Ojaantric e jodi axom r directors aru actors khini k loi pelai ekhn roundtable discussion pate je kenekoi axomiya cinema k aguai loi jabo pari tetia eitu eta bor bhal step hobo... Thank you
Lots of love To Ojaantric ... Proud to be Assamese ...... ৰক্ত দান জীৱন দান , আপোনাৰ এটোপাল তেজে কাৰোবাৰ জীৱন জীয়াই তুলিব পাৰে। জয়তু Unity we are the Blood donors....(Merajul)
সঁচাকৈয়ে যান্ত্ৰিকতাবিহীন এটি অনুষ্ঠান। বেহাৰবাৰীৰ নিচিনাকৈ এতিয়া অযান্ত্ৰিকৰ বাবেও অলপ সময় উলিয়াবলৈ চেষ্টা কৰোঁ। তোমালোক দুয়োজনলৈ বহু শুভকামনা থাকিল।💚 from morigaon
ojantric episode t adin Amrita ba k dekha pam bhabisilu aru aji teuk mati onar babe oasis da ru udoyon Dak dhynobad jonaisu.... lots of love from nazira♥️ long live OJANTRIC ♥️
I absolutely agree with you Amrita. I never thought you have this idealogy and stand. We share so much thoughts, you and I. We really need at least one more episode with her.
Listening to Amrita ma'am is so soothing and inspiring. Her accent and absolute clarity of thought are amazing. ❤ Thanks to Ojaantric for the interview. 👍 Best Wishes for more success 🙏
Atleast in all Cinema Halls 4 weeks of Assamese Films is mandatory and awareness amongst peoples should be created....Best wishes to Our Assamese Film Industry and to Ojantric/Yudi/Oasis/Amrita...ami South Film Industryr pora hikkha lobo lagey
Network r problem r babe time t show Tu sabo nohol. Amrita baa r ktha khini bor val lagile. Theatre r incident tut teo r perception tu jani val lagil. She is bold and amazing.
Amrita mur school friend. Khub bhal lage taik. Logote proud feel u koru taik loi. Vlog sau hodai. UD da e eman din kiyo taik mota nai bhabi he aasil. Bhal lagil episode tu sai. Love from Dibrugarh ❤️❤️
Apunalur anusthan Tu pothom episode r porai sai ahisu...xup dhuniya ata anusthan ojaantric, xomoi jimane nhok kio kunu apotti ni mane Eman Val lage.. love for ojaantric ❤️💕
Waah. Xosake aji bohut val lagil. Baar kotha Keitat tu nokoisu xosake ekdom xosa koise. Apunalukor porai ami xosake bht val kothau xikisu, hahisu. Ud da Oasis da apunaluke aru anekoiye amk Xodai monuronjon kri thakibo apunaluku aru aag bahi jawok. Lots of love from Tezpur ❤️✨.
She is such an amazing actress of Assamese industry.......eman j val pao teok moi ....love you so much amrita ba....thnaks ojaantrik teok mota babe ... val val kam kori jaok apunaloke😍😍😍
Amrita baa is my one of the most fav actress from the assamese industry..I just love her simplicity nd self confident nature.. One of the best episode 💞..Thanks to Ojaantric and also thanks to you both.. You gyzzz really doing a amazing job🌼🌼💕💕
Hii মই বৰ্ণালী চুতীয়া প্ৰথমে মই অযান্তিকৰ দীঘায়ু কামনা কৰিলো । আপোনালোকৰ show টো যেন সদায় এই দৰে আগবাঢ়ি যায় । আজি বা ক এই show টো পায় বহুত ভাল লাগিল । ধন্যবাদ বা ক অনাৰ বাবে 🥰🥰
Moi Actress jonir bikhekh atta najanisilo.. Kintu the way she talking the way Actress joni a nijor Khakhoh dekhai ahi koise.. Bohut dhuniya dei.. You gain my respect wow
Bohut agor pora Ojaantric sao....Xorur pora Amrita baa r moi bohut dangor fan ....Akou bhal loga ejonik Ojantric t pai bohut happy holu.... Ojantric r notun video r notification paleii ahi golu ..... exam ase kintu Ajir karone Ojantric lge.....aru jitu dekhisu etiya Ojaantric hoise new generation r Hot Topic....time uliya ji keijone saise bohut lucky hbo....thnks to both of you💗 for having us as audience and you all for entertaining us💖
Ojantik sai bhut bhut besi Val lge ,aru ocics da voicetu emn Val lge xuni ki kom Mane ........ Xasai so sweet voice.....aru ud Da r kathbur xuni Val lge ,love you ojantik from Udalguri ,,
Ajir ai hahi ~ furtir a bhorpur episode tu sai bohut besi bhal lagil . Lots of love for the podcast cum adda ❤️ . Hodai hahi thakok apunaluka ru amak u hohuai thakok 💌 .
