Moina kuxole Asone(Title Song)|

Поделиться
HTML-код
  • Опубликовано: 2 фев 2025

Комментарии • 410

  • @RACTIMRANJANOFFICIAL
    @RACTIMRANJANOFFICIAL 6 месяцев назад +34

    ইমান সুন্দৰ গীত আমাক ওপহাৰ দিয়াৰ বাবে miss nilakshi আপোনাক অশেষ ধন্যবাদ জনালোঁ ।ভগবানে কুশলে ৰাখক ।

  • @arabindanath3582
    @arabindanath3582 5 месяцев назад +12

    আৱেগিক হই গলো! নিলাক্ষীৰ কন্ঠ আৰু প্ৰস্তুতি পৰাশৰৰ অভিনয়ে সোণত সোঁৱগা সৰাইছে৷ বৰ্তমান সমাজৰ এখন সচাঁ ছবি ফুটি উঠিছে গীতটি জৰিয়তে৷

  • @pradyutsharmapradyut5535
    @pradyutsharmapradyut5535 6 месяцев назад +16

    গীতটি বৰ সুন্দৰ দুখলগা | অৰ্ধাংগিনী গীতটিৰ পিছত এইটো গানো বৰ সুন্দৰ | শব্দকেইটামান বহুত দুখলগা |বহুত সুন্দৰ গান❤️❤️❤️❤️❤️😭😭😭

  • @kanishkadas4935
    @kanishkadas4935 6 месяцев назад +38

    Abahan❤
    সদায় কোৱাৰ দৰেই কও আবাহন সদায় বিশেষ। ইমান ধুনীয়া🥺❤❤❤

    • @Nikumani_Barman
      @Nikumani_Barman 6 месяцев назад +1

      সঁচাই অতুলনীয়❤😢

  • @Gunjan_Bordoloi_channel
    @Gunjan_Bordoloi_channel 6 месяцев назад +16

    আৱাহন থিয়েটাৰে নতুন প্ৰজন্মৰ বাবে এক ধুনীয়া নাটক লৈ আহিছে "মইনা কুশলে আছ নে তই" বৰ্তমান সময়ৰ উপৰত বা পৰিস্থিতিৰ উপৰত চকু ফুৰায় এক নাটক ৰূপে আগবহাব আমাৰ মাজত ।মানুহে আধুনিকতাৰ বাবে কৰ পৰা কৰ পাইছেগৈ সেই কথা ধুনীয়াকৈ প্ৰকাশ কৰিছে 😢

  • @Tralukya99
    @Tralukya99 6 месяцев назад +25

    গীত টোৰ কিছুমান শব্দ এ অন্তৰ চুই গৈছে.....🥺😥🥹😭..ভাল লাগিল...🎉❤very nice 👍🙂🎉😊...

  • @rulisaikia3330
    @rulisaikia3330 6 месяцев назад +6

    অন্তৰ চুই যোৱা এটি সুন্দৰ গীত। বৰ ভাল লাগিল।❤❤ বহুত বহুত শুভকামনা জনালোঁ মৰমৰ বা।

  • @chayanikakalita1995
    @chayanikakalita1995 6 месяцев назад +16

    উফ অন্তৰ চুই যোৱা গীত।লগতে প্ৰস্তুতি বা আপোনাৰ acting ❤️ আৰু নিলাক্ষী বা আপোনাৰ কণ্ঠ❤️❤️

  • @parthaborah2984
    @parthaborah2984 6 месяцев назад +4

    গীতটি যেতিয়া ইমান ধুনীয়া নাটক খন কিমান ভাল হব.....আৱাহন সদায় ব্যতিক্ৰম।ভাল হওঁক আৰু❤❤❤❤❤❤❤বহুত মৰম

