Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
বহুত সুন্দৰ হৈছে মণিকা । আগুৱাই যোৱা। তোমাৰ মনৰ আশাবোৰ পূৰ্ণ হওক। 🥰🌹
বৰ সুন্দৰ।তুমি আগবাঢ়ি যোৱা।তোমাৰ ভৱিষ্যত শুভ কামনা কৰিছো।
অখ্যাত শিল্পীৰ বিখ্যাত প্ৰতিভা। সুন্দৰ অতি সুন্দৰ,,।তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
সুন্দৰ,মনীকা,তোমাৰ জীৱ জন্তু, চৰাই আদিৰ মাত কথা শুনি বৰ ভাল লাগিল। তোমালৈ বহুত বহুত ধন্যবাদ ও শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
ভগৱানে তেওঁক ঐশ্বৰিক শক্তি প্ৰদান কৰিছে। তেওঁ আৰু আগুৱাই যাওঁক।
😲😲😲😁😁😁👌👌
ছোৱালীজনীক হিয়া উজাৰি আশীৰ্বাদ দিলো🙏এনিমেচন ফিল্ম ইণ্ডাষ্ট্ৰীত এইদৰে বিভিন্ন মাত উলিয়াব পৰা লোকৰ বহুত আদৰ ৷ মন কৰিলে তাই এনিমেচন ফিল্ম ইণ্ডাষ্ট্ৰীত কাম কৰি সুনাম অৰ্জন কৰিব পাৰে বুলি মোৰ ধাৰণা হয় ৷ ঈশ্বৰক প্ৰাৰ্থনা জনালো-তাই যেন এদিন সফলতাৰ উচ্চ শিখৰলৈ যায়🙏
মণিকা মোৰ ধাৰণা আমাৰ দৃষ্টি থকা সকলতকৈও তুমি জগতখন বেছি কৈ দেখিছা।
Tumer jate 100/Disti ghuraaahe isharer usarat prathanathakil
@@JpChetia3
❤️👍🙏 সুন্দৰ। একাগ্ৰতা আৰু প্ৰতিভা থাকিলে শাৰীৰিক সমস্যাবোৰ হেলাৰঙে অতিক্ৰম কৰিব পাৰি। শাৰীৰিক অংগতকৈ মানসিক শক্তিহে সফলতাৰ ক্ষেত্ৰত অধিক প্ৰয়োজন। মণিকা তাৰেই উদাহৰণ। মণিকা আগবাঢ়ি যোৱা। 👍👍👍
ভগৱানে তুমাৰ চকু দৃষ্টি শক্তি যেন দান কৰে ,তাৰে কামনা কৰিলো জয় শ্ৰী ৰামমমম 🙏🙏🙏
To
Thaks
😊😊😊😊😊😊😊😊😊😊😊😊😊
Good🎉🎉🎉🎉🎉
ভগৱানৰ আশীৰবাদ সদায় তোমাৰ লগত থাকক , কণ্ঠ আৰু সুন্দৰ হওক ।
ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ,হৈ ভগৱান মনিকাক তাইৰ অসুবিধাৰ পৰা উদ্ধাৰ কৰা প্ৰভূ ❤
ভগৱানে তোমাৰ মঙ্গল কৰক ,তুমি আমাক আৰু আনন্দৰ খোৰাক দি যাবা ।আমাৰ আশীৰ্বাদ তোমালৈ সদায় থাকিব ।
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো। আগুৱাই যোৱা।ভগৱান তোমাৰ সহায় হ ওক।
মনিকা বা তুমি আৰু আগবাঢ়ি যোৱা তাৰে কামনা কৰিলো ❤❤❤
তোমালৈ বহুত মৰম আৰু শুভেচ্ছা পঠিয়ালো ভনী ,💚💚💚
সাইলাখ সেই সেই জীৱ জন্তু আৰু চৰাই চিৰিকতিৰ মাত ৷খুব ভাল লাগিল ৷ মনিকাৰ উজ্জল ভবিষ্যতকামনা কৰিলোঁ ৷
বহুত সুন্দৰ৷ বিশ্ব জয় কৰক এই প্ৰতিভাৰে মনিকাই৷ অভিনন্দন থাকিল৷
🙏 ভাষা নাই সঁচাকৈ তেখতৰ প্ৰতি প্ৰশংসা প্ৰকাশ কৰিবলৈ , অনন্য- অতুলনীয় ❤️🙏ঈশ্বৰে কিবা নিদিলে যদিওঁ অবিশ্বাস্য শক্তি দিছে , এইয়াই দিব্যচক্ষু ৷ আমাতকৈ ভালদৰে দেখিছে পৃথিৱীখন৷
শুনি সঁচা গাৰ নুম উঠি গৈছে ,সঁচা বৰ ভাল লাগিল দেই ❤
Moi Arunacbalor pora ai Vediotu huni bhal pai commence korisu , je Bharator bortomanor leader hokolor speechor sound apunar next Videot dekhuaba dei.
