দিহানাম

Поделиться
HTML-код
  • Опубликовано: 26 дек 2024

Комментарии • 968

  • @madhabgogoi1056
    @madhabgogoi1056 2 года назад +311

    নামটো তোমাৰ প্ৰিঞ্চিপ্ৰিয়া ,
    মায়ে মাতে সোণ বুলি।
    দিহা নাম গোৱা দিহা লগাই,
    দিহাৰ মাজতে ৰগৰ তুলি।।
    আগবাঢ়ি যাবা ভবামতেই,
    আশীৰ্বাদ থাকিল আমাৰ।
    ভগৱন্ত সদায় নিজৰ মাজতে,
    আয়ুস বঢ়াব তোমাৰ।।
    পঞ্চপাণ্ডৱ আছিল পাঁচজন,
    ঈশ্বৰে কৰিলে সহায়।
    তোমালোকো আছা পাঁচগৰাকী,
    আগবাঢ়ি যোৱা ঈশ্বৰ আছে সদায়।
    দুয়োফালে আছে দুজনকৈ সখা,
    বাদ্যত পিছে অতি নিপুন,
    দুয়োজন যেন বিপদত তোমালোকৰ কৃষ্ণ আৰু অৰ্জুন।
    শুভেচ্ছা যাচিলোঁ দেৰিকৈ হলেও জন্মদিনৰ তোমাৰ,
    দিহানামবোৰ গায়যাবা সদায় আশীৰ্বাদ থাকিল আমাৰ।

    • @amiyaneogkalitasdihanamwor4408
      @amiyaneogkalitasdihanamwor4408  2 года назад +24

      বৰ ভাল লাগিল মোক এনেদৰে উৎসাহ সেৱা সেৱা জনালোঁ ৷যোগোৱাৰ বাবে ৷ মা পাপাৰ মৰম, আৰ্শীবাদৰ উপৰিও আপোনালোকৰ মৰম ,আৰ্শীবাদ পোৱাৰ বাবে ৷ সদায় যেন পাও আৰু মই চেষ্টা কৰি যাম ৷ কৃষ্ণ ৷

    • @princhipriyakalitahun
      @princhipriyakalitahun 2 года назад +13

      Bahut Dhonyobad 🙏🥺💞❤️

    • @madhabgogoi1056
      @madhabgogoi1056 2 года назад +8

      কৃষ্ণ।

    • @papusharma4471
      @papusharma4471 2 года назад +8

      অতি সুন্দৰ আকৰ্ষণীয় পৰিৱেশন উজ্জল ভবিষ্যত কামনাৰে পভূৰ চৰন শেবিভলৈ শক্তি দিয়ক আগুৱাই যাবলৈ নতুন পৰজনমৰ মাজলৈ সোমাই গৈ থাকিব লৈ

    • @sumitavlogs6183
      @sumitavlogs6183 2 года назад +12

      god bless

  • @sumitradeka3599
    @sumitradeka3599 8 месяцев назад +12

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏
    মাজনী তুমি মাতৃক অনুসৰণ কৰি শৈশৱ কালৰ পৰা দিহানাম পৰিৱেশন কৰি ভকতিৰ ক্ষেত্ৰখনত যি আদৰ্শ ও অৱদানৰ পদক্ষেপ লৈছা সেয়া অতিকৈ আদৰণীয় আৰু প্ৰশংসনীয় 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
    প্ৰভু ভগৱন্তই কৃপা কৰক 🙏🙏🙏🙏

  • @sumitradeka3599
    @sumitradeka3599 8 месяцев назад +8

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏

  • @ChitralekhaBaruah
    @ChitralekhaBaruah 9 месяцев назад +6

    বৰ ভাল লাগিল দেই। ঈশ্বৰ প্ৰদত্ত কণ্ঠ তোমাৰ।ধন্যবাদ জ্ঞাপন কৰিছো।ঈশ্বৰে মংগল কৰক।

  • @sumitradeka3599
    @sumitradeka3599 Год назад +7

    KRISHNA🙏🙏🙏🙏🙏🙏
    GURU SANKAR 🙏🙏🙏🙏🙏🙏

  • @TulaGogoi-ee5yl
    @TulaGogoi-ee5yl 9 месяцев назад +6

    Kije huwola 2mar kontha ❤..bujabo nuwari.... 2mar aru 2mar mar dihanaam ratipua hunile mon jur pori jai.... Hodai gai jaba ari nidiba aiya amar honskriti...... Vobishyot projonmoi jate aibur ari nidiye tate vogobanor usrt parthona ..... Aguai jua amar akhirbad 2mar uporot hodai thakibo....♥️🙏🙏🙏