  • @PikumoniSaikia-s1z
    @PikumoniSaikia-s1z 6 месяцев назад +10

    Always @nilakshi neog❤️
    Wait for abahan theatre 2024-2025

  • @AdityaBorah-vv2ye
    @AdityaBorah-vv2ye 6 месяцев назад +35

    গীতটোত সোমাই থকা কেইটামান শব্দই ‌যেন বহু কথা কৈ যায়। মুঠতে এটা সৰ্বগুন সম্পন্ন গীত। আৰু কথা কি সুন্দৰ হৈছে কথাৰে
    বুজাব নোৱাৰি 😭😭😔🥺❤❤❤

    • @protivamanch8899
      @protivamanch8899 6 месяцев назад +2

      অসাধাৰন গীত

    • @AdityaBorah-vv2ye
      @AdityaBorah-vv2ye 6 месяцев назад +1

      ​@@protivamanch8899 Obviously when i listen this song i can't stop my crying 😭 and Nilakshi Neog she has done his best uncompared song 💘 and it lyrics writer he is best i can't listen this types of masterpiece lyrics any other song ❤ i love it ❤🎉

  • @gyandeepnath3600
    @gyandeepnath3600 6 месяцев назад +10

    চকুপানী খিনি ৰাখিব নোৱাৰিলোঁ দেখোন 🥺নাটকখন নিশ্চয় বহুত বেছি ভাল হʼব । গানৰ কথা ইমান বেছি সুন্দৰ ❤ হৃদয়স্পৰ্শী

  • @reekiborkatoky1534
    @reekiborkatoky1534 6 месяцев назад +2

    Prastuti Acting tumar waah...aru geet tu iman xundor hoise...ontor sui goise..sokupani ulai goise

  • @susmitadutta9526
    @susmitadutta9526 6 месяцев назад +3

    গীতৰ কথা আৰু অভিনয়,,,একমাত্ৰ অভিনেত্ৰী যি মানুহক কন্দুৱাব পাৰে,,,,আৰু বহুত হহোৱাবও অভিনয়ৰ জৰিয়তে,,,,

  • @apurbadeka6823
    @apurbadeka6823 6 месяцев назад +12

    উফ..❤ গীতটোৰ কথাখিনি শুনি মন চুই গৈছে 😢❤

  • @mainaphukon1360
    @mainaphukon1360 5 дней назад +1

    বহুত বহুত ধন্যবাদ nilakshi ba

  • @informationquizsworld2694
    @informationquizsworld2694 6 месяцев назад +6

    উফফফ বৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিলোঁ গানটোলৈ❤️মইনা কুশলে আছনে তই ?এইবাৰো আৱাহন শীৰ্ষত❤️🙏

  • @AXOMVLOGGER-g9z
    @AXOMVLOGGER-g9z 6 месяцев назад +3

    wow aji finaly gaan tu relese hol bahut val lagil

  • @deepalideka718
    @deepalideka718 5 месяцев назад +1

    ইমান হৃদয় চুই যোৱা গীত।অভিনয় সুন্দৰ।বাস্তৱ ।

  • @daizykonwar1282
    @daizykonwar1282 6 месяцев назад +5

    অন্তৰ চুই যোৱা এটি সুন্দৰ গীত ❤

  • @পৰাগ_নাথ_অসম
    @পৰাগ_নাথ_অসম 5 месяцев назад +4

    গীতটোৰ প্ৰতিটো শব্দই যেন বহু কথাই বুজায় গৈছে😢কবলৈ ভাষা নাই,নিলাক্ষি বাৰ কন্ঠত গীতটো সুন্দৰ কৈ প্ৰাণ পাই উঠিছে, আৰু প্ৰস্তুতি বাইদেউৰ অভিনয়ৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই আপুনি মোৰ প্ৰিয়,সকলোৰে মাতৃ সকলক কুশলে ৰাখক ভগৱানে😢আৰু এটা অনুৰোধ প্ৰস্তুতি বা এই গানটো (Male Version) জুবিন দাৰ কন্ঠত যদি এবাৰ শুনিব পোৱা হ'লে।