বহু ত ভাল লাগিছে মনিকা তুমি এইদৰেই আগুৱাই যোৱা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো 👍👍🙏🙏🙏🙏
..মনিকা ..bar প্রতিভা manibo lagibo.kin2.amr আশীর্বাদ সদাই ase...আগবাহি jwa❤❤,,বহুত মৰম দিলো মাজুলীৰ পৰা 💗💗
তুমাক ভগৱানে আৰু আগবঢ়ায় নিয়ক যেন
মোক ত একদম real জীৱ-জন্তুৰ মাত শুনিছোঁ যেন লাগিছে 👍👍👍👍👌👌👌 বহুত আগলৈ যাবা মনিকা God bless you
ভগৱানে কিবা এটা কাঢ়ি নিলে কিবা এটা দিয়ে,,,,❤
ভণ্টিজনীলৈ অশেষ ধন্যবাদ।তোমাক লৈ গভীৰভাবে শোক অনুভব কৰিছো।ঈশ্বৰে তোমাৰ মংগল কৰক।
Manika ৰ মিক্ৰি সমূহ শুনি বৰ ভাল লাগিল ।মনিকাৰ প্ৰতিভা তাই সঁচাকৈয়ে ভাল লাগিল ।
অতি সুন্দৰ! ঈশ্বৰ প্রদত্ত গুণবোৰেৰে মনিকা সদায় উজ্জ্বলি থাকক আমাৰ মাজত। মণিকাৰ সুস্থ শৰীৰ আৰু সুস্থ মনৰ বাবে ভগৱানক প্ৰাৰ্থনা জনাইছো। ❤
একদম সুন্দৰ নিভাঁজ মাত আৰু ভাষাবিহীন অপূৰ্ব প্ৰতিভাৰ অধিকাৰী ,, ভগাৱনে ভালে ৰাখক সদায় তোমাক আগুৱাই যোৱা সদায় ভগৱানৰ ওচৰত তাৰে প্ৰাৰ্থনা ❤🎉🥰🙏
ruclips.net/video/GQRNsxP6mqA/видео.htmlsi=Ij6lXBNFD9BDX1M1
Borhiya Val hoise....keep it up...enedorei agbahi jua Monika🎉 god bless you 🎉
অতুলনীয়, ভাষাহীন, অসাধাৰণ। ❤️❤️❤️
OMG god Manika tumar mukhe je konther sur excellent & telented god bless U ❤ly👌🌹
বহুত বহুত ভাল লাগিল। ধন্যবাদ মনিকা। ভগৱানে তোমাৰ মংগল কৰক।
খুউব ভাল লাগিল। মণিকা তুমি আৰু আগবাঢ়ি যোৱা। বাঃ কি সুন্দৰ মিমিক্ৰী❤🌻🌻🌻
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😂😂😂❤❤❤❤😂❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
