Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
অসমৰ শ্ৰেষ্ঠ দল।কি সুন্দৰ বাঁহী, নেগেৰা আৰু আলোকময় কন্ঠ।সচাকৈ ক'বলৈ বাকী নাই। আপোনালোক আৰু আগুৱাই যাওক।🙏🙏
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
Apunalokr nmbrto powa hb nekii
@@অনুপমবিতোপন😊
প্ৰশংসা কৰিবলে ভাষা নাই। কন্ঠ, সংগীত সকলো অতি সুন্দৰ,
ধন্যবাদ
নাগেৰা বাদকজন সচাকৈ অদ্বিতীয় ।অনুপম বিতুপনলৈ অশেষ ধন্যবাদ থাকিল ।
সেই দিন আমাৰ ঘৰত মাতিছে লগ পাই বহুত ভাল লাগিলে অসম 1 নম্বৰ দল
আমি.সাত.জন.অসমৰ.লৰা.কামৰ.বাবে.কেৰেলা.এখন.চহৰত.আছো.আৰু.মোৰ.লগৰ.এজনে.মোক.এইনাম.শাৰি.এদিনত.দহ.বাৰ.গাৱ.দিয়ে.আৰু.মই.বাৰ.বাৰ.গাৱ.বহুত.ভাল.লাগিল.আপোনালোকলৈ.বহুত.সূভকামনা.জাছিলো.দাদা.
বহুত দুখ লাগি গল অ।🙏🙏🙏
😮
😊😅😊😅😊😅😅😊😅😊😊😅😅😅😊😅😊😅
😅😊😅😊😊😊😅😅😅😊😅😊😊😅😅😊😅😊😅😊😅😅😅😊😅
😊
জয় ধেমাজিয়ান, আৰু আগবাঢ়ি যোৱাৰ কামনা কৰিলোঁ, অনুপম-বিতুপন দালৈ বহুত বহুত ধন্যবাদ !!!!!
ধেমাজি জিলা কৃষ্টি-সংস্কৃতিৰে এখন চহকী জিলা । । । । ধন্যবাদ মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছো 🙏🙏🙏🙏🙏🙏🙏
Hundor hoise
,
@@অনুপমবিতোপন jgfg❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
যিমান শুনিলেও আমনি নালাগে। ধেমাজি গৌৰৱ। অপূৰ্ব👌
Hosai
প্ৰনবদা আপোনালৈ ভগৱানৰ ওচৰত পাৰথনা কৰো আপোনি কশলে থাকে
কৃষ্ণ
মন প্ৰাণ একত্ৰ হৈ গ’ল নামষাৰি শুনি ৷সঁচাকৈয়ে দুদিনীয়া জীৱনৰ সমস্ত কথা সোমাই আাছে ৷ একোৱেই স্হায়ী নহয় ৷
সচাকৈয়ে ।।।।।ধন্যবাদ মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছো
Aapuni moi kom buli vabi thoka kothakharoke koisa hosai otulineyo moi bor hukhi
বাঁহী,নাগাৰা,কণ্ঠ কবলৈ ভাষা নাই অতুলনীয়।নাগাৰা বাপ জনৰ প্ৰতিভাক শত কৌতি প্ৰনাম।
@@অনুপমবিতোপন ŕnoce
@@rupjyotibhuyan4063 বৰ শুৱাল হৈছে নে গেৰাবুল ভাল লগিছে ।
আমাৰ অসমীয়া সংস্কৃতিতো এওঁলোকেই জীয়াই ৰাখিছে।সুন্দৰ হৈছে ❤❤❤❤❤❤❤
তাল,খোল , নাগেৰা , বাহিঁ , সকলো বাদ্য যন্ত্ৰৰ লগতে গায় থকা মানুহ জনৰ কন্ঠ য়েই সুকীয়া। আগবাঢ়ি যাওক।🤩🤩
নেগেৰা বাদকজন সঁচাকৈ অদ্বিতীয়,অনুপম বিটোপনলৈ অশেষ ধন্যবাদ থাকিলে ❤ আগবাহি যাওক
অসমৰ শ্ৰেষ্ঠ দলপ্ৰণৱ দিহিঙীয়া শতকোটি প্ৰণাম
নাগাৰাবাদক জনক মই " অসমৰ শিৱমণি" বুলি অভিহিত কৰিছো , লগতে দিহিঙ্গীয়া বাপক ধন্যবাদ জনালো তেওঁৰ গায়নশৈলীৰ বাবে
