James:1জাকোব:১

Поделиться
HTML-код
  • Опубликовано: 1 фев 2025

Комментарии • 246

  • @arunburagohain3962
    @arunburagohain3962 2 месяца назад +2

    Praise the lord Pitai 🙏 Àmen 🛐🛐 Hallelujah ✝️✝️✝️

  • @subhalaxmiboruah9700
    @subhalaxmiboruah9700 5 месяцев назад +4

    Praise the lord Dhanyavaad pitai hallelujah hallelujah ❤❤❤

  • @BijoyBoro-xt6ge
    @BijoyBoro-xt6ge 5 месяцев назад +1

    Praise the lord pitai তোমালৈ কোটি কোটি বাৰ 🛐🛐🛐 প্ৰনাম জনাইছো তোমি সদাই তোমাৰ বাক্যত চলাই নিবা আমাৰ সকলো পৰিয়ালকে 🙏🙏🙏

  • @neepasahu735
    @neepasahu735 5 месяцев назад +4

    Praise the lord🙏হে প্ৰভু তোমাৰ চৰনত সেৱা জনাইছো🙏 হে প্ৰভু তোমাৰ বাক্যৰ যোগেদি আমাক জ্ঞান বুদ্ধি শক্তি দিলা । বাক্য বোৰ বূজি পায় মনটো ভাল লাগি গল প্ৰভু । আমাক তোমাৰ পৱিত্ৰ হাতেৰে ধৰি ৰাখিবা প্ৰভু। ধন্যবাদ ধন্যবাদ প্ৰভু🙏🙏❤️❤️🙏🙏

  • @BarsaRuhi
    @BarsaRuhi 5 месяцев назад +6

    প্ৰভু মোৰ দৰে অধম মহা পাপিক তুমি এই শেষৰ দিনত তুমি মোক যি জাবৰৰ দমৰ পৰা তুলি ললা পিতা তোমাক হত কোটি প্ৰণাম✝️🛐🛐🛐🛐🛐🛐🛐🛐🙏🙏🙏🙏🙏🙏সদাই যেন তোমাৰ লগত আমি থাকিব পাৰোঁ পিতা ✝️🛐🙏💝

  • @Rajumonigogoi890
    @Rajumonigogoi890 5 месяцев назад +2

    🙏❤️🙏 Praise the lord 🙏❤️🙏

  • @lakhigogoi5243
    @lakhigogoi5243 5 месяцев назад

    ঈশ্বৰৰ প্ৰশংসা হওঁক
    মহান গুৰুজনা আৰু গুৰুমা পবিত্ৰ চৰণত আত্মাৰে সেৱা জনাইছো 🛐 হে প্ৰভু যীচু পিতা এই আত্মাৰ বাক্যৰ আৰু প্ৰাৰ্থনা দ্বাৰাই আজি মোক বহুত বহুত সাহস দিলে আৰু আশীৰ্বাদ কৰিলে বহুত বহুত ভাল লাগিলে ঈশ্বৰে সকলোকে শক্তি দিয়ক হালেলৈয়া 🛐🛐🛐🛐🛐🛐

  • @rinagogoi4853
    @rinagogoi4853 5 месяцев назад +1

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏
    আমাৰ মহান গুৰুপিতাই আমাক আন্ধাৰৰ পৰা পোহৰৰ বাত দেখালে এই মহান গুৰুপিতাৰ চৰনত শতকোতি প্ৰনাম জনাইছো প্ৰভু যীচু পিতা তোমাৰ প্ৰতিএ চৰনত ঠাই দিয়া আমি কৰা পাপ অপৰাৰ্ধ বোৰ ক্ষমা কৰা প্ৰভু 🙏🙏🙏

  • @TinsukiaAssam-nb3up
    @TinsukiaAssam-nb3up 5 месяцев назад +2

    Praise the lord 🙏❤️💖❤️🙏

  • @jyotibikashsaikia4683
    @jyotibikashsaikia4683 5 месяцев назад +1

    Amen🙏🏻✝️❤️

  • @pramilabrahma9323
    @pramilabrahma9323 5 месяцев назад +3

    Praise the Lord Guru pita hallelujah hallelujah hallelujah Amen 🙏 🙏 🙏 🙏 🙏 ❤❤❤❤❤

  • @dipaligogoideka4749
    @dipaligogoideka4749 5 месяцев назад +1

    Praise the Lord pitai🙏🙏🙏 amen❤❤❤

  • @junmonisaikia7360
    @junmonisaikia7360 3 месяца назад

    ঈশ্বৰৰ প্ৰশংসা হওক প্ৰভু যীচু পিতাই মোৰ সমস্যা বোৰ দূৰ কৰি নিয়ক পিতা 🙏🙏🙏 মোক সন্তানৰ মূখ দেখুৱাই উদ্ধাৰ কৰক প্ৰভু যীচু পিতাই 🙏🙏🙏

