বহুত বহুত ভাল লাগিল ৷ সংগীতৰ অ-আ-ক-খ ৰ জ্ঞান আমাৰ নাই কিন্তু অনুভৱ হৈছে মৌলিক ৰাভাৰদৰে বিৰল প্ৰতিভাক আগুৱাই যাবলৈ তেওঁক অৰ্থৰ প্ৰয়োজন আছে ৷ এই ক্ষেত্ৰত চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে সংগীতপ্ৰিয় কোনো আৰ্থিকভাৱে স্বচ্ছল ব্যক্তি আগবাঢ়ি আহিলে ডাঙৰ কাম কৰা হ’ব বুলি ভাবোঁ ৷ধন্যবাদ৷৷
মোৰ অন্তৰ পৰা মৌলিক ৰাভা লৈ বহুত বহুত শুভেচ্ছা জাছিলোঁ নেমৰাছং ধন্যবাদ
Moulik Rabha . Tumi agbari joa. Ashirbad thakil.
বহুত বহুত ভাল লাগিল ৷ সংগীতৰ অ-আ-ক-খ ৰ জ্ঞান আমাৰ নাই কিন্তু অনুভৱ হৈছে মৌলিক ৰাভাৰদৰে বিৰল প্ৰতিভাক আগুৱাই যাবলৈ তেওঁক অৰ্থৰ প্ৰয়োজন আছে ৷ এই ক্ষেত্ৰত চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে সংগীতপ্ৰিয় কোনো আৰ্থিকভাৱে স্বচ্ছল ব্যক্তি আগবাঢ়ি আহিলে ডাঙৰ কাম কৰা হ’ব বুলি ভাবোঁ ৷ধন্যবাদ৷৷
ইমান সুন্দৰ অনুস্থান এটা উপহাৰ দিয়া বাবে বহুত ধন্যবাদ আৰু বৰ্তমানৰ উন্মাদ অনুস্থানৰ পৰিবৰ্তে এইধৰণৰ অনুস্থান পৰিবেশন কৰাৰ বাবে সামাজিক অনুস্থান সমুহলৈ বিনম্ৰ অনুৰোধ জনালো ধন্যবাদ
আমিও মৌলিক ৰাভাৰ আমি গোলাঘাট জিলাৰ অন্তৰ্গত আঠখেলীয়া নামঘৰৰ ওচৰৰ বেবেজীয়া গাঁৱৰ পৰাই আৰ্শীবাদ ও আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো লগতে ভবিষ্যতৰ উজ্জ্বল কামনা কৰিছোঁ লগতে মৰম স্নেহ আগবঢ়ালোঁ ধন্যবাদ থাকিল।
বহুত ভাল লাগিছে মৌলিক ৰাভা লৈ মোৰ ফালৰপৰা আন্তৰিক শুভেচ্ছা আৰু শুভ কামনা জনালেো। আগলৈ আগবাঢ়ি যোৱা ভগবানে যাতে ভালে কুশলে ৰাখে তাৰে কামনা কৰিলো কৰিলো🙏🙏🙏
মৌলিক ৰাভা অজুত মৰম আৰু শুভেচ্ছা জনালো ৷ আশী্ৰবাদ কিৰছো আগবাঢ়ি যোৱাত সক্ষম হোৱা ৷
😮 মৌলিক ৰাভা লৈ মোৰ অশেষ কামনা , থাকিল তেখেতৰ জীবন উজ ল হক ।
আগবাঢ়ি যাওক...🙏🙏🙏
বহুত বঢ়িয়া লাগিল। ধন্যবাদ থাকিল মৌলিক ৰাভা ডাঙৰীয়ালৈ লগতে আয়োজক Team লৈ।
Borhiya lagil
Nyc song mowllik rabha,,,aguwai jua 2mi take kamona korilu..
সুন্দৰ সুন্দৰ বহু ত সুন্দৰ।
মৌলিক ৰাভা লৈ বহুত ধন্যবাদ ❤❤❤
Great! May God bless Mwlik Rabha
Nemtajo dada nangi video upload kharkai..Aro Dada Maulik Rabha naba Congratulation..Bedaba Dada Maulik Rabha na log kharna jango une asha rasameta..
Nemjok dada Bhai
অতি সুন্দৰ।
সঁচাকৈ বহুত ধুনীয়া সুৰ
Nice mollik Rabha song
Bhal hoise aaguwai jowa
Nice❤
অসমৰ জনগনে শিল্পী মৌলিক ক প্ৰানৱন্ত কৰি ৰাখিব,সুহৃদ সকল আগবাহি আহিবলৈ অনুৰোধ
Val lagile eman Val plate from atA diyar babe...thnzz Assam tlks
Moulik rabha ❤ tumar git bhut. Val lagil very. Nice 👍👌🎤
মৌ লি ক
তোমাৰ নামৰ অৰ্থ বহু ত । তুমি আগুৱাই যোৱা আশী বা দ থাকি ল।😊
Bohut dhunia bohut val Lagil
god bless you mulick Rabha
Bhut val lagel god bless you
সুন্দৰ কণ্ঠ
So greatful 👍🥰 really muru eti gan gowa khopun ase bhobisyott ..❤❤❤
Molik Rabha Zindabad❤
Great job
Bhahut dhuniya mat🌺🌹🥀🌷🌻
Very nice
May God bless you, Moulik.
So sory after a lot of days hearing . So nice. Thanks mulik
Mulik rabha bhaia dainobht❤
God bless you moulik .
Bohut borhiya hoise
Val lagilll
So nice keep it up
খুব সুন্দৰ
So sweet voice ❤
Bohut vl lgil
Good job
Val lagil
Gd job...go ahead
Bahut bhal lagil
Thanks for your speech right to song
nice..
Bhal lagil
Nemrasong mulik vai
Hundor
Good voice & the bhal lagise
Nice.go ahead
Bhal lagise
Uff khubei khumodhur
Moi G .Rabha Bohut val lagi se
Xundor
wow hosakoi buhut mitha kontho
Good bless you
Val lagisy
🙏🙏🙏
Very Nice 👍
🥀♥️👍👍👍👍
Sundor protiva
Name rasong moulick Dah,
Top singer nemrasong
Very. Good
Need a platform. He has a great voice
Good voice.
👍👍👍👍🎸🎤
Good
Gooc
nice
Joi bajrang bali, Hanumanji, Mawlikok probhu khakti deok jeay thakiboloi bookoot sny morom deok.
Malik Rabha Name Rasong
Thanksgiving
Congractilactone
Like share comment please Indian idol jabolage❤❤❤
Nice
Bor dhuniya voice, dada god bless you,
Bhahut nime tajo mulik da ni gaan nathami
Malik Rahba loi thakil ahke khuvo camona
Nimin nema tajo
No success dada
Faltu 😂😂😂
In fact, you and your people are being great Faltu.
বহুত ভাল লাগিছে,,
Val.lagil.moulik.ravaloy❤oseb.dhaynna.bad.janalo
God bless you
Very Good 👍
Very nice
Nice
Good
Nice