‘তাই সেই মানুহটো নহ’লে থাকিব নোৱাৰে৷ মোৰ জীৱন বৰ্বাদ কৰি দিলে'

Поделиться
HTML-код
  • Опубликовано: 22 дек 2024

Комментарии • 304

  • @anjalibhuyan8884
    @anjalibhuyan8884 4 месяца назад +75

    বনৰা বনৰী এই চব পৰকীয়া প্ৰেমৰ ঘটনাবোৰ দেখি দেখি ঘৃণ লগা হৈছেগৈ,পৰকীয়া প্ৰেমত লিপ্ত হোৱা কেইটাই বিন্দাচ থাকে ,বাকী কেইজনৰ জীৱনটো ধ্বংস কৰি, আইনে আক এই চবক স্বীকৃতি হে দিছে ,পগলা আইন চাল্লা ...গৃহীত কৰা আদমী কেইজন কেনেকুৱা জানো চেহেৰা কেইটা চাবলৈহে মন গৈছে ...

    • @rajeshhazarika1663
      @rajeshhazarika1663 4 месяца назад +3

      সিহঁতে আচলতে নিজে এইবোৰ কৰিবলৈ হে এনে, আইন আনিছে😂

  • @bharatibarkataki7592
    @bharatibarkataki7592 4 месяца назад +156

    বোৱাৰীজনীৰ মুখখন কিয় ঢাকি দিছে ? দেখুৱাই দিব লাগে তেতিয়াহে মানুহে চিনি পাব ৷ গিৰিয়েকৰ মুখখন দেখোন দেখুৱাই আছে ৷ বেয়া কাম কৰাজনীৰ মুখখনহে লুকুৱাই দিছে ৷

    • @MoonTalukdar-lv4nx
      @MoonTalukdar-lv4nx 4 месяца назад +5

      Tumar wifer mukh dekhabo lage

    • @Rokcybhai-v7i
      @Rokcybhai-v7i 4 месяца назад +6

      সাঙবাদিক কেইজনো একেই যে:::'

    • @PolashBorgohain
      @PolashBorgohain 4 месяца назад +2

      Reporter e chance loi ase sage hai karone mukh khon dhaki rakhise

    • @junukalita2020
      @junukalita2020 4 месяца назад

      তহতে জদি নিউজ কৰি ৰাইজক দেখোৱা এই জে মাইকীৰ মুখ খন কিয় নেদেখা মতাটোৰ লাজ নাই মাইকী জনিৰ হে লাজ আচে এনেকে ন্উজ কৰি খুৰা তহতে

    • @anuborgohain9955
      @anuborgohain9955 2 месяца назад

      Ei. RUclipsr. Bure. News. Bur. Dekhai. Kio. Beya. Mohilar. Mukh. Khon. Nedekhai. Iyar. Karontu. Ki ... ????? Eisobor. Mukh. Dekhabo. Lage. Tetiyahe. Laaj. Pabo. Hokolue. Chini. Pabo. .... Ne. Ghoiniyerhote. Mana. Kore. Mukh. Nedekhaboloi. .... ?????

  • @M17-f5l
    @M17-f5l 4 месяца назад +15

    এইবোৰ দেখি শুনি আমনি লাগিছে৷ আমাৰ সমাজত পৰকীয়া প্ৰেমে বাৰুকৈয়ে থিতাপি লৈছে৷নিজৰ লৰা ছোৱালী ঘৰসংসাৰকো তেজিব পাৰিছে৷কিযে হবলৈ গৈ আছে ৷

  • @hirokmahanta5132
    @hirokmahanta5132 4 месяца назад +55

    সমাজৰ বাবে ডাঙৰ সমস্যা ,এনে মানুহ বিলাকক সমাজৰ পৰা এঘৰীয়া কৰিব লাগে

  • @sarifulali3444
    @sarifulali3444 4 месяца назад +14

    ঘোৰ কলিযুগ। স্কুল কলেজত পঢ়ি থকা লৰা ছোৱালীত কৈ এতিয়া বোৱাৰী বোৰৰ হে বেছি হৈ আছে পৰকীয়া প্ৰেমৰ কাহিনী। সদায় দেখি শুনি থাকিব পোৱা যায়।