  • @ranjanborah8190
    @ranjanborah8190 Год назад +10

    কৃষ্ণ আই গৰাকী অতি সুন্দৰ নাম... ভগবানে কৃপা কৰক আপোনালোকৰ

  • @Protim-b1l
    @Protim-b1l 9 месяцев назад +3

    Baidu apunar suwali kontho bohut val de,ru aguai jauk take kamona Kori ujjol bhobisyot kamona krilu❤❤❤❤,

  • @sumitradeka3599
    @sumitradeka3599 Год назад +11

    শ্ৰুদ্ধাৰ অমিয়া নেওগ কলিতা আই -গৰাকীৰ তুমি সুযোগ্যা কন্যা ।সুন্দৰ দিহানাম প্ৰচাৰ আৰু প্ৰসাৰ কৰি প্ৰভু-কৃষ্ণৰ কৃপাধন্য হৈ আগবাঢ়ি যোৱা ।তাকে কামনা কৰি ভগৱানৰ ওচৰত প্লাৰ্থনা জনালো মাইনা ।কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @nirmolandnibirdas1500
    @nirmolandnibirdas1500 2 года назад +11

    দিহানাম ষাৰ শুনি বহুত ভাল লাগিছে অতি সুন্দৰ হৈছে

  • @rajendutta2594
    @rajendutta2594 2 года назад +13

    সুন্দৰ কণ্ঠ প্ৰিন্সীপ্ৰিয়া।ভগমানে তোমাক আৰু আগবাঢ়ি যাবলৈ শক্তি দিয়ক।

  • @aparajitatamuli7273
    @aparajitatamuli7273 3 года назад +19

    সুন্দৰ হৈছে, কৃষ্ণ শংকৰ গুৰু হৰি ৰাম,ভগৱান কৃষ্ণ প্ৰতি ক্ষন তোমাৰ লগত আছে

  • @promodborah3768
    @promodborah3768 Год назад +6

    তোমাৰ লোকৰ হৰি নাম ইমান ভাল লাগিল ধন্যবাদ থাকিল

  • @miragogoi2073
    @miragogoi2073 2 года назад +4

    Jonmr dina bhut bhut huvaisha thakil agrloika anekoi ag bahi jua maa n tumi 🙏🙏🙏🙏🙏🙏🙏🙏

  • @abhispakashyap2281
    @abhispakashyap2281 3 года назад +9

    সুন্দৰ পৰিবেশন. নাম গুন গাৱলৈ প্ৰভুই তোমাক শক্তি দিয়ক ভক্তি দিয়ক....মইনা তুমি কুশলে থকা...

  • @MintuKalita-eu2du
    @MintuKalita-eu2du 9 месяцев назад +4

    আশীৰ্বাদ কৰিছো নেদেখা জনৰ ওচৰত আৰু আগোৱাই যোৱা।

  • @minakshivaishnab1313
    @minakshivaishnab1313 4 месяца назад +3

    বহুত ধুনীয়া নাম ভালে ৰাখক ভগবানে সকলোকে জয় শ্ৰী কৃষ্ণ 🙏❤❤

  • @kanchankalita8512
    @kanchankalita8512 3 года назад +14

    ভগৱানে কুশলে ৰাখক ।অতি সুন্দৰ ।ৰাতিপুৱাই মনতো ভৰি গল!

    • @nizjagialraha4338
      @nizjagialraha4338 2 года назад

      অচিনাকী ভণটি লৈ আশিবাদ থাকিল লগতে মৰম।জাচিলো

  • @অসমবিশালভিডিও
    @অসমবিশালভিডিও 3 года назад +19

    সুন্দৰ হৈছে। আমাৰ আশীৰ্বাদ সদায় আছে তোমালোকৰ ওচৰত। সুস্থ হৈ থাকা আগুৱাই যোৱা জীৱনৰ সু পথত।ভগৱানে সহায় কৰিব।

