হৰ্ডিঙচত নিজৰ পুত্ৰ জীয়ৰীৰ ফটো দেখি অভিভূত এজন পিতৃ || Jitumoni Neog ||

Поделиться
HTML-код
  • Опубликовано: 10 фев 2025
  • হৰ্ডিঙচত নিজৰ পুত্ৰ জীয়ৰীৰ ফটো দেখি অভিভূত এজন পিতৃ || Jitumoni Neog ||

Комментарии • 103

  • @FatikDeka-dw3tf
    @FatikDeka-dw3tf 10 месяцев назад +14

    এগৰাকী সফল অভিভাৱক সকলোৰে বাবেই শ্ৰদ্ধাৰ ব্যক্তি আৰু মহৎ উদাহৰণ

  • @reetadeka5752
    @reetadeka5752 11 месяцев назад +37

    সন্তান দুটিয়ে ভাল মানুহ হওঁক।পিতৃ-মাতৃৰ প্ৰতি সদায় সচেতন হওঁক।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 11 месяцев назад +12

    তেওঁ এগৰাকী তীক্ষ্ণ বুদ্ধি সম্পন্ন লোক আছিল। এওক সুদীৰ্ঘ বহুত বছৰৰ পাছত এখেতক আজি দেখা পালে। এজন ভদ্ৰ মানুহ বুলি সেই সময়ত আলফাৰ মাজতো পৰিচিত আছিল। মনৰ হেঁপাহেৰে হেঁপাহেৰে সুখী হৈ থাকক আজীৱন।❤❤❤❤

  • @PrbinChutia
    @PrbinChutia 11 месяцев назад +5

    সন্তান যদি ভাল হয়‌ আৰু নিজৰ লক্ষ্য প্ৰাপ্তিৰ বাবে সাধনা কৰে‌ লগতে অভিভাৱক সচেতন আৰু দায়িত্ব বোধ সম্পন্ন হয় তেন্তে সফলতা নিশ্চয় আহিব। আগুৱাই যোৱা। শুভেচ্ছা থাকিল। ধন্যবাদ।

  • @balendas4511
    @balendas4511 9 месяцев назад +2

    নিজৰ লৰা ছোৱালী সফলতা লাভত অৰিহণা যোগাৱাৰ বাবে বহুত বহুত ধন্যবাদ।

  • @M17-f5l
    @M17-f5l 11 месяцев назад +23

    সুযোগ্য পিতৃৰ সুযোগ্য সন্তান৷ বহোত বহোত শোভকামনা তেখেতৰ পুএ কন্যালৈ❤❤

  • @hemantaphukon7578
    @hemantaphukon7578 11 месяцев назад +4

    ধন্যবাদ জনাইছো এজন সফল দেউতাক হিচাপে।

  • @binadutta5703
    @binadutta5703 11 месяцев назад +23

    আপোনাৰ মনৰ আশা পূৰ্ণ কৰক 🙏 ।ঈশ্বৰে আৰ্শীবাদ কৰক 🙏

  • @PronotiMohon
    @PronotiMohon 11 месяцев назад +6

    🙏🙏 ভগৱানৰ সু দৃষ্টি ।তেওলোকৰ মনোবল ।

  • @dulalchandradas715
    @dulalchandradas715 11 месяцев назад +1

    Bohut bhal aru daetyashil abhibhabok.thanks.

  • @sabitrisvlog721
    @sabitrisvlog721 10 месяцев назад +1

    আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏 পিতৃ হিচাপে আপুনি সন্তান দুটি চিৰ ন্যমস ।❤ লগতে সকলো পিতৃ মাতৃ আপুনি আদৰ্শ।

  • @nilimadoley123
    @nilimadoley123 11 месяцев назад +4

    শুনি ভাল লাগিল, Thanks

  • @kalpanaborah5701
    @kalpanaborah5701 11 месяцев назад +4

    তেখেতলৈ শ্ৰদ্ধা জনালোঁ লগতে তেখেতৰ দুয়োটি সন্তান সৎ ব্যক্তি হোৱাৰ কামনা কৰিলো।

  • @MaoBourah
    @MaoBourah 11 месяцев назад +2

    Like father like son salute Kunal father❤

  • @kanaklalsutradhar6998
    @kanaklalsutradhar6998 11 месяцев назад +2

    Good job Mr.Nitumani 👏 👍

  • @arijitsaikia8439
    @arijitsaikia8439 10 месяцев назад

    Bah Udoi da bah, khub bhal lagil apunar ei podkhep khub bhal korise aru apunar enedhirono sinta dharar babei apunak khodai bhal pau aru bhogobanor usorot mur parthona je apunak aru diok aru amar khomaz khonok aru aguwai niat khohayok houk, dhanyawad

