গীতাৰ কৰ্ম যুগ আৰু তত্ব, মানৱে কৰ্ম কি প্ৰকাৰে কৰিব লাগে।

Поделиться
HTML-код
  • Опубликовано: 29 июл 2024
  • গীতৰ কৰ্ম যুগ আৰু ইয়াৰ তত্ব। মানৱে কি প্ৰকাৰে কৰ্ম কৰিলে বন্ধনমুক্তি হ'ব। অৰ্জুনক কিয় কৰ্ম কৰিবলৈ কোৱা হৈছিল..?

Комментарии • 28

  • @adtags2791
    @adtags2791 27 дней назад

    কৃষ্ণ

  • @HimanshuSaikia-ys9gd
    @HimanshuSaikia-ys9gd Месяц назад +1

    Krishna 🙏

  • @binabora5025
    @binabora5025 12 дней назад +1

    Krishna Krishna val lagile 🙏🙏

    • @sriborah
      @sriborah  12 дней назад

      ধন্যবাদ কৃষ্ণ কৃষ্ণ 🙏🙏

  • @rudrakantaborah410
    @rudrakantaborah410 Месяц назад +2

    কৃষ্ণ বাখ্যা সুন্দৰ হৈছে সকলো শাস্ত্ৰৰপৰা তত্ত্ব মুলক কথাৰ দেনাৰ উপস্হাপন কৰিছা ভাল হৈছে গীতাৰ মূখ্য উদ্দেশ্য এক শৰণ ভৱিষ্যতে শৰণ বিষয়ে বহলাই ক'বা দেই।আষুষমান ভৱ। ❤

    • @sriborah
      @sriborah  Месяц назад

      কৃষ্ণ কৃষ্ণ 🙏🙏
      আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ। নিশ্চয় প্ৰয়াস কৰিম।

  • @aparajitadas107
    @aparajitadas107 14 дней назад +1

    Krishna

    • @sriborah
      @sriborah  14 дней назад

      কৃষ্ণ 🙏

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd Месяц назад +1

    Krishna krishna krishna baap shway nebadulu krishna
    Joy guru Shankar krishna

    • @sriborah
      @sriborah  Месяц назад

      ধন্যবাদ। কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏

  • @KalpanaDas-fx2pn
    @KalpanaDas-fx2pn Месяц назад +1

    Krishna krishna

  • @jiyashribora7697
    @jiyashribora7697 Месяц назад +1

    Xundor sir😊

  • @biswajitbaruah3564
    @biswajitbaruah3564 Месяц назад +3

    Tumi naba prajnmak puharar bat dekhuai loi juwar egasi banti , lagate amiu ei hamaj andharat bur goi tumar isharmukhi katha sraban karibaloi pai nijake dhanya manisu , agaloiu sraban karibaloi pam buli akhare bat sai ralu ,gobindra Krishna.

    • @sriborah
      @sriborah  Месяц назад

      ধন্যবাদ বাপ , কৃষ্ণ 🙏

  • @tutumonibordoloi8513
    @tutumonibordoloi8513 Месяц назад +1

    কৃষ্ণ কৃষ্ণ‌ , বাপ ।

    • @sriborah
      @sriborah  Месяц назад

      কৃষ্ণ বাপ 🙏

  • @jatindas4577
    @jatindas4577 Месяц назад +1

    কৃষ্ণ কৃষ্ণ বাপ

    • @sriborah
      @sriborah  Месяц назад

      কৃষ্ণ 🙏

  • @kimtaehyung6428
    @kimtaehyung6428 Месяц назад +1

    কৃষ্ণ বাপ।🙏

    • @sriborah
      @sriborah  Месяц назад

      কৃষ্ণ 🙏

  • @mrinalgogoi9795
    @mrinalgogoi9795 Месяц назад +1

    বহুত ভাল লাগিল,আগলৈও আশা কৰিম,,কৃষ্ণ,,,,।

    • @sriborah
      @sriborah  Месяц назад

      ধন্যবাদ 🙏
      আপোনালোকৰ আশীৰ্বাদ পালে নিশ্চয় প্ৰয়াস কৰিম।‌ কৃষ্ণ

  • @Lipibora
    @Lipibora Месяц назад +2

    Xodai xodai bohut tatwa gadhur bixayar uparot apuni video bonai. Bohut kotha janibo paru. Ako eta natun bixaya janiboloi roi thakim

    • @sriborah
      @sriborah  Месяц назад

      নিশ্চয় প্ৰয়াস কৰিম।
      ধন্যবাদ, আপোনাসবে মোৰ প্ৰতিটো বিষয় এনেকে চোৱাৰ বাবে। কৃষ্ণ 🙏

  • @updeshmala2737
    @updeshmala2737 Месяц назад

    গীতা এখন কাল্পনিক চৰিত্ৰ বুলিও বহু সকলে প্ৰকাশ কৰে। এই বিষয়ত আপোনাৰ মত কি ,

    • @sriborah
      @sriborah  Месяц назад +1

      ঈশ্বৰৰ কথা কল্পনা হ'ব নোৱাৰে।
      বায়ু অদৃশ্য হ'লেও যিদৰে বায়ু বিহিন জীৱন সম্ভৱ নহয়, ঠিক একেদৰে ঈশ্বৰৰ কথা অবিহনে জীৱৰ সঠিক মাৰ্গ সম্ভৱ নহয় বাপ জনা। কৃষ্ণ 🙏