Ohh my favourite maam ... You are always a special person for me .. collage t o apuni mor favourite aru apunar gan o moi bohut val pau 🥺❤️❤️❤️♥️♥️💓💓💓😍😍😘😘😘😚😚😚😚😚🥺🥺.....
Music is awesome which is also heightened by the mesmerising voice of Chayanika Baishya.The song is really enticing; draws us to the core of the novel as if we are in the novel.
Moi ji thait thaku tat Alasbani Guwahati r signal napai. If anyone knows how I can access it, anugrah kori jonabo sun... And please joldi joldi upload korok RUclips ot.
Geet tu shivranjani raag t kora hoise.... So ei raag r geet buror lgt olp slp mil paboi.... Jene mere naina sawan bhado/jane kaha gaye wo din/jeeta tha jiske liye/kyu ki itna pyar tunko/dil ek mandir pyar hai puja/jar babe ei minoti/jibon ghorir pratitu pal/jibon jura khyati a jodi etc etc😀
গীতটোৰ সুৰ,কথা ইমানসুন্দৰ হৈছে,,, শুনা মাত্ৰেই উপন্যাসখন মানসপটত ভাহি উঠিছে।,,,ধন্য আকাশবাণী গুৱাহাটী ধন্য❤️
এখন অলৌকিক উপন্যাস। অলৌকিক যদিও সেই অলৌকিকতাত সত্য বিচাৰি পালো। প্ৰতিটো সৰু বৰ চৰিত্ৰত নিজক থৈ চালোঁ। কেতিয়াবা মিলনত আত্মহাৰা হৈ নাছিলো আৰু বতাহ হৈ বৰষুণত গা ঢালি দিলোঁ আৰু কেতিয়াবা বিৰহত আকুলি -বিকুলি কাপোৰ ভিজাই কান্দিলোঁ আৰু সেই একে বৰষুণ জাকতে থিয় দি বৰষুণৰ বিষাদ ভৰা পানী মুখত পেলাই মিলাই চকুৰ পৰা নদীৰ সোঁত বোৱাই দিলোঁ। কেতিয়াবা মৰমতে চুলিৰ মাজত হাত বুলাই চেনেহৰ সুবাস ললোঁ আৰু কেতিয়াবা খং অভিমান লৈ জেগাৰ পৰা উঠি আহিলোঁ। কেতিয়াবা চন্চল হৈ সোঁ হাত বাওঁ গালত লগাই অপূর্ব সৌন্দর্য উপভোগ কৰিলো আৰু কেতিয়াবা জ্বলি পকি নিজকে এখোপামান গালি পাৰিলো । শেষত নিজৰ সমস্ত প্ৰেম ভালপোৱা একেলগে সামৰি হিয়া উজাৰি কান্দি কান্দি বিলাই দিলোঁ দুটি জনমৰ দুটা জীৱনৰ মাজত। নিজে হৈ ৰ'লো মাথো নিজকে অন্ত পেলোৱা প্ৰেম কাহিনীৰ আধা লিখা দস্তাবেজৰ এটি সৰু চৰিত্ৰ, অস্তিত্বহীন চৰিত্ৰ। কিমান অদ্ভুত হ'ব পাৰে প্ৰেম ---আনন্দ আৰু বিষাদ, জয় আৰু পৰাজয়। সীমাহীন হৈ অন্তৰৰ সমস্ত ভালপোৱা ঢালি দি প্ৰতিটো চৰিত্ৰ জীয়াই তুলি কান্ছনমতিৰ পাৰৰ বগামাটি , ৰূপালিপাম, আদিৰে সজ্জিত এখন সৰু কমলপুৰ ---আমাৰ মাজত আজিও এক জীয়া বাস্তব।।।। 🍀☘️🍂🍃 সদায় জীৱিত থাকক সঁচা প্ৰেম সঁচা ভালপোৱা। সদায় জীৱিত থাকক "অসীমত যাৰ হেৰাল সীমা"ৰ প্ৰতিটো সৰু বৰ চৰিত্ৰ প্ৰতিটো কাল্পনিক বাস্তব। 🌈
