সাংবাদিক নিতুমণি শইকীয়াৰ জীৱনৰ বহু কথা | nitumoni saikia
HTML-код
- Опубликовано: 5 фев 2025
- সাংবাদিক নিতুমণি শইকীয়াৰ জীৱনৰ বহু কথা | nitumoni saikia
এগৰাকী জনপ্ৰিয় এংকৰ হিচাবে কেৰিয়াৰ আৰম্ভ কৰি কম সময়ৰ ভিতৰতে নিজৰ পাৰদৰ্শিতা আৰু জনপ্ৰিয়তা অৰ্জন কৰা নিতুমণি শইকীয়া এতিয়া এটি চিনাকী নাম আৰু চিনাকি চেহেৰা ৷ নিউজ লাইভৰ দৰে আগশাৰী চেটেলাইট চেনেলৰ পৰিচালন সম্পাদক হিচাবে কম বয়সতে কাৰ্যনিবাহ কৰা শইকীয়া বৰ্তমান প্ৰতিদিন টাইম চেনেলৰ মুখ্য সম্পাদক ৷
নিতুমণি শইকীয়াৰ সৈতে “ন” আলোচনীৰ সাক্ষাৎকাৰৰ প্ৰথমাংশ আগবঢ়ালো ৷
বৰ ভাল লাগিল
❤️❤️❤️
Bht vl lge...sir k👍👍
নিতুমণি ছাৰৰ কথাবিলাকৰ পৰা কিছু অনুপ্ৰেৰণা লাভ কৰিলোঁ। দুয়োজনলৈ আন্তৰিক শ্ৰদ্ধা জনালোঁ। 💖💖🙏🙏
Thanks The Naa .. val loga ব্যক্তি গৰাকীক এনেকৈ আমন্ত্ৰণ কৰি আমাক অনুপ্ৰাণিত কৰা বাবে ।❤️ Keep it up
অশেষ ধন্যবাদ The Naa.🙏
মনে বিচাৰি থকা অনুষ্ঠানটো ।
Nitumani sir has a great personality! My favorite journalist.
Thank you NAA.