Anupom aru Bitupon da apunalokak bhut bhut 🙏🙏🙏pronam Love you dada
দেহা মন শাত পৰি গ'ল কৃষ্ণ 🙏🙏
সকলোকে বহুত বহুত ভাল লাগিছে।
সুন্দৰ হৈছে
সুন্দৰ।শুণি অভিভূত হলো।
Khundar hoise হেমন্ত দাদা
দলটিৰ সমূহ বিষয় ববিয়া অশেষ ধন্যবাদ বহুত সুন্দৰ।
Otti Hundor hoise🙏❤❤❤❤
Dhunia ....nagera bojua jonoloi 🙏🙏🙏🙏🙏🙏
কি অপূৰ্ব কণ্ঠ । কি বাদন কৌশলী । কবলৈ ভাষা নাই । মাথো প্ৰণাম জনাইছোঁ 🙏🙏। আগুৱাই যাওঁক ।🙏🙏
ধন্যবাদ🙏🙏
অনুপম বিতুপন দা আপোনালোক বহুত বহুত ধন্যবাদ
🙏🙏🙏🙏🙏🙏
Dhunia hoise . Krishna krishna
Bohut hundor geet o 🙏🙏 God bless you
Thanks a lot
সম্পদ অসমৰ ❤️
ভাল লাগিল উপভোগ কৰিব পাইসকলো বাদ্য বাদক কেইজনক সত্ৰ কোটি প্ৰণাম কৃষ্ণ কৃষ্ণ কৃষ্ণনেগেৰা বাদক জনক প্ৰভো প্ৰণাম হে বুলিলো
ধন্যবাদ ধন্যবাদ বহুত বহুত ধন্যবাদ
Lot of thanks to Anupom Bitupon for collection of wonderful Assamese devotional song
thank you for your comment
কলিযুগৰ অমৃত কৃষ্ণ
কি সুন্দৰ পুৱাই মনটো ভাল লাগিল গা ভাঙি গৈছে
বহুত ভাল লাগিল ।দলতোলৈ আগবাঢ়ি যোৱা আশা থাকিল।
নামৰ লগত কামৰ পোৱা মিল অতি সুন্দৰ প্ৰদৰ্শন krishna krishna joiguru শংকৰ 👍🙏
4number bar salu but aru mon thakil.. lovely team ❤️ krishna 🙏
Hundar 😢😢
dhuniya hoise
Mon muhi pelale, bor sundar kontha pranab dar, xuvessa thakil doltiloi
ধন্যবাদ 🙏🙏🙏🙏🙏🙏
আপোনালোকক হাজাৰ বাৰ প্ৰনাম🙏🙏🙏🙏❤️❤️❤️❤️❤️❤️❤️লগতে অনুপম বিতুপন দা লৈও প্ৰনাম🙏🙏
From Nitul gogoi simaluguri
মন জুৰ পৰি গ'ল
Heart touching devotional song, Thanks to Team for giving us such a lovely song. 🙏🙏🙏
Q wait@@অনুপমবিতোপন 2
Bhut. Vl. Lgil. Huni. Agloi Pam. Buli. Akha. Rakhisu. Dada. 👍👍👍
Bahut val lage apunalokr geetbur khuni
অতি সুন্দৰ ।Bipin gondhia phukan from Rajgarh, Dibrugarh
Assamor seshthra dihanaam dol💕💕💕
XUNILEY XUNI THAKIBO MAN JAI O... MUSIC VERY NICE 👌👌
সচাকৈ বহুত ধুনীয়া।
@@অনুপমবিতোপন দাদা এনেকুৱা ভিডিঅ আৰু দি থাকিব।
সুন্দৰ,, কৃষ্ণ কৃষ্ণ
হিয়া মন জুৰ পেলাই গ'ল
ধন্যবাদ ধন্যবাদ
এক শব্দত কবলৈ গ’লে অপূৰ্ব ৷
Xsake mn2 bhut val lagil apunalokr nam sai joi guru sankar
কি সুন্দৰ কণ্ঠ। ধন্যবাদ থাকিল সুন্দৰ উপহাৰ।
Oti hundor...nagra bojua dada Jon superb...