মনিকা তোমাক দৃষ্টি শক্তি দান কৰক ঈশ্বৰে , বহুদুৰ আগুওৱা,,, hope for the miracle
Monika tumar Nana Dharani Shura mat shuni bahut Val lagile, God bless you .❤
অন্ধ যুৱক যুৱতী সকলক ভগৱানে এটা বেলেগ শক্তি প্ৰদান কৰে যিটো আমি এজন ভাল মানুহে কৰিব নোৱাৰি
Hosa ami yar 1% nuwarim
সঁচাকৈ
Hosa k
সচাঁকে
মনিকা তোমাৰ ভবিষ্যতৰ কল্যাণৰ বাবেই বহুতো ধন্যবাদ থাকিল 💓💓
অতি সুন্দৰ ❤চকু কেইটা ভাল হলেই হয়।
সূন্দৰ আশীৰ্বাদ থাকিল ।
অদ্ভুত প্ৰতিভা, তাইক ঈশ্বৰে আৰু আগুৱাই নিয়ক।💕💕🙏👍
Hosakoi adbhut pratibha❤❤ aguwai juwa
সচাঁ সচাঁ লাগি গৈছে মনিকা বা😍আপোনাক ভগৱানে ভালে ৰাখক। ❤❤️
বহুত সুন্দৰ হৈছে.....ঈশ্বৰ তোমাৰ সহায় হওঁক তাৰ বহুত বহুত কামনাৰেই
Monika,You are really talented. God bless you.
সুন্দৰ হৈছে তুমি আৰু আগুৱাই যোৱা
ভগবানে তোমাক মংগল কৰক❤❤
সুন্দৰ ভাবে সাহসেৰে জীয়াই থাকা
বহুত বহুত শুভেচ্ছাৰ জ্ঞাপন কৰিলো,কৃষ্ণ
Wow... Asorit protiva... Aguwai juwa Manika.... Axa kro tumi tumar dristi ghurai puwa.... 🙏
Val lagil sae 🎉🎉🎉
ঠাইক ভগবানে চিৰজীৱনে জীয়াই ৰাখে তাৰে কামনা কৰিলো আৰু ভাল লাগিল **
অতি সুন্দৰ প্ৰতিভা।❤ভাল লাগিল।
অতি সুন্দৰ ভগৱান তোমাৰ আজিৱন সহায় হৈ থাকক আগুৱাই গৈ ঠাকা
বহুত বহুত ভাল লাগিল । আগলৈ আৰু শুনাব
বহুত ভাল লাগিছে আগলৈকে এইদৰে কৰি থাকা , তোমাৰ ভৱিষ্যত কামনা কৰিলো।
ভগৱানে তোমাৰ মংগল কৰক🙏
Bhut hundor aru agg bahi juwa
Real talent. Go ahead. May God Bless you.