wow...mooja likhisa👍
ইমান ধুনীয়া সুৰ ইমান ধুনীয়া গীত । উপন্যাসখন পঢ়াৰ সময়ত যিমান ভাল লাগিছিল আপোনালোকৰ উপস্থাপন ইমান ভাল লাগিছে । এনে লাগে যেন মইও এটি চৰিত্ৰহে ।
গীতটি শুনি উপন্যাস খনৰ কাহিনীটো পুনৰ এবাৰ মনলৈ আহি গ'ল আৰু গীতটি শুনি বহুত ভাল লাগিল❤️
গা - মনত শিহঁৰণ তুলিলে 🥺 #চম্পা 💖
গীত টি সদায় শুনি শুনিও হেঁপাহ নপলাই। অতি প্ৰিয় এই গীতটি।
অশেষ ধন্যবাদ আকাশবাণী গুৱাহাটী কেন্দ্ৰ🙏🙏🙏দেহ মন জুৰুৱা গীত শুনিলে শুনি থাকিবৰ মন যায় 💐💐
ইমান ধুনীয়া হৈছে গীতটি , আটাইলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। ধন্যবাদ আকাশবাণী গুৱাহাটী
প্ৰত্যেকটো শব্দই শব্দই অনুভৱ কৰিছো উপন্যাস খনৰ💚
কিতাপখনো হৃদয় স্পৰ্শী গীতটোত ও একে হৃদয় স্পৰ্শী
অনুপম সৃষ্টি ! 💖
গীতটোৰ সৈতে জড়িত আটাইলৈ অভিনন্দন জনাইছোঁ ।
গীতটি শুনি অজান পৃথিৱী এখনলৈ গুচি যোৱা যেন লাগিছে,যাক শব্দৰে প্ৰকাশ কৰিব পৰা নাই; হেৰাই গৈছো!
ইমান ধুনীয়া সুৰ কথা। গোটেই গীতটোতেই উপন্যাসখন ভাহি উঠিছে।
Khosai bohut dhuniya gaantu❤abar khunile khuniye thakib mon jai
উফ্... গীতটিৰ কথা সুৰ... হৃদয় চুই গৈছে...
ধন্যবাদ আকাশবাণী গুৱাহাটী
আমাৰ গাঁওৰ কাষেৰে বৈ গৈছে পগলাদিয়া নৈ এতিয়া গাঁওৰ পৰা বহুত নিলগত আছো মই এই গীতটি শুনিলে কেৱল অতীতলৈ মনত পৰে মোৰ মৰমৰ গাঁওখন মৰমৰ মানুহবোৰ
মোৰ প্রিয় গ্রন্থ ... গানটোও হৃদয়স্পৰ্শী...
ধন্যবাদ। শুনি থাকিব আকাশবাণী গুৱাহাটী
@@akashvaniguwahati নিশ্চয় শুনিম... 😊
অতি সুন্দৰ ❤️
সুন্দৰ সৃষ্টি এইবোৰকহে কয়
সঁচাকৈয়ে ৷ ভাল গাইছে চয়নিকাই
বৰ্তমান মোৰ মবাইলৰ ৰিংট'ন❤❤❤❤🎻🎻🎻🎻🎻🎻🎻🎻🎻🎻🎻🎻🎻🎻🎻
কিতাপখন ২য় বাৰ পঢ়ি পৰহি শেষ
কৰিলোঁ। ইতিমধ্যে আকাশবাণী গুৱাহাটীৰ পৰা উপন্যাসখন শুনিবলৈ
পায় বহুত সুখী হৈছোঁ। শুভৰাত্ৰি।
🙏🙏🙏🙏🙏🙏🙏🙏🙏
Bhut opekhya korilu sir hokal .
কিয় বাৰু চম্পাক এনেদৰে আঁতৰাই নিলে সয্যই হোৱা নাই মোৰ।💔
সুৰ কণ্ঠ বৰ সুন্দৰ 🙏🏿🙏🏿বৰ ভাল লাগিছে অ 👍👍🙏🏿
Ohhh ma'am emn cute hoise mattu ... Amar maam a amak jiman dhuniya k college t porhai ximn dhuniya koi gan o mare ... Proud 😌
হৃদয়স্পৰ্শী
সচাকৈয়ে খুব সুন্দৰ
অতি আগ্ৰহেৰে শুনিবলৈ বাট চাই আছোঁ
কিমান যে ধুনীয়া ❤️
অতি মনোমোহা, মন যেন জীপাল হৈ উঠে✨
হৃদয়স্পৰ্শী গীত....ভাল লাগিল ।
ধন্যবাদ। শুনি থাকিব আকাশবাণী গুৱাহাটী
বহুত বহুত ধন্যবাদ _❤🙂
অনন্য... ... ...