জয়ন্ত ,প্ৰণৱদা ,হেমন্ত লগতে সমুহ সদস্য বৃন্দ আগৱাহি যোৱা।আমাৰ শুভ কামনা সদায় আছে ও থাকিব।
Hunii thakile hunii thakiboo mn jaii 😌😌
Bohut borhiya hoise pranab da
বহুত ভাল লাগিছে আপোনালোকে পৰিবেশন কৰা দিহানাম ৷আগলৈ এনেদৰে নতুন নতুন নাম পৰিবেশন কৰি থাকিব ৷
দিহানামটিয়ে মন প্ৰাণ জুৰ পেলাই গল।সঁচাকৈয়ে শুনি বহুত ভাল লাগিল বহুত ভাল লাগিল.... আপোনালোকৰ চেনেলতোলৈ লোক সংস্কৃতিৰ সাধক দ্বীজেন গগৈ ডাঙৰীয়াক আনিবচোন।
নিশ্চয় নিশ্চয় চেষ্টা কৰিম আমি আনিবলৈ
Atulania hoise
Koboloy vakha NY 💕💕Pranab da 🙏🙏🙏. Logotay Bondhu🥰🥰 joyanta aru hamanta da🥰🥰
Bohut val lage. Essoror prongkha houk
অতি সুন্দৰ কণ্ঠ...🙏🙏🙏
Best of luck 💪🙌🙌🙌🙌👍
Xundor hoise tulona koribo nuwari
Very nice bhokti song God bless you
Bht dhunia hoise...oati sundor... Negera bajuwajon dhunia bajaise...🙂🙂
কৃষ্ণ কৃষ্ণ বাপ ভাল লাগিল
ধন্যবাদ জনাইছো সকলো শিল্পীবৃন্দক। ইমান ধুনীয়া হৰিনাম পৰিবেষণ কৰা বাবে। লগতে anupom&bitupom RUclips চেনেল তোক।
hundor kontho, hiya mur fati jai....hundorrrrrrrrrr
Bahi nagara mojja bojaisa 👌👌👌
🙏
Jindabad dhemaji 🙏
অতি সুন্দৰ কবলৈ ভাষা নাই। গায়কী লগতে বাদ্যযন্ত্ৰী সকলোকে প্ৰণাম। আগবাঢ়ি যাওক। লগতে এটি অনুৰোধ Electronic media লৈ এই সকলো
কলিযুগৰ অমৃত কৃষ্ণ ।🙏🙏🙏
বৰ ভাল লাগিছে ❤
Hundor
Hosakoi mon pan jurai jai .aati hundar. Aru apunaliu bahut bahut Dhanya bad amaloi humadbhu horinam ag bohai diya babe.
ধন্যবাদ ধন্যবাদ বহুত বহুত ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে
সুন্দৰ... ভাল লাগিল
Dhuniya gaisa kintu
@@অনুপমবিতোপন bohut bohut suvasa thakil apunaluka
🙏🙏🙏🙏🙏
হেমন্তদাৰ নাগাৰা বাদন সঁচাকৈয়ে অদ্বিতীয়💓💓💓
ধুনীয়া বজাই
বহুত দিনৰ আগত জয়ন্ত দাৰ চেনেলত দেখিছিলোঁ,তেতিয়াৰ পৰাই তেওঁৰ বাদনত আপ্লুত হৈ গলো।
অ।।।
Bohut bohut Val lagil day
অনুপম-বিতুপনদালৈ প্ৰথমে প্ৰণাম জনালো। আপোনালোকে বহু প্ৰতিভাৱান শিল্পী সকলক সকলোৰে আগত পৰিচিত কৰাই দিয়াৰ বাবে।
Val lagise dei Nagara Bohut Dhuniya bosaise
সুন্দৰ হৈছে ।
Bohut mjaa..aru aguai jouk
Hundor❤
Ati hundar pranab da
Bahi bojuwa bor dhuniya lagill baki naam bhag o bhall lagill hokoluke pornam jonalu
