়স এতিয়া 17 বছৰ । জয় শ্ৰী কৃষ্ণ
ভগৱান আমাৰ বিশ্বাসতে বিৰাজমান হয় ৷
ধ্ৰুৱই এটা খুটাৰ মাজতো ভগৱান বিৰাজ কৰে বুলি বিশ্বাস কৰিছিল আৰু তাৰ পৰাই প্ৰকট হৈছিল বিষ্ণুৰ ‘নৰসিংহ’ অৱতাৰ ৷ যদি নিৰ্জিব খুটা বা স্তম্ভৰ পৰা ভগৱান প্ৰকাশ হব পাৰে , মনপ্ৰাণ লগাই শ্ৰীকৃষ্ণৰ নাটকৰা এজনী ছোৱালীৰ মাজত শ্ৰীকৃষ্ণৰ প্ৰকাশ কিয় হব নোৱাৰে ?
বাপেৰৰ মুৰটো।
@@chandanneog1965 আপুনি থিকেই কৈছে ৷ বাপেৰৰ মুৰতো ভগৱান বিৰাজিত ৷ সেইকাৰণেই কোৱা হয় 'God is all pervading' .
Joi shiri kirsna❤❤❤❤❤
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
সহশ্ৰ কুটি প্ৰণাম প্ৰভু 🙏
কৃষ্ণ প্ৰভু সকলোকে কৃপা কৰিবা 🙏🙏🙏
জয় শ্ৰী কৃষ্ণ ❤🙏
Krisna❤
Krishan প্রভু🙏
Hoi. Moio aaji sai thakote koisilo j sakur saonito kintu olp blg. Atia aekhini janibo pari aasorit hoiso , valo lagise. Ji noholeo Bhagwan Sri Krishna re Lila buli pranam jonaiso
Rakh khn kuntu jega r asl?
Ahatguri...
Hoi enekua mur hoise khutradhari vauti loute pas dina atu kundhornor bemar nhoi ba bhoot pret nhoi atu ata odisro skhati 😊❤
Bapero murto kotha napali aru kobole
👍👍👍🤗🤗🤗🤭🤭🤭
বৈজ্ঞানিক মানসিকতা অভাৱৰ বাবে এইবোৰ বিয়পি পৰে ।তাকে আমাৰ মানুহ বিলাকে বৰ ভাল পায়।
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৌট কৌটি কৌটি নমক্সাৰ প্ৰভু
Moi buhut kandilo...anandat....mobilot holew...real krisna babak..dekhilo....dhoinya ai jibon.....joi shri krisna....
😍🥰jai sri krishna
Krishna prabhu srisoronot aami odhormie sotokoti sewa jonaisu krishna krishna krishna krishna krishna krishna krishna krishna prabhu
Wao bhogoban e ph t o katha pate..... Nice
Radhe Radhe 🙏🙏🙏
Krishna bhogoban 🙏🌼
ভগৱানৰ আৱিৰ্ভাৱ 🙏
He prabhu Krishna kripa kariba🙏🙏🙏
কৃষ্ণ 🙏🙏🙏🪔🪔🪔
Krisna
Krishna provu🙏Tumi a hokolu
সঁচাকৈয়েভগৱানৰ মহিমা আপাৰ🙏🙏🙏
কৃষ্ণ🙏🙏🙏🙏
কৃষ্ণ নাৰায়ণ 🙏❤️🙏
Sir Sri Krishna Prabhu parnam🙏🙏🙏🙏🙏🙏🙏
Krishna mur monor akha puron kora, ❤
হে ভগৱান সকলোকে ৰক্ষা কৰা
কৃষ্ণ কৃষ্ণ
Hare Krishna hare Krishna hare Krishna Jai Sri Krishna Jai Sri Krishna Jai Sri Krishna 🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏
হে কৃষ্ণ প্ৰভূ আমাক কৃপা কৰে মেন 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏 ওও
Hare Krishna ❣️🌹❣️🌹🙏🙏🚩😍
মানুহৰ দেহ ইমান পবিত্ৰ নহয় যে ভগৱান শ্ৰীকৃষ্ণ আহি সোমাই যাব, 🙏 কিমান গুণ জ্ঞান থকা সন্ন্যাসী ৰূপী মানুহৰ শৰীৰতে যেতিয়া ভগৱান লম্ভী নাযায় তেতিয়া কেনেকৈ এই সামান্য ছোৱালী জনীৰ দেহত প্ৰবেশ কৰিব?? ছোৱালীজনীৰ মানসিক ভাৱে দুৰ্বল নহলে তাই ভগৱান শ্ৰীকৃষ্ণৰ চৰিত্ৰৰ গভীৰতাত বাৰুকৈয়ে সোমাই গ ল 😊🙏
Krishna means peac 💗💗 love Krishna 💗🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ কৃপা কৰিব ! !
