সাক্ষাৎকাৰ(02) ভাগৱত আচাৰ্য বঁটা লাভ কৰা ৰুদ্ৰ কান্ত বৰা ৰ সৈতে

Поделиться
HTML-код
  • Опубликовано: 28 дек 2024

Комментарии • 190

  • @amulyabora-8277
    @amulyabora-8277 3 месяца назад +7

    কৃষ্ণ,এনেদৰে অমৃত বিলাই থাকক । পাপীৰ নিন্দাত কান নিদিব।

  • @bijoykonwar3791
    @bijoykonwar3791 3 месяца назад +5

    কৃষ্ণ। জয়জয়তে, মোৰ পৰম সখা শ্ৰীযুত ৰুদ্ৰ কান্ত বৰা বাপ জনালৈ সশ্ৰদ্ধ প্ৰণাম জ্ঞাপন কৰিছো । বাপ জনাৰ শ্ৰী মুখেৰে নিগৰিত অমৃতময় কৃষ্ণৰ গুণানুকীৰ্তন আৰু ৰস পূৰ্ণ বাখ্যা পান কৰিবলৈ পায় পৰম কৃতাৰ্থ হলো।

  • @AnilTantibhagawat
    @AnilTantibhagawat 3 месяца назад +6

    কৃষ্ণ প্ৰভু ভগৱন্তই দুয়োক কৃপাকৰেযেন ❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉😂❤❤❤🎉🎉🎉🎉🎉🎉 সুন্দৰ নিদৰ্শন সত্য কথা প্ৰচাৰ হৈছে?

    • @asomiaasom6008
      @asomiaasom6008 3 месяца назад +3

      দুয়োকে কৃষ্ণ শংকৰ মাধৱে নিন্দাবাদ পাপত লিপ্ত কৰাই নৰকত গতি দি কৃপা কৰিব চিন্তা নকৰাবা তাতী বাপ ।

    • @Tapanborah-w2f
      @Tapanborah-w2f 3 месяца назад +1

      ​@@asomiaasom6008শগুনৰ শাওঁত বুঢ়া‌ ভকত নমৰে । বুজিলে বাপ

    • @asomiaasom6008
      @asomiaasom6008 3 месяца назад +2

      ​​@@Tapanborah-w2fমই কোৱা নাই শাও দিয়া নাই শাস্ত্ৰই শাও অভিশাপ দিছে ।শাস্ত্ৰই দিয়া শাপ ঈশ্বৰে দিয়া শাপ অথলে নাযায়।

    • @RajbongshiBorah
      @RajbongshiBorah 3 месяца назад +1

      ​@@asomiaasom6008 পিছে দুয়োজনকে বুলি যে সম্বোধন কৰিলে, তাত সাক্ষাৎকাৰ লোৱাজনৰ কি ৰোল আছিল, আপোনাৰ দুয়োজন বুলি কৈ নিন্দা বাদ কৰাটো উচিত হ'ল যানো....?

    • @gogoisurajit044
      @gogoisurajit044 3 месяца назад

      ​@RajbongshiBorahai hokol gyan hin kio lagi thake. Teu lukor kothat uttar napale teulukor hobdo teu logote thakibo. Uttor di hobdo podukhon nokorai val.

  • @rupalibaruah3643
    @rupalibaruah3643 3 месяца назад +5

    কৃষ্ণ বাপ দুজনালৈ সেৱা জনালো।শাস্ত্ৰ ক লৈ বিতৰ্ক কৰা সকলক ভগবানে সুমতি দিয়ক।

  • @pratyushprabhashborah1230
    @pratyushprabhashborah1230 3 месяца назад +5

    Om Namo Bhagwate Vasu Devaya 🕉️🙏 Joy Shree Krishna 🙏

  • @JonaliNishita
    @JonaliNishita 2 месяца назад +2

    কৃষ্ণ বাপ আপোনাক ভক্তি ভৰা সেৱা আগবঢ়ায় চো। আপোনাৰ সুন্দৰ বাখ্যা ত আপ্লুত হৈছো 🙏🙏🙏🙏

  • @robingogoi5983
    @robingogoi5983 3 месяца назад +3

    কৃষ্ণ বাপ সেৱা জনালোঁ। সুন্দৰ ব্যাখ্যা আগবঢ়ালে । ভকতৰ মনোবাঞ্চা পূৰ্ণ কৰিছে আৰু অভক্ত জনৰো জ্ঞান লাভ হৈছে বুলি ভাবিছোঁ।

  • @ashimaborah1640
    @ashimaborah1640 3 месяца назад +16

    Ji xokole krishna sestha nohoi buli koise Bhagowat sastra khn mayabi buli koise sreemanta Sangkardevk ru Madhob devk ninda korise hei xokol mohapondite Rudra kanta Borah bapk ninda koratu aku asorit nohoi Apuni heixokl xoymbhur kotha kan napatib Apunr montybo Agbohai jauk karon heixokle Dr. Bhupen Hazarika debr Songkore xise namor kothia geet u xunar proujon ase nohole nijei adin pahori thakib teu kun ? Dharmik ru aatmik duta beleg bostu bujiboloi jonta kork Ganor puhor bilauk Dhormk bepar nokorib 🙏🙏🙏🙏

    • @gogoisurajit044
      @gogoisurajit044 3 месяца назад +1

      Hoto hoto bar pronam krishna sankaro guru. Ekmot.

  • @lrkhataniyar9136
    @lrkhataniyar9136 3 месяца назад +1

    কৃষ্ণ কৃষ্ণ বাপ" শুনি পৰম আনন্দ লভিলো। আপোনালৈ ভক্তি ভৰা সেৱা নিবেদিলো-কৃষ্ণ

  • @utpalkrgogoi7430
    @utpalkrgogoi7430 3 месяца назад +1

    খুব সুন্দৰ,,,, আগলৈও আশা কৰা হৈছে,, কৃষ্ণ।

  • @RajbongshiBorah
    @RajbongshiBorah 3 месяца назад +3

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏 সচাকৈয়ে আমাৰ বোধেৰে অতি সময় উপযুক্ত হৈছে। ৰুদ্ৰ কান্ত বৰা বাপজনাক প্ৰণাম। আপোনাৰ আগৰ সাক্ষাৎকাৰ চাই ভাল লাগিল। শঙ্কৰ গুৰু আৰু শ্ৰী কৃষ্ণক নুবুজা সকলে যি comment দিয়ে, দিবলৈ দিয়ক। ঈশ্বৰ অভয় চৰণত আশ্ৰয় লোৱা পাছত একো কথাতে ভয় নকৰিব। তদুপৰি আপুনি উপযুক্ত সঙ্গ (sriborah) লাভ কৰিছে।🙏🙏🙏
    কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏🙏 দুয়োজনকে শ্ৰদ্ধাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏

  • @Jmahanta644
    @Jmahanta644 3 месяца назад +10

    চন্দ্ৰমোহন শৈৱই ব্যাসদেৱে যিবিলাক শাস্ত্ৰ প্ৰনয়ন কৰি মতিভ্ৰম হৈছিল সেই শাস্ত্ৰ বিলাকৰ যুক্তি বোৰ আগবঢ়াই। তেখেতে ভাগৱত ভাগ অধ্যয়ন কৰা নাই। আনকি গীতা শাস্ত্ৰ খনকেই ভালদৰে পঢ়া নাই। পড়া হলে নিশ্চয় সস্তীয়া যুক্তি বোৰ নিদিলেহেতেন। বৈষ্ণৱ সকলে কৃষ্ণক শ্ৰেষ্ঠ তা দিয়াত তেখেতৰ ইমান আপত্তি আৰু ভয় খাইছে কিয় জানো। কৃষ্ণ কৃষ্ণ।

    • @asomiaasom6008
      @asomiaasom6008 3 месяца назад +2

      চন্দ্ৰমোহন শৈৱৰ যুক্তি খণ্ডন কৰিব পৰা এজনো নাই শংকৰী শিষ্য ।এজন শংকৰী একশৰণীয়াই চন্দ্ৰমোহন শৈৱৰ যুক্তি শাস্ত্ৰৰ যুক্তিৰে খণ্ডন কৰিব নোৱাৰে ।চন্দ্ৰমোহন শৈৱ প্ৰভুৱে সকল শাস্ত্ৰ বেদ পুৰাণ গীতা ভাগৱতৰ শুদ্ধ শ্লোক দেখুৱাই কত কি কৈছে দেখুৱাই যুক্তি দিছে ।ভাগৱ মাজা আৰু ভক্তিধৰ্ম যুক্ত কৰি লিখা গ্ৰন্থ ভাগৱতে ১মস্কন্ধৰ প্ৰথমতে পৰিচয় দিছে ।গতিকে ভাগৱতৰ মায়াময় পদে বেদ সোতৰপুৰাণক ভুল প্ৰমাণ কৰিব নোৱাৰে ।নাৰায়ণ মুখে প্ৰকাশ চাৰিশ্লোকৰ ভাগৱতত কল্পকাহিনী বিকৃত উপদেশ নাই ।

    • @RajbongshiBorah
      @RajbongshiBorah 3 месяца назад +2

      হয়নে। কাঠে কাঠে পৰা নাই যে। আন নালাগে সাক্ষাৎকাৰ অনুষ্ঠানত গৈ কিছু কথা আলোচনা কৰক। তেতিয়া হে গম পাম। খবৰ পোৱা মতে সাক্ষাৎকাৰ অনুষ্ঠানলৈ আমন্ত্ৰনো দিছে বোলে। পিছে যোৱা হে নাই কিয়....?

