Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
উফ কি যে সুন্দৰ কন্ঠ তোমাৰ কবলৈ ভাষা নাই। মন প্ৰাণ ঢালি ইমান ধুনীয়া কৈ গাইছাঁ শুনি থাকিলে শুনি থাকিবৰ মন যায়। মই মা হতক শুনালোঁ ইমান ভাল পাইছে । আৰু দুখ লাগিছে বা হতৰ কথা মনত পৰি গল 😭😭 । সঁচাই অ তোমাক ভগৱান দিছে আৰু কণ্ঠতু বহুত ভাল লাগিল। আগুৱাই যোৱা আৰু দূৰ দিগন্তলৈ বিয়পি পৰক তোমাৰ এই সুন্দৰ কন্ঠত প্ৰাণ পাই উঠা কিছু লোকসৃষ্টিৰ সুন্দৰ নিদৰ্শন । GOD bless you
শব্দৰ অভাৱ ঘটিছে। কি সুন্দৰ গাইছে.. ❤️❤️
বহুত বাৰ শুনিলো ৷ আগুৱাই যোৱা ভাইটি ৷ ঈশ্বৰে তোমাক মংগল কৰক ৷
সুন্দৰ কণ্ঠ । তুমি আৰু ভাল ভাল বিয়ানাম গোৱা আৰু আগুৱাই যোৱা ।
সুন্দৰ কণ্ঠ ভাইটি , শুনিলে শুনি থাকিব মন যায় । শিৱসাগৰৰ পৰা মৰম আৰু আশীৰ্বাদ জনালোঁ আৰু আগবাঢ়ি যোৱা ।
বহুত সুন্দৰ কণ্ঠ ...👌👌 মন ভৰি গৈছে 👌♥️
শুনি থাকিলেও হেপাহ নপলাই অতি সুন্দৰ কণ্ঠ 🥰😍
Really moi xodai ratipuya aru rati jumanor biyar nam xunu aru nijor kotha monot pori soku duta xemeki jai .ki j mitha kontho.god bless u bro....
সঁচাকৈ বৰ ধুনীয়া কণ্ঠ😌আগুৱাই যোৱা আৰু দাদা ভগৱানে তোমাক কুশলে ৰাখক🙏😇
মই যোৰহাটৰ পৰা কৈছে তুমি আৰু আগুৱাই জোৱা তোমাৰ মাত বহুত সুন্দৰ 👌👌👌❤️❤️❤️
বাৰে বাৰে শুনিছোঁ ।ইমান ধুনীয়া।
শুনি থাকিলে শুনি থাকিবৰ মন যায়। সুন্দৰ হৈছে দাদা।🥰
বহুত ধুনীয়া হৈছে। সুন্দৰ কণ্ঠ।
জুমনৰ বিয়ানামটিত অন্তৰ চুই গৈছে ,কিমান সুন্দৰ কণ্ঠ।👏
ইমান ধুনীয়া কন্ঠ শুনি হেপাহ পলোৱা নাই অ' বাৰে বাৰে শুনিছো আৰু বিয়া নাম শুনিব বিচাৰো তোমাৰ কন্ঠত 🙏🙏🙏
ইমান ধুনীয়া কন্ঠ কেতিয়াও শুনা নাছিলোঁ, মই দহ বা শুনিলো হেঁপাহ নপলাল , দাদা উজ্জ্বল ভৱিষ্যত কামনা কৰিলো 🙏🙏
Bhut dhuniya lagise dada dukh lagi gol ....tumi vlke thkiba
সুন্দৰ কণ্ঠ... এনেদৰেই আগুৱাই যোৱা. তাৰেই কামনা..👍❤️
কি কম আৰু দাদা সচাঁই অন্তৰ চুই গল তোমাৰ কন্ঠই 🥰🥰😍 আৰু এনেদৰেই আগবাঢ়ি যোৱা
জুমন তোমাৰ কন্ঠই মোৰ মন মুহিত কৰিলে। আগুৱাই যোৱা 👍👍👍। ❤️ফ্ৰম গহপুৰ
