মহাভাৰত-মহেন্দ্ৰ হাজৰিকা || Mahabharata-Mahendra Hazarika || devotional song || ভক্তিমূলক গীত
HTML-код
- Опубликовано: 7 сен 2024
- গীত- মহাভাৰত
কন্ঠ- মহেন্দ্ৰ হাজৰিকা (জনতাৰ শিল্পী)
কথা/সুৰ - পৰাগ জ্যোতি শইকীয়া
সংলাপ - ত্ৰিলোক বৰা
সহযোগী কন্ঠ - আকাশ দ্বীপ গগৈ / পাপু বৰঠাকুৰ
সংগীত আৰু শব্দ সংমিশ্ৰণ - ঋতুপৰ্ণ বৰা
বাদ্যযন্ত্ৰী -
নেগেৰা - ঋতুৰাজ বৰা
খোল- জিন্টু নেওগ
কীবৰ্ড - চন্দন দত্ত
বাঁহী- ৰক্তিম দত্ত
ষ্টুডিও মেলডি , যোৰহাট (8638892917)
কভাৰ / ভিডিওগ্ৰাফী - প্ৰাঞ্জল বৰা (চুম্পি) (এপেক্স ষ্টুডিও)
বিশেষ কৃতজ্ঞতা - মাছৰহাট বৰনামঘৰ ,
"পুৰণা ঘৰ"- বাৰীছোৱা গাঁও,
মাইনা বৰদলৈ , মুনীন বৰা, প্ৰাৰ্থনা বৰঠাকুৰ, অনুপম বৰগোঁহাই, বিতোপন বৰগোঁহাই, হৃদয়ানন্দ , বিকাশ সাধন ভৰালী, মাধুৰ্য্য, শুভাষীস , বন্তী শৰ্মা বৰঠাকুৰ (বিশিষ্ট লেখিকা), জিতেন শইকীয়া (তেজপুৰ), বাবলী, কল্যাণী, কাকু, দীপিকা, বৰ্ণালী ।
পাঞ্চজন্য শংখ বাজে কুৰুক্ষেত্ৰৰ আকাশে,
লাগিব মহাৰণ পাণ্ডৱ সমে কৌৰবে ।।
ভায়ে ভায়ে হ'ব ৰণ ,
প্ৰতিশোধৰ দাবানল,
মামা শকুনিয়ে কৰে ছালনা ।।
বিনাশি অধর্মক,
দেখাইলা জগতক,
শান্তি প্ৰতিষ্ঠা কৰে দেৱ নাৰায়ণ ।।
কৃষ্ণ দৈৱকীনন্দন ।।
অন্তৰা -১
অহংকাৰী দুৰ্যোধন,
হস্তিনাৰ ৰাজ সিংহাসন ।
শকুনিৰ মহা প্ৰলোভন,
পাশা খেলৰ কৰে আয়োজন
ধৰ্মৰাজ যুধিষ্ঠিৰ
নুবুজিলে চক্ৰান্ত
ৰাখিলে পাশাত পন
নিজ ভুলে হেৰুৱালে
ৰাজ্য ধন-জন ।
ভংগীতা
শান্তি স্থাপনৰ হেতু প্ৰভু যদুপতি...
সন্ধিৰ প্ৰস্তাৱ ৰাখে কুৰুকুল নৃপতিক..
পাণ্ডৱৰ বাবে বিচাৰিলে
হেৰোৱা ৰাজ্য ধন....
বিনা যুদ্ধে নিদিয়ে সুচাগ্য মেদিনী
ৰাজা দুৰ্যোধন...
এইয়াই হ'ল আৰম্ভণি কুৰুক্ষেত্ৰ ৰণ ।
খৰতাল
ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ...
পৰিণত হ'ল ৰণক্ষেত্ৰ..
তেজেৰে ৰাঙলী ৰণাংগন..
এইয়াই কুৰুক্ষেত্ৰ মহাৰণ
মহাভাৰতৰ মহাৰণ...