    • @pranabdas7121
      @pranabdas7121 Месяц назад

      @@asomiaasom6008 চন্দ্ৰ মোহন শৈৱৰ জ্ঞানৰ অভাৱ,,আচল কথা তেখেতে পুৰাণৰ মাজৰ দুই লাইন কয় ওপৰৰ লাইন তলৰ লাইন দুটা নকয়,,আচল তথ্য ওলাই পৰিব আৰু পৰিয়াল লঘোন থাকিব,,আপোনাৰ চুবুৰীয়া ,,সৰুকালৰ পৰাই অভদ্ৰ আছিল,,আমিবোৰ এতিয়া শংকৰদেৱৰ ধৰ্ম গ্ৰহণ কৰিছো,,

    • @asomiaasom6008
      @asomiaasom6008 11 дней назад

      ​@@pranabdas7121তইটো বাদেই শংকৰী বৈষ্ণৱ এজনো নাই চন্দ্ৰমোহন শৈৱৰ লগত যুক্তি দি যুক্তি তৰ্ক কৰিবলৈ ।তই কোন কুটা ?

  • @NabinKachari
    @NabinKachari Месяц назад +1

    বহুত বহুত সুন্দৰ উপস্থাপন কৰিলে দুয়ো জনা বাপলৈ শতকৌটি প্রণাম কৃষ্ণ🙏🙏🙏🙏

    • @hamendas7037
      @hamendas7037 Месяц назад

      বৈষ্ণৱ শ্ৰেষ্ঠ নে ভকত শ্ৰেষ্ঠ আমাক জনাব‌ বাপ ।
      হেমেন দাস।শিৱসাগৰ।

    • @NabinKachari
      @NabinKachari Месяц назад

      @hamendas7037 আমাৰ ফালৰপৰা ভকত ভৱা হৈছে🙏🙏

  • @sunalideka1524
    @sunalideka1524 2 месяца назад +4

    হঠাৎ আবিভাৱ হোৱা এজন বৈষৱ ৰ ভাগৱত বাকা অতি অবান্তৰ এনে লোকৰ পৰাই সচা সংস্কাৰ হোৱাত বাধা হৈ আহিছে ।

  • @GCNath-ed7im
    @GCNath-ed7im 20 дней назад

    ধৰ্ম আহিছে ধৃ ধাতুৰ পৰা পাৰিলে তাৰেই বিশ্লেষণ কৰক চোন,ভাগৱতৰ কথা মতেহে কৈছো দেই

  • @SagarVidya-o3x
    @SagarVidya-o3x 3 месяца назад +3

    বহুত বহুত ভাল লাগিল আগলৈ আমাক এই দৰে কই গিয়ান দিব বোলি আসাৰ থাকিল কৃষ্ণ কৃষ্ণ কৃষ্ণ মোৰ এইবোৰ কথা সোনিলে কিয় বহুত দোস লাগে আপোনি কাৰন কব ছোন কেতিয়াবা ❤❤❤❤

  • @liladas1146
    @liladas1146 17 дней назад +1

    এইজন নিশ্চয় শংকৰ সংঘৰ সেৱক ৷কপটীয়া পন্হা ৷ইহঁতে কাম নকৰাকৈ খাবলৈ শিকায় ৷কোনোবাই লিখা মুখস্হ মাতে ৷নিজাববীয়া একো নাই ৷ঈশ্বৰযে নিৰাকাৰী এওঁ নেজানে ৷নাম শব্দৰ অৰ্থই নেজানে ৷এওঁৰ গাত কলি লাগি আছে ৷এইবোৰ অকৰ্মী মানুহ ৷এজন প্ৰকাণ্ড চোৰ ৷এবাৰ কৰ্ম কৰিব লাগে বুলি কয় ৷এবাৰ কৰ্মক নিন্দা কৰে ৷অভদ্ৰটো ৷নাজানি পেকপেকাই থাকে ৷শংকৰ সংঘই মদ নহ’লে চলিব নোৱাৰে ৷

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 3 месяца назад +3

    ভকত নিন্দা ভগবানৰ নিন্দা একেই কৃষ্ণ

    • @PrahladDas-cw2hh
      @PrahladDas-cw2hh 3 месяца назад +2

      তাৰ আগতে ভকত কাক বোলে আৰু ভকত কিদৰে হয় নিশ্চয় জানিব লাগিব।

  • @anjalidas4572
    @anjalidas4572 3 месяца назад +3

    কৃষ্ণ 🙏 হয় বাপজনাই উচিত কথা কৈছে অধ্যয়ন নকৰাকৈ কোনো কথা কব নালাগে। যুগ ধৰ্ম মতে চলিবলৈ চেষ্টা কৰক ঈশ্বৰে সুমতি দিয়ক । কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

    • @asomiaasom6008
      @asomiaasom6008 3 месяца назад

      মায়াশাস্ত্ৰৰ যুগধৰ্মৰ গ্ৰহণযোগ্যতা নাই ।যুগ ধৰ্ম ভুল বুলি ভাগৱতত বৰ্ণিত কাহিনীয়ে প্ৰমাণ কৰি থৈছে ।

  • @BhaneswarPangging
    @BhaneswarPangging 24 дня назад

    Very good

  • @monisha_rongpur
    @monisha_rongpur 3 месяца назад +1

    Bor hundor prasesta.Ami bohu kotha buji paisu apunar pora

  • @PrahladDas-cw2hh
    @PrahladDas-cw2hh 3 месяца назад +5

    ধৰ্মৰ অৰ্থ এটাই - ধাৰণাৎ ধৰ্মম উচ্যতে। অৰ্থাৎ গুৰু বাক্য পালন বা ধাৰণ কৰাকে ধৰ্ম বোলে। সদগুৰু ৰামৰ বাক্য পালন কৰি হনুমানে ধৰ্ম লাভ কৰিছিল । একেদৰে কৃষ্ণৰ বাক্য পালন কৰি উদ্ধৱ বিদুৰে ধৰ্ম লাভ কৰিছিল। সদগুৰু শঙ্কৰদেৱৰ বাক্য পালন কৰি মাধৱদেৱে ধৰ্ম লাভ কৰিছিল । ৰাম নাম কৃষ্ণ নাম কোনে দিব পাৰে। যাৰ সদগুৰু নাই, তেওঁ ধৰ্মৰ সূত্ৰ পাব কৰ পৰা ?

    • @asomiaasom6008
      @asomiaasom6008 3 месяца назад +1

      শংকৰদেৱৰ গুৰু কোন ?শংকৰদেৱৰ গুৰুজনৰ নাম পৰিচয় জনাবচোন ।

    • @PrahladDas-cw2hh
      @PrahladDas-cw2hh 3 месяца назад +1

      সদগুৰুৰ অৰ্থ চৈতন্য গুৰু অৰ্থাৎ স্বয়ম্ভূ গুৰু। স্বয়ম্ভূ গুৰুৰ লোকাচাৰ মতে আক্ষৰিক জ্ঞান দিয়া গুৰু থাকে যদি শৰণদাতা গুৰু কোনো নাই । উদাহৰণ স্বৰূপে ৰাম, কৃষ্ণ, হজৰত, যীচূ আদিৰ কোনো শৰণ দাতা গুৰু নাই । এইক্ষেত্ৰত শঙ্কৰদেৱ সদগুৰু কিন্তু মাধৱদেৱ সদগুৰু নহয়, তেওঁ ভক্ত গুৰুহে । এনে ক্ষেত্ৰত শঙ্কৰদেৱেক জগত গুৰু বুলি কোৱা হয় কিন্তু মাধলদেৱক জগত গুৰু বুলি কোনে কিয় কয় তাৰ কোনো আগ গুৰি নাই। হে​@@asomiaasom6008

    • @gogoisurajit044
      @gogoisurajit044 3 месяца назад

      ​@@asomiaasom6008 ji jon guru ru guru teu agotei porisoi dise kobita likhi, jitu hadharon manuhor kolponatit. Ji jonok guru hoi mahendra kandoli deve, " Dev" upadhi dibo loga hol, aru hai jonor guru bisari tulona korise. Dhik apuna hobor gyanok. Ji 14 hastro 17 puranei byakhor bhul bokhot rosona hol, hai hastro logot bhagawat hastrok tulona korise. Dhik apuna hobor gyanok.. moti vrom hoise homostro hastro tatto paboloi. Eta kotha hoityo je tiniu jonei eswar, homostro dev devotai amar pujoniyo, tar birudh guru jonaiu kora nai, matro parthona jonai se homostro dev devor mulot parthona korok hokolue pabo.

    • @gogoisurajit044
      @gogoisurajit044 3 месяца назад

      ​@@PrahladDas-cw2hhpronam. Okhyoy gyan. Joy amar guru, sankor guru joy.

