He Jesus probhu muk khoma koriba bipodor pora roikha koriba bohut din parthona gihole jabo pora nai lorajonik akhibad koribo kaile porikha ase praise the lord
I love you Jesus thank you Jesus thank you Jesus hallelujah hallelujah hallelujah hallelujah hallelujah hallelujah hallelujah hallelujah hallelujah hallelujah❤
Good morning🙏 please pray for me n pray for my husband for good health . My married already 1year complete but I have no baby👶 please pray for me i want baby👶 n i want complete my family👪 please Lord bless me i hope next month I'm pregnant🤰 bless me😭😭😭😭😭🙏🙏🙏
গুৰুজনা এই আত্মাৰ গীতটি ঈশ্বৰে বহুত আশীর্বাদ কৰিছে
হে যিহোৱা কাণ পাতা
মোক উত্তৰ দিয়া
কিয়নো মই দুখী আৰু দৰিদ্ৰ
মনৰ কথাবোৰ ক'বলৈ মন যায়
প্রভু মোক কৰিবা সহায়
প্রভু মোক কৰিবা সহায়
মোৰ প্ৰাণ ৰক্ষা কৰা
মই তোমাক বিশ্বাস কৰোঁ
তোমাৰ দাসক পৰিত্ৰাণ কৰা
তোমাৰ দাসক পৰিত্ৰাণ কৰা
মনৰ কথা বোৰ ক'বলৈ মন যায়
প্রভু মোক কৰিবা সহায়
প্রভু মোক কৰিবা সহায়
তোমাৰ দাসৰ প্রাণ আনন্দিত কৰা
মই তোমালৈ সাবিহাস কৰোঁ
তুমিয়ে মঙ্গলময় আৰু ক্ষমাবান
তুমিয়ে মঙ্গলময় আৰু ক্ষমাবান
মনৰ কথাবোৰ ক'বলৈ মন যায়
প্রভু মোক কৰিবা সহায়
প্রভু মোক কৰিবা সহায়
সংকতৰ কালত মই প্রাথনা কৰিম
কিয়নো তুমি মোক উত্তৰ দিবা
মোলৈ মুখ কৰা আৰু কৃপা কৰা
মোলৈ মুখ কৰা আৰু কৃপা কৰা
মনৰ কথাবোৰ ক'বলৈ মন যায়
প্রভু মোক কৰিবা সহায়
প্রভু মোক কৰিবা সহায়
প্রভু মোক কৰিবা সহায়
আমেন🛐 😭😔😭🛐
প্রভু মোক কৰিবা সহায়
Praise the lord gurudev 🙏🏻 hallelujah dhanyawad probhu amen 🙏🏻
Long Live W.H.P.C Praise the Lord.God bless Apostle R.Chiutia n your fmly.Amen.
অতি সুন্দৰ গীত
Praise the lord 🙏♥️✝️... hallelujja ✝️ hallelujja ✝️ hallelujja ✝️ hallelujja ✝️ hallelujja ✝️ hallelujja ✝️ hallelujja ✝️ hallelujja ✝️ hallelujja ✝️ hallelujja ✝️
Amen ✝️ Amen ✝️ Ameen ✝️✝️✝️
Hallelujah ❤❤❤❤
Very nice song
🙏🙏🙏🙏
Provu jisu aru amar mohan guru pitai loi hot kuti pranam . Praise the lord ❤❤❤❤
Praise the Lord 🙏please pray for my job i hope I get this job. In Jesus name i pray Amen🙏
Praise the lord 🙏🙏 Issor ye hokoluke akhirbad korok 🙏🙏 pitai soront hotokuti pronam jonaisu 🙏🙏 ameen
Praise the Lord hallelujah dhanyawad amen 🌹🙏✝️🛐⛪
Praise the lord jesus provu joi hoke 🙏 halleluya 🙏 amen 🙏
