ৰাম তত্ব।। Ram Tatwa ।। ভগৱান ৰাম।।মাধুৰ্য্য বৰা।। Madhurjya Borah।।

Поделиться
HTML-код
  • Опубликовано: 31 янв 2025

Комментарии • 31

  • @Ranjit-u8c
    @Ranjit-u8c 18 дней назад +1

    Krishna❤🎉❤❤❤

  • @UtpalKalita888
    @UtpalKalita888 4 месяца назад +2

    Jai Shree Ram

  • @NayanmoniBoruah-mm1hb
    @NayanmoniBoruah-mm1hb 5 месяцев назад +1

    Joi.shree.ram

  • @AMRIT_DEVO
    @AMRIT_DEVO Месяц назад

    জয় শ্ৰীৰাম🙏

  • @BishwajitHandique-k9l
    @BishwajitHandique-k9l 3 месяца назад +1

    Jai shree Ram 🙏🙏🙏🪔🪔🪔❤️❤️❤️🏹🏹🏹🌹🌹🌹🚩🚩🚩

  • @junumech7558
    @junumech7558 7 месяцев назад +2

    কৃষ্ণ কৃষ্ণ বাপ সুন্দৰ ব্যাখ্যা কৃষ্ণ ৰাম কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ ‌🙏🙏🙏👏👏 কৃষ্ণ

  • @Harikrishna63G
    @Harikrishna63G 7 месяцев назад +3

    বাপ,কৃষ্ণ কৃষ্ণ, ৰাম ৰাম 🙏🙏🙏🙏

  • @Rimenbordoloi
    @Rimenbordoloi 7 месяцев назад +1

    Bohu kotha janilu , Joy Sree Ram

  • @MrinalKalita-uf6jy
    @MrinalKalita-uf6jy 7 месяцев назад +1

    ৰাম ৰাম কৃষ্ণ কৃষ্ণ

  • @jinukakati1589
    @jinukakati1589 7 месяцев назад +1

    Krishan gobind❤

  • @BolinBorah-o8b
    @BolinBorah-o8b 7 месяцев назад +1

    ভাল

  • @indrajitbhattacharyya2698
    @indrajitbhattacharyya2698 7 месяцев назад +1

    সুন্দৰ ব্যাখ্যা দাঙি ধৰা হৈছে ।ধন্যবাদ।

  • @Avijit.chutia
    @Avijit.chutia 7 месяцев назад +1

    Jai shree raam

  • @diibakar
    @diibakar 7 месяцев назад +1

    কৃষ্ণ❤🙏

  • @digantsaikia1328
    @digantsaikia1328 7 месяцев назад +1

    Jai shree Ram .

  • @nimnitamahanta7390
    @nimnitamahanta7390 7 месяцев назад +1

    Ram

  • @MamoniGogoi-ll8ck
    @MamoniGogoi-ll8ck 7 месяцев назад +1

    কৃষ্ণ 🙏

  • @lakhyajitsaikia0774
    @lakhyajitsaikia0774 7 месяцев назад +2

    Joi shree Ram

  • @nabakantasaikia4392
    @nabakantasaikia4392 7 месяцев назад +2

    🙏🏻🙏🏻🙏🏻🙏🏻

  • @eloraborah4643
    @eloraborah4643 7 месяцев назад +1

    🙏🙏🙏

  • @ksmhzrk4274
    @ksmhzrk4274 Месяц назад

    অতি সুন্দৰ ব্যাখ্যা । বহুত নজনা কথা আপোনাৰ পৰা জানিব পাৰিলো ।

  • @momisarmah767
    @momisarmah767 7 месяцев назад +1

    Welcome

  • @assamesespoon2366
    @assamesespoon2366 7 месяцев назад +3

    🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻❤❤❤❤❤

  • @JitumoniDutta-q
    @JitumoniDutta-q 7 месяцев назад +1

    কৃষ্ণ বাপ বৰ সুন্দৰ হৈছে। ঈশ্বৰে কৃপা কৰক। আপোনাৰ ফোন নম্বৰটো দিব বেয়া নাপায় যদি । কৃষ্ণ বিষ্ণু হৰি ৰাম । জয় গুৰু শ্ৰীমন্ত শঙ্কৰ।