    • @asomiaasom6008
      @asomiaasom6008 3 месяца назад +1

      ​​@@gogoisurajit044অই মুৰ্খ শংকৰদেৱ এজন অসমীয়া মানুহ ।এজন মানুহ হিচাপে উপজিলে তেওঁক গুৰুৰ প্ৰয়োজন ।শংকৰদেৱ অসমততজন্মা এজন অসমীয়া মানুহ গতিকে তেওঁ মানুহ হিচাপে তেওঁ গুৰু ভজিবই লাগিব এয়া প্ৰকৃতিৰ নিয়ম ।বিষ্ণুৰ অৱতাৰ পৰশুৰামৰ গুৰু পৰম ব্ৰহ্ম শিৱ মহাদেৱ ,ৰামৰ গুৰু বশিষ্ঠ ,ধ্ৰুৱৰ গুৰু সন্নাসী বেসী নাৰদ ,কৃষ্ণৰ গুৰু উপমন্যু ঋষি ,তেওঁলোকেই গুৰু ভজিছিল শংকৰদেৱে গুৰু নভজিলে নহব গুৰু লাগিবই ।গুৰু বিহীন ধৰ্ম অধৰ্মৰ তুল্য ।

  • @muninoza4944
    @muninoza4944 3 месяца назад +1

    বৰা বাপ সুৰ এৰক আবৃত্তিৰে কৈ যাওক তেতিয়া বেছি ভাল লাগিব । কৃষ্ণ। জয় গুৰু শ্ৰীমন্ত শঙ্কৰ।

  • @dilipbaruah1655
    @dilipbaruah1655 3 месяца назад +2

    কৃষ্ণ🙏কৃষ্ণ🙏বাপ

  • @mohannath2757
    @mohannath2757 Месяц назад +3

    ধৰ্ম মানেই হল ধাৰণ কৰা । কি ধাৰণ কৰিব? সদগুণ ধাৰণ কৰা, যেনে দয়া, ক্ষমা, অনাহকত নিজকে পন্ডিত বুলি ভাবি আনক মনকষ্ট নিদিয়া এনেবোৰ লোকক ধাৰ্মিক বুলি কয়। আনহাতে যিসকলে পৰনিন্দা, কাম-ক্ৰোধ, অহংকাৰ আদি আচৰণ কৰে তেওঁ লোক অধৰ্মী।যাৰ চিত্ত শুদ্ধ তেওঁই ধাৰ্মীক। তেওঁ যি সম্প্ৰদায়ৰে নহওক ভাগ-ভাগ কৰা ভুল। উদাহৰণ স্বৰুপে জুই জ্বলে আৰু আনকো জ্বলায় এইয়া জুইৰ ধৰ্ম। কোনে কব শঙ্কৰী জুই বেলেগ আৰু অশঙ্কৰীৰ জুই একে হব নোৱাৰে? আকৌ ক্ৰোধে প্ৰথমে নিজক জ্বলায় তাৰ পিছত আনোকো জ্বলায়, এয়া ক্ৰোধৰ ধৰ্ম, ইয়াক ভাগ -ভাগ কৰি চাব পাৰিব? গতিকে কোনে কেনেকৈ প্ৰকৃত ধৰ্ম কি? আৰু কোনজন প্ৰকৃত ধাৰ্মীক হব পাৰিছে সেয়াই আচল কথা। ধন্যবাদ------

    • @Mridul_Hazarika.
      @Mridul_Hazarika. Месяц назад +1

      প্ৰকৃত আৰু শুদ্ধ বক্তব্য ডাঙি ধৰিছে। আলোচনা কৰা কেইজনে ধৰ্মৰ প্ৰকৃত তাৎপৰ্য নজনাৰ দৰেই লাগিল।

    • @mohannath2757
      @mohannath2757 Месяц назад +1

      মৃদুল হাজৰিকা, আপুনি সত্যক অনুভব কৰিব পাৰিছে। যিজনে অন্ধ শ্ৰদ্ধা বা অন্ধ বিশ্বাসৰ বলি নহয়, নিজ অনুভুতিৰ দ্বাৰা সত্যক বুজিব পাৰে, সেই জনেহে সত্যৰ সন্ধান কৰিব পাৰে। তাৰ বাবে আপোনাক ধন্যবাদ-------

    • @Mridul_Hazarika.
      @Mridul_Hazarika. Месяц назад

      কৃষ্ণ।আত্মাৰ মিলন হওক্।

  • @dimbeswari_patar
    @dimbeswari_patar 2 месяца назад +1

    Krishna. Krishna. Krishna. 🙏🙏🙏🙏

  • @RatulGayon
    @RatulGayon 3 месяца назад

    বৰা প্ৰভূ জনা দূৰৈৰ পৰাই আপোনাৰ শ্ৰীচৰণত সেৱা ধৰিলো লগতে আপোনাৰ মংগল কামনা কৰিলো। কৃষ্ণ।

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 3 месяца назад +1

    কৃষ্ণ ক পুজিলে পুজা সমষ্ট ৰে হয় ভাগৱত
    জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ

  • @ChandanPhukon-s8w
    @ChandanPhukon-s8w 3 месяца назад +2

    Tekhotr vangoni khini huni val lagile...Krishna,Krishna, krishno..

  • @ChandanPhukon-s8w
    @ChandanPhukon-s8w 3 месяца назад +1

    Val manuha manuhok murkkha buli nokoi Krishna Krishna Krishna krishna❤❤❤

  • @daisyrabha2343
    @daisyrabha2343 3 месяца назад

    Krishna Krishna prabhu bhakti bhara sewa janaiso Krishna 🙏♥oti xundor🙏🙏🙏🙏

  • @bijoyjyotinath1508
    @bijoyjyotinath1508 3 месяца назад +2

    সত্যই ধৰ্ম অসত্যই অসত্যই অধৰ্ম

  • @KhagenchDeka-g7u
    @KhagenchDeka-g7u Месяц назад

    বহু ত ভাল লাগিছে

  • @akhilgogoi1869
    @akhilgogoi1869 2 месяца назад

    Bhout bhout bhal lagil Krishna Krishna

  • @jintidas6948
    @jintidas6948 3 месяца назад

    ৰাম হৰি বহুত ভাল লাগিল ।

  • @apurbakumartalukdar7959
    @apurbakumartalukdar7959 3 месяца назад +1

    যুক্তিপূৰ্ণ ব্যাখ্যা । একশৰণ বিৰোধীয়ে যন্ত্ৰণা পাব

  • @binudgogoi7164
    @binudgogoi7164 3 месяца назад +1

    Krishna madhabo ❤❤❤❤

  • @ChitraranjanHandique
    @ChitraranjanHandique 2 месяца назад +1

    Krishna krishna krishna

  • @bitulphukan6914
    @bitulphukan6914 3 месяца назад +1

    শংকৰদেৱ গুৰুজনাৰ যিসকল বিৰোধী সেই সকলেই হল এক হৰণৰ বিৰোধী |

    • @asomiaasom6008
      @asomiaasom6008 11 дней назад

      তোৰ গুৰু শংকৰদেৱ পৰনিন্দাবাদী । শংকৰদেৱে দেৱ দেৱীক নিন্দা ঘৃণা হেয়জ্ঞান অবজ্ঞা কৰিবলৈ তহতক জ্ঞান উপদেশ দি গৈছে সেয়ে নান্দাবাদী গুৰু শংকৰদেৱ ।

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 3 месяца назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ দুয়ো জনা বাপলৈ ভক্তি ভৰা সেৱা নিবেদন কৰিছো কৃষ্ণ
    জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ

  • @JunmoniDevi-ko4iu
    @JunmoniDevi-ko4iu 25 дней назад

    বৰা দেৱ,জুই জ্বলোৱা টো সহজ নুমোৱাটো টান। আৰু অধ্যয়ন কৰক।

  • @ulupidas-nr6yz
    @ulupidas-nr6yz 3 месяца назад +1

    কৃষ্ণ কৃষ্ণ সেৱা জনালো

  • @DevaChutia-oe1pq
    @DevaChutia-oe1pq 3 месяца назад +1

    Krishna Krishna bap Jana aagaloi aaru asa karilu.

  • @badankalita8363
    @badankalita8363 3 месяца назад +1

    সততাৰে কাম কৰি ঈশ্বৰৰ নাম সেই প্রকৃততে ধম বুলিব পাৰি।।

  • @ritamoni3934
    @ritamoni3934 2 месяца назад +1

    প্ৰশ্ন খিনি উত্তৰ,স্পট হোৱা নাই,, বাগৰি বাগৰি গুচি যায়

  • @munmigogoi2377
    @munmigogoi2377 3 месяца назад

    Krishna bap Ishor bor hundor bakhya

  • @ProbinaSonowal-h3t
    @ProbinaSonowal-h3t 3 месяца назад +1

    Thanks

  • @IndraKantaLaskar-g1c
    @IndraKantaLaskar-g1c 3 месяца назад +1

    নাজা নুহো আৱাহন নজনুহো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিনচিত। এতে কে পৰমেশ্বৰ দাস ভৈলোঁ চৰণ ত ।মোৰ গতি মাধৱ গুৰুৱে কলে লিখিলে কী আৰু অকথকী হৈ সনাতন জ্ঞান ৰ অজ্ঞ নিন্দা বাণী কলা আখৰে জিলিকিল।মিছা কথা পঞ্চমত ভাগৱত লিখা আছে 18 নং ত লিখা ভাগৱত কটু লিখা দেখা নাযায়।ব্যাস ক কৰিলা শাখা ভেদ চাৰিও বেদৰ বলি বিধান শ্ৰুতি সুকীয়া শাখা।18 পূৰাণ মহাভাৰত ভল কোৱা নাই।।কথাৰ সিন্ধু মূচি গৰোল পান কৰাব পাৰিব অজ্ঞ ক।।ভাৰত বৰ্ষত যি নি য় ম সনাতন চলি থাকিব।।দুয়ো জনৰ ভল শুদ্ধ আছে খাটাং।।

  • @ProbinaSonowal-h3t
    @ProbinaSonowal-h3t 3 месяца назад +1

    Good

  • @ANILSARMA-g9y
    @ANILSARMA-g9y 23 дня назад

    ই থেলা পাই লাইন সলাইছে দেখোন

  • @arabindaborah5976
    @arabindaborah5976 2 месяца назад +1

    গুৰুজনে প্ৰচাৰ কৰা ধৰ্ম একশৰণ শনাতন ধৰ্ম

  • @RomenboruahRomenboruah
    @RomenboruahRomenboruah 3 месяца назад +1

    আপোনাক এটি নিবেদন জনাব বিচাৰিছো ।চন্দ্ৰমোহন শৈবৰ উত্তৰ দিবলৈ প্ৰমোদ শইকীয়া বাপক মাতক।

    • @nirjurajgogoi319
      @nirjurajgogoi319 3 месяца назад +1

      শুই থকা লোকক জগাব পাৰি কিন্তু ভেকছন ধৰি শুই থকা সকলক জগাব নোৱাৰি। তদুপৰি কুকুৰৰ নেজ বাঁহৰ চুঙাত যুগ যুগ ধৰি ভৰাই থলেও কেতিয়াও পোন নহয় ।

    • @asomiaasom6008
      @asomiaasom6008 3 месяца назад +1

      ​@@nirjurajgogoi319হয় ঠিকেই কৈছা কুকুৰৰ নেজ চুঙাত ভৰাই থলেও চিধা নোহোৱাৰ দৰে চন্দ্ৰমোহন শৈৱ প্ৰভুই যি দৰে আন পুৰাণ গীতা ভাগৱতৰ শ্লোক পদ দেখুৱাই শুদ্ধ সত্য অৰ্থ তত্ব উল্লেখ কৰি দেখুৱাই শাস্ত্ৰৰ শ্লোকেৰেই প্ৰমাণ কৰি দি খণ্ডন কৰাৰ পিচতো একাংশই শাস্ত্ৰৰ মতক নামানে তাক কেনে মায়াই ধৰি আছে ভাবিলেতআচৰিত লাগে ।

    • @gogoisurajit044
      @gogoisurajit044 3 месяца назад +1

      ​@@asomiaasom6008din ahibo, hunkale, dhoijyo dhorok. Matto tetiya falori nakatile hol.