প্রতিটো কথাই হৃদয় চুই গল..... নাৰীৰ সুৰক্ষাক লৈ কোৱা কথা বোৰ সচকাই আদৰণীয়। 🌼
এজন শিৱসাগৰীয়ান হিচাপে ojaantric ৰ মজিয়াত পুনৰ এগৰাকী শিৱসাগৰিয়ান দেখি মই নথৈ আনন্দিত। ud দা চাগে বৰ jelous feel কৰিছে। কি কৰিব কওক উপায় নাই।। অমৃতা বা ৰ বহুত ডাঙৰ fan। সদায় দৰে এনে ও অজিৰ podcast তো ও বঢ়িয়া no doubt।।
lastly1 qstn :ipl ত কাক support কৰিছে।।।।
মই cskian।Dhoni fan।.....
অমৃতা ১০০% সচা কথা কৈছে। আজি খণ্ডটো বহুত ভাল লাগিল 💕
অমৃতা গগৈৰ মানসিকতাক মই সন্মান কৰোঁ❤️বহুত শুভকামনা আপোনালৈ😍
প্ৰিয় অভিনেত্ৰী তেওঁ ❤️ আজি তেওঁৰ স্পষ্টবাদিতা, আত্মসন্মান , আত্মসংযম গুণবোৰ দেখি , জানিবলৈ পাই সঁচাকৈ আপ্লুত হ'লো । লগতে ojaantric আগুৱাই যাওঁক ।
অসমৰ দুগৰাকী প্ৰিয় অভিনেত্ৰী অমৃতা বা, প্ৰস্তুতি বা ,,,, ইমান বেছি স্পষ্টবাদী,সৎ মানসিকতা ভাল লাগে,,,যি কয় সঁচা কয় ,,, এনেকুৱা ব্যক্তিত্ব আমাৰ বাবে এক আদৰ্শ ❣️❣️👍👍
প্ৰিয় অভিনেত্ৰী গৰাকীক আজি মাতি আনিলে।ভাল লাগিল। অযান্ত্ৰিকৰ new episode ৰ notification পাই মনটো কিবা ভাল লাগি যায়।।lots of love from Nazira ❤️❤️
উফফছছ কথাবোৰে চুই গ'ল ❤️❤️💥 ধন্যবাদ জনালোঁ অযান্তিক প্ৰিয় অভিনেত্ৰীগৰাকী অনাৰ বাবে 💞 সদাই প্ৰিয় মোৰ এই Show টো। মৰম আপোনালোকলৈ 💛❤️
Ojaantric e jodi axom r directors aru actors khini k loi pelai ekhn roundtable discussion pate je kenekoi axomiya cinema k aguai loi jabo pari tetia eitu eta bor bhal step hobo...
