কেনেকৈ থাকে মন্ত্ৰী বিধায়ক - MLA hostel explore , Guwahati

Поделиться
HTML-код
  • Опубликовано: 24 сен 2022
  • let’s explore MLA hostel guwahati
    #assamese #guwahati

Комментарии • 2,3 тыс.

  • @niyarkalita__
    @niyarkalita__ Год назад +967

    ডিম্পু দাক ধন্যবাদ ৰজাঘৰীয়াৰ ৰাজমহলবোৰ চালো । সিহতকো আমাৰ দৰে দুখীয়া প্ৰজাৰ ঘৰ চাবলৈ নিমন্ত্ৰন জনালো । আহক সকলোৱে । ১২৬ জন বিধায়কে অন্তত অসমৰ ১২৬ খন গাও চাওক বুজি পাব অভাৱ অনাতন ।

    • @aloneboyyash46
      @aloneboyyash46 Год назад +10

      Well said👏👏

    • @monimalakolita3267
      @monimalakolita3267 Год назад +118

      দিম্পুৱে কোৱা দৰে বিতৰ্ক কৰিবলৈ যোৱা নাই কিন্তু মোৰ এইবোৰ চোৱাৰ একেবাৰেই হাবিয়াস নাই। কিয়নো এই সা-সুবিধা আমাৰ জনতাৰ কাৰণেই তেওঁলোকে লাভ কৰিছে।শীত তাপ নিয়ন্ত্ৰণীত কোঠাত থাকি, বিলাসী খাদ্য খাই বহুতে আমাৰ সাধাৰণ জনতাৰ দুখ- যন্ত্ৰনা বুজি নাপায় বা পাবলৈ চেষ্টা ও নকৰে।সকলোৱে বিনামূলীয়াকৈ চাউল পাইছে কিন্তু গেছৰ দাম এঘাৰ শ,জুই জ্বলোৱা সমল কেৰাচিন এশ বিশ টকা সুলভ মূল্যৰ দোকানত। কোনেও নিকিনে সেই বাবে সুলভ মূল্যৰ দোকানত আনিবলৈ বাদ দিলে। সকলোৱে পলিঠিন,কাগজ পুৰি জুই জ্বলোৱা হৈছে। তাৰ ফলত কিমান ৰোগে বাস কৰিব কাকো বুজায় ক'ব নালাগে। এইটো এটা সাধাৰণ উদাহৰণ হে মাত্ৰ। অনুভৱ কৰিব নে এই ৰাজমহল ৰ পৰা। তথাপিও কিছুমান নজনা কথা জানিব পাৰিলোঁ।
      শেষত এটা অনুৰোধ - কিছুমান এনেকুৱা গাঁৱত যাবা যত এতিয়াও অন্ধবিশ্বাস,কূ-সংস্কাৰ , অভাৱ - অনাটন আছে। তোমাৰ ভিডিঅ' যিহেতু চৰকাৰী মন্ত্ৰী বিধায়ক সকলে ও চাই এইবোৰ চকুত পৰিলে ভাল হ'ব।

    • @durlavbaruah3953
      @durlavbaruah3953 Год назад +5

      Hosa kotha.....

    • @jameelahmedjameel-tb8tl
      @jameelahmedjameel-tb8tl Год назад

      ruclips.net/video/I863F8HgN0A/видео.html

    • @darsanasaharia3577
      @darsanasaharia3577 Год назад +5

      সঁচা কথা কৈছে

  • @jugalkishor4219
    @jugalkishor4219 Год назад +38

    MLA hostel দেখুৱালা ভাল লাগিল
    ড° আইমীক দেখুৱালা ভাল লাগিল
    আইমীৰ ছবি বিনা পইচাত চালা ভাল লাগিল
    চেমখৰৰ প্ৰমচন কৰিলা ভাল লাগিল
    কিন্তু চেমখৰৰ আইমীৰ কোলাত থকা কেচুৱাটো শ্বুটিঙৰ ৫ দিন পিছতে মৃত্যু মুখত পৰিছিল
    কাৰণ শ্বুটিঙৰ সময়ত শিশুটোক নৈৰ পাৰত খালী গাৰে প্ৰায় এঘণ্টা ৰাখিছিল আৰু পিছত জ্বৰ কফ হৈ নবজাতক টোৰ মৃত্যু হয়
    এতিয়া চেমখৰৰ সেই মৃত্যু হোৱা শিশুটোৰ বিষয়ে এটা video বনোবা বাবা
    তেতিয়া গম পাম তুমি কিমান সমাজ হিতৈষী