নেগাৰা বজোৱা জনক দূৰৈৰ পৰাই সেৱা ধৰিছো, প্ৰণিপাত কৰিছো ,দ্বিতীয়তে,, খোল বাদ্য পৰিৱেশন কৰা আৰু বাঁহী পৰিৱেশন কৰা কেইজনক প্ৰণিপাত, কৃষ্ণ ,,🙏🙏 সচাকৈয়ে , অসম্ভৱ, অতুলনীয়, অদ্বিতীয়, সংগীতৰ কথা নকওঁৱেই, দলটোৰ সকলোকেইজন বাপকেই দূৰৈৰ পৰাই সেৱা ধৰিছো, লগতে শব্দৰ যোগান কাৰী জনকো কিন্তু স্বীকাৰ নকৰিলে নিশ্চয় অন্যায় কৰা হ'ব ,, আৰু আগবাঢ়ি যাওঁক আপোনালোক,
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ । । এনেকুৱা মন্তব্য পালে আমি বহুত সাহস পাওঁ ।।।
@@অনুপমবিতোপন এয়াই আমাৰ সংস্কৃতি, অসমৰ অনুপম সংস্কৃতিবোৰ আপুনাৰ চেনেলৰ দ্বাৰা এইদৰে প্ৰতিফলিত কৰাৰ বাবে আপোনাকো ধন্যবাদ জনাই , অনুপম বিতোমন দা,, ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো, যাতে আপোনাৰ চেনেলটো চিৰযুগমীয়া হওঁক, আৰু আমাৰ জাতিয় সংস্কৃতিবোৰ এইদৰেই বিশ্ব দৰবাৰত তুলি ধৰক,,
অশেষ অশেষ অশেষ ধন্যবাদ । ঈশ্বৰে আপোনাক সদায় কুশলে ৰাখিব
ধুনীয়া লাগিছে চাৰ
বিউটিফুল বিউটিফুল বিউটিফুল
ধুনীয়া
thank you
এই দলটোৰ নাম চাই পাইছো ।তেওঁলোকৰ প্ৰতিভা সচাই অতুলনীয় ।
কি বজাইছে বে 👍👍👍🙏🙏🙏🙏
Wawoooooooooooooooooo nagra bojaise kintu dei very nice ❤️❤️❤️❤️❤️❤️❤️❤️
Very good l like it
Bohut moja
Bhut vl lgil
Oti xundar dada
এইটো বয়সত,কি যে সূৰীয়া কণ্ঠ আৰু শুনিবলৈ পাম বুলি আশা থাকিল ।
Dhuniya lagisa Krishna Krishna
Moi 22 bosoriya holeu j auw Lukor nam buli kole j moi pagol hoi poru o😘☺🙏🙏hosakoi Bohu hundor Dol ti bohu Annondito kori tole o Hidoi khon😘🙏🙏
মজা
অসমৰ শ্ৰেষ্ঠ দল।কি সুন্দৰ বাঁহী, নেগেৰা আৰু আলোকময় কন্ঠ।সচাকৈ ক'বলৈ বাকী নাই। আপোনালোক আৰু আগুৱাই যাওক।🙏🙏
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
Apunalokr nmbrto powa hb nekii
@@অনুপমবিতোপন😊
প্ৰশংসা কৰিবলে ভাষা নাই। কন্ঠ, সংগীত
সকলো অতি সুন্দৰ,
ধন্যবাদ
নাগেৰা বাদকজন সচাকৈ অদ্বিতীয় ।অনুপম বিতুপনলৈ অশেষ ধন্যবাদ থাকিল ।
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
সেই দিন আমাৰ ঘৰত মাতিছে লগ পাই বহুত ভাল লাগিলে অসম 1 নম্বৰ দল
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
আমি.সাত.জন.অসমৰ.লৰা.কামৰ.বাবে.কেৰেলা.এখন.চহৰত.আছো.আৰু.মোৰ.লগৰ.এজনে.মোক.এইনাম.শাৰি.এদিনত.দহ.বাৰ.গাৱ.দিয়ে.আৰু.মই.বাৰ.বাৰ.গাৱ.বহুত.ভাল.লাগিল.আপোনালোকলৈ.বহুত.সূভকামনা.জাছিলো.দাদা.
বহুত দুখ লাগি গল অ।🙏🙏🙏
😮
😊😅😊😅😊😅😅😊😅😊😊😅😅😅😊😅😊😅
😅😊😅😊😊😊😅😅😅😊😅😊😊😅😅😊😅😊😅😊😅😅😅😊😅
😊
জয় ধেমাজিয়ান, আৰু আগবাঢ়ি যোৱাৰ কামনা কৰিলোঁ,
অনুপম-বিতুপন দালৈ বহুত বহুত ধন্যবাদ !!!!!