  • @D.BShortsYT
    @D.BShortsYT 6 месяцев назад +8

    নীলাক্ষি বাৰ কণ্ঠত গীতটোৰ কথা সুৱ শুন্দৰ হৈছে

  • @dibyagogoi8363
    @dibyagogoi8363 6 месяцев назад +3

    ভাষা নাই কবলৈ বাইদেউ। ভিদিওটো চায়ে কান্দিলো😢😢নাটকখন বৰ ধুনীয়া হব ৷কণ্ঠ কথা সুৰ ধুনীয়া। ডোলিয়াজান আহিলে নিশ্চয় চাম বাইদেউ । জয় আবাহন। হিট এইবাৰ

  • @RIYAZ914
    @RIYAZ914 2 месяца назад

    Thiyetar xonr yeitu geetot kandisilu 😢😢❤...mon sui joa geet..best song...❤❤❤

  • @neeldas2743
    @neeldas2743 6 месяцев назад +2

    Khub sundor geet ❤❤ hridoy khon sui gol❤❤

  • @nitusworld5887
    @nitusworld5887 5 месяцев назад +3

    ও বা কিমান নো কন্দুৱাই আমাক😢 প্ৰতিবছৰে এনেকুৱা এটা গীত লৈ আহে , যিটো গীতে কেৱল কন্দুৱাই 😭😭 আৰু আপোনাৰ‌ অভিনয় কি কম বা 👌👌👌👌

  • @ditu_edits2012
    @ditu_edits2012 6 месяцев назад +17

    আজিকালি যিসকল মানুহৰ বিদেশত লৰা ছোৱালী থাকে সিহত মৰিবৰ সময়তো বনকৰা মানুহৰ ওচৰতে মৰে।

    • @Shantanu00033
      @Shantanu00033 Месяц назад

      Kimn dukh loga kotha nohoi ne baru

  • @anurupdeka549
    @anurupdeka549 6 месяцев назад +9

    Nilakshi neog a bohut dhuniya gaise gaan tu.....such a beautiful song🎵❤
    Zubeen dai gale aru melody hol hoi

  • @Axomvibe
    @Axomvibe 6 месяцев назад +5

    মাতৃৰ পুত্ৰলৈ থকা অগাধ মৰমৰ সুন্দৰ কাহিনী❤।
    বৰ্তমান সময়ৰ প্ৰজনমটোৰ লগত মিল থকা এটি জীয়া কাহিনী।🌺🌺🌺🥀🥀🥀🥲🥲🥲
    বহুত ভাল লাগিব।😊

  • @Meghali-dg2ro
    @Meghali-dg2ro 6 месяцев назад

    ধন্যবাদ!

  • @mukutadevi302
    @mukutadevi302 6 месяцев назад +2

    অতি সুন্দৰ গীতৰ সৈতে অভিনয় ও অতি সুন্দৰ।

  • @officialhemanga
    @officialhemanga 6 месяцев назад +3

    Bohut dhunia gann ❤

  • @babu.kalita2014
    @babu.kalita2014 6 месяцев назад +5

    শুভকামনা জনালোঁ বাইদেউ আৰু বহুত আশাৰে অপেক্ষা কৰি আছোঁ l ভ্ৰাম্যমাণ থিয়েটাৰত আপুনি অদ্বিতীয় Prastuti ba ❤

  • @kalpanabaishya1444
    @kalpanabaishya1444 5 месяцев назад +1

    হৃদয় চুই অন্তৰত ক্ষণিক আনন্দ আৰু বেদনা উথলি উঠা গীত।

  • @Indrani-w2c
    @Indrani-w2c 6 месяцев назад +10

    গীতটোৰ কথাখিনি সঁচাই হৃদয়স্পৰ্শী !! প্ৰতিটো শাৰী এই যেন বহু কথা কৈ গৈছে !! আপোনাৰ অভিনয়ে সঁচাকৈ কন্দুৱাই দিলে !!!! সন্তানৰ অৱহেলাৰ বাবে এগৰাকী মাতৃৰ হৃদয় যেন ভাগি পৰিব লগীয়া নহয় এইয়া তাৰেইটো উদাহৰণ আপোনাক প্ৰণাম #PrastutiPorasor 🙏❤️