Thank you
ইমান স্পষ্টবাদীতা অম্ৰিতা বা । উফফ মই এনেকোৱা হোৱাটোয়ে বিচাৰো সদায় । বহুত ভাল লাগিল 💞💞
Amrita baa ৰ বহুত সাহস আছে দেই আৰু এনেকৈয়ে সদায় সাহসী হৈ থাকে যেন ❣❣love from dhemaji
উফ্ ❣️ ভাষা নাই ! প্ৰত্যেকটো খণ্ডৰ দৰেই এইটো খণ্ডও খুব খুব খুব ভাল লাগিল 🥰নিভাজ কথাবোৰ হৃদয়ৰ কোনোবাখিনিত ৰৈ যায় 😍 এতিয়া জুবিন দাৰ খণ্ডটোৰ বাবে বাট চাই ৰ'লো। সোনকালে জুবিন দাক আপোনালোকৰ সৈতে দেখা পাম বুলি আশা কৰিলোঁ।
#long_live_ojaantric
#love_from_golaghat 🥰
আৰু এটি সুন্দৰ show উপহাৰ পালো।বহুত ধন্যবাদ অযান্ত্ৰিক---
নৱ প্ৰজন্মৰ অভিনেত্ৰীসকলৰ ভিতৰত অমৃতাৰ স্থান অদ্বিতীয় আৰু সুকীয়া ৷ ধন্যবাদ অজান্ত্ৰিক আন এটি সন্ধিয়া জীপাল কৰাৰ বাবে ৷ ❤️ 😊
Notication টো পাই ভাল লাগিল , মোৰ মৰমৰ অভিনেত্ৰীগৰাকীক দেখি । আপোনালোকক বহুত ভাল লাগে , সময় পালে ojaantic sao
ভাল লাগিল অযান্ত্ৰিকৰ যান্ত্ৰিকতাত মোৰ মৰমৰ ভতিজী অমৃতা জনীক । শিৱসাগৰৰ পৰা আশীৰ্বাদ কৰিছো অযান্ত্ৰিক অমৰ হওঁক ।
Lots of love To Ojaantric ... Proud to be Assamese ...... ৰক্ত দান জীৱন দান , আপোনাৰ এটোপাল তেজে কাৰোবাৰ জীৱন জীয়াই তুলিব পাৰে। জয়তু Unity we are the Blood donors....(Merajul)
From অহেতুক to Ojaantric my crush literally grown up 🥺❤ as a actress she is so good but as a human she best❤
সঁচাকৈয়ে যান্ত্ৰিকতাবিহীন এটি অনুষ্ঠান। বেহাৰবাৰীৰ নিচিনাকৈ এতিয়া অযান্ত্ৰিকৰ বাবেও অলপ সময় উলিয়াবলৈ চেষ্টা কৰোঁ। তোমালোক দুয়োজনলৈ বহু শুভকামনা থাকিল।💚 from morigaon
সচাঁকৈয়ে
Ojaantric ৰ মজিয়াত মোৰ আটাইতকৈ প্ৰিয় স্পষ্টবাদী অভিনেত্ৰী গৰাকী অমৃতা বা❤️❤️ ধন্যবাদ Ojaantric.... Lots of love baa❤️❤️
প্ৰিয় অভিনেত্ৰী গৰাকীক মাটি অনাৰ বাবে ধন্যবাদ দেই । আৰু আপোনালোকতো সদায়েই প্ৰিয়।। Love from Tangla.❤❤
ojantric episode t adin Amrita ba k dekha pam bhabisilu aru aji teuk mati onar babe oasis da ru udoyon Dak dhynobad jonaisu.... lots of love from nazira♥️ long live OJANTRIC ♥️
মোৰ সবাতোকৈ প্ৰিয় অভিনেত্ৰী গৰাকী😍😍 অযান্ত্ৰিকৰ প্ৰতিটো খণ্ডয়ে প্ৰিয় যদিও আজিৰটো অলপ বিশেষ যিহেতু আজি অমৃতা বা আহিছে। অমৃতা বাৰ অভিনয় বহুত বেছি ভাল লাগে তাতোকৈ ভাল লাগে তেখেতৰ চিন্তা আৰু কথা কোৱা ষ্টাইল। আগোৱাই যাওক বা আৰু বহুত আগোৱাই যাওক অযান্ত্ৰিক। বহুত বহুত বহুত শুভকামনা থাকিল সমূহ অযান্ত্ৰিক পৰিয়াললৈ।💕💕💕💕
ভাল লাগিল, অমৃতাক অসম দেশৰ ছোৱালী শ্ব'টোৰপৰা জানো। জুই ধৰি চাহ বনোৱা আৰু কচু শাক বুটলাটো এতিয়াও মনত আছে।
I absolutely agree with you Amrita. I never thought you have this idealogy and stand. We share so much thoughts, you and I.
