ভাৰাঘৰৰ ভিতৰত প্ৰেমিকাৰ সৈতে স্বামী৷ সেই সময়তে উপস্থিত হ’ল পত্নী৷ তাৰ পাছত ঘটিল এই কাহিনী…

Поделиться
HTML-код
  • Опубликовано: 19 окт 2024

Комментарии • 267

  • @mousumichoudhury7409
    @mousumichoudhury7409 3 месяца назад +179

    অসমৰ আৰক্ষী সকল আপোনালোকে এনেকুৱা ঘটনা হ'লে পত্নী ক মনৰ হেঁপাহ পূৰাই স্বামী ক কিল চৰ শোধাব সুবিধা কণ কৰি দিয়ে যেন। কাৰণ পত্নী য়েহে এই দুখ কেৱল অনুভৱ কৰিব পাৰে। 😢😢

    • @মহাকাল-ৰুদ্ৰ
      @মহাকাল-ৰুদ্ৰ 3 месяца назад +21

      আৰু যদি পত্নীজনী গিৰিয়েক থকাৰ পিছত ৰেন্দামি কৰি ফুৰে তেতিয়া অসম আৰক্ষীয়ে কি কৰিব সেইটোও কওঁকচোন 🙄🙄🙏🙏

    • @assam2006
      @assam2006 3 месяца назад

      @@মহাকাল-ৰুদ্ৰ পৰকীয়া কৰিবলৈ Admission লব।

    • @সংস্থাপন-ঠ৮য
      @সংস্থাপন-ঠ৮য 3 месяца назад +11

      ​@@মহাকাল-ৰুদ্ৰপিঠা খনত জলকীয়া দিয়া ব্যবস্থা 😂😂😂

    • @niharranjankakoti4109
      @niharranjankakoti4109 3 месяца назад +3

      Olop nejaw habodhan huwa val.soku mudi bisakh korile anakuwai hoi dakhi asu amar usrotu.

    • @digantadeka7201
      @digantadeka7201 3 месяца назад

      ​@@মহাকাল-ৰুদ্ৰmoza😂

  • @GitanjaliDas-pw8ok
    @GitanjaliDas-pw8ok 3 месяца назад +50

    ল'ৰা ফটো খন ভালকৈ দেখাই , কিন্তু মহিলাৰ চকু যোৰ কিয় নেদেখাই

    • @uttamkrborah1225
      @uttamkrborah1225 3 месяца назад

      Hoi bru humane vul thake

    • @মহাকাল-ৰুদ্ৰ
      @মহাকাল-ৰুদ্ৰ 3 месяца назад

      @@GitanjaliDas-pw8ok কাৰন মহিলাৰ চকু যোৰতে সংসাৰৰ বেমাৰবোৰ থাকে ন 🤭🤭😜😜

    • @PALL-si5tc
      @PALL-si5tc 4 дня назад

      Heyai tu Buji nepao, pasot akou mohilai koi , amek equality lage 😂

  • @BinudPatar-b2w
    @BinudPatar-b2w 3 месяца назад +17

    ভাৰতৰ আইন ব্যৱস্থাই পৰকীয়া প্ৰেমক উৎসাহ যোগাই আহিছে।

  • @IamTimung
    @IamTimung 3 месяца назад +60

    নিজৰ পৰিয়াল নিজৰ ল'ৰা ছোৱালীক অকণো চিন্তা নকৰে নেকি এই মূৰ্খ কিটাই, আচৰিত দেই ।
    ছালা চুটমাৰানিহত, সভ্য সমাজত তহতৰ স্থান নাই ।

    • @ajaykumarsubba2507
      @ajaykumarsubba2507 3 месяца назад

      Aajir jugot aamar khilonjilonjiya manuhor homajo Nari suwalir Besi aase. Lora nepale nari suwaliye nijor jeevon khon kenekoi kotabo raije bhabibo lagiboi. Aamar manuhe Gobhir bhabe akuwe kotha nebhabe.

