Praise the lord ! Hallelujah hallelujah hallelujah hallelujah ! Amen Thank you so much guru pita Aru guru maa. Provu Jesusr ai jibita baakyor jugedi moi aaji bhut besi aakhibard prapta hoisu buli tumr dakhi moi Bhagyashree bisakh rakhisu amen thank you so much provu Jesus Christ
Praise the lord gurudev 🙏🏻 thank you probhu 🙏🏻 amen 🙏🏻
ঈশ্বৰ প্ৰশংসা হ ওক প্ৰভু যীশু মোৰ টোপনি নহা হ'ল ঘৰৰ বিপদবোৰু পৰাই পৰিতান পাওঁ আমিন ❤❤
Hallelujah Hallelujah probhu tumi amk akhibad kora agi din tu bhut bhallagil tumare akhibade doya kora doya kora amen praise the Lord 🙏🙏🙏
Praise the lord. Seeking blessing for my father. He is suffering from cancer and cannot walk. Please forgive his sin.
Praise the Lord
Wow Amazing song.praise the Lord.All the sis & bro God blessed.
Praise the Lord 🙏 বহুত কষ্ট পায় আছো ভগৱান 😞সোনকালে ভাল কৰি দিয়া😢❤Amen 🙏
Praise the lord 🙏🏻hallelujah . হে প্ৰভু তোমাৰ পৱিত্ৰ চৰনত সেৱা জনাইছো🙏🙏 হে প্ৰভু আজি যিমান দাস-দাসীক চলাই আনিলা সকলোকে উপচি পৰাকৈ আশীৰ্বাদ কৰিলা । তোমাক কুতি কুতি বাৰ ধন্যবাদ প্ৰভু।
Praise the lord ! Hallelujah hallelujah hallelujah hallelujah ! Amen Thank you so much guru pita Aru guru maa. Provu Jesusr ai jibita baakyor jugedi moi aaji bhut besi aakhibard prapta hoisu buli tumr dakhi moi Bhagyashree bisakh rakhisu amen thank you so much provu Jesus Christ
Oti hundar gurudeb.. Geet.. Hur.. Aru music. Oti hundar. .. Praise the Lord gurudeb.. Praise the Lord
aman
বহুতো দিনৰ মূৰত আপোনাক দেখিলোঁ ভাল লাগিল দেখি প্ৰভু সকলো ৰাইজৰ মনৰ কামনা ইস্বৰ ৰে পূৰণ কৰে যেন
Praise the lord 🙏♥️✝️ hallelujja ✝️ hallelujja ✝️ hallelujja ✝️ hallelujja ✝️ hallelujja ✝️ hallelujja ✝️ hallelujja ✝️ hallelujja ✝️ hallelujja ✝️ hallelujja ✝️ hallelujja ✝️ hallelujja ✝️ hallelujja ✝️ amen ✝️ amen ✝️ amen ✝️ amen ✝️ amen ✝️ amen ✝️ amen ✝️ amen ✝️ amen ✝️ amen ✝️ amen ✝️.... bohot bohot bohot dhainywadh disu prompita pormesowr probhu Jesus...ru Gru jonaku bhot bhot dhainywadh disu... God bless 🙌 you all everything ✝️.. Ameen✝️
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 সুন্দৰ গীতত সকলোকে নাচি বাগি আনন্দ কৰা দেখি বৰ ভাল লাগিল। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক ❤️❤️❤️❤️ গুৰুজনাৰ পবিত্ৰ চৰণত সেৱা জনালো ☦️🛐
Hallelujah praise the lord, please pray for my children for blessing and also pray for my husband to accept Jesus Christ amen 🙏
Praise the lord .pruhit mohan guru pitar gitere hokoluke akhribad korok.amen
Praise the Lord Pitai 🙏🙏 Amen 🙏 Hallelujah ✝️
Praise the lord 🙏🙏👏🙏🙏 AMEN ✝️✝️🙏✝️ HALELUA
Praise the Lord 🙏 Hallelujah Hallelujah dhonyabad dhonyabad pravu tumak dhonyabad 🙏🙏🙏🙏
Praise the Lord Amen 🙏 🙏
Praise the Lord guru pitai 🙏🙏🙏
Praise the lord pitai ❤❤❤
ঈশ্বৰৰ প্ৰস্্সা হওক 🙏❤সকলো ৰে মঙ্গল হওঁক গুৰু জনাৰ লগতে আমাৰ ৰাতিটো ভালে যায় প্ৰাৰ্থনা 🙏 জনালোঁ আমেন
Hallelujah, praise the Lord. The blessing of God, Jesus and Holy Spirit be continue in World healing centre.