  • @vikramborgohain1910
    @vikramborgohain1910 6 месяцев назад

    ৰাম আৰু কৃষ্ণ এই দুইজনলৈ মোৰ বেয়া লাগে,,, মই যি বুজিলোঁ ৰামায়ণৰ শেষত ৰামৰ কাৰণেই সীতাই আত্ম হত্যা কৰে পিছত ৰামেও আত্ম হত্যা কৰে,,, মানে ৰামৰ লগত বিয়া হোৱাৰ পৰা সীতাই জীৱনত দুখৰ বাহিৰে একো নাপালে বাকী থাকিল কৃষ্ণ,, মহাভাৰতৰ মতে কৃষ্ণ মৰাৰ পিছত কৃষ্ণৰ 16হাজাৰ পত্নীক ডকাইতে,, অৰ্জুনৰ মুখৰ আগতে ওঠাই লৈ যায়,,,, মই এতিয়া ভাবিবলৈ বাধ্য এই দুজন কেনেকুৱা ভগমান,,,,,,,

    • @madhurjyaborah-yy5rt
      @madhurjyaborah-yy5rt  6 месяцев назад +1

      কৃষ্ণ! বেয়া নাপাব কিন্তু আপোনাৰ এই বক্তব্য অতিকৈ হাস্যকৰ । ৰাম , কৃষ্ণৰ সম্পৰ্কত কিবা এটা মন্তব্য দিয়া আগত ভালদৰে শাস্ত্ৰ অধ্যয়ন কৰি লোৱা উচিত । প্ৰথমেই , বেদৰ শিৰোভাগে যাক ঈশ্বৰ বুলিছে তাক শুনিম নে ? আপোনাৰ কথা শুনিম সেইয়া আপোনাৰ বিচাৰলৈকে থ'লো । দ্বিতিয়তে , ৰাম আৰু সীতা দেৱীয়ে আত্ম সত্যা কৰাৰ কথা কোনো ৰামায়ণত উল্লেখ নাই । তৃতীয়তে ভগৱান কৃষ্ণ ৰ মৰা উল্লেখ কোনো শাস্ত্ৰত নাই , পূৰ্ণ বিভূতি সহিত বৈকুণ্ঠলৈ প্ৰত্যাৱৰ্তনৰ হে উল্লেখ আছে । চতুৰ্থতে , কৃষ্ণৰ ১৬ হাজাৰ পত্নীক ডকাইতে ওঠাই নিয়া কথাষাৰ ও একেবাৰে ভিত্তিহীন কিয়নো , ভগৱন্তৰ প্ৰত্যাৱৰ্তনৰ লগে লগে ই দ্বাৰকা শ্ৰী হীন হোৱাৰ প্ৰতীক ৰূপত আৰু কৃষ্ণৰ লগতেই অৰ্জুনৰ সামৰ্থ্য , শক্তি গুছি যোৱা ৰূপত অহংকাৰী গোৱাল সকলে আক্ৰমণ কৰাৰ কথা হে উল্লেখ আছে । পঞ্চমতে , বিপৰীত ভাৱে হ'লে ও ৰাম , কৃষ্ণ , সীতা ৰ কথা কৈছে যেতিয়া তেঁওলোকৰ বিষয়ে শাস্ত্ৰ সমূহত আৰু কি কি তথ্য আছে সেইখিনি ও স্বীকাৰ কৰিব লাগিব - মনে সাজি বুজি লোৱা এটা কথা ল'লেই ন'হব । ঈশ্বৰৰ " জন্ম কৰ্ম চ মে দিব্যম যো বেত্তি তত্ত্বত : "( গীতা ; 4.9) জন্ম কৰ্ম লীলা দিব্য , ইয়াক মনুষ্য বুদ্ধিৰে চাবলৈ যোৱা জন মূৰ্খ । যিটো শিশুপালে কৰিছিল । শ্ৰী ৰামে মানুহক মৰ্যাদাৰ কথা শিকাবলৈ গৈ আত্মীয়ক ও ত্যাগ কৰি মৰ্যাদাৰ মহত্ত্ব দেখুৱালে । ভগৱান কৃষ্ণই তো কণিষ্ঠা আঙুলিতে সাত দিন গিৰিৰাজক দাঙি ৰাখিছিল আপুনি / মই ১০ মিনিট কিতাপ এখন পাৰিম নে ? যিদৰে কিতাপ এখনত ব্যৱহিতশব্দৰ সঠিক অৰ্থ বুজিবলৈ এখন authorize অভিধানৰ প্ৰয়োজন , সেইদৰেই শাস্ত্ৰত উল্লেখিত কথা সমূহ বিচাৰ , বিশ্লেষণ কৰিবলৈ ও এখন authorized ভাষ্য গ্ৰন্থ আৰু গুৰুৰ প্ৰয়োজন । গতিকে সঁচাকৈ জানিব বিচাৰিছে তেন্তে প্ৰয়োজনীয় শ্ৰদ্ধা আৰু জিজ্ঞাসা সহিত তেঁওলোকৰ আশ্ৰয় লঁওক । মিছাতেই ভিত্তিহীন কথা কিছুমান অৱতাৰণা নকৰিব ।