We really need at least one more episode with her.
আজিৰ খণ্ডটো আমিটো(দৰ্শকসকলে) enjoy কৰিলোঁৱেই ,তাত কোনো সন্দেহ নাই । কিন্তু Oasis য়ে বেছি enjoy কৰা যেন লাগিল । বাকী ,অমৃতা বা সদায় প্ৰিয় আৰু অযান্ত্ৰিক এতিয়া মোৰ উশাহ 💜💜
বা আপুনি মোৰ প্ৰিয় অভিনেত্ৰী । আপুনি অসমৰ Best অভিনেত্ৰী বা । আপোনাৰ কথাবোৰ শুনি ভাল লাগিল।
ধন্যবাদ #Ojaantric.
ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ সকলোলৈ ✌️
খুউব ভাল লাগিল ৷মই ভাৱো সকলো অসমীয়া অভিনেত্ৰী অমৃতা,বৰষা আৰু প্ৰস্তুতিৰ দৰে হ’ব লাগে৷সাহসী আৰু কামত সৎ৷
সাহসী অমৃতাক ভ্ৰাম্যমান থিয়েটাৰৰ ঘটনাটোৰ দিনৰ পৰা ভাল পাওঁ।এনে সাহসী ছোৱালী অসমত আৰু কেইজনীমান ওলালে বহুত বেয়া কাম কমি যাব।তোমালৈ অশেষ শুভেচ্ছা আৰু মৰম জনালো।সুখী হোৱা সপৰিয়ালে।
অযান্ত্ৰিকলৈও শুভেচ্ছা জ্ঞাপন কৰিলো।
Listening to Amrita ma'am is so soothing and inspiring. Her accent and absolute clarity of thought are amazing. ❤
Thanks to Ojaantric for the interview. 👍
Best Wishes for more success 🙏
অমৃতা বা সচাকৈ বহুত সাহসী সেয়ে ভাল লাগে... অজান্ত্ৰিকৰ প্ৰতিটো এপিছোদৰ পৰাই ভাল কিবা এটা শিকিব পাৰিছো.. বহুত ধন্যবাদ অৱেচিছ দা আৰু উদি দা আমাক এটা ভাল আদ্দা দিলে।
বাৰ কথা বোৰে কোনোবা খিনিত ছুই গৈছে! এই কথা বোৰ সকলোৱে ভাবিব লাগে। বহুত ভাল লাগিল 💕
আহিছিলো বিহু চাবলৈ। notification পাই earphone লগাই ojaantric ৰ প্ৰিয় অভিনেত্ৰী গৰাকীৰ episode চাবলৈ লাগি গ'লো। এইবোৰেই আবেগ । এইয়াই মৰম । ❤❤❤🤗
বহু দিনৰ পৰা আশা কৰি থকা খণ্ডটি দেখিলোঁ 😍😍😍 ভাল লাগিল। প্ৰিয় অভিনেত্ৰীৰ মাজত অমৃতা বা এজনী ❤️❤️❤️ অযান্ত্ৰিক যুগমীয়া হৈ থাকক 💕💕
তেওঁৰ স্পষ্টবাদিতা দেখি ভাল লাগিল ! অহেতুক চিনেমাহ’লত গৈ চাইছিলোঁ, ভাল লাগিছিল চিনেমাখন, আৰু ভাল কাম কৰি যাওক, শুভকামনা !