Praise the Lord 🙏❤️ halleluiya
Praise the loard my loard of Jesus' 🙏🏻🙏🏻🙏🏻
ঈশ্বৰৰ প্ৰশংসা হওঁক। সুন্দৰ গীতৰ যোগেদি সকলোকে আনন্দ কৰা দেখি বৰ ভাল লাগিছে। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। আমেন❤✝️👏
ঈশ্বৰৰ প্ৰশংসা হওক। সৃষ্টি কৰ্তা ঈশ্বৰক ধন্যবাদ জনায়ছো।পৃতি গীতেৰে সকলোকে ৰুগৰ পৰা দুখৰ সুষ্ট
কৰিব।
যাতে শত্রুবোৰৰ তেজত তুমি তোমাৰ ভৰি জুবুৰিয়াব পাৰা,
আৰু তোমাৰ কুকুৰবোৰৰ জিভাই যেন তাক ইচ্ছা মতে চেলেকি নিজৰ ভাগ পাব পাৰে।”
24 হে ঈশ্বৰ, লোকসকলে তোমাৰ আড়ম্বৰপূর্ণ যাত্রা দেখিছে;
পবিত্ৰ স্থানলৈ যোৱা মোৰ ঈশ্বৰ, মোৰ ৰজাৰ যাত্রা দেখিছে।
25 আগত গায়নসকল গৈছে, শেষত গৈছে বাদ্যযন্ত্রৰ বায়নসকল,
খঞ্জৰী বজোৱা ছোৱালীবোৰ তেওঁলোকৰ মাজত গৈছে।
26 তোমালোকে বৃহৎ সমাজবোৰৰ মাজত ঈশ্বৰৰ ধন্যবাদ কৰা;
হে ইস্ৰায়েল-ভুমুকৰ পৰা ওলোৱা বংশধৰসকল, যিহোৱাৰ ধন্যবাদ কৰা।
27 তেওঁলোকৰ মাজৰ সকলোতকৈ সৰু বিন্যামীন, যাৰ হাতত ৰাজদণ্ড আছে, সৌৱা, তেওঁৰ বংশ গৈছে;
সৌৱা যিহূদাৰ নেতাসকল আৰু তেওঁলোকৰ মন্ত্ৰীসকল,
সৌৱা জবূলূনৰ নেতাসকল আৰু নপ্তালীৰ নেতাসকল তাত আছে।
28 হে ঈশ্বৰ, তোমাৰ পৰাক্রমৰ আজ্ঞা দিয়াd;
হে ঈশ্বৰ, তোমাৰ শক্তি প্রদর্শন কৰা, যেনেকৈ আগেয়ে তুমি আমাৰ পক্ষে কার্য প্রদর্শন কৰিছিলা।
29 যিৰূচালেমত তোমাৰ মন্দিৰ থকাৰ কাৰণে ৰজাসকলে তোমাৰ উদ্দেশ্যে উপহাৰ লৈ যাব।
30 নলনিৰ বনৰীয়া জন্তু সেই মিচৰক তুমি ধমকি দিয়া;
বলদে নিজৰ দামুৰিৰ জাকবোৰক নিয়ন্ত্রণ কৰাৰ দৰে সেই সকলো জাতিবোৰক ধমকি দিয়া।
যিসকলে উপহাৰ কামনা কৰে, তেওঁলোকক তোমাৰ ভৰিৰ তলত গচকিবা;
যি জাতিয়ে যুদ্ধ ভাল পায়, তেওঁলোকক সিচঁৰিত কৰা।
31 মিচৰৰ পৰা ৰাষ্ট্রদূতসকল আহিব; কুচেe ততালিকে ঈশ্বৰলৈ নিজৰ হাত মেলিব।
32 হে পৃথিবীৰ সকলো ৰাজ্য, ঈশ্বৰৰ উদ্দেশ্যে গান কৰা, যিহোৱাৰ স্তুতিগান কৰা। (চেলা)
33 তোমালোকে অনাদি কালৰ পৰা অৱস্থান কৰা আকাশৰ মাজেদি ৰথত উঠি চলাচল কৰা জনাৰ উদ্দেশ্যে গান কৰা।
শুনা, তেওঁৰ স্বৰ; তেওঁ উচ্চ স্বৰেৰে কথা কৈছে।
34 ঈশ্বৰৰ পৰাক্ৰম ঘোষণা কৰা;
তেওঁৰ মহিমা ইস্ৰায়েলৰ ওপৰত আছে আৰু আকাশ জুৰি তেওঁৰ পৰাক্ৰম প্রকাশ হৈ আছে।
35 হে ঈশ্বৰ, তোমাৰ পবিত্ৰ স্থানত তোমাৰ উপস্থিতিয়ে ভয় জগাই তোলে।
ইস্ৰায়েলৰ ঈশ্বৰেই নিজ লোকক বল আৰু শক্তি দান কৰে।
ঈশ্বৰৰ প্রশংসা হওঁক!