১
কৌৰৱৰ সেনাপতি
ভীষ্ম, দ্ৰোৰ্ণ, দুশাসন
মহাৰথী কৰ্ণই কৰে
অৰ্জুনৰ সমে ৰণ ।
২
দুৰ্যোধনৰ উৰুভংগ
দুশাসনৰ ৰক্ত পান
ভীমৰ হাতে উৰি গৈল
দুয়ো বীৰৰ প্ৰাণ ।
৩
কৌৰৱৰ বীৰযোদ্ধা
পৰিল আজি ৰণে
জয়ধ্বজা উৰুৱালে
পঞ্চপাণ্ডৱ গণে ।
ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ....
#anupombitupon
Huni bohut val lagil gan to ❤❤
অতি সুন্দৰ ❤️
Wow voice amazing👍❤❤
Thank you so much 😄
Joi Mahendra da
Bor hundor mohendo da.
Wow bohut hundor val logail huni
Best dada hokol dhunya hoisa Moja 🙏🙏🙏🙏🙏🙏🙏
Màhendra hazarika da mojaa 👍👍👍👍💞💞
Moja hoise
Hundor hoise
দা ধুনীয়া
🙏🙏🙏
অতি সুন্দৰ।
Mja
💚💚
সুন্দৰ সংলাপ
Nice 💜
Hundar mahendra da
মজা লাগিছে
Bohut hundor
সুন্দৰ কণ্ঠ
Good voice triloc borha
👍🏻👍🏻👍🏻👍🏻👍🏻🔥🔥🔥🔥🔥🔥
Parag jyoti, hundor koi likhisa
মহেন্দ্ৰ হাজৰিকা দেৱৰ কণ্ঠত এইহেন ভক্তি গীত সমূহৰ এক অনন্য সত্তা আছে, যি ভাষাৰে বুজোৱা কঠিন, অত্যন্ত সুন্দৰ হৈছে, গীতটিৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো🙏
11
Val lagil
সছাকৈ ভাল লাগিছে দেই
Hundoor
Val lagise m dada
Xundor bohut val lagil 🙏🙏🙏
Nice
সুন্দৰ গীত ❤️ ছাৰৰ সংলাপ খিনিয়ে হৃদয়ত স্থান লৈছে ।। ইমান বয়সতো ছাৰৰ উদ্যম মানিব লগিয়া 🙏🔥🔥
দুৰ্যোধনৰ সংলাপ সুন্দৰ লগতে গীততো
Durjudhon r dialogue mjja lagil..triluk da🙏
ati manual vedio dakhi val lagil.dadar logate music,totha badyajantri khakalolai kowti kowti pronam
Nice aru asene
অতি সুন্দৰ হৈছে । মন জুৰাই গ'ল। এটা লাইক দিছো
অনুপম...এজন সহযোগী হৈ গৌৰৱ অনুভৱ কৰিছো 🙏🙏💐💐
সুন্দৰ দাদা .
সুন্দৰ হৈছে বন্ধু তোমাৰ প্ৰিয়ে বন্ধু অসমীয়া বুকুলৈ আহিছে বসন্ত ৰৎ উৎসৱ গছে গছে জুমে কুঁহি পাতে কুলি কোমল মাত অ মোৰ চেনাই ধন আকৌ নাহৰ তগৰ ফুলি বৰ হ'ল ডালত কপৌ ফুলিলে আকাশ হ'ল ৰাঙলী মদাৰ আমে মৌলিআলে চামে মৌলিআলে মাখিয়তী পাতেৰে ডালত প্ৰিয়া চিৰ শ্মৃতি ৰে চিৰ যোগমিয়া হয় যেন 20 22 23 24 বৰ্ষৰ প্ৰিয়া হিয়াৰ পুথি কবিতা
কবলৈ আৰু ভাষা নাই 👌👌👌👌🙏🙏🙏🙏🙏
Moja
অতি সুন্দৰ।❤️ 🔥
মহেন্দ্ৰ হাজৰিকা..🙏❤️
MAHENDRA HAZARIKA YOU ARE THE BEST SINGER NOW. 9.15A.M.L.KAKATI.14..8..2021.