ঈশ্বৰৰ মহিমা যুগে যুগে হওঁক । আমেন ।
ঈশ্বৰৰ প্ৰশংসা হওঁক।ধন্যবাদ গুৰুপিতাই।ইমান সুন্দৰ গীত গীতৰ জৰিয়তে বিশ্বাষি দাস দাসি সকলোকে আসিবাদ কৰিব।যিচু পিতা ধন্যবাদ আমেন।
He Jesus probhu muk khoma koriba bipodor pora roikha koriba bohut din parthona gihole jabo pora nai lorajonik akhibad koribo kaile porikha ase praise the lord
কৰিবা সহায়,মন প্ৰস্্সা হওক ধন্যবাদ পিতা পৰমেশ্বৰ ,সহায় কৰা, উত্তৰ দিয়া, গুৰু জনাৰ লগতে আমাৰ সকলোৰে ও🙏🙏🪔☦️🪔🙏🙏😭🙏
Praise the Lord🙏 Pita parmeshwar aamak soku malie suwa. Hallelujah Amen🙏🌹👏 😭😭😭
Dhonyabad pitai Praise The Lord🙏💝
ঈশ্বৰৰ প্ৰস্্সা হওক 🙏🪔✝️🙏😭😭।মনৰ ভাবাতু যাতে শাক্ষ দি ব পাৰো,সহায় কৰিবা,হে যিচু পিতা কান পাতা ।
praise rhe Lorad. Amen
ঈশ্বৰৰ প্রশংসা হওঁক🛐
হে সত্য ঈশ্বৰ তোমাৰ শক্তি প্রদান কৰা আৰু তোমাৰ অমূল্য বাক্যই সকলোকে আশীর্বাদ কৰক হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া ধন্যবাদ 🛐🙏🛐
Praise the Lord❤❤❤probhu
The presence of Lord is very awesome. May God anoint you and uses it mightly for His glory. Thank you Halleuia amen.
ঈশ্বৰৰ প্ৰশংসা হওক 🛐🛐✝️✝️🙏🙏
Hallelujah praise the Lord 🔥 🔥🔥
" মনৰ কথা বোৰ কবলৈ মন যায়, প্ৰভু মোক কৰিবা সহায়" 😭😭 গুৰুজনাৰ চৰণত শতকোটি বাৰ সেৱা জনালো ☦️🛐❤️🙏
Bohut xundor git.... Praise the lord ❤️.....God bless all believers.....❤️❤️❤️❤️❤️❤️❤️❤️❤️
ঈশ্বৰৰ প্রশংসা হওঁক🛐
আমাৰ মহান গুৰুজনা আৰু গুৰুমা পবিত্র চৰনত সেৱা জনাইছোঁ🛐 সচাকৈ প্রভু কালি এই দিনটো আগৰ সেই আনন্দ দিন বিলাক আমাৰ গুৰুজনা যোগেদি আকৌ আমি ঘুৰাই পাইছোঁ প্রভু এনেদৰে আমাক সকলোকে সদায় আনন্দ দি যাবা আমেন🛐🛐🧚♀️🧚♂️🧚♀️🧚♂️🧚♀️🛐🛐
ঈশ্বৰৰ প্রশংসা হওঁক গুৰুজনা এই আত্মাৰ গীতটি সচাকৈ প্রভু তুমি ইমনেই আশীর্বাদ কৰিছা শুনিলে শুনিয়ই থাকিব মন যায় প্রভু🛐😭😔😭🛐
Praise the lord ❤❤❤❤❤❤❤❤❤ Amen
ঈশ্বৰৰ প্ৰশংসা হওক ঈশ্বৰে আমাৰ মনৰ কথাবোৰ বুজি পায় আমাৰ হৃদয়খন খোলা কিতাপৰ দৰে অন্তৰেৰে বিচাৰিলে ঈশ্বৰক পোৱা যায় ধন্যবাদ পিতৃ ঈশ্বৰ তোমাক কোটি কোটি বাৰ ধন্যবাদ জ্ঞাপন কৰিছো গুৰুদেবলৈ প্ৰণাম জাছিলো 🙏 হালেলুইয়া 🙏❤️ আমেন ❤️
ঈশ্বৰৰ প্ৰশংসা হওঁক ৷ প্ৰভু তুমি এই গীতৰ যোগেদি গোটেই মানৱজাতিৰ ওপৰত আশীৰ্বাদ কৰিবা ৷
হে যিহোৱা, মোৰ কথালৈ কাণ দিয়া, মোক উত্তৰ দিয়া;
কিয়নো মই দুখী আৰু দৰিদ্ৰ।
মোৰ প্ৰাণ ৰক্ষা কৰা; কিয়নো মই তোমাৰ ভক্ত;
তুমিয়েই মোৰ ঈশ্বৰ; তোমাৰ ওপৰত ভাৰসা কৰা দাসক তুমি পালন কৰা।