  • @nripendeka9800
    @nripendeka9800 2 года назад +8

    অতি সুন্দৰ হৈছে; ভক্ত প্ৰহ্লাদৰ দিহা নাম
    ভাগি পৰিপাতি আৰু - - - ক্ৃষ্ণ
    বাইদেউ আপোনাৰ ছোৱালী আগুৱাই যাওক ॥

  • @Junmoniboruah-w4g
    @Junmoniboruah-w4g Год назад +9

    প্ৰিঞ্চিপ্ৰিয়া তুমি ৰুপে গুণে
    মনোমোহা । তুমাৰ সুললিত কুকিল যাদুকৰী কণ্ঠই মোৰ মন সাগৰত ভাৱনাৰ ঢৌৱে চুনামি বোৱালে । এনেকৈয়ে তুমি জীৱনৰ লক্ষত উপনীত হোৱা । সঙ্গীবৃন্দলৈও সঁচা মৰম যাচিলো ।

  • @riniborah3339
    @riniborah3339 3 года назад +33

    জন্ম দিনৰ বহুত বহুত শুভেচ্ছা জনালো 🎂 বহুত ধুনীয়া হৈছে,, ভগৱানে কুশলে ৰাখক আৰু আগুৱাই যোৱা,,,,,,,,,,,

  • @Rajdev-p1y
    @Rajdev-p1y Год назад +3

    ভক্তি, শ্ৰদ্ধা, ধৈৰ্য্য আৰু সাহসী কতা লয় আগুৱাই যোবা। ভক্ত বৃন্দ লৈ অসেক ধন্যবাদ থাকিল। তোমাক সহায়তায় কৰক। সকলোকে ঈশ্বৰে মংগল কৰক। আয়ু্ৰ্ষ দীর্ঘদিন কৰক

  • @jitulgogoidugogoi7053
    @jitulgogoidugogoi7053 Год назад +4

    অতি। সুন্দৰ ভগৱান উছৰত প্ৰাৰ্থনাৰ জনাইছু

  • @pallabimahanta2741
    @pallabimahanta2741 3 года назад +52

    ইমান সুন্দৰ কণ্ঠ, ভগৱানে মংগল কৰক সকলোকে।

    • @barshita.nikhilbhuyan3846
      @barshita.nikhilbhuyan3846 2 года назад +1

      In

    • @rinkumanidas8050
      @rinkumanidas8050 2 года назад

      প্ৰিন্সি তোমাৰ কণ্ঠ মাতকৈয়ো আৰু এগুন চৰা সচাকৈ নামভাগ শুনিলে এৰি দিবৰে মন নাযায়।দিনটোত কিমান বাৰ যে শুনো তাৰ হিচাপ দিব নোৱাৰিম আৰু আগুৱাই যোৱা প্ৰিন্সি দেহাজনী।হিয়া উজাৰি দিছোঁ তোমাক আশীৰ্বাদ।কুশলে থাকা।

  • @sangitaborahrangpur
    @sangitaborahrangpur 3 года назад +8

    অতি সুন্দৰ। ভগৱন্তই তোমাক মঙ্গল কৰক।

  • @jayashridevi8169
    @jayashridevi8169 3 года назад +13

    অতি সুন্দৰ কণ্ঠদান সোন।
    আগুৱাই যোৱা তোমাৰ জীৱন বাটত।
    আমাৰ আশীৰ্বাদ সদায় আছে।

  • @M17-f5l
    @M17-f5l 6 минут назад

    কি সুন্দৰ হৰি নাম কৃষ্ণ কৃষ্ণ৷পুৱাতো এটি সুন্দৰ হৰিনামেৰে দিনটো ৰ আৰম্ভ হওক৷🙏🙏

  • @protikhyadutta.6398
    @protikhyadutta.6398 3 года назад +20

    Happy birthday Prinshi . তোমাৰ কণ্ঠটো সঁচাই অতি মনোমোহা ।লগৰ আটাইকেইগৰাকীৰে উজ্বল ভৱিতষ্যত কামনা কৰিলো ।

  • @khirodagogoi625
    @khirodagogoi625 3 года назад +15

    প্ৰিস্নী আইজনী তোমাৰ জম্ম
    দিনৰ বাবে শুভেচ্ছা ও আশীৰ্বাদ থাকিল । ইমান সুন্দৰ
    কৈ গাইছা । আগুৱাই গৈ থাকা । লগতে পঢ়া শুনা ভালকৈ কৰি
    যাবা দেই । আমাৰ আশীৰ্বাদ
    সদায় আছে তোমালোকলৈ ।
    তোমাৰ মাৰ নাম শ্ৰৱণ কৰা
    আমি নিয়মীয়া শ্ৰোতা ।
    কৃষ্ণ কৃষ্ণ ।