  • @iranisharma1238
    @iranisharma1238 5 месяцев назад +3

    আজি কেই দিন মানৰ পৰা মন টো বহু বেয়া হৈ আছিল।আজি পিতাৰ বাইবেলৰ কথা খিনি শুনি বহুত ভাল লাগিল।পিতা মাতা দুয়ুকে ধন্যবাদ জনালো।পেচ দা লড

  • @nirojdeori7130
    @nirojdeori7130 5 месяцев назад +1

    ঈশ্বৰৰ প্ৰশংসা হওঁক, আমাৰ মহান গুৰু পিতা আৰু গুৰু মা ৰ পৱিত্ৰ চৰণত সেৱা জনাইছোঁ।হে প্ৰভু তোমাৰ জীৱন্ত বাক্যৰে সকলো বিশ্বাসী দাস দাসীক আশীৰ্বাদ কৰক, আমেন 🙏✝️🛐❤️❤️❤️

  • @crazylazy9766
    @crazylazy9766 5 месяцев назад

    🙏 *ঈস্বৰৰ প্ৰসংশা হওঁক* 🙏 ॥
    সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈস্বৰক কৌটি কৌটিবাৰ ধন্যবাদ জনাইছো আৰু আমাৰ পৰম শ্ৰদ্ধাৰ মহান গুৰুজনা যিজনাই আমাক আন্ধাৰৰ পৰা পোহৰৰ পথ প্ৰদৰ্শন কৰিলে আৰু সত্য মহান,জীৱন্ত ঈস্বৰক চিনাকী কৰাই আমাৰ পাপ অপৰাধ বিলাকক ক্ষমা কৰিলে,চৌতানৰ সাঁতৰ পৰা সোধাই দিলে সেই মহান গুৰু জনাৰ শ্ৰীচৰণত সেৱা জনাইছো আৰু প্ৰাৰ্থনা জনাইছো ॥ মহান গুৰুজনাৰ জৰিয়তে যাতে ঈস্বৰৰ বিস্বাসী সকলো দাস-দাসীয়ে আশীৰ্বাদ লাভ কৰে আৰু পিতাই আমাৰ পাঁপ-অপৰাধ বিলাক ক্ষমা কৰি আমাক শুদ্ধ আৰু সত্য পথেৰে পৰিচালিত হৱ পৰাকৈ আমাক উচিত জ্ঞান-বুদ্ধি আৰু শক্তি প্ৰদান কৰে তাৰ বাবে প্ৰাৰ্থনা কৰিছো ॥ মহান সত্য জীৱন্ত ঈস্বৰে যাতে সকলো দেশ জাতিৰ লোকক আশীৰ্বাদ কৰে আৰু সকলোকে সুস্বাহ্য প্ৰদান কৰে তাৰে প্ৰাৰ্থনা কৰিলো ॥ আমেন ॥ 🙏🙏🙏
    ॥ *PRAISE THE LORD* ॥

  • @radhikasahu-nk6hj
    @radhikasahu-nk6hj 5 месяцев назад

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏
    হে প্ৰভু তুমি সকলো জানি পিতা
    আমাৰ সকলো পাপ অপৰাধ ক্ষমা কৰিবা তোমাৰ বিৰুদ্ধে একো কথা
    নকও আমাক জ্ঞান বুদ্ধি আৰু তোমাৰ শক্তি দিবা 🙏🛐🛐😭😭
    সদায় তোমাৰ বাক্য পালন কৰিবলৈ
    আশীৰ্বাদ কৰিবা 🛐🛐🛐🛐
    আমাৰ মহান গুৰপিতাৰ আৰু গুৰুমাৰ চৰণত সেৱা জনাইছো 🛐🛐 ধন্যবাদ প্ৰভু ❤❤

  • @ritasaikia7636
    @ritasaikia7636 5 месяцев назад +2

    Praise the lord ✝️🛐🙏 pitai

  • @nobajyotinobajyoti-eh1lq
    @nobajyotinobajyoti-eh1lq 5 месяцев назад +2

    Praise the Lord Amen

  • @MridupabanSaikia-cq5lf
    @MridupabanSaikia-cq5lf 5 месяцев назад +2

    Praise the Lord✝️✝️🛐🛐

  • @rajapegu1639
    @rajapegu1639 5 месяцев назад

    praise the lord halleluijah amen🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @renganigogoi8756
    @renganigogoi8756 5 месяцев назад

    Praise the Lord. Thank you Jesus. Hallelujah amen amen amen

  • @abhijitkalita374
    @abhijitkalita374 5 месяцев назад +2

    Praise the lord 🙏🙏👏🙏🙏 AMEN ✝️✝️🙏✝️✝️ HALELUA

  • @MissionMili
    @MissionMili 5 месяцев назад

    Hallelujah hallelujah hallelujah hallelujah hallelujah hallelujah hallelujah hallelujah hallelujah hallelujah ❤❤❤❤