সুন্দৰ তাইৰ অহা দিনবোৰ শুভ হও শান্তিময় হাও আৰু এনেদৰে আগুৱাই যাওঁক ।🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
ভগৱানে আশীৰ্বাদ কৰক🙏
বহুত ভাল লাগিল মনিকা ।ভগৱান তোমাৰ সহায় হওঁক ।
Real talent❤❤❤❤
Bohut bhal lagil...Aaru aaguwai juwar kamona korilu...Bhagawan tumaar xohai howk 🙏🙏🙏
🤩💟💞♥️ ঈশ্বৰে সদাই ভালে ৰাখক।
অতি সুন্দৰ। ভগবানে এফালে নি দিলেও এফালে দিয়ে, মনিকাৰ ক্ষেত্র টো একে। আগুৱাই যোৱা, আমাৰ সকলোৰে আশিৰ্বাদ তোমাৰ লগত আছে।
I just love her...❤😢.. her politeness, her cuteness 😢
বহুত বহুত ভাল লাগিল মনিকা ধন্যবাদ আগুৱাই যোৱা
অন্ধ শব্দটো ব্যৱহাৰ নকৰি দৃষ্টিহিন বুলি ব্যৱহাৰ কৰিব পাৰিলে হয়।
'দিব্যদৃষ্টি' এইটো শব্দ ব্যৱহাৰ কৰিব লাগে।
ortho2 akytai
@@rgadvanture6249 অৰ্থটো একেই বুলি মই জানো। কিন্তু সকলো ঠাইতে যিকোনো শব্দ ব্যৱহাৰ কৰা উচিত নহয়
অতি সুন্দৰ প্ৰতিভা মণিকা... যাক হেয় জ্ঞান কৰে তাক ঈশ্বৰে মহৎ গুণ দিয়ে ... ঈশ্বৰৰ কি পৰিকল্পনা মানুহ বুজিব নোৱাৰে.... মহান খ্ৰীষ্ট যীচুৱে....মণিকাৰ বাকী আত্মিক জীবনটো ৰক্ষাৰ্থে আৰ্শীবাদ কৰক 🙏❤
Real talent 🥰🥰🥰🥰
Bahut Val lagil Monika ba Adin dhemaji loi amontan korim
You are very talented..god bless you!!
O my god..emn dhuniya ke sbre mat dise akdom xasa Jen lgise 😊 god bless you manika
Very nice performance. We're proud of him.
বহুত ভাল ।লাগিছে
This is real telent 🫶♥️ best of luck 😊
বহুত ভাল লাগিল দেই। তোমাৰ ভৱিষ্যতৰ উজ্জ্বল হওক। 🎉🎉🎉❤😂
Unique and ultimate video. Unique and ultimate performance. Go ahead way to your journey Monika. God bless to you and your family. All the best wishes to you.. Grand salute to him.❤❤❤
Bohut dhuniya lagil aguyai jua monika...
amazing talent ❤🎉❤
দৃষ্টিহীন হ'লেও মনিকাক ভগৱানে অসীম শক্তি দিছে ।তেও আৰু আগবাঢ়ি যাওক ।
Good gifted real talent
বহুত ভাল লাগিছে
বহুত ভাল লাগিল এনেদৰে ঈশ্বৰে আগুৱাই নিয়ক আৰু দীৰ্ঘাইও কৰক❤
God gift,,bohut val lagil,,Tumi bohut aguaijuwaa,,
Bohut dhuniya hoise, hokolure nuare tmi bohut asorit, bohut sage kosto korisa, agbahi jua take kamona koru
Nice and good Monika GOD bless you thank you monika