  • @bijumonidutta2472
    @bijumonidutta2472 3 года назад +10

    অতি সুন্দৰ, তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো, প্ৰভূৱে কৄপা কৰক 🌹❤️❤️❤️🌹

  • @sumitradeka3599
    @sumitradeka3599 4 месяца назад +5

    কৃষ্ণ🙏🙏🙏🙏🙏কৃষ্ণ 🙏🙏🙏🙏🙏কৃষ্ণ 🙏🙏🙏🙏🙏কৃষ্ণ 🙏🙏🙏🙏🙏 কৃষ্ণ 🙏🙏🙏🙏🙏

  • @ruliborah4594
    @ruliborah4594 2 года назад +2

    Princhipriya আই , ভাল হৈছে | ভগৱানে আশিষ কৰক |

  • @debojitborah8599
    @debojitborah8599 3 года назад +3

    Dhunia hoise suni vl lagil

  • @manjulanath2645
    @manjulanath2645 3 года назад +14

    সুন্দৰ ,,,, ঈশ্বৰে কুশলে ৰাখক । ওপজা দিনৰ বহুত বহুত ধন্যবাদ ,,, 🎂😘❤

  • @Rekhadass960
    @Rekhadass960 10 месяцев назад +4

    ধুনীয়া লাগিছে তোমাক কৃষ্ণ 🎉🎉🎉

  • @saktysassamese....2207
    @saktysassamese....2207 3 года назад +13

    সুন্দৰ কণ্ঠ 💕💕💕💕 ।। ভগৱানে কুশলতা প্ৰদান কৰক । আগুৱাই যোৱাৰ কামনাৰে বহুত মৰম ।।।

    • @jatinhaloi7412
      @jatinhaloi7412 3 года назад

      Happ birthday .God bless you Ma. Go on with your high er study

  • @anantaborgohain3971
    @anantaborgohain3971 Год назад +3

    কৃষ্ণ! যুগে যুগে অৱতাৰ!

  • @pranjitborah2651
    @pranjitborah2651 3 года назад +7

    বহত ভাল হৈছে। তোমাক আৰু তোমাৰ সহযোগী সকললৈ অলেখ অলেখ শুভ কামনা জনালোঁ 🙏🎆🌅❤️👍

  • @mili-juli9688
    @mili-juli9688 Год назад +2

    বহুত সুন্দর ।দলটি আরো আগবাহি যাওক।ভগবানে সহায় করক।তাকেই প্রাথনা জনালো।

  • @Dipankarmedhi877
    @Dipankarmedhi877 2 года назад +6

    আপোনাৰ ধুনীয়া সুৰেৰে আমাৰ গাঁওৰ আয়তী সকোলৰ মন জয় কৰিছে। আগলৈ আগুৱাই জোৱা তাৰে কামনা থাকিল।
    কৃষ্ণ নাম কৃষ্ণ ললো
    হৰি নাম হৰি পালো।

  • @chitraranjangogoi8899
    @chitraranjangogoi8899 3 года назад +8

    আগুৱাই যোৱা তোমালোক সদায়ে থাকিব শুভাষা

  • @putulkalita3115
    @putulkalita3115 2 года назад +6

    সচাকৈ সুন্দৰ কণ্ঠ । অসমৰ এগৰাকী সুকন্যা এওঁ ।ভগৱানৰ আশীস থাকিৱই ।

  • @aparajitadas4592
    @aparajitadas4592 3 года назад +19

    কৃষ্ণ 🙏🙏🙏 বহুত ভাল লাগিল ❤️❤️❤️

  • @rajibsaikia5725
    @rajibsaikia5725 3 года назад +7

    বৰ ভাল লাগে তোমাৰ কণ্ঠত নাম শুনি,মাতৃতকৈ কোনোগুণে কম নহয়।আগুৱাই যোৱা 🙏🙏

  • @hemontadutta8307
    @hemontadutta8307 3 года назад +27

    অতি সুন্দৰ কন্ঠ , ভগৱানৰ ওচৰত প্ৰাথনা জনায়ছো তোমালোক আগুৱাই যোৱা। কৃষ্ণ কৃষ্ণ 🙏

    • @rubihazarika7033
      @rubihazarika7033 3 года назад +1

      বহুত সুন্দৰকৈ গাইছা মাজনি,আগুৱাই যোৱাৰ, ।

  • @ProdipHandique-mg7qt
    @ProdipHandique-mg7qt Год назад +1

    প্ৰিঞ্জিপ্ৰিয়া মাৰ নিচিনা তোমাৰ কন্ঠতু যাদু আছে। তুমি আগবাঢ়ি যোৱা। আমি আশীৰ্বাদ কৰিছো।