অতি সুন্দৰ
বহু দিনৰ বিৰতিৰ পিছত মহেন্দ্ৰ দাৰ এই টোকাৰী গীতটি শুনি বৰ আপ্লুত হলো। মই তেওঁৰ গীতৰ প্ৰিয় অনুৰাগী সেয়ে তেওঁৰ সকলো গীতেই ভাল লাগে। গীতৰ কথা/ সুৰ দিয়া মৰমৰ পৰাগ দা আৰু সহযোগী কন্ঠ প্ৰদান কৰা মোৰ মৰমৰ ভাইটি আকাশদ্বীপক ধন্যবাদ জ্ঞাপন কৰিছো।❤❤❤
বৰ সুন্দৰ হৈছে । গীতটোত জড়িত হৈ সুখী হলো । ধন্যবাদ সকলোলৈ🤩
ভাল লাগিলে আৰু পাম বুলি আসা থাকিল
অতি সুন্দৰ হৈছে ভাগিন👍
Dhunia hoixe Porag da..
Aru ag bahi jaok..
Hokolu kormo kortale huvesha thakil
❤️❤️❤️❤️
ধুনিয়া লাগিছে। Best wishes🥀🥀
বহুত সুন্দৰ হৈছে গীতটি ❤️❤️
ধুনিয়া লাগিছে
Jui 🔥 logai dse pura 👍🙏hilai dse❤️
ভাল লাগিল❤
সুন্দৰ👍
হাজৰিকা চাৰ আৰু শিল্পদ্বয়ৰগীতি শুনি সচঁকৈ কিমান ভাল লাগিল লগতে হাজৰিকা দেৱলৈ শুভেচ্ছা জনালো সময় উপযোগি গীতটি ৰাইজক উপহাৰ দিয়াৰ বিবে
Dhuniya hoise Dada
অতি সুন্দৰ। মহেন্দ্ৰ দাদাৰ যাদুকৰী কণ্ঠত আৰু সুন্দৰ হৈ উঠিছে।
অতি সুন্দৰ তিলুক দা আৰু সকলোকে শুভেষাৰ থাকিল।
প্ৰথম বচন ফাকি শুনি গাৰ নোম শিয়ৰি উঠিল
Long Live Mahendra hazarika God bless you.
Dada Pranam.... You are Legend 🌹🌹🌹
Masterpiece ❤️
Trilok sir 🙏
ভক্তি গীত আপোনাৰ তেনেই কম। গতিকে এইটোতেই থমকিলে নহব। হাজৰিকা দা আৰু লাগিব কিন্তু।
Great congratulations to studio Melody ❤️❤️
Bhal lagil Mahendra kokaideu r konthot
বৰ ভাল লাগিল। কৃষ্ণ......
ভাওনাৰ বচন অতি সুন্দৰ, কবলৈ ভাষা নাই... সুন্দৰ নাম
Wonderful song..
🙏 কৃষ্ণ 🙏
দুজন মহান ব্যক্তি একেলগে অতি সুন্দৰ ।
Hundor geet , hundor kontho
অতি সুন্দৰ। গীতটোৰ লগত জড়িত সকলো লৈকে অভিনন্দন জনালোঁ।
আপ্লুত হলোঁ..
অতি সুন্দৰ ,,,🙏
বহুত সুন্দৰ হৈছে ❤️🥰🙏
Bohut dhuniya lagise gan tu mahendra hazrika dar gan xuni xunile arebo mon na jai
Jai shri krishna
Waaaa.....borhiya dei
সুন্দৰ গীত👏...ত্ৰিলোক ছাৰৰ সংলাপটো আৰু ভাল লাগিল🔥
Khub dhuniya ❤️
সচাই বহুত সুন্দৰ হৈছে সকলো লৈকে অভিনন্দন জনানো ।
বৰ সুন্দৰ লাগিল দেই ❤️🔥
Moja lagila da🙏🙏🙏
সুন্দৰ ❤️
Mahendra Hazarikar Gaan agor porai bhal lage. Hundor
Xundar hoise
খুব সুন্দৰ হৈছে👍🏼
Gan tu huni bohut val lagil
👍💚😍❤️😌🥰🙏🤗👌
Dhuniya ❤️
Congrats to the entire team 🎉
🙏🙏🙏
ভাল লাগিল
সুন্দৰ গীত সুন্দৰ সংলাপ,,সুন্দৰ সংগীত
বৰ ধুনীয়া
Hundor ❤️🙏❤️
বৰ ভাল লাগিল।
Otii xundor
ভাল লাগিল।
Dhuniya lagise🙏🙏🙏
Xundor..
Dhuniya
সুন্দৰ
বহুত ধুনীয়া