Baideu geet tl a akuo abar kanduale. Jatiai sunu tatiai Kandu. Bujabalai bhasha nai Kimman sundar geet. Bohut dhanyabad baideu. Upuner kanthat Geet tia sunat suaga saraise.
Beauty horma borua buli kolei monoloi ahe mah halodhire .kaljoyi geet .baideu ru bohut ane hundor geet umak di thakok .aapuner husaystha ru dirdhsyu kamona korilu
My favourite song, Assmese culture will remain unchanged for this type of singer and writer. Beauty Baruah mesmerizes everybody with beautiful singing skills and voice. New comers should follow and honour her.
কি সুন্দৰ... সছাকৈয়ে অসমীয়া ভাষা চহকী কৰি তোলাৰ লগতে মন প্ৰফুল্লিত কৰা এই সমুহ গান শুনি হিয়াই উপচি কান্দে...
সৰুৰে পৰা শুনি আহিছো,কিন্ত হেপাঁহ নপলায়। চিৰ যুগমীয়া গীত।
Pogala hoi. Jam ene hur aru kathat
P
বহুত ভাগ্যৰ বলতহে এনেকুৱা সংগীতৰ জন্ম হয়। ৰেডিঅৰ পৰাই শুনি আহিছোঁ। ইউটিউবত যিদিনা বিচিৰি পালোঁ চকুপানী বৈ আহিছিল।
হৃদয় জুৰুৱা গীত।শুনি শুনি হেপাঁহ নপলাই।আমি ভাগ্যবান।এইবোৰ গীত ৰেডিয়তসদায় শুনিছিলোঁ
বিঊতি শৰ্মা বৰুৱাৰ এইবোৰ সচঁা কৈয়ে সোনালী দিনৰ সোন গীত। অতি মনোৰম
nice song
অসাধাৰণ।, অবিস্মৰণীয় গীত। অসমীয়া জাতিৰ গৌৰৱ। বাইদেউৰ কণ্ঠ আৰু গানৰ মধুৰতা প্ৰকাশৰ বাবে উপযুক্ত ভাষা নাই। অতি সুন্দৰ।
এইটো গীততো Dislike মাৰাকেইটা ষ্টাৰ চাগে। ইমান সুন্দৰ গীত, শুনিলে শুনি থাকিবৰ মন যায়।
Asa
সচাকৈ
ছোৱালী এগৰাকীৰ বিয়াৰ দিনা হোৱা উখল-মাখল আৰু তেওঁৰ মনোজগতৰ সুক্ষ্মাতিসুক্ষ্ম অনুভুতি প্ৰকাশৰ এই গীতটি চিৰযুগমীয়া হৈ থাকিব ।
❤👌
কবলৈ ভাষা নাই।এই বোৰ অসমীয়া জাতীয় জীৱনৰ চিৰ যুগমীয়া গীত।
ভাষা নাই কিযে মধুৰ সুৰ,,🙏😘
সচাকৈ এনেকুৱা গীত এবাৰ শুনিলে শুনি থাকিবলৈ মন যায়।আমনি নালাগে।
Baideu geet tl a akuo abar kanduale. Jatiai sunu tatiai Kandu. Bujabalai bhasha nai Kimman sundar geet. Bohut dhanyabad baideu. Upuner kanthat Geet tia sunat suaga saraise.
Baidew apuni aru abarb baidew . Assamese culture tu dhari rakhaar babe bahut bahut dhanyawad
Very very nice baidew . Amar cultural tu dhari rakhar karana akhekh dhanyabad aru bhabishyata bright karak, apuni mor namashya
অসমীয়া জাতি জীয়াই থাকে মানে এই গীতবোৰৰ চাহিদা কোনো দিনেই হ্ৰাস নাপায়। অমৰ সঙ্গীত। সুন্দৰৰ পুজাৰি,তোমাক শত কৌটি প্ৰণাম।
উচ্চ চিন্তাধাৰা
. Pahrib norara geet
Q
a
এগৰাকী কইনাৰ জীৱনৰ সেই বিশেষ দিনটোৰ কি অতীৱ সুন্দৰ বৰ্ননা৷শুনিয়েই থাকিম যেন
বৰ সুন্দৰ । মন হাট পৰি গল
👌👌👌👌👌👌👌👌👌 EVERGREEN ....NO. WORDS.... SPEECHLESS.........
THANKS. AGAIN. & AGAIN
À
গানটো সুনিলে লৰালিৰ দিনবোৰলৈ মনত পৰে।।বিউটি বাইদেউৰ কণ্ঠ সচাই সুন্দৰ।।।
এ মজা বাইদেউ thaks মই কেৰেলাৰ পৰা
Imn hundar geet
2020t kune kune huni ase like kribo
Aji gantu suniba man jowat ...... Val lagise bahut dinor pisot suni
কি কম একো নাই....মাত্র মন আৰু প্ৰাণ শিহঁৰিত কৰা সুৰ ।। অসমীয়া জাতীয় জীৱনলৈ এক অমূল্য উপহাৰ গীতিকাৰ দিজেন্দ্ৰ মোহন শৰ্মা আৰু বিউতি শৰ্মাৰ ।।।।👃👃👃👃👃.