দাদা আৰু আগুৱাই যোৱা বহুত ধুনীয়া কন্ঠ তোমাৰ বহুত ভাল লাগিল আশা কৰোঁ আৰু বিয়া নাম তোমাৰ কন্ঠ ত শুনিবলৈ পাম 🤗❤️
বহুত বাৰ শুনিছোঁ হেঁপাহ পলুৱা নাই বহুত ধুনীয়া লাগিছে তুমি আৰু আগুৱাই যোৱা শুভকামনা যাচিলো
ধুনীয়া কন্ঠ, শুভেচ্ছা থাকিল আগবাহি যোৱা
যোৰহাটৰ পৰা চাই থকা সকলে এটা লাইক মাৰি দিয়া 🙏
Khub dhuniya dhuniya
দাদা তুমাৰ কন্ঠ বহুত সুন্দৰ এনেদৰে সদাই তুমি আগুৱাই যোৱা
আশা কৰোঁ আগলৈ তুমি এনেকৈ আগুৱাই যোৱা ভগৱানে তোমাক মঙ্গল কৰক ♥️☺️🤗
উফ ইমান ধুনীয়াকৈ গাইছে💗💗
আগলৈ এনেকুৱা বিয়ানাম গাই থাকিবা বোলি আষা👍👍👍👍👍👍 কৰিলো
বহুত সুন্দৰ ❤️ আৰু গীতৰ আশা ৰাখিলোঁ ।।
Ki khundor vocal Tu impressive.. Eman din kot lukai asil dada apuni ❤❤❤🙏🙏
অসমৰ গৌৰৱ তুমি আগুৱাই যোৱা।
বহুত ভাল লাগিছে দা দা ❤❤❤ আগোৱাই জনোৱা
😭😭😭😭😭😭Heart touching voice ufffff😭😭😭😭God bless u brother👏👏👏🌹
২০ বাৰ মান শুনিলো আমনি লগা নাই । ইমান মজা তোমাৰ সুৰটো ❤️
Bohut val lagise huni❤️❤️❤️,,,nice voice
Mojja voice ❤❤❤
উফ কবলৈ ভাষা নাই আৰু দাদা তুমি জুই❤️
নগাঁওৰ পৰা চাই থকা সকলে এটা লাইক মাৰি দিয়া❤
Imn dhuniya voice ❤️✨
❤️❤️❤️ Ki J শুৱলা কণ্ঠ ❤️❤️
ইমান ধুনীয়া গাইছে ❤️❤️
Ufff ki gaisa dada....bohut dhunia gaisa....😍😍😍....tumar name tu xuni asilu...aji biya naam xuni aru val lagil...ajoni vonti a kokayek r pora aru ki bisaribo... Yat koi aru bohut aaguai jua takei kamona korisu dada....
সুন্দৰ কণ্ঠ জোমন 🔥❤️
Bohut dhuniya hoise ❤️
Ufff dada dhuniya hoise❤❤
কি গাইছা অ শুনিলে শুনি থাকিব মন যোৱা কৈ গাইচা অ 😊❤❤
ইমান ধুনীয়া গাইছা ,শুনি হেপাহ নপলাই ভাইটী।
দাদা বহুত ভাল লাগিছে আৰু এনেকোৱো বিয়া নাম গাবা চোন দাদা ❣️❣️
ভাই তুমি জুই 😍আৰু আগুৱাই যোৱা তুমি ভাল লাগিল গীত টু দেই 👍👍👀👁💏💏
সুন্দৰ হৈছে আগুৱাই যোৱা
Uff dada ki gaisa bht dhuniya lgise xuni❤❤❤
Dhuniya hoisi de dada..... সুন্দৰ প্ৰাতিভা ❤️
সুন্দৰ কণ্ঠ,ভাল লাগিল শুনি।
Bohut val lagil bondhu🥰❤️🙏
Uff emn dhuniyakoi gaisa Mur mon sui Goise 😅❤.apunaloi bohut morom dada🥰