গীতমালা:৬৮:২২-৩৫
ঈশ্বৰৰ প্ৰশংসা হওঁক। ধ্যনবাদ প্ৰভু। আমেন❤✝️🙏
ঈশ্বৰৰ প্ৰশংসা হওঁক🙏❤️ গুৰু দেউতা গুৰু মা সেৱা আৰু প্ৰণাম জনাইছোঁ 🙏🛐আমেন ✝️❤️
ঈশ্বৰৰ মহিমা গৌৰব হওঁক।ঈশ্বৰে আপোনাৰ সকলোকে আশীৰ্বাদ কৰক
সকলো ঈশ্বৰৰ বিশ্বাসী লোককে যীচুপ্ৰভূৱে আশীৰ্বাদ কৰে যেন।।আমেন🙏🙏🙏✝️
ঈশ্বৰৰ প্ৰশংসাৰ হওক আমেন বহুত ভাল লাগিছে পিতাই ঈশ্বৰে আৰু আশীৰ্বাদ কৰক আমেন আৰু আমেন ❤❤🙏🙏🙏
ঈশ্বৰৰ প্ৰসংশা হওঁক, আজি দৰে আমি সকলোৱে যেন জীৱনৰ শেষ মুহূৰ্ত লৈকে প্ৰভু যীচু পিতা গীতেৰে আৰু পিতাই কন্ঠৰে শুনি নাচি-বাগি থাকিব পাৰো আমেন✝️🛐🙏
I'm Ao naga i can't understand the song but the song is so beautiful and amazing God bless you all 🙏🙏🙏🙏
Praise the Lord 🙏🙏🙏 hundar Guru Dev.. Amen 🙏🙏
Praise the lord ..Hallelujah Amen
ঈশ্বৰৰ প্ৰসংশা হ ওক 🙏🙏🙏 সকলো কে প্ৰভূৱে আশীৰ্বাদ কৰক ❤ praise tha lord 🙏🙏🙏 .
Praise the lord for Jesus... Amen
❤❤❤ praise tha lord
Praise the Lord✝️🙏 amen🙏✝️ hallelujah
ঈশ্বৰৰ প্ৰসংসা হওঁক 🙏🙏🙏💖💖💖
ঈশ্বৰৰ প্ৰশংসা হওঁক🙏হে প্ৰভূ তোমাৰ সকলো দাস-দাসীকে আশিৰ্বাদ কৰিলা 🙏ধন্যবাদ প্ৰভূ আমেন🙏🙏🙏
ঈশ্বৰৰ প্ৰশংসা হক, গুৰু পিতা আৰু গুৰু মালৈ হিআ ভৰা ওলগ জনাইছোঁ যাতে ঈশ্বৰ পিতাই সকলোকে ভালে ৰাখে আমেন ।
ঈশৰৰ প্রশংসা হওকঁ🙏✝🙏
আজি পবিত্র দিনটো ঈশৰে সকলোকে উপচি পৰাকৈ আশিবাদ কৰক ধন্যবাদ যিচু পিতা🛐🛐🛐
হালেলুয়া🙏🙏🙏 আমেন🛐🛐🛐
ঈশ্বৰৰ আশীৰ্বাদ হওক আমেন🙏🙏🙏
Praise the Lord❤️❣️💞💕✝️🙏✝️🙏🙏
Praise the lord 🙏🙏👏🙏🙏 AMEN ✝️✝️🙏✝️✝️
ঈশ্বৰৰ প্রশংসা হওঁক🛐
হে প্রভু গুৰুজনাক এনেদৰ সদায় ৰাখিবা আৰু সদায় আনন্দ দিবা🙏 আৰু লগতে তোমাৰ তেজেৰে কিনা সকলো ৰোগী- দুখী বিলাককো গুৰুজনা যোগেদি এনেদৰে আনন্দ দি যাবা আৰু আজি অহা সকলোকে ঈশ্বৰে আশীর্বাদ কৰিছে আমেন আমেন🛐🛐🧚♀️🧚♂️🧚♀️🧚♂️🧚♀️🧚♂️🛐🛐
Praise the lord,s Amen.❤❤❤
Xokoluke kripa koriba pravu.prathana korisu.Amen🙏✝️🛐
ঈশ্বৰৰ গৌৰব হওক। গুৰুপিতা আৰু গুৰুমা দিঘাযু কামনা কৰিলো 🛐🛐🛐❤️❤️❤️✝️✝️✝️✝️😭😭😭আমেন 🙏🙏🙏
Praise the Lord probhu. Hundr.
