Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
সুন্দৰ হৈছে অতুলনীয়
ইয়াত কৈ সুন্দৰ সংস্কৃতি পৃথিৱীৰ আন কোনো ঠাইত পাবৰ নাই।। জয় গুৰু শংকৰ। হে গুৰুজনা। কৃষ্ণ
কৃষ্ণ❤❤ সুন্দৰ। এয়াই হৈছে অসমৰ মান 🙏🙏
অতিসুন্দৰ ❤️ বাপ 🙏🙏কৃষ্ণ কৃষ্ণ 🙏🙏
অপূর্ব আপোনালোকৰ পৰিবেশনশৈলী। 🙏কৃষ্ণ।
বৰে-বাৰে চাই-শুনিও হেঁপাহ নপলাইঅতুলনীয় দিহানামপ্ৰণাম জনাইছোঁকৃষ্ণ কৃষ্ণ
সঁচাকৈয়ে এক অতুলনীয় অনুভৱ।বহুত ভাল লাগিল। ওচৰৰ পৰা চাবলৈ পাই নিজকে ভাগ্যবান যেন অনুভৱ কৰিলো।🙏কৃষ্ণ🙏
ধন্যবাদ।
সুন্দৰ হৰিনাম 🙏শুনিলে শুনি থাকিবলৈ মন যায়। কৃষ্ণ কৃষ্ণ 🙏🙏
মন টো ভাল লাগি যায় হৰি নাম বোৰ শুনিলে,, ভাল লাগিল শুনি
অতুলনীয়হৰিনাম।অতিসুন্দৰপশনৰিৱে।🙏 কৃষ্ণ
🥰🥰🥰🥰🥰অতি সুন্দৰ প্ৰদৰ্শন। ইয়াতকৈ আৰু কি লাগে।বহুত ভাল লাগিল শুনি কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏
দেহ মন জুৰ পৰি যোৱা দিহানাম৷অতি সুন্দৰ
Excellent, bor dhuniya lagil, krishna
শুনি থাকিলে শুনি থাকিব মন যাই , সুন্দৰ পৰিবেশন,অতুলনীয় , অৱদান
কৃষ্ণ গুৰুজনাৰ অপুৰ্ব সৃষ্টিক সতকতি প্ৰনাম জনালোঁ🙏
অতুলনীয়, অবিশ্বাস্য। শত কোটি প্ৰণাম 🙏🙏🙏
সুন্দৰ পৰিবেশন বাপ সকল ।সচাই অতুলনীয় গোলাঘাট।
বহুত ভাল লাগিছে নাম ভাগ লগতে ভাল লাগিছে বাহিৰ মাত সুনি
কৃষ্ণ ৰাম কৃষ্ণ , বহু ত ধুনীয়া হৈছে
ধেমাজি বাসিন্দা হিচাপে মই আজি গৌৰৱান্বিত ❤
হৰি নামৰ মাজত নাছ তু কিয় পৰিৱেশন কৰে জনাব চুন ( ভক্তি কিছুমান কথা নাজানিলেও কিছুমান জানো গতিকে জনাব চুন) সুন্দৰ কন্ঠ ❣️
অতি সুন্দৰ ....... নামতিৰ পৰা ধৰি নেগেৰা বাদক , গুৰুবাদ্য খোল , তালৰ লগতে বাঁহী বাদকলৈ মোৰ ফালৰ পৰা অশেষ শুভ কামনা ।আগলৈ আৰু আগুৱাই যাওক তাৰে কামনা কৰিলো
এই দলটি মই এবাৰ লগ ধৰিব বিচাৰো। যোগৰ ঠিকনাটো পাৰিলে জনাবচোন।
Dhemaji 8011217272
@@Dhemajikendriyaharinam Dada ai team tu nimontron jonabo pora jai ne ,,,jonabo sun
Parib
Bor hundor lagise krisno
খুওব সুন্দৰ হৈছে ।নামতি ,খোল ,নাগাৰা ,বাঁহি বাদন মনোমোহা হৈছে ।
Aaa Hori ❤ Joy Radhe Krishno
অতুলনীয় হৰি নাম। অতি সুন্দৰ পৰিৱেশন।🙏🏻 কৃষ্ণ
