সকলোকে আনন্দ দিব পাৰিছেনে সৰ্বানন্দ সোণোৱালে

Поделиться
HTML-код
  • Опубликовано: 29 сен 2024
  • সকলোকে আনন্দ দিব পাৰিছেনে সৰ্বানন্দ সোণোৱালে
    কোনেও নোসোধা কেইটামান প্ৰশ্নোওৰ
    Contact with Chakrrapanni Parashar on
    📷 Instragram: ....
    🚀Facebook : / chakrrapanni. .
    🔵Twitter:
    ✅Main Channel : / @baartalaap .
    👱‍♂️Vlog Channel : / @chakrapaniparash. .
    ...................................
    / baartalaapme. .
    For Business Enquiry Email :-Baartalaapofficial@gmail.com
    Show Enquiry : 8472051224
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/
    #baartalaap #chakrapaniparashar #assamesepodcust #SarbanandaSonowal

Комментарии • 917

  • @protivamahanta1076
    @protivamahanta1076 5 месяцев назад +55

    সৰ্বানন্দ সোণোৱাল এজন নিকা ৰাজনীতিবিদ, অসমৰ প্ৰত্যেক জন ব্যক্তিৰ হিয়াৰ আমঠু, তেওঁৰ ব্যক্তিত্ব মোৰ ভাল লাগে।

  • @ilovetravelandfood7597
    @ilovetravelandfood7597 5 месяцев назад +78

    আছুৰ পৰা আজিলৈকে দেখা গৈছে টেতু ফালি জাতীয়তাবাদ দেখুৱা ব্যক্তি সৰ্বা দেব নহয়। সদায় ভদ্ৰ ভাবে সকলোকে সন্মান জনাই হে তেওঁ ৰাইজলৈ বাৰ্তা প্ৰেৰণ কৰে। কাৰো পৰিয়ালক কেন্দ্ৰ কৰি কথা নকয় । সৰল সহজ এজন ব্যক্তি সৰ্বা ডাঙৰীয়া । সকলোৰে আনন্দ সৰ্বান্দ।❤❤❤❤️

  • @AmirHussain-vd4lo
    @AmirHussain-vd4lo 5 месяцев назад +24

    পৃথিৱীৰ ভিতৰত মোৰ আটাইতকৈ জনপ্ৰিয় ৰাজনৈতিক নেতা ।

    • @rimadeka9509
      @rimadeka9509 5 месяцев назад

      Sir আপোনাৰ কথাত মই একমত পৃথিৱীৰ ভিতৰত আটাইতকৈ প্ৰিয় নেতা আজীৱন আপুনিয়ে থাকিব।।❤❤

  • @madhabborah798
    @madhabborah798 5 месяцев назад +21

    প্রিয় ব্যক্তি দুয়োজন ,,,, সোণোৱাল ছাৰৰ জয় লগতে সু স্বাস্থ্য কামনা কৰিলোঁ🙏💐

  • @sanjibroy9083
    @sanjibroy9083 4 месяца назад +1

    চক্ৰপাণি পৰাশৰক ধন্যবাদ জনইছো
    মোৰ যিমান বোৰ প্ৰশ্ন আছিল সৰ্বানন্দ সোণোৱালক লৈ গোটেই উত্তৰ পালোঁ আপোনাৰ বাৰ্তালাপৰ জৰিয়তে।
    ধন্যাবাদ।

  • @haimabatikakati4041
    @haimabatikakati4041 5 месяцев назад +10

    Thanks to Chakrapani for the interview.

  • @birnookoch
    @birnookoch 5 месяцев назад +8

    Sir, sarbananda is great leader of Assam, love from meghalaya, west garo hills

  • @dhurbadas209
    @dhurbadas209 5 месяцев назад +3

    ধুনীয়া কথা কৈছে। অভিনন্দন জনালো

  • @joydevdoley6588
    @joydevdoley6588 5 месяцев назад +6

    Great Man of Assam ❤❤

  • @bulbulibuli1795
    @bulbulibuli1795 5 месяцев назад +69

    নিকা ৰাজনীতিবিদ।সৎ সহজ সৰল মনৰ মানুহ

    • @phanindradevagoswami4635
      @phanindradevagoswami4635 5 месяцев назад

      ই যে কাষলতিৰ তলত লুকুৱাই আনি অসমবাসীৰ মূৰ চোবোৱা হিমন্তক মাননীয় মুখমন্ত্ৰী হোৱাৰ সুযোগ দি অসমৰ পৰিচয় ঘিণ লগা কৰিলে তাক কিমানে ভাবিছে,জানিছে বা সুবিধা লৈছে তাৰ হিচাৱ কিমানে ৰাখিছে?