  • @madhusmitabora1279
    @madhusmitabora1279 3 года назад +5

    Very nice👌 happy birthday 🎂 God bless you 🙏 🙏 😘 😘 🎂 🎂 🍰 🍰 🍫 🍫 🍕 🍕 🎁 🎁

  • @gameropbhai1111
    @gameropbhai1111 3 года назад +4

    বহুত বহুত ধন্যবাদ মাইনা ভগবানে তোমালোকক ভালে ৰাখক

  • @Bittuborah1993
    @Bittuborah1993 3 года назад +13

    সুন্দৰ কন্ঠস্বৰ ভাল লাগিল ঈশ্বৰে কৃপা কৰক🙏

  • @guptasarmah8949
    @guptasarmah8949 3 года назад +8

    প্ৰিন্সিপ্ৰিয়া তোমাৰ জন্মদিনত তোমালৈ বহুত বহুত শুভেচ্ছা তথা আশীর্বাদ জ্ঞাপন কৰিছো যাতে তোমাৰ অনাগত প্ৰতিটো দিনেই সুন্দৰ তথা মধুময় হওঁক।
    দিহানাম ভাগ অতি সুন্দৰ হৈছে। এইদৰে পিছলৈ নোছোৱাকৈ আগুৱাই গৈ থাকা যাতে সফলতাৰ উচ্চ শিখৰ আৰোহণ কৰিব পাৰা। God bless you.

  • @monishakhanikar5962
    @monishakhanikar5962 3 года назад +5

    সুন্দৰ হৈছে ।ভগৱানে তোমাৰ মংগল কৰক 🙏🙏🙏

    • @hazarikachukmajuli7170
      @hazarikachukmajuli7170 2 года назад

      ব হু ত ভাল লাগে তোমাৰ কণ্ঠত ।তুমি থিঘায়ু হোৱা

  • @sumitradeka3599
    @sumitradeka3599 Год назад +1

    কৃষ্ণ প্ৰভুয়ে তোমালোক আটাইকেইগৰাকী শিল্পী আৰু বাদ্যযন্ত্ৰীকে কৃপা কৰক ।
    কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
    শঙ্কৰ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @mintudas394
    @mintudas394 8 месяцев назад +3

    নামটো শুনি বহু ত ভাল লাগিছে

  • @sumitradeka3599
    @sumitradeka3599 Год назад +1

    কৃষ্ণ 🙏🙏🙏🙏🙏🙏
    সুন্দৰ কণ্ঠ তোমাৰ লগতে সঙ্গীবৃন্দৰো ❤️
    প্ৰভু কৃষ্ণই কৃপা কৰক ভবিষ্যতে আগোৱাই যোৱাত সমষ্ট শিল্পীবৃন্দক 🙏🙏🙏

  • @alikonwar9536
    @alikonwar9536 3 года назад +5

    আগবাঢ়ি যোৱা, বহুত ভাল হৈছে । তোমালৈ আন্তৰিক আৰ্শীবাদ থাকিল ।

  • @PutulkalitaPutulkalita-r5p
    @PutulkalitaPutulkalita-r5p 10 месяцев назад +1