ধেমাজি জিলা কৃষ্টি-সংস্কৃতিৰে এখন চহকী জিলা । । । ।
ধন্যবাদ মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছো 🙏🙏🙏🙏🙏🙏🙏
Hundor hoise
ধন্যবাদ
,
@@অনুপমবিতোপন jgfg❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
যিমান শুনিলেও আমনি নালাগে। ধেমাজি গৌৰৱ। অপূৰ্ব👌
Hosai
প্ৰনবদা আপোনালৈ ভগৱানৰ ওচৰত পাৰথনা কৰো আপোনি কশলে থাকে
কৃষ্ণ
মন প্ৰাণ একত্ৰ হৈ গ’ল নামষাৰি শুনি ৷
সঁচাকৈয়ে দুদিনীয়া জীৱনৰ সমস্ত কথা সোমাই আাছে ৷ একোৱেই স্হায়ী নহয় ৷
সচাকৈয়ে ।।।।।
ধন্যবাদ মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছো
Aapuni moi kom buli vabi thoka kothakharoke koisa hosai otulineyo moi bor hukhi
বাঁহী,নাগাৰা,কণ্ঠ কবলৈ ভাষা নাই অতুলনীয়।নাগাৰা বাপ জনৰ প্ৰতিভাক শত কৌতি প্ৰনাম।
ধন্যবাদ
@@অনুপমবিতোপন ŕnoce
কৃষ্ণ
@@rupjyotibhuyan4063 বৰ শুৱাল হৈছে নে গেৰাবুল ভাল লগিছে ।
আমাৰ অসমীয়া সংস্কৃতিতো এওঁলোকেই জীয়াই ৰাখিছে।
সুন্দৰ হৈছে ❤❤❤❤❤❤❤
তাল,খোল , নাগেৰা , বাহিঁ , সকলো বাদ্য যন্ত্ৰৰ লগতে গায় থকা মানুহ জনৰ কন্ঠ য়েই সুকীয়া। আগবাঢ়ি যাওক।🤩🤩
নেগেৰা বাদকজন সঁচাকৈ অদ্বিতীয়,অনুপম বিটোপনলৈ অশেষ ধন্যবাদ থাকিলে ❤ আগবাহি যাওক
অসমৰ শ্ৰেষ্ঠ দল
প্ৰণৱ দিহিঙীয়া শতকোটি প্ৰণাম
ধন্যবাদ
নাগাৰাবাদক জনক মই " অসমৰ শিৱমণি" বুলি অভিহিত কৰিছো , লগতে দিহিঙ্গীয়া বাপক ধন্যবাদ জনালো তেওঁৰ গায়নশৈলীৰ বাবে
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
Anupom aru Bitupon da apunalokak bhut bhut 🙏🙏🙏pronam
Love you dada
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
দেহা মন শাত পৰি গ'ল কৃষ্ণ 🙏🙏
ধন্যবাদ
সকলোকে বহুত বহুত ভাল লাগিছে।
সুন্দৰ হৈছে
সুন্দৰ।শুণি অভিভূত হলো।
Khundar hoise হেমন্ত দাদা
দলটিৰ সমূহ বিষয় ববিয়া অশেষ ধন্যবাদ বহুত সুন্দৰ।
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
Otti Hundor hoise🙏❤❤❤❤
Dhunia ....nagera bojua jonoloi 🙏🙏🙏🙏🙏🙏
ধন্যবাদ
কি অপূৰ্ব কণ্ঠ । কি বাদন কৌশলী । কবলৈ ভাষা নাই । মাথো প্ৰণাম জনাইছোঁ 🙏🙏। আগুৱাই যাওঁক ।🙏🙏
ধন্যবাদ🙏🙏
অনুপম বিতুপন দা আপোনালোক বহুত বহুত ধন্যবাদ
🙏🙏🙏🙏🙏🙏
Dhunia hoise . Krishna krishna
Bohut hundor geet o 🙏🙏 God bless you
Thanks a lot
সম্পদ অসমৰ ❤️
ভাল লাগিল উপভোগ কৰিব পাই
সকলো বাদ্য বাদক কেইজনক সত্ৰ কোটি প্ৰণাম কৃষ্ণ কৃষ্ণ কৃষ্ণ
নেগেৰা বাদক জনক প্ৰভো প্ৰণাম হে বুলিলো
ধন্যবাদ ধন্যবাদ বহুত বহুত ধন্যবাদ