  • @nurzamal9365
    @nurzamal9365 4 месяца назад

    God bless both of you ❤

  • @goubinchetry9924
    @goubinchetry9924 11 месяцев назад +2

    Vall lgil sai dada..

  • @kamleswardeuri2327
    @kamleswardeuri2327 11 месяцев назад +1

    Very nice step as a Father

  • @BibhutiGogoi-m2u
    @BibhutiGogoi-m2u 11 месяцев назад +3

    Pita putro jiyori hokoluke salut

  • @krishnadutta6194
    @krishnadutta6194 11 месяцев назад +1

    God bless both of you.

  • @TarunBaruah-lv8li
    @TarunBaruah-lv8li 11 месяцев назад +1

    Val lagil Ashok Dadar khabor janibo Pari. Tekhetor xontan dutir logote, sokoluke vogobane
    kuxole rakhok .

  • @abdulhannan2198
    @abdulhannan2198 11 месяцев назад +3

    Thanks a lot ,I also thinking that's.

  • @JLI321
    @JLI321 11 месяцев назад +11

    Upojukto reporter upojukto parthy🎉🎉🎉🎉

  • @tarunhandique8106
    @tarunhandique8106 11 месяцев назад +1

    ❤❤❤ pravur kripaa drishtee aasey🎉🎉🎉🎉

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 11 месяцев назад +3

    অশোক শৰ্মা দাদাক চিনি পাইছো। এখেত এসময়ত বিপ্লবী সঙ্গঠন আলফাৰ এগৰাকী প্ৰাক্তন সদস্য আছিল। এখেত আলফাৰ বিহপুৰীয়া শাখাৰ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰিছিল। ভূল হোৱা নাই যদি এওঁৰ আলফাৰ নামটো সমুদ্ৰ গগৈ আছিল। এওঁৰ এগৰাকী সতীৰ্থ আছিল অলপতে আলফা আইৰ মৃত্যুদণ্ড পোৱা লক্ষীমপুৰ জিলাৰ সানদহখোৱা নিবাসী লাচিত হাজৰিকা ওৰফে চেলিম ওৰফে এ জেদ শিৰোনাম অসম। পৰিশেষত একালৰ বিপ্লবী অশোক শৰ্মাৰ সু-স্বাস্থ্য আৰু দীঘায়ূ কামনা কৰিলো।

  • @poragjyotidutta5734
    @poragjyotidutta5734 11 месяцев назад +4

    সুন্দৰ

  • @LipikaMedhi-i2v
    @LipikaMedhi-i2v 11 месяцев назад +4

    Vaal lgil❤

  • @jibangogoi3824
    @jibangogoi3824 11 месяцев назад +2

    Val lagil dada

  • @KakuduttaDutta
    @KakuduttaDutta 11 месяцев назад +3

    Val lagil

  • @sarjinayasmin3519
    @sarjinayasmin3519 11 месяцев назад +3

    Lucky father

  • @Danirojasfc6
    @Danirojasfc6 11 месяцев назад +2

    সুন্দৰ।
    অতি সুন্দৰ পদক্ষেপ। 🙏🙏🙏

  • @HiteshDeka-hp7nf
    @HiteshDeka-hp7nf 11 месяцев назад +5

    নম্বৰ পোৱা লৰা ছোৱালী বছৰে বছৰে বহুত ওলাই কিন্তু অসমখনক মানুহ ৰ কথা হে ভৰা কম

  • @minusaikia9795
    @minusaikia9795 11 месяцев назад +1

    ধন্যবাদ , ভাল লাগিল।

  • @mridulahazarika4592
    @mridulahazarika4592 11 месяцев назад +1

    ল'ৰা ছোৱালী দুটা প্ৰথম ভাল মানুহ হয় তাৰ পাছত শিক্ষিএ হয় ।লগতে ভবিষ্যতে পিতৃ-মাতৃ ভাল দৰে যত্ন লয়

