কিহেৰে পূজিম প্ৰভূ তোমাক মই নাই মোৰ একোৱেইনাই.Assamese jesus song/Parthona

Поделиться
HTML-код
  • Опубликовано: 12 янв 2025

Комментарии • 1,2 тыс.

  • @purabikalita3428
    @purabikalita3428 2 года назад +3

    Saku pani olai gl mor... Ati xundar paribekh

  • @kalpanaborah5461
    @kalpanaborah5461 3 года назад +2

    Krishno porvhu 🙏🙏🙏👋👋👋👋🙏🙏🙏🙏🙏

  • @parismitabaruah3090
    @parismitabaruah3090 3 года назад +14

    হে প্ৰভু তুমি কৃপা কৰা ।এই দৃশ্য দেখি অতি মোহিত হৈছো

    • @priyamonipriyamoni7274
      @priyamonipriyamoni7274 3 года назад +1

      But kandise kio..vlkoi bujay dib nki..buji pwa Ni🤔🤔

    • @MunuBhuyan-xc1mf
      @MunuBhuyan-xc1mf 9 месяцев назад

      ​@@priyamonipriyamoni7274 because teulukor life t jibur dukh ase hei bur jate nuhua hoi jai tar babe teuloke pray krise...... Aru teulukor dukh problems buror ktha vabi god agot pray kandiseee 😢

  • @niranjankalita6571
    @niranjankalita6571 3 года назад +1

    Krisno provu mr lra2 aru Ami hkoloa hey hahi thaku

  • @saminayasmin6100
    @saminayasmin6100 Год назад +14

    হে যীচু পিতা তুমি মোৰ জীৱনৰ আৰু মোৰ মাই আববা জীৱনৰ পৰা দুখ বোৰ দূৰ কৰি অকনমান সুখ শান্তি দিয়া। মই তোমাৰ চৰণত তোমাৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম

  • @ratulboruh5848
    @ratulboruh5848 3 года назад +1

    Probhu 2mar usort hodai prathona krisu....

  • @monijun8254
    @monijun8254 3 года назад +1

    Bhut bhut vl lgil aji prothom dakhilu he probhu kipa kra

  • @rubigogoi5237
    @rubigogoi5237 3 года назад +38

    ইমান সুন্দৰ, হৃদয় স্পশৰ কৰি যোৱা এটা পৰিবেশ আজি প্ৰথম দেখিলো। দূৰৰ পৰাই সেৱা জনালোঁ প্ৰভু🙏🙏🙏

  • @juthikakalita1066
    @juthikakalita1066 2 года назад +2

    Mur gotei bemar bhal kori diya Prabhu 🙏🙏🙏🙏

  • @DIPALISAIKIA-mu1ns
    @DIPALISAIKIA-mu1ns Год назад +5

    কৃষ্ণ প্ৰভু আমাৰ সকলোৱে ইয়াৰ পৰাই সেৱা জনাইছোঁ ভালে কুশলে ৰাখিব কৃষ্ণ 🙏🙏🙏

  • @lakshmiboro6607
    @lakshmiboro6607 2 года назад +1

    Esswarr prasangsa haok.hale luya ...amin

  • @bitupangogoisinger6743
    @bitupangogoisinger6743 3 года назад +6

    ঈশ্বৰৰ প্ৰশংসা হওঁক।মই অধমে মই পাপিয়ে গুৰু দেবলৈও সেৱা জনাইছোঁ মোৰ পাপিৰ পাপ বিলাগ যেন ক্ষমা কৰিদিয়া পুনৰ যেন মোক মনোনীত কৰা তুমি আৰু মোৰ ঘৰ খনৰ ওপৰতো আশীৰ্বাদ কৰে যেন আমেন।

  • @ruhi2237
    @ruhi2237 3 года назад +1

    Apunar ahote mi nokoribologiya pap korisu muk khioma kora pita... 🙏🙏🙏 Muk porikkhat nepelaba 🙏🙏 monot ji pap vab ahe dur koriba pita...muk pap atmar pora dhori rakhiba pita

  • @khargeswarnath2624
    @khargeswarnath2624 2 года назад +7

    হে প্ৰভু আমি যেন আপোনাক প্ৰাৰ্থনা কৰিবলৈ নাপাহৰো তাকে আৰ্শীবাদ দিয়া প্ৰভু 🙏🏼🙏🏼🙏🏼

