Outstanding.... Lovly hoise bhakha ny kobole ..... Enekoi siro jugomiya houk Amar Shankar deur gorima..... Baru musick hokoluye bohut moja kori bojaise ... Muhit hoisu bahi hurot moi pogola hoisu aru negera badok jonok olop koi dekha paw .... Teuk ebar log pabole mon asil .... Teur naam tu paam nki...... Oh sorry ghai namoti jonor hurtuye kiba romantic feel eta d golll🎉
Hokolue jate amar nam khar akuwali loi 🙏❣️
অতি সুন্দৰ
বিশ্বকৰ্মা পূজাত লগ pam দাদা
তোমালোকক এৰাত নাই।। আপোনালোকৰ দখীনা তো কিমান।।।
@@Sunmonivlog😊😊❤❤❤❤❤❤❤😊❤❤❤❤😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊❤😊😊😊❤❤😊😊😊😊😊😊 2:29
@@Sunmonivlog😊😊
ইমান ধুনীয়া কণ্ঠ শুনি থাকিলেও আমনি নালাগে। । কৃষ্ণ কৃষ্ণ ❤
🙏🙏
ইমান ধুনীয়া কণ্ঠ শুনি থাকিলেও আমনি নালাগে কৃষ্ণ কৃষ্ণ ❤😊❤❤
Val lagil
🙏🙏
Bahi mojaa dise
কৃষ্ণ কৃষ্ণ
Moja lagesa ❤😮😮😮
🙏🙏🤗
Maja,lagil
🙏🙏
ইমান ধুনীয়া কণ্ঠ। সেৱা ধৰিছো বাপ কৃষ্ণ 🙏
🙏🙏
বৰতাঁল বজোৱা বাপজনৰ কন্ঠ বৰ সুন্দৰ। সকলোলৈকে শুভেচ্ছা থাকিল❤
🙏🙏
Bohut bhal lagila nam Tu suni aru agoloi enkuy gai thakibo ❤❤😊
🙏🙏
কৃষ্ণ প্ৰভূ 🙏 বহুত ধুনীয়া লাগিছে
কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤ আগুৱাই যোৱা তোমালোক | আশীৰ্বাদ কৰিলোঁ |
কৃষ্ণ কৃষ্ণ
Moja❤❤❤❤
🙏🙏🤗
Moza lagil suni .❤
🙏🙏😊
বহুত সুন্দৰ উপস্থাপন।।।তোমালোকৰ এই প্ৰতিভাই দুৰ দিগন্তৰ সীমনা অতিক্ৰম কৰক।।বহু দুৰ আগুৱাই যোৱা।।।আমাৰ আশীৰ্বাদ সদাই থাকিব।।।❤❤❤
কৃষ্ণ কৃষ্ণ। ধন্যবাদ
কিনো কম অপূৰ্ব ❤️🔥👍
কণ্ঠ , খোল, নেগেৰা, বাঁহী সকলো মিলি অমৃত নিগৰি আহি সোণত সুৱগা চʼৰিল❤❤️🔥
কৃষ্ণ কৃষ্ণ
আমাৰ ফালৰ পৰা তোমালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ
@@allrounderhumenss aa😮😮😮s aaaaaaaaaaaàeàa2 AA 2.
