ড্ৰাইভাৰ সমাজৰ বৃহৎ জয়। বুকুত ধৰা ছোৱালীজনীয়ে অৱশেষত ক্ষমা বিচাৰিলে।

Поделиться
HTML-код
  • Опубликовано: 7 сен 2024
  • ড্ৰাইভাৰ সমাজৰ বৃহৎ জয়। বুকুত ধৰা ছোৱালীজনীয়ে অৱশেষত ক্ষমা বিচাৰিলে। চালক সন্থাই বান্ধি দিয়া ২৪ ঘন্টাৰ পূৰ্বেই যুৱতী গৰাকীয়ে ক'লে, 'অনাকাংক্ষিত ভুলৰ বাবে মই ক্ষমাপ্ৰাৰ্থী'।
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

Комментарии • 856

  • @medinitalukdar4873
    @medinitalukdar4873 Месяц назад +118

    এই অসভ্য ছোৱালী জনীক ড্ৰাইভাৰ জনৰ কাষত আনি ৰাজহুৱা স্থানত ON কেমেৰাৰ সন্মুখত ক্ষমা খুজিব দিৱ লাগিছিল....

    • @himamahanta8080
      @himamahanta8080 Месяц назад +1

      Ai poriyal xnr jdi kiba hl haten tante ki apuni sbo gli haten nki
      Xaixini xmy t xklr a xong uthibo xai suwali jnik dai di lv ni nhi

    • @indianmix4669
      @indianmix4669 Месяц назад

      Jodi suwalito morile hoi driver to binaries napalm asil kela

    • @indianmix4669
      @indianmix4669 Месяц назад

      Ultra busor utpat besi kela

    • @priyamdj2882
      @priyamdj2882 Месяц назад +1

      ভুল মানুহৰে হয়, কিন্তু ভুল কৰি ক্ষমা বিচাৰি যুৱতী গৰাকীয়ে নিজতকে জ্যেষ্ঠজনক হেৰুৱা মান ঘূৰাই দিলে।

  • @mridulabezbaruah5862
    @mridulabezbaruah5862 Месяц назад +130

    ভন্তি তোমাৰ ভৱিষ্যত বহুত বেয়া। ইমান খং আৰু অহংকাৰ অলপো ভাল নহয় মনত ৰাখিবা।

    • @KopilKachari-lt8uw
      @KopilKachari-lt8uw Месяц назад +7

      আপোনাৰ গাড়ী এখন খুন্দিয়াই মহতিয়াই লৈ গ'লে গাড়ী চালকৰ ওপৰত ব্যৱস্থা নলব দেই কিয়নো সেইটো ভুল 😊

    • @Kumoijyoti-kumoi-assam
      @Kumoijyoti-kumoi-assam Месяц назад +1

      hóí 😊😊

    • @japkara9113
      @japkara9113 Месяц назад +2

      aji diveror bukut dhurise vobishote biya hole husbendr dingt dhurib 😂😂😂​@@Kumoijyoti-kumoi-assam

    • @assamswaggirls8001
      @assamswaggirls8001 Месяц назад +2

      Kosto kori kiba ATA bosto lole kiba hole mne gat lgibh a ato kothat bukut dhrileu driver jnoloi doya nlge 😊

    • @silversurfer2967
      @silversurfer2967 Месяц назад +2

      @@mridulabezbaruah5862 Tai bukut he dhorisil lora hua hole taar je mukh khonei fali dile hole. Arey vul tu kaar sobei janiu taak support kori ase. Bhagyo val je manuh keijon basile tinikhon garik ekeloge mohotiyai dibole kiman speed t ahisil vabi sauk. Jodi vul koru buli nokore tetyahole 40 km speed limit t ke besi speed t kio solaisil jani buji. Amar gari khonoku eneke mari polai gol saah pat niya gari ekhone he u vul koru buli kora nai tetyahole polale kio. Apuna lukr logic mote tu ami taak gamusai ekhone dibo lagisil.

  • @Rahul_01R
    @Rahul_01R Месяц назад +68

    ড্ৰাইভাৰ জনৰ ওচৰত ক্ষমা খুজিব লাগে সেই সন্মান কৰিব নজনা ছোৱালী জনী।

    • @birat360
      @birat360 Месяц назад

      Are vai polai jbo pare buli enkua korile..Tai nije koise sun ako kio lgi ase ..hanti lga ny ske suali jnik era dekhi jolol vab tu ase nhoi ako

    • @gourabkumardeka5623
      @gourabkumardeka5623 Месяц назад

      Tur garit laga hoi ki korili hoi mutkho dore kotha nokobi

  • @mobidurrahman4860
    @mobidurrahman4860 Месяц назад +26

    ছোৱালী জনীয়ে ক্ষমা খুজি খুব ভাল কাম কৰিছে। এতিয়া আৰু অপমান সুচক Comment কৰি‌ আমাৰেই এজনী ছোৱালীক অতিষ্ঠ কৰি মানসিক কষ্ট দিয়াতো ভাল কথা নহয়‌‌ বুলি ভাবো।

    • @user-rz9mp2em2j
      @user-rz9mp2em2j Месяц назад +1

      Where's gender equality? Ne suali buli ari dibo??
      If kali kunuba suali or maiki manhu judi mur gari khundai, am i allowed to grab her so she can't run away the way she grabbed him??

  • @siddharthasankarkashyap6058
    @siddharthasankarkashyap6058 Месяц назад +63

    ওচৰতে মাক দেউতাক থাকিও তাইক মানুহজনক বুকুত ধৰি কথা নক'বলৈ মানা নকৰিলে। কি শিক্ষা দিছে ছোৱালীক তেওঁলোকে। পিছত এদিন গৈ দেউতাকৰ বুকুত ধৰিব এনেকৈ চল দিওঁতে। যদি ড্ৰাইভাৰ জন দোষী পুলিচত দে, কিন্তু কি বুকুত ধৰি কথা ক'বলৈ আহিছে। আজি ড্ৰাইভাৰ জনৰ ঠাইত যদি কোনোবা নাম থকা ডাঙৰ মানুহ হ'ল হেঁতেন, তেতিয়া তাই বুকুত ধৰিবলৈ সাহস কৰিলে হেঁতেন নে....