Xundar hoise, bor bhal lagil, xokolubur bor xundarkoi maat uliyaise, Dhoinyabad jonalu,
Same to same jib jantar hoi se aru bohut bohut bhal lagise aru bohut dhayabad ❤️❤️👍👍👍
Nice Monika tumar monor kamona puron hok ❤️❤️❤️🙏🙏🙏🙏🙏
সঁচাই বহুত বহুত বহুত ভাল লাগিল।সুন্দৰ ছবি এখন দেখিব পালোঁ তোমাকো ধন্যবাদ যাচিলো। কোনোবাই চকু দান কৰিলে এটা হ'লেও পাই যদি লগাই ল'লে কিমান যে ভাল হ'ব। আশীৰ্বাদ থাকিল 🎉
ভগৱান সদায় তোমাৰ লগত আছে।।।,🙏🙏
সুন্দৰ প্ৰতিভাৰ অধিকাৰী।
Bohut bohut val lagile tomar balg balg mat huni tomi ago loi ag bahi jaba tar ay kamonai kori su ❤❤🙏🙏 vogban nor usrt partonai jonai su❤❤🙏🙏
Khub vl lagil hosai.... ❤aguai jua tumi tarei kamona korilu deii ❤lots of love❤❤❤
সচাঁই জীৱ জন্তুৰ মাত যেন লাগিল।
Nice monika veri ধুনিয়া
বহুত ভাল লাগিল। তোমাৰ ভবিষ্যত সুন্দৰ হোৱাৰ কামনা কৰিলো।
Mey God bless you manika my daughter
সুব সুন্দৰ হৈছে মনিকা, আৰু আগবাঢ়ি যোৱা তাকে কামনা কৰিছোঁ
Bhut vl lagil.... Monika sweet voice❤❤❤❤
It's very Nice May God bless you sister
Bohut dhuniya ba Agbahi jua❤😊
বহুত সুন্দৰ হৈছে মণিকা । আগুৱাই যোৱা। তোমাৰ মনৰ আশাবোৰ পূৰ্ণ হওক। 🥰🌹
বৰ সুন্দৰ।তুমি আগবাঢ়ি যোৱা।তোমাৰ ভৱিষ্যত শুভ কামনা কৰিছো।
অখ্যাত শিল্পীৰ বিখ্যাত প্ৰতিভা। সুন্দৰ অতি সুন্দৰ,,।
তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
সুন্দৰ,মনীকা,তোমাৰ জীৱ জন্তু, চৰাই আদিৰ মাত কথা শুনি বৰ ভাল লাগিল। তোমালৈ বহুত বহুত ধন্যবাদ ও শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
ভগৱানে তেওঁক ঐশ্বৰিক শক্তি প্ৰদান কৰিছে। তেওঁ আৰু আগুৱাই যাওঁক।
😲😲😲😁😁😁👌👌
ছোৱালীজনীক হিয়া উজাৰি আশীৰ্বাদ দিলো🙏এনিমেচন ফিল্ম ইণ্ডাষ্ট্ৰীত এইদৰে বিভিন্ন মাত উলিয়াব পৰা লোকৰ বহুত আদৰ ৷ মন কৰিলে তাই এনিমেচন ফিল্ম ইণ্ডাষ্ট্ৰীত কাম কৰি সুনাম অৰ্জন কৰিব পাৰে বুলি মোৰ ধাৰণা হয় ৷ ঈশ্বৰক প্ৰাৰ্থনা জনালো-তাই যেন এদিন সফলতাৰ উচ্চ শিখৰলৈ যায়🙏
মণিকা মোৰ ধাৰণা আমাৰ দৃষ্টি থকা সকলতকৈও তুমি জগতখন বেছি কৈ দেখিছা।
Tumer jate 100/Disti ghuraaahe isharer usarat prathanathakil
@@JpChetia3