  • @papusonowal5217
    @papusonowal5217 Месяц назад

    কৃষ্ণ প্ৰভু 🙏🙏🙏🙏আপোনাক দূৰৰ পৰাই সেৱা জনাইছোঁ।সকলো মানুহৰে যেন দুখ দুৰ্গতি বোৰ দূৰ হয়,তাকে কামনা কৰিছোঁ। কৃষ্ণ,মাধৱ, গোবিন্দ ৰাম নাৰায়ণ 🙏🙏🙏🙏

  • @boikunthadas2585
    @boikunthadas2585 3 года назад +8

    অতুলনীয় সৃষ্টি । মুগ্ধ হৈছো সঁচাকৈ ।

  • @rabilalmurmu6203
    @rabilalmurmu6203 3 месяца назад

    বহুত বহুত ধন্যবাদ জনাইছো গুৰুজনক প্ৰভূ জীশুৰ মহিমা হওক।

  • @Biswajit123B
    @Biswajit123B Год назад +4

    হে প্ৰভু আমাৰ ঘৰখন যেন কুশলে ৰাখা আৰু আমাৰ পৰিয়ালটো সঘনাই বেমাৰত ভুগি থাকো , সকলোবোৰ ঠিক কৰি দিয়া প্ৰভু 🙏🙏

  • @rijumonibokalial1152
    @rijumonibokalial1152 3 месяца назад

    Pitai tumi kripa kora Mur hokolu dukh pap dhui loi juwaaa.moi gutei jibonot tumar pothot solim tumar obihone amar dukh kunu bujibo nuware bohut kostot jiyai asu pita.halleluija halleluija halleluija Amin prais the lord ❤❤❤❤❤❤

  • @nabanitapatowary3679
    @nabanitapatowary3679 2 года назад +5

    হে প্ৰভু মোৰ মা দেউতাক আৰু দাদাক ভালে ৰাখক। মা দেউতাক বেমাৰ আজাৰৰ পৰা মুক্ত কৰক প্ৰভু। মই অজানিতে কৰা ভুলবোৰ যেন মাফ কৰি দিয়ে ।আৰু সকলোকৰে মংগল কৰক প্ৰভু। আমিন..🙏

  • @dhanjitaray7826
    @dhanjitaray7826 3 года назад +1

    He provu hokolure mono kamona purno koriba aru🙏😭

  • @notengogoi3687
    @notengogoi3687 3 года назад +62

    এনে পৰিৱেশ আজি প্ৰথম দেখিবলৈ পাইছোঁ ভাল লাগিল প্ৰভুৱে সকলোকে কৃপা কৰক,

    • @aryananhsirk7604
      @aryananhsirk7604 3 года назад +1

      @@sashibhatta5198 napai teneke Kobo moiu Hindu....kin2 sobore nijor bisakh thake apuni Jodi Shankar-madhab gurujonar bhakta tenete apuni xudho monere teulukor niti adorxa palan korok, kunuba Luke hoitu Jesus Christ or bhakta teu Jesus Christ or niti adarsha palan koribo
      Hari Naam luae atmar muktir ekmatra path
      Apuni jixar comment dise hetu eta political comment, jun2 ajir jugot bohut politicianse bebohar kore.......dharmat politics involve korile bohut letera Delhi
      Axa korisu apuni jate beya napai

  • @karabidutta8384
    @karabidutta8384 3 года назад

    Monot bohut val lage gol o ana porebakh dakhe

  • @rituriyansaikia5799
    @rituriyansaikia5799 3 года назад +16

    হে প্ৰভু আমাৰ মাজত যেন হিংসা মদ ভেদ এইবোৰ যেন একো নাথাকে তাকে কৃপা কৰিছোঁ

  • @pompidas4698
    @pompidas4698 2 года назад +1

    Bohut val lagil pais the lord

  • @anantadhunsaikia
    @anantadhunsaikia 2 года назад +4

    বহুত ধুনীয়া লাগিলে সুন্দৰ এটা পৰিবেশ
    ভগৱান যীচু এ সকলোকে মংগল কৰক তাকে কামনা কৰিছোঁ 🙏🙏🙏💞❤

  • @aadityaboruha7627
    @aadityaboruha7627 3 года назад +2

    Moi borakhowa para goiselu khuj karibo nuwariselu 1basar bisanat pari thakilu tar pasat moi parthana bhabanar katha huni parbhu usarat goi khus karibo para halu, praise the Lord, amen🙏