Lot of thanks to Anupom Bitupon for collection of wonderful Assamese devotional song
thank you for your comment
কলিযুগৰ অমৃত কৃষ্ণ
কি সুন্দৰ পুৱাই মনটো ভাল লাগিল গা ভাঙি গৈছে
ধন্যবাদ
বহুত ভাল লাগিল ।দলতোলৈ আগবাঢ়ি যোৱা আশা থাকিল।
ধন্যবাদ
নামৰ লগত কামৰ পোৱা মিল অতি সুন্দৰ প্ৰদৰ্শন krishna krishna joiguru শংকৰ 👍🙏
4number bar salu but aru mon thakil.. lovely team ❤️ krishna 🙏
Hundar 😢😢
dhuniya hoise
Mon muhi pelale, bor sundar kontha pranab dar, xuvessa thakil doltiloi
ধন্যবাদ 🙏🙏🙏🙏🙏🙏
আপোনালোকক হাজাৰ বাৰ প্ৰনাম🙏🙏🙏🙏❤️❤️❤️❤️❤️❤️❤️
লগতে অনুপম বিতুপন দা লৈও প্ৰনাম🙏🙏
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
From Nitul gogoi simaluguri
মন জুৰ পৰি গ'ল
Heart touching devotional song, Thanks to Team for giving us such a lovely song. 🙏🙏🙏
thank you for your comment
thank you for your comment
Q wait@@অনুপমবিতোপন 2
Bhut. Vl. Lgil. Huni. Agloi Pam. Buli. Akha. Rakhisu. Dada. 👍👍👍
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
Bahut val lage apunalokr geetbur khuni
ধন্যবাদ
অতি সুন্দৰ ।Bipin gondhia phukan from Rajgarh, Dibrugarh
Assamor seshthra dihanaam dol💕💕💕
XUNILEY XUNI THAKIBO MAN JAI O... MUSIC VERY NICE 👌👌
ধন্যবাদ
সচাকৈ বহুত ধুনীয়া।
ধন্যবাদ
@@অনুপমবিতোপন দাদা এনেকুৱা ভিডিঅ আৰু দি থাকিব।
সুন্দৰ,, কৃষ্ণ কৃষ্ণ
হিয়া মন জুৰ পেলাই গ'ল
ধন্যবাদ ধন্যবাদ
এক শব্দত কবলৈ গ’লে অপূৰ্ব ৷
ধন্যবাদ
Xsake mn2 bhut val lagil apunalokr nam sai joi guru sankar
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
কি সুন্দৰ কণ্ঠ। ধন্যবাদ থাকিল সুন্দৰ উপহাৰ।
Oti hundor...nagra bojua dada Jon superb...
ধন্যবাদ
জয়ন্ত ,প্ৰণৱদা ,হেমন্ত লগতে সমুহ সদস্য বৃন্দ আগৱাহি যোৱা।আমাৰ শুভ কামনা সদায় আছে ও থাকিব।
ধন্যবাদ
Hunii thakile hunii thakiboo mn jaii 😌😌
Bohut borhiya hoise pranab da
বহুত ভাল লাগিছে আপোনালোকে পৰিবেশন কৰা দিহানাম ৷আগলৈ এনেদৰে নতুন নতুন নাম পৰিবেশন কৰি থাকিব ৷
দিহানামটিয়ে মন প্ৰাণ জুৰ পেলাই গল।সঁচাকৈয়ে শুনি বহুত ভাল লাগিল বহুত ভাল লাগিল.... আপোনালোকৰ চেনেলতোলৈ লোক সংস্কৃতিৰ সাধক
দ্বীজেন গগৈ ডাঙৰীয়াক আনিবচোন।
নিশ্চয় নিশ্চয় চেষ্টা কৰিম আমি আনিবলৈ
Atulania hoise
Koboloy vakha NY 💕💕Pranab da 🙏🙏🙏. Logotay Bondhu🥰🥰 joyanta aru hamanta da🥰🥰
Bohut val lage. Essoror prongkha houk
অতি সুন্দৰ কণ্ঠ...