  • @HelenRay-py6lr
    @HelenRay-py6lr 5 месяцев назад +1

    Praise the lord gurupita 🙏🙏🙏 amen ❤❤❤

  • @likudevi1748
    @likudevi1748 4 месяца назад

    ঈশ্বৰৰ প্ৰশংসা হওক 🙏🏻❤️ ধন্যবাদ প্ৰভু 🙏🏻❤️

  • @ainubaruah5119
    @ainubaruah5119 5 месяцев назад +2

    ধন্যবাদ পিতাই ঈশ্বৰৰ বাক্য ই আমাক সকলোকে আশীৰ্বাদ কৰক আমেন প্ৰভু 🙏❤️🛐✝️

  • @lakhigogoi5243
    @lakhigogoi5243 5 месяцев назад +1

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 হে সৃষ্টিকৰ্তা ঈশ্বৰ এই আত্মাৰ বাক্যৰ ওপৰত আশীৰ্বাদ কৰক সকলো ঈশ্বৰ বিশ্বাসী দাস দাসী সকলক আশীৰ্বাদ কৰক হালেলৈয়া 🛐🛐🛐

  • @munmidas1405
    @munmidas1405 5 месяцев назад +1

    Praise the Lord pita probhu❤❤❤

  • @gargeedoley
    @gargeedoley Месяц назад

    Praise the Lord gurupita Amen 🙏🙏🙏✝️✝️✝️🛐🛐🛐🙏🙏🙏

  • @mridupawanchetia5405
    @mridupawanchetia5405 5 месяцев назад

    Praise the Lord ❤❤❤❤may Jesus bless us.

  • @rekhamonibharali383
    @rekhamonibharali383 5 месяцев назад

    ঈশ্বৰৰ প্ৰশঙ্সা হক। মহান গুৰুজনাৰ চৰণত সেৱা আগবঢ়ালো। গুৰুজনাৰ সাৰমৰ্ম থকা ঈশ্বৰৰ বাক্য ই আমাৰ জীৱনলৈ শান্তি আৰু সাহস দিলে ধন্যবাদ গুৰু পিতা। ধন্যবাদ যীচুপিতা। ধন্যবাদ সকলো দাস দাসী সকল ।

  • @Junmonigogoi-be9fs
    @Junmonigogoi-be9fs 5 месяцев назад

    ঈশ্বৰৰ প্ৰসংশা হওঁক 🙏 হে গুৰু পিতা আপোনালৈ মোৰ সহস্ৰ কোটি প্ৰণাম 🙏 মই অধম মহা পাপীয়ে তোমাৰ ওচৰত প্ৰাৰ্থনা জনায়ছো 🙏 গুৰু জনাৰ এই বাক্যৰ যোগেদি ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক 🙏✝️🛐🙏

  • @junmoni000
    @junmoni000 5 месяцев назад

    Praise the lord pitai 🙏🏻🙏🏻🙏🏻🛐

  • @mainagogoi206
    @mainagogoi206 5 месяцев назад +1

    ❤❤❤praise the Lord ❤❤❤

  • @simasaikia380
    @simasaikia380 5 месяцев назад +3

    Praise the lord amen pita . Sottur uporot ishroror niyai bisaror baikoyo dibosun gurupita