  • @NayanRajbongshiNayanRajbongshi
    @NayanRajbongshiNayanRajbongshi 4 месяца назад +1

    Assam no1 actress ❤❤❤❤❤❤❤ super, outstanding, mind-blowing performance ❤❤❤ Prastuti. Madam

  • @Bhargavneel
    @Bhargavneel 6 месяцев назад +2

    "Tothapiu jiyai thake maak bur okole okole ... Mak bur nathakile Kune xudhibo xontan burok MOINA KUXOLE ASONE ? ". SOKUPANI ulai hoise aixai kotha xuni 🥺♥️

  • @Pallabkcreation
    @Pallabkcreation 6 месяцев назад +4

    Nilakshi Neog Fan's Like Kora 👍❤️❤️❤️

  • @ARUHI99_VLOGS
    @ARUHI99_VLOGS 6 месяцев назад +2

    Babu beta❤aguyai jua mahi pora morom akhirbad hodai ase tumaloi🙌

  • @danimation4885
    @danimation4885 6 месяцев назад +3

    Every year (AWAHAN theatre)
    Has a beautiful and soulful song and trending songs so AWAHAN is the unique theatre 🎭 all over Assam 🎉❤❤❤❤❤❤

  • @pujaborah9902
    @pujaborah9902 6 месяцев назад +4

    Bhut kothai koi gol o gantoye❤❤❤

  • @Shantanu00033
    @Shantanu00033 Месяц назад

    প্ৰতিভা এটা এনেকুৱা আশীৰ্বাদ যিটো ভগৱানে বহুত কম মানুহৰ কপালত লিখে 🙏🌟🙏

  • @moonmisworld4922
    @moonmisworld4922 5 месяцев назад

    Eman hundor ovinoi.mon sui gol.

  • @junborman6454
    @junborman6454 6 месяцев назад +1

    Bohut val lagil ❤❤

  • @puhorjunak7535
    @puhorjunak7535 5 месяцев назад +1

    সচাকৈ মনতোক চুই গৈছে ,সচাকৈ এক বাস্তবিক কাহিনি আজিৰ দিনত চলি থকা ঘটনা ,বৰ আবেগিক হৈ পৰিলো ,বহুত-বহুত ভাল হৈছে আৰু নু কি কম ভাষা নাই চকোপানি উলাই আহিল 😭😭😭 ।

  • @ILIKETOTRAVELLIKEABIRD
    @ILIKETOTRAVELLIKEABIRD 6 месяцев назад +1

    এইবাৰ গোটেই ভাৰতবৰ্ষত আৱাহন থিয়েটাৰ ফালিব যেন পাইছো প্ৰস্তুতি বা অভিনয়ৰ যোগেদি.. কেনেকুৱা অভিনয় কৰে হে একেবাৰে nutural.. salute দিছো আপোনাক

  • @SagarParashar-z5t
    @SagarParashar-z5t 6 месяцев назад +12

    Nice song. Mama

  • @prasurjyahazarika6697
    @prasurjyahazarika6697 6 месяцев назад +4

    হৃদয় চুই গৈছে ❤️🥺 আৱাহন পৰিয়ালৰ প্ৰতিগৰাকী সদস্যলৈ বহুত মৰম ❤তুমি সদায় মৰমৰ প্ৰস্তুতি বা❤
    প্ৰাচুৰ্যা হাজৰিকা (নগাঁও)