    • @Assamesemix987
      @Assamesemix987 Месяц назад +1

      একদম সঁচা কথা কৈছে 👍

    • @A55xyz
      @A55xyz Месяц назад

      Apunar gari thoka hole jodi driver atai khundai tetiya driver tuk kiss koribo nki

    • @gourabkumardeka5623
      @gourabkumardeka5623 Месяц назад

      নীতি শিক্ষা দিয়াটো ভাল

    • @A55xyz
      @A55xyz Месяц назад

      @@gourabkumardeka5623 Driver burok Kune niti hikhya dibo

  • @aparajitarajkhowa3578
    @aparajitarajkhowa3578 Месяц назад +154

    মানুহৰ আগত যিদৰে বুকুত ধৰিছিল, সেইদৰে মানুহৰ আগত ড্ৰাইভাৰ জনক ক্ষমা খুজা উচিত

  • @chiranjibsonowal6764
    @chiranjibsonowal6764 Месяц назад +210

    নিলাজ জনী ৰাইজৰ মাজলৈ লৈ আনি ড্ৰাইভাৰ জনৰ ওচৰত ক্ষমা বিচাৰিবলৈ কওক

    • @bksworld4751
      @bksworld4751 Месяц назад

      Modahi driver a manuh marar pist khoma khuje nki...bukut he dhorise..

    • @Demonlover391
      @Demonlover391 Месяц назад +22

      Tur gaarit khunda Mora holei ei lecture nidili heten.

    • @alimony4golddiggers
      @alimony4golddiggers Месяц назад

      ​@@Demonlover391 suwalik besi support koribo nalage false case logai dibi gutae jinon court goi phuribi

    • @proaddproadd4275
      @proaddproadd4275 Месяц назад

      ​@@Demonlover391tur baperor বুকুত ধৰিলে toi ki korile hoi reply dibe

    • @proaddproadd4275
      @proaddproadd4275 Месяц назад

      ​@@Demonlover391tur baperor বুকুত ধৰিলে toi ki koribe ...?
      Man honman ki tak jno ni toi kotha vlka kobe ajon mnuhor honman otsa gari khon dangor nhoi

  • @ManikPhukan-ek7jg
    @ManikPhukan-ek7jg Месяц назад +76

    ছোৱালী গৰাকীৰ ফালৰ পৰা ক্ষমা খোজাতো ডাঙৰ কথা নহয় কিন্তু চালক সকলো সজাগ-সঢেতন হ'ব লাগিব। এনে ঘটনা দূৰ্ভাগ্যজনক!

    • @MohanStrdhr
      @MohanStrdhr Месяц назад

      Driver kotha ki jano 😡

    • @NP_EDITZ123
      @NP_EDITZ123 Месяц назад

      Thik kotha koise

    • @user-tr8gr2wv1r
      @user-tr8gr2wv1r Месяц назад

      Jote tote Break marbi

    • @A55xyz
      @A55xyz Месяц назад

      Thik koise

    • @nagenchandragohain6809
      @nagenchandragohain6809 Месяц назад

      হয় বাৰু , পিছে যোৱা কালি ধেমাজিত দুগৰাকী মহিলাক প্ৰাতঃ ভ্ৰমণৰ পৰা ঘূৰি আহি ঘৰৰ পদুলিতে খুন্দিয়াই মাৰি থৈ গল,তেনে বোৰ ড্ৰাইভাৰ ৰ কি ব্যৱস্থা লব?????????????

  • @naba6953
    @naba6953 Месяц назад +24

    উপযুক্ত সংস্কাৰৰ অভাৱ ..মাক বাপেকে ভাল শিক্ষা নিদিলে এনেকুৱাই হব গতিকে ব্যৱহাৰ শিকি লওক অভিভাৱকেও অলপ মান সংস্কাৰ শিকাওক ছোৱালী জনিক

    • @pintuborah712
      @pintuborah712 Месяц назад

      Aru je drivertytea pispinore pora gari khnote Mari dise shaitu ki ha shaitu bisar kor tur garit bike ite Mari dileh ki hobo jar hoi Shi janibo ki shikhar opvab eibur kuwar ki right ase he apunare Lora huwa hoi drivere driver giri bahir korileh hoi suwali karoneh baru basil kolarote dhori rakhileh bujise hish ase karoneh dhori rakhise bujise apuni hole ki korileh house wtya Muk answer dibo paribo ne nai apuni teneka driverkoke dhup dhuna loi puja koribo he ki koi apuni he Jodi tai thoka gari lhonre gute keys manhu Mora hoi tetya ki driver sostgYea mat matilieh heten he aru aji loi mat matise e baru shaitu kintu important point hoi etya sirori thaki ki luv he

  • @azadbora9252
    @azadbora9252 Месяц назад +19

    আমাৰ অসমত এইটোৱেই ভাল আৰু যিমান ডাঙৰ ভুল কৰিলেও মাফ খুজিলে সকলো শেষ
    সেই কাৰণে সকলোৱে সুবিধা লই ।