    • @RanjanChutiaTestimony
      @RanjanChutiaTestimony  5 месяцев назад

      শেষ-কালৰ বিচাৰ আৰু নতুন যিৰূচালেমৰ বৰ্ণনা
      7 যেতিয়া সেই হাজাৰ বছৰ পুৰ হব, চয়তান নিজ বন্দীশালৰ পৰা মুক্ত হব আৰু, 8 তেতিয়া সি ওলাই আহি, পৃথিৱীৰ চাৰি চুকত থকা গোগ আৰু মাগোগe জাতি সকলক ভুলাই, সৈন্যৰ দল যোগাৰ কৰি, ৰণলৈ গোট খুৱাব। তেওঁলোকৰ সংখ্যা সাগৰৰ বালিৰ সমান হব৷
      9 সিহঁতে পৃথিৱীৰ বিস্তাৰেদি গৈ, পবিত্ৰ লোক সকলৰ ছাউনি আৰু প্ৰিয় নগৰ বেৰি ধৰিলে; কিন্তু স্বৰ্গৰ পৰা জুই পৰি, সিহঁতক গ্ৰাস কৰিলে। 10 আৰু সিহঁতক ভুলুৱা চয়তানক, গন্ধক আৰু জুইৰ সৰোবৰত পেলোৱা হ’ল যত সেই পশু আৰু ভাঁৰি-কোৱা ভাববাদীও আছে; আৰু সিহঁতে চিৰকাললৈকে দিনে-ৰাতিয়ে যাতনা ভোগ কৰিব।
      11 তাৰ পাছত মই এখন ডাঙৰ বগা সিংহাসন, f আৰু তাৰ ওপৰত বহি থকা জনক দেখিলোঁ; তেওঁৰ উপস্থিতিত পৃথিৱী আৰু আকাশমণ্ডল পলাই গ’লg কিন্তু সেইবোৰৰ কাৰণে যাবলৈ ঠাই পুনৰ পোৱা নগ’ল। 12 সেই সিংহাসনৰ আগত সৰু বৰ সকলো মৃত সকলক থিয় হৈ থকা দেখিলোঁ; আৰু কেইখন মান পুস্তক মেলা হ’ল; পাছত আৰু এখন পুস্তক মেলা হ’ল- জীৱন পুস্তক৷ সেই পুস্তকবোৰত লিখা মতেh মৃত সকলৰ নিজ নিজ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰা হ’ল।
      13 তেতিয়া সাগৰে নিজৰ লগত থকা মৃত সকলক শোধাই দিলে; মৃত্যু আৰু পৰলোকেও নিজৰ লগত থকা মৃত সকলক শোধাই দিলে; তাতে সেই মৃত লোক সকলক নিজ নিজ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰা হ’ল। 14 পাছত মৃত্যু আৰু পৰলোকক সেই জুইৰ সৰোবৰত পেলোৱা হ’ল। সেয়েই অৰ্থাৎ অগ্নিৰ সৰোবৰেই দ্বিতীয় মৃত্যু; 15 আৰু জীৱন পুস্তকত যি কোনো জনৰ নাম পোৱা নগ’ল, তেওঁলোকক সেই জুইৰ সৰোবৰত পেলোৱা হ’ল।
      প্ৰ:২০

  • @mohonsaikia1433
    @mohonsaikia1433 5 месяцев назад

    Praise the lord 🛐🛐🛐✝️ Amen ❤️

  • @hirengogoi5527
    @hirengogoi5527 5 месяцев назад +1

    Praise the lord pita 🙏🙏❤️

  • @PutulBaruah-q1v
    @PutulBaruah-q1v 5 месяцев назад +2

    🙏✝️ প্ৰেজৰ্দালদ প্ৰেজৰ্দালদ ধন্যবাদ ধন্যবাদ প্ৰভু 🛐

    • @kabitamoran6158
      @kabitamoran6158 5 месяцев назад +1

      Praise the লৰ্ড ✝️✝️✝️❤️❤️❤️🛐🛐🛐AMEN 🙏🙏🙏

  • @bristygogoi722
    @bristygogoi722 5 месяцев назад

    😮ঈশ্বৰৰ প্রশংসা হওঁক🙏 আমাৰ মহান গুৰুজনাৰ চৰনত শতকোটি প্রনাম জনাইছো। প্রভূ তুমি আমাক তোমাৰ আগাবোৰ পালন কাৰি হবলৈ শক্তি দি আশীর্বাদ কৰিবা আমেন🙏❤