    • @niponnipon7480
      @niponnipon7480 5 месяцев назад

      Hlo

  • @Amiaxomiya56
    @Amiaxomiya56 5 месяцев назад +13

    সকলোৰে আনন্দ সৰ্বানন্দ। । জয় সোনোৱাল ❤

  • @RCSP_GAMING
    @RCSP_GAMING 5 месяцев назад +2

    কথাকেইটাই একেবাৰে হ্নদয় চুই গ'ল ।

  • @Sofiqul_01
    @Sofiqul_01 4 месяца назад

    সৰ্বানন্দ সোণোৱাল চাৰ আপুনি ধন্য। ❤❤❤❤❤
    আজি এই সাক্ষাৎকাৰটো চাই গম পালো ৰাজনীতি ত আপোনাৰ দৰে ব্যক্তি ও থাকিব পাৰে ।
    আপুনি সদায় নৱ প্ৰজন্মৰ আদৰ্শ হৈ থাকিব

  • @wonderfuldream5584
    @wonderfuldream5584 5 месяцев назад +5

    Sarba is Great Man...

  • @joydevpegu4664
    @joydevpegu4664 5 месяцев назад +2

    Bohut Bohut Bhal lagil Joydev Lagachu (jonai)

  • @sarataxom1651
    @sarataxom1651 5 месяцев назад +3

    মানুহজন ভাল কথাত সাহিত্য আছে কিন্ত তেখেতৰ মাজত দেশৰ আৰু ৰাজ্যৰ ভৱিষ্যত দৰ্শন আচনি আৰু নীতিৰ গুণৰ অভাৱ গতিকে গাদী এৰিব লগা হল।।

  • @Loveassam8364
    @Loveassam8364 5 месяцев назад +18

    এইজন মানুহ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত অসমত বহুত শান্তি আছিল , অসমখনত আজিৰ দৰে অশান্ত আৰু ভয় ভাবুকি নাছিল । এজন মুখ্যমন্ত্ৰী সদায় সহজ সৰল, অমায়িক, ভদ্র নম্ৰ ব্যক্তি হব লাগে আৰু এই সকলোখিনি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ আছিল ✅ কিন্তু আজি অসমখনৰ মুখ্যমন্ত্ৰীৰ লগত এখেতৰ আকাশ পাতাল পাৰ্থক্য আছে। আজি অসমত কোনোৱে অথাৎ সাধাৰণ জনগণে সঁচা কথা কাৰো বিপক্ষে কলেই জেইল !! কোনোৱে মাত মাতিব নোৱৰা অবস্থা কৰিছে ,, পুলিচ ৰাজ চলিছে অসমত, হিমন্তৰ যি মন যায় তাকে কৰি গৈ আছে , আৰু আমি কুকুৰৰ দৰে মুৰ তল কৰি সেইবোৰকে মানি আছোঁ 😖😖

    • @allvideos6213
      @allvideos6213 5 месяцев назад

      CAB birudhi andulon kio korile tente iyar dino?

  • @ayotriphukonmohan5638
    @ayotriphukonmohan5638 5 месяцев назад +1

    সৎ আৰু নিকা মানুহ জনেই হল সৰ্বানন্দ ককাই ৷

  • @madhumitasarma3845
    @madhumitasarma3845 5 месяцев назад

    চক্ৰপাণি তোমাৰ বাৰ্তালাপ ৰ অনুষ্ঠানটো চাই বহুত ভাল পাওঁ..... সৰ্বানন্দ সোণোৱালৰ কথা শুনি ও বৰ ভাল লাগিল

  • @leepakmili3863
    @leepakmili3863 5 месяцев назад +2

    বহুত ভাল লাগিল ৷ সচাঁই জননেতা সৰ্বানন্দ সোনোৱাল ৷
    চেনলটোৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ৷

  • @kamalbhengraviadmet4630
    @kamalbhengraviadmet4630 5 месяцев назад +3

    Thank you sir

  • @northeastboy5365
    @northeastboy5365 5 месяцев назад +2

    Hosakoi bhut Val lagil kotha bur huni aru apunak bhut Val puw sokorpani sir

  • @hirokjyotidoley1029
    @hirokjyotidoley1029 5 месяцев назад +7

    বহুত ভাল লাগিল

  • @dutta22
    @dutta22 5 месяцев назад +2

    এওঁ চেণ্ট্ৰেল মিনিষ্টাৰেই এজন বলিষ্ঠ ব্যক্তি💪তাতেই এওঁ ঠিক আছে

  • @BobitaSonowal-m8p
    @BobitaSonowal-m8p 5 месяцев назад +5

    Tea tribe r karone sobotke besi kaam kora manuhjon....Sonowal kachari karone kin2 bikhekh eku nkorile... biggest achievement APSC k reform Kori durnitimukto kora ..mama CM huar psot dekhun Rakesh Pal jail r pora ulale, investigation roi gol,panesar k u sideline Kori dle...