    • @pintuborah712
      @pintuborah712 Месяц назад

      Etya maaf khujileh Noh aru poka pkai nathake yate

  • @bipinchandraphukan1452
    @bipinchandraphukan1452 Месяц назад +33

    নেপায়,এনে আচৰণ কৰিব নেপায়।ক্ষমা প্ৰাৰ্থনা বিচাৰি ভাল কৰিছে।

  • @Ramraj13333
    @Ramraj13333 Месяц назад +13

    তাইক ভাল পায় থকা জনে ভাবি আছে কি ছোৱালী প্ৰেমত পৰি আছোঁ

  • @papunath2309
    @papunath2309 Месяц назад +2

    ড্ৰাইভাৰ জনৰ বুকুত ধৰোতে সকলো ড্ৰাইভাৰৰে গাত লাগি গৈছে। কিন্তু গাড়ীৰ ভিতৰত থকা সেই মানুহ কেইজনৰ যদি কিবা এটা হল হেতেন তেন্তে ইয়াৰ দায়িত্ব কোনে ললে হেতেন।

  • @A55xyz
    @A55xyz Месяц назад +2

    ৰূপম বোলা মানুহ জনক প্ৰথম ভাল লাগিছিল driver সমাজত এজন ভাল ব্যৱহাৰ থকা driver আছে বুলি কিন্তু তেওঁ এতিয়া জোখতকৈ বেছি কৰি থকা দেখিব পাইছো অলপ কিতাপ এখন লিখি viral হল বুলিয়েই তেওঁ নিজকে leader বুলি ভাবিবলে ললে । চৰকাৰে আইন ওলিয়ালেও আন্দোলন কৰিব যায় । আৰু এতিয়া এই ছোৱালী জনী লগত লাগিছে , সিহঁতৰ drive ৰ ভুলৰ কাৰণে যদি মানুহ মৰিলে হেতেন তেতিয়া ৰূপম বোলাটোয়ে মৰা মানুহ জনক ঘূৰাই দিব পাৰিবনে।

  • @milonjyotiborgohain5402
    @milonjyotiborgohain5402 Месяц назад +2

    সন্মানৰ কথাত কৈ accident কৰাটো ডাঙৰ কথা। বহুত ড্ৰাইভাৰ accident কৰি পলাই যায়। গতিকে সকলোৱে মিলি ধৰি ৰখাটো ভাল। পৰিয়ালটোযে বাছিল মৃত্যুৰ পৰা।।।

  • @mintukrbrmn.95
    @mintukrbrmn.95 Месяц назад +72

    মাক বাপেক বংশ পৰিয়ালৰ পৰা ভাল নীতিশিক্ষা নাপালে এনে দশা হয় ।এতিয়া কিয় শেও মানিলে ???

    • @birat360
      @birat360 Месяц назад

      Tai Gyan ase heibabe dhori thole ..apuna lukor tu Gyan u ny apuni Tai jagat hua hle ..

  • @JogeshChRabha-ry5er
    @JogeshChRabha-ry5er Месяц назад +15

    নিজৰ ভুল চিকাৰ কৰা জন কেতিয়াও মন সৰু নহয়,,,, ছোৱালী জনীৰ উজ্জ্বল ভবিষ্যৎ কামনা কৰিলে

  • @juntigogoi6182
    @juntigogoi6182 Месяц назад +6

    এইবাৰে Driverৰে ভুল কৰিলে Rupam দেৱে ক্ষমা খুজিবলৈ কব লাগিব মজা কাৰণ বিষয়টো এৰা ধৰা মাজেৰে সমাধা কৰিব পাৰিলে হেতেন

    • @dhrubajyotimahanta5627
      @dhrubajyotimahanta5627 Месяц назад

      THIK KOTHA KOISE

    • @ranjitgogoi9741
      @ranjitgogoi9741 Месяц назад

      Anekoi hole accident holeu sun driver bilak basi jabo.. accident korileu driver bilak basi jabo😊

  • @Abhijitmech456
    @Abhijitmech456 Месяц назад +20

    ড্ৰাইভাৰ গৰাকীৰ যদি মান সন্মান আছে তেন্তে ন্যায়ালয়ৰ দ্বাৰস্থ হৈ মানহানি গোচৰ তৰক ছোৱালীগৰাকীৰ বিৰুদ্ধে ৷ কেচ নিদিলে গম পাম আত্মসন্মান নাই

  • @lovetraveling.....
    @lovetraveling..... Месяц назад +10

    মানুহ সেইজনক হে কয় যি নিজে কৰা ভুল নিজে বুজি পায়।

  • @user-nn3tl9nz8j
    @user-nn3tl9nz8j Месяц назад +5

    Driver jonak bukut dhari suwalijonia bhal Kam korile nahale polale haten. Thankyou my sister.

  • @user-ie8zl5ch8k
    @user-ie8zl5ch8k Месяц назад +25

    এজনীয়ে ভবিষ্যতে কি কৰিব নিজে চিন্তা কৰা উচিত কেতিয়াবা এইজন মানুহেই সহায় কৰিব তেতিয়া বুজি পাব।

    • @birat360
      @birat360 Месяц назад

      Apunar gari ase ne ase jdi bujibo Tai kio tnkua korise..ene uprt lukok kobole khub hohoj ha

  • @juggiiij
    @juggiiij Месяц назад +13

    ৰূপম দা ল'ৰাৰ সমান অধিকাৰ লৈ কিবা এটা কৰক।। লৰা সকলে বুজি নাপায় এইবিলাক কথা 😢😢

  • @monujsaikia9184
    @monujsaikia9184 Месяц назад +24

    কিছুমান ড্ৰাইভাৰৰ অতপালিয়েও পাই গৈছে দিয়ক । নিজৰ লগত হলেহে বুজা যায়

  • @AnirudhaRay-mw9ig
    @AnirudhaRay-mw9ig Месяц назад +52

    ড্ৰাইভাৰ জনৰ ভৰিত ধৰি ক্ষমা খুজুৱাবো লাগিছিলে এই জনিক।।

    • @tapankalita6049
      @tapankalita6049 Месяц назад +1

      Bad Diya he tumr to.😂

    • @dipankart9
      @dipankart9 Месяц назад +3

      Ei2 olp besie hol😂

    • @Gogois2
      @Gogois2 Месяц назад

      Aku base hua nii ohonkare sualiii

    • @easysolution3921
      @easysolution3921 Месяц назад

      Ee kela tho hai 😂😂 koto driver accident kori kela polai bhorit dhoribo lge

    • @foodnature6323
      @foodnature6323 Месяц назад

      Hoy নেকি minister , 😂😂😂 আপোনাৰ হয়তো driver হোৱাৰ মন আছে

  • @bhaitisingha6063
    @bhaitisingha6063 Месяц назад +15

    যুৱতী গৰাকীৰ ভূল নাছিলে
    অহংকাৰী দেখাইছিল।
    কাজিৰঙা speed limit দিয়া থাকে
    Bus Driver জনে Bus খন speedত আহিছিলে