  • @hirensaikia3810
    @hirensaikia3810 5 месяцев назад +1

    Praise the lord pitai

  • @RanjanChutiaTestimony
    @RanjanChutiaTestimony  5 месяцев назад +12

    ধৈৰ্য ধৰিবৰ আৰু ঈশ্বৰৰ বাক্য পালন কৰিবৰ আৱশ্যকতা
    1 মই যাকোব, ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ এজন দাস, সিঁচৰিত হৈ থকা বাৰ ফৈদৰ লোক সকলৰ ওচৰলৈ এই সম্ভাষণ। 2 হে মোৰ ভাইসকল, আপোনালোকে যেতিয়া নানা বিধ পৰীক্ষাত পৰে, তেতিয়া সেই বিষয়ক অতি আনন্দৰ বিষয় বুলি মানিব;a 3 কিয়নো আপোনালোকৰ বিশ্বাসৰ পৰীক্ষাই যে সহন ক্ষমতা জন্মায়, b সেই বিষয়ে আপোনালোকে জানে।
    4 এই কাৰণে সহনশীলতাক সিদ্ধ কাৰ্য-বিশিষ্ট কৰা হওক, যাতে আপোনালোকে একোতে অসম্পূৰ্ণ নহৈ সিদ্ধ আৰু সম্পূৰ্ণ হয়৷ 5 কিন্তু আপোনালোকৰ কাৰোবাৰ যদি জ্ঞানcৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্ৱৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰকd আৰু তাতে আপোনালোকক দিয়া হ’ব।
    6 কিন্তু বিশ্বাসেৰে নিঃসংশয় হৈ যাচনা কৰক; কিয়নো যি জনে সংশয় কৰে, তেওঁ বতাহে বলোৱা আৰু ওপৰলৈ উধুৱা সাগৰৰ ঢৌৰ নিচিনা হয়। 7 এনে ধৰণৰ মানুহে যে প্ৰভুৰ পৰা কিবা পাব, ইয়াক তেওঁ নাভাবক; 8 কিয়নো সেই মানুহ, দুই মনৰ; তেওঁ নিজৰ সকলো গতিতে অস্থিৰ।
    9 যি ভাই আৰ্থিকভাবে দূৰ্বল বা নম্ৰ; তেওঁ নিজৰ eউচ্চপদৰ বাবে গৌৰৱ কৰক; 10 যি জন ধনৱান, তেৱোঁ ঈশ্বৰে শিকোৱা নম্ৰতাত গৌৰৱ কৰক; কিয়নো বনৰীয়া ফুল এটাৰ নিচিনা তেৱোঁ লুপ্ত হৈ যাব।f 11 কাৰণ সূৰ্য অতি তাপৰ সৈতে উদয় হয় আৰু তৃণ শুকুৱায়, তাতে তাৰ ফুল সৰি পৰে আৰু তাৰ সৌন্দৰ্য্যও নষ্ট হয়৷ এনেদৰে ধনৱান মানুহো এদিন নিজৰ মাজতেই মলিন হৈ যাব।
    12 যি মানুহে পৰীক্ষা সহন কৰে, তেওঁ ধন্য; কিয়নো পৰীক্ষা সাফল্য হ’লে, প্ৰভুক প্ৰেম কৰা সকলক জীৱনৰূপ কিৰীটিg দিবলৈ প্ৰভুৱে যি প্ৰতিজ্ঞা কৰিলে, সেয়া তেওঁ পাব। 13 কিন্তু যেতিয়া পৰীক্ষিত হয়, তেতিয়া কোনোৱে যেন এই বুলি নকওঁক “ঈশ্বৰৰ দ্বাৰাই মই পৰীক্ষিত হৈছোঁ”; কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত আৰু কোনো লোকৰ পৰীক্ষাও তেওঁ নকৰে।
    14 কিন্তু প্ৰত্যেক ব্যক্তি নিজৰ কু-অভিলাষৰ দ্বাৰাই প্ৰলোভিত হয় আৰু ফুচুলনিত পৰি পৰীক্ষিত হয়। 15 তাতে সেই কু-অভিলাষে গৰ্ভধাৰণ কৰি পাপ প্ৰসৱ কৰে; পাছত পাপ পূৰ্ণতাপ্ৰাপ্ত হ’লে, তাৰ ফলাফল হয় মৃত্যু৷ 16 হে মোৰ প্ৰিয় ভাইসকল, আপোনালোক ভ্ৰান্ত নহব।
    17 সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ hপৰাহে আহে, আৰু আকাশৰ জ্যোতিiবোৰ সেই পিতৃৰ পৰাই তললৈ নামি আহে৷ ছাঁ যি দৰে সলনি হয়, তেনেদৰে তেওঁৰ কোনো পৰিৱৰ্তন নহয়৷ 18 ঈশ্বৰে তেওঁৰ নিজ ইচ্ছাৰে সত্য বাক্যৰ দ্বাৰাই আমাক জীৱন দিলেj যাতে তেওঁৰ সৃষ্ট বস্তুবোৰৰ মাজত আমি যেন এবিধ প্ৰথম ফল হওঁ।
    19 হে মোৰ প্ৰিয় ভাইসকল, অাপোনালোকে এই কথা জানিব যে, প্ৰত্যেক ব্যক্তি শুনিবলৈ প্ৰস্তুত থাকিব, ক’বলৈ ধীৰ আৰু ক্ৰোধলৈয়ো ধীৰ হওক, 20 কিয়নো মানুহৰ ক্ৰোধে ঈশ্বৰে বিচৰা ধাৰ্মিকতা সাধন নকৰে। 21 এতেকে আপোনালোকে সকলো অশুচিতা আৰু হিংসাৰ অধিকতা দূৰ কৰি, যি ৰোৱা বাক্য আপোনালোকৰ আত্মাৰ পৰিত্ৰাণ কৰিবৰ বাবে সমৰ্থ, k তাক নম্ৰভাৱে গ্ৰহণ কৰক।
    22 কেৱল শুনোতা হৈ নিজক নুভুলাব, কিন্তু বাক্য পালন কৰোঁতা হওক।l 23 কিয়নো কোনোৱে যদি বাক্য পালন কৰোঁতা নহয়, কেৱল মাথোন শুনোতা হয়, তেনেহলে সেই লোক দৰ্পণত নিজৰ স্বাভাৱিক মুখ দেখা পোৱা মানুহৰ নিচিনা হয়; 24 কাৰণ তেওঁ নিজকে চাই গুচি যায়, তাতে তেওঁ কেনেকুৱা আছিল, সেই বিষয়ে তেতিয়াই পাহৰি যায়। 25 যি কোনোৱে স্বাধীনতা স্বৰূপ সিদ্ধ বিধানৰ বাবে চাপৰি দৃষ্টি কৰি চাই থাকে আৰু শুনি পাহৰি যোৱা নহয়, কিন্তু পালন কৰোঁতা হয়, তেওঁহে নিজ কাৰ্যত ধন্য হ’ব।
    26 কোনোৱে যদি নিজকে ধাৰ্মিক বুলি মানে, কিন্তু নিজৰ জিভা দমনm নকৰি নিজৰ হৃদয়ক ভুলায়, তেনেহলে সেই মানুহৰ ধৰ্ম-কৰ্ম ব্যৰ্থ। 27 মাউৰা আৰু বিধৱা সকলক তেওঁলোকৰ ক্লেশৰ কালত চাবলৈ যোৱা আৰু সংসাৰৰ পৰা নিজকে নিষ্কলঙ্কৰূপে ৰাখা, এয়েই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্মল ধৰ্ম-কৰ্ম।
    জাকোব:১