  • @dhunudeori2385
    @dhunudeori2385 3 года назад +21

    এনেকোৱা পৰিবেশ এটা দেখি মনটো বহুত ভাল লাগিল ।
    সেৱা🙏🙏

  • @pujabarman4634
    @pujabarman4634 11 месяцев назад +1

    হে প্ৰভু সকলোকে ভালে কুশলে ৰাখিব।মোৰ দেউতা ক তুমি সোনকালে সুস্থ কৰি দিয়া প্ৰভু ।

  • @pakhi_meli_jaa_uri
    @pakhi_meli_jaa_uri 3 года назад +16

    গাৰ নোম শিয়ৰি উঠিছিল..... 🌸🌸🌸🌸

  • @SunilMarak-ju2cp
    @SunilMarak-ju2cp 10 месяцев назад +1

    ঈশ্বৰ গৌৰৱ হক আমিন

  • @ranjitnath8073
    @ranjitnath8073 3 года назад +4

    ঈশ্বৰৰ প্ৰসংশা হওক প্ৰভু যিচুক কোটি কোটি বাৰ ধন্যবাদ জনাইছো আৰ্শীবাদ বিছাৰিছো মহান গুৰু জনাৰ পৰা পোহৰৰ বাট দেখুৱা গুৰু জনাক প্ৰণিপাত জনাইছো আমেন

  • @bandanabaruah367
    @bandanabaruah367 2 года назад

    প্ৰনাম প্ৰভু। আমাকো আৰ্শীবাদ কৰিব প্ৰভু।

  • @jitenboruah5979
    @jitenboruah5979 Год назад +3

    হে প্ৰভূ আপোনাৰ চৰনত কৌতি কৌতি প্ৰণাম ।মোৰ লৰা দুটাক সৎ পথে যাবলৈ আশীষ প্ৰদান কৰক ।

  • @Nilakshreee
    @Nilakshreee 2 месяца назад

    আজি তোমাৰ ওচৰত যাব পৰা হ'লে মোৰ বা জীয়াই থাকিল হয় প্ৰভু ।

  • @rumidas9660
    @rumidas9660 3 года назад +16

    ইমান সুন্দেৰ পৰিবৱশন অন্তৰ মুহি জায়।

  • @RajibDas-i9j
    @RajibDas-i9j 2 месяца назад

    হে প্রভু দয়াময় করুণা মই তোমাক মই দূরর পরাই প্রনাম জনাইছো🙏🙏

  • @youtubeuser6761
    @youtubeuser6761 3 года назад +15

    অহ ঈশ্বৰ চকুৰ পানী লৈ আহিল, ইয়াৰ পৰাই সেৱা জনালোঁ 🙏🙏

  • @pallabihazarika2471
    @pallabihazarika2471 3 года назад

    কি যে হব নহয়।।। জয় শ্ৰী কৃষ্ণ

  • @BijukantaHazarika
    @BijukantaHazarika Месяц назад +1

    Hay probhu kipa kora amak

  • @munuboro1541
    @munuboro1541 3 года назад +39

    হে প্ৰভু তোমাৰ মহিমা অপাৰ।তুমি যতেই আছা তাৰপৰাই মোৰ মনৰ আশা পুৰন কৰিবা প্ৰভূ

  • @dhurbajyoti7379
    @dhurbajyoti7379 2 года назад

    Mur অপৰাধ ক্ষমা কৰিব হে প্ৰভু আমাৰ ঘৰ খন কুখলে ৰাখক, আমাৰ জীৱনলৈ যেন এটি খু খন্টান আহে অতি খিঘ্রে, আপোনাক ইয়াৰ পৰাই কৌটি কৌটি প্ৰণাম জনাইছোঁ ও প্ৰভু ৰক্ষা কৰা
    আপোনাক দিবলৈ একোৱেই নাই প্ৰভু

  • @nripenborah279
    @nripenborah279 3 года назад +7

    বহুত হৃদয় স্পর্শী ৷কৃষ্ণ কৃষ্ণ

  • @thefact2371
    @thefact2371 12 дней назад

    হে প্ৰভু দয়া কৰো

  • @moina2160
    @moina2160 3 года назад +13

    প্ৰভু অজানিতে হৈ যোৱা পাপৰ পৰা মুক্ত কৰে যেন। সেই পৰমপিতা

  • @jitubania8089
    @jitubania8089 3 года назад +1

    কৃষ্ণ প্ৰভু

  • @Vlogeterian-81298
    @Vlogeterian-81298 3 года назад +32

    মোৰ জীৱনৰ সমস্যাবোৰ সোনকালেই সমাধান কৰক প্ৰভু🙏

    • @jibonorhopun5378
      @jibonorhopun5378 3 года назад +1

      Esorok besora nejor ontort besora hokolu paba esor hokolu tey beraj man

    • @digantachetia4630
      @digantachetia4630 3 года назад +1

      সমস্যা আছে নেকি???