    • @Himprabal
      @Himprabal 9 месяцев назад

      Its their parents responsibility

  • @taruntrinayan7326
    @taruntrinayan7326 Год назад +266

    দুখীয়া ঘৰত খাৱলে যাবা,ধনী ঘৰত চাবলে যাবা🙏

  • @nayanmoniborgohain7579
    @nayanmoniborgohain7579 Год назад +19

    তেওঁ থকা ঠাইৰ ৰাস্তা চাওক আৰু জনসাধাৰণ থকা ঠাইৰ ৰাস্তা চাওক। আকাশ পাতল পাৰ্থক্য।

  • @yuvrajphukon6250
    @yuvrajphukon6250 Год назад +354

    বেয়া পাবলগীয়া একো নাই। কিন্তু অনুগ্ৰহ কৰি এম এল এ মন্ত্ৰী বোৰক ৰজা বুলি নকব। তেওঁ লোক জনসাধাৰণৰ প্ৰতিনিধি হে ♥️♥️♥️

    • @RJHMvideoblogs
      @RJHMvideoblogs Год назад +15

      হয় কথাটো হজম নহয়।

    • @indrajitsvlogs796
      @indrajitsvlogs796 Год назад +13

      তেওঁলোক ৰজা নহয় তেওঁলোকক জনসাধাৰণে হে ৰজা বনাই । তেওঁলোকক ৰজা বোলি নকব

    • @bonditagoswami1372
      @bonditagoswami1372 Год назад +6

      আচলতে, তেওলোকৰ ultra modern lifestyle বোৰৰ বাবেই হওক বা শাসনৰ জৰী দাল নিজৰ হাতলৈ আনি সৰ্বসাধাৰণক কেউ ফালৰ পৰা জুৰুলা কৰি নিজে বিন্দাছ লাইফ এটা যি দৰে কটাই আছে, আজি মই video টো দেখি এনেকুৱা লাগিছে কিজানি ৰজাৰো এনেহেন ৰাজমহলত থকাৰ সৌভাগ্য নাথাকে। সচা কথা কবলে গলে মোৰ ঘৃণা হে জাগিছে, একো ফূৰ্তি নালাগিল। "ৰজা" বুলি আখ্যা দিয়াটো বৰ এটা ভুল নাইহোৱা যেন অনুমান হল। ৰাইজৰ এজন সাধাৰণ প্রতিনিধি হৈ সাধাৰণ ভাৱেই থকা হলে অন্ততঃ মইও ভুল বুলি কলো হয়। কিন্তু কেনেদৰে জীবন নিৰ্বাহ কৰিছে দেখি ভাষাই নাই,, কি দেখিলো আজি।।।।। ডিম্পুৰ ভাষাতেই, "একেবাৰে লন্ডন হে যেন"

    • @ajitdas2618
      @ajitdas2618 Год назад +15

      প্ৰতি নিধি হলে আমাৰ কষ্ট বৰ বুজি পালে হেতেন ইমান বস্তুৰ দাম নহল হৈ

    • @putin2860
      @putin2860 Год назад +2

      @@ajitdas2618 yes bro 😥

  • @user-gw9xj9cm8i
    @user-gw9xj9cm8i Год назад +355

    MLA area tur nisina jdi amr axom khn rakhile hoi bhal lgil hoi🙂

    • @surajitsgoodlife2614
      @surajitsgoodlife2614 Год назад +16

      teneke gotei sxom or manuh khini o emn soka mind or hobo lagibo ,

    • @middleclassikbal2613
      @middleclassikbal2613 Год назад +10

      @@surajitsgoodlife2614 kothabur bekakoi kobo eribo apuni ki axom or manuhok burbok buli vabise nki

    • @helenrajbonshi3146
      @helenrajbonshi3146 Год назад

      ​@@middleclassikbal2613 unti

    • @shashankasaikia4136
      @shashankasaikia4136 Год назад +11

      Govt e korileu public e maintain kori rakhibo lagibo Pan masala khai rastat pik pelai thakile nohobo

    • @preetikalita2203
      @preetikalita2203 Год назад

      Axom or manuh khinieu heikhini bujibo lagibo

  • @bswjtmahanta
    @bswjtmahanta Год назад +9

    ৰজা বুলি নকব ডিম্পু।গণতন্ত্ৰত ৰজা নাথাকে।তেওলোক জন প্ৰতিনিধিহে।ৰজা নহয়।আমি দিয়া কৰৰ টকাৰে তেওলোকে দেশখন পাচ বছৰৰ বাবে চলাব লাগে যদিও বেছিভাগে নিজৰ ইচ্ছামতে ৰাইজৰ টকাৰ অপচয় কৰে।বাকী আপোনালৈ শুভকামনা থাকিল।বেছি জনমুখী হওক