    • @vikramborgohain1910
      @vikramborgohain1910 6 месяцев назад

      তেনেহলে মোক বুজাই দিয়ক,, সীতা আৰু ৰাম কেনেকৈ মৰিছিল,, আপোনালোকৰ ভাষাত দেহ ত্যাগ কৰিছিল,,,,

    • @vikramborgohain1910
      @vikramborgohain1910 6 месяцев назад

      ​@@madhurjyaborah-yy5rt তেনেহলে আপুনি মানিছে কৃষ্ণ মৰাৰ পিছত অহংকাৰী গোৱাল সকলে আক্ৰমন কৰিছিল বুলি,, তেনেহলে এইটো ভালদৰে জানিব কাক আক্ৰমন কৰিছিল,, আৰু সকলোতকৈ ডাঙৰ কথা কৃষ্ণ নিজেই চোন গোৱাল আছিল,,,

    • @madhurjyaborah-yy5rt
      @madhurjyaborah-yy5rt  6 месяцев назад

      সীতা দেৱী যিহেতু ভূ- দেৱীৰ অৱতাৰ আছিল তেঁও যোগ বলেৰে ভূ- দেৱীৰ শক্তিৰ সৈতে সমাহিত হৈছিল আৰু শ্ৰীৰামে তেঁওৰ সমস্ত পাৰিষদ সহ সাকেত ধামলৈ প্ৰত্যাৱৰ্তন কৰিছিল । আৰু নন্দ সকলৰ গোৱাল সকলৰ অধিপতি গোপ আছিল যি পূৰ্বে সুতপা প্ৰজাপতি পৃশ্নিগৰ্ভ বসু আছিল যি পূণ্য আৰু ঈশ্বৰৰ লীলা ৰ সাধন হ'বলৈ নন্দ , যশোদা ৰূপ জন্ম লৈছিল । যিহেতু " সবে দেৱতাৰ অংশ যত যদু বংশ " গতিকে আপুনি কেৱল গোৱাল বুলি কৈয়ে সামৰিব নোৱাৰে ।

    • @vikramborgohain1910
      @vikramborgohain1910 6 месяцев назад

      @@madhurjyaborah-yy5rt এজন মানুহ বিচনাত শুই, শুই যদি মৰে,, তাক কব পাৰি দেহ ত্যাগ কৰিছে বুলি,, কিন্তু সেই মানুহজনে নদী, সাগৰ,, ডাঙৰ খাল, পাহাৰৰ পৰা পৰি যদি দেহ ত্যাগ কৰে. তাক আত্ম সত্যা বুলি নকৈ কি বুলি কব,,,,,, (এই বিলাক চিন্তাই অন্ধ বিশ্বাসৰ মুল গুৰি) যত অন্ধ বিশ্বাস আছে তাত সত্য থাকিব কেতিয়াও নোৱাৰে,,,,,