চাৰি মন্ত্ৰীৰ চাৰি পুত্ৰই নামিব ৰাজনীতিত এইবাৰ🤔

Поделиться
HTML-код
  • Опубликовано: 21 окт 2024

Комментарии • 42

  • @kushalbaruah8438
    @kushalbaruah8438 2 месяца назад +32

    p.k.mohanta ajiu bahampurat. Zindabad ansalikbatabad. .. zindabad...kasyap. Good speech... congratulations

  • @pgoswami5378
    @pgoswami5378 2 месяца назад +8

    ৰাজনীতিও এটা ভাল পেছা বুলি উমান ধৰিব পাৰি ই বংশানুক্ৰমিক
    হৈ পৰিছে।প্ৰতিটো দলতেই এই ব্যৱস্হাই প্ৰাধান্য লাভ কৰি আহিছে।

  • @_dorssshan_12_9
    @_dorssshan_12_9 2 месяца назад +5

    ৰাজনীতিৰ পৰিবেশ আজিৰ তাৰিখত পৰিৱৰ্তন কৰিছে মাত্ৰ ৰাজনৈতিক ব্যক্তি সকলে।নেতাৰ পুত্ৰ বা পুত্ৰিহে ৰাজনৈতিক ক্ষেত্ৰ খনত যেন অধিগ্ৰহণ কৰিছে। মই নকওঁ যে তেওঁ লোকৰ যোগ্যতা নাই। কিন্তু বাকী সকলৰ কাৰণে পথ ৰুদ্ধ হৈ পৰিছে। ৰাজনৈতিক ক্ষেত্ৰ খনত ৰাজতন্ত্ৰৰ প্ৰভাৱ বিস্তাৰ হোৱাৰ অনুভৱ হৈছে। শিক্ষিত লোকৰ নেতৃত্বত ৰাজ্যৰ পৰিচালিত হোৱাতো বিচাৰো।

  • @BhabendraMazumdar
    @BhabendraMazumdar 2 месяца назад +2

    মই এটা কথা বুজিব পৰা নাই যে মন্ত্ৰীৰ লৰাই কিয় ডাক্তৰ বা প্ৰফেচাৰ হব নিবিছাৰে বা নোৱাৰে --! কিয়

  • @স্মৃতিহাজৰিকাগগৈ

    চাৰিওজন শিক্ষিত যুবকেই ৰাজনীতি পথাৰত নমাটো আমি ভাল পাইছো কিন্তু তেওলোকে যাতে অসমবাসীৰ উন্নতি হয় তাৰ প্ৰতি লক্ষ্য ৰাখি আগবাঢ়ি যোৱাটো আমি বিচাৰো।

  • @mainudavi9510
    @mainudavi9510 2 месяца назад +1

    কাশ্যপৰ মাজৰ ভাষনসিনি বহুত ভাল লাগিল।

  • @ripunjoygohain8164
    @ripunjoygohain8164 2 месяца назад

    Good news. Welcome to all of you to develop our ASSAM in future.

  • @monoranjangoswami9258
    @monoranjangoswami9258 2 месяца назад +3

    অগপ এতিয়া (ৰাষ্ট্ৰীয় দল) বিজেপিৰ বহতীয়া। গতিকে আঞ্চলিক দল বুলি ভূৱা নাম ফলক আঁৰি জনগণক ঠগন দিয়া দলৰ কি প্ৰয়োজন?

  • @bakuldas254
    @bakuldas254 2 месяца назад

    Jnr. Mahanta welcome ,so polite and gentle.

  • @madhabhazarika6278
    @madhabhazarika6278 2 месяца назад +3

    weel come jn. Mahanta

  • @AnupamaBorthakur
    @AnupamaBorthakur 2 месяца назад

    Nice speech. S.kashyap

  • @khargeswarbaruah8139
    @khargeswarbaruah8139 2 месяца назад +1

    বৰ্তমানৰ ৰাজনীতি সমাজ সেঁৱা বা ৰাইজৰ কাম কৰা নহয়,ৰাজনীতি এতিয়া এটা ব্যৱসায় হৈ পৰিছে।

  • @amritsagardehingia9526
    @amritsagardehingia9526 2 месяца назад

    আটাইকেইজন সম্ভাৱনাপূৰ্ণ। আগবাঢ়ি যাওক।

  • @amritsagardehingia9526
    @amritsagardehingia9526 2 месяца назад

    কোনো বাধা নাই।যদিহে মূল্যবোধৰ ৰাজনীতি কৰে।

  • @pramodmazumdar6335
    @pramodmazumdar6335 2 месяца назад

    Right to do anything but public will not benefited.