100% hridoi sui gol gaan tua ber ber hunileu huni hepah nopolai ❤️❤️
Asomia jati jiyai thake mane ai geet smazat sali thakibo, pratijon asomiai anebor geetok loi gorba karibo. Bohut bohut thanks.......
কিযে সুমধুৰ গীত ৷ শুনি থাকিলেও হেপাঁহ নপলায় ৷ এইবোৰ গীত চিৰযুগমীয়া হৈ ৰ'ব ৷
Beauty baideu mur oti priyo..
Teur geetbilak xuni thakilr u hepah a nopolai
ৰাতি ৩ তাৰ পৰা ৫ তাৰ ভিতৰত শুনক এইবোৰ গান । সময়বোৰ খুব সোনকালে পাৰ হৈ গৈছে । ব্যস্ততাৰ মাজতো অলপ ৰৈ জীৱনৰ পাৰ কৰি অহা দিনবোৰ ঘূৰাই পাব ।
Ohhhhh.....goosebumps........ Loved the voice.....bor dhunia....
খুৱ সুন্দৰ গীতটি ❤❤❤❤
Excellent Sur, pahariba nowara geet.
Xosai siro xeujiya geet Moi u school t gaisilu aru bht aador moron paisilu hokolure pora
অতি সুন্দৰ ।মন চুই গল।❤❤❤
"Aji je buwari khajisa dapunmoti khewtar kendure kobo" ...nice, heart touching, for every girl....
Ki sundor git,mn pran bri Jay ,
*Simpol way performance * that is JORHAT BEATI BA
Mon pran vori jua etia amar geet.
" অমিয়া মাধুৰী সুৰ,,, "
সুন্দৰ কথা আৰু সুৰ
চিৰ যুগমীয়া গীত।অন্তৰ চুই যায়। ইমান সুন্দৰ কন্ঠ। মই পুৰণি গীত বোৰ শুনি বহুত ভাল পাওঁ।
বহুত ধুনীয়া গীত ।
অসমীয়া বোৱাৰী এগৰাকীক বিয়াৰ দিনটো মনত পেলোৱা বাবে এই গানটোৱে যঠেষ্ট 😆 । । মোৰ মাৰ প্ৰিয় গীত ।
Old is gold
Please notice my channel 🌏🙏 puroni oxomiya gitbor jiyai rakhiboloi sesta koriso..ei git to o gaboloi try kriso🙏
😶😶😄😄😄😄😄
thik khatha kasa
0
ভাষাৰে বুজাব নোৱাৰি ম কিমান ভাল পাও গানটি শুনি ,সৰু ৰেডিয় ত এই গানটো শুনি য়ে ই পঢ়ো ।
Baidew gantur ati khundar hoise dapanmati khabdda tu karane baidew .apunar bor val mridu khur .
বাইদেউৰ লগত আগতে মই প্ৰগ্ৰেম কৰিছিলো, গীতাৰ বজাইছিলো বহুতো সংগীতানুষ্ঠানত লগত আছিল মোৰ গুৰু প্ৰয়াত কিশোৰ গিৰি আৰু বন্ধু দিপন দত্ত! এতিয়াও সেই স্মৃতি মনত পৰি থাকে।
অতি সুন্দৰ গীত। মোৰ প্ৰিয়।
আজি আকৌ শুনিলোঁ.ইমান ভাল লাগে
কি যে সুন্দৰ গীত। শুনি থাকিবৰ মন যায়❤❤❤ ।
অতি সুন্দৰ সুৰ কণ্ঠ কবলৈ ভাষা নাই
অতীতৰ গীত শুনিলে হিয়া ভাঙি যায়।সেই দিন বোৰ মনত পৰে ।
One of the. Best song sig by Beuti Sarma
Evergreen song...👌👌💕 always fav..
বাইদেউ, গান টি শুনি মনটো জুৰ পৰি যায় । কেইবা বাৰো শুনিলো ।
Baidew bahudinar pisat aaponak dekha palo, bhal lagil.
চিৰ যুগমীয়া সুন্দৰ গান।
অন্য এক জনপ্ৰিয় অসমীয়া গান, ধন্যবাদ বিউটি বা
Evergreen গীত মোৰ বাইদেউ গুৰুৰ এই গীতটি আজিও চকুৰ পানী বাগৰি আহে ।কি সুন্দৰ কণ্ঠ যাদু আছে🙏
Very nice, melodious voice
Very very nice song. Like it'.