  • @juriduttasonowal8151
    @juriduttasonowal8151 Год назад +75

    বিতৰ্ক কৰা নাই বাৰু, তথাপিও কওঁ যে এয়া চিনেমা খনৰ প্ৰচাৰ চলোৱা যেন লাগিল ।
    বাকী তোমাৰ ভিডিঅ'বোৰ চাই খুব ভাল লাগে। আগন্তুক দূৰ্গাপূজাৰ শুভেচ্ছা জনালোঁ

    • @buli2502
      @buli2502 Год назад +3

      Apunar kotha tu hosa hoi.. Indirect promotion 😊

  • @monimalakolita3267
    @monimalakolita3267 Год назад +144

    দিম্পুৱে কোৱা দৰে বিতৰ্ক কৰিবলৈ যোৱা নাই কিন্তু মোৰ এইবোৰ চোৱাৰ একেবাৰেই হাবিয়াস নাই। কিয়নো এই সা-সুবিধা আমাৰ জনতাৰ কাৰণেই তেওঁলোকে লাভ কৰিছে।শীত তাপ নিয়ন্ত্ৰণীত কোঠাত থাকি, বিলাসী খাদ্য খাই বহুতে আমাৰ সাধাৰণ জনতাৰ দুখ- যন্ত্ৰনা বুজি নাপায় বা পাবলৈ চেষ্টা ও নকৰে।সকলোৱে বিনামূলীয়াকৈ চাউল পাইছে কিন্তু গেছৰ দাম এঘাৰ শ,জুই জ্বলোৱা সমল কেৰাচিন এশ বিশ টকা সুলভ মূল্যৰ দোকানত। কোনেও নিকিনে সেই বাবে সুলভ মূল্যৰ দোকানত আনিবলৈ বাদ দিলে। সকলোৱে পলিঠিন,কাগজ পুৰি জুই জ্বলোৱা হৈছে। তাৰ ফলত কিমান ৰোগে বাস কৰিব কাকো বুজায় ক'ব নালাগে। এইটো এটা সাধাৰণ উদাহৰণ হে মাত্ৰ। অনুভৱ কৰিব নে এই ৰাজমহল ৰ পৰা। তথাপিও কিছুমান নজনা কথা জানিব পাৰিলোঁ।
    শেষত এটা অনুৰোধ - কিছুমান এনেকুৱা গাঁৱত যাবা যত এতিয়াও অন্ধবিশ্বাস,কূ-সংস্কাৰ , অভাৱ - অনাটন আছে। তোমাৰ ভিডিঅ' যিহেতু চৰকাৰী মন্ত্ৰী বিধায়ক সকলে ও চাই এইবোৰ চকুত পৰিলে ভাল হ'ব।

    • @bjpatowary2780
      @bjpatowary2780 Год назад +8

      Absolutely right 👍

    • @monimalakolita3267
      @monimalakolita3267 Год назад +8

      @@bjpatowary2780ল'ৰা ছোৱালীয়ে যেতিয়া অভাৱ পায় তেতিয়া মাক দেউতাকৰ দুখ বুজে বা আন অভাৱত থকা লোকৰ দুখ বুজি পায়। সেয়ে চাবাচোন দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰী সকলে বহুত ভাল ফলাফল দেখাই বিভিন্ন পৰীক্ষাত। ঠিক তেনেদৰে বিলাসী জীৱন কটোৱা সকলে মানুহৰ অভাৱ বুজি নাপায়।

    • @bjpatowary2780
      @bjpatowary2780 Год назад +6

      @@monimalakolita3267 akdom xosa kotha baideu

    • @fermion4945
      @fermion4945 Год назад +7

      Apunar kothat moi ekmot

    • @monimalakolita3267
      @monimalakolita3267 Год назад +4

      @@fermion4945 ধন্যবাদ জ্ঞাপন কৰিছোঁ।

  • @sherryburagohain1472
    @sherryburagohain1472 Год назад +6

    আইমী বৰুৱাক এইটো কাৰণে বৰ ভাল পাওঁ যে তেওঁ Down to earth.লৰা ছোৱালী হালক সাধাৰণ ভাৱে তুলিছে৷

  • @mamanarxobdokatha782
    @mamanarxobdokatha782 Год назад +56

    ৰজা ঘৰ,ৰজাৰ সুখ,চিকচিকা বাট-পথ দেখিলোঁ দিম্পু। কিন্তু আমাৰ দুখ খিনিও যদি তেওঁলোকে বুজিলে হয়! কি নৰক যন্ত্ৰনাত আছোঁ আমি।

