Aimee Baruah OPENS UP on 'Possessive' Pijush Hazarika, Reels, Cannes || Assamese PODCAST - 114

Поделиться
HTML-код
  • Опубликовано: 23 ноя 2024

Комментарии • 869

  • @nikynath8445
    @nikynath8445 5 месяцев назад +143

    SP এজনৰ ছোৱালী আছিলে গতিকে মন্ত্ৰী পত্নী হয় তেওঁ কি অহংকাৰ কৰিব,, সৰুৰে পৰাই অভাৱ নামৰ বস্তু নোপোৱা ছোৱালী জনী এজন সাধাৰন লৰাক গুৰুত্ব দিছে ভাল পাইছিলে হব পাৰে তেওঁ এতিয়া মন্ত্রী,,, কিন্তু আমাৰ বোৰে দেউতাকে সাধাৰণ কাম এটা কৰিলেও যিটো ফটা লেবেল দিব,, একদম যেন বিয়া কৰাব কৰবাৰ ৰজা মহাৰাজা হে আহিব,,, সেয়েহে আইমী বা বেলেগতকৈ বেলেগ সেইকাৰণে উন্নতি কৰিছে,,,

    • @apurbadeka6823
      @apurbadeka6823 5 месяцев назад +3

      সঁচা কথা ❤

    • @user-lg8ob3lx7o
      @user-lg8ob3lx7o 5 месяцев назад

      Hosaa... Emman amiable hoi Aimee Ba. Manuh emokhai je gaali pari pari more comment section.t... Achorit lage ki mentality.r manuh.

    • @mamonidevi617
      @mamonidevi617 5 месяцев назад +1

      Aimee tumak bohut bhal lage tumi akdom simple

    • @TheDeepseek143-f2t
      @TheDeepseek143-f2t 4 дня назад

      Gamosar kothatuwe suasun... Kiman dhuniya koi bujai dse 😊❤

  • @pritysharma1634
    @pritysharma1634 5 месяцев назад +226

    কথাবোৰ ইমান অমায়িকভাৱে কয় কাৰো প্ৰতি আক্ষেপ নাই,
    মূখত অহংকাৰৰ ভাৱ নাই, সমালোচনা বোৰক ও ইতিবাচকভাৱে স্বীকাৰ কৰি লয় এইবোৰ কাৰণতে তেওঁক ভাল লাগে। ভালে থাকক তেওঁ ❤️

  • @amanulhaque6201
    @amanulhaque6201 5 месяцев назад +33

    যেতিয়া ফোন নাহিব, যেতিয়া নাম্বাৰ টো ডিলিট কৰি দিব লাগিব 😢। কথা খিনি হৃদয় চুই গল😢❤

  • @priyankaborah9748
    @priyankaborah9748 5 месяцев назад +34

    প্ৰতিটো শব্দ প্ৰতিটো বাক্যই খুব সুন্দৰকৈ উপস্থাপন কৰিছে,,,খুব ভাল লাগিল interview টো চাই❤

  • @Pritijinta-d6f
    @Pritijinta-d6f 5 месяцев назад +504

    যিদিনাখনৰ পৰা ফোনটো নাহা হব যিদিনাখনৰ পৰা সেই number টো delete হব কথাৰে মন চুই গ ল সঁচাকৈ মা দেউতাৰ অবিহনে জীবন কটাব পাৰিম বুলি মই কেতিয়াও ভাৱিব নোৱাৰোঁ সকলোৰেই মা দেউতা সদায় ভালে কুশলে থকাক😢❤️

    • @Rasmiborah1111
      @Rasmiborah1111 5 месяцев назад +4

      😢😢❤

    • @justinavlog
      @justinavlog 5 месяцев назад +1

      😢😢😢😢

    • @sushiladas3688
      @sushiladas3688 5 месяцев назад +1

      😢😢😢

    • @BishnuNath-wh5zo
      @BishnuNath-wh5zo 5 месяцев назад +2

      Kenekuwa ashyarja r kotha, thik sei somoyte mor maa r phone ahil and I was like how lucky I am.
      Hosakoi! Ontor sui gol, every second moi just feel korisu tekhetok aru tekhetor kotha bor.