  • @Lifeisbeautiful310
    @Lifeisbeautiful310 5 месяцев назад +1

    Sarbananda sir is a great man of world.

  • @maramibarman9832
    @maramibarman9832 5 месяцев назад +5

    Bhut Val lagil

  • @ManjulPathak-e5b
    @ManjulPathak-e5b 5 месяцев назад +1

    মহোদয়ৰ ব্যক্তিত্ব নশলাগি নোৱাৰি🙏

  • @PallabHazarika-c3e
    @PallabHazarika-c3e 5 месяцев назад +3

    Val ligela ...kotha bor hune ...aru alope hunebola mon goisela

  • @mahendramedak8896
    @mahendramedak8896 5 месяцев назад +4

    সকলোৰে আনন্দ সৰ্বানন্দ

  • @nkd73
    @nkd73 4 месяца назад +1

    সর্বানন্দ ডাঙৰীয়াই কোৱাৰ দৰে প্রধান মন্ত্রীজনৰ কিবা আধ্যাত্মিক চেতনা অথবা জ্ঞান আৰু গৰিমা থকা বুলি কলে বিশ্বাস নহয় এই কাৰনেই যে তেখেতে প্রায় সময়ে কিছুমান বহু তুলুঙা মন্তব্য আগবঢ়ায় যিবোৰ দেশৰ এজন প্রধান মন্ত্ৰীৰ বক্তব্য ত শোভা নাপায় ..
    ....আধ্যাত্মিকতা হল মন আৰু মগজুৰ বহু উপৰৰ সাধনা...

  • @khagengogoi5951
    @khagengogoi5951 5 месяцев назад +4

    বৰ ভাল লাগিল ।

  • @basantatravelingvlog994
    @basantatravelingvlog994 5 месяцев назад +1

    Great sorbana khonowal sir kotha bur bhut sinta kori kori he koi anekuwa politician nai

  • @ytxremix
    @ytxremix 5 месяцев назад +1

    মই এই জন মহান লোকৰ দিনতেই চাকৰি পাইছোঁ।।। নিকা ভাবে

  • @bolinchiringphukan3927
    @bolinchiringphukan3927 5 месяцев назад

    Khub hundor hoisay, bikhak koi kothaabur at khub positive aasay

  • @score89037
    @score89037 5 месяцев назад +2

    নিকা ভাৱমূৰ্তি থকা ব্যক্তি,সহজ সৰল.

  • @tularamsonowal2758
    @tularamsonowal2758 5 месяцев назад +4

    Vary nice

  • @mitulborah1983
    @mitulborah1983 5 месяцев назад +53

    এখেত এজন সৎ আৰু সৰল মনৰ মানুহ । কাকো অপমান নকৰাকৈ বা কাৰো অন্তৰত আঘাত নকৰাকৈ যি দৰে কথাবোৰ কয়, সেই গুণৰ বাবেই সদাই মোৰ আদৰ্শ ব্যক্তি হৈ থাকিব।

  • @nirumonichutia8169
    @nirumonichutia8169 5 месяцев назад +39

    বিপৰীত পাৰ্টি হলেও যে লুৰিন জ্যোতিক ইমান শুভেশ্যা দিছে,,তেওঁৰ মনটো সঁচাই বহুত কোমল,,, শুভেশ্যা জনালোঁ আগন্তুক নিৰ্বাচনৰ,,,

  • @santimoni7949
    @santimoni7949 5 месяцев назад +70

    অসমৰ এজন আদৰ্শবান পুৰুষ। বহুত ভাল লাগিল ।

  • @amiokachari4375
    @amiokachari4375 5 месяцев назад +50

    ৰাজনীতি ক্ষেত্ৰখনত তেখেত থাকক বা নাথাকক তেখেতৰ নাম আৰু তেখেতৰ চৰিত্ৰ গঠনত প্ৰতিষ্ঠিত মই সদায় নিজৰ ককাইদেউ বুলিয়ে বিশ্বাস কৰোঁ !❤

  • @hemjyotideka9790
    @hemjyotideka9790 5 месяцев назад +89

    আপোনাৰ সাজ-পোছাক, কথা-বতৰা, চিন্তা-ধাৰা , গহীনতা মন কৰিবলগীয়া। আপোনালৈ ধন্যবাদ।

  • @hirakjyotiburagohain4307
    @hirakjyotiburagohain4307 5 месяцев назад +120

    সৰ্বানন্দ সোণোৱাল,গৌৰৱ গগৈ,লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ একলগ হৈ আগবাঢ়ি যোৱাতো বিচাৰো ।