    • @RipaSahu-y5t
      @RipaSahu-y5t 5 месяцев назад

      ঈশ্বৰৰ প্ৰশংসা হওঁক🙏🙏হে প্ৰভূ তোমাৰ আশিৰ্বাদত আমাক সকলো ক্ষণত চলাই নিবা🙏🙇‍♀️ধন্যবাদ প্ৰভূ🙏

    • @DEEPASAHU-sg7zi
      @DEEPASAHU-sg7zi 5 месяцев назад

      Ishwarar prakhangkha houk ☦️
      Tumer pavitra jibonto baikyor dwara amak sirokaloloike tumer deukar saat rakhiba, tumer pavitra aatmar hohayere,,tumer gaurav houk mahima houk joi joi houk amen 💖🤍💖🛐🛐🛐🛐🛐

    • @aparajitaborbora1668
      @aparajitaborbora1668 5 месяцев назад

      ঈশ্বৰৰ প্রশংসা হওক, আমেন🙏🙏🙏

    • @badaldas2579
      @badaldas2579 5 месяцев назад

      Praise the lord 🙏🙏🙏

    • @gayotriborah12
      @gayotriborah12 5 месяцев назад +1

      Praise lord lord 🙏 🙏 🙏
      ঈশ্বৰে আপোনাক সু স্বাস্থ্য প্ৰদান কৰক,যাতে আপোনাৰ জীৱনৰ দ্বাৰা যীশু খ্ৰীষ্টৰ অদ্ভুত মহিমা হওঁক।।

  • @nijaragogoi2552
    @nijaragogoi2552 5 месяцев назад

    Praise the lord pitai 🙏✝️🛐🙏

  • @nitubarua3352
    @nitubarua3352 5 месяцев назад +1

    Praise the Lord❤, গুৰু পিতাই আৰু গুৰু আই লৈ মোৰ সেৱা জনাইছো, আমেন✝️🙏✝️

  • @dipakalita1384
    @dipakalita1384 5 месяцев назад +1

    Amen amen.amen.amen.

  • @malobikagogoi6518
    @malobikagogoi6518 5 месяцев назад +1

    Praise the lord and hallelua Amen ❤❤❤❤

  • @Minutemaker-mq8mm
    @Minutemaker-mq8mm 5 месяцев назад

    Praise the Lord Pitai amen 🙏🙏

  • @Chiranjib60
    @Chiranjib60 5 месяцев назад

    Praise the lord pitai.🙏🙏🙏

  • @prodipdutta3033
    @prodipdutta3033 5 месяцев назад +1

    ঈশ্বৰৰ প্ৰশংসা হ ওক 🙏 ধন্যবাদ প্ৰভু ঈশ্বৰক 🙏 আমেন 🙏

  • @mousumiboruah9661
    @mousumiboruah9661 5 месяцев назад +1

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏🙏।পিতা আৰু মাৰ চৰণত সেৱা আৰু প্ৰণাম জনালোঁ 🙏🙏🙏🙏🛐🛐✝️✝️। পিতাৰ বাক্যৰে আমাৰ সকলোকে আশীৰ্বাদ আৰু পৰিত্ৰাণ দিব 🙏🙏🙏🙏✝️✝️🛐🛐 আমেন।

