Hoi dai mai BJP supporter kintu maniba lagiba... And amr ujjoni axom aji neta naikia hol... BJP sob salaka kaita asa and lurin aru gourav ahila ha axom politics bhl hba
Party sai vote nidibo... Juigo jonok vote dbo. Jiye amar xomoisar kotha cinta kore raijor krne dekhor krne mat mate... Xokolu xomoisar agot stand🧍 hoi.. Aijone amar future CM... Of assam.. Plzz vote for gaurav gogoi plzzz 🙏🥰 it's a good quality good person MP... 🙌❣️
himashree interview tu sai bohut val lagil...what a simple n honest person he is! gourov gogoi sir k tumi ghoruavabe ata kotha koba ha teou boktita dioute soboke buli kuatke hokoluke buli kole besi val hunibo....baki teour all excellent ......God bless him
@@rkn7450Hindu Bangladeshi ani bharai diya gutei Asom . West bangalat noloy . Tumalukar he iman tan . Asolote West Bengal dakhal Kariba parim buli vabisile BJP e Tripura r dare . Piche para nai .Asomiyar jati satwa dhongsha karibo bisare BJP e .
Khosake mur soku Pani ulai jetiya Tarun gogoi sir r kotha monot pore anekuwa simple politisian moi kotu dekha nasilu atiyaloi mur life t, gutei family tuwe ata val udahoron r gugya , hat's off you sir,
Best leader of India/Assam..Best speaker Best parliamentarian .so hope people of Jorhat will vote for Gaurav Gogoi..Gaurav will be Future of Assam.next CM of Assam❤🙏🙏❤
Gaurav Gogoi is an amiable youth hailed from a cultured family and so his speeches are polite, gentle and full of enthusiasm...He is pride to the innocent Assamese People...🙏🙏🙏🙏🙏🙏🙏
বৰ্তমান জনপ্ৰিয়তাৰ শীৰ্ষত থকা বিশেষ ব্যক্তিজন। কেইদিনমানৰ পৰা তেওঁৰ সাক্ষাৎকাৰ বিচাৰি আছোঁ।
❤
এইবাৰ Jorhat বাসী য়ে এওঁক ভোট দি জিকালে যোৰহাট বাসী ৰ বাবে ভাল হব...👍
Mithatel 50 toka litar hobo aibar
ভাল লাগিল। ভাল লগা মানুহ জন।
তেওঁৰ দেউতাক তিনিবাৰ ৰ মুখ্য মন্ত্ৰী।নাই তেওঁৰ টিভি চেনেল নাই কোনো কোম্পানী নাই নিজৰ বিলাসী school.তেও এজন নিকা ৰাজনীতিবিদ।❤
Hoi dai mai BJP supporter kintu maniba lagiba... And amr ujjoni axom aji neta naikia hol... BJP sob salaka kaita asa and lurin aru gourav ahila ha axom politics bhl hba
অতি সুন্দৰ
ভাল লাগিল 👍, নিৰ্বাচন ত জয়লাভ কৰক❤❤❤
Moi jorhat r ami Gaurav gogoi k jikabo a lagibo....❤❤❤ আমাক ভাল কথা কোৱা লীডাৰ লাগে।
Val ktha kua leader lge.. Vl kam kora leader nalage
Teur personality iman vaal. educated. Knowledgeable. Amak enekuwa MP lage🎉
মাননীয় শ্ৰীযুত গৌৰৱ গগৈ যোৰহাট লক সভা সমষ্টিৰ পৰা বিপুল ভোটত জয় লাভ কৰিব ,ছয় জনগোষ্ঠী জনজাতি তালিকাত অন্তৰ্ভূক্ত কৰাটো আপোনাৰ দায়িত্ব ।।
Gaurav gogoi zindabad ❤❤❤❤
মোৰ ভালপোৱা ৰাজনীতিবিদ
ruclips.net/video/r-BJ83VDO6o/видео.htmlsi=Kzf_OqXV-hBG4VUl
Best educated person, Assam lion.