  • @dharaniligira7255
    @dharaniligira7255 4 месяца назад +31

    ভুত জলকীয়া অভাব নাই বাৰু

  • @MinecraftGamer-ks9ki
    @MinecraftGamer-ks9ki 4 месяца назад +71

    এইবিলাক ৰেনদী ইহঁতক এটা মতাই কাম নিদিয়ে

  • @prasantaborah5229
    @prasantaborah5229 4 месяца назад +9

    আপুনি এনেকুৱা মাইকীৰ পাছত কিয় লাগি আছে। চৰিত্ৰ স্খলন মাইকীক পৰিত্যাগ কৰায় বুদ্ধিমান মানুহৰ কাম।

  • @jayadass2681
    @jayadass2681 4 месяца назад +16

    সেই জনীক উচিত শাস্তি দিয়া ভাল।

    • @abdulkarim9657
      @abdulkarim9657 4 месяца назад

      Kheijonik rokhabo, khudkhuror pora lua tokakhini maribo.

  • @loladpatiri2426
    @loladpatiri2426 4 месяца назад +7

    বহুত ধৰ্য্য থকা মানুহ দেই.... একো নকৰিলে 😢

  • @bishnudeka8061
    @bishnudeka8061 Месяц назад +1

    Aaponar lagat aso👍👍👍👍👍

  • @usernipu-tz7ir3xp1g
    @usernipu-tz7ir3xp1g Месяц назад

    বৰিয়া দা সকলো বে এনে কৈ থৰিৱ নোৱাৰে আপোনি পাৰিচে য়ে বৰিয়া👌

  • @muhibarali8537
    @muhibarali8537 4 месяца назад +5

    বাইদেউ এতিয়া ডেকা হৈ আছে টো গাত বল আছে সেইবাবে যৌন ক্ষমতাত পাগল অন্ধ হৈছা 40বছৰ পাৰ হব দিয়া তেতিয়া হে বুজিবা লাভ নাই শপত খাই ভাল হোৱা আশীৰ্বাদ দিলোঁ

  • @monujsaikia9184
    @monujsaikia9184 4 месяца назад +11

    দুইজনকে মানুহৰ সমাজৰ পৰা আতৰাই বনলৈ পঠিয়াই দিব লাগে

  • @animakapathak1790
    @animakapathak1790 4 месяца назад +2

    Dada আপুনি তাইক নানিব তাই আপোনাৰ জীৱন ধ্বংস হব

  • @rbonlinehub18
    @rbonlinehub18 4 месяца назад +5

    এয়া আকৌ কেনেকুৱা ধৰণৰ সাংবাদিকতা আনৰ লগত পৰকীয়া প্ৰেম কৰি আছে আৰু সিহঁতৰ বোলে এখন এখন সুখৰ সংসাৰ আছে। গিৰিয়েক আন ঘনীয়েকৰ লগত অবৈধ সংপৰ্ক চলাই থাকিলে সিহঁতৰ সংসাৰখন কেনেকৈ সুখৰ সংসাৰ হব পাৰে আপোনালোকেই কওকচোন 😂😂😂

  • @AjaharulAli-v2o
    @AjaharulAli-v2o 4 месяца назад +3

    তাই এটা দি চলিব নোৱাৰে 5 তা হলেও একো কৰিব নোৱাৰে তাইক ভাল নতি দে তাই।

  • @rinasaikiadas4911
    @rinasaikiadas4911 4 месяца назад +15

    Bah pink pink duta mili goi se

    • @monalisadas4445
      @monalisadas4445 4 месяца назад +1

      Twinning korise😂😂😂
      Chintu r u chintir prem

    • @dhruvaborah5439
      @dhruvaborah5439 4 месяца назад

      Hii. 😂. Mrm diatu kmi gle ene hoi😂

  • @northeastexplore-01
    @northeastexplore-01 4 месяца назад +5

    এনেকুৱা বহুত ছলিচে কিন্ত এদিন তো মৰিব এশ গৰু মাৰিলে বাঘৰো মৰন ৷ আমি এতা ছেনেল দেখাম কিছুমান বোৱাৰী আৰু মতাৰ খেলা বিলাক ৷ ৰাইজে সহায় কৰিব আৰু ছাব গোপনে চেনি দিয়া সকল সাভধান হবৰ হ'ল