    • @rupprasad4861
      @rupprasad4861 5 месяцев назад +6

      Sarbananda sonuwal aaru gourav gogoi log holei jathestha ❤

    • @RosmiSonowal
      @RosmiSonowal 5 месяцев назад

      😊😊😊😊😊 ok

    • @dipubailung5822
      @dipubailung5822 5 месяцев назад +2

      Tetiya HBS pani pani hoi jabo 😅

    • @devankursaikia2111
      @devankursaikia2111 5 месяцев назад

      Akhilor guaranty lua2 tan

    • @thedevogramstory7483
      @thedevogramstory7483 4 месяца назад

      Hska sarba da plz hemanta ari bjp pora gusi ahok... Nhla apubak political murder kora plan kora hoisa.... Plz lurin akhil gourab apuni akelog houk plzz

  • @misiki...---0
    @misiki...---0 5 месяцев назад +48

    ইমান যে ভ্দ্ৰ মানুহ।।প্ৰকৃত এজন ব্যক্তি।।

  • @ankurdas012
    @ankurdas012 5 месяцев назад +235

    কোনে কোনে এওঁৰ সহজ সৰল স্বভাৱৰ কাৰণে এখেতক ভাল পায় 😎🤠

    • @anantanath6453
      @anantanath6453 5 месяцев назад +8

      Selfish hoi apuni sir caa anile

    • @jugeswarphukan9726
      @jugeswarphukan9726 5 месяцев назад +4

      Self is manuhak Ku neo.bhalnapai

    • @BobitaSonowal-m8p
      @BobitaSonowal-m8p 5 месяцев назад +4

      ​@@jugeswarphukan9726Lurin r mitha matot Pori postabo apuni Sai thakok...

    • @papudasinfo
      @papudasinfo 5 месяцев назад

      Xohoj xorol ? Caa kar time't anile . Bahirole manuh ulabo pora naisle ,police'r bet'r kubot kiman pongu hol

    • @allvideos6213
      @allvideos6213 5 месяцев назад

      xanto xisto moha......

  • @purnanandagam5501
    @purnanandagam5501 5 месяцев назад +18

    স্বচ্ছ নিকা ৰাজনীতিৰ তেখেত এজন অন্যতম ব্যক্তি সৰ্বানন্দ সোণোৱাল

  • @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন

    আনে যি মন্তব্য নকৰে মই নাজানো কিন্তু কোনো দিন ৰাজনৈতিক জীৱনত কালিমা তথা দুৰ্নীতি নথকা এই নিকা মানুহজনৰ ব্যক্তিত্ব মোৰ বাবে বৰ প্ৰিয়।১৯৮৩ চনত কেৱল অসমৰ বাবে ভয়াৱহ আইএমডিটি আইন জাপি দিয়া হৈছিল৷ ন্যায়ালয়ত গৈ এই ক’লা আইনখনক প্ৰত্যাহ৩ান জনাইছিল সোণোৱাল চাৰে।প্ৰায় ছবছৰকাল অসমৰ ৰাইজৰ সহযোগত এই বৈষম্যমূলক আইনখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আইনী যুঁজ চলাই ইয়াক বাতিল কৰাবলৈ সক্ষম হৈছিল। তাৰোপৰি বিৰোধী হিচাপে লুৰিণ গগৈয়ে যিমান সোণোৱাল চাৰৰ পিতৃ মাতৃ ক ধৰি ও কথা কৈছে কিন্তু এইজন লোকে কেতিয়াও তেঁওৰ ওপৰত বেয়া মন্তব্য নাইকৰা। ইয়াৰ পৰাই প্ৰমাণ পায় যে আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়।কোন জয় হয় নাজানো কিন্তু মোৰ প্ৰিয় ব্যক্তি এইজন।❤

    • @Rupsarma216
      @Rupsarma216 5 месяцев назад +5

    • @BSW27
      @BSW27 5 месяцев назад +2

      Popidoley😮ration card ako dibo lage sar

    • @kamelgogoi4916
      @kamelgogoi4916 5 месяцев назад +4

      ধন বল সকলো থকা পাচতো কিয় বিফল ?

    • @bakulboruah2026
      @bakulboruah2026 5 месяцев назад +6

      তুমি যোৰহাটত মাথা মাৰা ভন্টী।গৌৰৱ গগৈয়ে বোলে তোমালোকৰ মামাৰ টোপনি নাইকিয়া কৰিলে।পিয়াঁজ, মল্লহঁতে বোলে আজিকালি সপোনতো গৌৰৱক দেখা হল।তপন গগৈয়ে কেৱল কান্দিবলৈহে বাকী।বাৰু যি কি নহওক এতিয়া BJP কৰি থাকা।কিন্তু ২০২৬ ত গৌৰৱ গগৈ মূখ‍্যমন্ত্ৰী হলে তোমাক কংগ্ৰেছৰ মিটিংত আগশাৰীত দেখা পাম বুলি আশা ৰাখিলোঁ।জয় আই অসম।
      অসম প্ৰথম, সদায় আৰু চিৰদিন।

    • @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন
      @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন 5 месяцев назад +13