Bohot dhyan lagaye namtu hune
Poisa
Bohot bohot Val lagise krishno
@@digantaborah4285 \\\\\
@@digantaborah4285 }pp}
খুব সুন্দৰ হৈছে ঈশ্বৰে মঙ্গল কৰক🙏🏻❤️
আপোনাৰ কণ্ঠই মন প্ৰাণ চুই যায় । দিনটোত এবাৰ নুহুনকে থাকিবই নোৱাৰোঁ 🙏🙏
Krishno bap aupunalukor video sai bohut val lage 👍👍👍👍
খুউব সুন্দৰ, কৃষ্ণ 🙏🙏🙏
আপোনালোকৰ অনুষ্ঠান চাই বহুত ভাল লাগিছে ❤️❤️❤️
Bor dhunia dihanaam❤❤❤
Moja lagi jai aapuna hbr video🙏🙏🙏💯
মন গাবোৰ আধ্যাত্মিক দিশলৈ লৈ যায়, জয় শ্ৰীকৃষ্ণৰ 🙏🙏🙏
অতি মনোমোহা দৃশ্য । হৰিনাম মোৰ অতিকৈ প্ৰিয় ।
কৃষ্ণ প্ৰভু 🙏🙏🙏
সুন্দৰ অতি সুন্দৰ গলাৰ লগতে সংগত কৰা সহযোগি সকল ভগৱন্তয় কৃপা কৰক হৰিৰ নাম লবলৈ আনিও পূণ্য ভাগ পাবলৈ
Hori om hori om .bohut val lagil
বহুত সুন্দৰ জয় শ্ৰীকৃষ্ণ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ ❤ভাল লাগিল
Happy❤
“ হেমন্ত গগৈ ” এই জনৰ গাত ভগৱান লম্ভি যায় চাগে , গাৰ নোম শিয়ঁৰি উঠে এইজনৰ বাদন দেখিলে ৷ কৃষ্ণ দেই 🙏 আপোনাৰ লগতে সমস্তকে তেৰাই ভালে ৰাখক ৷❤❤
অতি সুমধুৰ "জয় গুৰু শঙ্কৰ "কৃষ্ণ 🙏
সুন্দৰ কণ্ঠ❤️
মন মোহনীয়া গীত সুন্দৰ 🙏🙏
ধন্যবাদ
Mojja
অতি সুন্দৰ বাপ সকল কৃষ্ণ কৃষ্ণ কৃষ্ণ।
ধন্যবাদ।🙏🙏🙏🙏🙏
বহুত ভাল লাগিল কীষ্ণ কিষ্ণ হৰি হৰি......ৰাম ৰাম/
খুব ধুনিয়া হইচে
হৰিনাম🙏🙏
নাম 🙏
এটি উত্তম নামৰ দল। দলীয় ঐক্য অতি সুন্দৰ।প্রতি গরাকী ভকতৰ উলাহে নামষাৰ ৰমনীয় করি তুলিছে।বিশেষকৈ নেগেরাবাদক আরু নৃত্য করা বাপজনাৰ মোহনীয় নৃত্য বারে বারে চাওঁ যেন লাগিছে।বাপজনাৰ লাৱন্যময়ী নৃত্যটি কিয় কমকৈ দেখুৱlলে?পিছলৈ আকৌ এনেদরে নাম দিলে নৃত্যসহ সমানে দেখুৱlব দেই। কৃষ্ণ,কৃষ্ণ সেৱlহে জনালোঁ।
Hundor diha nam ❤krishna
*অপূৰ্ব হৈছে বাপসকল*
ভাও দিয়াজনক বহুত ভাল লাগিছে।
সুন্দৰ পৰিৱেশন।
Ki moja hemonta daa♥️♥️💥🙏
Moja lagise
সুন্দৰ হৈছে শুনিলে শুনি থাকিবলে মন যাই❤ ❤❤
🙏 🤗 // Val lagile বহুত 👌🏻 মোজা ❣️
Hundur Bahut val lagil
বহুত, সুন্দৰ ,আশা, ৰাখিছোঁ, আগুৱাই , যাওঁ,❤❤ 😮❤❤
bohut val lagil ohhh . krishna prabhu.