গৌৰৱ গগৈ ডাঙৰিয়া আপোনাক অভিনন্দন জনালো🙏🙏🙏🙏
P m যোগ বুলি ভাবিছোঁ বহুতো ভুতত জয়ী হুৱা কামনা কৰিছো
Gourav Gogoi ❤ ❤
ইমান ভাল লাগিল কথা বোৰ এজন ভদ্র লোক 🙏
সাক্ষাৎকাৰটো সঁচাকৈয়ে বৰ ভাল লাগিল ।
Gourav gogoi sir always favourite ❤
Party sai vote nidibo... Juigo jonok vote dbo. Jiye amar xomoisar kotha cinta kore raijor krne dekhor krne mat mate... Xokolu xomoisar agot stand🧍 hoi.. Aijone amar future CM... Of assam.. Plzz vote for gaurav gogoi plzzz 🙏🥰 it's a good quality good person MP... 🙌❣️
ইমান ভাল লাগিলে শুনিয়েই থাকিব মন গৈ আছিলে
গৌৰৱ গগৈ জিন্দাবাদ ❤❤❤
He is eligible for as a PM in our country. So May God bless him in the journey
গৌৰৱ গগৈৰ zindabad ❤ ❤❤, আমি তেওঁক ভোট দিম,আৰু জিকাই দিম,100%
Gaurav gogoi zindabad
himashree interview tu sai bohut val lagil...what a simple n honest person he is! gourov gogoi sir k tumi ghoruavabe ata kotha koba ha teou boktita dioute soboke buli kuatke hokoluke buli kole besi val hunibo....baki teour all excellent ......God bless him
Gaurav Gogoi Zindabad 🎉🎉🎉
Moja ❤
One of my favorite politician❤❤
I love Gaurav Gogoi ❤❤❤
Bht vl lagil dyi
মই যোৰহাটৰ নহয়, যোৰহাটৰ নাগৰিক শিক্ষিত, সদা সচেতন বুলি সকলোৱে কয় আৰু ময়ও জানো। নিচয় গৌৰৱ ৰ ভাল হব।
Gaurav gogoi ❤
Kokai o apuni bht aguwai jaok 🙏❤️🫡
সুন্দৰ সাক্ষাৎ গ্ৰহণ ৷ ভাল লাগিল ৷
Val lagil. God bless you❤❤
Great person ❤
This man❤❤❤
❤ প্ৰিয় সাংসদ❤
Gaurav Gogoi sir jindabad
Gogoi zindabaad Congress zindabaad, Gogoi da apnar bhai ko kai keijon
Best M P among the. 443m p
❤❤❤
Gaurav da val lage aapunan style
বহুত ভাল লাগিল
Congress zindabaad
Amiu Jorhat tor porai Sai asu❤
Gourav gogoi zindabad
Gourav Gogoi jindabad ❤❤❤❤
Future PM of India MR Gourav Gogoi...Great Politician & Great Ideology Person...Wishing you bright future & God bless you...Jai hind.
তেওঁৰ দেউতাকৰ দিনত চৰাইদেউ আৰু এতিয়াৰ চৰাইদেউ তুলনাই কৰিব নোৱাৰি ।
Apun manuh jan❤ Gaurav Gogoi Zindabad ❤️🤍
Moi sipajharorr hoy jorhator manuh khinik koiso
Apunaluke aiber vl neta ajonok vot diboloy paise.
Tarun Gogoi atiaw jiyai ase 🎉 Assamor Gaurav Zindabad🎉
গৌৰৱ গগৈ ডাঙৰীয়াৰ যুৱ প্ৰজন্মৰ সাহস আৰু প্ৰেৰণা এনে এজন ব্যক্তিক যোৰহাট লোকসভাৰ প্ৰাৰ্থী হিচাপে পাই আমি অতিকৈ সূখী অনুভৱ কৰিছো। আৰু তেখেতক জিকাই অনাতো আমাৰ সকলোৰে দায়িত্ব। আমি যুজিম আৰু জিকিম এয়াই আমাৰ মূল উদ্দেশ্য।
গৌৰৱ গগৈ জিন্দাবাদ
Gourav gogoik kune kune assamor CM huwatu bisare like kora❤
যোৰহাট বাসী বাবে গৌৰৱ গগৈক সাংসদ হিচাপে পোৱাটো বহুত সুভাগ্য কথা গতিকে সকলো যোৰহাট সমষ্টি ৰাইজে গৌৰৱ গগৈ জয়ী কৰাব লাগে। গৌৰৱ গগৈ অসমৰ গৌৰৱ। ❤❤❤❤
Upper Assam'ot illegal Bangladeshi kom ase sage Gaurav Gogoi MP hisabe lage ? Ne development besi hua karone problem hoise ?