  • @Assameseofficial-hq2ul
    @Assameseofficial-hq2ul 4 месяца назад +12

    Apunar gari xon chintu ye nise chintur gari xon apuni loi ahok😂

  • @Adnant732
    @Adnant732 4 месяца назад +9

    ই ককাই ভালহে ।নাৰী মুক্তি হ'লি

  • @realhero5657
    @realhero5657 4 месяца назад +15

    No case register bcos new Law allow for that in India .

  • @RabinMedhi-vp9bt
    @RabinMedhi-vp9bt 4 месяца назад +15

    Airtel payment bank খুলি লৈছে আৰু, পইছা টো ভৰাবৈ লাগিব ন 😂😂

    • @rajeshhazarika1663
      @rajeshhazarika1663 4 месяца назад +1

      পইচা নে আন কিবা হে ভৰাই বা😂

    • @RabinMedhi-vp9bt
      @RabinMedhi-vp9bt 4 месяца назад

      @@rajeshhazarika1663 😋

    • @pokpokkokok8033
      @pokpokkokok8033 4 месяца назад

      𝙐𝙢𝙢 𝙩𝙝𝙞𝙠 𝙠𝙤𝙞𝙭𝙖 😆

  • @sailanpatir9474
    @sailanpatir9474 4 месяца назад

    বাবা, দুখ নকৰিবা! মনক শান্তনা দিয়া ভাল সময় আহিব !

  • @palpaldilkepas3566
    @palpaldilkepas3566 4 месяца назад +11

    ধুইৎ ভালহে , তুমি বাবা বেলেগ গাড়ী এনেও পাবা । পুৰনা গাড়ী বাদ দিয়া নতুন লোৱা ……কি বুৰ্বক মানুহ অ এইতো ।

  • @BishwajitDewri-n6t
    @BishwajitDewri-n6t 4 месяца назад +1

    আপুনি বেলেগ এজনী অনা চিন্তা কৰক এই জনী লগত সম্পৰ্ক বাত দিয়ক দাদা

  • @SanjayBorahkumar
    @SanjayBorahkumar 4 месяца назад +4

    জলকীয়া😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂

  • @binodsaikia1882
    @binodsaikia1882 4 месяца назад +2

    এই চেহেৰাটো দেখিলে অন্য পুৰুষে ও সুবিধা ল'ব পাৰিব।

  • @assam2006
    @assam2006 4 месяца назад +3

    বিশেষ সম্প্ৰদায়ৰ নেকি?

  • @JoyDas-u4e
    @JoyDas-u4e 4 месяца назад +2

    মোৰ মতে‌ মাইকি জনী য়ে সুবিধা দিয়া‌ কাৰনে এইবিলাক ঘটনা হবলে লৈছে।ৰেনদি মাইকি হয় ।

  • @dipankargogoi-yq2vn
    @dipankargogoi-yq2vn 4 месяца назад +2

    এই জাতৰ মহিলাৰ মুখ খন ভালকৈ দেখাই দিব লাগে। কিয় ইমান মৰম এই জাতৰ মহিলা প্ৰতি। অকল এইবো, কি হৈছে অসমৰ বোৱাৰীবোৰৰ

  • @Handwovenclothes
    @Handwovenclothes 4 месяца назад +9

    কি বাতৰি কৰিছে মাইকী জনীৰ মুখ খন কিয় নেদেখুৱায়, মতা জনৰ মুখ খন দেখুৱাইছে

  • @binivlgos9020
    @binivlgos9020 4 месяца назад

    Eman dhaijy aase dada.