    • @sushilapegu4990
      @sushilapegu4990 5 месяцев назад +1

      Bvery informative interview

  • @tanmanasubhasini5949
    @tanmanasubhasini5949 5 месяцев назад +123

    She's so well spoken and graceful, which has always impressed me. She's not only a talented actress, but also a wonderful mother. Dear Aimee baa, stay like this and continue to spread your positive aura everywhere. This podcast episode was truly delightful.🤍✨

  • @sarangasaikia9507
    @sarangasaikia9507 5 месяцев назад +56

    তেওঁৰ বিতৰ্ক বোৰ হৈ থকাৰ মূল কাৰণ হল তেওঁ কাৰণ মন্ত্ৰীৰ পত্নী কিন্তু সঁচা অৰ্থত চাব গলে আইমী বৰুৱাৰ ব্যক্তিত্ব টো বহুত ধুনীয়া ।

  • @suranjanasaikiaknowar5856
    @suranjanasaikiaknowar5856 5 месяцев назад +32

    মন চুই গ'ল।সেই নাম্বাৰটোৰ পৰা যিদিনৰ পৰা ফোন নহা হ'ব।ডিলিত কৰি দিব লাগিব নাম্বাৰটো।অসহনাীয় জীৱন মা দেউতা বিহীন সকলোৰে।

  • @rupalimthakuria332
    @rupalimthakuria332 5 месяцев назад +8

    আইমী বৰুৱা, আগৰেপৰাই বহুত ভাল পাওঁ আপোনাক, এই ভিডিঅ' টো চোৱাৰ পিছত আৰু বেছি শ্ৰদ্ধা উপজিছে আপোনালৈ। ইমান সুন্দৰ সুন্দৰ কথা আলোচনা হৈছে ভিডিঅটোত। যিসকলে এখেতক সমালোচনা কৰি তত নাপায়, তেওঁলোকে অলপ ধৈৰ্য ধৰি এই অনুষ্ঠানটো চোৱা উচিত।

  • @gurudhansarkar9515
    @gurudhansarkar9515 5 месяцев назад +38

    Aimee Barua ma'am r kotha huni bahut a Val lagil. Teo r kothar govirota bahut. Aji ata one of the best episode palu.👍👍

  • @paragjyotimahanta4819
    @paragjyotimahanta4819 5 месяцев назад +2

    প্ৰতিটো বাক্য প্ৰতিটো শব্দ হৃদয় চুই গল আইমী বা ❤আপোনাৰ ইমান মধুৰ শব্দ ,বাক্য সচাকৈ বহুত ভাল লাগিল বা ❤❤i love you aaimy ba ❤❤❤

  • @taralisaikia8281
    @taralisaikia8281 5 месяцев назад +57

    আইমী আপুনি বহুত মৰমৰ 🥰 কথা বোৰ ইমান সুন্দৰ কৈ কৈছে। আইমী বা এ লৰা ছোৱালী কেইতাক সুন্দৰ কৈ নীতিশিক্ষা দিয়ে। সেইটো বহুত ভাল লাগে।❤❤

  • @supriinagogoi
    @supriinagogoi 5 месяцев назад +54

    She is talking so good and positive..... thinking than society....❤

  • @kaushik9282
    @kaushik9282 5 месяцев назад +5

    প্ৰতিটো কথায় হৃদয় চুই গৈছে।

  • @bebiborah4970
    @bebiborah4970 5 месяцев назад +15

    মন চুই গল ...practical life r ktha..bhut prayujniyoo ktha

  • @ownchannel3351
    @ownchannel3351 5 месяцев назад +11

    অসমখনক ইমান ধুনীয়া কৈ represent কৰাৰ বাবে আপোনাক অশেষ ধন্যবাদ ❤😊😊

  • @khairulislam4996
    @khairulislam4996 5 месяцев назад +6

    তেখেত কথাবোৰ সঁচাকৈয়ে মন চুই যায় ❤❤ ইমান মধুৰ কথা বতৰা ...মোৰ আটাতকৈ ভাল লগা অভিনেত্ৰী জনী ❤❤

