নিউটনৰ আপেল গছজোপাৰ তলত মই/ইংলেণ্ডত আইজাক নিউটনৰ Hometour/প্ৰথম অসমীয়া ভিডিঅ’ নিউটনৰ ঘৰত

Поделиться
HTML-код
  • Опубликовано: 29 апр 2023
  • নিউটনৰ আপেল গছজোপাৰ তলত মই/ইংলেণ্ডত আইজাক নিউটনৰ Hometour/প্ৰথম অসমীয়া ভিডিঅ’ নিউটনৰ ঘৰত#assamese #pritosvlog #village #england

Комментарии • 1,1 тыс.

  • @pritosvlogs
    @pritosvlogs  Год назад +156

    Thank you everyone for your support

  • @bhargabray268
    @bhargabray268 Год назад +80

    Love from Assam Bongaigaon Ba 💝💝

  • @ms.Rao7539
    @ms.Rao7539 Год назад +71

    Ramanujan debor England t thoka ghor tu othoba room tu dekhabo sn vl lagibo ❤

  • @mohanbora2256
    @mohanbora2256 Год назад

    bhal lagil sai

  • @rajanihandique9382

    Bohut Bhal Lagil

  • @monathehomemaker5349
    @monathehomemaker5349 Год назад

    Khub bhal lagil

  • @subirsarkar4351
    @subirsarkar4351 Год назад

    Khub bhal lagil

  • @jyotigogoisvlogs7002
    @jyotigogoisvlogs7002 Год назад

    Bhal lagil sai

  • @pranabdeka2259
    @pranabdeka2259 Год назад

    ভাল লাগিল বা ভাল video

  • @rajanihandique9382

    Bohut,Bhal Lagil

  • @sewalimohan4103

    Bohut vaal lagil

  • @hemantahazarika9715
    @hemantahazarika9715 Год назад +75

    সৌভাগ্য কেৱল আপোনাৰ নহয় বাইদেউ, সৌভাগ্য আমাৰো হৈছে,, আপোনাৰ দ্বাৰাই আজি আমি জানিব পাৰিলো, দেখিব পাৰিলো বিশ্বৰ অদ্বিতীয় বিজ্ঞানী, বিশিষ্ঠ সাধক, গণিতজ্ঞ বিজ্ঞানৰ পিতৃ মহামানৱ ছাৰ আইজাক নিউটনৰ শৈশৱ শৈলী , ঘৰখন, তেখেতৰ হস্তাক্ষৰ, চুলি, যুগজয়ী ঘৰখনৰ চৌপাশ,, আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এইখিনি আমাক সুস্পষ্ট কৈ দেখোৱাই দিয়াৰ বাবে,,, এইবোৰহে প্ৰকৃত ভিডিঅ, এইধৰনৰ ভিডিঅ মোৰ অতিকে প্ৰিয়,,, আগুৱাই যাওঁক আপুনি,,,

  • @manuborah4135
    @manuborah4135 Год назад +102

    ইমান সুন্দৰকৈ সংৰক্ষিত কৰি ৰাখিছে ।মহান বিজ্ঞানী জনৰ ঘৰ খন দেখুৱাৰ বাবে অশেষ ধন্যবাদ ❤️

  • @jerinayein3123
    @jerinayein3123 Год назад +79

    বহুত বহুত ধন্যবাদ বা ইমান ধুনীয়াকৈ মহান বিজ্ঞানী গৰাকীৰ ঘৰ খন দেখুৱাই দিয়াৰ বাবে❤ love from Majuli❤

  • @rajivdas8522
    @rajivdas8522 Год назад +26

    আপোনাৰ জৰিয়তে মহান বিজ্ঞানী গৰাকীৰ ঘৰখন দেখিবলৈ পাই বৰ ভাল লাগিল আপোনাক অখেক ধন্যবাদ বা ❤❤❤

  • @c9663
    @c9663 Год назад +45

    অসম্ভৱ এটা তোমাৰ যোগেদি সম্ভৱ হৈ উঠিল। কেতিয়াও ভৱা নাছিলো মাধ্যাকৰ্ষণৰ আৱিষ্কাৰকৰ ঘৰ দেখা পাম বুলি ।

  • @jahnabisaikia3266
    @jahnabisaikia3266 Год назад +16

    অশেষ ধন্যবাদ ৷ মহান বিজ্ঞানীজনৰ ঘৰখন দেখিবলৈ পালোঁ ৷

  • @mahidulislammahi-wk5ts
    @mahidulislammahi-wk5ts Год назад +35

    This is called real quality blog...we want more blogging like this.... lots of love ❤

  • @hemantasaikia8383
    @hemantasaikia8383 Год назад +6

    বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ বাইদেউ। ভবা নাছিলো এই মহান বিজ্ঞানীজনৰ ঘৰখন দেখিবলৈ পোৱাৰ সৌভাগ্য হ'ব বুলি। আগলৈও এনেকুৱা ভিডিঅ' দেখিবলৈ পোৱাৰ সৌভাগ্য হ'ব বুলি আশা ৰাখিলোঁ।🙏🙏🙏

  • @dipakkakati6880
    @dipakkakati6880 Год назад +8

    সচাঁকৈয়ে ভিডিওটো চাই সৌভাগ্যবান অনুভৱ কৰিছোঁ ।সপ্তদশ শতিকাৰ পৃথিৱীৰ এজন শ্ৰেষ্ঠ বিজ্ঞানী মাধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰক চাৰ আইজাক নিউটনৰ জন্ম হোৱা ঘৰটো দেখাৰ সুবিধা কৰি দিয়া বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ ।সচাঁকে এইটো এটা দুৰ্লভ (Rare)ভিডিও ।আপোনাৰ উপস্থাপনবোৰ খুব ভাল লাগে ।স্পষ্ট ।আগলৈও এনেকুৱা ধৰণৰ নতুন ভিডিও আশা কৰিলো ।