❤️❤️ AIR Guwahati long live
ধন্যবাদ। শুনি থাকিব আকাশবাণী গুৱাহাটী
@@akashvaniguwahati সদায় শুনো । বিশেষকৈ অসীমত যাৰ হেৰাল সীমা ...মিচ নকৰোঁ একেবাৰে
Ohh my favourite maam ... You are always a special person for me .. collage t o apuni mor favourite aru apunar gan o moi bohut val pau 🥺❤️❤️❤️♥️♥️💓💓💓😍😍😘😘😘😚😚😚😚😚🥺🥺.....
হৃদয়স্পৰ্শী 🙏🙏
সুন্দৰ ৷
❤
অপূৰ্ব
Bor bhal lagise huni ❤️❤️❤️
একেই শিহৰণ ❤
খণ্ড সমূহ সোনকালে দিয়ক ৰৈ আছো।
বহুত ভাল লাগিছে শুনি
Tarali Sharma baido best singer ❤
❤️Bahut Dhunia lagil,
অতি সুন্দৰ 😍
This song has my whole heart now ❤✨
Eman dhuniya sangeet
হৃদয় চুই গৈছে। কিন্তু clear নাইহোৱা । Original টো দিব
Music is awesome which is also heightened by the mesmerising voice of Chayanika Baishya.The song is really enticing; draws us to the core of the novel as if we are in the novel.
Sundar
Monurom geet
Such a beautiful song but uploaded in low quality. Please provide original recording if possible.
সুন্দৰ। আশীৰ্বাদৰ ৰং উপন্যাসৰ আধাৰত কৰা ধাৰাবাহিক নাটক খন ইয়ুটিউবত দিব চোন।
Moi ji thait thaku tat Alasbani Guwahati r signal napai. If anyone knows how I can access it, anugrah kori jonabo sun... And please joldi joldi upload korok RUclips ot.
গীতটোত Ek Duuje Ke Liye চিনেমাখনৰ Tere Mere Beech Mein(Kamal Hassan, Rati Agnihotri) গীতটোৰ কিছু অংশ মিল থকাৰ দৰে অনুভৱ হ'ল।
Geet tu shivranjani raag t kora hoise.... So ei raag r geet buror lgt olp slp mil paboi.... Jene mere naina sawan bhado/jane kaha gaye wo din/jeeta tha jiske liye/kyu ki itna pyar tunko/dil ek mandir pyar hai puja/jar babe ei minoti/jibon ghorir pratitu pal/jibon jura khyati a jodi etc etc😀
Sundar prastuti. Khakalu silpiloi Subhakamana thakil
Please re upload , this song ,
Voice was not so clear, as like all episodes
Please re upload
Please please ❤️❤️❤️
গীতটো যে ইমান সুন্দৰ হৈছে,,, বুজাব নোৱাৰা
সুন্দৰ ❤️❤️
ধন্যবাদ। শুনি থাকিব আকাশবাণী গুৱাহাটী
Champa💏💗
উপন্যাস পাঠটোও ইউটিউবত দিব বুলি আশা কৰিলো।।
💖💖💖💖💖💖💖💖💖💖💖
❤❤❤
Good
Gantu huni uponyahtu sokut vahi ahe ..sokur Pani ulai jai
Bor dhuniya gan2... Vl lge xuni
Val laga get
Mor piyo upanyas
মাঘ বিহুৰ episode tu কেতিয়া আহিব
গানটো বাৰে বাৰে শুনিছোঁ , হেপাহ পলোৱা নাই। গীতটোৰ audio link পামনে ??
Nice
very good
গীতটো অন্য প্লেটফৰ্মতো উপলব্ধ হলে ভাল লাগিল হয় ।
১৭ নং খন্দটো শুনি বলৈ নোপোৱা হলো যে ? কথা টো কি ?
গীতটোৰ কথাখিনি পাম নেকি?🙏
কিমান বাৰ শুনো হিচাপ নায়।
N2n khndo aru nai ni
Kitap khon bohut bar porisu,hepah napalai pohi,aikhon jodi natok ba film nisinakoi bonale hoi hodai slu hoi
saku muji khuni thakioi mon jai khekh hole vabo... ki hol....
সুন্দৰ ........😘
সুন্দৰ❤️
❤️❤️❤️
❤❤❤