    • @Assamesemix987
      @Assamesemix987 Месяц назад +1

      আপুনি আছিল নি তাত ভুল শুদ্ধ বিচাৰ কৰিলে যে ?

    • @bhaitisingha6063
      @bhaitisingha6063 Месяц назад

      @@Assamesemix987 মোৰ বিচাৰ হ'ল
      Driver জনৰ বুকুত ধৰিছেটো
      ছোৱালী জনীৰ বুকুত ধৰিলে হ'ল হিচাপ বৰাবৰ 🤣🤣🤣🤣🤣🤣🤣🤣

    • @bhaitisingha6063
      @bhaitisingha6063 Месяц назад

      @@Assamesemix987 আছিলোঁ

  • @leeoassamvlogs5397
    @leeoassamvlogs5397 Месяц назад +18

    এইটো ঘটনা ৰ কাৰণে গোটেই driver সমাজ এনেকুৱা কৰা টো ভুল বুলি ভাবো মই ।কিছুমান driver আছে যি a neki paglami kori gari solai ।

  • @tunborah4690
    @tunborah4690 Месяц назад +9

    মোক দৰে মানুহক তই চুব লাগিছিল আটাইকেইটা দাত সৰুআই দিলোঁ হেঁতেন

  • @MONILKOCH
    @MONILKOCH Месяц назад +2

    ছোৱালী জনিক বেয়াকৈ কোৱা জ্ঞানী সকলক কৈছোঁ।
    যি সকল ড্ৰাইভাৰ মদ খাই গাড়ী চলাই আৰু মানুহ মাৰি পলাই যায় সেই সকল ড্ৰাইভাৰক কিয় ধৰি দিব নোৱাৰে।
    তাৰ মানে ড্ৰাইভাৰ জনক গামোচা পিন্ধাব লাগিছিল নেকি।

  • @prafullaborah8107
    @prafullaborah8107 Месяц назад +2

    ছোৱালী জনী আগলৈ ভাল মানুহ হবগৈ।

  • @Rubulgogoi209
    @Rubulgogoi209 Месяц назад +4

    ভনীয়েকে ককায়েকক ভূলৰ বাবে ক্ষমা বিচাৰিলে ।। ইয়াতেই শেষ । বেছি বাহুল্য কিয় কৰি থাকিব লাগে । কিয়নো ভিডিঅত দেখা গৈছিল ছোৱালীজনীৰ অভিভাৱকে ছোৱালীজনীক এনে কৰিবলৈ মানা কৰিছিল ।

  • @dhrubajyoti8280
    @dhrubajyoti8280 Месяц назад +14

    এনেও দ্ৰাইভাৰ হতে দানৱৰ দৰে গাডী চলায়।

  • @bhaskarkashyap467
    @bhaskarkashyap467 Месяц назад +22

    ক্ষমা খুজিব নালাগিছিল,,,,, প্ৰায় ড্ৰাইভাৰ accident কৰি পলাই যাই,,,, ছোৱালী বুলি বুকুত ধৰিছে,,,, লৰা হোৱা hole টো,,,, আধা মৰা কৰিলে হেঁতেন,,,,,
    বহুত উৎপাত কৈ চলাই প্ৰায় ড্ৰাইভাৰ বোৰে,,,,,

    • @suravi23
      @suravi23 Месяц назад

      Aibor Kune buji pabo agi Kali jikono soalik beya kobo pale nijoke cool buli vbae

  • @ranasharma1259
    @ranasharma1259 Месяц назад +24

    নাই নাই এনেকৈ ক্ষমা নহ'ব,, তাইক লতাশিল ত আনি ড্ৰাইভাৰ সংস্থা আগত আঠু কাঢ়ি ক্ষমা খোজক

    • @kolyangogoi1548
      @kolyangogoi1548 Месяц назад

      Nukhuja hlenu tair ki hol htn.moi khomya nukhuju buli jdi 3month manor karone blg statele furibole gusi jua hle ki krile htn kiman din gari nosoluake thakile htn.atiya khomya khujile nhy ine siyori thaki lav nai

  • @nirupoma5935
    @nirupoma5935 Месяц назад +7

    ৰাইজে নখ জোকাৰিলে নৈ বয়।বাধ্যত পৰি হওক বা মনেৰেই হওক তেওঁ ভূল স্বীকাৰ কৰাৰ বাবে অশেষ ধন্যবাদ আমাৰ।

  • @jayantahazarika6024
    @jayantahazarika6024 Месяц назад +37

    মাক বাপেকে ভাল শিক্ষাৰ দিছে তাইক

  • @ratulsaikia4348
    @ratulsaikia4348 Месяц назад +35

    এইভাবে ক্ষমা কৰা বুলি নকয় । তাইক শিক্ষা অলপ দিব লাগিছিল । তাইটো ড্ৰাইভাৰ জনৰ ওচৰত ক্ষমা বিচৰা নাই।

  • @jagadishkalita6657
    @jagadishkalita6657 Месяц назад +13

    ভাল ড্ৰাইভাৰ কেইটা আছে
    90% মদাহী।

    • @HeyyyStrangerrrs
      @HeyyyStrangerrrs Месяц назад

      @@jagadishkalita6657 Gari solwa sobai driver either private or commercial, either two wheeler , 3 wheeler or more than 3 wheeler bro.... tatea hole toi u gari solao toi u modahi. Quantity komai kobi not 90% driver modahi.