  • @jayairani5221
    @jayairani5221 5 месяцев назад +3

    কথা খিনি শুনি বহুত ভাল লাগিল।অকনো অহংকাৰ নাই। ইমান সাধাৰণ ভাৱে কথা বোৰ কৈছে।

  • @karinasaikia1549
    @karinasaikia1549 5 месяцев назад +6

    প্ৰিয় শিল্পীগৰাকী,আইমী বা😊।সৰুতে চোৱা vcd বোৰৰ কথাৰে মনতো পুনৰ সেউজ হৈ গ'ল।ভগৱানে তেওঁৰ লগতে পৰিয়ালটিক সুখেৰে ৰাখক। লগতে অবয়ৱ দাক ধন্যবাদ জনালো ,ইমান ধুনীয়া এটি পডকাষ্ট আমাৰ মাজলৈ অনাৰ বাবে❤।

  • @principriyabora558
    @principriyabora558 5 месяцев назад +28

    Aaimoni, moromjaan amr babee nostalgia.. Heibur film sai e dngor holu .. Ajiuu monot pore tahanite sua cinema burloi.. Aimi baar protitu ktha e bhut vl lge .. Inspire houu baar ktha burr pora🌝🤍🕊

  • @user-lg8ob3lx7o
    @user-lg8ob3lx7o 5 месяцев назад +297

    Cannes.t Assamese representation rare... Aru amar muga, jewelry, state flower, gamocha eikhini exhibit kora babe bohut proud and happy. Thank you so much ❤

    • @sliceoflife1600
      @sliceoflife1600 5 месяцев назад +33

      Poisa thakile aapuniu jabo paribo.. tat invitations pua aru nije jua tu bohut beleg. Teu kunu invitation pai jua nai nije goi ase

    • @Real12976
      @Real12976 5 месяцев назад

      ​@@sliceoflife1600nije jabo lage ako tene

    • @Prayashdiksha
      @Prayashdiksha 5 месяцев назад +5

      1st time comment korisu....
      Kotha bur mur khub val lagil ...

    • @pranjalbezboruah3522
      @pranjalbezboruah3522 5 месяцев назад

      Apuni o jauk tene .
      Kunubai jabo parise tat kobo loi ki dorkar?
      Actress hisape goise heitu a best one ❤​@@sliceoflife1600

    • @GK-compititive_exams
      @GK-compititive_exams 5 месяцев назад

      Kotha2 namata biya khabo jwa dore he hoise

  • @PompiGogoi.
    @PompiGogoi. 5 месяцев назад +22

    বহুত বেছি ভাল লাগিলে আজি episodes টো। অলপও আমনি নালাগিলে। সম্পূৰ্ণ video চালো। বহুত কথা শিকিলোঁ । আৰু আইমী বাৰ দৰে মা হোৱা হলে মই জীৱনত বহুত সুখী হলো হয় ma papa ক লৈ। ইমান ভাল ধুনীয়া চিন্তা ধাৰা বোৰ মাকৰ বিষয়।❤😢😢😢

  • @hashtagnikita8057
    @hashtagnikita8057 5 месяцев назад +1

    কথাবোৰ ইমান সৰল আৰু মৰমিয়াল, এইটো অনুভৱ হোৱা নাই যে, তেওঁ এগৰাকী মন্ত্ৰীৰ পত্নী আৰু এগৰাকী অভনেত্ৰী।। জীৱনত সুখী হোৱাৰ বহু কেইটা সংজ্ঞা বিচাৰি পালোঁ, আইমী বাৰ কথা কেইটাত ❤❤

  • @kasturidutta2874
    @kasturidutta2874 5 месяцев назад +5

    Aaimi baa iman bahiroloi jai cannes loike goise kintu tothapiu teu je kewol assamese words t kotha koi xeitu bohut bhal lage ❤❤❤

  • @trishnadutta893
    @trishnadutta893 5 месяцев назад +2

    The way she speaks is the thing we definitely have to learn from her❤

  • @editzpro8097
    @editzpro8097 5 месяцев назад

    শিকিব লগা বহুত আছে আপোনাৰ পৰা। মৰম দিলো বহুত বহুত❤।

  • @Dhrubaa_J_Das
    @Dhrubaa_J_Das 5 месяцев назад

    Such a strong women!! Not only a good mother,Wife,daughter!! Love this women till now!!❤🎉