    • @g4gaming737
      @g4gaming737 3 месяца назад

      Ajikalir lora suwali sob akei hoi baba...sutmarani okol lora nohoy...suwali o hoy. bohut ase dekha pai thakiba. 😊😊😊
      Kintu suwali dhora porile besi kotha nulay baru 😂😂😂😂😂

  • @user75677
    @user75677 3 месяца назад +56

    সিদিনা যে দিছিল পৰকীয়া প্ৰেম কোনো অপৰাধ নহয় এইয়াই তাৰ পৰিণতি আৰম্ভ হৈ গ’ল আৰু ৷ আইনৰ উপৰত আস্থা ৰাখি, পুলিচক গটাই একো লাভ নাই যদি পতিয়ে পত্নীক ধৰা পেলাইছে পতিয়ে নিজে একচন লব লাগে যদি পতিক ধৰা পেলাইছে তেন্তে পত্নীয়ে একচন লব লাগে এইটোৱেই উত্তম ৷ 👍

    • @happysoul7659
      @happysoul7659 3 месяца назад

      @@user75677 porokiya prem oporadh nohoi kintu kiman manuhor ghar borbad kori dibo kouksun,biyar kunu value nathakibo

    • @alakadeka9358
      @alakadeka9358 3 месяца назад +2

      Right

    • @arpanadas7725
      @arpanadas7725 3 месяца назад +1

      Thik koise ebilk bbe tu besi free pai Ghar khonkhar bur beya hoise agt a eman dom nasel ebilk krbo aji kli eblk free d a ghr bur vangibo dhorise...

  • @সংস্থাপন-ঠ৮য
    @সংস্থাপন-ঠ৮য 3 месяца назад +16

    সংবাদ কৰ্মি সকল 🙏 আপোনালোকে অসমৰ বৰ্তমান জলন্ত সমস্যা সমূহ দেখুৱাক,এই পিঠা চোৰ বিলাকক দেখুৱাই কাৰ কি লাভ হৱ? এইবোৰ সমাজ ৰ জাৱৰ।

  • @karabisaramah1690
    @karabisaramah1690 3 месяца назад +23

    আমাৰ অসমীয়া সমাজত এইবোৰ কি বেভিচাৰ সোমাল,সংসাৰ কৰাৰ আগতে ভাবিৱ লাগে

    • @indiamylove4833
      @indiamylove4833 3 месяца назад

      Aibur sree krishna r dinor porai soli ase....sree krishnai nijor wife Radha k sudhar bahireu 16108 rendir logot lilia korisil😮😮😮😮mur logot torko nokori nijei kunuba mandiror pojarik xudhi sai lobi😮😮😮😮

    • @Labanya-s2l
      @Labanya-s2l 3 месяца назад

      অসংযমী মানুহৰ বেহা।

  • @samimayesmin2762
    @samimayesmin2762 3 месяца назад +25

    ভূত জলকীয়া লগাই দিয়ক

    • @esrafil12
      @esrafil12 3 месяца назад

      Modir ain hoy

  • @ranihelenwary1503
    @ranihelenwary1503 3 месяца назад +4

    ঠিক কথা কৈছে, আৰু অলপ মাৰিব দিব লাগিছিল,এজনী মাইকী নুজুরে,মাক দেউতাকৰ ভুল সেইটো। এনে ধৰণৰ শিক্ষা দি তুলিতালি ডাঙৰ দীঘল কৰাৰ বাবে। নিজৰ সন্তানৰ এনে কাণ্ড দেখি চাগৈ বীৰ অনুভৱ কৰিছে। আৰু দুজনীমান ছোৱালীৰ লগত --

  • @MemeRaniganj
    @MemeRaniganj 3 месяца назад +7

    বিশেষ সম্প্ৰদায়।। 😂😂😂

  • @jayantadutta5009
    @jayantadutta5009 3 месяца назад +46

    ইহঁতক জেগাত ভূট জলকীয়া লগাব লাগে।

  • @munnalaskar-q5z
    @munnalaskar-q5z 3 месяца назад +10

    চুতমাৰণি পিয়াজৰ পুতেকহত এইবোৰ কোনটো বিশেষ সম্প্ৰদায়ৰ 😅 ?