❤️👍🙏 সুন্দৰ। একাগ্ৰতা আৰু প্ৰতিভা থাকিলে শাৰীৰিক সমস্যাবোৰ হেলাৰঙে অতিক্ৰম কৰিব পাৰি। শাৰীৰিক অংগতকৈ মানসিক শক্তিহে সফলতাৰ ক্ষেত্ৰত অধিক প্ৰয়োজন। মণিকা তাৰেই উদাহৰণ। মণিকা আগবাঢ়ি যোৱা। 👍👍👍
ভগৱানে তুমাৰ চকু দৃষ্টি শক্তি যেন দান কৰে ,
তাৰে কামনা কৰিলো জয় শ্ৰী ৰামমমম 🙏🙏🙏
To
Thaks
😊😊😊😊😊😊😊😊😊😊😊😊😊
Good🎉🎉🎉🎉🎉
ভগৱানৰ আশীৰবাদ সদায় তোমাৰ লগত থাকক , কণ্ঠ আৰু সুন্দৰ হওক ।
ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ,হৈ ভগৱান মনিকাক তাইৰ অসুবিধাৰ পৰা উদ্ধাৰ কৰা প্ৰভূ ❤
ভগৱানে তোমাৰ মঙ্গল কৰক ,তুমি আমাক আৰু আনন্দৰ খোৰাক দি যাবা ।আমাৰ আশীৰ্বাদ তোমালৈ সদায় থাকিব ।
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো। আগুৱাই যোৱা।ভগৱান তোমাৰ সহায় হ ওক।
মনিকা বা তুমি আৰু আগবাঢ়ি যোৱা তাৰে কামনা কৰিলো ❤❤❤
তোমালৈ বহুত মৰম আৰু শুভেচ্ছা পঠিয়ালো ভনী ,💚💚💚
সাইলাখ সেই সেই জীৱ জন্তু আৰু চৰাই চিৰিকতিৰ মাত ৷খুব ভাল লাগিল ৷ মনিকাৰ উজ্জল ভবিষ্যত
কামনা কৰিলোঁ ৷
বহুত সুন্দৰ৷ বিশ্ব জয় কৰক এই প্ৰতিভাৰে মনিকাই৷ অভিনন্দন থাকিল৷
🙏 ভাষা নাই সঁচাকৈ তেখতৰ প্ৰতি প্ৰশংসা প্ৰকাশ কৰিবলৈ ,
অনন্য- অতুলনীয় ❤️🙏
ঈশ্বৰে কিবা নিদিলে যদিওঁ অবিশ্বাস্য শক্তি দিছে , এইয়াই দিব্যচক্ষু ৷ আমাতকৈ ভালদৰে দেখিছে পৃথিৱীখন৷
শুনি সঁচা গাৰ নুম উঠি গৈছে ,সঁচা বৰ ভাল লাগিল দেই ❤
Moi Arunacbalor pora ai Vediotu huni bhal pai commence korisu , je Bharator bortomanor leader hokolor speechor sound apunar next Videot dekhuaba dei.
বহু ত ভাল লাগিছে মনিকা তুমি এইদৰেই আগুৱাই যোৱা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো 👍👍🙏🙏🙏🙏
..মনিকা ..bar প্রতিভা manibo lagibo.kin2.amr আশীর্বাদ সদাই ase...আগবাহি jwa❤❤,,বহুত মৰম দিলো মাজুলীৰ পৰা 💗💗
তুমাক ভগৱানে আৰু আগবঢ়ায় নিয়ক যেন
মোক ত একদম real জীৱ-জন্তুৰ মাত শুনিছোঁ যেন লাগিছে 👍👍👍👍👌👌👌 বহুত আগলৈ যাবা মনিকা God bless you
ভগৱানে কিবা এটা কাঢ়ি নিলে কিবা এটা দিয়ে,,,,❤
ভণ্টিজনীলৈ অশেষ ধন্যবাদ।তোমাক লৈ গভীৰভাবে শোক অনুভব কৰিছো।ঈশ্বৰে তোমাৰ মংগল কৰক।
Manika ৰ মিক্ৰি সমূহ শুনি বৰ ভাল লাগিল ।মনিকাৰ প্ৰতিভা তাই সঁচাকৈয়ে ভাল লাগিল ।
অতি সুন্দৰ! ঈশ্বৰ প্রদত্ত গুণবোৰেৰে মনিকা সদায় উজ্জ্বলি থাকক আমাৰ মাজত। মণিকাৰ সুস্থ শৰীৰ আৰু সুস্থ মনৰ বাবে ভগৱানক প্ৰাৰ্থনা জনাইছো। ❤