  • @ghanyprati-sp5tk
    @ghanyprati-sp5tk 5 месяцев назад +1

    So kind heart....Really her way of talking touch my heart

  • @EmoniBorah
    @EmoniBorah 5 месяцев назад +1

    কথাবোৰ ইমান সুন্দৰ কৈ কৈছে বহুত ভাল লাগিল।বৰ সহজ সৰল❤❤

  • @MindharVlogs
    @MindharVlogs 5 месяцев назад +3

    এটা উৎসাহজনক ভিডিঅ' । ধন্যবাদ অবয়ব । আইমি বাক জানিব পাৰিলোঁ কিছু ভিতৰৰ পৰা । শুভকামনা

  • @pujatalukdar3022
    @pujatalukdar3022 5 месяцев назад +1

    Bohut motivational speech.... Val lage apunar kotha bur korobat kunubakhini kotha nijor lgt mili goise val lagise bhut... Vale thakok hodai anekoi e dhuniya dhuniya kotha koi jauk ru amak xikai jauk❤ ru lgte aboyob da k thank you

  • @manassarma2854
    @manassarma2854 5 месяцев назад

    আমি সাধাৰণতে গুৰুত্ব নিদিয়া সৰু সৰু কথাৰে পুৰ্ণ এটা গুৰুত্বপুৰ্ণ বাৰ্তালাপ ৷ বহুত ভাল লাগিল ৷৷❤❤

  • @popigogoi2137
    @popigogoi2137 5 месяцев назад +1

    ইমান ধুনীয়া কৈ কথাখিনি কৈ গৈছে শুনি আমনি নালাগে। সুখী হোৱা তুমি । বহুত মৰম তোমালৈ ।❤

  • @motivation5768
    @motivation5768 5 месяцев назад

    তোমাৰ সকলোবোৰ Podcast ৰ ভিতৰত Best তৰো Best podcast.বিৰাট ভাল লাগিল৷

  • @monalishagogoi131
    @monalishagogoi131 5 месяцев назад +1

    ভাল লাগিল বহু কথাও শিকিলো 🙂ইমান সহজকৈ কথাবোৰ বুজাই দিব পাৰে❤বৰ আশাৰে ৰৈ আছিলো podcast টো বাবে👍

  • @lukumonirani5917
    @lukumonirani5917 5 месяцев назад +1

    Aimee baa hosakoi matir manuh , iman simple thinking kunu ohongkar ni ..kisuman manuhe kio imn beyakoi judge kori loi apunar bhitorkhon imn safa hosakoi bht inspiration puwa goise kothaburot ....hei rangdhali , aaimoni baa joni dhunia ovinoi kora logote dhunia monor manuh hoi apuni ..love you baa .

  • @HimakshiDeka
    @HimakshiDeka 5 месяцев назад +2

    Iman val lagil sai.. minister r wife kothaxar side kori....ekdom positive eta interview❤

  • @abhijitbora508
    @abhijitbora508 5 месяцев назад +1

    Maa kosom..... What a episode.. Aaimee ba iman informative and kotha bur tamam point ot koise. Heads off

  • @sumitadeka4209
    @sumitadeka4209 4 месяца назад

    আজি নিজকে লাজ পাইছো মই সঁচা কথা । যিটো কাম মই কেতিয়াও কৰি পোৱা নাই সেইটো কাম আনে কৰিলে ভুল শুদ্ধ বুলি সমালোচনা কৰাটো ভাল কথা নহয়। সঁচাকৈ যেতিয়া আপোনাৰ চিনেমা চাও ভাবো ইমান যোৰ কৈ হাঁহে ইমান যোৰ কৈ কান্দে but সঁচা কবলৈ গলে মই তাৰ যোগ্য নহওঁ।আৰু আপুনি মোৰ দৰে আৰু আন ছোৱালীৰ বাবে প্ৰেৰণা দায়ী। আৰু আগুৱাই যাওঁক ❤