  • @madhusmitadeka3138
    @madhusmitadeka3138 Год назад +9

    সাধাৰণ জনতাৰ মুৰত ৰামটাঙোন মাৰি এই বিলাসী জীৱন কতায় কি সুখ পাই নাজানো।

  • @TTRarmy143
    @TTRarmy143 Год назад +215

    এনেকুৱা ঠাই গোটেই অসমখন হলে আমিও গৌৰৱ অনুভৱ কৰিব পৰিলোঁ হেঁতেন দিম্পু দা...
    ইংলেণ্ড, আমেৰিকাৰ দৰে।

  • @Sumandas67778
    @Sumandas67778 Год назад +48

    Dimpu da, don't call them°Roja°. They are not king, only servent of the common people. Love you 😘🤟

    • @shaheensultana3503
      @shaheensultana3503 Год назад +6

      True. Kihor ako Roja. They are people's servant. Its the people who made them with their votes.

  • @Ridipaxom
    @Ridipaxom Год назад +22

    তুমি বহুত lucky person হয় ৰে ডিম্পু।❤️
    যোৰহাটৰ পৰা মৰম যাচিলো

  • @AIO0786
    @AIO0786 Год назад +217

    I wish one day Whole Assam will be the same as Minister's colony

  • @RJHMvideoblogs
    @RJHMvideoblogs Год назад +118

    কোন ৰজা ? আমি জানো ৰজা এজনেই আছে যাক ভগৱান বুলি কওঁ‌। ৰাইজৰ প্ৰতিনিধিক ৰজা বুলি সম্বোধন কৰাতো অলপ হজম কৰিবলৈ কষ্ট হৈছে। কেতিয়াবা সাধাৰণ মানুহখিনিৰ অসাধাৰণ কামবোৰ চাব মন যায়, যাৰ মুৰৰ ওপৰত কেবল আকাশ থাকে। এই পাচবছৰীয়া ৰাইজে পতা প্ৰতিনিধিক দেখুৱাই কি লাভ হ'ব।

  • @priyanujhazarikaofficial
    @priyanujhazarikaofficial Год назад +119

    অতি শুনকালে 3milion হ'ব দিম্পু দাৰ

  • @manashmayurkalita3304
    @manashmayurkalita3304 Год назад +28

    সেইকাৰণে দুখীয়া ৰ কষ্ট নুবুজে, আমাৰ নিছিনা কে থাকিব লাগিলে বুজিলে হয়

  • @antarikshadas1350
    @antarikshadas1350 Год назад +107

    Very smart way of promoting her cinema! 🙃👌

    • @jharnadas9130
      @jharnadas9130 Год назад +11

      সঁচা দেই 😂😂😂😂😂😂এনেয়ো নাযাওঁ চাবলৈ আইমি বাইদেউৰ চিনেমা 😂😂

    • @Kabir756
      @Kabir756 Год назад +2

      Right 😆😆👍👍

    • @assamcctvservices8615
      @assamcctvservices8615 Год назад +2

      Politics of Promotion 😂😂😂

  • @TarunKumar-oo8nc
    @TarunKumar-oo8nc Год назад +3

    আচলতে জনসাধাৰনে মন্ত্ৰীক সেৱা কাঢ়িব নালাগে বৰং মন্ত্ৰীয়েহে জনসাধাৰনক সেৱা কাঢ়িব লাগে কাৰণ জনতা মালিক আৰু নেতা বা মন্ত্ৰী আমাৰ সেৱক ।

  • @abdussalam3340
    @abdussalam3340 Год назад +18

    আপোনাৰ ভিডিও আজিলৈকে এটাও miss কৰা নাই,বহুত কথা শিকিছোঁ আপোনাৰ পৰা । কিন্তু আজিৰ ভিডিও তো প্ৰথম খিনি ঠিকেই আছিল,, কিন্তু last ৰ ফালে অলপ খেলিমেলি থকা যেন লাগিল,, মানে বহুত fast কৰিলে last ৰ খিনি,, যিটো আপোনাৰ কোনো এটা ভিডিও ত আজিলৈকে পোৱা নাছিলোঁ,, বিশেষ নকওঁ বাৰু ।বেয়া নাপাব বাৰু । মই ভবাটোহে কৈছো,, নহবও পাৰে,বা মোৰ ভুল ও হব পাৰে ।

  • @ankurjyotiborah3448
    @ankurjyotiborah3448 Год назад +2

    Dimpu daa tumi j aimee baar makok dekhi prothomote charan sui hewa jonala hske bht val lagil dekhi , tumak salute