  • @pankajmahanta9397
    @pankajmahanta9397 3 месяца назад +8

    গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, কি দিন আহিল। আৰু বাতৰি নাই । কালি আমাৰ গাওঁত ভোজ এটা আছে । পাৰিলে আহিব নিউজ কৰিবলৈ। 😂

  • @deephazarika887
    @deephazarika887 3 месяца назад +20

    দুইটাকে কেলা হাতভৰি ধুমেচেৰে থেকেছি ভাঙি এৰিদিব লাগিছিল

  • @JobInAssam-it6zw
    @JobInAssam-it6zw Месяц назад

    Mojaaa

  • @rimpidas584
    @rimpidas584 3 месяца назад +2

    ভাল কৰিছে আৰু মাৰ কেইটামান দিব লাগে খিহতক

  • @golapmustafa1144
    @golapmustafa1144 3 месяца назад +1

    Baideo joni bhot val

  • @puspadhardowarah1932
    @puspadhardowarah1932 3 месяца назад +3

    খুব মজা লাগে দেই!জীবনত এইয়ে লীলা খেলা।যৌবন নো থাকে কেইদিন।থকা কেইদিনতে কামটো কৰি লৈছে।কিমান যে মজা লাগিছে। হায়"মোৰ কপাল!

    • @arbian3216
      @arbian3216 3 месяца назад +1

      Tur jonik di dibi

    • @dutta6224
      @dutta6224 3 месяца назад

      Mon jai😢

  • @deeproy3709
    @deeproy3709 3 месяца назад +4

    নতুন আইন আহিছে দেখোন..
    আইন খন দিছে যেতিয়া পালন কৰি আছে..

  • @Deep.vlogs_05
    @Deep.vlogs_05 3 месяца назад +1

    অসমীয়াৰ উত্থান হৈছে এ মই
    মজা

  • @pranatidutta-sb3oj
    @pranatidutta-sb3oj 3 месяца назад +3

    এইবিলাক মহিলাক হাত ভাঙি দিব ।কাৰণ এইবিলাক মহিলাক টকা লাগে নিজকে বিশ্ব সুন্দৰী বুলি ভাৱে । এইবিলাকৰ হাতত টকা নাই ফ ফৌ কাম নকৰে ধুদৰ পচলা হাজিৰা কৰিবি সহজতে চৌখিন কৰা বাদ দে । এনেকোৱা বিলাক দেখি দেখি লাজ লগা হৈছে।বিয়া সকামত গলেও সুবিধা পালে বস্তু চুৰ কৰিব এইবিলাক মহিলাই সমাজ ধ্বংস কৰিব। এনেকুৱা মহিলাক হকীয়াই দিছো এইখন জয়মতী দেশ ।

  • @sanjanakochari2468
    @sanjanakochari2468 3 месяца назад +2

    😂😂😂 মজা । এইটো কাৰ ঘৰত ভাড়া লৈ আছিলে হয় । 😂😂 ল'ৰাটো দেখিছো দেখিছো লাগিছে। কোনে দিছিলি ঔ এনেকুৱা মানুহক ভাড়া 😂😂 ।

  • @RinaBegum-id9vg
    @RinaBegum-id9vg 3 месяца назад +1

    Very good

  • @assam2006
    @assam2006 3 месяца назад +5

    এই বিশেষ সম্প্ৰদায়ৰ ব্যক্তি জনৰ বিষয়ে কি কব।

  • @raihanalam2019
    @raihanalam2019 3 месяца назад

    বিশেষ সম্প্ৰদায়ৰ মানুহ বিলাক এনেকুৱাই।

  • @kumudnath7145
    @kumudnath7145 2 месяца назад

    Mojjjjaaa

  • @b4you00
    @b4you00 3 месяца назад +1

    হিৰক জ্যোত ক চিনি পাম কৰোবাত দেখিলে যিহেতু মুখ খন দেখাইছে , কিন্তু লগত থকা ৰেন্দী জনিক হে চিনি নাপাম ।