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏❤️❤️
Priase the lord ✝️ গীতটোৰ যোগেদি ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক হাল্লেলূয়া,🛐🛐🛐আমেন 🛐🛐🛐
❤ঈশ্বৰৰ প্ৰশংসা হওক , এই গীতে সকলোকে আৰ্শীবাদ কৰক, মই আজি ঘৰৰ পৰাই blessing পালো । আমেন ❤
ঈশ্বৰৰ প্ৰশংসাৰ হওঁক ✝️🛐🙏🌹🌸🌻💫
ঈশ্বৰৰ প্ৰশংসা হওক
সত্য ঈশ্বৰৰে সকলো দাস দাসিক আৰ্শিৱাদ কৰক
হাল্লেলোইৱা আমেন 🙏🙏🙏🙏🙏🙏🙏
Iswarar prasangsha haok.Prabhu Jishue moor akha purna karak.Amen.
Sing and dance to the glory of the Lord our saviour. God loves you ASSAM.
ঈশ্বৰ প্ৰশংসা হওঁক 🙏 গুৰুমা আৰু গুৰুপিতাক মোৰ প্ৰণাম 🙏 মই লঘোণ ব্ৰত দিব বিচাৰো ঘৰৰ পৰা কেনেকে দিব পাৰি কোনোবাই জনালে মই সুখি হম🙏
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏শ্ৰদ্ধাৰ গুৰুপিতালৈ প্ৰনাম জনাইছো 🙏ঈশ্বৰৰ গীতৰে সকলোকে আৰ্শীবাদ কৰক 🙏🙏🙏🙏
Praise the lord pita🙏🙏🙏🙏
Hallelujah Amen 🙏 praise the Lord 🙏🙏
praise the lord halleluijah amen🙏🙏🙏🙏🙏🙏😭😭😭😭
ঈশ্বৰৰ প্ৰশংসা হওক । ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক ।
Hallelujah🙌 praise the Lord
Praise the Lord gurupita 🙏🙏🙏
🙇ঈশ্বৰৰ প্ৰশংসা হওঁক পিতা।🙇 আমেন।
praise the lord.✝️🛐🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
PRAISE THE LORD 🙏🙏🙏 HALLELUJAH 🙏🙏🙏 AMEN 🙏 AMEN 🙏 AMEN 🙏
Nijor jati nijor dhormo pahori aanor dhormo loboloi jai...hero tohoti nijor pravuk honman kor nijor pravuk bisakh kor sabi jisu a nidia khiniu dibo pravu shree krishnai...🙏🙏jai shree ram
Praise the lord🙏🏻🌹❤✝️❤🌹🙏🏻
Esoror. Posongsa houk. Mohima. Houk. Povuk. Dhoinobad disu. Muk. Hompurno hustho. Kora. Pita. Tumek. Amen
ঈশ্বৰৰ প্ৰশংসা হওঁক🙏 আমেন🙏
ঈশ্বৰৰ প্ৰশংসা হওঁক গুৰুদেৱলৈ সেৱা জনাইছো।
Praise the Lord ✝️✝️🙏💗 pitai
Praise the lord hallelujah amen🙏🙏🙏
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏
হাল্লেলুয়া হাল্লেলুয়া 🙏❤❤
ঈশ্বৰৰ প্ৰসংশা হওঁক।ঈশ্বৰে যেন সকলোকে কুশলে ৰাখে🙏🙏🙏
Praise The Lord🙏❤️❤️❤️❤️
ঈশ্বৰৰ প্ৰশংসা হওঁক🙏
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 ঈশ্বৰে গুৰুজনা গুৰুমাৰ লগতে সকলো দাস দাসীকে আশীৰ্বাদ কৰক 🙏✝️🙏
Praise The lord. .. Amen
Praise the Lord. ✝️🙏🙏🙏🙏🙏❤❤❤❤
Praise. the Lord Amen🙏🙏🙏🙏🙏
Amen bohut hundor ❤
Mur karoni parthona koredibo di moi bimol kabo arebo pora nai 😭😭😭😭bohut duk lagi ki pap korelu kobo najanu
Praise the Lord Pitai 🙏🛐
Praise the Lord 🙏🙏🙏🌻🌲🌼
praise the lord. hallelujah hallelujah .amen.