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 4 месяца назад +10

    ইমান ব্যক্তিগত কথাবোৰ নিউজ কৰি চেনেল টো ধংস কৰিব বিচাৰে নেকি?

    • @dhruvaborah5439
      @dhruvaborah5439 4 месяца назад +1

      Ki j news . Aeibilak sadharn ktha.

    • @realhero5657
      @realhero5657 4 месяца назад +1

      News news thats all 👐👐

  • @nurahmed6132
    @nurahmed6132 4 месяца назад +4

    Mojja

  • @utpalkachari9102
    @utpalkachari9102 4 месяца назад

    Aibur news huni huni okhanti lagise ... Please enekuwa news nidibo ... .. val news suwar akaht news sbo lole aibur dekhi pau ...

  • @truelife943
    @truelife943 Месяц назад

    Clean

  • @TaniaTabassum-ie2hw
    @TaniaTabassum-ie2hw 3 месяца назад +1

    Nice😂😂😂😂

  • @unityinindia4467
    @unityinindia4467 4 месяца назад

    টকা ভাল/ বেয়া problem nai ছোৱালী বা মহিলা অকল টকা লাগে অকল টকা ।

  • @sabitakalita900
    @sabitakalita900 4 месяца назад +4

    Xeitutke dakhon nijr giriyek tu besi handsome he....🤔🤔🤔

    • @spoilerB
      @spoilerB 4 месяца назад +2

      Toka hutot die no, So interest ত intersted

    • @dharmendradeka8073
      @dharmendradeka8073 4 месяца назад +2

      Money is everything okay. So aibor korise.

    • @dhruvaborah5439
      @dhruvaborah5439 4 месяца назад

      Hensome hlei nhb. Baki bur dib parib lagib😂

    • @sabitakalita900
      @sabitakalita900 4 месяца назад

      @@spoilerB hoi diyak...

    • @sabitakalita900
      @sabitakalita900 4 месяца назад

      @@spoilerB hoi diyak

  • @ashminabegum3517
    @ashminabegum3517 4 месяца назад

    Aji Kali manuh bor r respect bola bosto to nai neki,,,ami vgban r osrt pray kru jate sociaty t nijor, maa deutar man xonman ijjot bosai solib paro🙏🙏🙏

  • @RanjanBorah-u2p
    @RanjanBorah-u2p Месяц назад

    Sab paysa ka khel hay babu bhaiya😮

  • @RahulRahuldaimary
    @RahulRahuldaimary 4 месяца назад +1

    Old is gold😂😂😂😂

  • @lakhikalita4089
    @lakhikalita4089 4 месяца назад +2

    মিছা তুৰি ভুল কৰিলে সচা আৰু মটাতু ভুল কৰিলে একো নাই

  • @PranjalDutta-lu5qh
    @PranjalDutta-lu5qh 4 месяца назад +1

    Khub pitibo Lage. aeisobe kalima hanise ...bhal ke dhulai di diyok..swamidev..

  • @KulaTiruwal
    @KulaTiruwal 4 месяца назад

    বনৰী নম্বৰ 1😂😂

  • @JobInAssam-it6zw
    @JobInAssam-it6zw 3 месяца назад

    90% anekuwa...hoi ase

  • @XYZBHASKAR
    @XYZBHASKAR 4 месяца назад

    Mur wife o palai gol same life but moi ketiyao dukh nakaru . Bhagwan a ji kare Val a kare

  • @rajudutta6401
    @rajudutta6401 3 месяца назад

    ম'বাইলটো অন কৰিলেই ঘোৰ কলিকাল আহি গ'ল যেন লাগে ।

  • @djartcraft558
    @djartcraft558 2 месяца назад

    Mukh khn dekhabo lage blur kio kre tai gov.t r secret agent nki j mukh dekhabo nuari

  • @puspadhardowarah1932
    @puspadhardowarah1932 4 месяца назад

    এই সবৰ কথা শুনি শুনি আমনি লাগিছে।কিবা নট বল্টু কথা আছে নেকি!