  • @JintuMedhi-vb3hj
    @JintuMedhi-vb3hj 3 месяца назад

    Shree krishnaya Namah 🙏🏻

  • @IndraKantaLaskar-g1c
    @IndraKantaLaskar-g1c Месяц назад +1

    2no। দুই জনৰ ভুল কিছু নহয়। শিৱ শব্দৰ অৰ্থ দুই জনে নাজানে।। শীি শব্দে না শিৱ পাপ ব শৱদে মুকো তি দায়ক।কৃষ্ণক সকলোৱে বহু হাজাৰ বছৰ ধৰি কৰি আহিছে।যেন এও লোক হে বিদগ্ধ। গৰুটো অধম কোন নিজে সোধক ।ভকত নিদক নাম অপৰাধী।।পা স ন্ড মৰ্দন এওঁলোকে অনভিজ্ঞ।বদৰীকা লৈ উদ্ধ ব ক কিয় কলে।।অসমত বেছি জপিয়াব নালাগে।শিৱ নিন্দা কৰি ফাকী দাৰি কিয়।।।। Come to kampur meet me with either TV .

  • @alishapeyang8436
    @alishapeyang8436 3 месяца назад

    বাপজন এক নামৰ তাত্‍পৰ্য জানিব বিচাৰো কাৰন নাম ঘোষাত কৈছে এই নামে নাম নহয় আৰো আছে কাছে krishno অপৰাধ বিনাশন👏👏👏

  • @BodhenBorah
    @BodhenBorah 3 месяца назад +2

    যি জন ভকতক বিষ্ণু ৰুপে , ৰাম ৰুপে আৰু কৃষ্ণ ৰুপে পুজিছিল ৷সেই জন ভকত ক এখন দুখন শাস্ত্ৰ অধ্যয়ন কৰি মই অল্পমতিয়ে কি বুজিম ৷

    • @jayantas834
      @jayantas834 3 месяца назад +1

      হৰ হৰ মহাদেৱ ৷কৃষ্ণ ৷ জয় শিৱ শংকৰ ৷

    • @asomiaasom6008
      @asomiaasom6008 3 месяца назад +2

      হয় বাপ আপুনি সঁচা কথা কৈছে ।যি শিৱক বিষ্ণু ভক্ত ভকত বুলি কৈ আত্মতুষ্টি লভে সে ভকত শিৱক বিষ্ণু ,বিষ্ণু অৱতাৰ পৰশুৰাম ,ৰাম ,কৃষ্ণ ,অৰ্জুন ,সকল ঋষি মুনিয়ে ভজিছিল পূজিছিল সেইজন শিৱৰ মহিমা কি বুজিব বিকৃত ভাগৱত কীৰ্তনঘোষা নামঘোষা পঢ়ি ? ওঁম শিৱায় নম ।ঔঁ🙏

    • @pranabdas7121
      @pranabdas7121 2 месяца назад +2

      ​@@asomiaasom6008মহাশয় আপুনি যিদৰে মেদ যোৱা ঔষধ সেৱন নকৰে ঠিক তেনেদৰেই যি কালত যি ধৰ্ম,, মোৰ পিতৃদেৱ এ কৰ্ম্ম কান্দ কৰিছিল,,মোৰ ককাৰ শ্ৰাদ্ধ দেখিলো ,,কেৱল মাত্ৰ বামুণক টোপোলা নিয়া দেখিলো, আমাৰ অৱস্থা ভাল নাছিল,,চুবুৰীয়াৰ সহযোগত দেউতাই এইবোৰ কৰিছিল, .মই শেষত দেউতাক সুধিলো,,বামুণে শ্ৰাদ্ধ ত কি কৈছিল,,দেউতাই কৈছিল বুজি পোৱা নাছিল,,সাংস্কৃতিত কৈছিল,, মই সুধিলো। মই ভাত খালে আপোনাৰ পেট ভৰিব নেকি দেউতাই নভৰে বুলি কলে ,,বামুণে শ্ৰাদ্ধ কৰিলে আমাৰ কি লাভ হব,,দেউতাই দবিয়ালে ,কেইদিন মানৰ পাছত একে প্ৰশ্ন বামুণ কেইজন ক সুধিলো,,তেওলোকে মোক উত্তৰ নিদি পুৰাণৰ কথা পূজা পদ্ধতিৰ কথা কৈছিল,,কিন্ত মই পুজাৰ ঘিউ বিশুদ্ধ তাৰ ওপৰত প্ৰশ্ন কৰিলো ,,গো পালন নিজে কৰি বিশুদ্ধ পদ্ধতিৰে উলিয়াব লাগিব ঘিউ, দোকানৰ কিনা ঘিউ নহব,, সময়ৰ দন্দ পল সময়ত হৱ লাগিব, মন্ত্ৰ উচ্চাৰণ শুদ্ধ হৱ লাগিব, বামুণ জনে কৈছিল, সেই যুগত মানুহৰ আয়ুস কাল বেছি আছিল, এতিয়া কলি কাল গতিকে কৃষ্ণ গীতা শেষত পাঠ কৰিলে সকলোবোৰ দোষ মৰিষণ হয়,,বহুত দিনৰ পিছত কোৰ্ট ত চাকৰি পাইছিলো। আৰু তাত কৃষ্ণ গীতাত হাত ৰাখি শপত খাবলৈ কয়,,কিন্ত্ত পুৰাণ নথয়, মই দেউতাৰ গুৰুজনাৰ ওচৰত গৈছিলো,,গুৰুজনাই শুদ্ধ উত্তৰ দিব নোৱাৰি,মৌন হৈ থাকিছিল,,শেষত শংকৰদেৱৰ ধৰ্ম ভাগ গ্ৰহণ কৰিলো,, মোক বলিৰ পঠা সজাই এঘৰীয়া কৰিলে ,,শেষত আজিৰ সময়ত মোক এঘৰীয়া কৰা সকলে শংকৰদেৱৰ নাম ধৰ্ম গ্ৰহণ কৰীলে , হৰিনাম ভক্তৰ সংগত ললে কাণত অন্য কথা নুসুমাই, আপুনিও শিৱৰ ৰুপ ধ্যান কৰক, মন প্ৰবিত্ৰ হৱ , দক্ষৰ যঞ্জত শিৱক নিন্দাৰ ফলত নন্দী ভৃংগী ৰ শাপ ত ভৃগু মুনিৰ শাপত সকলোবোৰ দেৱ দেৱী শাপ গ্ৰস্ত হৈ নাৰায়ণৰ উপদেশত হৰিনাম কীৰ্ত্তন কৰি মুক্তি পাইছিল,,আকৌ দক্ষ ই বাস্পেয় যঞ্জত আই পাৰ্বতীৰ আগত শিৱ নিন্দা কৰাত আই দেহত্যাগ কৰাত দক্ষৰ কি হৈছিল আপুনিও জানে,, আপুনি যিটো মাৰ্গ শুদ্ধ ৱুলি ভাৱে সেই মাৰ্গৰে চলক, আজি বহুত লোকে মা কামাখ্যা দৰ্শন কৰি অসমৰ মানুহেই পোৱা নাই। ভাগ্য নাই,,,মনুষ্যৰ জনম বহুত বহুত পূণ্যৰ ফলত পোৱা যায়, ভকতি কৰোক ঈশ্বৰক, পূজা পাতল কৰিলৈও শুদ্ধ ভাৱে বেদৰ মতে কৰোক, জয় শ্ৰীকৃষ্ণৰ, জয় শংকৰদেৱৰ ,,জয় ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰ

  • @nilakantahazarika5502
    @nilakantahazarika5502 2 месяца назад

    Bora dabor utter bur bohut vall hoisa thanks.