অপূৰ্ব , মনোমোহা।
সূনদৰ হৈছে ,নাগাৰা বজোৱা জনে ফতূৱাকৰে বাকী ভাল হৈছে
সূন্দৰ 🙏🙏🙏🙏🙏🥳🥳🥳🥳🥳🥳🥳💖
কৃষ্ণ গিততু ভাল লাগিল আগলৈ যাতে এনে এতি নতুন গিত আগ বহাব কৃষ্ণৰ।
Hari Nam Mor Aotikoi Priyo 🙏 Moner kastha dur hoie jai 👌
সুন্দৰ হৈছে ❤❤❤
❤❤ iman hundor kontha 🙏🙏🌺 iman dhuniya Doha Naam gaming just Pori hoise🌹🌹🌺🙏🤟Aru agowai joke apunaluk isore apunaluk Mongol korok 🙏🙏🙏🙏🙏🌺🌺🌺🤟🤟🤟🌹🌹🌹🙏
সুন্দৰ কণ্ঠ।
অতি সুন্দৰ আৰু মই শুনি পাহৰি যাব নোৱাৰোঁ
ভাল লাগিছে
Apurba paribexon, Hare Krishna Hare Ram Hare Hare Hare🌷🌷🌷🙏
Hundor poribekhn
Dhuniya lagise 🌼💗💗💗
অতি সুন্দৰ পৰিবেশন ।। কৃষ্ণ 🙏
ধন্য নাগাৰা বাদক ৷বহুত ভাল লাগিল
খুবেই সুন্দৰ ।।।।
পৰম সন্তোষ পালোঁ কৃষ্ণ 🙏🙏🙏🙏
Bohut dhunia lagise dei
Excellent keep it up
Tq
Hemanta dar negera bojua xuni vl lage 😌😌❤️❤️
🤗 অতি সুন্দৰ
ৰাম Hori.. Sapori 🙏❣️
সুন্দৰ 🙏🙏🙏❤কৃষ্ণ কৃষ্ণ
কবলৈ ভাষা বিচাৰি পোৱা নাই ❤
অতি সুন্দৰ প্রদর্শন ❤❤
বাপসকল অতি সুন্দৰ।❤🙏
Hari Bol ❤️ Spirit Soul
অতি সুন্দৰ প্ৰদৰ্শন 💜
পনৱ দা আপোনাৰ গানে হিদয় চুই জাই ভগৱানে আপোনলোকক কুসলে ৰাসক এতাই বেয়া লাগে যে এই মানুহ জনে নাচিলে বিহু নচা যেন লাগে
সুন্দৰ বহোত সুন্দৰ 😮😮
Video tu sai val lagise de😘😘😘
Bohut hundar
Hundar
Mon2 bht val lgi jai krishna🙏🙏
কি সুন্দৰ 👍👍👍
বৰ ধুনীয়া Music compose
Bhut Val lagil.sosai sunile sunib mn ji thake.bhut Val lage.
সুন্দৰ Tamul pur ৰ পৰা মৰম দিলো 😘😘😘😘😘😘😘😘😘😘😘
Ati hundor... Krishna, ki j binondiya ei harinam...