      প্ৰথম কথা আপোনাক আগতে ও কৈছোঁ যে বিজেপিৰ সমৰ্থনকাৰী হ'লেই দলত যোগদান কৰি সভা শুৱনি কৰিব লাগে বুলি মই নাভাবো। আৰু এটা কথা মোৰ মুৰ ঘমাবলৈ কোনো প্ৰয়োজন নাই। বিজেপিৰ কাৰ্যকালত এক টকা নিদিয়াকৈ এটা সন্মানীয় চাকৰি পাইছোঁ যেতিয়া সদায় বিজেপিৰ ওচৰত কৃতজ্ঞ হৈ ৰম। আৰু ফলাফল সময়ত সকলোৱে দেখিব। আমি ও ভোট দান কেন্দ্ৰত ডিউটি পৰিছে বাবে প্ৰশিক্ষণ লৈছোঁ আলেখ লেখ নিজে দেখিম।

  • @RanuBuragohain-h2z
    @RanuBuragohain-h2z 5 месяцев назад +62

    ল'ৰা ৰজা সজাই আপোনাক ঠগিলে। আপুনি মহান আপোনাৰ সৰলতাৰ সুবিধা ল'লে

  • @birenpegu4220
    @birenpegu4220 5 месяцев назад +31

    মোৰ আপোনাৰ ওপৰত কি কমেন্ট লিখিম। শব্দ বিছাৰি নাপাওঁ। এদিন আপোনাৰ চৰণ স্পৰ্শ কৰিব পৰাকৈ মোক ঈশ্বৰে শক্তি দিয়ক। Great Great সৰ্বা দা।

  • @bhabenborah6730
    @bhabenborah6730 5 месяцев назад +75

    আপোনাৰ দিনৰ পৰা বহুত উন্নতি দেখিছো আমি বিষেশ কৈ মাটিৰ পট্ৰা দিলে খিলজ্ঞিয়া মানুহক

    • @jeautiborah5861
      @jeautiborah5861 5 месяцев назад +4

      Val lagil. Sarbananda sir zindabad.

  • @montimahanta1977
    @montimahanta1977 5 месяцев назад +25

    খুব সুন্দৰ ভাল লাগিল তেখেতৰ বক্তব্য মন মুহি যোৱা।

  • @life.zindabad
    @life.zindabad 5 месяцев назад +12

    সহজ সৰল ব্যক্তিত্ব, নম্ৰ ভদ্ৰ অমায়িক ব্যৱহাৰৰ কাৰনে ৰাজনৈতিক ক্ষেত্ৰত জিলিকি আছে....।

  • @pallabirabha8829
    @pallabirabha8829 5 месяцев назад +39

    আপোনাক CM হিচাপে বিচাৰো❤❤

  • @anantaananta4187
    @anantaananta4187 5 месяцев назад +17

    মানুহজন ভাল ❤ অৱশ্যে। বৰ সহজ সৰল ব্যক্তি সোণোৱাল sir 🙏

  • @mintubharali952
    @mintubharali952 5 месяцев назад +7

    ছাৰ আপোনাক আকৌ এবাৰ মুখ্য মন্ত্ৰী হিচাপে সকলো অসমে বিচাৰে।

  • @BobitaSonowal-m8p
    @BobitaSonowal-m8p 5 месяцев назад +22

    U can watch Lurin jyoti interview too wid Chakra daa... difference i found between these two politician is sarbada has no negativity..not a single negative word uttered on Lurin Jyoti...Love u sarbada❤❤

  • @hemkantaborah7434
    @hemkantaborah7434 5 месяцев назад +214

    সৰ্বানন্দ সোণোৱালেই বিজেপিক প্ৰথম অসমত প্ৰতিষ্ঠা কৰিলে। পিছত তেখেতেই প্ৰতাৰণাৰ বলি হ'ল।

    • @ManoranjanPegu-ss3dh
      @ManoranjanPegu-ss3dh 5 месяцев назад +6

      potaronar boli nhoi ai2 tak koi hohoj horol.congressor dore dol tyag korile nhoi jana

    • @deepjyotitalukdar3470
      @deepjyotitalukdar3470 5 месяцев назад

      ​@@ManoranjanPegu-ss3dh agp

    • @FIFAMBL-w8h
      @FIFAMBL-w8h 5 месяцев назад +3

      অগপৰ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা সৰ্ব্বানন্দই ইউদিফকক লৈ আজি ৰাজনীতি কৰি আছে ।নিলজ্য এইজনা।