  • @Deep.vlogs_05
    @Deep.vlogs_05 3 месяца назад

    মজা মজা

  • @RinkuGogoiRinku-o8c
    @RinkuGogoiRinku-o8c 2 месяца назад

    হাঁহিমেই নে কান্দিম ধৰিবই নোৱাৰোঁ। তথাপি কওঁ এইবোৰৰ শাস্তি ভুক্তভোগীক দিবলৈ সুবিধা দিব লাগে

  • @SriCCDas
    @SriCCDas 2 месяца назад

    অতি সোন্দৰ অতি জনপ্ৰিয় নাৰী জাৰ নাই প্ৰেমিকৰ লেখা জুখা।

  • @zerinaphukanzerinaphukan6861
    @zerinaphukanzerinaphukan6861 3 месяца назад +1

    Moja.nijar hankhar thaka passtu parakiya premat pora bork sabate vot vot jalkiya ghahi dibale anurudh janalo

  • @tulashidas4872
    @tulashidas4872 3 месяца назад

    moja lagese

  • @islamuddinahmed6717
    @islamuddinahmed6717 3 месяца назад

    Very good p....

  • @jayjyotisarma3222
    @jayjyotisarma3222 3 месяца назад +1

    ক্ষণিক ৰোমান্স কৰিব যাই, নিজৰ সুখৰ সংসাৰ আৰু চৰিত্ৰ নষ্ট নকৰিব।😮😮

  • @jamsadali6669
    @jamsadali6669 3 месяца назад +2

    ভাৰত চৰকাৰে এইবিলা সুবিধা দিছে মহীলা বিলাকক

  • @JBVLOG503
    @JBVLOG503 3 месяца назад

    ❤❤❤❤

  • @7gc970
    @7gc970 3 месяца назад

    আয়েনে পৰকীয়া প্ৰেমত বাধা দিয়া নাই এনেকুৱা ঘটনাবোৰ কি কৰিব । এটাৰ কথা বুজি নেপাউ মহিলাৰে জিমান ডাঙৰ ঘটনাৰ ঘটাই অপৰাধ কৰিলে মহিলাৰ সকলৰ মুখ খন আৰু চকুৰ ভাল কৈ নেদেখুৱাই কিয় । পুৰুষ সকলক যে দেখাই থাকে পুৰুষ সকলৰ সন্মান নাই মহিলাৰ সকলৰহে সন্মান আছে । পুৰুষ মহিলাৰ সমান অধিকাৰ সেই সকলোৱেই কাৰণে একেই হব লাগে ।

  • @kalendas1935
    @kalendas1935 3 месяца назад

    A moja ratipuwar good news

  • @user-yhghhkjkkhb
    @user-yhghhkjkkhb 3 месяца назад

    Mojja

  • @amitavdey2346
    @amitavdey2346 3 месяца назад

    Let them enjoy, please don't disturb them

  • @dsentertainment9545
    @dsentertainment9545 3 месяца назад +1

    Aibur hadharon kotha

  • @minudey7657
    @minudey7657 3 месяца назад

    এই জনী হাৰামী বুলি আমাৰ শিমলুগুৰি সকলোৱে জানে

  • @মহাকাল-ৰুদ্ৰ
    @মহাকাল-ৰুদ্ৰ 3 месяца назад +3

    খৌপৰি ত'ৰ দাল ছালে কি 😂😂

  • @DIPAMONIGogoi-j4w
    @DIPAMONIGogoi-j4w 3 месяца назад +1

    Aru dibo lage

  • @JayantiBori
    @JayantiBori 3 месяца назад

    😮😮😊

  • @BhaityGam
    @BhaityGam 3 месяца назад

    পৰকীয়া প্ৰেম কৰা নাৰী লাজ নাই তেনে নাৰীক কাপোৰ ঢাকিব নালাগে সিহঁতৰ টকা অভাৱত মানুহজনে পৰকীয়া প্ৰেম কৰি টকা গঠিত দিয়ে ।