    • @Vlogeterian-81298
      @Vlogeterian-81298 3 года назад

      @@digantachetia4630 এতিয়া সমস্যাবোৰ বহুত দূৰ হ'ল....

    • @digantachetia4630
      @digantachetia4630 3 года назад +1

      @@Vlogeterian-81298 এই মজ্জা

    • @Vlogeterian-81298
      @Vlogeterian-81298 3 года назад

      @@digantachetia4630 ধৈৰ্য , প্ৰভুৰ আশীৰ্বাদ আৰু ভাল কৰ্মই মানুহৰ জীৱনত সুখ কঢ়িয়াই আনিব পাৰে।

  • @pujavloger7165
    @pujavloger7165 3 года назад

    Vl lagila 😭😭😭

  • @ratulborah2538
    @ratulborah2538 3 года назад +38

    হে প্ৰভু তোমাক কৌটি কৌটি প্ৰণাম🙏🙏 মোৰ যদি কিবা দোষ দুৰ্গ তি, আছে সকলো মৰিষ ন কৰা ,😭😭 হে প্ৰভু এবাৰ চকু মেলি চোৱা আশীৰ্বাদ কৰা🙏 কৃষ্ণ

    • @dhanirambhuyan1125
      @dhanirambhuyan1125 Год назад

      হে প্ৰভু প্ৰণাম মোৰ যদি কিবা দুখ দুৰ্গতিৰ আছে সকলো দুৰকৰা প্ৰভু এবাৰ চকু মেলীচোৱাএবাৰ আশীৰ্বাদ কৰা কৃষ্ণ কৃষ্ণ

    • @kamanbro5586
      @kamanbro5586 Год назад

      Amen

  • @krishnakachari4605
    @krishnakachari4605 2 года назад +1

    Krishno krishno Provu....amr ghr khn aru ghr hokolu manuhk vl manuh hbola akhibad kriba... 🙏🙏🙏🙏🙏🙏

  • @babludeka2877
    @babludeka2877 3 года назад +3

    পিতা প্রভূ যীচু প্রবিত্র আত্মা আমাৰ পৰিয়ালতো শান্তি কৰি দিয়া কিহেৰে পুজিম প্রভূ তোমাক মই নাই মোৰ একো এই নাই+
    যীচু তুমি মোৰ জীবনৰ পৰম বন্ধু
    +আমিন ও হালেলোয়া+

  • @prangshusvlogs3882
    @prangshusvlogs3882 Год назад

    নমো নমো দুৰ্গা মহেশ্বৰী সুন্দৰ ৰূপেৰে বিশ্বেশ্বৰী।
    আহাঁ দয়াময়ী হৃদয়ে হোৱাহি স্থিতি।।

  • @samirandeka2501
    @samirandeka2501 3 года назад +15

    চকুপানী.... ঈশ্বৰে দিয়া সৰগীয় প্ৰসাদ.... হৃদয়ৰ পৰা দুচকুলৈ নিগৰে... অন্তৰআত্মা নিৰ্মল কৰে

  • @bimalmarar4235
    @bimalmarar4235 6 месяцев назад

    Dhanyawad probhu yeshu pita hallelujah hallelujah hallelujah hallelujah hallelujah Amen Amen Amen Amen Amen Amen Amen Amen Amen 🙏✝️🙏✝️🙏✝️❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉

  • @lakhigogoi5243
    @lakhigogoi5243 2 года назад +7

    ঈশ্বৰৰ প্রশংসা হওঁক🛐
    গুৰুজনা পবিত্র চৰনত সেৱা জনাইছোঁ🛐 সেই প্রভু তোমাৰ এই আত্মাৰ প্রাথনা যোগেদি আমাক ঘৰখনৰ ওপৰত আশীর্বাদ কৰিবা আমেন🛐🛐🛐😭😭🛐🛐🛐