  • @dipakkumarbora8140
    @dipakkumarbora8140 11 месяцев назад +1

    Great job ❤

  • @mamonipator3619
    @mamonipator3619 11 месяцев назад +2

    Dhunia podokhyep ❤

  • @samarassamesevlogger593
    @samarassamesevlogger593 11 месяцев назад +1

    Bor val lagil

  • @DPffx
    @DPffx 11 месяцев назад +1

    Bohut val khobor . Pitree gorakiloi xewa jonalu

  • @jeutidas9651
    @jeutidas9651 10 месяцев назад

    Real educated person

  • @smritirekhasarmah7510
    @smritirekhasarmah7510 11 месяцев назад +1

    এই দৰে ভাল ভাল বাৰ্তা আশা কৰিলো

  • @Kus6hant_rajrblx
    @Kus6hant_rajrblx 11 месяцев назад

    God bless them 🙏

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 11 месяцев назад +28

    সন্তান দুটিয়ে পিতৃকো অবহেলা কৰিব নেলাগিব

  • @ramensharma54
    @ramensharma54 11 месяцев назад +1

    Great 👍

  • @snehabaruah666
    @snehabaruah666 11 месяцев назад

    অশোক দাদা ।কেনে আছা ?বহুত দিনৰ পিছত তোমাক দেখি আৰু তোমাৰ পুত্ৰ -কন্যাৰ খবৰে অভিভূত কৰিছে ।মনত আছে নে বাৰু আমাক ?ভগৱানে কুশলে ৰাখক সকলোকে।

  • @rajagamers0248
    @rajagamers0248 11 месяцев назад

    bhut val kobor 👏👏

  • @abhijitphukon3310
    @abhijitphukon3310 11 месяцев назад

    এওঁ বাপেক হ'ল ঠিকে, কিন্তু প্ৰকৃত পিতৃ হ'ল। So thanks

  • @nilimadoley123
    @nilimadoley123 11 месяцев назад +2

    খুড়া, শংকৰে আপোনাক মঙ্গল কৰে যেন।

    • @sliceoflife1600
      @sliceoflife1600 11 месяцев назад

      Shankardev bhogowan nhoi je teu mongol koribo. Teu u hori, ba raam usrle jua eta joriya he.. amiu Shankar xonghor manuh. Apunalukr nisina manuhr karone aan manuhe amar uporot hahe

  • @alongkritabaruah6473
    @alongkritabaruah6473 11 месяцев назад

    Bor xundor 👌

  • @ShankarHajong
    @ShankarHajong 11 месяцев назад +1

    Bhal lagil

  • @daisykalita4238
    @daisykalita4238 11 месяцев назад

    Bahut bhal lagil

  • @rekhagogoi322
    @rekhagogoi322 11 месяцев назад +3

    Video tu sai bahut val lagil lagate bahut preranamulak aru Lara suwali keita jate akujan val manuh hoi lagate mak deotakar tyagak buji tekhethakalar mukhat jate hanhi biringai take kamana karilu .

  • @NabinGogoi-z8y
    @NabinGogoi-z8y Месяц назад

    100%right.i.am.aggree.

  • @gungunrajkhowa3977
    @gungunrajkhowa3977 10 месяцев назад

    Bhal Lagil .

  • @DharitriDeka-i1f
    @DharitriDeka-i1f 11 месяцев назад

    God is good ❤❤❤

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 11 месяцев назад +2

    খুব দুখ লাগিল স্কুল কর্তৃপক্ষ ই ছাত্ৰ ছাত্ৰী 2জনৰ দেউতাক ক স্কুলত বিনা পইচাৰে পঢ়ুৱা নাছিল তাৰ বিনিময়ত বুঢ়া মানুহ জনক বিনা পৰিশ্ৰমে খটুৱাব নালাগিছিল যি সময়ত লৰা ছোৱালী 2জন দেশত জিলিকিব তেতিয়া লৰা ছোৱালী কেইটাৰ মনত দুখ নালাগিব নে দেতাই আমাৰ স্কুলৰ ফিজ দিব নোৱাৰি দেউতাই আমাৰ বাবে স্কুলত চাকিদাৰী কৰিছিল