2016 চনত থিয়েটাৰত থাকোতে আমাৰ ঘৰত আছিলে , তেতিয়াই ভালকৈ লগ পাইছো। বহুত খোলা মনৰ মানুহজনী😍😍
বহুদিনৰ পৰা এইটো খণ্ডৰ বাবে অপেক্ষা কৰি আছিলো 🤗 খুব ভাল লাগিছে চাই😇 এবাৰ বৰষা বা, জুবিন দাক চাব বিচাৰো। বহুত বহুত মৰম পঠালো যোৰহাট (টীয়ক) ৰ পৰা 💝🥰
Long live Ojantric 😍❤
Atleast in all Cinema Halls 4 weeks of Assamese Films is mandatory and awareness amongst peoples should be created....Best wishes to Our Assamese Film Industry and to Ojantric/Yudi/Oasis/Amrita...ami South Film Industryr pora hikkha lobo lagey
প্ৰিয় মানুহ গৰাকী.... ❤️
সকলোতকৈ ভাল লগা অভিনেত্ৰী গৰাকীক মাতি অনাৰ বাবে বহুত ভাল লাগিল দেই ❤️❤️
UD da তোমাক প্রথম ভাল লগা নাছিল মোৰ .. বহুত লেবেল দিয়া মানুহ তাইপ লাগিছিল😁😁 .... এতিয়া লাহে লাহে তোমাক সবতকৈ বেছি❤ ভাল লগা মানুহ তুমি মোৰ .......
এবাৰ লগ পাব বিছাৰো .... কেনেকৈ পাৰিম ❤...????
A girl should be like her. Bold, confident, and graceful. Favorite Actor for a reason. Love you Amrita baa 😍 Love from Sivasagar
Opekhya kori thooka mnuh goraki 😍😍 bhut val lage amrita baak..... Long live ojaantric ❤
আপুনি আইমীতকৈ বহু উচ্চ খাপৰ অভিনেত্ৰী ৷। ❤acting dance expression etc সকলোতে আগবঢ়া ৷
Network r problem r babe time t show Tu sabo nohol. Amrita baa r ktha khini bor val lagile. Theatre r incident tut teo r perception tu jani val lagil. She is bold and amazing.
খুউব সুন্দৰ খণ্ড এটি,,,, অমৃতা গগৈ বাৰ মানসিকতা শলাগিবলগীয়া,,,, এনে মানসিকতা সকলোৰে প্ৰয়োজন,,,, স্পষ্টবাদি অভিনেত্ৰী গৰাকী আগৰ পৰাই ভাল লাগে যদিও তেঁওৰ কথাবোৰ শুনি, চিন্তাধাৰা দেখি আৰু বেছি ভাল লগা হৈ পৰিল।❤️
বহু দিনৰ পৰা ৰৈ আছিলো অমৃতা বাৰ খণ্ডটোৰ বাবে ❤❤😍😍
Amrita mur school friend. Khub bhal lage taik. Logote proud feel u koru taik loi. Vlog sau hodai. UD da e eman din kiyo taik mota nai bhabi he aasil. Bhal lagil episode tu sai. Love from Dibrugarh ❤️❤️
প্ৰিয় অভিনেত্রী গৰাকী বাকী মৰমৰ ককাই দুইজন 😍😍
মানে কি বুলি কম যেন আপোনালোকে আড্ডা মাৰি আছে আৰু মই আপোনালোকৰ কাষত বহি শুনি আছো।
এই সকল হে আচল অৰ্থত empowered woman, শুভ কামনা থাকিল।
Apunalur anusthan Tu pothom episode r porai sai ahisu...xup dhuniya ata anusthan ojaantric, xomoi jimane nhok kio kunu apotti ni mane Eman Val lage.. love for ojaantric ❤️💕
Waah. Xosake aji bohut val lagil. Baar kotha Keitat tu nokoisu xosake ekdom xosa koise. Apunalukor porai ami xosake bht val kothau xikisu, hahisu. Ud da Oasis da apunaluke aru anekoiye amk Xodai monuronjon kri thakibo apunaluku aru aag bahi jawok. Lots of love from Tezpur ❤️✨.