একদম সুন্দৰ নিভাঁজ মাত আৰু ভাষাবিহীন অপূৰ্ব প্ৰতিভাৰ অধিকাৰী ,, ভগাৱনে ভালে ৰাখক সদায় তোমাক আগুৱাই যোৱা সদায় ভগৱানৰ ওচৰত তাৰে প্ৰাৰ্থনা
❤🎉🥰🙏
ruclips.net/video/GQRNsxP6mqA/видео.htmlsi=Ij6lXBNFD9BDX1M1
Borhiya Val hoise....keep it up...enedorei agbahi jua Monika🎉 god bless you 🎉
অতুলনীয়, ভাষাহীন, অসাধাৰণ। ❤️❤️❤️
OMG god Manika tumar mukhe je konther sur excellent & telented god bless U ❤ly👌🌹
বহুত বহুত ভাল লাগিল। ধন্যবাদ মনিকা। ভগৱানে তোমাৰ মংগল কৰক।
খুউব ভাল লাগিল। মণিকা তুমি আৰু আগবাঢ়ি যোৱা।
বাঃ কি সুন্দৰ মিমিক্ৰী❤🌻🌻🌻
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😂😂😂❤❤❤❤😂❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
মনিকা তোমাক দৃষ্টি শক্তি দান কৰক ঈশ্বৰে , বহুদুৰ আগুওৱা,,, hope for the miracle
Monika tumar Nana Dharani Shura mat shuni bahut Val lagile, God bless you .❤
অন্ধ যুৱক যুৱতী সকলক ভগৱানে এটা বেলেগ শক্তি প্ৰদান কৰে যিটো আমি এজন ভাল মানুহে কৰিব নোৱাৰি
Hosa ami yar 1% nuwarim
সঁচাকৈ
Hosa k
ruclips.net/video/GQRNsxP6mqA/видео.htmlsi=Ij6lXBNFD9BDX1M1
সচাঁকে
মনিকা তোমাৰ ভবিষ্যতৰ কল্যাণৰ বাবেই বহুতো ধন্যবাদ থাকিল 💓💓
অতি সুন্দৰ ❤চকু কেইটা ভাল হলেই হয়।
সূন্দৰ আশীৰ্বাদ থাকিল ।
অদ্ভুত প্ৰতিভা, তাইক ঈশ্বৰে আৰু আগুৱাই নিয়ক।💕💕🙏👍
Hosakoi adbhut pratibha❤❤ aguwai juwa
সচাঁ সচাঁ লাগি গৈছে মনিকা বা😍
আপোনাক ভগৱানে ভালে ৰাখক। ❤❤️
বহুত সুন্দৰ হৈছে.....ঈশ্বৰ তোমাৰ সহায় হওঁক তাৰ বহুত বহুত কামনাৰেই
Monika,You are really talented. God bless you.
সুন্দৰ হৈছে তুমি আৰু আগুৱাই যোৱা
ভগবানে তোমাক মংগল কৰক❤❤
সুন্দৰ ভাবে সাহসেৰে জীয়াই থাকা
বহুত বহুত শুভেচ্ছাৰ জ্ঞাপন কৰিলো,কৃষ্ণ
Wow... Asorit protiva... Aguwai juwa Manika.... Axa kro tumi tumar dristi ghurai puwa.... 🙏
Val lagil sae 🎉🎉🎉
ঠাইক ভগবানে চিৰজীৱনে জীয়াই ৰাখে তাৰে কামনা কৰিলো আৰু ভাল লাগিল **
অতি সুন্দৰ প্ৰতিভা।❤
ভাল লাগিল।
অতি সুন্দৰ ভগৱান তোমাৰ আজিৱন সহায় হৈ থাকক আগুৱাই গৈ ঠাকা
বহুত বহুত ভাল লাগিল । আগলৈ আৰু শুনাব
বহুত ভাল লাগিছে আগলৈকে এইদৰে কৰি থাকা , তোমাৰ ভৱিষ্যত কামনা কৰিলো।
ভগৱানে তোমাৰ মংগল কৰক🙏
Bhut hundor aru agg bahi juwa
Real talent. Go ahead. May God Bless you.