    • @sankardevshikshaniketan7937
      @sankardevshikshaniketan7937 11 месяцев назад +4

      তেখেত বিদ্যালয় খনৰ এজন আদৰণীয় আৰু আদৰ্শৱান ব্যক্তি। বৰ্তমান তেখেতৰ দুয়োগৰাকী সন্তানে উচ্চ শিক্ষা গ্ৰহণ কৰি আছে। বিদ্যালয় তেওঁ আৰু তেখেতৰ সন্তানক লৈ গৌৰৱান্বিত। অনুগ্ৰহ কৰি ভিডিও টো শেষলৈকে চাবলৈ অনুৰোধ জনালোঁ। তেখেত বিদ্যালয় খনৰ এজন চাকৰিয়াল ব্যক্তি হে।

    • @antarima16
      @antarima16 11 месяцев назад +2

      আপোনাৰ ইমান বেছি দুখ লাগিছে যদি আপুনি এ তেওঁক কিয় চাকৰি এটা দিব নোৱাৰিলে ?
      কথাৰ একো আগ-গুৰি নজনাকে comment কৰা বাবে সমবেদনা 😊
      #peace✌️

    • @bhaskarsaikia7550
      @bhaskarsaikia7550 11 месяцев назад +2

      You should not judge anything without knowing the background and facts . This person is an employee of the institute and ofcourse he is getting payed for his job, He is doing his job and showing his gratitude towards the institution

    • @rakeshchem1989
      @rakeshchem1989 11 месяцев назад +4

      Jobless মানুহ এজনক চাকৰি এটা দিয়াৰ লগতে তেখেতৰ সন্তানৰ চাকৰি নোহোৱা পৰ্য্যন্ত পঢ়াৰ সম্পূৰ্ণ দায়িত্ব লোৱাটোত যদি আপুনি ভুল দেখিছে তেন্তে নিকেতনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৰ্তমান কলেজত অধ্যয়নৰত হৈ থকা সন্তান দুটিৰ বাকী পঢ়াৰ দায়িত্ব আপুনিয়েই লৈ লওঁক। তেতিয়া দেউতাকে আৰামত ঘৰতে বহি থাকিব পাৰিব।

    • @sburagohain5806
      @sburagohain5806 11 месяцев назад

      আজি সন্তান দুটি যি স্থান আৰু পৰ্যায়ত আছে তাৰ মূলতে স্কুল কতৃপক্ষৰ মহানোভবতাৰ বাবেহে। এতিয়াও বহু বাকী আছে পূৰ্ণতা প্ৰাপ্তিৰ বাবে। গতিকে দেউতাকে কমটিক মহত কৰ্ম ৰূপে লৈ সকলোৰে বাবে মহান আদৰ্শ আৰু দৃষ্টান্ত হ'ব পাৰিছে। দেওতাকৰ সপূন সফল হওঁক আৰু সন্তান দুটিয়েও উপযুক্ত আৰু সু নাগৰিক হৈ দেওতাকক সুখ শান্তিত ৰাখি দেশৰ আৰু মানুহৰ বাবে সত কাম কৰি আদৰ্শবান ব্যক্তি হোৱাৰ আশাৰে

  • @parthagogoi2613
    @parthagogoi2613 11 месяцев назад

    Vaal lagil

  • @amalchandrakalita2819
    @amalchandrakalita2819 11 месяцев назад +1

    God is good

  • @monjulahazarikadas8802
    @monjulahazarikadas8802 11 месяцев назад +1

    Thanks.