  • @lyrmusic3465
    @lyrmusic3465 Месяц назад +28

    অলপ বেছি টকা থকা মানুহৰ লৰা ছোৱালীয়ে মানুহক ব্যবহাৰ কৰিব নাজানে।

  • @artworld6596
    @artworld6596 Месяц назад +3

    Driver jonor a vul asile sage distance majot rakhi gari solabo lage...aru suali jonir vul hol karon tai nije hatot law tuli lobo nalagisile xasti dibole police bur ane ase nki...tar upori suali jonir behaviour bohut beya proudy

  • @Chandansonowal59
    @Chandansonowal59 Месяц назад +74

    Rupam da zindabaad ❤

    • @HeyyyStrangerrrs
      @HeyyyStrangerrrs Месяц назад +1

      Rupam Dar lgt ami asu...✊

    • @Rahul-fk3mf
      @Rahul-fk3mf Месяц назад +2

      Driverr vulr krne jetia manuhr pran jay tetia kt jay thtr rupam da. .... Swali krne manhe imn bya bya cmmnt...

    • @HeyyyStrangerrrs
      @HeyyyStrangerrrs Месяц назад +1

      @@Rahul-fk3mf definately koribo tur tat problem kot. Aru toi kaita accident nijai dakhiso jot okol atarhe vul thake.

    • @Rahul-fk3mf
      @Rahul-fk3mf Месяц назад

      @@HeyyyStrangerrrs jidina tr pisfale speedt ahi bus a khunda maribo hidina gm pabi ...

    • @HeyyyStrangerrrs
      @HeyyyStrangerrrs Месяц назад

      @@Rahul-fk3mf Drivertur thait toi thakibo lagesil tatea sali htn kar vul asil

  • @dimpalprotimgogoi5630
    @dimpalprotimgogoi5630 Месяц назад +3

    মই আকৌ ড্ৰাইভাৰ সমাজে কিবা নিৰ্বাচন খেলিছে বুলিহে ভাবিছিলো 😂

  • @rafikulali4396
    @rafikulali4396 Месяц назад +6

    Papa ,,,,, কোনোবা যদি বিয়া পাতিব মন আছে যদি বুকুত ধৰা ঘটনা টো মনত কৰিব,,,

  • @SanjayKumar-td9um
    @SanjayKumar-td9um Месяц назад +3

    ইয়াত জয় পৰাজয়ৰ কথা কৰ পৰা আহিল মহাশয় ? এয়া মানবীয়তা , মানবতা ৷

  • @nilishaika5262
    @nilishaika5262 Месяц назад +7

    Modahi. Driver. Bilakok. Manuh. Morar . Pisot. KI. Hasty. Dibo. ?

    • @VlogA2Z
      @VlogA2Z Месяц назад +2

      drivr homaj daityo lobo lage ..

  • @user-wt9nt6gw1u
    @user-wt9nt6gw1u Месяц назад +9

    নায়িকা হবলৈ যায় ক্ষমা খুঁজিব লগীয়া হল

  • @AnnoyedGarden-jo1kh
    @AnnoyedGarden-jo1kh Месяц назад +1

    দুদিনৰ আগত এই চোৱালি জনিক বহুত কিবা কিবি কলো বকিলো। অৱশেষত চোৱালি গৰাকীয়ে ক্ষমা প্রার্থনা বিচাৰিলে।
    কিন্তু দাইভাৰ সকলকো এটা কথা কও। বুৰে প্রতি হেলুক নহয়। আপোনালোক নিজেও সাৱধানতা অবলম্বন কৰক। কিয়নো চোৱালি গৰাকী গাডী খন টো ভাগি গল। তাৰ খৰচ কোনে ভৰিব। খৰচ ভৰাটো দুৰৰ কথা। যদি সেই গাডী খনৰ কোনোবা মৰিলে হয়। তেতিয়া কি কৰিলে হয়। গতিকে আপোনালোকৰ মাজতো অলপ বুজা বুজি হোৱাটো ভাল।

  • @ContentBeachCoast-ho2bi
    @ContentBeachCoast-ho2bi Месяц назад +2

    Driver জনৰ তাৰমানে ভূল নাছিল???এজন ৰপম দাস ভাল ওলাল বাবেই দ‌্ৰাইভৰ জাতিটৈৱে ভাল হৈ গ'ল? ক্ষমা খোজাতো মোৰ ভাল নেলাগিল দেখোন!

  • @dr.lakshmikalita8857
    @dr.lakshmikalita8857 Месяц назад +3

    বাছখনে নিশ্চয় সৰু গাড়ীখনৰ ঠিক পিছে পিছে অৰ্থাৎ কম দূৰত্ব ৰাখি পিছে পিছে আহি আছিল চাগৈ। পাচ চেকেণ্ড মানে অতি কম দূৰত্ব ৰাখি সৰু গাড়ীখনৰ পিছে পিছে আহিছিল নিশ্চয়।

  • @user-yd4ql6uu8h
    @user-yd4ql6uu8h Месяц назад +3

    আপোনালোকে যেনেকৈ বাতৰি কয় যেন ক্ষমা খুজি আচৰিত কাম কৰিলে ।ক্ষমা খুজাটো আৰু ক্ষমা মাৰজন কৰি দিয়াটো ভদ্ৰ মানোহৰ লক্ষ্যন ।কাৰন মানু মাত্ৰয়ে ভূল হয় ।