Very nice Bap krishna 🙏🙏👍👍❤️
Bor hundor hoise ❤aru aguai jua ❤🎉
কৃষ্ণ কৃষ্ণ
❤❤❤❤❤❤ইমান ধুনীয়া হৈছে দাদা❤❤❤❤❤
অতি সুন্দৰ আগুৱাই যাওক সকলো🙏
কৃষ্ণ কৃষ্ণ
সুন্দৰ কণ্ঠ। কৃষ্ণ 🙏
🙏🙏
খুব সুন্দৰ কণ্ঠৰ অধিকাৰী ❤ ....বাদ্যযন্ত্ৰ বাদক সকল : ভাষা নাই.... ❤❤❤❤
কৃষ্ণ কৃষ্ণ
সচাকৈয়ে। বৰ।ধুনীয়া। হৰি। নাম। বহুত। বহুত। ধন্যবাদ 9:08
🙏🙏
ইমান সুন্দৰ উপস্থাপন কৃষ্ণ বোলো আউ ❤
🙏🙏
Nice lagisa
🙏🙏
Val lagel dai
🙏🙏
কৃষ্ণ কৃষ্ণ 🙏🙏🙏 বহুত বহুত শুভেচ্ছা জনালোঁ ❤❤❤ আগলৈকে এইদৰে ধুনীয়াকৈ গায় থাকিব 😊❤🎉 সকলো বহুত বহুত শুভেচ্ছা জনালোঁ।
কৃষ্ণ কৃষ্ণ
সঁচাই গীতটো শুনি সম্পূৰ্ণ নোচোৱাকৈ নোৱাৰিলো । বৰ ভাল লাগিল । বাঁহী খোল নেগেৰা লগতে সঙ্গী সকলেও অতি সুন্দৰ উপস্থাপন কৰিছে । গায়ন জনৰ গায়ন শৈলীও শলাগ লব লগীয়া । এনেদৰেই আৰু আগুৱাই যাওক 👍
কৃষ্ণ
Bor dhunia hoise❤
🙏🙏
বহুত ভাল লাগিছে দা দা সকল
🙏🙏
আচুৰ্য্যৰ মাতটোৰ দৰে একেই।।স্পষ্টকে গাইছে।বৰ সুন্দৰ লাগিছে।
🙏🙏
M
সুন্দৰ লাগিলে , আৰু বেছি ভাল লাগিলে লৰা গীতা পুৰা সমান সমনিয়া
🙏🙏
সুন্দৰ কণ্ঠ... ভাল লাগিল শুনি । কৃষ্ণ 🙏
Krishna 🙏
Krishna hundor🙏🙏🙏
কৃষ্ণ
Moja lagse guli
🙏🙏
Best dihanam i hv ever seen ❤❤❤
Huni thakileu amoni nalage oh
Krishna 🙏
কৃষ্ণ কৃষ্ণ
Best team best of luck আগুৱাই যোৱা❤❤
কৃষ্ণ কৃষ্ণ
moja lagil huni rorinam
🙏🙏
Bohut vl lagise dei aru bortal bojua lora jon eman dhuneya koi gai se 🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰♥️♥️♥️♥️
Thanks 🙏🙏
কণ্ঠ খুব সুন্দৰ।তাতে বাঁহী ❤❤uff
🙏🙏
Moooon da olp besike hahi thakiba dei
🙏🙏😍
বৰ ধুনীয়া কণ্ঠ ভাইটি
কৃষ্ণ কৃষ্ণ
Khub hundor hoise,om shree Krishnaya namaha
🙏🙏
❤❤❤❤❤❤❤❤❤❤❤❤❤ধুনীয়া.অতি.সুন্দৰ.সকলোৰে.ভৱিষ্যত. উজ্জ্বল. হওঁক. তাৰে.কামনাৰে.হিয়া.ভৰা.মৰম.থাকিল ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
বহুত বহুত ধন্যবাদ
Bohut duniya mat tu
কৃষ্ণ কৃষ্ণ
Bhtu vl lagise guli❤
🙏🙏
O ❤❤❤
🙏🙏
Khub dhunia kontho hurr ooo, apunaluke vin vin thait anekoi poribekhon kore neki
হয় অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠান কৰে।
Vall lagily hori namhari duniya ❤
🙏🙏🤗
Bht hundr kontho... Krishna
🙏🙏
বহুত ভাল হৈছে
🙏🙏
ভাল লাগিল শুনি,বিশ্বৰ কণ্ঠত হৰিনামেই হওক বা বিহু গানেই হওক শুনি আমনি নালাগে আৰু বগা(নয়নজ্যোতি)তাৰ বাঁহিত আঙুলিৰ বুলনি কি চাবা, বিদ্যুত আৰু পাপুৰ কথা নকও আও🥰 বহুত perfect মিলাই।
দে আৰ.... আমাৰ ঢকুৱাখনাৰ গৌৰৱ 💞 আৰু আগুৱাই যাওক সিহঁত🌸🌼
ঢকুৱাখনিয়া জিন্দাবাদ নে কি কয়
@@allrounderhumen yes👍