  • @kaushikmoniboruah
    @kaushikmoniboruah 5 месяцев назад

    সঁচাকৈয়ে বহুত ভাল লাগিল। উপভোগ কৰিলো সম্পূৰ্ণ পডকাষ্টটো ❤

  • @flyingbird131
    @flyingbird131 5 месяцев назад +8

    বহুত ভাল লাগে❤
    বহুতে তেওঁক কেৱল অকল মন্ত্ৰী পত্নী হিচাপেহে জানিবলৈ যত্ন কৰে,কিন্তু 90ৰ সকলোৱে জানে মন্ত্ৰী পত্নী হোৱাৰ আগতেই তেওঁ অভিনেত্ৰী হিচাপে ভাল পৰিচয় আছিল,যথেষ্ট স্বাধীন মনৰ,ইতিবাচক চিন্তাৰ মহিলা।

  • @gautamiborah
    @gautamiborah 5 месяцев назад

    The way she speaks...❤u baa
    Episode tu bor dhuniya lgil..

  • @sumimedhi3943
    @sumimedhi3943 5 месяцев назад +18

    Barsha rani aru aimee....favorite mur..like princess...❤❤

  • @kankanaaaaa
    @kankanaaaaa 5 месяцев назад +2

    Apunar podcast bilak r vitort sage eitu e best podcast... Bhut inspire hb parilu ei epi tur pora.. oknman o skip nkora k salu.. bhut val lagile xosakoi... Aagbari jua aboyab da... Aru enekua epi sabo pam boli axa thakil... God bless you... Thnk u so much ❤️

  • @nuushree9779
    @nuushree9779 5 месяцев назад +1

    The way she talks..just convinced me to impressed by her❤️

  • @mrinmoy3234
    @mrinmoy3234 5 месяцев назад +10

    I don’t care if she belongs to a political family with lots of power or not but rather I look at the picture where she is representing this whole ASSAMESE culture. And she is really sweet ❤

  • @nishitanath5625
    @nishitanath5625 5 месяцев назад

    মন চুই গল কথাখিনি বাৰ ব্যক্তিত্ব সঁচাই আকৰ্ষণীয় ❤❤

  • @Pujapinkiborah
    @Pujapinkiborah 5 месяцев назад +5

    ইমান সুন্দৰ কথা,সঁচায় অন্তৰ চুই যোৱা কথা❤

  • @NITXRUSHGOD12
    @NITXRUSHGOD12 5 месяцев назад +3

    ভাওনা সংস্কৃতিৰ লগত বিশেষ ভাৱে জৰিয়ত কোনো বা এইজন ব্যক্তিক আপোনালোকৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাব পাৰে যদি

  • @nilutpalsaikia9957
    @nilutpalsaikia9957 5 месяцев назад +104

    আইমি বাক দেখিলে আগৰ সেই তাহানিৰ ৰাংঢালী,আইমনি VCD বোৰলৈ মনত পৰে😢আজিৰ দিনত কিজে চিনেমা বোৰ বনাই আৰু দেই কোনো ধৰণৰ ভাল কাহিনী নাই
    ...?

  • @kankankalita8217
    @kankankalita8217 5 месяцев назад +6

    Purukhor uporot teur monovab… salute 🫡

  • @rashmisvlog1618
    @rashmisvlog1618 5 месяцев назад +1

    ৰাজনৈতিক ভাৱে বা অভিনেত্রী বুলি নহয় এগৰাকী মাতৃ ,পত্নী ,আৰু জী হিচাপে কোৱা কথাখিনি বহুত ভাল লাগিল ❤

  • @Expresso123-z7s
    @Expresso123-z7s 5 месяцев назад +1

    I applaud this woman for being so attached to her roots and focusing on a great upbringing of her children as compared to many others who are more inclined to Western cultures and values, neglecting the authenticity of the region they reside.❤

  • @user-lg8ob3lx7o
    @user-lg8ob3lx7o 5 месяцев назад +25

    As a Phd scholar I can relate to you. Daily morning to evening porha pisot eta paragraph likhute halat beya hoi. Aru plagiarism checker loi o tension...upar se deadlines 😂 Guide.r intellectual bully asei 😝

    • @lakshmirani1811
      @lakshmirani1811 5 месяцев назад

      Hoi dei jiman porhilei ketyaba ata line likhib nuari ru guide r toh asei ru

  • @gitarthasaikia3360
    @gitarthasaikia3360 5 месяцев назад +26

    কথাবোৰে নিজক চুই যাব পাৰিছে। ভাল লাগিল ❤

  • @dimachutia3704
    @dimachutia3704 4 месяца назад

    আইমনি ২০০৯ খনৰ যে সেই দুডাল কেঁকোৰা বেনি থকা আইমী বা জনী এতিয়াও একেই আছে সহজ সৰল মৰম লগা । ভালে থাকা সদায় বহুত মৰম তুমালৈ ❤❤❤