সুন্দৰ তাইৰ অহা দিনবোৰ শুভ হও শান্তিময় হাও আৰু এনেদৰে আগুৱাই যাওঁক ।🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
ভগৱানে আশীৰ্বাদ কৰক🙏
বহুত ভাল লাগিল মনিকা ।ভগৱান তোমাৰ সহায় হওঁক ।
Real talent❤❤❤❤
Bohut bhal lagil...Aaru aaguwai juwar kamona korilu...Bhagawan tumaar xohai howk 🙏🙏🙏
🤩💟💞♥️ ঈশ্বৰে সদাই ভালে ৰাখক।
অতি সুন্দৰ। ভগবানে এফালে নি দিলেও এফালে দিয়ে, মনিকাৰ ক্ষেত্র টো একে। আগুৱাই যোৱা, আমাৰ সকলোৰে আশিৰ্বাদ তোমাৰ লগত আছে।
I just love her...❤😢.. her politeness, her cuteness 😢
বহুত বহুত ভাল লাগিল মনিকা ধন্যবাদ আগুৱাই যোৱা
অন্ধ শব্দটো ব্যৱহাৰ নকৰি দৃষ্টিহিন বুলি ব্যৱহাৰ কৰিব পাৰিলে হয়।
'দিব্যদৃষ্টি' এইটো শব্দ ব্যৱহাৰ কৰিব লাগে।
ortho2 akytai
@@rgadvanture6249 অৰ্থটো একেই বুলি মই জানো। কিন্তু সকলো ঠাইতে যিকোনো শব্দ ব্যৱহাৰ কৰা উচিত নহয়
অতি সুন্দৰ প্ৰতিভা মণিকা... যাক হেয় জ্ঞান কৰে তাক ঈশ্বৰে মহৎ গুণ দিয়ে ... ঈশ্বৰৰ কি পৰিকল্পনা মানুহ বুজিব নোৱাৰে.... মহান খ্ৰীষ্ট যীচুৱে....মণিকাৰ বাকী আত্মিক জীবনটো ৰক্ষাৰ্থে আৰ্শীবাদ কৰক 🙏❤
Real talent 🥰🥰🥰🥰
Bahut Val lagil Monika ba Adin dhemaji loi amontan korim
You are very talented..god bless you!!
O my god..emn dhuniya ke sbre mat dise akdom xasa Jen lgise 😊 god bless you manika
Very nice performance. We're proud of him.
বহুত ভাল ।লাগিছে
This is real telent 🫶♥️ best of luck 😊
বহুত ভাল লাগিল দেই। তোমাৰ ভৱিষ্যতৰ উজ্জ্বল হওক। 🎉🎉🎉❤😂
Unique and ultimate video. Unique and ultimate performance. Go ahead way to your journey Monika. God bless to you and your family. All the best wishes to you.. Grand salute to him.❤❤❤
Bohut dhuniya lagil aguyai jua monika...
amazing talent ❤🎉❤
দৃষ্টিহীন হ'লেও মনিকাক ভগৱানে অসীম শক্তি দিছে ।
তেও আৰু আগবাঢ়ি যাওক ।
Good gifted real talent
বহুত ভাল লাগিছে
বহুত ভাল লাগিল এনেদৰে ঈশ্বৰে আগুৱাই নিয়ক আৰু দীৰ্ঘাইও কৰক❤
God gift,,bohut val lagil,,Tumi bohut aguaijuwaa,,
Bohut dhuniya hoise, hokolure nuare tmi bohut asorit, bohut sage kosto korisa, agbahi jua take kamona koru
Nice and good Monika GOD bless you thank you monika
Xundar hoise, bor bhal lagil, xokolubur bor xundarkoi maat uliyaise, Dhoinyabad jonalu,
Same to same jib jantar hoi se aru bohut bohut bhal lagise aru bohut dhayabad ❤️❤️👍👍👍
Nice Monika tumar monor kamona puron hok ❤️❤️❤️🙏🙏🙏🙏🙏
সঁচাই বহুত বহুত বহুত ভাল লাগিল।
সুন্দৰ ছবি এখন দেখিব পালোঁ তোমাকো ধন্যবাদ যাচিলো। কোনোবাই চকু দান কৰিলে এটা হ'লেও পাই যদি লগাই ল'লে কিমান যে ভাল হ'ব। আশীৰ্বাদ থাকিল 🎉