Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
নিজৰ জন্মৰ ঠাই আৰু নিজৰ ঘৰ খনৰ নিচিনা কতো নহয়।এটা সময়ত বুঢ়া বয়সতো নিজৰ ঠাই খনলৈ আহি যায়।হয় নে নহয় like দিব।
Tumar ideology khub bhal lagil .
Very very,thankyou
Respected brother l salut you.🎉
Bhuat vl aponi ma dauta akhebad aponar .
Good dada apuni mohan
ইয়াত আহি মা-দেউতাৰ লগত থাকিব লাগে, তেওঁলোকৰ জীৱনৰ শেষ দিনকেইটাত, সেইটোহে জীৱনৰ প্ৰকৃত উপহাৰ তেওঁলোকৰ প্ৰতি । আমেৰিকাত ঘৰ কিনি লাভ নাই। মাতৃভূমিৰ সুখ কতো বিচাৰি নোপোৱা, অন্তৰে সদায় মাতৃভূমিক বিচাৰি হাহাকাৰ কৰি থাকিব।
Congratulations
দাদা জনৰ জীৱন বাটত আৰু ৱেই সুখ শান্তি ৰে সংগী হওক , ইমান সুন্দৰ মন আৰু ব্যক্তিত্ব , সুদূৰ আমেৰিকা ত সম্প্ৰতি স্থায়ী বাসিন্দা হৈ ও । নিজৰ জন্মৰ স্থান শিপা নাপাহৰা এনে ব্যক্তিত্বত আমি সদায়েই শলাগ লও , লৈ ও থাকিম। বিশেষকৈ তেওঁৰ পিতৃ মাতৃ সচা অথ্ ত সফল । তেওঁ লোকৰ ও চৰণ চুই সেৱা জনালো । এনেদৰে ই যেন আমাৰ সমাজত এনেকুৱা যুগ সন্ধি কালত এনে ধৰণৰ ব্যক্তিত্বৰ আৱিভাৱ হয় তাৰে ই কামনা কৰিলোঁ ।❤❤❤
I like this boy
Sob manuh jodi enekua holheten!
Verry verry good Bro
Jai Sri Krishna.
গাওঁ, চহৰ বুলি একো কথা নাই,, মূল কথাটো হৈছে শিক্ষাৰ সৎব্যৱহাৰ, আৰু সচেতনতা।
Very good job
Beta thanks God bless u
God bless Kamal nath and their family charu baideu ghy
মই চন্দ্রত মাটি লৈ থৈছো।
Really brothers🙏🙏🙏,best👍💯 wisdoms son you are brother.
🙏🙏🙏🙏🙏🙏🙏
সচা কথা কৈছে। বহুত বহুত শুভেচ্ছা জনালোঁ। এখেত আমাৰ সমাজৰ কাৰণে আদৰ্শনীয়। আমাৰ সকলোৰে কাৰণে গৌৰবৰ কথা। ❤❤❤
Grand parents👵👴 you are lucky for🙏🙏 your son's.
ৰুবুল মাউতৰ কাহিনী আৰু কৰুণ 😢
তোমালৈ অশেষ ধন্যবাদ থাকিল।❤❤❤❤❤
Hosaky bohut Val lagil Dada aru agoloi hofol hok 🙏🏻❤️
HE change our conditions if we want to change
Thanku thanku dhanbat
সকলো ল'ৰা ছোৱালীয়ে তোমাৰ দৰে মাক দেউতাকক বুজি পোৱা হৱ লাগে 🙏🏼❤
👏👏💯👌👍👌👍👌👍☑️☑️☑️
❤
সচাকৈয়ে আপোনাৰ নিচিনা কমল নাথ হাজাৰ জন কাৰোবাৰ ঘৰে ঘৰে জন্ম হওক৷ আপোনাৰ আহিব লগা দিনবোৰ আৰু ভাল হওক৷আপোনাৰ সেই সৌভাগ্যবাণ পিতৃ মাতৃলৈ বহোত বহোত নমস্কাৰ জনালোঁ৷ আপুনি সমাজৰ গৌৰৱ৷
RUclips ot Ene dhoronor kothumkothon bohut dorkar amar ajir generation r babe..... Bohut val.. Bohut val lagil video sai
মোক এটা জুপুৰী হলেও দি সহায় কৰকছোন ঘৰ দুৱাৰ নাই বৰ বিপদত আছো
Great
মা দেউতা হৈছে ভগৱান।মা দেউতাৰ পৰাই এই পৃথিৱীখন দেখিছোঁ। মা দেউতাক উপহাৰ নহয় , কৰ্তব্য আৰু দায়িত্ব 🙏❤️🌹
বহুত ভাল লাগিল।
God bless you 🙏.
dada apunak salute diso aru apuni assamot Jiliki thakok
Salute dada. Bohut val manuh dada Apuni
Family's father and mother's just like God's.
Great 👍
কমললৈ একাজলি আৰ্শীবাদ আগবঢ়ালো ৷
সু পিতৃ-মাতৃৰ সু সন্তান ❤🎉
লৰা হলে এনেকুৱাই হব লাগে
Next episode tu lage .Bor bhal lagil .🙏
তোমাৰ নিচিনা যদি সকলোৱে হল হেতেন ❤
বহুত ভাল। তেওঁৰ সদায় মংগল হওক। তেওঁ আদৰ্শ।
Good job
Salut jonaisu nath dangoriyak
Very good discussion sir
Great ❤❤❤
Good job dada❤❤❤
Nice
😊👌
Ma deutak lalon palon koratu main ❤❤
Bar bhal lagil .Bhagawane aru kripa korok
Best RUclips channel of Assam..love from namrup
Good job ❤❤❤
Jivakhon kio ulaii thake baru😅😅😅😅😅😢😮😂👅👅👅
Vall lgil agoloi aru vall vall video di jabo..
Thank U Frnd we appreciate U
Good
Val monor Manu
Hosake ma deutak vogoban buli June aag bahibo hi aakakh subo
Mohan tumar vabdhara vaity
Besi kole. .toi. Assam or noho. Too holi amarikan
নিজৰ জন্মৰ ঠাই আৰু নিজৰ ঘৰ খনৰ নিচিনা কতো নহয়।
এটা সময়ত বুঢ়া বয়সতো নিজৰ ঠাই খনলৈ আহি যায়।
হয় নে নহয় like দিব।

Good job dada
❤❤❤