    • @Bhargavneel
      @Bhargavneel 6 месяцев назад +1

      Love from Nagaon

  • @BarnaliDas-jf9zr
    @BarnaliDas-jf9zr 4 месяца назад

    Mojave hoisa

  • @GautamDeka-l4v
    @GautamDeka-l4v 4 месяца назад

    Sundor Song

  • @ilasarma874
    @ilasarma874 6 месяцев назад

    Bohut dhunia gaantu 👌❤️

  • @Hirak_Neel05
    @Hirak_Neel05 6 месяцев назад

    Jui nilakshi ba🔥🔥🔥agr bar r dre aitu o hit❤️❤️

  • @jyotishdeka7506
    @jyotishdeka7506 6 месяцев назад +4

    Nilakshi ba kontho ❤

  • @MintuDAS-cx3sg
    @MintuDAS-cx3sg 6 месяцев назад

    Bohut vl lagil xuni gaan tu ❤❤❤❤❤

  • @ParulBarman-u5z
    @ParulBarman-u5z 6 месяцев назад +2

    ধুনীয়া বাইদেউ ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @DharitriDeka-wk3vj
    @DharitriDeka-wk3vj 6 месяцев назад +1

    Dhuniya hoise baaa ❤

  • @nirmalidas4067
    @nirmalidas4067 5 месяцев назад

    Prastuti baa❤ thoka proti tu gaan theyeter ❤❤ birat val lage ❤❤

  • @dilipdeka7322
    @dilipdeka7322 6 месяцев назад +1

    Bahut val lagil ❤❤

  • @MainaGogoi-w6u
    @MainaGogoi-w6u 4 месяца назад

    Tq Nilakshi baideu.

  • @Assamesevideo59
    @Assamesevideo59 6 месяцев назад +2

    Dhunita lagil ba❤tumar akting iman dhuniya hoi❤bohut bohut morom tumaloi ba❤love you ba❤❤

  • @pranayeenath
    @pranayeenath 6 месяцев назад +3

    এৰা ❤❤।দুখৰ চকুলু বৈ আহে

  • @TRAVELASSAM-m5o
    @TRAVELASSAM-m5o 3 месяца назад

    Prostuti ba + nilakshi ba= uff ❤

  • @krishnamelang4742
    @krishnamelang4742 2 месяца назад

    Nilakshi baa so sweet voice ❤

  • @tusharprotimdutta7796
    @tusharprotimdutta7796 6 месяцев назад +3

    ভাল লাগিল ❤️ বিৰাত দুখো লাগিল 🥹

  • @P47R
    @P47R 5 месяцев назад

    Mojaa Baideoooo❤❤❤❤

  • @bharatibarkataki7592
    @bharatibarkataki7592 6 месяцев назад +2

    সুন্দৰ গান ❤

  • @meghaligogoiassamese9581
    @meghaligogoiassamese9581 5 месяцев назад

    Besi vl lghil arddhangini pasotea atu ganu bohut besi vl lghise abahan theatre e bohut dhunia dhunia kahini manuhok agbohai ase ❤❤.