🙏🙏🙏
ধন্যবাদ
Best of luck 💪🙌🙌🙌🙌👍
ধন্যবাদ
Xundor hoise tulona koribo nuwari
Very nice bhokti song God bless you
thank you for your comment
Bht dhunia hoise...oati sundor... Negera bajuwajon dhunia bajaise...🙂🙂
ধন্যবাদ
কৃষ্ণ কৃষ্ণ বাপ ভাল লাগিল
ধন্যবাদ জনাইছো সকলো শিল্পীবৃন্দক। ইমান ধুনীয়া হৰিনাম পৰিবেষণ কৰা বাবে। লগতে anupom&bitupom RUclips চেনেল তোক।
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
hundor kontho, hiya mur fati jai....hundorrrrrrrrrr
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
Bahi nagara mojja bojaisa 👌👌👌
🙏
Jindabad dhemaji 🙏
অতি সুন্দৰ কবলৈ ভাষা নাই। গায়কী লগতে বাদ্যযন্ত্ৰী সকলোকে প্ৰণাম। আগবাঢ়ি যাওক। লগতে এটি অনুৰোধ Electronic media লৈ এই সকলো
কলিযুগৰ অমৃত কৃষ্ণ ।🙏🙏🙏
বৰ ভাল লাগিছে ❤
Hundor
Hosakoi mon pan jurai jai .aati hundar. Aru apunaliu bahut bahut Dhanya bad amaloi humadbhu horinam ag bohai diya babe.
ধন্যবাদ ধন্যবাদ বহুত বহুত ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে
সুন্দৰ... ভাল লাগিল
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
Dhuniya gaisa kintu
ধন্যবাদ
@@অনুপমবিতোপন bohut bohut suvasa thakil apunaluka
🙏🙏🙏🙏🙏
হেমন্তদাৰ নাগাৰা বাদন সঁচাকৈয়ে অদ্বিতীয়💓💓💓
ধুনীয়া বজাই
বহুত দিনৰ আগত জয়ন্ত দাৰ চেনেলত দেখিছিলোঁ,তেতিয়াৰ পৰাই তেওঁৰ বাদনত আপ্লুত হৈ গলো।
অ।।।
Bohut bohut Val lagil day
ধন্যবাদ
অনুপম-বিতুপনদালৈ প্ৰথমে প্ৰণাম জনালো। আপোনালোকে বহু প্ৰতিভাৱান শিল্পী সকলক সকলোৰে আগত পৰিচিত কৰাই দিয়াৰ বাবে।
Val lagise dei Nagara Bohut Dhuniya bosaise
ধন্যবাদ
সুন্দৰ হৈছে ।
ধন্যবাদ
Bohut mjaa..aru aguai jouk
ধন্যবাদ
Hundor❤
Ati hundar pranab da
ধন্যবাদ
Bahi bojuwa bor dhuniya lagill baki naam bhag o bhall lagill hokoluke pornam jonalu
নেগাৰা বজোৱা জনক দূৰৈৰ পৰাই সেৱা ধৰিছো, প্ৰণিপাত কৰিছো ,
দ্বিতীয়তে,, খোল বাদ্য পৰিৱেশন কৰা আৰু বাঁহী পৰিৱেশন কৰা কেইজনক প্ৰণিপাত, কৃষ্ণ ,,🙏🙏
সচাকৈয়ে , অসম্ভৱ, অতুলনীয়, অদ্বিতীয়, সংগীতৰ কথা নকওঁৱেই,
দলটোৰ সকলোকেইজন বাপকেই দূৰৈৰ পৰাই সেৱা ধৰিছো,
লগতে শব্দৰ যোগান কাৰী জনকো কিন্তু স্বীকাৰ নকৰিলে নিশ্চয় অন্যায় কৰা হ'ব ,,
আৰু আগবাঢ়ি যাওঁক আপোনালোক,
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ । । এনেকুৱা মন্তব্য পালে আমি বহুত সাহস পাওঁ ।।।
@@অনুপমবিতোপন এয়াই আমাৰ সংস্কৃতি, অসমৰ অনুপম সংস্কৃতিবোৰ আপুনাৰ চেনেলৰ দ্বাৰা এইদৰে প্ৰতিফলিত কৰাৰ বাবে আপোনাকো ধন্যবাদ জনাই , অনুপম বিতোমন দা,,
ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো, যাতে আপোনাৰ চেনেলটো চিৰযুগমীয়া হওঁক, আৰু আমাৰ জাতিয় সংস্কৃতিবোৰ এইদৰেই বিশ্ব দৰবাৰত তুলি ধৰক,,