ভুলৰ পৰা শিক্ষা নল’লে বিৰোধীয়ে
HTML-код
- Опубликовано: 8 фев 2025
- ভুলৰ পৰা শিক্ষা নল’লে বিৰোধীয়ে। ঐক্যবদ্ধ হ’ব নোৱাৰা বিৰোধীয়ে আন এক নিৰ্বাচনী বিপৰ্যয়। দিল্লীত দৰ্পচূৰ্ণ হ’ল অৰবিন্দ কেজৰিৱালৰ। ক্ৰমাগত গ’ল্ডেন ডাকেৰে মুখলজ্জা কংগ্ৰেছৰ। উল্লেখ্য যে, অতি কমেও ১৫টা সমষ্টিত পৃথক ফলাফলৰ সম্ভাৱনা আছিল। কিন্তু পৰস্পৰৰ বিৰুদ্ধে যুঁজি পথ প্ৰশস্ত হ’ল বিজেপিৰ। কেজৰিৱালৰ পৰা সোমনাথ ভাৰতীলৈ, মনীষ ছিছ’ডিয়াৰ পৰা সৌৰভ ভৰদ্বাজলৈ সকলো বলি হ’ল ভোট বিভাজনৰ। নিজৰ মাজতেই যুঁজি থাকিব নেকি বিৰোধীয়ে? এই সন্দৰ্ভত চাওক এক বিশেষ প্ৰতিবেদন।
#pratidintime #delhielection2025 #arvindkejriwal #rahulgandhi
BJP Zindabad
এইবাৰ মমতা ক হতাব লাগে
Ketumoni aji কান্দিব 😂😂
Congress kam nai
Bjp❤
Aku nai modi atyau . Servant .. 😂😂
Bal dal hikhya laba jela