    • @shyamkumarboro1154
      @shyamkumarboro1154 5 месяцев назад +1

      E😢😮🎉​@@ManoranjanPegu-ss3dh

    • @juliphukon4304
      @juliphukon4304 5 месяцев назад +1

  • @nanditadutta6770
    @nanditadutta6770 5 месяцев назад +14

    যথেষ্ট ভাল লাগিল তেখেতৰ কথাবোৰ শুনি।

  • @bulukantadutta8912
    @bulukantadutta8912 5 месяцев назад +14

    অসমৰ এজন অতি সহজ সৰল ভদ্ৰ ব্যক্তি ।তেখেত কদীৰ্ঘদিন কুশলে ভগৱানে ৰাখক ।

  • @pinkiscreativity2810
    @pinkiscreativity2810 5 месяцев назад +12

    ভাল লগা এজন ব্যক্তি ইমান সহজ সৰল

  • @mukutadevi302
    @mukutadevi302 5 месяцев назад +11

    বহুত ভাল লাগিল। তেখেতৰ কথা শুনি আৱেগিক হৈ গৈছোঁ। বহুত বহুত ভাল লাগিল।

  • @bkgogoi8636
    @bkgogoi8636 5 месяцев назад +37

    অকৌ এবাৰ সোনোৱাল চৰকাৰ কৃষ্ণ কৃষ্ণ অতি সুন্দৰ 🙏🙏🙏🙏🙏

  • @surajburagohain874
    @surajburagohain874 5 месяцев назад +8

    Sunuwal sir bahut bhal manhu hoi,I like sunuwal Sir.

  • @putulchetia7053
    @putulchetia7053 5 месяцев назад +1

    caa আন্দোলনৰ সময়ত আপুনিয়ে মুখ্যমন্ত্ৰী আছিলে সেই ৫জন ব্যক্তি ক আপোনাৰ কাৰ্যকালতে গুলিয়াই হত্যা কৰিলে বহুত দুখ লাগে সেইদিনকেইটালৈ ।আজি সেই কেইজনৰ মাক কেইগৰাকী কেনেকৈ আছে বাৰু কিবা খবৰ লৈছেনে অকল গাদি কাৰণে নিজৰ মানুহকে মাৰিলে

  • @priyankahazarika7810
    @priyankahazarika7810 5 месяцев назад +18

    সৰ্বা দা ভাৰতবৰ্ষৰ এজন ডাঙৰ নেতা হওঁক, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ,.

  • @black_editor_282
    @black_editor_282 5 месяцев назад +1

    মোৰ আইও muluk gaon ত থাকে আৰু আপুনি please তেওঁক hudhi দিব চোন‌ মোৰ আইক চিনি পাই‌ নিকি

  • @Axomgiyananu
    @Axomgiyananu 5 месяцев назад +26

    অসমৰ ৰাজনীতিত মোৰ আটাইতকৈ প্ৰিয় ব্যক্তি গৰাকী হ'ল সোণোৱাল ডাঙৰীয়া। কিন্তু দুখ লাগে যি সময়ত তেওঁ এটা বিশেষ দলৰ বেয়া দিনবোৰত সেই দলটোক একত্ৰিত কৰিছিল কিন্তু ভাল সময়ত সহজ সৰল আৰু নিকা মনৰ মানুহজনক প্ৰতাৰণা কৰিলে।

  • @jyoticharoh
    @jyoticharoh 5 месяцев назад +8

    নিমাতী কন্যা হয়েই যদি উন্নয়ন আনিব পাৰে, তেন্তে,সংসদত তেটু ফালি চিঞৰিবলৈ কি দৰকাৰ? সৰ্বা দা, আগবাঢ়ি যাৱক আৰু কাম কৰি যাৱক।

  • @rajivrabha3187
    @rajivrabha3187 5 месяцев назад +21

    একাত্মাবোধেই জগতত শান্তিৰ মূল । ( গুৰুবাণী )
    তেখেত এজন আধ্যাত্মিক জ্ঞান থকা লোক ।

  • @anjanbhagawati9985
    @anjanbhagawati9985 5 месяцев назад +5

    অসমৰ নেতাবোৰৰ ভিতৰত এওঁ মোৰো‌ অন্যতম প্ৰিয় নেতা হয়।
    কিন্তু তেওঁ আঞ্চলিক দলৰ গুৰি বঠা নধৰি, ৰাষ্ট্ৰীয় দলৰ প্ৰতি আকৃষ্ট হোৱাতোৱে মোক তথা বহুতোকে আশাহত কৰিছিল।
    আকৌ আজিও কম সেয়া তেওঁৰ ভুল সিদ্ধান্ত আছিল। তেওঁ , তেওঁৰ আদৰ্শমতে কোনো দল পৰিচালনা কৰিব লাগিছিল.....আনৰ আঙুলিৰ ঠাৰত উঠ-বহ কৰিব ল'গা নেতা তেওঁ প্ৰকৃততে নাছিল আৰু তাৰেই পৰিণতি আজিৰ এই .......!!
    যিটো বৰ হৃদয় বিদাৰক আৰু এই অসম মাতৃৰ কাৰণে এক বৃহৎ ক্ষতি !!
    অৱশ্যে, এতিয়াও নিশ্চয় সময় আছে...তেওঁ মন কৰিলে, কেৱল কূ-নীতিৰে পৰিপূৰ্ণ, লেতেৰা,ঠগবাজি ৰাষ্ট্ৰীয় চক্ৰবেহুৰ পৰা বীৰদৰ্পে ওলাই আহি...... সু-সংগঠিত ও সবল নেতৃত্বতৰ অভাৱত ভুগি থকা বৰ্তমানৰ তেনেই মুস্তিমেয়,সম্ভাৱনাপূৰ্ণ উডিয়মান নেতা কেইজনক লগতলৈ, সুপথে পৰিচালিত কৰি..... তেওঁৰ নিজস্ব জ্ঞান-আদৰ্শৰে প্ৰকৃততে "জাতি -মাটি-ভেটিৰ" অসম গঢ়াৰ সপোনক বাস্তৱ ৰূপ দি, বিগত সময়ত তেওঁ কৰা কেইটামান ভূলৰ প্ৰায়োচিত্ত কৰাৰ সুযোগ গ্ৰহণ কৰিব পাৰে...!!