  • @pradipdas4167
    @pradipdas4167 2 месяца назад

    শুভেচ্ছা জ্ঞাপন কৰিলো কিন্তু আগলৈ দলৰ কৰ্মিক পাহৰি কিছুমান দালাল কথাত উঠা বহা নকৰিব,🎉

  • @prasannagogoi9335
    @prasannagogoi9335 2 месяца назад

    ৰাজনীতি পৰিয়াল কেন্দ্ৰীক নহ’লে ভাল লাগে৷

  • @gmchoudhury487
    @gmchoudhury487 2 месяца назад

    Now a days Politics become good business in place of social work. Isn't it?

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 2 месяца назад

    গৌৰৱ গগৈৰ ব্যক্তিত্বই যে যুৱ প্ৰাৰ্থিত্ব প্ৰত্যাশী সকলক আকৰ্ষণ কৰিছে সি খাটাং । নতুন চামে পুৰণি চামৰ কেবল টকা ঘটিবলৈ ৰাজনীতি কৰা কাৰ্য্যক সমৰ্থন নকৰে। ই শুভ লক্ষণ।

    • @pgoswami5378
      @pgoswami5378 2 месяца назад

      নতুনেও কিবাকৈ ৰাজনীতিত জুতিটো পাই উঠিলে পিচলৈ দখল নেৰা প্ৰৱনতা
      এটাই কব নোৱাৰাকৈয়ে গা কৰি উঠে। পৈণত হৈ উঠিলে শুঁঙি নেথাকি শুঁহিবলৈ মন কৰা স্বাভাবিক।

  • @mosudurrahman907
    @mosudurrahman907 2 месяца назад +1

    Tanzil Hussain a kotha bur valke explain koribo pora nai.

  • @sultanmamud9072
    @sultanmamud9072 2 месяца назад

    Paisa aru power ei dutar karone, risor karone nohoy dei.

  • @phanimadhabsaikia5227
    @phanimadhabsaikia5227 2 месяца назад

    Welcome to all to join in politicall party' except BJP n AGP

  • @TiluDas-w6s
    @TiluDas-w6s 2 месяца назад

    Kehena assam hai.karna bahut muskil hai.

  • @digantaboruah6458
    @digantaboruah6458 2 месяца назад

    তাঞ্জিল বোলাটো এটা মূৰ্খ হয় ।

  • @himadripatrabora7666
    @himadripatrabora7666 2 месяца назад

    Wel come Babrubahan Saikia . Khumtai .

  • @samudranathdeka4879
    @samudranathdeka4879 2 месяца назад

    বাৰ বাৰ বিজেপি চৰকাৰ !

  • @MojiborRahman-r1w
    @MojiborRahman-r1w 2 месяца назад

    নিজৰ নিজৰ মতামত হে বিচাৰিছে যে সক্ৰিয় ৰাজনীতিত আহিব নেকি ? সেই টো নকৈ আন কথা কোৱাৰ থল ক'ত?

  • @kamalpadun2969
    @kamalpadun2969 2 месяца назад

    Welcome❤😅

  • @NiranandaKamsena
    @NiranandaKamsena 2 месяца назад

    ভাল লগা নাই এইবোৰ ৷

  • @RunumaiMedhi
    @RunumaiMedhi 2 месяца назад

    Parial kendrik

  • @স্মৃতিহাজৰিকাগগৈ

    Mohanta siror putroi val cinta karisa natun juba sama anadara cinta karatu asombakhir karana val khbor

  • @kakoligayan2065
    @kakoligayan2065 2 месяца назад

    বিজেপিক ঘোনে ধৰিছে
    আৰু কেই দিন মানৰ পছেত গোতেই বেৰে সোলকি পৰিব

  • @pravadeka8376
    @pravadeka8376 2 месяца назад +2

    Tuma luk ulai aha xomaj xewa kori dekhom agbohai lai juwa

  • @AkouDigantabhaiAkouDigantabhai
    @AkouDigantabhaiAkouDigantabhai 2 месяца назад +1

    BJP go back

  • @chandanphukan8318
    @chandanphukan8318 2 месяца назад

    একো কৰিব নোৱাৰে ৷ ৰাজ্যৰ ৰাজনীতিত হিমন্তবিশ্বশমা’ৰ সমকক্ষ অহা দহবছৰলৈ প্ৰত্যাহ্বান জনাব পৰা কোনো নোলায় ৷

  • @TiluDas-w6s
    @TiluDas-w6s 2 месяца назад +1

    As exm jayanta maluwa.phujush fatuwa