Xundar fellowship, praise the Lord.
Praise the Lord Amen 🙏🙏❤❤❤❤❤
Priase the lorad 🎆🙏🙏🙏🙏🙏🙏✝️✝️✝️🛐🛐🙏🙏🙏🙏🙏🙏🙏🙏
ঈশ্বৰৰ প্রশংসা হওঁক🙏🙏🙏
ঈশ্বৰৰ গীতে সকলোকে উপচি পৰাকৈ আশীর্বাদ কৰক। "হে যিহোৱা" তুমি সদায় আমাক তোমাৰ পথত চলাই নিবা প্রভূ 🙏🙏🙏💞💞💞
Praise the lord ✝️🙏🙏🙏🙏
ঈশ্বৰৰ প্ৰশংসা হওঁক গুৰু পিতা আৰু গুৰু মা লৈ সেৱা জনাইছোঁ।আমেন, 🙏🙏
ঈশ্বৰৰ প্ৰংশসা হওক ।ধন্যবাদ যীচু ধন্যবাদ।
Hallelujah hallelujah hallelujah press the lord ameen🙏🙏
Praise the lord 🙏 guru pita Amen 🙏
Praise the lord Jesus 🙏🙏🙏🙏
Guruma ru gurupitaloi hoto kuti dhoinnobad, ✝️🙏🙏🙏🙏🙏🙏🙏
ঈশ্বৰৰ প্রশংসা হওক ,আমেন🙏
Praise the Lord 🙏🛐
ঈশ্বৰৰ প্ৰশংসা হওঁক ৷ পিতাই চৰণত সেৱা জনাইছে ৷
চোৱা, যিহোৱাৰ হাত এনে চুটি নহয় যে, তেওঁ তাৰে পৰিত্ৰাণ কৰিব নোৱাৰে, আৰু তেওঁৰ কাণ এনে গধূৰ নহয় যে, তেওঁ তাৰে শুনিব নোৱাৰে;
কিন্তু তোমালোকৰ অপৰাধবোৰেই তোমালোকৰ ঈশ্বৰৰ পৰা তোমালোকক বিচ্ছেদ কৰিছে,
আৰু তোমালোকৰ পাপবোৰেই তোমালোকৰ পৰা তেওঁৰ মুখ ঢাকিছে, সেই বাবে তেওঁ নুশুনে।
কিয়নো তোমালোকৰ হাত তেজেৰে আৰু তোমালোকৰ আঙুলিবোৰ অপৰাধেৰে অশুচি হৈ আছে।
তোমালোকৰ ওঁঠে মিছা কথা কৈছে, তোমালোকৰ জিভাই দুষ্টতাৰ কথা কৈছে।
কোনেও ধাৰ্মিকতাৰে গোচৰ নকৰে, আৰু কোনেও সত্যতাৰে প্ৰতিবাদ নকৰে;
তেওঁলোকে অসাৰ কথাত ভাৰসা কৰে, আৰু মিছা কথা কয়, তেওঁলোকে সমস্যা গৰ্ভধাৰণ কৰি অধৰ্ম প্ৰসৱ কৰে।
যিচয়া 59:1-4
❤❤❤❤❤❤❤❤❤❤❤❤❤❤
❤❤❤❤❤❤❤❤❤❤❤❤❤❤
ঈশ্বৰৰ প্ৰশংসা হওঁক। গুৰুজনাৰ চৰণত সেৱা জনাইছোঁ সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক। আমেন ❤️✝️👏
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏✝️
Praise the Lord 🙏🙏✝️✝️🛐