  • @blackcate7123
    @blackcate7123 3 месяца назад

    Police keita salute

  • @bishwajitpegu4820
    @bishwajitpegu4820 3 месяца назад +4

    Ki valar news hokol lora janor naam mention kore suwali janir naam mention nokore

  • @inamulhasan8438
    @inamulhasan8438 Месяц назад

    ছবে মুছলমানৰ ভুলটো দেশে এইজন কি হিন্দু নহৈ নেকি 😂

  • @lakeygamer2571
    @lakeygamer2571 3 месяца назад +2

    দিয়ক দিয়ক বাইদেউ গৰু পিটন দিয়ক।

  • @pranjal1393
    @pranjal1393 3 месяца назад

    ভাৰতীয় আইনমতে দন্দনীয় নহয়, গতিকে টিভি নিউজৰ বাহিৰে একোডাল নহয়।

  • @AnkurjDeka
    @AnkurjDeka 3 месяца назад +2

    Tai ako ki nilaj blgr husbandk nijor kori loi chi chi😢

  • @Kukha-nt9rz
    @Kukha-nt9rz 3 месяца назад

    😢

  • @Danirojasfc6
    @Danirojasfc6 3 месяца назад

    গগৈ , ফুকন এইবোৰ অলপ বেছিয়েই প্ৰেমিক নেকি?😅😅

  • @muned6442
    @muned6442 3 месяца назад

    এই দুইটাক জেগাত ভুট জলকীয়া দিব লাগে 😂😂😂😂😂😂

  • @pradipkalita3161
    @pradipkalita3161 3 месяца назад +3

    পৰকীয়া আইনমতে শুদ্ধ

  • @najima39
    @najima39 3 месяца назад

    Hosai dy 😢ki j hb

  • @afsanabegum767
    @afsanabegum767 2 месяца назад +1

    Thik korisa baidaua aru marok🤬

  • @krishnogaming5225
    @krishnogaming5225 3 месяца назад +16

    এই বিলাক কেনেকুৱা পকৰ ইমান য'ত তত ভৰাবলৈ মন যায় পকৰ টো গিদাত

  • @dutta6224
    @dutta6224 3 месяца назад

    Mon jai😢

  • @ranjitgowsami7891
    @ranjitgowsami7891 3 месяца назад

    ভাল news কৰিছে, অসমৰ কিমান সমস্যা আছে, কিন্তু কি দেখাই আছে, আৰু news নাচাও আপোনালোকৰ

  • @ravendas8417
    @ravendas8417 3 месяца назад

    Arthanoitik dishot pispra holeo Asomkhon beisyabitit bohutgune aagbora, number -1

  • @Pakhi_111
    @Pakhi_111 3 месяца назад +1

    ❤ problems 😜

  • @DhanNath-ft8xt
    @DhanNath-ft8xt 3 месяца назад

    Direct shoot কৰি দিব লাগে। খেলা খতম

  • @bkp9774
    @bkp9774 3 месяца назад +1

    গগৈ মগই মাইকী বোৰ ৰ কো হৈছে হয় ।

  • @mizanurrahmankhan2353
    @mizanurrahmankhan2353 3 месяца назад

    Dadar prem suti gol aji....!!!