  • @PM-gw1ou
    @PM-gw1ou Месяц назад +2

    অনকেমেৰাৰ সমুখত ক্ষমা খুজিব দিব লাগিছিল।

  • @prakashborah5396
    @prakashborah5396 Месяц назад +2

    এই জন দাইভাৰে বহুত নিৰব ভূমিকা গ্ৰহণ কৰিছিল পৰিস্থিতি দেখি।নহ'লে পেলালে হয়্ এতিয়া আৰু সাহস বাঢ়িল দাইভাৰৰ সকলো বিলাকক কোৱা নাই।ৰূপম দাৰ নিচিনা ভাল দাইভাৰ বিৰল ।

  • @debabrattiwari7928
    @debabrattiwari7928 Месяц назад +3

    Driver nhoi jen pm hoi😂😂😂😂 axom aru stupid news

  • @realfact077
    @realfact077 Месяц назад +21

    Atiya kene pala moina,,,,viral hobo khuja 😅
    That is the power of driver.

  • @jitendrarabha4660
    @jitendrarabha4660 Месяц назад +6

    উফ্ঃ ৰাম!------ উশাহটো এতিয়াহে দীঘলকৈ ল’ব পাৰিছো৷ছোৱালীজনীৰ পৰা নৱপ্ৰজন্মই ডাঙৰ জ্ঞান এটি লাভ কৰিলে৷মানুহৰ ভুল হয়েই,ভুলৰ বাবে ক্ষমা বিচাৰৰ বাবে ছোৱালীক ধন্যবাদ জনালো,আৰু ছোৱালীজনীক লৈ সামাজিক মাধ্যমত ইতিকিংসূচক মন্তব্য নিদিবলৈ সকলো ৰাইজকে অনুৰোধ কৰিলো৷এই ঘটনাটো ইমানতে ওৰ পেলাবলৈ আহ্বান কৰিলো৷

  • @babulkalita5845
    @babulkalita5845 Месяц назад +1

    এই ছোৱালীজনী বিয়াৰ পিছত গিৰিয়েকক ও মাৰিব।ঐই ছোৱালী যদি তূমি নিজেই খূনদা মাৰিলাহৈ তেতিয়া কি কৰিলাহৈ।নিলাজ জনী।

  • @mridulduwarah7897
    @mridulduwarah7897 Месяц назад +2

    কিহৰ জয় পৰাজয়ৰ কথা আছে.ভুল হল বুলি তাইও অনুতাপ কৰি ক্ষমা খুজিলে কিজানি.এইবোৰ কি জয় পৰাজয়.

  • @thesecretboss7538
    @thesecretboss7538 Месяц назад +18

    ঘণ্টা ক্ষমা খুজিছে victim card খেলি আছে
    Driver k indirectly ভুল দি আছে সি পলাবলৈ খোজা বুলি

    • @user-zp7ck4bl9p
      @user-zp7ck4bl9p Месяц назад

      Driver bur accident kori polaiye,,,, moha bodmas aibur..... Rati Hole dingi loi maal khabo, ghoinir logot kajia koribo aru pisdina noutanki,,,,, buja ase driver kiman dhua tulokhir paat..... Jibure netagiri dekhuaise,,,, adin sabo mla mp hoi homajok torture koribo shhiiiiiii

    • @easysolution3921
      @easysolution3921 Месяц назад +1

      Ow dise bhl e korise thik e korise

  • @karabidutta7272
    @karabidutta7272 Месяц назад +3

    Bus driver ru bhul takee,teuluke olop sabo lagee

    • @pankajkumarnath3093
      @pankajkumarnath3093 Месяц назад

      Driverr logout nalagiba,bhul korileu eku nokoba,ami naaku,tair eta shikha hol

  • @MJToonz11
    @MJToonz11 Месяц назад +3

    But the bus driver is also guilty at the same time, he was carrying children in the bus, he should have to be precisely careful in that case, will he too apologize for his careless driving??

  • @villagelife9307
    @villagelife9307 Месяц назад +2

    ছোৱালী জ নী বু কুত ধ ৰিছেহে কিন্তু লৰা হলে মাৰা মাৰি হল হ য় ।

  • @doglover9365
    @doglover9365 Месяц назад +2

    Vul sobore hobo pare.. Khoma khujib sahah karar babe val lagil 2mk.. Newst eman ke borhai nkobo aru..

  • @amalthakuria6207
    @amalthakuria6207 Месяц назад +2

    সাংবাদিক মহোদয় ক্ষমা খোজতে বৃহৎ জয় বুলি নকলেও চাগে হলহেঁতেন।

  • @KSC9353
    @KSC9353 Месяц назад

    দুৰ্গাৰ ৰূপ ধাৰণ কৰি দেখুৱাই এতিয়া নিমাতী কইনা কিয় হব লগীয়া হল....
    গম পালা এতিয়া.
    Driver union...zindabad

  • @mohendradohutia-dj5km
    @mohendradohutia-dj5km Месяц назад +1

    ড্ৰাইভাৰ ভৰিত ধৰি আঠু কাঢ়ি ক্ষমা খোজক।মেদিয়া আগত নহব।

  • @nayanborah9871
    @nayanborah9871 Месяц назад +1

    Respect. Driver 👍

  • @nirusaikia7631
    @nirusaikia7631 Месяц назад

    ভন্তি ক্ষমা খুজি ভাল কৰিলা। মানুহ মাত্ৰেই ভুল হয় । কিন্তু এটা কথা লাখ টকীয়া। গাড়ী খনত কৈ কোটি টকীয়া সন্মান বা জীৱন বহুত ডাঙৰ।হয়, দুৰ্ঘটনা নজনাকৈ হয়। ইমানতে যে ভগৱানে ৰক্ষা কৰিলে 🙏 🙏 আৰু সকলোৰে প্ৰাণ ৰক্ষা কৰিলে।