  • @rajabora3571
    @rajabora3571 3 года назад +26

    বহুত ধুনীয়া পৰিবেশ হৃদয়স্পর্শী, সৌন্দর্য পূণ্যভূমি এনেদৰে দেখিবলৈ পায় পিতা যীশু শৰণযুগলত আমি দূৰৈৰ পৰাই নতশিৰে সেৱা জনাইছো 🙏🙏🙏 । ❤❤❤।

  • @bijuborah3960
    @bijuborah3960 3 года назад

    He Prabhu 2mak kuti kuti bar pronam jonalu....logote.....guru Deb k w Guru mak w mor hohos kuti pronam jonalu 🙏🙏🙏....Amen

  • @kabitamoran6158
    @kabitamoran6158 Год назад +4

    ঈশ্বৰৰ প্ৰসংশাৰ হওক আমেন ✝️✝️✝️✝️✝️✝️✝️✝️✝️✝️

  • @dipikaroy4450
    @dipikaroy4450 Год назад

    Praise the lord Aman

  • @smritihazarika3318
    @smritihazarika3318 2 года назад +3

    সে প্ৰভু মোৰ দুখবোৰ দুৰ কৰা প্ৰভু।।🙏

  • @karabigogoi5993
    @karabigogoi5993 Год назад

    হে প্ৰভু ,প্ৰণাম জনাইছো ,আমাক দয়া কৰা,সুস্থ কৰি তোলা প্ৰভু

  • @This__gurl
    @This__gurl 2 года назад +3

    হে প্রভূ দয়া ✝️😭✝️😭✝️😭🙏🏻🙏🏻🙏🏻❤❤❤

  • @sanjibsaikia6978
    @sanjibsaikia6978 Год назад +1

    Jeshu isaror prokhogkha houk . praise the lord

  • @parashmonimusical3942
    @parashmonimusical3942 3 года назад +7

    ঈশ্বৰৰ প্ৰশংসা হওঁক।
    গুৰুজনাক প্ৰণাম জনালোঁ।
    যাবলৈ বহুত মন গৈ আছে।
    অতি শুনকালে দৰ্শন কৰিম ।
    অতি শুনকালে যাতে মোৰ এটা সংস্থাপন হয় আশীৰ্বাদ কৰিব ।
    ঘৰ খনৰ অপাই অমংগল দূৰ হ'বলৈ কৃপা কৰক প্ৰভূ।।।।
    ঈশ্বৰৰ প্ৰশংসা হওঁক।

  • @bornalicreation5511
    @bornalicreation5511 2 года назад

    কৃষ্ণ প্ৰভু🙏

  • @meenakumaripathakbaishya3809
    @meenakumaripathakbaishya3809 3 года назад +2

    ভগৱাৰ স্তূতি সুনি কব নোৱাৰাকৈ দুচকুৰে চকুপানী বৈ আহিল। ওম নম ভগৱতে বাসুদেৱায়। জয় ৰাধা কৃষ্ণ।🙏🙏🙏🙏🙏

  • @Rimagogoi20
    @Rimagogoi20 5 месяцев назад

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🏼✝️ হে পিতা যি মনৰ কামনা লৈ তোমাৰ চৰণত সেৱা লৈছোঁ সেই কামনা তুমি পূৰ্ণ কৰা 🙏🏼🙏🏼 বিপদত পৰিব নিদিবা প্ৰভু ✝️🛐 মোৰ সকলো পাপ অপৰাধ ক্ষমা কৰা হে পিতা ✝️🙏🏼 আশীৰ্বাদ কৰা 🙏🏼🙏🏼 আমেন ।