ইমান সুন্দৰ সুমধুৰ গীত। শুনি হেঁপাহ নপলাই
Sabas song & kotha 👌👌👌👌
2020 t ai gaan tu june june huni ase thumps up ata diok 👇
One of my favorite songs written and tuned by the most versatile lyricist Dwijendra Mohan Sharma . Thanks for the upload .
Amr hai rak tarei Kam as
সুন্দৰ গীত ।
Anyone 2024
Ganti June June sise eta like kori dibo👍👍👍❤️❤️❤️
Horute ma deutar logot kolpatarut huna monot ase..miss my all those days
এই গীতটি সৰুৰে পৰা শুনি আহিছো যদিও শুনি অকনো আমনি নালাগে৷বৰ সুন্দৰ গীত৷
Basanta Chutia hasaka di
Hokoluke nostalgic kore ai gane.
This song is a very favourite song of mine as well as mother. Who listened in 2022.
সচাকৈ বাৰে বাৰে শুনিলেও আমনি নলগা এটা মন পৰশা গীত ৷ এই গান টো কোনো গানৰ লগত তুলনা কৰিব নোৱাৰা এটা ব্যতিক্ৰমী গান হয়৷
সঁচাকৈ বহুত ভাল লাগে গীতটি সৰু পৰাই শুনি আহিছোঁ আৰু আজিও শুনো
অন্তৰ চুই যোৱা সুন্দৰ অৰ্থবহ গীত ।
sanjit talukdar
মন শাত পৰি গল ।
Antar sui jowa gan
গীত। শুনিলে। সচা ভাল। লাগে। দুখ। লাগে
All old song is meaningful and sweet.
Old is gold Godbless u
News চেনেল বিলাকে আকৌ পুৰনি গীত বোৰ সম্ৰাৰ কৰৰা বাবে গুৰুত্ব দিব লাগে
Pranjal Kumar Das
সুন্দৰ
আজিলৈকে যিমান বাৰ শুনিছোঁ সিমান বাৰেই আবেগিক হৈ পৰো.....অসমীয়া গীত ৰ এটি চিৰ যুগমীয়া গীত🙏🙏
Superb ...awesome depiction of a girl's thought in her wedding day.......
Ever green heart touching
আজি পুণৰবাৰ চকুলো সৰিল...সহজ সৰল অসমীয়া বিয়া এখনৰ ছবি দুচকুত ভাঁহি উঠিল... মনটো আইৰ ঘৰলৈ উৰা মাৰিল..
Mur papa r fevret song hoi aji mur papA nai aitu song sunile mur papA r karane manat pare i love u papA i really miss u
Golden Assamese marriage song in the golden voice for all times to come.
Beauty horma borua buli kolei monoloi ahe mah halodhire .kaljoyi geet .baideu ru bohut ane hundor geet umak di thakok .aapuner husaystha ru dirdhsyu kamona korilu
হিয়া চুই যোৱা গীত ।অলেশ শুভ কামনা ।
অপূৰ্ব গীত। কি যে আচাৰ্য সুৰ।
Mon urunga Kora mohaniya geet!
কি সুন্দৰ কণ্ঠ।বহুত ভাল লাগে ।
My favourite song, Assmese culture will remain unchanged for this type of singer and writer. Beauty Baruah mesmerizes everybody with beautiful singing skills and voice. New comers should follow and honour her.
সচাকৈ বহুতেই ভাল লাগে আপোনাকৰ গীত বোৰ বাইদেও
Heart touching with smell of pure greeneries of nature in the words and melody's.
So meaningful I can't express it ! Evergreen song that I have been hear !
Our childhood was been blessed. We've had this type of song at our times
😢😢y
এক কালজয়ী গীত।
হাজাৰবাৰ শুনিলেও হেঁপাহ নপলাই 💖💖💖
ya
ইমান সুন্দৰ গীত,,,,,সুন্দৰ কণ্ঠ ,,, সচাই এইয়া অসমীয়া মানুহৰ জীৱনৰ গীত,,
ইমান মধুৰ.......| হিয়া পৰশা এই গীত অমৰ হৈ জীয়াই থাকিব অনন্ত কাললৈ..... |বিউতি বাইদেউৰ সু স্বাস্থ্যৰ কামনাৰে ~ ~ ~
My alltime favourite song since my childhood days ☺️👌💖💖
Hsa..eman vl lge gantu.. hunii bujabo nuwari. Ki j... Mat...
Aibur gan mora pasotu Jen pahoribo nuarim
বিউটি শৰ্মা বাইদেউৰ কন্ঠত যাদু আছে ইমান ধুনীয়া মাতটো
Old is gold very nice
aitu mur bohut val loga song
jibonot kiman bar je hunisu ei geet ti hisab nai