  • @ANILSARMA-g9y
    @ANILSARMA-g9y 23 дня назад

    ই শংকৰ দেবৰ নাম ডুবালে

  • @ANILSARMA-g9y
    @ANILSARMA-g9y 23 дня назад

    এই জনে ঘিনাৰ ধর্মহে বিয়পাইছে শুদ্ধ পাথৰে বুজালেহে লোকে বুজিব , কিন্তু এই জনৰ কথা বাক্য ভকতৰ বাক্য নহয , পাষণ্ডৰহে বাক্য ৷

  • @ProbinaSonowal-h3t
    @ProbinaSonowal-h3t 3 месяца назад +1

    Krishna probhu

  • @Sparkling_Diaries_237
    @Sparkling_Diaries_237 24 дня назад

    Deka lara belagt manunibesh kara

  • @bhanudeka-yy2zw
    @bhanudeka-yy2zw 3 месяца назад

    Krishna Krishna Ram

  • @rakheswardeka3350
    @rakheswardeka3350 2 месяца назад

    ❤❤❤❤

  • @RanjanaGogoi-i7f
    @RanjanaGogoi-i7f 3 месяца назад +1

    কৃষ্ণ কৃষ্ণ প্ৰভু ,আপোনালোকৰ বাৰ্তালাপৰ পৰা মই কিছু নজনা কথা জানিলো।

  • @JintuMedhi-vb3hj
    @JintuMedhi-vb3hj 3 месяца назад

    Shree Ram Jai Ram Jai Jai Ram 🙏🏻

  • @BodhenBorah
    @BodhenBorah 3 месяца назад +2

    জয় শিৱ শংকৰ ৷হৰ হৰ মহাদেৱ ৷

  • @IndraKantaLaskar-g1c
    @IndraKantaLaskar-g1c Месяц назад

    ভেদ দুৰ ভয়লে কৰে নিসকাম ভক্তি।গতিকে 70 বছৰ মানৰ পৰা নামঘৰত খেল কোনে ফলিলে? ভূত ৰ মুখত ৰাম নাম।অনন্ত মহাহৰী বলৰাম সুকমুনি স্বইং শিৱ।পদ্ম পূৰাণ বিষ্ণু পূৰাণ নজনা। বৃহৎ নাৰদী পূৰাণ কীৰ্ত্তন ত শিক্ষা দিয়া গুৰু বাক্য ন মনা লোক অল্প জ্ঞানী হৈ পণ্ডিত দেখুওৱা জন শিৱ নিন্দক।।সনাতন পৰী পন্থী।।উদ্ধব হে ভাগৱতী।

  • @BikashTopon
    @BikashTopon 2 месяца назад +1

    Bap jone agot kwa kotha bur loi voi khaise neki????😃😃😃😃

  • @ProdipHazarika-lw2qb
    @ProdipHazarika-lw2qb 3 месяца назад

    Bhal posna korisa

  • @pratibhakalitabaruah7321
    @pratibhakalitabaruah7321 3 месяца назад

    Krishna krishna

  • @PrahladDas-cw2hh
    @PrahladDas-cw2hh 3 месяца назад +1

    সাকাৰ ৰূপী সনাতন পুৰুষে প্ৰৱৰ্তন কৰা ধৰ্মকে সনাতন ধৰ্ম বোলে। তেন্তে বৰ্তমান সনাতন ধৰ্ম কোনটো? ইয়াৰ সঠিক উত্তৰ দিব পাৰিব যে সন্দেহ আছে।

  • @pabitradeka4853
    @pabitradeka4853 3 месяца назад

    🙏🙏

  • @jatinborah-hj9jf
    @jatinborah-hj9jf 3 месяца назад

    Bap korma akorma bikorma Mane ki what is The mining of korma bikorma and akorma.

  • @BiplobKonwar-ns4nn
    @BiplobKonwar-ns4nn 3 месяца назад

    Bapjonai।প্ৰশ্নৰ।উত্তৰ।অলপ।দীঘলীয়া।হৈছে

  • @krishnakakaty2624
    @krishnakakaty2624 Месяц назад

    Krishna Krishna provu. Joto. Jibo. Toto. Xibo. Dei

  • @kusharajkonwar1782
    @kusharajkonwar1782 2 месяца назад +3

    উত্তৰ বোৰ স্পষ্ট হোৱা নাই বাপ

  • @GCNath-ed7im
    @GCNath-ed7im 20 дней назад

    এই জনে ধৰ্ম মানে কি নিজে বুজি নাপাই আনক কি বুজাব,দুটামান শ্লোক গালে,তাকে ধৰ্ম নোবোলে,ধূপ ধূনা জ্বলালে কৃষ্ণ কৃষ্ণ কলো মহাপণ্ডিত ভাবিলে নহয়,কোনো এটা শুদ্ধ উত্তৰ দিব পৰা নাই, আজে বাজে একসোপা বকিলে নহয়,একো নাজানে,আচল কথাৰ পৰা আতৰি আছে নে নেজানে নাজানো,

  • @BodhenBorah
    @BodhenBorah 3 месяца назад +1

    সনাতন ধৰ্ম মানে কি অলপ ভালকৈ বুজাই দিয়া হেতেন ভাল আছিল ৷

  • @MunindraSarma-n3j
    @MunindraSarma-n3j 21 день назад

    শংকৰদেৱে কৈছে , আন দেৱী দেৱ নকৰিবা সেৱ …………… গতিকে যি সকলে নামঘৰত কৃষ্ণৰ লগত অগ্নিদেৱতা / বায়ুদেৱতা / বৰুণদেৱতাক একেলগে সেৱা কৰি আছে , সিহতেই পাষণ্ড/ পাপিষ্ঠ/ লম্পট/ ভণ্ড/অধাছাৰী/ অনাছাৰী /দুৰাছাৰী / ভ্ৰষ্টাচাৰী / অসুৰ / ৰাক্ষস নহয় জানো ?

    • @asomiaasom6008
      @asomiaasom6008 11 дней назад

      তইও এটা নৰাধম পাষণ্ড দুৰাচাৰী কাৰণ তইও শংকৰদেৱৰ নামঘৰত অগ্নি জ্বলাই অগ্নিদেৱতাক সেৱা কৰা ,পানী বৰুণ দেৱতা ,শিৱ শংকৰ ত্ৰিপুৰাৰীৰ অংশঅৱতাৰ শংকৰদেৱক গুৰু বুলি ভজি আছা গতিকৃ তইও পাষণ্ড অধম দুৰাচাৰ পাপী ।

  • @ganeshsarma706
    @ganeshsarma706 Месяц назад

    কেওলীয়া ভকতৰ ধৰ্ম বৈৰাগ্য বাদী মাধৱ দেৱে দিছিল নিজেও বৈৰাগী হৈছিল।তেনেকৈ সমাজ সংসাৰ ধোদ হ'ব, জ্ঞান কৰ্ম এৰিব ই বৌদ্ধ, জৈন ৰ সমতুল্য হৈ যাব ভিক্ষু সাজি সমাজ চলিব জানো? সমাজৰ প্ৰতি দায়বদ্ধতা নোহোৱা কোনো মতবাদ ধৰম নহয়।এৰক। কথাই প্ৰতি কলি কাল বুলি যে আছে অনন্ত সময় কালৰ ভাগ কৰা ক্ষমতা নো কাৰ? কলি ধৰি পাশা খেলি যুধিস্থিৰ, নিৰ্যাতন খাইছিল কিয়? কলি ধৰি শুক্ৰাচাৰ্য কণা হৈছিল।বলি পাতাল গমন হৈছিল। তাৰ মানে প্ৰতি যুগে কলি আছে দেখোন এইবোৰ কি কৰি সনাতন ধৰ্মৰ গ্লানি হৈছে মাত্ৰ।

