আজি প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ

Поделиться
HTML-код
  • Опубликовано: 9 фев 2025
  • আজি প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ। শদিয়াৰ কেইবাখনো গাঁৱৰ ৰাইজে চলাইছে আদ্যশ্ৰাদ্ধৰ প্ৰস্তুতি। ১লাখ অতিথিক আপ্যায়ন কৰিবলৈ সাজু গাঁওবাসী। শদিয়াৰ পৰা আমাৰ এক প্ৰতিবেদন।
    #PratidinTime #AssamNews #assam #sadia

Комментарии • 10