হে প্ৰভু, মোক কৃপা কৰা;
কিয়নো ওৰে দিনটো মই তোমাৰ আগত প্ৰাৰ্থনা কৰি আছোঁ।
তোমাৰ দাসৰ মনত আনন্দ দান কৰা;
কিয়নো হে প্ৰভু, মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ।
হে প্ৰভু, তুমি মঙ্গলময় আৰু ক্ষমাদানকাৰী;
তোমাৰ আগত প্ৰাৰ্থনা কৰা সকলৰ প্রতি তুমি দয়াৰে পৰিপূর্ণ।
হে যিহোৱা, মোৰ প্ৰাৰ্থনালৈ কাণ পাতা,
মোৰ মিনতিৰ ক্রন্দন তুমি শুনা।
সঙ্কটৰ কালত মই তোমাৰ আগত প্ৰাৰ্থনা কৰিম;
কিয়নো তুমি মোক উত্তৰ দিবা।
গীতমালা 86:1-7
❤❤❤❤❤❤❤❤❤❤❤❤❤❤
❤❤❤❤❤❤❤❤❤❤❤❤❤❤
ঈশ্বৰৰ প্ৰশংসা হওঁক।ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। আমেন ❤✝️👏
I love you Jesus hallelujah yeshu Masih ke Mahima Ho amen
ঈশ্বৰে সকলো দাস-দাসীকে এই গীতটোৰ জৰিয়তে আৰ্শীবাদ কৰক। ঈশ্বৰে গুৰুজনাক আৰু শক্তি দিয়ক🌿🎆✨⭐💐🌺✝
prise the Lord প্রভু কৃপা কৰা তুমি সৰ্ব শক্তিমান
PRAISE THE LORD, DHANAYABAD GURUDEV, HALLELUJAH,THANK YOU JESUS, AMEN❤
Hallelujah 🙏✝️🛐🙏✝️🛐🙏✝️
ঈশ্বৰক শতকোটি প্ৰণাম 🙏🏿ধন্যবাদ প্ৰভু
Praise the lord hallalujah
Praise the lord . Amen . ❤❤❤
Praise the lord amen hallelujah 🙏🙏🙏❤️❤️❤️
Praise the lord Amen 🙏🙏🙏 hallelujah
Praise the lord ❤❤❤Amen 🙏
ঈশ্বৰৰ প্ৰশংসা হওঁক গুৰুদেৱ আৰু গুৰু মা লৈ সেৱা জনাইছো। প্ৰভু ধন্যবাদ 🙏✝️
Phupu Jesuwe hodai tumarlogot thakok Amen
Dhanyavaad pita prameswer dhanyavaad pitai praise the lord
আমেন 🙏🙏🙏❤️❤️❤️
Praise the Lord Jesus Amen ✝️✝️✝️🙏🙏🙏❤❤❤❤
praise the lord.✝️🛐🙏🏻🙏🏻🙏🏻🙏🏻
Praise the lord ✝️💓❤️♥️♥️❤️♥️♥️❤️❤️❤️ ♥️❤️
Praise The Lord Amen ✝️🙏🏼❤
Praise the lord gurudev 🙏🏻
ঈশ্বৰৰ প্ৰশঙখা হওক , গুৰুজনাৰ চৰণত কোটি কোটি প্ৰণাম জনালোঁ , ধন্যবাদ , আমেন 🙏🙏🙏
❤praish the lord 🙏🙏 hallelujah 🙏 Amen❤
Praise the lord of Jesus ✝️✝️✝️✝️✝️✝️
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏✝️ এই গীতৰ যোগেদি সকলো দাস দাসীকে ঈশ্বৰে আশীৰ্বাদ কৰক 🙏 দিনটো শুভ হ ওক
Praise the lord Aman 🙏
Praise the Lord🙏🙏🙏 Amen
ঈশ্বৰৰ প্ৰশংসা হওঁক আমেন প্ৰভু মোক কৰিবা সহায়।
Prise the lord 🙏🏻 hallelujah Pitai ✝️🛐
Amen amen j&k
গুৰু পিতা আৰু গুৰু মালৈ হিআ ভৰা ওলগ জনাইছোঁ যাতে ঈশ্বৰ পিতাই সকলোকে ভালে কুশলে ৰাখে আমেন ।
Praise the Lord 🙏 amen 🙏
Praise the Lord .Halleluia Halleluia Halleluia amen.
Provu jisu Mur jibonoloi hukh ghurai anok
Praise the lord 🙏🙏👏🙏🙏 AMEN ✝️✝️🙏✝️✝️ HALELUA
Praise the lord,God bless all.