  • @saurav1356
    @saurav1356 5 месяцев назад +30

    Roi asilu episode tur babe ❤️
    Next episode Gayatri Mahanta baak Matibo sun plz🙏🙏

  • @RimuTapan
    @RimuTapan 5 месяцев назад

    Xosa koi aji episode tu Sai bohut val lagil.. bohut kotha bujibo parisu ba xikisu.. love you aimee baa❤

  • @Purabi450
    @Purabi450 5 месяцев назад +1

    Iman dhuniakoi kotha botora bur koi.. bohut bosor agote baak log paisilu usor pora.. bohut morom baa❤️❤️❤️

  • @lakshya-t9r
    @lakshya-t9r 5 месяцев назад +62

    Pijush Hazarika e politics ketiya eribo? Please mention the date and time for the declaration.

    • @BENGIAYARI-nb9um
      @BENGIAYARI-nb9um 5 месяцев назад +19

      Aimee ekoraki individual person hoi,tekehte ahise proadcast t nijor bixoye kobo ,so apuni parile pijush k hudhak..by the way politician bure hodai tenekoi koi, atiya jenekoi benglore and Lucknow t Rahul khanor guarantee card loi ghuri phurise mahila hokole. So darkar nai piyush ye ki koise , as individual Aimee baruah r interview Sai tekehortor interview bhal hoise ki nai tatacomments kua darkar

    • @hitutpalboruah
      @hitutpalboruah 5 месяцев назад

      Pijush kot ase eyat.. ki qustn xudhe he

    • @boro3775
      @boro3775 2 месяца назад +1

      Kiyo toi e neki next cm

  • @priyankaboruah9535
    @priyankaboruah9535 5 месяцев назад +4

    আইমীবাৰ কথনশৈলী সুন্দৰ।বহুত শিকিবলগীয়া।ভাল লাগিল।

  • @minakshipatowary3779
    @minakshipatowary3779 5 месяцев назад

    ইমান ধুনীয়া কৈ কথা বোৰ কৈছে।খুব ভাল লাগিল।

  • @sunalibaruah1632
    @sunalibaruah1632 5 месяцев назад +3

    এই podcast Tut je sobe eman bhal coment dise bt আইমী বাৰ blg videot kio emn bea coment kore baru,moi kin2 kaku nam mention kori kua nai dei jie beake coment kore তেওঁলোকক হে koisw

  • @jumikalita2452
    @jumikalita2452 3 месяца назад

    Ai podcast tu saai xosake bohut katha xikibo parilu Aimee baar pra, bohut vaal lagil

  • @MainavlogsMaina
    @MainavlogsMaina 5 месяцев назад +3

    Aimee baa khta bor mor bohut val pau ❤😊 তেওঁ khta bor eman dhuniy 😘❤️💝

  • @nishi2420
    @nishi2420 5 месяцев назад

    She is way more beautiful with her words❤! truely rare

  • @bibhutimissong5576
    @bibhutimissong5576 2 месяца назад

    মোৰ লৰা ছোৱালীক সদায় গাওঁত নিও কথাষাৰ একেবাৰেই সৰু যেন লাগিলেও ইয়াত বহুতো অৰ্থ সোমাই আছে। আঁচলতে যান্ত্ৰিকতাৰ পৰা আমিবোৰ মাজে সময়ে গাওঁত গৈ মৰম আন্তৰিকতাবোৰ বুটলি আনিব লাগে। বাকী একো নকওঁ আইমী বা আপোনাৰ সু স্বাস্থ্য কামনা কৰিছোঁ।

  • @simpirajkonwari2004
    @simpirajkonwari2004 5 месяцев назад

    Khub val lagil Kothabur.. Bahut kotha janibo parilu Aimee baido r pora... 🙏2jonor a kothabur khub lagil