  • @geetanmoni5453
    @geetanmoni5453 3 месяца назад

    মাৰ মূৰৰ চুলি উভালি পেলা সেইজনীৰ 😂😂😂

  • @himangshubiswas1006
    @himangshubiswas1006 3 месяца назад

    hol aru ...
    eybor etia kunoo oporad nohoi ...
    Oporadh noi jodi ..bhal o nohoi ...kintu khobor bilag mojja loga 😂

  • @samudrahazarika110
    @samudrahazarika110 2 месяца назад

    বৰ ঘিন লাগে এইবোৰ খবৰ পাই।

  • @GrandMasti816
    @GrandMasti816 3 месяца назад

    Legal hoi jihetu eitu news portal uporot todonto hobo lagey😅

  • @pallabboruah3778
    @pallabboruah3778 3 месяца назад

    moja

  • @miduldutta8798
    @miduldutta8798 3 месяца назад

    ইহঁত ৰেন্দি বোৰক ক্ষন্তেকৰ বাবে ইউজ কৰি কি সন্মান পালে বাৰু,
    ধেৎ কেলা 😡 😡 😡

  • @SurajitDas-rx3hu
    @SurajitDas-rx3hu 3 месяца назад +4

    95% Randy a hoi goise aji kli suali

    • @ধেৎতেৰি07
      @ধেৎতেৰি07 3 месяца назад +4

      তাৰে 95% মতাবোৰো ৰেণ্ডা হৈ গৈ আছে
      মতা মাইকী কোনো কম নহয় ছব ৰেণ্ডা ৰেণ্ডি

    • @ApurbaDasEntertainer
      @ApurbaDasEntertainer 3 месяца назад

      Rendy nohoi tokar lubhot sakori ba bhal business ase buli jaake take bhal pai biya hoi.Loratur character tu nasai,background nasai babei aibur anekoi pst mote.Aibure jobless lorak pattai nidiye.Heibabe hou khai.

  • @bontisarmah7541
    @bontisarmah7541 3 месяца назад

    কিনো মাৰপিট কৰি আছা সলনি কৰি লোৱা ।দুইটা আকৌ চিধা ৰাষ্টাত আহি যাব ।তোমালোকে আৰামত থাকা জলিপুৰি মৰিব 😂😂😂😂😂😂

  • @digantadeka7201
    @digantadeka7201 3 месяца назад +1

    Enekoa news sabole amoni nalage😂😂😂😂

  • @Aimotivation-b7e
    @Aimotivation-b7e 3 месяца назад

    ছোৱালী জনী কি ধুৱা তুলসীৰ পাত। ভালকৈ গোৰ-চৰ দিবলৈ কিয় নিদিয়ে।

  • @SumiRajkhowa-d4m
    @SumiRajkhowa-d4m Месяц назад +1

    মই জ্বলাই দিব পাৰিম তেনেকুৱা মতা

    • @usm87ii
      @usm87ii 19 дней назад

      junjoni xumai asil mota2 lgt tyk ki krib ty tulchi pat nki...maiki jat dale fotuwa

  • @dhunusaikia5650
    @dhunusaikia5650 3 месяца назад

    Mur xohxar khon enekoi ses hl....kinu pai xihotehe he Jane.....

  • @lankeswardas1542
    @lankeswardas1542 5 дней назад

    Blower ছোৱালী জনিক কীয় কৰা তাই আৰু belegar লগত আৰু পাল
    খাব

  • @SriArunjyotiDeka
    @SriArunjyotiDeka 2 месяца назад

    No interest
    No Interest
    No interest

  • @bipuljyotiphukon2120
    @bipuljyotiphukon2120 3 месяца назад

    কেলা অসমৰ নিউজ চেনেল বিলাকৰ নিউজ বুলিবলৈ বেলেগ একো নাই যে, কোন কত কাৰ মতাৰ লগত শুলে, কোনে কত dating ত ঘূৰি ফুৰিছে অকল এইবোৰ নিউজ হে আৰু।

  • @ranjitbrahma908
    @ranjitbrahma908 3 месяца назад

    Assam koun dige goi ase

  • @rafikulali4396
    @rafikulali4396 3 месяца назад +3

    অবৈধ নে বৈধ
    আইনে কব

  • @Heistgamingaxom
    @Heistgamingaxom 3 месяца назад +1

    Ata bostu mn krisu...jimn ji news hodai suwali jonir mukh khn blur kri dye...lra tyr honman nai ru suwali jni he khonman ase...duita k dexabo lgisil

  • @DibharaniRabha-ny9rg
    @DibharaniRabha-ny9rg 3 месяца назад +1

    Suwali junio Kom nohoi iman dhunia dei. Loratu besera tar karonei lilimai ase .