  • @UtpalDehingia-e1f
    @UtpalDehingia-e1f 2 месяца назад

    Media bura kom nohoi ko😅. Mukh khon nedekhai

  • @KishorKumarkalitaKalita-jt2tq
    @KishorKumarkalitaKalita-jt2tq 4 месяца назад +5

    বোৱাৰীৰ ভাল পোৱা বৰক কল টু আধা কাতি দিব লাগে যাতে বেলেগৰ তিৰোতাক চৰ আগতেই নিজৰ কল টু ছাই বেলেগৰ বোৱাৰীৰ নাছিলেই

  • @binivlgos9020
    @binivlgos9020 4 месяца назад

    Dada apuni bhut val.karubak jurjabar rakhiba nalage.apuniw kom nahai.mar khai thakiba parile j

  • @ratulgowala6988
    @ratulgowala6988 4 месяца назад +2

    মাকৰ হাত আছে

  • @RumiDasBaruah-ts6km
    @RumiDasBaruah-ts6km 4 месяца назад +3

    Bapre kaporu milai pindhise

  • @TosifHussain-d6x
    @TosifHussain-d6x 2 месяца назад

    Dada handsome asa tansion kala loisa ak sa ak pabo

  • @susmitadevi3721
    @susmitadevi3721 4 дня назад

    ❤😊

  • @surenboruah3241
    @surenboruah3241 4 месяца назад

    এই বেমাৰ টো ভোট জলকীয়া হে ভাল কৰিব পাৰিব😂

  • @JituPuma-u6o
    @JituPuma-u6o 2 месяца назад

    Nohoi tar bus khon sabolage kenekuwa

  • @MintuBora-pb3xs
    @MintuBora-pb3xs 24 дня назад

    Rahit koisa dada

  • @369Asmina
    @369Asmina 4 месяца назад

    Tai aribo parile আপুনিও এৰক বোহা টোহে ভাল হল তাই

  • @Arun-6988
    @Arun-6988 4 месяца назад

    Ghur koli jug dei😂

  • @krn869
    @krn869 4 месяца назад

    এইবোৰ চাবলৈ হে দেশ স্বাধীন হৈছিল

  • @devdas8542
    @devdas8542 4 месяца назад +2

    ভূঞা ৰ তলে ওপৰে ভূৰ কাটি পেলা....😂

  • @gaganborah8907
    @gaganborah8907 4 месяца назад

    Aituke koi biddho prem ☺☺☺

  • @bharatmajumdar4788
    @bharatmajumdar4788 2 месяца назад

    News nai ro dekhabo😂

  • @MofidurRohman-u5n
    @MofidurRohman-u5n 4 месяца назад

    এই জনিৰ চুলি কাটি চাৰি আলিত আঠো কৰাই থব লাগে 😡😡😡

  • @Junmoni-x7b
    @Junmoni-x7b 2 месяца назад

    এই বোৰ বোৱাৰী কাৰনে আমাৰ নীচিনা বোৱাৰী নাম এনেই শেষ হৈছে

  • @bimaldas1622
    @bimaldas1622 4 месяца назад

    Mux xan dhaka krn2 ki nejanu. ..

  • @rupaphukon7829
    @rupaphukon7829 4 месяца назад

    এই লেতেৰা কথাবোৰ কিমান স চ কিমান মিছা নাজানো কিন্তু এইবোৰৰ দাই এই movie bur সেইবোৰ চাই চাই শিকি লৈছিল গতিকে আজি কৰী দেখুৱাই দিছে

  • @TabuRam-w9j
    @TabuRam-w9j 2 месяца назад

    Radhi no 1

  • @testyyummy7811
    @testyyummy7811 4 месяца назад +5

    ইয়াত কৈ ভাল বাতৰি আৰু কত আৰু দিব পাৰিবি

  • @junjyotigogoi5074
    @junjyotigogoi5074 4 месяца назад

    কমেণ্টতে স্বামী জনে ফোন নম্বৰটো দিয়ক । সমস্যাটো সমাধানৰ উপায় এটা দিম ।

  • @sanjaybaishya4378
    @sanjaybaishya4378 3 месяца назад

    Duyutakei piton diyok valkoi😅

  • @mahiyastarmusic613
    @mahiyastarmusic613 Месяц назад

    এনেকুৱা মাইকি ক কেচা জ্বলা সোমাই দিব লাগে..