  • @asomiaasom6008
    @asomiaasom6008 3 месяца назад +4

    ধৰ্ম মানে কি ধৰ্ম কি বেদ পুৰাণ গীতা ভাগৱতে কৈছে তেনে ক্ষেত্ৰত ৰূদ্ৰকান্ত বৰা নামৰ ভাটৌ এটাৰ পৰা শিকিব লগা কি আছে ?জগতৰ লোকক বেদ পুৰাণ গীতা ভাগৱতে গকলো কৈ গৈছে । শাস্ত্ৰ নমনা অজ্ঞ ভাটৌৱে কৈছে কলিত ঈশ্বৰৰ অৰ্থে তপ জপ যাগ যজ্ঞ পূজা শ্ৰাদ্ধ পিণ্ড দান আদি কৰিব নালাগে বুলি কোনখন শাস্ত্ৰই কৈছে ?লোকক ঋতিভ্ৰম কৰা মায়াবী কীৰ্তনঘোষা নামঘোষাক বাদ দি ? কৃষ্ণ শ্ৰেষ্ঠ নে শংকৰ মাধৱ শ্ৰেষ্ঠ ?বিষ্ণু কৃষ্ণৰ কথা মানিমনে অসমৰ মানুহ শংকৰ মাধৱৰ কথা মানিম ?গীতা মানানে নামানা ? গীতাত কৃষ্ণই কৈছে -মোক্ষসন্নাস যোগত "য়জ্ঞদানতপঃকৰ্ম ন ত্যাজ্যং কাৰ্যমেৱ তৎ।যজ্ঞো দানং তপশ্চৈৱ পাৱনানি মআীখিণাম ।।৫
    "নিজতস্যথতু সন্যাসঃ কৰ্মণো নোপপদ্যতে ।মোহাত্তস্য পৰিত্যাগস্তামসঃ পৰিকীৰ্তিতঃ।।৭
    দুঃখমিত্যেৱ যৎ কৰ্ম কায়ক্লেশভয়াৎ ত্যজেৎ ।
    স কৃত্বা ৰাজসং ত্যাগং নৈৱ ত্যাগফলং লভেৎ ।।৮
    এই শ্লোকে কি কলিত কৰিব নালাগে বুলি কৈছে নেকি ?
    ভাগৱতৰ প্ৰথম স্কন্ধত প্ৰথমচোৱাতে ই ভাগৱতে কৈছে ভাগৱত কি ,কেনেকৈ কি ৰূপত কি মহত্ব গুণত ব্যাসে ৰচিছে ।নাৰদৰ পৰা ব্যাসে উপদেশ পাইছে যে আগৰ পুৰাণ সমুহত জীৱ বলি পূজা যাগ যজ্ঞ দুৰাচাৰ পাপমতি যত কৃষ্ণ গুণ নাম নাই সেয়ে মন চিত্ব কলুষিত হৈ অশান্তি ভুগিছা সেয়ে নকৈ ভাগৱত এখন কৰা যত কেৱল কৃষ্ণ নাম গুণ বৰ্ণাবা আগৰ আন একো নিলিখিবা ।এই উপদেশ পাই ব্যাসে কৃষ্ণক ধ্যানত দেখিছে যে কৃষ্ণই বাওফালে মায়া আৰু সোঁফালে ভক্তিধৰ্মক আশ্ৰয় কৰি বহি থকা ৰূপ দেখি সেই ৰূপে মায়া আৰু ভক্তিধৰ্ম যুক্ত কৃষ্ণৰ স্বৰূপত ভাগৱত ৰচিলে এই পৃথিৱীৰ ঈশ্বৰৰ অৱতাৰী লীলা ,ঋষি মুনি সাধ সন্নাসী ৰজা মহাৰজা দৈত্য দানৱ অসুৰ ৰাক্ষক আদিৰ বৰ্ণনাৰে ।ব্যাসে যে প্ৰকাশ কৰিছে মায়া আৰু ভক্তিধৰ্মক আশ্ৰয় কৰি থকা স্বৰূপত ভাগৱত ৰচিছে বাবে ভাগৱতত ভক্তিধৰ্মৰ লগত মায়া আছে ।সেয়ে মাগৱত মায়াময় ।মায়াময় ভাগৱতৰ লগত গীতাৰ মত বহু অমিল ।চাৰি শ্লোকৰ ভাগৱতক ওঠোৰ হাজাৰ শ্লোকত মায়া আৰু ভক্তিধৰ্ম যুক্ত কৰি ৰচিছে যেতিয়া ভাগৱত মায়াময় ৰহস্যময় বিভ্ৰান্তকাৰী মতিভ্ৰমকাৰী পদ উপদেশ যুক্ত ।সোতৰ পুৰাণ ব্যাসে স্বতন্ত্ৰভাবে যি দেখিছে যি আছিল সেই মতে ৰচিছিল ভাগৱত স্বতন্ত্ৰ ভাবে লিখা নাই ভাগৱত নাৰদে নিৰ্দিষ্টকৈ বান্ধি দিয়া পৰিসীমাৰ বিষয়বস্তুৰ ওপৰত বাধ্যবাধকতাৰে লিখা ।আন সোতৰ খন পুৰাণ সন্দেহৰ উৰ্ধত কিন্তু ভাগৱত সন্দহৰ ভিতৰত সন্দেহ জনক ।সেয়ে সোতৰ পুৰাণৰ লগত ভাগৱতৰ বহু তত্ব উপদেশৰ মিল নাই ।
    শংকৰদেৱ আৰু দেৱ দামোদৰদেৱ গুৰুৰ শিষ্য গোপালচৰণ ,কেশৱচৰণ ,হৰিদাস ,জয়হৰিদেৱ ,অনন্তকনলী মিলি অসমীয়াত পদত অনুলেখন ভাগৱত মুল সংস্কৃত ভাগৱতৰ লগত বহুত অমিল আছে ।সংস্কৃত ভাগৱতত নথকা বহু পদ অসমীয়া ভাগৱতত সুন্নিবিষ্ট কৰি মতিভ্ৰম বিভ্ৰান্ত কৰিছে এটা উদাহৰণ দিও "আন দেৱ দেৱী নভজিবা ঋুৰ্তিকো নাছাইউা প্ৰসাদ আাখাইবা গৃহকো নপসিবা তাৰ ধৰ্ম হব ব্যভিচাৰ " উক্ত পদ সংস্কৃত ভাগৱতত নাই এই পদ শংকৰদেৱৰ মনেসজা নিজা পদ ।
    শংকৰ মাধৱে যি কীৰ্তনঘোষা নামঘোষা ৰচিছে তাৰ সৰহ সংখ্যক পদ ঘোষা কেবাখনো পুৰাণ শাস্ত্ৰ আৰু গীতা ,মায়াবী ভাগৱতৰ শ্লোকৰ অৰ্থানুবাদ কৰি সজাইপৰাই লিখা লগতে নিজৰ মনোৰ ভাব পদ ঘোষাৰে লিখা পুথি।যি পুৰাণ গীতা ভাগৱত উপনিষদৰ শ্লোক যুগুতাই লৈ লিখা কীৰ্তনঘোষা নামঘোষা শুদ্ধ সত্য শ্ৰেষ্ঠ শাস্ত্ৰ পিছে কীৰ্তনঘোষা নামঘোষাৰ আধাৰ পুৰাণ শাস্ত্ৰ অলাগতিয়াল নস্যাৎ কৰাটো কোন শ্ৰেণীৰ লোক অধম নে মধ্যম অজ্ঞ? সোতৰ পুৰাণৰ সাং অংশ সন্ধ্ৰিবিষ্ট কৰি যুগুটাই লিখা ভাগৱতৰ মুল আধাৰ সাৰ সোতৰ খন পুৰাণ ।ভাগৱতৰ সেই মুল আধাৰ শাস্ত্ৰ সোতৰ পুৰাণ গুৰুত্বহীন অলাগতিয়াল অসাৰ বৰ্জনীয় বুলি মন্তব্য কৰাটোৱে সুচায় কিমান পানীৰ মাছ । হে কলিৰ ব্যাস বৰাদেৱ প্ৰথমে শংকৰদেৱ মাধৱদেৱ ৰচিত কীৰ্তনঘোষা নামঘোষাৰ পৰা মুল আধাৰ পুৰাণ শাস্ত্ৰৰ পৰা লোৱা শ্লোকৰ অনুবাদ পদ ঘোষাসমুহ কাটি আতৰাই দিয়া ।কীৰ্তনঘোষা নামঘোষাও অগগ্ৰহণযোগ্য হব পুৰাণ শাস্ত্ৰৰ কথাৰে লিখা কীৰ্তনঘোষা নামঘোষাও বৰ্জনীয় । সোতৰপুৰাণৰ সাৰ মৰ্মৰ সংগ্ৰৃঘিত ভাগৱত মানা সোতৰ পুৰাণ শাস্ত্ৰক নামানা ।এয়া কেনে মানসিকতা ? ভাগৱত কীৰ্তনঘোষা নামঘোষাৰ পৰা সোতৰ পুৰাণৰ অংশসমুহ কাটি কুটি আতৰাই নতুনকৈ ভাগৱত কীৰ্তনঘোষা নামঘোষা লিখা তাৰ পিছত সোতৰ খন পুৰাণ অগ্ৰাহ্য নিষেধ কৰিব ।আপোনালোক মাছ বুলি নাখাই জিজী বুলি ,মাংস বুলি নাখাই জোল বুলি খোৱা চৰিত্ৰৰ।কুজা বুলি নকৈ চাপৰি যোৱা বুলি কোৱা ধৰণৰ স্বভাবৰ ।মাজা শাস্ত্ৰৰ মায়াময় ৰহস্যময় বিভ্ৰান্তকাৰী পদ কেইটামান ভাটৌৰ দৰে আওৰালেই প্ৰকৃত শুদ্ধ সত্য ধাৰ্মীক জ্ঞানী বিজ্ঞ পণ্ডিত নহয় ।

    • @nirjurajgogoi319
      @nirjurajgogoi319 3 месяца назад +4

      ভাইতি , কুকুৰৰ নেজ বাঁহৰ চুঙাত ভৰাই থলেও কেতিয়াও পোন নহয় । তুমালোক বহুত সৰু হৈ আছা । এই বিলাক কথাত সময় নষ্ট নকৰি বিদ্যালয়ত পঢ়ি থাকোতে যিটো প্ৰাৰ্থনা গাবলৈ দিছিল সেইটো আকৌ মনত পেলাবলৈ যত্ন কৰা । খাই পাতফলা । বিদ্যালয়ত এতিয়াও গাই আছে "মায়াৱী" মাধৱদেৱৰ নামঘোষাৰ অন্তৰ্গত প্ৰাৰ্থনা। শক্তি আছে যদি বন্ধ কৰা ভাইতী । এনেয়ে চিঞৰ বাখৰ কৰি নাথাকিবা ।

    • @RanuBorah-pm9ni
      @RanuBorah-pm9ni 3 месяца назад

      @asomiaasom6008 বাপ‌ আপুনি বৰ ভাল চাকৰি এটা লাভ কৰিছে । নিজৰ কামবোৰ ভালকে কৰি যাওঁক😅। নেৰিব লাগি থাকক আপোনাৰ ভৱিষ্যতে আছে ।😅

    • @asomiaasom6008
      @asomiaasom6008 3 месяца назад

      ​​@@nirjurajgogoi319আপোনাৰ যদি শক্তি আছে ভাগৱত খন যে মায়া আৰু ভক্তিধৰ্মক আশ্ৰয় কৰি লিখা নহয় প্ৰমাণ কৰা ।ভাগৱত খনযে নাৰদৰ নিৰ্দিষ্ট কৰি দিয়া একপক্ষীয় স্বাৰ্থপৰ শাস্ত্ৰ নহয় প্ৰমাণ কৰা ।সংস্কৃত ভাগৱত ভুল অসমীয়া ভাগৱতহে শুদ্ধ সত্য বুলি প্ৰমাণ কৰা ।বেদ সোতৰ পূৰাণ ভুল কেৱল অসমীয়া ভাগৱত কীৰ্তনঘোষা নামঘৈষাহে শুদ্ধ সত্য বুলি প্ৰমাণ কৰা ।তাৰ পিছত সৰু ল'ৰা মোক উপদেশ দিবা ।কুকুৰৰ নেজ বাহৰ চুঙাত ভৰাই ৰাখিলেও চিধা নহয় বাবেই তহত অ নহয় আপোনালোক চিধা হোৱা নাই ।মায়া আৰু ভক্তিধৰ্মক আশ্ৰয় কৰি লিখা ভাগৱতক মানি ভাগৱতৰ মায়াময় পদক আশ্ৰয় কৰি মতিভ্ৰম হৈ বেদ ,সোতৰ পুৰাণ ,গীতাৰ উপদেশ নামানা ।ভুলকে শুদ্ধ বুলি আচৰণ কৰি একপক্ষীয় স্বাৰ্থৰে শিৱ ,দেৱ দেৱী ,আন গুৰু , দেৱ নাম ভকতক ,বেদক ,সোতৰ পুৰাণক নিন্দা ঘৃণা কৰি আছা কৰি থাকক প্ৰভু সময়ত প্ৰমাণ হব কোন শুদ্ধ কোন ভুল ।