  • @gauravbasfore9062
    @gauravbasfore9062 Год назад +15

    You are not only blogger, you inspire our youth generation #thank a lot

  • @mintuassamcreations3749
    @mintuassamcreations3749 Год назад +5

    বহুত সুন্দৰৰ লাগিল 👌👌

  • @nayankalita8694
    @nayankalita8694 Год назад +4

    ভাল লাগিল ৰজাঘৰীয়া আৰম্বৰপূৰ্ণ জীৱন বোৰ দেখি তাত থাকিল পৰাটো নাছিৱ কৰা খেল ভাই।কপালে গোপাল। সুন্দৰ সুন্দৰ

    • @kahanindrathakur3383
      @kahanindrathakur3383 Год назад

      Toi.etta.Maya.boinak.Assam.khana.hate.ghura.ghura.sude.ASA.bushor.putak.rander.badsha

  • @rzurocreation1854
    @rzurocreation1854 Год назад +1

    Dimpu da Bhal lagil...apunar babe bhut bhut thank you mla minister koloni dekhega karone

  • @sashibhatta5198
    @sashibhatta5198 Год назад +6

    ডিম্পুৰ কথা বিলাক বৰ ভাল লাগে ৷ বৰ খোলা মনৰ ৷ এমএলএ সকলৰ চৰকাৰী ঘৰবোৰ তেওঁ চাই ফুৰিছে ৷ বৰ সুখত থকা দেখিলে আমাৰো ভাল লাগে ৷ বাইদেউ জনীয়েও আনন্দ মনে, হাঁহি হাঁহি দেখুৱাইছে ৷ ডিম্পুৱে সকলো ফালি দেখুৱাব খুজিছে, ভাল লাগিছে ৷ লাজ অকণো নকৰেদেই ৷ ৰাস্তাৰে যাওতে এবাৰ আমাৰ ঘৰত ডিম্পু সোমাইছিল ৷ ল'ৰাটোৱে আকৌ মাতিছে, তেওঁ নিশ্চয় আহিব বুলি বাট চাই আছোঁ ৷ ল'ৰাই প্ৰায়ে কথা পাতি থাকে ৷

  • @jaangohain2576
    @jaangohain2576 Год назад +15

    সুন্দৰ 💞💞

  • @RedroseSid
    @RedroseSid Год назад +6

    Baideo behaviour ba kotha kowa style, voice bhut bhut dhuniya 💖

  • @pujapathak7883
    @pujapathak7883 Год назад +2

    😌💝..VIDEO TU SAI BHUT BESI VAL LGIL..♥️..ENEKE AMR PURA ASSAM KHON SAFA HOLE KIMN JE VL LAGIL HOI.. ♥️জয় আই অসম❤️

  • @dildarsk4422
    @dildarsk4422 Год назад

    Bht nojona bostu apunar video sai experience lobo paru_____thnk u so much dimpu daa_🙏❤️

  • @akashdeepvlogs01
    @akashdeepvlogs01 Год назад +9

    বহুত ভাল লাগিল সম্পুর্ণ ভিডিওটো চাই। কেতিয়াও ভৱা নাছিলো এনেকৈ মন্ত্ৰী আৰু বিধায়কৰ ঘৰ চাৱলৈ পাম।দিমপু দা
    আপুনাৰ কাৰণে ইমানখিনি চাবলৈ পালো। 🙏🙏🤩🤩de ar lots love from nagaon kaliabor ❤❤🥰🥰

  • @Heydosto123
    @Heydosto123 Год назад +59

    Thanks For Watching 🥰❤️❤️

    • @jameelahmedjameel-tb8tl
      @jameelahmedjameel-tb8tl Год назад

      ruclips.net/video/I863F8HgN0A/видео.html

    • @Geetakalita999
      @Geetakalita999 Год назад

      Aitu akou ki channel?
      ruclips.net/video/qU3v6okoB_c/видео.html

    • @rakhidas4365
      @rakhidas4365 Год назад

      ruclips.net/user/shortsXutZkEwRUng?feature=share aito video saok😄😅🤏

  • @polisahariah4602
    @polisahariah4602 Год назад +9

    What kind of king 👑??????? As like MLA hostel campus If all places of Assam's Village, Town, citys same then we feel proud to c their residential area, life style.....