অমৃতাবাৰ কথাবোৰ খুব ভাল লাগিল। তেওঁক প্ৰথম লগ পাইছিলো জুবিন দা ঘৰত (খাৰঘূলীত) । তাত তেওঁক মাত লগাইছিলো , আনকি তেওঁ আমাৰো নামবোৰ, ঘৰ ক'ত সুধিছিল। অমৃতাবালৈ খুব মৰম আৰু শুভেচ্ছা থাকিল। ❤️
'অযান্তিক' Dil se... I looove u ❤️
বহুত ভাল লাগিল খণ্ডটো চাই অযান্ত্ৰিক সদায় আগুৱাই যাওক আৰু এদিন ইয়াত গুঞ্জন দাদাক দেখিম বুলি আশা কৰিলো ❤️🙏🏻
অসমৰ আটাইতকৈ প্ৰতিভাশালী অভিনেত্ৰী। মোৰ অতিকৈ প্ৰিয়। ইমান সাৱলীল অভিনয়, ভাৰতীয় সকলো আগশাৰী অভিনেত্ৰীৰ সমপৰ্যায়ৰ ।
ভাল লগা এটা অনুষ্ঠান .....lots of love from Namrup
অমৃতা বাৰ প্ৰতিটো কথাই খুব ভাল লাগিল । সাহসী হব লাগে সকলো সময়তে। Inspire ❤️
Hats off to Amrita’s courage 👊🏽
She is such an amazing actress of Assamese industry.......eman j val pao teok moi ....love you so much amrita ba....thnaks ojaantrik teok mota babe ... val val kam kori jaok apunaloke😍😍😍
I found this channel randomly; it is really a channel that produces quality content. Congratulations....
Love Amrita Baa❤️
Amrita Baa bhut প্রিয় ru Ojaantric u bhut প্রিয় xaibabe ajir episode akbre সোণত সুৱগা হৈ পৰিল... Ata request ase please Tonmoy Saikia k matok..axa koru request Tu rkhibo.......বাট sai rom🤗
Very good guest +good program jai ho Ojantrik.....
সাধাৰণ কিন্তু বহুত গুৰুত্বপূৰ্ণ, ভাল লাগিল।
Ojantric or aitu episode olop u skip nokorakoi salu💜 bohut besi ae bhal lagil kotha khini huni Amrita baa
Ata emn dhunia kotha kole Amrita baa a... Jodi kuneu mur karona nujujila, moi mur nijor karona jujilu... Bht hanghatic dialogue ☺
Ojaantric মোৰ আটাইতকৈ ভাল লগা অনুষ্ঠান । আৰম্ভনিৰ পৰা শেষলৈ মুখত হাঁহিটো বিৰিঙি থাকে ।
Natural Actress
Natural Beauty
Lots of blessed 💚❤️💚❤️
Lady Don💪💪💪💚❤️💚❤️
কালিলৈ মোৰ exam তথাপিও ভিদেও টো এৰিব মন যোৱা নাই । Fav show
আপোনাৰ আত্মসন্মানৰ বাবেই আপোনাক বহুত শ্ৰদ্ধা জনাইছো।
প্ৰিয় অভিনেত্রী গৰাকীক মাতি অনা বাবে Thank You Ojaantric ❤❤❤ Love You Amrita Baa...ভাল লাগিল মনৰ কথা জানি,,, You Are Geart Baa 👍👍👍
My 1st comment only becoz of Amrita ! My fav actress of this generation! 😃very free and frank conversation! specially the last line ...
Amrita baa is my one of the most fav actress from the assamese industry..I just love her simplicity nd self confident nature..