    • @asomiaasom6008
      @asomiaasom6008 3 месяца назад +1

      ​@@RanuBorah-pm9niহয় লাগি থাকিম ।কাকো নিৰ্বিঘ্নে ভুল বিকৃত অপব্যাখ্যা কৰি থাকিবলৈ নিদিও ।বিনা দৰমহাৰ চাকৰী পাইচো যিহেতু লাগি থাকিম অবসৰো নাই আজীবন ।শিৱ ৰূপায় বিষ্ণু ,বিষ্ণু ৰূপায় শিৱ ।ঔঁ🙏

    • @gogoisurajit044
      @gogoisurajit044 3 месяца назад

      ​@@asomiaasom6008tumiu moriba amiu morim amar manuhor bhakhat, kintu kune uttar dibo kune bhol korile kune huddho korise. Nijor lora suwali hodai bhal sestra. Anor bilak he beya.

  • @sanjitboruah4887
    @sanjitboruah4887 3 месяца назад

    jay shree Madhab bap jona koli yug ki name bhogawanok nam jop kori bo lage karon koli yug hekh hoboloi goi ase krepra kori manob somajok udhar korok pranam aru kalki maha prabhu dhara warton hole bhubaneswar navi gaya natun sambal gramot botaman ponch bhotor duwar kalki leela kori ase dekhor porih thithi jani lok pranam

    • @baniktchutia2259
      @baniktchutia2259 3 месяца назад

      Aisabak koliye grah Kori asse.ehote aibur bisakh nokore.mattra nijei uttam buli bhabe.

  • @ProbinaSonowal-h3t
    @ProbinaSonowal-h3t 3 месяца назад +1

    Clear k jani bhal laagise Krishna

  • @DebibalaPathak
    @DebibalaPathak 2 месяца назад

    😮Bishnu sibar sakar apuni kon sastrat pala krishna siba bishnur vakat ha krishna 34:27

  • @madhujyasubadar3543
    @madhujyasubadar3543 2 месяца назад

    Vagowat khn khura purantte pore niki

  • @satyensarma1962
    @satyensarma1962 3 месяца назад

    Joymaakali joymaachandi

    • @gogoisurajit044
      @gogoisurajit044 3 месяца назад +2

      Agorporai shiv devok akhur danob hokole puje. Aru agor akhur hokolok koli jugot brahmon hobo buli koise.

    • @ashimaborah1640
      @ashimaborah1640 3 месяца назад +2

      💯 Right ​@@gogoisurajit044

    • @SumonBora-vt1wz
      @SumonBora-vt1wz 3 месяца назад

      Joy shree krishna ​@@ashimaborah1640

  • @Statusking-ur9gd
    @Statusking-ur9gd Месяц назад

    Ahingsha param dharama krisjna

  • @prasannatamuli699
    @prasannatamuli699 3 месяца назад

    Krishna brabap vallagil

  • @LiliBharali-xj4si
    @LiliBharali-xj4si 3 месяца назад

    Ucit posna Usit uttor Uttor santujsnak

  • @jadumonihazarika998
    @jadumonihazarika998 3 месяца назад

    Ata katha bhagaban Sri Krishna k Puja Kari jadi beleg deb devik apaman kara to osit nhoi je Dakhyar nisina habo

  • @dipendeori
    @dipendeori Месяц назад

    Shri Hari, Shri Ram aaru Shri Krishna Shiva Baba prambhakta. Ishwara Gita., shiv Gita eyar pramaan. Bhagvat gita hoise ishwar gita ata notun version. Eyar bikoi janibow holay ishwara Gita padhuk. Sri Ram, Sri Krishna aaru Sway Narayan shiv baba dhyan kari mukti paise. Iyar gita bharatvarsha asey. Sri Krishna hodai paanch pandav shiva baba dyan aaru pooja koribou kosil. Axomiya mahabharat original Sanskrit mahabharata lgt nimiiley. South India Ishwat boli koley akul shiv baba koi. Tar bahiray ishwar baa Prameswar Prabhram kunu nhy.

  • @PrahladDas-cw2hh
    @PrahladDas-cw2hh 3 месяца назад

    শিৱ ভকত নে ভকত আছিল । যদি আছিল তেন্তে past tense. Past Tense ৰ এজন ভক্তক নিন্দা বা শ্ৰদ্ধা কৰাৰ কথা কৰ পৰা আহিল? আপোনাক ভাগৱত আচাৰ্য কোনে দিলে বাপ। এয়া অচল পইচা।
    শাস্ত্ৰ অধ্যয়ণ কৰি জ্ঞান লাভ কৰিব নোৱাৰে। শুক, সুত আদিয়ে ভাগৱত অধ্যয়ণ কৰিছিল নেকি?

  • @madhujyasubadar3543
    @madhujyasubadar3543 2 месяца назад

    Jug jodi sab lge teneke hole vogoban r namt Krishna hou hidina lora he thet kio

    • @PoranJyotibora
      @PoranJyotibora Месяц назад

      Ajon loke bora bapok kio terget kori loise

  • @GDMJENTERTAINMENT
    @GDMJENTERTAINMENT Месяц назад

    Shree krishna ai nijeyi prabhu shivok para bramha hisape maane

  • @asomiaasom6008
    @asomiaasom6008 3 месяца назад +3

    কিহে বাপ আজি দেখোন হাইঠা মাটিত পৰিল ।সততে সগৌৰৱে কৈ থাকা শংকৰে বৈকুণ্ঠৰ পৰা ভাগৱত আনি কলিৰ লোকক দিলে আজি দেখোন সংস্কৃত ভাগৱতৰ পৰা অনুবাদ কৰা বুলি কলা তাকো অকলে শংকৰদেৱে অনুবাদ কৰা নাই সহযোগীৰ সহযোগতহে সম্পুৰ্ণ কৰিছে আজি কিয় গোপালচৰণ দ্বিজ কেশৱচৰণ হৰিদাস অনন্তকন্দলী জয়হৰিৰ নাম ললা ?তঁহতে অসমবাসীক মুৰ্খ বুৰ্বক বনাই এনে ভাব দিয়া যেন শংকৰেহে গোটেই ভাগৱখন অসমীয়াত লিখি কলিৰ লোকক দিলে বৈকুণ্ঠৰ পৰা ।সকলো অসমীয়া বৈষ্ণৱ কবিৰ কৃতিত্ব অবদান অৰিহনা শংকৰ মাধৱক দি শীৰ্ষত ৰাখা জাহিৰ কৰা ।বৈষ্ণৱ পণ্ডিত কবি গোপালচৰণ দ্বিজ ,কেশৱচৰণ ,হৰিদাস ,জয়হৰি ,অনন্ত কন্দলী মহাপুৰুষ গুৰু দেৱ দামোদৰদেৱৰ শিষ্য মহন্ত হোৱা বাবে তেৰাসবৰ নাম নলোৱা স্বীকাৰ নকৰা ?চাৰি শ্লোকৰ ভাগৱতত নকোৱা নথকা কথা ওঠোৰ হাজাৰ শ্লোকত মায়া আৰু ভক্তিধৰ্মক আশ্ৰয় কৰি ব্যাসে লিখা ভাগৱতক শংকৰদেৱে বিকৃত বিভ্ৰান্ত কৰি মনেসজা পদ লেখি নিজ মনোভাব সুমুৱাই দি ভকত বৈষ্ণৱক বিভ্ৰান্ত মতিভ্ৰম কৰি নিন্দাবাদত লিপ্ত কৰা পাপৰ ভাগ এতিয়া ব্ৰাহ্মণ পণ্ডিত কেইজনক ভগাই দিব বিচাৰিছা ?ৰত্নাকৰৰ পাপৰ ভাগ সৰিয়ালৰ লোকে নললে ।সংস্কৃত ভাগৱতক বিকৃত কৰি বিভ্ৰান্ত মতিভ্ৰম কৰা পদসমুহ শংকৰদেৱে লিখা স্কন্ধ অধ্যায় কেইটাতহে আছে ।ব্ৰাহ্মণ বৈষ্ণৱ পণ্ডিত কেইজনে লিখা স্কন্ধ অধ্যায়ত পদত নিন্দা ঘৃণা হেয়জ্ঞান অবজ্ঞা কৰা পদ নাই অসমীয়া ভাগৱত খন তন্ন তন্নকৈ চাবা ।সংস্কৃত ভাগৱতত ওঠোৰ হাজাৰ শ্লোক আছে শংকৰদেৱৰ ভাগৱতত চৈধ্যহাজাৰহে শ্লোকৰ ভাঙনি পদ আছে ।সংস্কৃত ভাগৱতত নথকা বহু বিকৃত মতিভ্ৰম কৰা মনেসজা পদ শংকৰৰ ভাগৱতত আছে ।সংস্কৃত ভাগৱতৰ লগত অসমীয়া ভাগৱতৰ বহু অমিল আছে ।সোতৰ পুৰাণৰ লগত ভাগৱতৰ বহু মিল নাই ।বেদ সোতৰ পুৰাণৰ উপদেশ বাণীৰ লগত ভাগৱতৰ বহু উপদেশ বিপৰীত ।শংকৰদেৱৰ ভাগৱতত শিৱ, ব্ৰহ্মা ,দেৱ দেৱী,বেদ বিহিত ভক্তি কৰ্ম আচৰণ নিন্দা ঘৃণা কৰা পদ বহু আছে তাৰ বিবৰীতে ভট্টদেৱ কৃত কথা ভাগৱতত শিৱ দুৰ্গা দেৱ দেৱী বেদ বিহত ভক্তি কৰ্ম আচৰণ নিন্দা ঘৃণা হেয়জ্ঞান কৰা পদ নাই ।শংকৰ মাধৱৰ কীৰ্তনঘোষা নামঘোষাত নিন্দাবাদ পৰনিন্দা পৰচৰ্চা আছে তাৰ বিপৰীতে গোপাল মিশ্ৰৰ ঘোষাৰত্ন পুথিত ভট্টদেৱৰ কথা ভাগৱত ,কথা গীতা,কথাৰত্নাৱলী ,ভাগৱত অধিকৰণ ,ভক্তিসাৰ,শৰণ-মালিকা ,শ্ৰীমদ্ভক্তি-বিবেক আদি গ্ৰন্থত শিৱ ,দেৱ দেৱী ,বেদ বিহিত পূজা আৰাধনাৰ নিন্দা ঘৃণা তুচ্ছ তাচ্ছিল্য নাই ।
    ৰুদ্ৰকান্ত বৰা ডাঙৰীয়া প্ৰথমে আপুনি শংকৰদেৱৰ ভাগৱত কীৰ্তনঘোষা নামঘোষাৰ পৰা যি কেইখন পুৰাণৰ শ্লোক লৈ লিখিছে সেই পুৰাণৰ শ্লোক কতা সমুহ কাটি আতৰাই পেলাওক তাৰ পিছত সোতৰ খন পুৰাণ অসাৰ অনৰ্থক বুলি মানিব নালাগে বুলি অবজ্ঞা কৰিবা ।ৰুদ্ৰকান্ত বৰা তোমাৰ দম আছে যদি শংকৰ মাধৱক কোৱা প্ৰশ্ন কৰা হে জগতৰ একমাত্ৰ শ্ৰেষ্ঠ মহাপুৰুষ গুৰু শংকৰ মাধৱ যি সোতৰ পুৰাণক ভাগৱতে নস্যাত কৰিছে তেনে ভাগৱতৰ দ্বাৰা নস্যাত নিষিদ্ধ কৰা সোতৰ পুৰাণক আধাৰ সাৰ কৰি সেই পুৰাণ শাস্ত্ৰৰ শ্লোক লৈ কিয় কীৰ্তনঘোষা নামঘোষা লিখিছা ?যি সোতৰ পুৰাণৰ শ্লোক তথ্য লৈ কীৰ্তনঘোষা নামঘোষা লিখি সোতৰ পুৰাণক কিয় অসাৰ অগ্ৰহণযোগ্য বুলি কৈছা সুধা তহতৰ গুৰু দুজনাক কিয় সোতৰ পুৰাণক মানিব নালাগে ।