  • @user-lz9fy6gm3i
    @user-lz9fy6gm3i Месяц назад +1

    Driver জনৰ নিৰব ভুমিকা শলাগিব লগিয়া । ধন্যবাদ ৰূপম দত্ত । প্ৰশাসনিক দিশত এই জনীক দিবলৈ হলে জনসাধাৰণৰ পানীত হাঁহ নচৰা হব ‌।

  • @user-dw6vh8vl6f
    @user-dw6vh8vl6f Месяц назад +19

    অনুতপ্ত হোৱাৰ বাবে ধন্যবাদ জনালোঁ

  • @kashyapjyoti
    @kashyapjyoti Месяц назад +1

    এই জনী লেবেল চা। এই জনীক আঠু কঢ়াই ক্ষমা খুজাব লাগে।

  • @Simashreechutia549
    @Simashreechutia549 Месяц назад

    তাই অক্ষমা নাই বিচৰা,বিচাৰিছে মাথোঁ তাই ৰাইজৰ বিপদৰ পৰা ৰেহাই পাবলৈ হে সৰু হৈছে।কাৰণ তাই এতিয়াও মনৰ পৰা ক্ষমা নাই বিচৰা

  • @jagadishkalita6657
    @jagadishkalita6657 Месяц назад +1

    ড্ৰাইভাৰ কিমান ভাল ৰাইজে ও জানে।

  • @S.M.8439
    @S.M.8439 Месяц назад +2

    ড্ৰাইভাৰজনৰ আগত ক্ষমা খুজিবলৈ নিদিলে কিয়?

  • @user-wp5fc3le7g
    @user-wp5fc3le7g Месяц назад +7

    আজিৰ পৰা বাচ চালকৰ ভুলৰ বাবে হোৱা প্ৰতিতো দূৰ্ঘটনাৰ দায়িত্ব চালক সন্থাই লবনে নলব ? স্পষ্ট কৰি লক আগতে।

    • @VlogA2Z
      @VlogA2Z Месяц назад

      thik koise ..

    • @suravi23
      @suravi23 Месяц назад

      Solai karone aikhhni overacting dekhai se tar bade ako nohoi eman age pise gari thakote kio eman besi speedt thakibo lage bus khon j agor khone break marile lagi jabo pare distence maintain koribo lagisil

  • @letsplay9856
    @letsplay9856 Месяц назад +3

    জানিয়ে হৱক বা নাজানিয়ে হৱক ছোৱালীজনীয়ে কৰা ‌ভূলৰ বাবে ক্ষমা বিচাৰিলে।
    তাই হয়টো ঘটনা টোৰ কাৰণ তৰ্কিব পৰা নাছিল।
    এইবোৰ কথাৰ লগত পৰিয়ালৰ সঙস্কাৰৰ কথা ও জড়িত থাকে।
    ক্ষমা খোজা বাতৰিটো চিঞৰি চিঞৰি জয় পৰাজয়ৰ‌ বাতৰি বুলি প্ৰচাৰ নকৰিলেও হলহেতেন।

    • @amalthakuria6207
      @amalthakuria6207 Месяц назад

      বাপ্ৰে বৃহৎ জয়। নহয় ভুল হৈছে হয়তো ক্ষমা বিচাৰিছে বাছ সিমানতে শেষ।

  • @dreamShddch
    @dreamShddch Месяц назад +3

    Ki joy bijoy r kthanu aitu?ki faltu ktha kuwanu?tohot faltu kri pelaiso homaj khn

  • @digantagogoi1868
    @digantagogoi1868 Месяц назад +8

    যুৱতী গৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ।ভুল স্বীকাৰ কৰিব পৰাটোক সৰু হোৱা নুবুজাই। বৰণ তাইৰ মহানতাক বুজায়।

  • @mintukrbrmn.95
    @mintukrbrmn.95 Месяц назад +5

    কোনে শিকালে কথাখিনি ।

  • @dpdipankarofficial
    @dpdipankarofficial Месяц назад +1

    অভদ্ৰ ছোৱালী এইজনী এই ক্ষমা ড্ৰাইভাৰ জনৰ ওচৰত ক্ষমা খোজিব দিয়ক

  • @gogoiready6853
    @gogoiready6853 Месяц назад +2

    Jar garit mare he ha jba driver otopaliu km nhoi..

  • @rajkumardihingia2331
    @rajkumardihingia2331 Месяц назад

    এয়া কাৰো জয় পৰাজয় বুলি মই নেভাবো,NB news তেনেকৈ বাতৰি পৰিবেশন নকৰে যেনত,,,কব পাৰে ভূলৰ শুধৰণি,,,,

  • @mithusvlog6757
    @mithusvlog6757 Месяц назад +8

    ইমান সাহস কত পালি হা বুকুত ধৰিব লাজ লগা নাই চালা ছোৱালী হৈ এনে কৰ্ম কৰিব মাৰে বাপেৰে এইবোৰ সিকাইছে তহঁতক,' এতিয়া কেনে যিয়ে নহক ক্ষমা কৰবা লগা হল নে লাজ নাই ছালা নাকত

  • @VolaNath-jb6ys
    @VolaNath-jb6ys Месяц назад +10

    ৰূপম ছোৱালী জনিয়ে মাফ খুজিছে ! গতিকে এবাৰলৈ মাফ্ ক ৰি দিয়া !! নিজৰ ছোৱালী বুলি!!!