সুন্দৰ গীত পৰিবেশন কৰিছে
সুন্দৰ হৈছে অতুলনীয়
ইয়াত কৈ সুন্দৰ সংস্কৃতি পৃথিৱীৰ আন কোনো ঠাইত পাবৰ নাই।। জয় গুৰু শংকৰ। হে গুৰুজনা। কৃষ্ণ
কৃষ্ণ❤❤ সুন্দৰ। এয়াই হৈছে অসমৰ মান 🙏🙏
অতিসুন্দৰ ❤️ বাপ 🙏🙏কৃষ্ণ কৃষ্ণ 🙏🙏
অপূর্ব আপোনালোকৰ পৰিবেশনশৈলী। 🙏কৃষ্ণ।
বৰে-বাৰে চাই-শুনিও হেঁপাহ নপলাই
অতুলনীয় দিহানাম
প্ৰণাম জনাইছোঁ
কৃষ্ণ কৃষ্ণ
সঁচাকৈয়ে এক অতুলনীয় অনুভৱ।বহুত ভাল লাগিল। ওচৰৰ পৰা চাবলৈ পাই নিজকে ভাগ্যবান যেন অনুভৱ কৰিলো।🙏কৃষ্ণ🙏
ধন্যবাদ।
সুন্দৰ হৰিনাম 🙏শুনিলে শুনি থাকিবলৈ মন যায়। কৃষ্ণ কৃষ্ণ 🙏🙏
মন টো ভাল লাগি যায় হৰি নাম বোৰ শুনিলে,, ভাল লাগিল শুনি
অতুলনীয়হৰিনাম।অতিসুন্দৰপশনৰিৱে।🙏 কৃষ্ণ
🥰🥰🥰🥰🥰অতি সুন্দৰ প্ৰদৰ্শন। ইয়াতকৈ আৰু কি লাগে।বহুত ভাল লাগিল শুনি কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏
দেহ মন জুৰ পৰি যোৱা দিহানাম৷অতি সুন্দৰ
Excellent, bor dhuniya lagil, krishna
শুনি থাকিলে শুনি থাকিব মন যাই , সুন্দৰ পৰিবেশন,অতুলনীয় , অৱদান
কৃষ্ণ গুৰুজনাৰ অপুৰ্ব সৃষ্টিক সতকতি প্ৰনাম জনালোঁ🙏
অতুলনীয়, অবিশ্বাস্য। শত কোটি প্ৰণাম 🙏🙏🙏
সুন্দৰ পৰিবেশন বাপ সকল ।সচাই অতুলনীয়
গোলাঘাট।
বহুত ভাল লাগিছে নাম ভাগ লগতে ভাল লাগিছে বাহিৰ মাত সুনি
কৃষ্ণ ৰাম কৃষ্ণ , বহু ত ধুনীয়া হৈছে
ধেমাজি বাসিন্দা হিচাপে মই আজি গৌৰৱান্বিত ❤
হৰি নামৰ মাজত নাছ তু কিয় পৰিৱেশন কৰে জনাব চুন ( ভক্তি কিছুমান কথা নাজানিলেও কিছুমান জানো গতিকে জনাব চুন) সুন্দৰ কন্ঠ ❣️
অতি সুন্দৰ ....... নামতিৰ পৰা ধৰি নেগেৰা বাদক , গুৰুবাদ্য খোল , তালৰ লগতে বাঁহী বাদকলৈ মোৰ ফালৰ পৰা অশেষ শুভ কামনা ।
আগলৈ আৰু আগুৱাই যাওক তাৰে কামনা কৰিলো
ধন্যবাদ।
এই দলটি মই এবাৰ লগ ধৰিব বিচাৰো। যোগৰ ঠিকনাটো পাৰিলে জনাবচোন।
Dhemaji 8011217272
@@Dhemajikendriyaharinam Dada ai team tu nimontron jonabo pora jai ne ,,,jonabo sun
Parib
Bor hundor lagise krisno
খুওব সুন্দৰ হৈছে ।নামতি ,খোল ,নাগাৰা ,বাঁহি বাদন মনোমোহা হৈছে ।
Aaa Hori ❤ Joy Radhe Krishno