    • @BodhenBorah
      @BodhenBorah 3 месяца назад +1

      সুন্দৰ বিশ্লেষণ ৷

    • @bhupendranath9600
      @bhupendranath9600 3 месяца назад +2

      গ ঠনমূলক দৃষ্টিভংগীৰেহে সমালোচনা কৰিব লাগে ৷ বৰাবাপৰ তত্বগধুৰ কথাকো মান্যতা দিব লাগিব ৷ তেখেতে নিশ্চয় কথাবোৰ মনে সাজি কোৱা নাই ৷ যত জীৱ তত শিৱ ৷ সকলোৱে ঈশ্বৰ মূৰ্ত্তি ৷❤

    • @RajbongshiBorah
      @RajbongshiBorah 3 месяца назад

      ​@@bhupendranath9600সহমত প্ৰকাশ কৰোঁ।

    • @pranabdas7121
      @pranabdas7121 Месяц назад

      @@asomiaasom6008 আপুনি কীৰ্ত্তন ভাগ নামঘোষাৰ ভাগ অধ্যয়ন কৰক, বুজিব পাৰিব,,

    • @asomiaasom6008
      @asomiaasom6008 11 дней назад

      ​​@@pranabdas7121পুৰাণ অধ্যয়ণ কৰাৰ পিছত মায়াবী গুৰুৰ মায়া কিতাপ কীৰ্তনঘোষা নামঘোষা পঢ়ি মতিভ্ৰম হোৱাৰ প্ৰয়োজন নাই ।

  • @updeshmala2737
    @updeshmala2737 3 месяца назад +3

    হেৰ মহাশয়, কোনো এটা উত্তৰ শুদ্ধ কৰি দিব নোৱাৰিলা। আপুনি কৈ গল ধৰ্ম আৰু পুণ্য কৰিব নালাগে আনফালে কৈ গল কৰ্ম কৰিব লাগে। এইবোৰ কি বকি আছে আপুনি । আপুনি শিৱৰ লিংগক গুপ্তাংগ বুলি প্ৰকাশ কৰি গৈছে।এই অপৰাধৰ ক্ষমা খুজিবই লাগিব। মায়াবীৰ গুৰুৰ শৰণ লৈ পুৰাণ সমুহক নিন্দা কৰিবলৈ আহিছা। আপোনাৰ গুৰুৱেও সকলো পুৰাণ পঢ়া নাই যেন লাগিল। ভাগৱত এখন পৰিকল্পিত শাস্ত্ৰ যেন লাগিল। শংকৰদেৱে নামক ভালকৈ প্ৰচাৰ নকৰাৰ বাবেই বিহ ফুহা হৈ মৰিছিল। বেদ ব্যাসৰ কুষ্ঠ ৰোগ হোৱা নাই। শিৱই স্তুতি কৰা কথাবোৰ আপোনাসবে বনাইছে। পুৰাণত তেনে কোনো ঘটনা নাই।

    • @Risigaming123
      @Risigaming123 3 месяца назад +1

      Jago moncho chenel to চাব শিব প্ৰতিক নে গুপ্ত অংগ শাস্ত্ৰ প্ৰমাণ পাবা ।ভাইটি।

    • @nirjurajgogoi319
      @nirjurajgogoi319 3 месяца назад

      মহাত্মা গান্ধীয়ে অসমলৈ আহোঁতে শঙ্কৰদেৱৰ বিষয়ে কি কৈছিল তুমি জানানে ভাইতি । নে তুমি মহাত্মা গান্ধীকো মায়াৱী হিচাপে অভিহিত কৰিছা ? নে তুমি হে সত্য় আন বিলাক মায়াৱী।

    • @rupadutta2407
      @rupadutta2407 3 месяца назад +1

      ভাগৱত খনি শংকৰদেৱে নিজে লিখা নাই।ব্যাআসদেৱে লিখা সংস্কৃত ভাষাৰ ভাগৱত ভাঙনি কৰিছিল।১৭খন পুৰাণ লিখি ব্যাসদেৱ নিজেই অশান্তিত পৰিল। শেষত সকলো পুৰাণৰ বাহিৰে নাৰদৰ পৰামৰ্শ অনুসৰি মহাভাগৱত নিৰ্গুণ ৰূপত ৰচনা কৰিছিল।

    • @nirjurajgogoi319
      @nirjurajgogoi319 3 месяца назад

      @@rupadutta2407 হয় । সেইটোকে কিছুমান লোকে নাজানি আবুল বাবুল বলি আছে। সঙ্কৃতৰ পৰা অসমীয়াই বুজি পোৱাকৈ লিখি উলিয়ায়। শঙ্কৰদেৱে অকলে লিখা নাছিল। সেইসময়ৰ প্ৰখ্যাত ব্ৰাহ্মণ পণ্ডিতসকলেও কলম নিগৰাইছে। ব্ৰাহ্মণ পণ্ডিতসকল কি মূৰ্খ আছিল ?

    • @asomiaasom6008
      @asomiaasom6008 3 месяца назад

      ​@@nirjurajgogoi319মহাত্মাগান্ধীয়ে শংকৰদেৱক কি কৈছিল তাৰ প্ৰয়োজন নাই ভাগঔত কীৰ্তনঘোষা নামঘোষাৰ মুল আধাৰ সাৰ চাৰিবদ সোতৰ পুৰাণ উপনিষদে কি কৈছে সেয়াহে গুৰুত্বপুৰ্ণ বিচাৰ্যৰ বিষয় ।চাৰিবেদ চৈধ্যশাস্ত্ৰ সোতৰপুৰাণক বাদ দিলে ভাগৱত কীৰ্তনঘোষা নামঘোষা শংকৰ মাধৱ অস্তিত্বহীন ।

  • @sarojkumarbhattacharya3826
    @sarojkumarbhattacharya3826 3 месяца назад

    Bal Krishna ki

  • @manumadhu8829
    @manumadhu8829 3 месяца назад

    আপোনাৰ কথাত ধৰ্মৰ সংজ্ঞাটো বিচাৰি নেপালো।

  • @keshablaskar5778
    @keshablaskar5778 29 дней назад

    সঠিক ভাবে প্ৰকাশ কৰিবলৈ আৰু অধ্যন কৰক ,

  • @ProdipHazarika-lw2qb
    @ProdipHazarika-lw2qb 3 месяца назад

    Bh