  • @hemontatamuli8829
    @hemontatamuli8829 6 месяцев назад

    বৰ সুন্দৰ , লগতে অভিনয়ো ।

  • @muninmbcreation7720
    @muninmbcreation7720 5 месяцев назад

    হৃদয়স্পৰ্শী গীত❤️
    প্ৰস্তুতি বাৰ অভিনয়ে চকু সেমেকাই তুলিলে💞

  • @sikhadeka1483
    @sikhadeka1483 6 месяцев назад

    Ufff ki dhuniya hoise ❤😊

  • @kangkanbarman878
    @kangkanbarman878 6 месяцев назад +1

    Excellent song

  • @Hemantaphukan143
    @Hemantaphukan143 3 месяца назад

    Bohut val lagil😢😢

  • @Rubidas-c6f
    @Rubidas-c6f 5 месяцев назад

    ❤❤❤❤মজাই

  • @hirakjyotideka4850
    @hirakjyotideka4850 6 месяцев назад +1

    গীতটো বহুত ভাল লাগিছে.........❤❤❤😘😘😘👌👌👌

  • @parthasarathi6584
    @parthasarathi6584 5 месяцев назад

    Uff nilakshi baa ❤❤❤

  • @Boy_World_dance
    @Boy_World_dance 6 месяцев назад +4

    Video so nice ❤❤❤❤❤🎉🎉🎉🎉

  • @mrjisu7119
    @mrjisu7119 6 месяцев назад +1

    Next level ❤

  • @madhurimabora5675
    @madhurimabora5675 6 месяцев назад

    উফ বৰ ভাল লাগিল গানটো শুনি ❤সচাঁই অন্তৰ চুই গৈছে❤️🥺

  • @Anamikanath1
    @Anamikanath1 6 месяцев назад +2

    Very nice song❤ গানটো শুনি আবেগিক হৈ পৰিলো😢

  • @nitulboruah4000
    @nitulboruah4000 6 месяцев назад +3

    ভাল লাগিছে বা❤❤❤❤❤

  • @dipanditaborah9202
    @dipanditaborah9202 6 месяцев назад

    ❤❤❤❤❤❤❤ মন চুই গল

  • @KamalBezbaruah-bk5uu
    @KamalBezbaruah-bk5uu 6 месяцев назад +1

    সুন্দৰ গীত বা

  • @ayanxmchannel4606
    @ayanxmchannel4606 5 месяцев назад

    Nilakshi neog uff ki j guwa o ❤❤❤

  • @__priitt__
    @__priitt__ 6 месяцев назад

    সদায় প্ৰিয় তুমি নিলাক্ষী বা❤... উফ্ তোমাৰ কণ্ঠ🥰

  • @kalpakalita6386
    @kalpakalita6386 6 месяцев назад

    Bohut val lagisa 😊😊

  • @madhujyabaruah1701
    @madhujyabaruah1701 6 месяцев назад

    Nilakshi baa tumi 🔥🔥🔥❤❤❤

  • @plabangohain9279
    @plabangohain9279 6 месяцев назад +1

    মজা ❤

  • @nabajyotisaikia-ze6eg
    @nabajyotisaikia-ze6eg 6 месяцев назад

    Bohut val lagise

  • @nikitadeka4244
    @nikitadeka4244 5 месяцев назад

    গীত টিৰ এটা এটা শব্দই অন্তৰ চুই গৈছে 😢😢😢😢 মা লৈ বহুত মনত পৰি গ'ল 😢😢❤❤❤

  • @z2vLoGs007
    @z2vLoGs007 4 месяца назад

    Apunar acting manibo lagibo kin2 xorur pora apuni fvrt..Suren suror putek r pora ajiloike aru hodai fvrt hoi thakibo Allah e kbl valei rakhok soboke....❤❤❤

  • @princeparagborah8917
    @princeparagborah8917 5 месяцев назад

    সামগ্ৰীক সংগীত পৰিচালনা খুব ভাল।

  • @hirumonilaskar8845
    @hirumonilaskar8845 4 месяца назад

    আপেক্ষাৰত নাটক খন চাম বুলি।❤❤❤

  • @Nirmali567
    @Nirmali567 6 месяцев назад +1

    অধীৰ আগ্ৰহেৰে বাট চাই আছো♥️♥️♥️♥️

  • @munindraburagohain4458
    @munindraburagohain4458 6 месяцев назад

    Hundor

  • @minmoysaikia8747
    @minmoysaikia8747 6 месяцев назад

    Bohut hundor avinoy 🥹🫂

  • @BabitaBaishya-w8v
    @BabitaBaishya-w8v 6 месяцев назад +1

    Acting+song exillennt ❤❤❤

  • @sewalisaikia7352
    @sewalisaikia7352 6 месяцев назад

    বিশেষ নকওঁ...... মাথোঁ কওঁ ভাষা হেৰাই গৈছে ❤❤

  • @BabitaBaishya-w8v
    @BabitaBaishya-w8v 6 месяцев назад +1

    আৱাহন সদায় ব্যতিক্ৰমী অন্যৰ তুলনাত❤❤

  • @kuladeepdeka8820
    @kuladeepdeka8820 6 месяцев назад

    Mojja

  • @ArijeetGallery
    @ArijeetGallery 5 месяцев назад

    Eikhon naatoke dorkhok konduwabo.. ❤ @nilakshi birat dhuniya gaaisa. ❤❤