thank you ❤
❤
@@banditakumari4637 ধন্যবাদ থাকিল😊🙏
Hundar vall lagil
🙏🙏🤗
বহুত ধুনীয়া গীত দে
🙏🙏
Krishna krishna🙏🙏🙏
🙏🙏
কৃষ্ণ কৃষ্ণ 🙏 খুবেই সুন্দৰ
কৃষ্ণ কৃষ্ণ
সুন্দৰ হৈছে নাম ভাগ ❤️🙏
🙏🙏
Nice song ❤❤❤❤❤😊
কৃষ্ণ কৃষ্ণ
সুন্দৰ কণ্ঠ 🙏 কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ
ধুনিয়া, শুনি ভাল লাগিল।❤
🙏🙏
Dhuniya hoise val lagile dei Krishna ❤❤❤
🙏🙏
Bahir babe ata like
কৃষ্ণ কৃষ্ণ
Moja hari nam . . . Aru ata hari nam. .banaba ❤❤❤
চেনেলত দি থোৱা আছে চালেই পাব
বহুত ভাল লাগিল❤
🙏🙏
বহোত ধুনীয়া লাগিছে😔😔❤️♥️
কৃষ্ণ কৃষ্ণ
Bor dhunia hoise de
🙏🙏
কৃষ্ণ,সুন্দৰ কণ্ঠ আগুৱাই যাওঁক ।
কৃষ্ণ কৃষ্ণ
Bohut dhuniya
🙏🙏
Eman morom loga ke gaisa huni bohut val lagise guwa dada jon bohut morom logai ❤️☺️
সঁচাই
Ati hundir
🙏🙏
অপূৰ্ব সোৱাদ পালোঁ 😊
ধন্যবাদ। কৃষ্ণ কৃষ্ণ
অতি সুন্দৰ হৈছে🙏🙏
কৃষ্ণ কৃষ্ণ
ভাল লাগিছে ❤❤❤❤❤❤
🙏🙏
Bhut dhuniya gaisa tumi❤❤❤
🙏🙏
Bohut dhuniya de huni bohut val lagise aguwai jowa🌍💜💗
🙏🙏
Mja
🙏🙏
খুন্দৰ অতি মোহনীয় ❤❤❤❤❤
কৃষ্ণ কৃষ্ণ
Dhunia lagil huni
🙏🙏
Eman dhuniya
Krishna 🙏
কৃষ্ণ কৃষ্ণ
বহুত মনোৰম 🎉
কৃষ্ণ কৃষ্ণ
বহুত ভাল পাও মই এই হৰি নাম তো শুনী
🙏🙏
Very nice voice bisSojit daaaa ❤❤❤❤
কৃষ্ণ কৃষ্ণ
সুন্দৰ।
Krishna 🙏
ভাল হৈছে
🙏🙏
ইমান সুন্দৰ কণ্ঠ ....❤️
🙏🙏
Bohut dhuniake gaise dada jone❤
🙏🙏
মন মোহা সুৰ ।সদাই আগবাঢ়ি যাওক ।🕉️
🙏🙏
Val lagil🙏🙏.
কৃষ্ণ কৃষ্ণ
🙏কৃষ্ণ কৃষ্ণ ,, বহুত ভাল লাগিছে আগুৱাই যাওঁক ..ধেমাজি চিলাপথা পৰা মৰম জাছিলো
কৃষ্ণ কৃষ্ণ
অতি সুন্দৰ হৈছে সকলোৰে । আগুৱাই যাওক
🙏🙏
Dhuniya paribehan vukut hukol,
কৃষ্ণ কৃষ্ণ
অতি সুন্দৰ প্ৰদৰ্শন 🙏🙏🙏🙏🙏
🙏🙏
Bor dhuniya ❤
কৃষ্ণ কৃষ্ণ
😮😮😮❤❤❤❤
🙏🙏
Krisnhna krishna Bar Tal Bajua Bapjan Iman Dhuniya Nam Gai🙏🙏🙏
🙏🙏
Bohut dhuniya kontho
🙏🙏
বহুত ধুনীয়া হৈছে ❤
কৃষ্ণ কৃষ্ণ
Khundor
কৃষ্ণ
Bhut bhal lagise nam faki🎉🎉🎉❤❤❤
🙏🙏
বহুত বহুত সুন্দৰ কন্ঠ-সুন্দৰ ভাবে গাইছে ও
🙏🙏
Outstanding.... Lovly hoise bhakha ny kobole ..... Enekoi siro jugomiya houk Amar Shankar deur gorima..... Baru musick hokoluye bohut moja kori bojaise ... Muhit hoisu bahi hurot moi pogola hoisu aru negera badok jonok olop koi dekha paw .... Teuk ebar log pabole mon asil .... Teur naam tu paam nki...... Oh sorry ghai namoti jonor hurtuye kiba romantic feel eta d golll🎉
বহুত বহুত ধন্যবাদ, তাতেই যোগাযোগৰ নম্বৰবোৰ দিয়া আছে যোগাযোগ কৰিব পাৰে
Bahi hur sweet hokoluloikea donobad
🙏🙏