  • @imhere1613
    @imhere1613 Год назад +14

    আইমী বা জনী ইমান মৰম লগা তেঁওৰ কথা কোৱাৰ ষ্টাইল শুনিলেই মন উপচি পৰে

  • @Kaushikeditzshorts
    @Kaushikeditzshorts Год назад +101

    সমগ্ৰ ভাৰতবাসীক শাৰদীয় দূৰ্গা পূজাৰ ♦️হিয়াভৰা শুভেচ্ছা যাচিলো 🛐❣️❣️❣️
    #Kaushikeditz

    • @hirukoch3916
      @hirukoch3916 Год назад +2

      Paisa ni ki korim gorib manuhar ki puja bhai

  • @luckpatiahmed
    @luckpatiahmed Год назад +1

    Bohut jonar issa asil bitorot ki ase ... thank you dimpuu da♥️

  • @jurisarmah-uf4rg
    @jurisarmah-uf4rg 2 месяца назад +1

    কলাইগাৱৰ পৰা নিবিড় আকাশে মৰম শ্ৰদ্ধা যাচিলো দিম্পুদাদা

  • @swabinulahmed5370
    @swabinulahmed5370 Год назад +3

    Next level or promotion de dimpu daa........deee rrr 🤣🤣🤣
    #shemkhor

  • @mcsahar1807
    @mcsahar1807 Год назад +24

    Excellent Dimpu Daa 👍❣️❣️❣️

    • @Geetakalita999
      @Geetakalita999 Год назад

      Aitu akou ki channel?
      ruclips.net/video/qU3v6okoB_c/видео.html

  • @himangshuvlog4873
    @himangshuvlog4873 Год назад

    দিম্পো দা বহুত ভাল লাগিল।।🤩🤩

  • @nitulbhattacharya4767
    @nitulbhattacharya4767 Год назад +2

    ডিম্পু, তোমাক সচাই মানিছো দেই। মানে তোমাৰ ভিডিঅ বোৰ চাবলৈ পাই। এঃ মজাঁ ।MLA হোষ্টেলৰ পৰিবেশ চাই বৰ ভাল লাগিল। তোমাৰ পিছে পিছে বা লগত যাবলৈ পোৱা হ'লে?

  • @MamoniKalita-74
    @MamoniKalita-74 Год назад +3

    Mojja dimpu dada❤❤xodai tumi annekoi aguwai jowa❤❤❤god bless you dada❤

  • @jasbirmamonichannel431
    @jasbirmamonichannel431 Год назад +28

    আমি নেদেখা নজনা ঘৰতে বহি বহি চাব পাইছো ! এনেকৈয়ে দেখুৱাই থাকিবলৈ আশা আৰু কামনা কৰো 😍😍

    • @rakhidas4365
      @rakhidas4365 Год назад

      ruclips.net/user/shortsXutZkEwRUng?feature=share aito video saok😄😅🤏

  • @namratadutta187
    @namratadutta187 Год назад

    Dimpu daa bohut bohut vl lgil apunar vdw sai....aapunar vdw buror pora ami bohut information paw vl vl...bonai thkibo vl lge Sai ❣️❣️❣️❣️❣️

  • @MohammadAli-mt3ro
    @MohammadAli-mt3ro Год назад +1

    Vl lagil vidiotu Sai,sinema khon r ktha gm pale raije ,sabo de dimpu vai sbe

  • @vloggermrityunjay4500
    @vloggermrityunjay4500 Год назад +21

    Very informative Dimpu.. you are an inspiration to the youth of Assam. Keep sharing this kind of content

    • @s.njanulove7925
      @s.njanulove7925 Год назад

      Fhj ruclips.net/video/nak1NAWvTXo/видео.html

  • @BuroiMisingAao
    @BuroiMisingAao Год назад +63

    অতি সুন্দৰ dimpu da ❤️

  • @hrishikeshbhattacharjee5069
    @hrishikeshbhattacharjee5069 Год назад +1

    mojaa val lagile dimpu da

  • @typ_music5558
    @typ_music5558 Год назад +1

    Unbelievable,#Dimpu_Da Tumi 💥💥💥💥

  • @gaming_with_ariyan.
    @gaming_with_ariyan. Год назад +5

    Dimapu Da I watch all your videos and enjoy your videos very much

  • @upasana.1783
    @upasana.1783 Год назад

    Xocaka bohut val lgil sai, happy life🥳

  • @profullapegu8934
    @profullapegu8934 Год назад +2

    Wow Dipu bahi চৰকাৰৰ প্ৰচাৰ 👏

  • @RAJURABHA420
    @RAJURABHA420 Год назад +8

    আইমি বা বহুত সহজ সৰল দেখুন ভাল লাগিল❤️

  • @ayeshaclassesgk
    @ayeshaclassesgk Год назад +25

    Greatest RUclipsr ever!! hope your success continues to grow. From where you started to where you are now! It's really inspiring how you did it I'm happy for you ❤️😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘

    • @Geetakalita999
      @Geetakalita999 Год назад

      Aitu akou ki channel?
      ruclips.net/video/qU3v6okoB_c/видео.html

  • @monjipsonowal255
    @monjipsonowal255 Год назад

    Baidew bohut morom loga aru hahitu bor dhunia dy❤️❤️

  • @junudeka9143
    @junudeka9143 4 месяца назад +1

    tumar logot photo uthi khub val lagil dimpu da

  • @tubetravelsaxom
    @tubetravelsaxom Год назад +75

    গৰ্ব কৰি কোৱা "আমি অসমীয়া" ✊✊

    • @jameelahmedjameel-tb8tl
      @jameelahmedjameel-tb8tl Год назад

      ruclips.net/video/I863F8HgN0A/видео.html

    • @tikensarania4862
      @tikensarania4862 Год назад +1

      Jai Aai Axom ♥️

    • @kamruptourism4992
      @kamruptourism4992 Год назад +1

      তুমি যদি অসমীয়া ,
      চকু মোদা নাইকীয়া ,
      মোদ খাবগৈ চকুহাল ,
      তাৰ আগত কীৰিতি ৰাখা ,
      জগত ইখনিত শুৱাব তোমাক ,
      ৰাখিব লাগিব অসমীৰ মান ,
      আইৰ মুখৰ অমিয়া মাতষাৰ আমি সদৌৱে সমিলমিলেৰে ( অসমীয়াই-অসমীয়াই যুঁজি-বাগি নসলাবা ধ্বংসস্তূপলৈ অসমখনিক )

    • @pranabjyotibhai5521
      @pranabjyotibhai5521 Год назад

      ruclips.net/video/aWTaqGwAuC8/видео.html📸

    • @kahanindrathakur3383
      @kahanindrathakur3383 Год назад

      Emn.randame.johrame.baimane.kore.kiya.thaka.tuhr.pareal.murot.kukra.muthce.tr

  • @jituprasadsarma4116
    @jituprasadsarma4116 Год назад +62

    Happy navaratri dimpu daa and all of you guys 🙏, jai durga maa🙏

    • @s.njanulove7925
      @s.njanulove7925 Год назад

      Ddfjjj ruclips.net/video/nak1NAWvTXo/видео.html

  • @nekibulrouf6344
    @nekibulrouf6344 Год назад

    Bohut Doniya Lagesc Dimpu Da ❤️❤️❤️❤️

  • @ranihussain894
    @ranihussain894 Год назад

    ভাল লাগিল video টো চাই ।

  • @madanrabidas9451
    @madanrabidas9451 Год назад +3

    I HAVE SEEN MLA MINISTER HOUSE FROM HOME THANK YOU DIMPU

  • @krishalay
    @krishalay Год назад +6

    Instead of continuously saying 'canteen baidou', you could've at least mentioned her (and her husband's) name once. Only because of them you could go there, so you could've reciprocated that gesture.

  • @rashidaparvin9026
    @rashidaparvin9026 Месяц назад

    Dada Vhal lagil dekhi.....

  • @sikhapatgiri7626
    @sikhapatgiri7626 Год назад

    ভিডিওটো বৰ ভাল লাগিল,আইমী বৰুৱাৰ ল'ৰা ছোৱালীদুটাক বৰ মৰম লাগে ।

  • @shirumoniborah5059
    @shirumoniborah5059 Год назад +17

    Love From GOHPUR ❤️

    • @Geetakalita999
      @Geetakalita999 Год назад

      Aitu akou ki channel?
      ruclips.net/video/qU3v6okoB_c/видео.html

  • @as07rider36
    @as07rider36 Год назад +8

    Next level ❣️❣️❣️

  • @dulalmorang487
    @dulalmorang487 Год назад

    Mojja ভাল লাগিল চাই dimpu

  • @rupjoytiray4016
    @rupjoytiray4016 Год назад +4

    So smartly promoted the cinema 😂

  • @anjeltikumanikhagohain3724
    @anjeltikumanikhagohain3724 Год назад

    Bohut vl lagil janibo pari aru dekhibo pai

  • @introvert_sanjib
    @introvert_sanjib Год назад +6

    Hey Dimpu Nice vlog Yar💖💖💖

  • @manashsarma09
    @manashsarma09 Год назад +12

    4 minutes 10 k views the power of dimpu😇

  • @montusonowal9762
    @montusonowal9762 Год назад

    বাইদেউ ক খুব ভাল লাগিল কথা কোৱা শৈলী।

  • @gitanjolivlog4810
    @gitanjolivlog4810 Год назад

    Bohut dhuniwa lagile.. Dada.....