Thank you father❤
হ্দয় চুই গ'ল পিতা গীতটোৰ যোগেদি সকলো দাস দাসীকে আশীৰ্বাদ কৰিবা প্ৰভু🛐✝️🙏হাল্লেলূয়া আমেন🛐✝️
I love you Jesus thank you Jesus thank you Jesus hallelujah hallelujah hallelujah hallelujah hallelujah hallelujah hallelujah hallelujah hallelujah hallelujah❤
Praise the lord.🙏🙏🙏
Praise the lord✝️✝️✝️🙏🙏🙏
Praise the Lord please pray for me pastor Haliluiah Amen Amen
ঈশ্বৰৰ প্ৰশংসা হওক
প্ৰভু মোক কৰিবা সহায় প্ৰভু মোক কৰিৱা সহায় 🙏🙏🙏🙏🙏🙏
Amen hallelujah 🙏✝️🛐🛐🛐❤😢
Praise the lord Hallelujah Hallelujah Hallelujah Amen Amen Amen 🙏
Yes Amen Amen Amen 🙌
Praise the lord 🙏🙏 ✝️✝️🛐🛐🛐
Praise the Lord Jesus pita.
Praise the lord 🙏✝️✝️✝️
Praise the lord❤️🙏
Praise the lord ✝️🙏🛐🛐🛐💓
praise the lord.✝️🛐🙏🏻🙏🏻🙏🏻🙏🏻👑
Praise the Lord Pitai 🙏🙏😭😭
Praise the lord 🙏✝️🙏
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏 হে পিতা এই গীতৰ যোগে সকলোকে আৰ্শীবাদ কৰিবা 🙏🙏❤❤💞💞💗💗
Amen 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Thank you Jesus
Praise the Lord
Amen 🙏🙏🙏🙏🙏
Praise the lord pitay
Praise the Lord 🙏🙏 amen
Praise the Lord✝️🙏 amen🙏✝️
Praise the Lord probhu🙏🙏🙏🛐✝️
praise the lord🙏
Praise the Lord 🙏🙏🙏🌲🌻💐
Praise the Lord .Amen 🙏🙏🙏🙏🙏
ঈশ্বৰৰ প্রশংসা হওঁক🛐
হে প্রভু মোক কৰিবা সহায়🛐🛐😭🛐🛐
Praise the Lord. Amen
ঈশ্বৰৰ প্ৰশংসা হওঁক ✝️🛐🙏😭😭
প্ৰভু তোমাৰ বাক্যত, তোমাৰ অসীম প্ৰেমত সদায় যেন চলিব পাৰো তুমি আশীৰ্বাদ কৰিবা পিতৃ ঈশ্বৰ✝️🛐🙏😭😭😭 মা, দেউতাক সদায় ভালে ৰাখিবা পিতা, দেউতালৈ কুটি কুটি বাৰ ধন্যবাদ তেওঁ আমাক অন্ধকাৰ পৰা পুহৰৰ বাট দেখুৱা বাবে 😭😭😭😭 প্ৰভু তোমাৰ ইচ্ছাত তোমাৰ পবিত্ৰ নামঘৰত মই আৰু মোৰ মানুহজনে আমাৰ জীৱনৰ সাক্ষ দিব পাৰো যেন আশীৰ্বাদ কৰিবা প্ৰভু🙏😭😭মনৰ কথাবোৰ কবলৈ মন জাই প্ৰভু মোক কৰিবা সহায়😭😭😭✝️🛐🙏আমেন😭😭😭😭🙏
God bless ur ministry
Praise the lord 🙏
Praise the lord 🙏🙏
Good morning🙏 please pray for me n pray for my husband for good health . My married already 1year complete but I have no baby👶 please pray for me i want baby👶 n i want complete my family👪 please Lord bless me i hope next month I'm pregnant🤰 bless me😭😭😭😭😭🙏🙏🙏
ঈশ্বৰৰ প্ৰশংসা হ ওক 🙏 গুৰু পিতা লৈ কোটি কোটি সেৱা জ্ঞনাইছো 🙏 ধন্যবাদ প্ৰভু ঈশ্বৰক 🙏 হে পিতা আমাৰ সকলো পাপ অপৰাধ ক্ষমা কৰি তোমাৰ প্ৰবিত্ৰ চৰণত ঠাই দিয়া প্ৰভু আমেন