আগুৱাই যোৱা👍
Mojaa jumon da aru ag bahi juwa AXA koru amr oxomiya jati to dhori RAKHIBOLEA ❤️❤️❤️❤️
Hobdohin moi , 😍😍😍
সুন্দৰ হৈছে ..কৰ হয় লৰা জন
Jorhat
❤️Xsake mojjjaa gaise 🔥
Amezing voice bro ❤️❤️❤️
Khub dhunia gaisa dei dada... God bless you
জুই জ্বলাই দিলা ব্ৰ ❤
অতি সুন্দৰ, আগুৱাই যোৱা
💗 সুন্দৰ কণ্ঠ
উফ শুনিলে শুনি থাকিব মন,,❤️❤️
Heart touching voice brother♥️♥️♥️
Love BORHAT ❤️❤️❤️
Havy hoisa jumon daa 💝 Aru ag bahi juwa bro 👍
ধুনীয়া কণ্ঠৰ গৰাকী ❤
Extraordinary voice❤️
সুন্দৰ, ভাল লাগিল👌👌👌
Nice 😍 God bless you, aguaai juaa
bhut vl lgile xuni ....aro anekwa xundar geet pm boli akha thakil jumn❤️❤️😍
সুন্দৰ👌👌
bohut Val lagil tumar konthot biya nam huni dada tumi hodai aguwai juwa 😊😊aru anekoie aru duta man tumar mukhor pora biya nam hunib bisaru😊😊😍😍😍😍😍
Vaiti jonor mukhor pora ru dutamn biya nam hunibo bisaru bor hundor kontho vaitir utjal vobishot kamona korilu
Takei bohut val lagise xunibo pale vl hoi nhh
@@RatanDas-ty2qw chopput we
Aweam
Bor dhunia tumar mat tu aguai jua❤️😍
Bohut dhuniya voice tu
Excellent ❤❤❤bare bare hunio hepah nopolai...😘😘😘😘😘😘❤❤❤❤❤❤❤❤tumi agg bahi juwa dada Tumak akhirbad korisu tumi agg bahi juwa ..❤❤❤and my name is Priya gohain ❤from lakhimpur ❤❤❤❤🌸🌸
সুন্দৰ...👌
Ufffff dada,, download nakarakoi nuwarilu ❤❤❤
Hundor dei Bhaiti....😊
Bohut bohut besi dhunia gaisa👌👌👌👌....aguay juaa...aeri nidiba...ru biya gan hunibo pam buli akha thakill....bohut bohut huveshaa tumaloi..👍
Ufff Mon sui gol ki sundor ❤️❤️❤️
ধুনীয়া লাগিছে বন্ধু আগুৱাই যোৱা
Nice ❤️ Voice ❤️❣️
কি সুন্দৰ কণ্ঠ ❤❤❤
Moja dada bhout mojaa lagesa 🥰😘
Apuni gaaute mur goose bum ulai goise ✨✨✨
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤koboloi bhakha nykia hoi goise,imn hundor " kontho"bhogobane mongol korok 🙏🏻aru aguai jua..❤❤❤❤❤❤❤❤❤❤❤bht bar hunilu tothapiu hunie thakibo mn jai👌👌👌👌dhunia👏👏👏
