Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
দৰদী শিল্পী বিউটি শৰ্মা বৰুৱা বাইদেউৰ এটি চিৰসেউজ গীত।বহ বছৰৰ পাছত পুনৰ গীতটো শুনিবলৈ পাই আপ্লুত হলোঁ। তেখেতৰ গায়কী অতি উচ্চ মানদণ্ডৰ। বেছিভাগ গীততেই মাটিৰ গোন্ধ পোৱা যায়।এই গৰাকী মহান শিল্পীৰ ভালেমান গীতে শ্ৰোতাৰ মন জয় কৰিবলৈ সক্ষম হৈছে।আৰু তেনেবোৰ গীতৰ জৰিয়তে তেখেতে অসমীয়া সংগীত জগতত এখন সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে। তেখেতলৈ মোৰ সশ্ৰদ্ধ প্ৰমাণ জনাইছোঁ।
নিশ্চয়... আমাৰ ফালৰ পৰাও তেখেতলৈ শ্ৰদ্ধা জনাইছোঁ।
হৃদয় চুই যায়
ধন্যবাদ 😊
মন পৰশা গীত
বাইদেউ আপোনাৰ গীতবোৰ শুনি সচাই নষ্টালজি হৈ যাও। মাজে মাজে চকু পানী ওলাই যায়।
ধন্যবাদ :)