@@rkn7450bjp r kam nai. অহংকাৰী dal.
ruclips.net/video/r-BJ83VDO6o/видео.htmlsi=Kzf_OqXV-hBG4VUl
@@rkn7450Hindu Bangladeshi ani bharai diya gutei Asom . West bangalat noloy . Tumalukar he iman tan . Asolote West Bengal dakhal Kariba parim buli vabisile BJP e Tripura r dare . Piche para nai .Asomiyar jati satwa dhongsha karibo bisare BJP e .
শক্তিশালী ব্যক্তিত্ব
যোৰহাট বাসীয়ে এইবাৰ এজন ভাল নেতাক ভোট দিৱলৈ পাইছে , ৰাইজে ভোটদি জিকাই পঠোৱাতো উচিত হৱ ৷
ruclips.net/video/r-BJ83VDO6o/видео.htmlsi=Kzf_OqXV-hBG4VUl
right ❤❤
সহজ,সৰল,ভদ্ৰ আৰু যোগ্য সাংসদ, parliament tiger 🐅
গৌৰৱ গগৈ অসমৰ এজন সম্পদ, যোৰহাট জিলাৰ প্ৰতিজন মানুহৰ দায়িত্ব তেখেতক লোকসভা নিৰ্বাচনত জিকাই আনটো, যুৱ প্ৰজন্মৰ এজন সাৰ্থক পালিতিচিয়ান, মোৰ অতি প্রিয় মানুহজন I love গৌৰৱ
Apun manuh jan ❤ami jorhat t jikabo lagibo Gogoi dak
ruclips.net/video/r-BJ83VDO6o/видео.htmlsi=Kzf_OqXV-hBG4VUl
Best educated person ☺️❤
আমাৰ বহুত দুখ যে কলিয়াবৰ পৰা এজন ভাল, সুদক্ষ ব্যক্তি গুছি গ'ল। যোৰহাট বাসীয়ে যাতে বিপুল ভোটত নিৰ্বাচিত কৰে।
Congratulations
ruclips.net/video/r-BJ83VDO6o/видео.htmlsi=Kzf_OqXV-hBG4VUl
গৌৰৱ গগৈ আমাৰ বাবে😢 উজ্জল
নক্ষত্ৰ হৈ জিলিকি থাকিব ।
অসমৰ এজন দক্ষ আৰু জ্ঞানী ৰাজনীতিক । কংগ্ৰেছ দলটো মোৰ মুঠেই পছন্দ নহয় কিন্তু এখেত মোৰ আটাইতকৈ প্ৰিয় । এসময়ত তৰুণ গগৈদেৱ মোৰ প্ৰিয় ৰাজনীতিক আছিল । আপোনাৰ জয় হওক তাৰে কামনা কৰিলো । আপোনাৰ দৰে জনপ্ৰতিনিধিৰ আমাক প্ৰয়োজন আছে যাতে অসমৰ সমস্যাবোৰ আপুনি সংসদত উত্থাপন কৰিব পাৰে । আপুনি মাত্ৰ অখিল গগৈৰ পৰা আতৰি থাকিব । কাৰণ তেও বৰ দুতলীয়া । আপোনাৰ বিয়াত তেঁও আপোনাক নিকম্মা নালায়ক এজনে ইমান ডাঙৰকৈ কেনেকৈ বিয়া পাতিব পাৰে বুলি গালি পাৰি থৈছিল ।
ভগবানে আশীৰ্বাদ কৰিলে
P M ৰ যুগ্য
❤
Yes bro
Development besi hua karone beya lagise neki je Congress aha tu bisarise ! Ami kiman asomiya manuh baki asu , Congress ahile axom thakibo ne ?