Xosai bor dhuniya ❤️❤️
Bohut dhuniya gaisa jumon ❤❤❤❤❤❤
দাদা আৰু গুৱা ভাল লাগিয় অসমীয়া বিয়া নাম জীয়াই ৰাখা
Nice❤️🥰🥰
Dada jonorr mukhor pora aru ati biya nam hunibo mon goise akha thakil j aru ati biya nam hunibo pam buli ❤️✨💗 dada r utjol vobishot kamona korisu😘🥰❤️
🥰🥰 hundor
বৰ ভাল পালোঁ বিয়া নাম টো
Oti hundor wow voice aru agwai jwa aru Val Val geet amak upohar diba buli akha thakil
Bohut bhal hoise dada🥰❣️❣️
Jumon bor dhuniya konth tumar,, aru agbahi jaboloi kamona krisu..... ❤❤
Aguwai ja lora...🥺❤️
উফ কি যে সুন্দৰ কন্ঠ তোমাৰ কবলৈ ভাষা নাই। মন প্ৰাণ ঢালি ইমান ধুনীয়া কৈ গাইছাঁ শুনি থাকিলে শুনি থাকিবৰ মন যায়। মই মা হতক শুনালোঁ ইমান ভাল পাইছে । আৰু দুখ লাগিছে বা হতৰ কথা মনত পৰি গল 😭😭 । সঁচাই অ তোমাক ভগৱান দিছে আৰু কণ্ঠতু বহুত ভাল লাগিল। আগুৱাই যোৱা আৰু দূৰ দিগন্তলৈ বিয়পি পৰক তোমাৰ এই সুন্দৰ কন্ঠত প্ৰাণ পাই উঠা কিছু লোকসৃষ্টিৰ সুন্দৰ নিদৰ্শন । GOD bless you
শব্দৰ অভাৱ ঘটিছে। কি সুন্দৰ গাইছে.. ❤️❤️
বহুত বাৰ শুনিলো ৷ আগুৱাই যোৱা ভাইটি ৷ ঈশ্বৰে তোমাক মংগল কৰক ৷
সুন্দৰ কণ্ঠ । তুমি আৰু ভাল ভাল বিয়ানাম গোৱা আৰু আগুৱাই যোৱা ।
সুন্দৰ কণ্ঠ ভাইটি , শুনিলে শুনি থাকিব মন যায় । শিৱসাগৰৰ পৰা মৰম আৰু আশীৰ্বাদ জনালোঁ আৰু আগবাঢ়ি যোৱা ।
বহুত সুন্দৰ কণ্ঠ ...👌👌 মন ভৰি গৈছে 👌♥️
শুনি থাকিলেও হেপাহ নপলাই
অতি সুন্দৰ কণ্ঠ 🥰😍
Really moi xodai ratipuya aru rati jumanor biyar nam xunu aru nijor kotha monot pori soku duta xemeki jai .ki j mitha kontho.god bless u bro....
সঁচাকৈ বৰ ধুনীয়া কণ্ঠ😌
আগুৱাই যোৱা আৰু দাদা
ভগৱানে তোমাক কুশলে ৰাখক🙏😇
মই যোৰহাটৰ পৰা কৈছে তুমি আৰু আগুৱাই জোৱা তোমাৰ মাত বহুত সুন্দৰ 👌👌👌❤️❤️❤️
বাৰে বাৰে শুনিছোঁ ।ইমান ধুনীয়া।
শুনি থাকিলে শুনি থাকিবৰ মন যায়। সুন্দৰ হৈছে দাদা।🥰
বহুত ধুনীয়া হৈছে। সুন্দৰ কণ্ঠ।
জুমনৰ বিয়ানামটিত অন্তৰ চুই গৈছে ,কিমান সুন্দৰ কণ্ঠ।👏