  • @BhanibalaHandique-xi8jc
    @BhanibalaHandique-xi8jc 11 месяцев назад +2

    দেউতাক সেৱা জনাইছো

  • @progamet2185
    @progamet2185 11 месяцев назад

    Good 🎉

  • @kavitachoudhury4797
    @kavitachoudhury4797 11 месяцев назад +1

    Val lagil khura❤

  • @anjugogoi6536
    @anjugogoi6536 11 месяцев назад

    আৰু আগুৱাই যোৱা কামনা কৰিলো ।

  • @brojenkhargharia15
    @brojenkhargharia15 9 месяцев назад

    Ha Mohan apoonak shots Koote pronam

  • @RiturajDas-ip4me
    @RiturajDas-ip4me 9 месяцев назад +1

    😂😂😂😂😂

  • @chandanboragohain9168
    @chandanboragohain9168 11 месяцев назад +1

    Koka. 🙏🙏👍💜🌺🌺🌺🌺

  • @emoongogoi5356
    @emoongogoi5356 11 месяцев назад

    Prokit adorkho petri aijonai🙏

  • @monjitadhikary4002
    @monjitadhikary4002 11 месяцев назад +1

    ❤️

  • @apurbaborthakur2305
    @apurbaborthakur2305 11 месяцев назад

    Good post

  • @MonikaBorah-cw6wk
    @MonikaBorah-cw6wk 11 месяцев назад

    Nice

  • @anjanagogoi192
    @anjanagogoi192 11 месяцев назад

    Good

  • @pranita234
    @pranita234 11 месяцев назад +1

    🙏🏻🙏🏻

  • @barasharajbangshi719
    @barasharajbangshi719 11 месяцев назад

    👍👍👍🙏🙏🙏

  • @Jahnu734
    @Jahnu734 11 месяцев назад

    🙏🙏🙏🙏🙏🙏🙏

  • @ৰুণুগোস্বামী
    @ৰুণুগোস্বামী 11 месяцев назад +3

    সুযোগ্য পিতৃ সুযোগ্য সন্তান ।🙏🙏
    ভিডিঅ টোৱে উঠি অহা প্ৰজন্ম ৰ সহায় হব ।

  • @ajitboruah7241
    @ajitboruah7241 11 месяцев назад

    😊

  • @anjanabora622
    @anjanabora622 11 месяцев назад

    Pisoloi deotakok jate obohela nokore....
    Tarei kamona karilu 🙏🙏🙏

  • @PhunuNathBora-uz9vj
    @PhunuNathBora-uz9vj 11 месяцев назад +1

    খুড়া আপোনালৈ বহুত বেছি শুদ্ধা নিবেদিছো। আপোনাৰ কষ্টৰ আৰু ধৈয্যৰ ফল ভগৱানে দিলে।

  • @pritomtamuli2060
    @pritomtamuli2060 11 месяцев назад

    🎉

  • @im_buah
    @im_buah 11 месяцев назад

    Eman bhal school aji loi huna power ..naxilu ? Aiekhan school phiboloi kpal lagib ?

  • @intajulzaman4393
    @intajulzaman4393 11 месяцев назад

    Pitaji ko selut

  • @bijudevi-u1s
    @bijudevi-u1s 11 месяцев назад +1

    Sontan dutiloi anurudh jibn batr logri cinamakhonr dra nokoriba papa sub

  • @im_buah
    @im_buah 11 месяцев назад

    Maak aru dewta hadhana lagib bhal lra souwali hbo loi Tetiya bhal fold pai?

  • @bmmultimedia9793
    @bmmultimedia9793 11 месяцев назад

    jia nhok suka lora sualia vl result kriboi aru private school a suka lora suali bisara.

  • @TilokGogoi-rk2kc
    @TilokGogoi-rk2kc 11 месяцев назад +1

    Eno bamun bur suka thaka

  • @KusumBora-gh5cq
    @KusumBora-gh5cq 9 месяцев назад +1

    Good

  • @allone2175
    @allone2175 11 месяцев назад

    Bhaal lagil

  • @jonalikarjee4254
    @jonalikarjee4254 11 месяцев назад +1

    🙏🙏🙏

  • @binipeguvlogs
    @binipeguvlogs 11 месяцев назад

    Bhal lagil

  • @rumeedutta5210
    @rumeedutta5210 11 месяцев назад

    🙏🙏

  • @AnimaC19
    @AnimaC19 11 месяцев назад

    🙏🙏🙏

  • @purabibaruah3201
    @purabibaruah3201 11 месяцев назад

    🙏🙏🙏

  • @alpanapakgharandvlog6312
    @alpanapakgharandvlog6312 11 месяцев назад

    🙏🙏🙏

  • @dharitrideka177
    @dharitrideka177 9 месяцев назад

    🙏🙏🙏