  • @pawankumarchaurasiya9865
    @pawankumarchaurasiya9865 5 месяцев назад +9

    Great personality❤.....He is my fav politician ❤....Long Live Sarbananda Sonowal

  • @DenyDoley-qb6sf
    @DenyDoley-qb6sf 5 месяцев назад +3

    সৰ্বানন্দ সোণোৱালৰ দা কাৰণে ভগৱানৰ ওচৰত দীৰ্ঘয়ূ কামনা কৰিলোঁ

  • @mtphukan4062
    @mtphukan4062 4 месяца назад +1

    Apuni ajon sot Gohin gomvir manuh kintu Asom sukti khon rupayon nokorile , CAA ani 5 jon lorak marile abaru sohid buli ghusona nokorile asomor raije bohut asha kori apunar mukkhon loi sai he BJP k vote disil apuni 5 jon lorak hoitta korar babe apunar gat sohidor avhisap puar babe aunar mukkhomontri soki khon apunar hator pora gol..

  • @gourangaksm1805
    @gourangaksm1805 5 месяцев назад +49

    ৰাজনিতী ক্ষেক্ৰত নাজানো কিন্তু বেলেক ক্ষেক্ৰত মানুহজনক বৰ ভাল লাগে বৰ সহজ সৰল ❤

  • @balenboro8709
    @balenboro8709 5 месяцев назад +10

    He has saved the Assamese people / Nation by defeating" IMDT Act in Supreme court. His speech is like God which expresses spritua,l Intelectua l,physical, tolerent thought.Long live Sorbananda Sonowal.

  • @jyotibaillung3044
    @jyotibaillung3044 5 месяцев назад +22

    তেখেত এজন অত্যন্ত ভাল আৰু সৰল মনৰ মানুহ ,

  • @PrakashChangmai-w7u
    @PrakashChangmai-w7u 5 месяцев назад +7

    সেই কাৰণে কেঁচা চাহপাতৰ দাম হৈছে ন।

  • @geetadas1015
    @geetadas1015 5 месяцев назад +6

    Nice to listen his respected Sri Sarbananda Sonowal speaking way. Bhal lagil program tu

  • @sribangathakuria8024
    @sribangathakuria8024 5 месяцев назад +4

    Val mnhu , ebar harile 2026 AJP JOIN korile hol . 2026 CM sarbananda a hb

  • @A.D....2187
    @A.D....2187 5 месяцев назад +4

    বহুত ভাল পাওঁ মানুহ জনক ❤ শুভেচ্ছা থাকিল ছাৰ

  • @bonditabaruah1529
    @bonditabaruah1529 5 месяцев назад +3

    2022 r 16 oct rt sunuwal dangoriya amar mondirole ahisil.tekhet ajon khub xohoj xorol manuh.

  • @jitenpatir2015
    @jitenpatir2015 5 месяцев назад +3

    সনোৱাল দা আপুনি কেলৈ মুখ্যমন্ত্ৰী এঝলেদিলে আপুনী আৰু এগবা মুখ্যমন্ত্ৰী তাকিলে ভাল হব উত্তৰ গুৰাই দিব দৈনবাত

  • @mukeshchintey2718
    @mukeshchintey2718 5 месяцев назад +2

    সৰ্বানন্দ সোনোৱাল ৰাজনীতিৰ পথাৰত তেখেত এগৰাকী আদৰ্শৱান ৰাজনীতিক। তেখেতৰ পৰা হিমন্তই শিকিবলগীয়া আছে।

  • @kanakbarman1387
    @kanakbarman1387 5 месяцев назад +10

    Sarba Sir good politician... best wishes

  • @amarjyotigogoi9015
    @amarjyotigogoi9015 5 месяцев назад +21

    Sonowal Sir personely Manuh jon Mur kiba Val lage...😊🙏🏻

  • @suntarasonowal4273
    @suntarasonowal4273 5 месяцев назад +7

    Namaskar. Sir apunak abar log pabaoi khub mon ase.mur ata nijar ghar nai jadio ata bhal mon loi jiyai asu.apuni jikiba buli akha thaki.