  • @Swapngogoi
    @Swapngogoi 5 месяцев назад +1

    Praise the Lord. ✝️🙏🙏🙏🙏🙏

  • @namitasaikia7730
    @namitasaikia7730 5 месяцев назад

    Praise the lord pitai ❤❤❤

  • @arupsonaeden3589
    @arupsonaeden3589 5 месяцев назад +1

    Bible is our spiritual weapon,we have to meditate the word of God, from tengakhat, dibrugarh ✝️✝️🙌🙌✝️

  • @junaliborsaikia9697
    @junaliborsaikia9697 5 месяцев назад +1

    Amen 🙏🙏🙏

  • @junmonichiringduwarah1504
    @junmonichiringduwarah1504 5 месяцев назад

    Praise the lord ✝️✝️✝️🙏🙏🙏ammen

  • @Jungogoi-c9h
    @Jungogoi-c9h 5 месяцев назад

    Praise the Lord pitai 🙏🙏🙏

  • @rupohilahon3087
    @rupohilahon3087 5 месяцев назад +1

    Praise the lord 🙏🏻✝️🙏🏻🛐🛐🛐🛐Amen

  • @jyotibikashsaikia4683
    @jyotibikashsaikia4683 5 месяцев назад

    Hallelujah🙏🏻✝️❤️

  • @RipaSahu-y5t
    @RipaSahu-y5t 5 месяцев назад +3

    ঈশ্বৰৰ প্ৰশংসা হওঁক🙏🙏হে দয়ালু পিতা সকলো ক্ষণত তোমাৰ জীৱন্ত বাক্য সোঁৱৰণ কৰি পালন কৰি যাবলৈ আমাক শক্তি ,বুদ্ধি জ্ঞান দিবা🙏🙏হে পিতা তোমাৰ জয় জয় হওঁক🙏🙏আমেন🙇‍♀️

  • @DigantaGogoi-qt5rq
    @DigantaGogoi-qt5rq 5 месяцев назад

    Praise the lord Prabhu 🙏🙏🙏

  • @radhakrishnachowdhury4682
    @radhakrishnachowdhury4682 5 месяцев назад

    ঈশ্বৰ পশংসা হওক ❤❤হেগুৰু পিতা ঈশ্বৰ বাইক পতিটো সময়ত সিদ্ধ কৰীবলৈ গীয়ান শকতী বুদ্ধি দি সহায় কৰে যেন আমেন হালেলৈয়া❤❤😡🙏🙏✝✝🌺🌺

  • @KarabiChelleng
    @KarabiChelleng 5 месяцев назад

    Amen 🙏🙏 Praise the Lord 🙏🙏

  • @TarunHazarika-j2f
    @TarunHazarika-j2f 5 месяцев назад +1

    Praise the lord.Amen

  • @dipaliborah1592
    @dipaliborah1592 5 месяцев назад

    Praise the Lord.Amen 🙏🙏🙏

  • @anishagogoi159
    @anishagogoi159 5 месяцев назад

    Praise the lord❤ he pita hodai anedore moi tumar soront thakibo paru he pita hokolu hoijya koribo porake muk hokti diya❤hokolu thik kori diba pita ❤mur bisakh hodai anedore thake jen tumat ❤tumi je hokoluke hokolure pap muson kora tumi mohan tumi doyalu pita❤he pita moi hodai anedore tumar soronte thakibo bisaru ❤hokolu khini hohibole muk hokti diba pita ❤hokolu jen thik hoi ❤❤❤

  • @manmayuribicamiya4801
    @manmayuribicamiya4801 5 месяцев назад +2

    Praised the Lord Jesus baba, gurujna baba-ma and mondlir Dipda.......Amen 🙏🙏🙏🙏🎚🎚🎚♥️♥️♥️♥️

  • @purnimasaikia3627
    @purnimasaikia3627 Месяц назад

    Praise the lord ❤❤✝️✝️✝️✝️🙏🙏

  • @BibiPhukan
    @BibiPhukan 5 месяцев назад

    Praise the lord ❤❤❤amen❤❤❤

  • @rubiduttaborah6785
    @rubiduttaborah6785 5 месяцев назад +2

    Press the Lord help me🙏🙏🙏 amen Amen🙏 Amen🙏

  • @bhargabsonowal758
    @bhargabsonowal758 5 месяцев назад

    Praise thelord. Amen 🎉❤🎉

  • @pompyphukon3031
    @pompyphukon3031 5 месяцев назад

    Praise the lord 🙏🏻 pitai

  • @uttamborah2853
    @uttamborah2853 5 месяцев назад

    Praise the lord🙏🙏🙏🙏amen🙏🙏🙏🙏

  • @jurismitasonowal9729
    @jurismitasonowal9729 5 месяцев назад +1

    ঈশ্বৰৰ প্ৰশংসা হওঁক ✝️❤️ মহান গুৰু পিতা আৰু গুৰু মা লৈ কোটি কোটি বাৰ প্ৰণাম আৰু সেৱা জনাইছোঁ ✝️🙏🏼❤️