ইমান ধুনীয়া কন্ঠ শুনি হেপাহ পলোৱা নাই অ' বাৰে বাৰে শুনিছো আৰু বিয়া নাম শুনিব বিচাৰো তোমাৰ কন্ঠত 🙏🙏🙏
ইমান ধুনীয়া কন্ঠ কেতিয়াও শুনা নাছিলোঁ, মই দহ বা শুনিলো হেঁপাহ নপলাল , দাদা উজ্জ্বল ভৱিষ্যত কামনা কৰিলো 🙏🙏
Bhut dhuniya lagise dada dukh lagi gol ....tumi vlke thkiba
সুন্দৰ কণ্ঠ... এনেদৰেই আগুৱাই যোৱা. তাৰেই কামনা..👍❤️
কি কম আৰু দাদা সচাঁই অন্তৰ চুই গল তোমাৰ কন্ঠই 🥰🥰😍 আৰু এনেদৰেই আগবাঢ়ি যোৱা
জুমন তোমাৰ কন্ঠই মোৰ মন মুহিত কৰিলে। আগুৱাই যোৱা 👍👍👍। ❤️ফ্ৰম গহপুৰ
দাদা আৰু আগুৱাই যোৱা বহুত ধুনীয়া কন্ঠ তোমাৰ বহুত ভাল লাগিল আশা কৰোঁ আৰু বিয়া নাম তোমাৰ কন্ঠ ত শুনিবলৈ পাম 🤗❤️
বহুত বাৰ শুনিছোঁ হেঁপাহ পলুৱা নাই বহুত ধুনীয়া লাগিছে তুমি আৰু আগুৱাই যোৱা শুভকামনা যাচিলো
ধুনীয়া কন্ঠ, শুভেচ্ছা থাকিল আগবাহি যোৱা
যোৰহাটৰ পৰা চাই থকা সকলে এটা লাইক মাৰি দিয়া 🙏
Khub dhuniya dhuniya
দাদা তুমাৰ কন্ঠ বহুত সুন্দৰ এনেদৰে সদাই তুমি আগুৱাই যোৱা
আশা কৰোঁ আগলৈ তুমি এনেকৈ আগুৱাই যোৱা ভগৱানে তোমাক মঙ্গল কৰক ♥️☺️🤗
উফ ইমান ধুনীয়াকৈ গাইছে💗💗
আগলৈ এনেকুৱা বিয়ানাম গাই থাকিবা বোলি আষা👍👍👍👍👍👍 কৰিলো
বহুত সুন্দৰ ❤️ আৰু গীতৰ আশা ৰাখিলোঁ ।।
Ki khundor vocal Tu impressive.. Eman din kot lukai asil dada apuni ❤❤❤🙏🙏
অসমৰ গৌৰৱ তুমি আগুৱাই যোৱা।
বহুত ভাল লাগিছে দা দা ❤❤❤ আগোৱাই জনোৱা
😭😭😭😭😭😭
Heart touching voice ufffff😭😭😭😭
God bless u brother👏👏👏🌹
২০ বাৰ মান শুনিলো আমনি লগা নাই । ইমান মজা তোমাৰ সুৰটো ❤️
Bohut val lagise huni❤️❤️❤️,,,nice voice
Mojja voice ❤❤❤
উফ কবলৈ ভাষা নাই আৰু দাদা তুমি জুই❤️
নগাঁওৰ পৰা চাই থকা সকলে এটা লাইক মাৰি দিয়া❤
Imn dhuniya voice ❤️✨
❤️❤️❤️ Ki J শুৱলা কণ্ঠ ❤️❤️
ইমান ধুনীয়া গাইছে ❤️❤️
Ufff ki gaisa dada....bohut dhunia gaisa....😍😍😍....tumar name tu xuni asilu...aji biya naam xuni aru val lagil...ajoni vonti a kokayek r pora aru ki bisaribo... Yat koi aru bohut aaguai jua takei kamona korisu dada....