  • @arijitsaikia8439
    @arijitsaikia8439 5 месяцев назад +5

    Khub bhal lagil interview tu sai, bohut bohut dhanyawad tumaloi

  • @ronline7074
    @ronline7074 5 месяцев назад +19

    ২০২৪ চনত চাহক লৈ ৰাজনীতি কৰাটোহে বৰ দুঃখ লাগিল। অসমৰ চাহৰ খেতিয়ক সকল বৰ বিপাঙত

  • @binoyhazarika6054
    @binoyhazarika6054 5 месяцев назад +22

    মহান পুৰুষ হয় সৰ্বানন্দ দা ৷ এনেকুৱা বেক্তি আৰু লাগে আমাৰ অসমক ৷ তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ৷

    • @mahanandakonch5583
      @mahanandakonch5583 5 месяцев назад

      comen likhobo najanile aku comen koribo nalage eman vul biyokti tu beketi bonai dile

    • @binoyhazarika6054
      @binoyhazarika6054 5 месяцев назад

      @@mahanandakonch5583 অনুগ্ৰহ কৰি আপুনি শিকাই দিয়ক কেনেকৈ লিখিব লাগে ৷

  • @majorchaporitalahi7546
    @majorchaporitalahi7546 5 месяцев назад +14

    পৰাশৰৰ এই বাৰ্তালাপ অনুষ্ঠান মোৰ বৰ প্ৰিয় আজিৰ বাৰ্তালাপৰ প্ৰাথি জনক বহুত বহুত শুভেচ্ছা জনাইছো আমি তেখেতক বৰ ভাল পাওঁ । জয়ী হ ওক ❤❤❤ । লখিমপুৰ পানী গাঁও ।

  • @hemeswarboro8372
    @hemeswarboro8372 5 месяцев назад +32

    অতি সুন্দৰ বাৰ্তালাপ। ভাল লাগিল। তেখেত জিকক।

  • @peteredward9562
    @peteredward9562 5 месяцев назад +7

    Ami lurin jyoti'k sini npao kintu amar sarba dak sini pao.... Great leader... Teo jika tuye bisaru aru jikiboi 🙏

  • @dbaruah3999
    @dbaruah3999 20 дней назад

    বৰ ভালপায় এই মানুহজনক লগতে আপোনাকো চক্ৰপাণি দা👏🏻👏🏻👏🏻ভাল কামবোৰ ভাল ভাল interview বোৰ কৰি যাওঁক।।

  • @amardas3944
    @amardas3944 5 месяцев назад +5

    Kune Kune mur dore playback speed 1.25x kori sai ase like kora

  • @ashimadas76
    @ashimadas76 5 месяцев назад +2

    খুব সুন্দৰ কথোপকথন,,খুব সুন্দৰ মনৰ ব্যক্তি,,বহুত বহুত ধন্যবাদ জনালো আগুৱাই যাওঁক ,,আৰ্শীবাদ থাকিল,,🎉🎉🎉

  • @bishal7319
    @bishal7319 5 месяцев назад +9

    আপোনাৰ সহজ-সৰল স্বভাৱৰ মোৰ অতিকৈ প্ৰিয় ব্যক্তি আৰু কাৰ কাৰ প্রিয় like কৰি যাব

  • @minatidevi7122
    @minatidevi7122 5 месяцев назад +1

    নীতি আদৰ্শক মানি চলা সৎ ব্যক্তি য়েই হল সৰ্বানন্দ সোনোৱাল।তেওঁৰ সততা আৰু জনপ্ৰিয়তাই লুৰিনৰ নিচিনা সুবিধা বাদীক চিন্তিত কৰাতো স্বাভাৱিক।আবুল তাবূল প্ৰলাপ আৰম্ভ কৰিছে লুৰিনে যাৰ কোনো নীতি আদৰ্শ নাই।সঙযত হৈ কথা বিলাক কবলৈ লুৰিনে সৎ সাহসী হব পাৰিবনে?

  • @Axomi567
    @Axomi567 5 месяцев назад +4

    Aapunar karone axomor manuhai miyadipatta pabole hokhyam holu. Olekh Dhanyabad aapunaloi

  • @amartalukdar1877
    @amartalukdar1877 5 месяцев назад +1

    মানুহ জনক ৰাজনৈতিক ভাৱে নহয় এনাই ও ভাল লগে

  • @kuhienterprise5022
    @kuhienterprise5022 5 месяцев назад +3

    ছয় জনগোষ্ঠীৰ কি হ'ল?