❤
@@rkn7450 জ্ঞান তুমি বেলেগক দিয়া এইবোৰ ইয়াত নহয় ।
বহুতো ভাল লগা ব্যক্তি, যুগ্য প্ৰাৰ্থী,যোৰহাট ৰ গৌৰৱ,,, অসমৰ গৌৰৱ,,,,🤗😊🙏🏻
Jorhat ❤️
দল বাগৰা সম্পৰ্কীয় কথাখিনি সুন্দৰ বাখ্যা দিছে । গগৈ দেৱলৈ ধন্যবাদ আৰু আৰ্শীষ থাকিল ।
ruclips.net/video/r-BJ83VDO6o/видео.htmlsi=Kzf_OqXV-hBG4VUl
যোৰহাটৰ বাবে সৌভাগ্যৰ কথা আপোনাক পোৱাৰ বাবে 🙏 .এখেত p. m. ৰ যোগ্য । মানুহ হিচাপে বহুতেই প্রিয় এইগৰাকী ব্যক্তি ।
Chamsa of Rahul gandhi
@@pinkukalita77 what's about Sarbananda, Piyush and Jayantamalla???
@@pinkukalita77you are very cheap
Good personality
যোৰহাটৰ সূভাগ্যৱান ৰাইজে নতুন লাছিত এজন পাইছে
বেয়া নাপায় যদি লাছিত শব্দটো শুদ্ধকৈ লাচিত লিখিবচোন।
Kiba besikoi khale neki ? 😂😂
@@NirmolRay1996 aibilak paid troll, fake account .. nohole sage bot .. enekua aru comments dekhisu ..
মানুহ মাত্ৰেই ভুল 😊
স্বাভাৱিক কথা
গৌৰৱ গগৈ জয় হওক
@@rkn7450 Tumi ba ki . Nam Sam nai neki
জাতীয় কংগ্ৰেছক অসমত আগুৱাই লৈ যোৱা তুমি
Gaurav Sir❤️🔥Himashi Nice Video ❤
Gaurav gogoi jinda bad....
ruclips.net/video/r-BJ83VDO6o/видео.htmlsi=Kzf_OqXV-hBG4VUl
Assam Gaurav ❤ "Gaurav GoGoi" ❤Jindabaad ..
ৰাইজে ভূল নকৰিব বুলি ভাবিছো কাৰণ এইজন এজন সম্পূৰ্ণ বিশ্বাসযোগ্য ব্যক্তি আমাৰ আধৰুৱা কাম বোৰ এইজনৰ পৰা সফল হোৱাতো খাতাং, গতিকে ৰাইজে এইজনক নিৰাশ নকৰিলে বহুত পূণ্য হব ৰাইজৰ৷ তৰুণ গগৈ চাৰ লৈ মনত পেলাই এওঁক ৰাইজে আগবঢ়াই নিয়ক 🙏🏻 জয় আই অসম✊🏻
ব্যক্তিগত জীৱনৰ বহু কথা জানিব পাৰি হিমাশ্ৰী লৈ বহুতো ধন্যবাদ গৌৰৱ গগৈ ডাঙৰীয়াৰ লৈ বহুতো শুভেচ্ছা থাকিল
মই তেজপুৰৰ ভোটাৰ,তথাপি কৈছোঁ, যোৰহাট বাসিৰ সৌভাগ্য যে গৌৰৱৰ নিছিনা এই জন প্ৰতিনিধিক ভোট দিবলৈ পাইছে, গৌৰব অসমৰ সম্পদ, অসমৰ ভবিষ্যত। ভবিষ্যত অসমৰ মূখ্যমন্ত্ৰী,,🎉🎉🎉🎉
ruclips.net/video/r-BJ83VDO6o/видео.htmlsi=Kzf_OqXV-hBG4VUl
Mmm আমি তেওঁ ke দিম,, বিবৃক বুদ্ধি জ্ঞান থকা সকলে তেওঁ ke দিব,, জিকাব চাব,,,😊 গৌৰৱ গগৈ আমাৰ গৌৰৱ,,, যোৰহাট বাসি হিচাপে গৌৰৱ ৰে কৈছোঁ তেওঁকে দিম vote
হয় ৷ একেবাৰেই সচা কথা কৈছে ৷
Most Talent Person...Love ❤from Arunachal😊
"সোণৰ অসম " আশা কৰিব পাৰিম নেকি বাৰু ? শুভেচ্ছা থাকিল ।
Gaurav Gogoi Jindabad