One of the best episode 💞..Thanks to Ojaantric and also thanks to you both.. You gyzzz really doing a amazing job🌼🌼💕💕
Etia anekua loga hoise,ketiano notification ahibo ozantrikor.seitoke khusori youtube to sai thako❤️❤️❤️imane besi val loga hoise,specialy aponalokor kotha barta bor..aponalokor eito show akha koro bhut agole solibo
Kamal da r episode Tu porai sai ahisu.. Bor val lage. Jantrikotar majot ojaantric sai.. 🥰🥰fav show fav mnh
Wao...mojja lagile...Amrita tumi mur khub priyo..Love u..
Hii মই বৰ্ণালী চুতীয়া
প্ৰথমে মই অযান্তিকৰ দীঘায়ু কামনা কৰিলো । আপোনালোকৰ show টো যেন সদায় এই দৰে আগবাঢ়ি যায় । আজি বা ক এই show টো পায় বহুত ভাল লাগিল । ধন্যবাদ বা ক অনাৰ বাবে 🥰🥰
Moi Actress jonir bikhekh atta najanisilo.. Kintu the way she talking the way Actress joni a nijor Khakhoh dekhai ahi koise.. Bohut dhuniya dei.. You gain my respect wow
Bohut agor pora Ojaantric sao....Xorur pora Amrita baa r moi bohut dangor fan ....Akou bhal loga ejonik Ojantric t pai bohut happy holu.... Ojantric r notun video r notification paleii ahi golu ..... exam ase kintu Ajir karone Ojantric lge.....aru jitu dekhisu etiya Ojaantric hoise new generation r Hot Topic....time uliya ji keijone saise bohut lucky hbo....thnks to both of you💗 for having us as audience and you all for entertaining us💖
O-jaan-ki-trick. bordhunia lagil aji mojahhhhh. Full chulbuli natkhat jen lagil baak dekhi aru ai dhunia hahi2 wahh Kiya kehne..
I honestly like her attitude... She is so daring and honest....indeed She is beautiful 💕
Ojantik sai bhut bhut besi Val lge ,aru ocics da voicetu emn Val lge xuni ki kom Mane ........ Xasai so sweet voice.....aru ud Da r kathbur xuni Val lge ,love you ojantik from Udalguri ,,
অমৃতা বা জনী ইমান সহজ, সৰল, মৰমলগা হয় বুলি ভৱা নাছিলোঁ,, অলপো skip নকৰাকৈ গোটেইটো চালোঁ ।।Love you Amrita Baa from Morigaon..💝💝💝
খুবেই ভাল লাগিল❤️❤️ আগলৈ আৰু ভাল ভাল episode চাবলৈ পাম বুলি আশা থাকিল। এনেকৈ সোনকালে সোনকালে episode বোৰ দিব চোন,ভাল লাগে তেতিয়া 🥰🥰
from শিৱসাগৰ
Ei gutei 1 ghonta t xomoyot jiman khini kotha kole apunaluk tiniugorakie, enekua lagil mur monot soli thaka protyektu kotha apunaluke ekhon script bonai ajir episode tu shoot korile... Val lagile bohut... Udayan da, Amrita baa, Oasis da val lagil bohut.
বহুত ভাল লাগিল ।তোমালোকৰ ভাল হওঁক ।
সচাঁই সময়খিনি মূহূৰ্ততে গুচি গ’ল❤️ভাল লাগিল চাই❤️ভালে থাকক ভাল লগা
মানুহবোৰ 😘
আচৰিত স্পষ্টবাদী তাই । খুব ভাল লাগিল । কণমানি ৰিধী লৈ বহুত মৰম থাকিল ।
প্ৰিয় অভিনেত্ৰী গৰাকীক আজি অযান্ত্ৰিক ত দেখি অত্যন্তু সূখী হলো। অযান্ত্ৰিক ৰ এই যাত্ৰা অবিৰত হওক।
Love 💖💖 form Teok (ASSAM).... ANDHRA PRADESH R PORA SAI ASU VAL LAGIL
Aei shw tur babe bht agrohere bat sai thaku..thnq
খুবেই স্পষ্টবাদী ছোৱালী।বৰ ভাল লাগিল।
Bohut val lagil video tu sai...Xdai new episode r babe wait kori thaku...One of my favourite show Ojaantric...😌❤️
Amrita ba hosakoi aitu behave karone truly love its actually amr culture tane kuwa hoise
বহুত ভাল লাগিল😊 প্ৰিয় অভিনেত্ৰী তেওঁ ❤️ অযান্ত্ৰিক আৰু বহুত আগবাঢ়ি যাওক
ঘৰৰ ওচৰৰ প্ৰিয় বা জনী। বহুুত ভাল লাগিল চাই😍🥰
Ohhhh Amrita baa.....