  • @Kasturi495
    @Kasturi495 5 месяцев назад

    মোৰ সদায় প্ৰিয় আইমী বা❤ আৰু তেওঁ কথাবোৰ সঁচাই মনটো চুই যায়

  • @HimashriDevi-kk9cv
    @HimashriDevi-kk9cv 5 месяцев назад +1

    Bohut bhal lagil bohut podcast tu...❤ bohut kotha xikibo palu ...Aimee baa
    Xodai priyo💕💞

  • @himadrinayanmonihazarika1208
    @himadrinayanmonihazarika1208 5 месяцев назад +2

    সুন্দৰ ব্যক্তিত্বৰ গৰাকী । কথাবোৰ চুই গ'ল, বাৰ পৰা শিকিব লগা বহুত আছে....

  • @ritamonibaruah9339
    @ritamonibaruah9339 5 месяцев назад +1

    কথাবোৰ পৰিস্কাৰ আৰু অমায়িক শুনি ভাল লাগিছে ❤❤❤

  • @RajneelDx-jp6tg
    @RajneelDx-jp6tg 5 месяцев назад +2

    Aimee bar kothabure hosakoi mon sui jai....eman morom logakoi kothabur koi....❤❤❤

  • @mollikasaikiavlogs867
    @mollikasaikiavlogs867 5 месяцев назад

    কি সুন্দৰ অনুভৱ ❤❤ বহুত ভাল লাগিল ❤❤

  • @RashmiSharmaThakur
    @RashmiSharmaThakur 5 месяцев назад

    তোমাৰ মালৈ মোৰ ফালৰ পৰা ধন্যবাদ থাকিল কাৰণ তোমাৰ ইমান সুন্দৰ কৈ ডাঙৰ দীঘল কৰিছে ❤❤❤❤❤ বহুত বহুত শুভেচ্ছা আৰু মৰম থাকিল ❤❤❤

  • @Buddingdoctr
    @Buddingdoctr 4 месяца назад

    The way she speak is so soothing 😊

  • @drstdhruba1837
    @drstdhruba1837 5 месяцев назад +12

    কথাখিনি মন চুই গৈছে । এয়াই নাৰী❤

  • @hiranyagogoi8118
    @hiranyagogoi8118 5 месяцев назад +31

    আইমী বৰুৱা ৰ কথা চিৰ সেউজীয়া, সঁচা মনৰ ছোৱালী সঁচা কথা।

  • @ManashKaushik
    @ManashKaushik 5 месяцев назад +1

    আইমী বা is love 💕
    So well spoken ❤ True Gentlewoman 😊

  • @bhanitathakuria9110
    @bhanitathakuria9110 5 месяцев назад

    আইমী বা সঁচাকৈয়ে বহুত Talented ❤ বহুত বহুত বহুত বেছি ভাল লাগিল❤❤❤

  • @shyhumanity2838
    @shyhumanity2838 5 месяцев назад +14

    Pijush ok result or dinar pora dekha napao dekhun kotu, ki hol??? Koisile nohoi je Gaurav Gogoi jodi jike tente moi raajneeti ari dim buli, so please let us know the time n date off his resignation please😈

  • @devsona16
    @devsona16 5 месяцев назад +1

    Podcast আজি প্ৰথম চালোঁ । আজিয়েই Like, Comment & Subscribe কৰিলোঁ । নিয়মীয়া দৰ্শক হলোঁ আজিৰ পৰা । আইমীৰ কথাখিনি বৰ ভাল লাগিল । সঁচা কথা এটা কৈ থওঁ, বহুত কথা শিকিবলগীয়া আছে এইটো Episode ৰ পৰা । Channel টো আগুৱাই যাওক তাকে আশা কৰিলোঁ ।

  • @pinak1949
    @pinak1949 5 месяцев назад +3

    সদায় এই সহজ-সৰল মনোভাৱৰেই থকা

  • @sobitagogoi7830
    @sobitagogoi7830 5 месяцев назад +4

    আপুনি দেখিব যিমান ধুনীয়া কথাবোৰ সিমানেই ধুনীয়া

  • @BidyutBora-qj1ji
    @BidyutBora-qj1ji 5 месяцев назад

    আপুনি এগৰাকী মোৰ প্ৰিয় অভিনেত্ৰী আছিল।কথা বোৰ বহুত সহজ সৰল বহুত ভাল হয় বুলি ভাবো। কিন্তু এবাৰ এখন সভাত আপুনি কাঁ অসমীয়া মানুহে আদৰি লবলৈ আহ্বান কৰিছিল নিজৰ লাভৰ বাবে।তেতিয়া পৰা কিন্তু আপোনাক এগৰাকী মুখা পিন্ধা আইমী বৰুৱা যেন লগা হল।আজি যি খিনি কথা কৈছে সঁচাকৈ বহুত ভাল ভাল কথা কৈছে বাৰু।