Jai shree Krishna ❤️🙏🏻❤️❤️❤️❤️
🙏🙏🙏🙏 হে প্রভু তোমাক প্রনাম 🙏🙏🙏
Grandiose delusions (GD)...!!!!.😏ঈশ্বৰৰ প্ৰতি বিশ্বাস থকাটো ভাল অথচ অন্ধবিশ্বাসী হোৱাটো ভাল কথা নহয় কিন্তু, ভাবিলে আচৰিত লাগে যে বহু শিক্ষিত মানুহৰ মাজতো বৈজ্ঞানিক মানসিকতাৰ অভাৱ আছে। কেতিয়াবা কিছুমান মানুহে অভিনয়ৰ চৰিত্ৰৰ মাজত ইমানেই গভীৰভাৱে সোমাই পৰে যে বাস্তৱটো তেনেদৰে আচৰণ কৰিব ধৰে...
Jar logot ghote teu he Jane. Bahiror pora kuatu xohoj. Mur xamanyo sintare agborhaisu kothaxar. Sob kotha bigyane bujabo nuare......
Right 👍 etiya science r jug.....ei ghotona r aror rohosya hoitu beleg......Ami dekhi thoka kotha bur he biswax Kori lobo lage.....moi nijeu 15 bosoriya suwali .....kintu science k prothom biswax kru....teur hoitu beleg swasthya jonito karonot ene hoise....🙏🏻🙏🏻 Beya napabo kuneu kintu moi ji bujisu hei kotha khini he koisu
@@surjitkamaldas5599akdom right anei kunubai al bal mari thakile nohob ajoni 13 bosoriya suwaliye jani buji aibur nokore jsi sri kishna radhe radhe
@@Nyzeex-007 dhanyabad ....
Krishna...
বিজ্ঞানে কেতিয়াও অনন্ত কোটি ব্ৰহ্মাণ্ড ঢুকি পাব নোৱাৰে অথচ সীমিত আৰু নিম্ন মানসিকতাৰে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ৰচক জনৰ মহিমা বুজি পোৱাটো বহুটো শিক্ষিত লোকৰ বাবে দূৰৰ কথা 😂😏 jai shree Krishna
He hori Krishna... Tumak hotokuti pronam provu...ei dhoraloi tumar agomon ati proyujon...
❤❤❤❤❤ji sir কৃষ্ণ ❤❤❤❤
Swaruprani Doley. Radhe Krishna Radhe krishna Radhe Radhe Radhe 🙏🙏🙏
Ei prithibit bhogamun ase jodihey apunalukey bisahkhor moneyre ba sakure sai hodai apunakai hohai koribo,, Jai shree Krishna,, har har Mahadev
Krishno 🙏
"Jai guru Sankar" Jai Sri Krishna" 2.12.2023.