সুন্দৰ কণ্ঠ জোমন 🔥❤️
Bohut dhuniya hoise ❤️
Ufff dada dhuniya hoise❤❤
কি গাইছা অ শুনিলে শুনি থাকিব মন যোৱা কৈ গাইচা অ 😊❤❤
ইমান ধুনীয়া গাইছা ,শুনি হেপাহ নপলাই ভাইটী।
দাদা বহুত ভাল লাগিছে আৰু এনেকোৱো বিয়া নাম গাবা চোন দাদা ❣️❣️
ভাই তুমি জুই 😍আৰু আগুৱাই যোৱা তুমি ভাল লাগিল গীত টু দেই 👍👍👀👁💏💏
সুন্দৰ হৈছে আগুৱাই যোৱা
Uff dada ki gaisa
bht dhuniya lgise xuni❤❤❤
Dhuniya hoisi de dada..... সুন্দৰ প্ৰাতিভা ❤️
সুন্দৰ কণ্ঠ,ভাল লাগিল শুনি।
Bohut val lagil bondhu🥰❤️🙏
Uff emn dhuniyakoi gaisa Mur mon sui Goise 😅❤.apunaloi bohut morom dada🥰
আগুৱাই যোৱা👍
Mojaa jumon da aru ag bahi juwa AXA koru amr oxomiya jati to dhori RAKHIBOLEA ❤️❤️❤️❤️
Hobdohin moi , 😍😍😍
সুন্দৰ হৈছে ..কৰ হয় লৰা জন
Jorhat
❤️Xsake mojjjaa gaise 🔥
Amezing voice bro ❤️❤️❤️
Khub dhunia gaisa dei dada... God bless you
জুই জ্বলাই দিলা ব্ৰ ❤
অতি সুন্দৰ, আগুৱাই যোৱা
💗 সুন্দৰ কণ্ঠ
উফ শুনিলে শুনি থাকিব মন,,❤️❤️
Heart touching voice brother♥️♥️♥️
Love BORHAT ❤️❤️❤️
Havy hoisa jumon daa 💝 Aru ag bahi juwa bro 👍
ধুনীয়া কণ্ঠৰ গৰাকী ❤
Extraordinary voice❤️
সুন্দৰ, ভাল লাগিল👌👌👌
Nice 😍 God bless you, aguaai juaa
bhut vl lgile xuni ....aro anekwa xundar geet pm boli akha thakil jumn❤️❤️😍
সুন্দৰ👌👌
bohut Val lagil tumar konthot biya nam huni dada tumi hodai aguwai juwa 😊😊aru anekoie aru duta man tumar mukhor pora biya nam hunib bisaru😊😊😍😍😍😍😍
Vaiti jonor mukhor pora ru dutamn biya nam hunibo bisaru bor hundor kontho vaitir utjal vobishot kamona korilu
Takei bohut val lagise xunibo pale vl hoi nhh
@@RatanDas-ty2qw chopput we
Aweam
Bor dhunia tumar mat tu aguai jua❤️😍
Bohut dhuniya voice tu
Excellent ❤❤❤bare bare hunio hepah nopolai...😘😘😘😘😘😘❤❤❤❤❤❤❤❤tumi agg bahi juwa dada Tumak akhirbad korisu tumi agg bahi juwa ..❤❤❤and my name is Priya gohain ❤from lakhimpur ❤❤❤❤🌸🌸
সুন্দৰ...👌
Ufffff dada,, download nakarakoi nuwarilu ❤❤❤
Hundor dei Bhaiti....😊
Bohut bohut besi dhunia gaisa👌👌👌👌....aguay juaa...aeri nidiba...ru biya gan hunibo pam buli akha thakill....bohut bohut huveshaa tumaloi..👍
Ufff Mon sui gol ki sundor ❤️❤️❤️
ধুনীয়া লাগিছে বন্ধু আগুৱাই যোৱা
Nice ❤️ Voice ❤️❣️
কি সুন্দৰ কণ্ঠ ❤❤❤
Moja dada bhout mojaa lagesa 🥰😘
Apuni gaaute mur goose bum ulai goise ✨✨✨
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤koboloi bhakha nykia hoi goise,imn hundor " kontho"bhogobane mongol korok 🙏🏻aru aguai jua..❤❤❤❤❤❤❤❤❤❤❤bht bar hunilu tothapiu hunie thakibo mn jai👌👌👌👌dhunia👏👏👏
Xosai bor dhuniya ❤️❤️
Bohut dhuniya gaisa jumon ❤❤❤❤❤❤
দাদা আৰু গুৱা ভাল লাগিয় অসমীয়া বিয়া নাম জীয়াই ৰাখা
Nice❤️🥰🥰
Dada jonorr mukhor pora aru ati biya nam hunibo mon goise akha thakil j aru ati biya nam hunibo pam buli ❤️✨💗 dada r utjol vobishot kamona korisu😘🥰❤️
🥰🥰 hundor
বৰ ভাল পালোঁ বিয়া নাম টো
Oti hundor
wow voice aru agwai jwa aru Val Val geet amak upohar diba buli akha thakil
Bohut bhal hoise dada
🥰❣️❣️