ধন্যবাদ অযান্ত্ৰিক।।
মোৰ প্ৰিয় অভিনেত্ৰী Amrita Gogoi ক অতিথি কৰাৰ বাবে। Lv u all ❤️❤️
প্ৰথম বাৰৰ বাবে যোৱাকালি ৰাতিপুৱা আপোনালোকৰ আযান্ত্রিকৰ এই খণ্ডটো চাইছিলোঁ,ইমানেই ভাল লাগিল বুজিব নোৱাৰো অনুভৱ খিনি,তেতিয়াৰ পৰা আজিলৈকে মাথোঁ আপোনালোকৰ video এ চাই আছোঁ youtubeত।। ud da আপুনি মোৰ বহুত আগৰ পৰায়েই প্রিয়,আপোনাৰ কথা কোৱাৰ style, ufff❤️ আৰু Oasis da আপোনাৰ মাতটো,হাঁহি আৰু চাৱনিত আন বহুতৰ দৰে মইও বৰ বেয়াকৈ প্ৰেমত প পৰিছো😍😍😍❤️❤️❤️❤️❤️।।।।ভালে থাকক সদায় আপোনালোক আৰু আযান্ত্রিক আৰু বহুত বহুত আগুয়াই যাওঁক তাকে কামনা কৰিছোঁ🤗🤗।।।।বহুত বহুত মৰম মোৰ ফালৰ পৰা
অযান্ত্ৰিক নঞৰ্থক ভাৱনাৰ সদৰ্থক সঁহাৰি , যদিও প্ৰতিটো খণ্ডৰ নিয়মীয়া দৰ্শক সদায়ে মন্তব্য কৰা নহয় ৷ কিন্তু আজি আকৌ এবাৰ অনুভৱ কৰিলো , সঁচাকৈ যোগাত্মক কাম , ভাল চিন্তাবোৰক শক্তিশালী কৰিবলৈয়ে জনোৱাৰ প্ৰয়োজন ৷ আমি আছো সদায়ে লগত , প্ৰেৰণাৰ সঞ্জীৱন হৈ অযান্ত্ৰিক বৈ থাকক এনেদৰে😊
অযান্ত্ৰিক। আৰম্ভণিৰে পৰাই আপোন। এটাও খণ্ড এৰা নাই। চাইছো। সদায় চাম। আপোনালোক দুয়োজনকে আদি কৰি কেমেৰাৰ আঁৰত থকা সকলোলৈকে মৰম যাচিলো। অনাগত দিনবোৰত অযান্ত্ৰিক আৰু উজ্বলি উঠক। একাঁজলী শুভকামনা জনালো। আৰু এটা কথা কও, অযান্ত্ৰিক যেন সদায় অযান্ত্ৰিক হৈ থাকক কাৰণ, য'ত কৃত্ৰিমতা থাকে তাত মনৰ অসুখবোৰ বেছিকৈ হয়।
SOSA KOTHA. OJANTRIC SODAI ENEDOREI THAKOK. GOD BLESS YOU
Ajir ai hahi ~ furtir a bhorpur episode tu sai bohut besi bhal lagil . Lots of love for the podcast cum adda ❤️ . Hodai hahi thakok apunaluka ru amak u hohuai thakok 💌 .