    সুন্দৰ আগবাঢ়ি যোৱা। ভগৱানে মঙ্গল কৰক। কৃষ্ণ কৃষ্ণ।।

  • @dilipmousumi4822
    @dilipmousumi4822 2 года назад +3

    Bhut Bhut Dhuniya 🙏🙏🙏🙏

  • @dipankargogoi8241
    @dipankargogoi8241 3 года назад

    Jonmodinor hubhesha thakil princi....aru bohudur aguwai juwa take kamona koru

  • @junmoniborah9643
    @junmoniborah9643 3 года назад +2

    Bhut vl lagil huni vonti tumr kontho hsai modhur aru aguai jua

  • @promodborah3768
    @promodborah3768 Год назад +2

    হৰিনাম‌ ইমান ভাল লাগিল ধন্যবাদ থাকিল

  • @anitabhuyananitabhuyan629
    @anitabhuyananitabhuyan629 3 года назад +13

    কৃষ্ণ,, অতি সুন্দৰ কণ্ঠ,,,,❤️❤️❤️❤️

  • @meetalisenapati1015
    @meetalisenapati1015 3 года назад +4

    Happy birthday my dear Princy God bless you. Bohut dhuniya gaisa bhogobane tumak aru aguwai loi jak

  • @kabitaborah5007
    @kabitaborah5007 3 года назад +3

    Mojaaa vonti aru aguai jua

  • @aimonivlog7604
    @aimonivlog7604 3 месяца назад +1

    ইমান ধুনীয়া কণ্ঠ সুন্দৰ 🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @animaboruah9464
    @animaboruah9464 2 года назад +6

    ইমান মিঠা ইমান সুন্দৰ কণ্ঠ ।আগবাঢ়ি যোৱা তুমি তোমাৰ লক্ষত শুভকামনা যাচিছো ।

  • @bobynath4148
    @bobynath4148 3 года назад +3

    কৃষ্ণ কৃষ্ণ। সুন্দৰ।

  • @tulumoniboruah8220
    @tulumoniboruah8220 2 года назад +19

    বহুত ধুনিয়া হৈছে👌👌👌ভণ্টীজনী আৰু আগবাঢ়ি যাওঁক, শুভ কামনা থাকিল।

  • @ruliborah4594
    @ruliborah4594 2 года назад +3

    অতি সুন্দৰ হৈছে , ভাগিন প্ৰিঞ্চীপ্ৰিয়া ( সোণ ) | মাজনী , তোমাক গুৰু দুজনাই কৃপা কৰক |

  • @abhijitgogoi1479
    @abhijitgogoi1479 3 года назад +3

    Bohut dhunia hoise khul bojuwa jonok korbat dekhar nisina lagise

  • @ranjunath4460
    @ranjunath4460 Год назад +3

    খুউব সুন্দৰ কণ্ঠ ।চাই আছোঁ বাৰে বাৰে।❤

  • @arijitsinghfansclub2577
    @arijitsinghfansclub2577 3 года назад +3

    অতি সুন্দৰ, ভগৱানে তোমাৰ মংগল কৰক।

  • @Balamurali8039
    @Balamurali8039 2 года назад +2

    ৰাম ‌ৰাম‌‌ হৰি ‌হৰি‌‌‌ আপোনালোকৰ মনোমোহা গীত পৰিৱেশন শুনি বৰ ভাল‌লাগিছে‌ কৃষ্ণ কৃষ্ণ ‌আপোনালোকৰ‌বাহীৰ‌সূৰ‌ বাদ্য ৱাজানা সছাকৈ ৱৰ ভাল‌লাগিল ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৱিষ্যতে সকলো নামটি সকল ‌আৰু আগলৈকে আগ বাঢ়ি ‌যাওক‌

  • @himangisaikia5357
    @himangisaikia5357 3 года назад +12

    পিষ্ণিলৈ আশীৰ্বাদ জনালোঁ আগুৱাই যোৱা লগতে সঙ্গী সকলকো শুভেচ্ছা জনাইছো সুন্দৰ হৈছে ।

  • @nivaborah7303
    @nivaborah7303 3 года назад +1

    Ati hundar vogowantoi aguai jaboloi aru hokti diok🙏🙏🙏

  • @chandanchoudhury7746
    @chandanchoudhury7746 3 года назад +33

    ইমান সুন্দৰ হৈছে। কৃষ্ণ কৃষ্ণ তুমালোকৰ সু স্বাস্থ্য কামনা কৰিলো। ভগৱানে যাতে আৰু আগুৱাই লৈ যায়।