  • @laskarmdwaliullah
    @laskarmdwaliullah Год назад +8

    দিম্পু দা কৰিমগঞ্জৰ পৰা চাই আছোঁ। আমাৰ অসমৰ MLA হোষ্টেল খন চাই ভাল লাগিল। জয় আই অসম ❤️❤️❤️

  • @mouchumidas612
    @mouchumidas612 Год назад +37

    মজা 🔥🔥...... বহুত ইচ্ছা আছিল MLA colony ৰ বিষয়ে জানিব আৰু চাব, finally আপোনাৰ কাৰণে পূৰণ হল, আপোনাক বহুত বহুত ধন্যবাদ ☺️

    • @kahanindrathakur3383
      @kahanindrathakur3383 Год назад

      Pretheber.vitrot.bdmas.rande.jabar.kasra.neloitja.toi.tr.piha.duta.kimn.dangar.kukurne.tajpuror.pagla.phatakor.pi.kaihna.ahica.toi.note.

    • @putin2860
      @putin2860 Год назад +1

      Moi tumak edin loi jai dekhuai loi ahim hobo no 😊

    • @rubulsaikia9419
      @rubulsaikia9419 Год назад

      Khub bhal vlog hoise thanks 👍

    • @rupaschannel5856
      @rupaschannel5856 Год назад

      Muro. Finally dekhilo aji

  • @DasSwargiaryGitu
    @DasSwargiaryGitu Год назад

    Bhal lagil video to sai bohut 😍.

  • @digantarajbongshi147
    @digantarajbongshi147 Год назад

    Moja lagil vdo tu sai ❤️🥀💕💫🥰🥳

  • @n.lhingboisingson6893
    @n.lhingboisingson6893 Год назад +3

    Very entertaining 💖💖

  • @abhiroyofficial1063
    @abhiroyofficial1063 Год назад +11

    I don't understand your language brother
    But I enjoy your video
    Love from bihar ❤️

  • @jibeshray4241
    @jibeshray4241 Год назад

    Dimpu da dekhyar bohut bohut val lagil

  • @i-MotivateMyself
    @i-MotivateMyself Год назад +1

    দিম্পু দা বহুত ভাল লাগিলে চাই💥👌❤️🥰

  • @bitupansonowal5726
    @bitupansonowal5726 Год назад +4

    Dimpu তুমি খাতাৰ্ণাক হে , জনাই থৈ আহিলা আপোনালোকৰ নিজৰ ঘৰ নহয় চৰকাৰে দিয়া ঘৰ আকৌ লৈ লব বুলি ।😆😆😆

  • @arunmiliholidayvlogs5107
    @arunmiliholidayvlogs5107 Год назад +4

    Ultimate bhai 😍

  • @assamzx09kaku
    @assamzx09kaku Год назад

    Bohut bohut vl lagil video to sai dimpu dada

  • @nipandasvlog810
    @nipandasvlog810 Год назад

    Bahut vll lgil video tu sai ❤️

  • @trinayandeka8812
    @trinayandeka8812 Год назад +3

    Mojja ❤️❤️🥰❤️❤️

  • @parasdas4151
    @parasdas4151 Год назад +8

    Indirectly the promotion of movie..bom salak dimpu Bhai

  • @unitedassamlakhya
    @unitedassamlakhya Год назад

    Baido jnir kotha botora buhut bhal lagil 😊

  • @sanuboravlog7639
    @sanuboravlog7639 Год назад

    Thanks Thanks dimpu dada bhutt bhall korila 👍👍👍👍👍

  • @tigerrrahman5883
    @tigerrrahman5883 Год назад +3

    Love you dimpu da
    From dhubri fakirganj salkata bhagnirkanda

  • @jupivlogs7743
    @jupivlogs7743 Год назад +4

    মজা 🔥

  • @alommia8618
    @alommia8618 Год назад

    Tmm mojja lagise Dimpu da 💕

  • @debidboro2749
    @debidboro2749 Год назад

    Bhal Lagil Sai♥️♥️♥️ From GoA

  • @godlike2014
    @godlike2014 Год назад +8

    Next level promotion 🔥

  • @rdxysgamer3565
    @rdxysgamer3565 Год назад +252

    Mojja Dimpu da ❤️

  • @rabiyachangmai2481
    @rabiyachangmai2481 Год назад

    wow dada moja lagil video sai 😍😍

  • @sunitapaul874
    @sunitapaul874 Месяц назад

    Dhunia lagil

  • @asanur1995
    @asanur1995 Год назад +3

    Love from Bongaigaon ❤️❤️