ভাওনা নাইবা ৰাস অনুষ্ঠান বোৰত ডক্তৰ ৰাখিব লাগে।
জীৱিত অৱস্থাত লৈগলেও ডক্টৰে কিয় কয় সময় শেষ ।কাৰণ কি? বহু ডক্টৰে মংগল বাৰে বগলা, কামাখ্যাত পূজা কৰিব যায় কাৰণ কি? ডক্টৰ পঢ়া কিতাপবোৰ ক'ৰ পৰা উলিয়াইছে।
প্ৰভুৰ কৃপা দৃষ্টি সকলোতে বৰ্তি থাকক🙏🙏
জয় শ্ৰী কৃষ্ণ ❤️🙏🙏🙏🌿🌼🌺
যৱতী গৰাকী অতি পবিত্ৰ মনৰ , সেইবাবেহে কৃষ্ণ প্ৰভুই তাইৰ ওপৰত কৃপা কৰিছে । ইয়াকে,, লৈ কিছুমানে তুলুঙা মন্তব্য কৰিছে , যেনে মালাডাল ছিঙি দিয়া গুছি যাৱ । ক'ত গুচি যাব ? ভগৱান দেখোন সকলোতে বিৰাজমান। এনে ধৰনৰ ঈশ্বৰৰ মহিমা বূজা জনেহে বুজে । নুবুজাই অনন্ত কাললৈ নুবুজাকৈয়ে থাকি যায় আৰু দৈৱ শক্তিৰ প্ৰতি বিৰূপ মনোভাৱেৰে নিজৰ অমূল্য জীৱন নষ্ট কৰে । শেষত নিষ্ঠুৰ মনোভাৱ পৰিহাৰ কৰি ভগৱন্তৰ শ্ৰী চৰণত মন দি ভক্তিৰ বন্তিজ্বলাই মানৱ জীৱন সফল কৰাহে সকলোৰে কামনা হোৱা উচিত ।
Vaii Vogobank amio Mano kintu iman vogoban karubar body ahi pabo xeito impossible... 2023 hoi iman Science agbarhil kintu tumalokr mental cinta agnabarhil... Chandrayan goi candra pale.. Alop cinta dhara bur change kora.. aiburr babe amar India agbarhibo pora nai...... Suwali jonik Doctor rk dekhuwa Saba vall hoi jabo..tair Mental kiba problem hb pare ba Nervous hoise sage....
apuni hoitu gm napai kintu ane ghotona protibosore rax t ghote . aya kunu bhagawan lombha nhoi aye otimatra light r effect , khul tal r xobdo , aru body temperature barhi jua nasi nasi ane kisu factor r karone vau lua gorakir delusion hoi jai . jak science r bhaxat grandiose delusion buli koi . xokolure nhoi kisuman r logot ane hoi .[juar bar amar gaon t xonkhosur lua gorakir anekua same condition hoisil teu r sge mon pobitra nasil😂😂]
@@jagritmousambora690 yes
Really nice
Jai shree Krishna🕉️🌺💐🌺💐🌺💐🌺💐🌺 🙏🙏🙏
কৃষ্ণ প্ৰভু তোমাৰ চৰণত শত কোটি প্ৰণান 🙏🙏🙏🙏
Krishna probu hkluke kripa kriba 🙏🙏🙏🌼
কৃষ্ণ প্ৰভু❤🙏
জয় শ্ৰী কৃষ্ণ 🙏🙏
Krishna bhogoban 🙏🙏🙏🙏
Jai Shree Krishna 🙏🙏
God bless to all. Shri Shri Krishna.
❤❤Krisna🙏🙏
Jai Shri Krishna
কৃষ্ণ প্ৰভু দয়াময় ❤️
Krishna provu kripa kora
Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Prabhu akak ashibad kariba
Jai shree Krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ হে বুলিলো । বাতৰিতো পাইছিলো ।❤❤❤
Joy. Shree Krisha
Prabhu pranam🙏🙏🙏Angi bhongi bur eman xundor,,kiba ata belag 🙏🙏
Jay Shri Radhe - Shyam