  • @nomitagogoi3181
    @nomitagogoi3181 3 года назад +4

    হে ভগৱান শ্ৰী কৃষ্ণৰ লীলা, তোমাৰ ওচৰত কৌটি কৌটি প্ৰণাম জনালোঁ ।

  • @manashgogoi8326
    @manashgogoi8326 2 года назад +15

    হে ভগৱান ঘৰৰ পৰা দূৰত থাকো সদায় আশিবাদ কৰা ভালে ৰাখা আৰু মনৰ আশা পূৰণ কৰা 💓💓💓

  • @amlandasmusicofficial3885
    @amlandasmusicofficial3885 3 года назад

    He Provu kripa kra

  • @junmonichetia714
    @junmonichetia714 3 года назад +4

    প্রভু যীচু মোক
    আশীর্বাদ দিয়া আমেন🙏🙏🙏

  • @monishapuran5380
    @monishapuran5380 9 месяцев назад

    ঈশ্বৰৰ প্ৰশংসা হ‌ওক 🙏আমেন

  • @kuhimainavlogs1823
    @kuhimainavlogs1823 3 года назад +4

    হে প্ৰভু মোৰ ঘৰখন সুখ শান্তি আনি দিয়া প্ৰভু আমেণ 🙏

  • @kalpanaboro6383
    @kalpanaboro6383 2 года назад +4

    Praise the 👏🏼👏🏼👏🏼 heallulayah heallulayah heallulayah Amen 😭 very very heart touching song 😭😭😭🙏

  • @bhubonindia2885
    @bhubonindia2885 3 года назад

    Ghorot thakiu namghorot thokar dorei anubhab hoise. Pravu hokoluke doya kora..Praise the lord. 🙏

  • @aparajitaborbora1668
    @aparajitaborbora1668 Год назад +5

    ঈশ্বৰৰ প্ৰশংসা হওঁক। আমেন 🙏✝️🙏

  • @punimailaskar4374
    @punimailaskar4374 2 года назад

    Krishno.. muk doiya Kora prabhu.. Ghar r hokoluke vale rokha.....

  • @lakhigogoi9906
    @lakhigogoi9906 3 года назад +34

    হে পৰিশ্ৰান্ত আৰু ভাৰা কান্ত লোক সকল মোৰ ওচৰলৈ আহাঁ,মই তোমাক জিৰনী দিম, অ প্ৰভু তোমাৰ দৃষ্টিত আমিবোৰে জানি নাজানি যিমান পাপ অপৰাধৰ কৰিছোঁ সকলো পাপৰ পৰা ক্ষমা কৰা প্ৰভু, আৰু আমাৰ পবিত্ৰ আত্মাৰ পিতা গুৰুজনাৰ শ্ৰী চৰণত সেবা জনাইছো আৰু তেওঁ ক কোতি কোতি ধন্যবাদ জ্ঞাপন, প্ৰভূ যীচু মধুৰ নামত খুজিছো আমেন 😭🤲🛐🛐🛐🙏🙏🙏

  • @pk-mk7xf
    @pk-mk7xf 3 года назад +1

    Ha probhu jodiu durot asu tatiyau ponam jonaisu probhu amar hokolu dukh durgoti durkora probhu

  • @yongmuchahary2203
    @yongmuchahary2203 2 года назад +4

    Praise the Lord. Amen......!

  • @mainasaikia9897
    @mainasaikia9897 3 года назад

    He pravu manar kamona kara

  • @lakhigogoi5243
    @lakhigogoi5243 3 года назад +8

    ধন্যবাদ, ধন্যবাদ প্রভু, তোমাৰ প্ৰশংসা হওঁক, গুৰুজনাৰ জয় হওঁক🙏🙏🙏

  • @karobirajkumari4482
    @karobirajkumari4482 2 года назад +1

    হে প্ৰভূ সমস্যাসমূহ সমাধান কৰা🙏🙏🙏দয়া কৰা কৃপা কৰা প্ৰভূ ইয়াৰ পৰাই সেৱা জনাইছো🙏🙏🙏

  • @deepabora1865
    @deepabora1865 3 года назад +3

    প্ৰভু ঈশৰ তোমাক শতকোটি প্ৰনাম কৰিছোঁ। আমাক বিপদৰ সময়ত গুৰুদেৱৰ আশীৰ্বাদ বিচাৰিছোঁ

  • @tonihazarikatonihazarika3034
    @tonihazarikatonihazarika3034 3 года назад +1

    Mur jibonor hokolu homosyA hunkale homadhan krok provu

  • @purnimabaruah3457
    @purnimabaruah3457 3 года назад +29

    প্রভু, আজিৰ পৰা মোৰ সকলো বেমাৰ লৈ যাওক । মোৰ অজানিতে কৰা পাপৰ পৰা মোক মুক্তি কৰি দিয়ক।
    অামেন

  • @shyamantagogoi4859
    @shyamantagogoi4859 3 года назад

    Bhout hundor Bhohobanay hokolukay papor pora poretrn deowk aru amr ghorotu covidor pora poretran paujan ayea prthona Bhogobanor usrot