  • @MinotiKonwar
    @MinotiKonwar 5 месяцев назад

    Praise the lord 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @KamalSingh-d6p8q
    @KamalSingh-d6p8q 5 месяцев назад

    Amen❤

  • @MonjulaHazarika-qi8pb
    @MonjulaHazarika-qi8pb 5 месяцев назад +1

    Glory to God 🙏

  • @sibaniborah1952
    @sibaniborah1952 5 месяцев назад +1

    Pitar jibónta bakya suni jibon Dhanya hol.. praise the lord 🙏

  • @BarsaRuhi
    @BarsaRuhi 5 месяцев назад +1

    Press tha lord ✝️🛐🙏

  • @manikahazarika93
    @manikahazarika93 5 месяцев назад

    Praise the Lord✝️✝️🙏🙏❤

  • @nomitasaikia1895
    @nomitasaikia1895 5 месяцев назад +1

    Praise the lord 🙏✝️🙏✝️🙏✝️🙏❤️🙏

  • @B2pn84
    @B2pn84 5 месяцев назад

    Praise the Lord, Amen 🙏🙏🙏🙏❤❤❤❤

  • @jodumonigogoigogoi7592
    @jodumonigogoigogoi7592 5 месяцев назад

    Praise the lord petai🙏✝️❤

  • @bhagyajyotiphukon
    @bhagyajyotiphukon 5 месяцев назад

    Praise the Lord 🙏🙏 Pitai

  • @mensaipegu7373
    @mensaipegu7373 5 месяцев назад +1

    Praise the Lord amen Amen🙏🙏🙏❤❤

  • @PallabimoranPallobimoran
    @PallabimoranPallobimoran 5 месяцев назад +1

    Praise the Lord hallelujah 🙏

  • @Pratapdas-d7f
    @Pratapdas-d7f 3 месяца назад

    Praise the lord❤❤❤❤❤❤❤❤❤❤

  • @aparajitaborbora1668
    @aparajitaborbora1668 5 месяцев назад +2

    ঈশ্বৰৰ প্রশংসা হওক🙏🙏🙏

  • @ProgyanPainphukan
    @ProgyanPainphukan 2 месяца назад

    Praise the Lord ❤❤❤🙏🙏🙏

  • @ritabhuyan1295
    @ritabhuyan1295 5 месяцев назад

    Praise the lord 🙏🙏🙏✝️

  • @RuskinGogoi-sz1dx
    @RuskinGogoi-sz1dx 5 месяцев назад +1

    Praise the Lord 🙏🏻🌹🎵💖🎸⚡✝️⚡🎸💖🎵🌹🙏🏻

  • @bhrigukumarsaharia414
    @bhrigukumarsaharia414 5 месяцев назад

    Hallelujah amen praise the lord

  • @bobitagogoigogoi7937
    @bobitagogoigogoi7937 5 месяцев назад

    Praise the lord 🛐✝️

  • @rajdutta5094
    @rajdutta5094 5 месяцев назад

    PRAISE THE LORD 🙏🙏🙏

  • @rubiburagohain635
    @rubiburagohain635 5 месяцев назад +1

    Praise the lord amen ✝️🛐🙏🙏🙏❤️

  • @pranabborpatragohain9111
    @pranabborpatragohain9111 5 месяцев назад

    Praise the lord ❤❤.

  • @mousumirajkonwarsonowal362
    @mousumirajkonwarsonowal362 5 месяцев назад

    Priase the Lord 🙏🙏🙏

  • @jyotibaruah7954
    @jyotibaruah7954 5 месяцев назад

    Praise the Lord 🙏🙏🙏🌻🌸🌷

  • @Ruphinaashi
    @Ruphinaashi 5 месяцев назад +1

    Praise the Lord Jesus Christ Amen 🙏✝️🛐🛐🛐🛐🛐🛐🛐🛐

  • @shikhasaikiagogoideha8558
    @shikhasaikiagogoideha8558 5 месяцев назад +1

    Amen

  • @DEEPASAHU-sg7zi
    @DEEPASAHU-sg7zi 5 месяцев назад +1

    Ishwarar prakhangkha houk ☦️
    Hey prabhu tumer jivanto baikyor jugedi aamak hokolure uporot aakhirbad korila,, hekhor dinor loike,, prabhu Tumi,, tumer,,, biswakhot voloban Kori,, pavitra aatmare hohai diba,, baikyorbur hridayot huwarai thakobloi, hokolu hongkotot dukhot porikha r homoyot aakhirbad koriba,,tumer pavitra soron komolot aantorik morom ❤ shraddha aru hewa jasisu,, prabhu halleluiah Prabhu amen ,☦️🌼🌺🌼🛐. Love you Jesus 💗❤❤🌷🌷🌷🙏