  • @tazkiabegum4801
    @tazkiabegum4801 3 месяца назад

    Wife goraki mur lgr asel...tyk adin anky dakhim buli voba naselu...bht val suali asel tai...lukor honkhar vangibo laj npai ni baru..ceh

  • @anadidas5890
    @anadidas5890 3 месяца назад

    এনেবোৰ বাতৰি ভাল পোৱা সকলে like mara😂

  • @papugogoi2837
    @papugogoi2837 3 месяца назад +1

    Cool lora lage nhoi suali bilakok...Sua biya pasotu fool knekoi bonabo pare tumalukok. Vodro lora boring 😅😅

  • @indianjourney5049
    @indianjourney5049 3 месяца назад

    Hey krishna

  • @nathgallery2501
    @nathgallery2501 3 месяца назад

    2 jni lgt lilimai
    Ami ajoni ni pua 😢

  • @afsarali3637
    @afsarali3637 3 месяца назад

    এইবোৰ নিউজত কিয় দিব লাগে।অকল মুছলমানে যেতিয়া বেয়া কাম কৰিব তেতিয়া হে নিউজ কৰিব লাগে। বহুতে লাইভ ত চিঞৰি থাকে বিশেষ সম্প্ৰদায়ৰ মানুহে ধৰ্ষণ, চুৰি,ডকাইতি কৰি থাকে। এইবোৰ কোন সম্প্ৰদায়ৰ মানুহ।

  • @prantimda3061
    @prantimda3061 3 месяца назад

    Bor vl bor vl

  • @Arib.7863
    @Arib.7863 3 месяца назад

    কিজে এইবিলাক মহিলা লজ্জা naia

  • @dhirajrabha1491
    @dhirajrabha1491 3 месяца назад

    Ki j hobo

  • @sabitakalita900
    @sabitakalita900 3 месяца назад

    Ki hba aibr kri,,,,2ujonare xangxar dukhn jodi vl korar alpmn rasta asil atiya aikhinio nohowa hl,,,,,ata chance xakalowe pbo lage buli kai,,,moi o support nakaro,,bt atiya jed bhabtu he baribo,,vl kribo gole vl kri e kribo lagibo,anekoi nahoi....

    • @supriyagogoi8958
      @supriyagogoi8958 3 месяца назад +2

      Hosa kotha koise atiya jed he bahibo lahe lahe mromere manuh jnok tar pra atorai anibo lagisil atiya tu karu hukh nohobo no dukhor din he ahibo moi ji buji paisu aru take klu..

    • @dhruvaborah5439
      @dhruvaborah5439 2 месяца назад

      @@supriyagogoi8958 bhut buja manuh. 👍

  • @boomcomics8745
    @boomcomics8745 3 месяца назад

    Junbeel mela

  • @PS4.2_
    @PS4.2_ 3 месяца назад

    Chi chi ...ki kom ru no words !! 2 ta ke 2 sor man dbo lgsle public r agot klaaa

  • @jituramchiary2338
    @jituramchiary2338 12 дней назад

    Laas nai goru piton di duoko sandal or mala pindai di😂😂😂😂😂

  • @hiranyagogoi8118
    @hiranyagogoi8118 3 месяца назад +2

    Hei maiki jonir soku dhaki dile j Tai purana potnik nasai niki

  • @nityanandadeka9351
    @nityanandadeka9351 3 месяца назад

    Upper Assam ot aibilak besi sole😂😂