  • @pratimdevi8759
    @pratimdevi8759 Месяц назад

    এনে কিছুমান স্বাভিমানত আঘাত কৰা কথা দয়াকৰি নক'বচোন I এইখন যুদ্ধ নে খেল , জয় পৰাজয় হ'বলৈ ? ড্ৰাইভাৰ নিশ্চিত হিচপে আন দহোজনৰ দৰে আমাৰে সমাজৰ অপৰিহাৰ্য্য অংগ I সকলো মানুহৰে আত্মসন্মান আছে I কেতিয়াবা অনিচ্ছাকৃত ভাৱে কিছুমান ঘটনা ঘটি যায় I দোষীয়ে যদি ভুল স্বীকাৰ কৰি ক্ষমা খোজে , নিশ্চয় কৈ ক্ষমা কৰিব পাৰা জন সঁচায়ে মহান , সেইবুলি এনে কিছুমান কথা ক'ব নেলাগে যি কথাৰ বাবে ভৱিষ্যতে ইজনে সিজনক মাতিবলৈ কুণ্ঠাবোধ কৰে বা আখেজ থাকি যায় I

  • @Life_in_frame777
    @Life_in_frame777 Месяц назад +2

    Ekdom driver tur je bhul nai kheitu nohoi duta poikhor bhul hoise aru june troll kri ase aitu sabhabik nijor garit lagile beya lagiboi✅

  • @mrborah6228
    @mrborah6228 Месяц назад +6

    ক্ষমা কাক খোজিছে! দাইভাৰ গৰাকীক প্ৰত্যক্ষ ভাৱে ক্ষমা খোজক ৰাইজক মেডিয়াত নহয়!

    • @foodnature6323
      @foodnature6323 Месяц назад +1

      মই নিছিচ্ত আপুনি driver

  • @dipmoniborah9074
    @dipmoniborah9074 Месяц назад

    মাক বাপেকৰ আালাসৰ বাবে এনে হয় । মাটিত থলে পৰুৱাই খাব , মুৰত ললে ওকনিয়ে খাব ।
    তেনেদৰে কেমেৰাৰ সন্মুখত ক্ষমা বিচাৰিলে নহব । যত দুৰ্ঘটনা হৈছে সেই স্থানলৈ বা নিকতবৰ্তী থানা লৈ গৈ ড্ৰাইভাৰ গৰাকীৰ ওচৰত ক্ষমা খুজিব লাগিব । ইয়াত ড্ৰাইভাৰ সমাজৰ জয় বা ছোৱালীজনীৰ পৰাজয় কথা নাহে ।
    তাই অনুতপ্ত হৈ ক্ষমা খোজা উচিত বুলি ভাবো ।

  • @lyrmusic3465
    @lyrmusic3465 Месяц назад +11

    Hero বনিবলৈ গৈ zero বনিলে মইনাই।

  • @Amulyagogoi-d2b
    @Amulyagogoi-d2b Месяц назад +1

    এতিয়া লাজ পাব নালাগে। নিজকে হিৰো বনাবলৈ গলে এনে বিলৈ হয় ।

  • @gitanjalideka8767
    @gitanjalideka8767 Месяц назад

    ব্যক্তিগত ভাৱে চালক জনৰ ওচৰত ক্ষমা খোজা উচিত;কিয়নো কিছুমান লোকৰ দুখীয়া শ্ৰেণীৰ লোকৰ ওচৰত প্ৰত্যেক্ষভাৱে ক্ষমা খোজাৰ অভ্যাস নাথাকে!

  • @bijuborah4373
    @bijuborah4373 Месяц назад +6

    শিক্ষা ভাল দিছে

  • @bishalsarma5306
    @bishalsarma5306 Месяц назад +6

    মই হলে মইও বুকুত ধৰি টিপি দিলোঁ হৈ,,পিছত যি হয় হব বুলি😅

  • @user-rx9qc2gl8w
    @user-rx9qc2gl8w Месяц назад +1

    ভনটি, হিৰো হবলৈ গৈ খলনায়ক ? কেনেকুৱা লাগিছে এতিয়া ? সেইকাৰনে আগপিছ ভাৱি কাম কৰিব লাগে । ভৱিষ্যতৰ বাবে শিক্ষা হল ।

  • @manoranjansaikia2578
    @manoranjansaikia2578 Месяц назад

    মোৰ দৰে ড্ৰাইভাৰ হোৱা হ'লে তাইক ভালকৈ কাণ তলীয়া দুটা দি জীৱনলৈ একো নুশুনা কৰি দিলোহেতেন।

  • @debabrattiwari7928
    @debabrattiwari7928 Месяц назад +2

    Kunu koru buli nkre accident driver r utpat sob e jane.. Stupid news.

  • @ganeshkalita7049
    @ganeshkalita7049 Месяц назад +1

    ঐ ছোৱালী তেওঁৰ ভৰিত ধৰি কোৱা

  • @mrinalkrmanta3346
    @mrinalkrmanta3346 Месяц назад +1

    , বাতৰি পৰিৱেশন কৰিব নাজানে নেকি জয় পৰাজয় কত আহিল

  • @davidsssshortsfeed
    @davidsssshortsfeed Месяц назад +3

    জদি ৫ জন মানুহ মৰিল হয় ॥ তেতিয়ও কি Driveror ভুল নাঠাকিল হয় নেকি?

  • @PM-gw1ou
    @PM-gw1ou Месяц назад

    দ্ৰাইভাৰ জনক ক্ষমা বিচৰাৰ পিছত দ্ৰাইভাৰ বোৰ মহান হোল বুলি নাভাবিবো। তেওঁলোকে সংযমী হোবাৰ উচিত। তেওঁলোকেও কেতিয়াবা বহুত বেয়া ব্যৱহাৰ কৰে।

  • @Anubhavs007
    @Anubhavs007 Месяц назад

    সাত-আঠ মিনিট, খুব বেছি ১০ মিনিটৰ বাতৰি এটা অকই পকাই, হালধি -মছলা দি ২৪ মিনিট বনাই দিলে।
    ধন্য অসমীয়া নিউজ চেনেল ।