  • @manoranjandas8375
    @manoranjandas8375 3 года назад +8

    হে প্ৰভু পৃথিৱীৰ প্ৰত্যেক ব্যক্তিৰ আশা পুৰণ কৰক এয়াই মোৰ কামনা।

  • @Knmonstar
    @Knmonstar Год назад +1

    Moi goisu bohut val lagisil goi porvur doay holy ako jab mon ase

  • @mrsunu8380
    @mrsunu8380 3 года назад +28

    হে প্ৰভু এই খন পৃথিৱীৰ পৰা মোক উধাৰ কৰা 🙏 মোৰ মাঁ দেউতাক দাদা বৌ ভতিজা ভাইটি বেমাৰ আজাৰ দূৰ কৰা ঘৰ খনত সুখ শান্তি ৰাখক 🙏🙌🙌

    • @hareswarkalita9071
      @hareswarkalita9071 2 года назад

      ভগৱানে ছাব সনি দেবতাই🙏🙏🙏🌸🌸🌸🌷🌷🌷🌹🌹🌹🥀🥀🥀

  • @lakhimai5846
    @lakhimai5846 3 года назад +1

    Tumak pronam probhu jisu mok daiya kora 🙏🙏🙏🙏🙏🙏 guru Janako pronam 🙏🙏🙏🙏🙏

  • @popysaikia833
    @popysaikia833 3 года назад

    Heee provu amar ghrr jodi kunubai jani najani dukh pap korise khyoma kori diba aru hokoluke hustho kori rakhiba ...dewtai bohut kosto pai ase aru khbo pora nai.provu r arkhibad t jate dewta hushto hoi uthe ..hyie mur provur usrt parthona ammeeeen 🙏🙏🙏🙏

  • @pronitakonwar3095
    @pronitakonwar3095 3 года назад +4

    হে প্ৰভু মোৰ ডাঙৰ পুত্ৰৰ খোনা বেমাৰটো ভাল কৰি দিয়াযেন

  • @rituponmolia9107
    @rituponmolia9107 2 года назад +2

    আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন কিপা কৰা প্ৰভু তুমি মোক

  • @achyutkrishnaofficial6926
    @achyutkrishnaofficial6926 3 года назад +15

    কৃষ্ণ প্ৰভু ৰইখা কৰা 😭😭 🙏🙏

  • @prakashjee6356
    @prakashjee6356 3 года назад

    🙏🙏🙏🙏🙏🙏🙏 he pravu muk alop sua. Mur jibnot bhut dukh Costa par karisu aru nuaru pravu moi tumar doi sarnot dhri muk tumak orpon karisu tumi muk saku meli abar sua tumi mur hidoyat Asa.🙏🙏🙏🙏🙏🙏🙏🙏

  • @ranjitahazarika3743
    @ranjitahazarika3743 8 месяцев назад +1

    Eshwarr prakhongkha hoak pravu 🙏🙏🙏🙏

  • @bgayari
    @bgayari 3 года назад +3

    🤚🤚🤚 Praise the lord ✝️✝️✝️ Hallelujah 🙏🙏🙏 Amen 🙏🙏🙏

  • @mariyarichil8615
    @mariyarichil8615 Год назад

    Monere kora vokti aru provur r uprt kora bissakhe nissoy arugyo kribo teulukok.... halleluiah

  • @jintuchetia5156
    @jintuchetia5156 3 года назад +5

    ঈশ্বৰৰ ৰাজ্য হওক যেনেকৈ স্বৰ্গত তেনেকৈ মৰততো। ঈশ্বৰৰ প্ৰশংসা হওক আৰু গুৰুজনাক দীৰ্ঘস্থায়ী কৰক তাকেই প্ৰাৰ্থনা কৰিছো আমেন।

    • @sharmilabasumatary2195
      @sharmilabasumatary2195 3 года назад +1

      Praise the Lord

    • @pronoyonminecraft8096
      @pronoyonminecraft8096 3 года назад

      Hai Jesu baba mur jibonot bohut dukh

    • @bornaliboruah1033
      @bornaliboruah1033 3 года назад

      He provi muk hanti dia provu....mur eku nai tumak diboloi....kiba jodi ajanite vul hoise muk puhoror bat dekhiana provu....muk bosua provu....🙏🙏🙏🙏

    • @bornaliboruah1033
      @bornaliboruah1033 3 года назад

      Tumar choront moi hodai heua jonaisu....provu....😭😭🙏🙏🙏🙏