অতুলনীয় হৰি নাম। অতি সুন্দৰ পৰিৱেশন।🙏🏻 কৃষ্ণ
Bohot dhyan lagaye namtu hune
Poisa
Bohot bohot Val lagise krishno
@@digantaborah4285 \\\\\
@@digantaborah4285 }pp}
খুব সুন্দৰ হৈছে ঈশ্বৰে মঙ্গল কৰক🙏🏻❤️
আপোনাৰ কণ্ঠই মন প্ৰাণ চুই যায় । দিনটোত এবাৰ নুহুনকে থাকিবই নোৱাৰোঁ 🙏🙏
Krishno bap aupunalukor video sai bohut val lage 👍👍👍👍
খুউব সুন্দৰ, কৃষ্ণ 🙏🙏🙏
আপোনালোকৰ অনুষ্ঠান চাই বহুত ভাল লাগিছে ❤️❤️❤️
Bor dhunia dihanaam❤❤❤
Moja lagi jai aapuna hbr video🙏🙏🙏💯
মন গাবোৰ আধ্যাত্মিক দিশলৈ লৈ যায়, জয় শ্ৰীকৃষ্ণৰ 🙏🙏🙏
অতি মনোমোহা দৃশ্য । হৰিনাম মোৰ অতিকৈ প্ৰিয় ।
কৃষ্ণ প্ৰভু 🙏🙏🙏
সুন্দৰ অতি সুন্দৰ গলাৰ লগতে সংগত কৰা সহযোগি সকল ভগৱন্তয় কৃপা কৰক হৰিৰ নাম লবলৈ আনিও পূণ্য ভাগ পাবলৈ
Hori om hori om .bohut val lagil
বহুত সুন্দৰ জয় শ্ৰীকৃষ্ণ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ ❤ভাল লাগিল
Happy❤
“ হেমন্ত গগৈ ” এই জনৰ গাত ভগৱান লম্ভি যায় চাগে , গাৰ নোম শিয়ঁৰি উঠে এইজনৰ বাদন দেখিলে ৷ কৃষ্ণ দেই 🙏 আপোনাৰ লগতে সমস্তকে তেৰাই ভালে ৰাখক ৷❤❤
অতি সুমধুৰ "জয় গুৰু শঙ্কৰ "কৃষ্ণ 🙏
সুন্দৰ কণ্ঠ❤️
মন মোহনীয়া গীত সুন্দৰ 🙏🙏
ধন্যবাদ
Mojja
অতি সুন্দৰ বাপ সকল কৃষ্ণ কৃষ্ণ কৃষ্ণ।
ধন্যবাদ।🙏🙏🙏🙏🙏
বহুত ভাল লাগিল কীষ্ণ কিষ্ণ হৰি হৰি......ৰাম ৰাম/
খুব ধুনিয়া হইচে
হৰিনাম🙏🙏
নাম 🙏
এটি উত্তম নামৰ দল। দলীয় ঐক্য অতি সুন্দৰ।প্রতি গরাকী ভকতৰ উলাহে নামষাৰ ৰমনীয় করি তুলিছে।বিশেষকৈ নেগেরাবাদক আরু নৃত্য করা বাপজনাৰ মোহনীয় নৃত্য বারে বারে চাওঁ যেন লাগিছে।বাপজনাৰ লাৱন্যময়ী নৃত্যটি কিয় কমকৈ দেখুৱlলে?পিছলৈ আকৌ এনেদরে নাম দিলে নৃত্যসহ সমানে দেখুৱlব দেই। কৃষ্ণ,কৃষ্ণ সেৱlহে জনালোঁ।
Hundor diha nam ❤krishna
*অপূৰ্ব হৈছে বাপসকল*
ভাও দিয়াজনক বহুত ভাল লাগিছে।
সুন্দৰ পৰিৱেশন।
Ki moja hemonta daa♥️♥️💥🙏
Moja lagise
সুন্দৰ হৈছে শুনিলে শুনি থাকিবলে মন যাই❤ ❤❤
🙏 🤗 // Val lagile বহুত 👌🏻 মোজা ❣️
Hundur
Bahut val lagil