  • @MrinmoyNathUA
    @MrinmoyNathUA 5 месяцев назад +1

    পুৰুষৰ কথা খিনিয়ে চুই গ'ল 😊

  • @ranudas3478
    @ranudas3478 5 месяцев назад +4

    আইমী বাৰ মাৰ কথা খিনি‌ যে কৈছে
    এখন হিন্দী ৰ চুটি চিনেমা আছে। তেওঁ নিশ্চয় চাইছে।ময়ো চাইচো।একদম মিলিছে।

  • @mysmallworld-wi3fk
    @mysmallworld-wi3fk 5 месяцев назад

    Politically nsai jdi podcaste tu normally sua jai khub mon sui jua ,poti tu taor onuvob ktha hosa ka mn sui jua,ma r pora husbnd aru nijor lyf loi sb ktha biral val lgesa,khub val lgesa podcast tu❤

  • @AnkitaBarman-wd6ke
    @AnkitaBarman-wd6ke 5 месяцев назад +2

    Iman dhunia kotha koise baa..koi na purty reflect itself 💚❤️go on ba ❤️

  • @rinabarkakoty6292
    @rinabarkakoty6292 5 месяцев назад +3

    Aimee is such a eloquent speaker. A very good episode

  • @shilpasaikia6876
    @shilpasaikia6876 5 месяцев назад +1

    মিছা নকওঁ এষাৰ কথাই মন চুই গল।। যি দিনাখন ফোনৰ পৰা number tu delete কৰিব লগা হব 😢

  • @simantag9714
    @simantag9714 5 месяцев назад +1

    Baa 2mr kotha bur huni bohot vl lge gol mon2 sui gol 🥺❤️

  • @bornaligogoi1
    @bornaligogoi1 5 месяцев назад

    বহুত ভাল লাগিল আইমী বা আপোনাৰ কথাবোৰ শুনি মনটো বহুত ভাল লাগিল বহুত কথা শিকিব পৰিলোঁ।।❤❤

  • @chitrascookingcloud703
    @chitrascookingcloud703 5 месяцев назад

    Podcast tu khub val lagil..iman genuine asil

  • @Krishnakalita-f6m
    @Krishnakalita-f6m 5 месяцев назад

    Video tu sai bhut vl lgil... kin2 ata kotha xosa je Aimee baa a je nijor age tu xsa ke kole...aji kli kune o age r kotha nkoi..so 👍 nice

  • @deepjyotihazarika3577
    @deepjyotihazarika3577 5 месяцев назад +3

    Preetiest Wmn wid a Golden Heart 🤍Val loga Manuh Gorakir Kotha Khini Hosai Mon Suui Gol ❣️Hukhi Houk Hodai Monor Jukhere Apuni Aimee Baa 😊Stay blssd ✨

  • @renukaraika5138
    @renukaraika5138 5 месяцев назад

    Oti hundor baa ...
    Ajiloike moi jiman podcast saisu etiya loike eitu best podcast😇
    thank you baa bohut kotha hikisu video tu sai😊
    Thank you Aboyob da for this video ,aru ajuwai juwa aru enedore videos di thakiba ...

  • @biswajitbaishya1450
    @biswajitbaishya1450 5 месяцев назад +5

    Bahut val lagile dei aitu episode
    Aimee baak bahut bhal lage
    Aru kotha janibo loga asil

  • @namitanath6402
    @namitanath6402 5 месяцев назад

    কথাবোৰ ইমান ধুনীয়া ❤
    বহুত ভাল পাওঁ আপোনাক বা ❤️

  • @preetamraj2780
    @preetamraj2780 5 месяцев назад +1

    Best podcast or interview i have ever seen👌🏻❤️