  • @sumitradeka3599
    @sumitradeka3599 Год назад +2

    6:58
    Very Sweet voice all of you. Go ahead God blless all of you. 🙏🙏🙏🙏🙏🙏🙏

  • @labanyagogoi5728
    @labanyagogoi5728 3 года назад +4

    সুন্দৰ হৈছে মাহঁত ।বহুদূৰ আগুৱাই যোৱা ।আন্তৰিক শুভাশিস থাকিল ।

  • @monikadutta2325
    @monikadutta2325 3 года назад +1

    Xuni xosai bohut Val lagil

  • @putalikonchkonch7141
    @putalikonchkonch7141 3 года назад +10

    সুন্দৰ 💖 জন্ম দিনৰ অলেখ অযুত শুভ কামনা তোমালৈ 🎂 সুখী হোৱা মনৰ জোখাৰে আৰু 😍 আগুৱাই যোৱা ভনী 🤗

  • @banajitmedhi2272
    @banajitmedhi2272 3 года назад +1

    Bohut val hoise . krishna krishna 🙏

  • @subhashdas3471
    @subhashdas3471 2 года назад +3

    সুন্দৰ দিহানাম

  • @bababora8395
    @bababora8395 2 года назад +1

    Bor Hundar House Majoni Shubhashikh jonalu
    Bhuban Bora Golahgat.

  • @sikharanidasmazumdar5017
    @sikharanidasmazumdar5017 3 года назад +19

    ভাল হৈছে প্ৰিন্সিপ্ৰিয়া ... তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি জন্মদিনৰ অলেখ শুভকামনা জনালো

  • @PritamDas-z3c
    @PritamDas-z3c 4 месяца назад

    Hori naam

  • @pallabibaruah9180
    @pallabibaruah9180 3 года назад +16

    জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ প্ৰি‌ঞ্চি।বহুত সুন্দৰ দিহানাম ভাগ আগবঢ়ালা।মা আৰু তোমালৈ বহুত বহুত ধন্যবাদ ।

  • @moramchutia4399
    @moramchutia4399 Год назад +1

    Happy birthay princi

  • @কল্পজ্যোতিলালুং

    ভাল হৈছে আৰু ভাল হব , কৃষ্ণ 🙏

  • @pranjitgogoi3248
    @pranjitgogoi3248 3 года назад +2

    Happy birth day prinshi priya 🎂🍫🥰 agbarhi jua tumi 🥰 hodai hukhi hua tumi 🥰 ❤️🥰❤️🥰 aji aei huvo din2 tumar Hukh hantire vori porok 😍🥰❤️👌👌

  • @runuphukan9954
    @runuphukan9954 3 года назад +12

    জন্ম দিনৰ শুভ কামনা জাছিলো নাম ষাৰ সুন্দৰ হৈছে

  • @bhaskarjyotiborah6776
    @bhaskarjyotiborah6776 3 года назад +1

    কৃষ্ণ ! কৃষ্ণ! কৃষ্ণ!

  • @rumikhanikar4189
    @rumikhanikar4189 3 года назад +8

    শুনি বহুত ভাল লাগিল, তোমালোক আৰু আগবাঢ়ি যোৱা তাৰে কামনা কৰিলো

  • @GsgnjdnGgjdjfj
    @GsgnjdnGgjdjfj 6 месяцев назад +1

    Khishna🙏🙏🙏❤

  • @tailendrabaishya228
    @tailendrabaishya228 2 года назад +6

    অতি সুন্দৰ কণ্ঠ । শব্দ উচ্চাৰণ প্ৰস্ত । বঢ়িয়া গাইছে । উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ । তেৰাই কুশলে ৰাখক ।

  • @dhrubakonwar9124
    @dhrubakonwar9124 Год назад +2

    হৰি অনন্ত হৰি কথাও অনন্ত । ধৰ্ম মনুষ্যৰ শ্ৰেষ্ট্ৰ কৰ্ম।

  • @hemantagogoi5907
    @hemantagogoi5907 3 года назад +7

    🙏🙏 অপূৰ্ব্ব 🙏🙏❤

  • @Narendrasaikia682
    @Narendrasaikia682 11 месяцев назад +2

    🙏💘radha.radha

  • @namitapathakkalita380
    @namitapathakkalita380 3 года назад +4

    বহুত ধুনীয়া হৈছে ❤👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌

  • @banashriswargiary5868
    @banashriswargiary5868 Год назад +1

    আইজনি ভগৱাৱে তোমাক মংগল কৰক |ইমান মিঠা কনঠ |আগুৱাই যোৱা |

  • @sandhyaranikarkha2130
    @sandhyaranikarkha2130 3 года назад +3

    👌👌👌 ......xub xundar ......