কৃত্ৰিম বানপানীৰ বিষত কওঁ যে , চৰকৰৰ লগতে জনসাধাৰণনো সমানে দায়ী , কাৰণ মাটিৰ দাম কমেই হওক বা বেছি , দেখা গৈছে যে মানুহে বৰষুণৰ পানী অহৰহ মানে ৰাতিয়েদিনে ২৪ ঘন্টাই গৈ থাকিবলৈ দুঘৰেমিলি এফুটমান নলাএটা নিদিয়ে , তাৰঠাইত একোখনকৈ দহইঞ্চি দেৱাল মাৰে , তাৰোপৰি চহৰনগৰৰ ৰাজহুৱা নলানৰ্দমাবোৰতো জনসাধাৰণেই আবৰ্জনা পেলাই আনকি নদী সগৰেও ৰক্ষা পোৱা নাই মানুহৰ পৰাই , তেনেস্থলত কৃত্ৰিম বানপানী বুলি আস্ফালন কৰিথাকিলে হব যানু ? । ? ?
যোৰহাট বাসীৰ বাবে এজন সুদক্ষ ,,ভদ্ৰ সহজ সৰল ৰাজনীতি বিদ।।। obviously jourov gogoi jikib❤❤
যোৰহাটবাসী সৌভাগ্যবান।
Bhal lge manuhjanok.... Jorhat raije jikabo lgibo deii ❤
গৌৰব। গগৈ। ক। বহু ত। ভাল। পাও❤ Love. You. ❤❤❤
Khosake mur soku Pani ulai jetiya Tarun gogoi sir r kotha monot pore anekuwa simple politisian moi kotu dekha nasilu atiyaloi mur life t, gutei family tuwe ata val udahoron r gugya , hat's off you sir,
Party wise I will not comment anything, but as a Sign of MP... I must say he is good for the region... And assam
যিদিনা তিনি গগৈ একে খন মঞ্চত দেখা পাম সেইদিনা বেছি ভাল লাগিব যোৰহাট বাসীৰ🎉🎉🎉
যোৰহাটবাসী বিৰাট ভাগ্যবান এনেকুৱা এজন নেতাক ভোট দিবলৈ পাই...
Best leader of India/Assam..Best speaker Best parliamentarian .so hope people of Jorhat will vote for Gaurav Gogoi..Gaurav will be Future of Assam.next CM of Assam❤🙏🙏❤
Love from DIBRUGARH(NAHARKATIYA)
Gaurav Gogoi is an amiable youth hailed from a cultured family and so his speeches are polite, gentle and full of enthusiasm...He is pride to the innocent Assamese People...🙏🙏🙏🙏🙏🙏🙏
Gourov gogoi jindabaad ❤ love from dhemaji machkowa sissimukh ❤
Very good person. God bless him all the side
Best best ...You are diamond of Assam India ..Next cm go ahead
খুব সুন্দৰ অনুষ্ঠান, ইমান সহজ ভাবে উত্তৰ বোৰ দিলে ভাল লাগিল।
He have a great personality....future of assam politics
Gaurab Gogoi sir is as simple as his father. May God bless you with a bright n smooth political career❤❤❤
অসম ৰত্ন গৌৰৱ গগৈক আমি আশীৰ্বাদ দিছোঁ যাতে বিপুল ভোটত জয় লাভ কৰি পুনৰ দিল্লীৰ সংসদলৈ যাব পাৰে ৷
সুন্দৰ মনৰ ৰাজনৈতিক নেতা ৷ গৌৰৱ গগৈক আমি মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰোঁ৷
ভাল লাগিল ❤
Great person ❤❤❤ my favourite politician ❤❤
Mor o mon phal lagise gaurav gogoi aru Tarun Gogoi