  • @PrasannaGogoi-tg9my
    @PrasannaGogoi-tg9my 3 месяца назад

    Mukh kiyo cover kori dise? Manuhok dekhuwai dibo lage.

  • @BipulDeka-f4y
    @BipulDeka-f4y 4 месяца назад +1

    এই কলংকিত নাৰীবোৰৰ মুখ দেখুৱাব লাগে

  • @dipankarrahang1297
    @dipankarrahang1297 4 месяца назад +2

    Biya kribo voi lga hoisey

  • @NaruttomChangmai
    @NaruttomChangmai 4 месяца назад +2

    Kati pela

  • @anamikadas2584
    @anamikadas2584 4 месяца назад

    Eman hansam husband thakoteo xei burha xogun tuk ki sai val pale nu o eijoni a?

  • @najimali-se8cr
    @najimali-se8cr 4 месяца назад +9

    Jagat joloikiya bhangi diya na

  • @jitendrarabha4660
    @jitendrarabha4660 4 месяца назад

    আজিকালি বোৱাৰীসকলৰহে চুচুৰ উৎপাত বেছি হৈছে৷

  • @bkp9774
    @bkp9774 4 месяца назад

    স্কুলত বাৎচা থবলৈ গৈ মাক বোৰে কি যে কৰি নুফুৰে। কেইজনী মানে নেহেৰু বালিত চুগাৰ ফালিব যাই।
    এই গাঁৱৰ পৰা অহা মাইকী বোৰৰ তেল বেছি ।

  • @KamalPayengPayengKamal
    @KamalPayengPayengKamal 4 месяца назад

    Bhut jolokiya loga

  • @mf-xz6es
    @mf-xz6es 4 месяца назад

    এনেকোৱা মাইকিক ওপৰলৈ পথাৱ লাগে

  • @khargeswarkalita4630
    @khargeswarkalita4630 4 месяца назад +1

    মাইকী বোৰ ৰ মুখ খন ঢাকি কি বুজাই সাংবাদিক বন্ধু সকলে বুজি নাপাওঁ। ইমান সন্মান থাকিলে বুজিলে এইবোৰ নাটক নকৰে😅

  • @medinitalukdar4873
    @medinitalukdar4873 4 месяца назад

    লোকৰ মাইকীৰ ওপৰত ইমান লোভ কিয় ..??? নিজৰ মাইকী থাকোতে....!! এই অসভ্য কুলাংগাৰ লোকক আইনে দহ বছৰ কৈ জেল দিয়াৰ ব্যৱ্স্থা কৰিৱ লাগে

  • @bikilahon1800
    @bikilahon1800 4 месяца назад

    Thik piton dibo Lage Ane kuwa maiki manuhok aru val puwa tu ku dibo Lage piton moi pabo lage

  • @pokpokkokok8033
    @pokpokkokok8033 4 месяца назад +1

    𝘼𝙣𝙚𝙠𝙪𝙖 𝙢𝙖𝙞𝙠𝙞 𝙠 𝘿𝙞𝙧𝙚𝙘𝙩 𝘿𝙞𝙫𝙤𝙧𝙘𝙚 𝘿𝙞𝙗𝙤 𝙡𝙜𝙚.... 𝙅𝙤𝙝𝙤𝙧𝙞 𝙗𝙤𝙣𝙤𝙧𝙞 𝙝𝙤𝙞 𝙚𝙞𝙗𝙪𝙧

  • @BhaityGam
    @BhaityGam 4 месяца назад

    পৰকীয়া প্ৰেম কৰা নাৰীক টকা অভাৱত পৰকীয়া প্ৰেম কৰে এয়ে মতা ই চম্ভালি নেজানে

  • @Roseshorts-r7w
    @Roseshorts-r7w 4 месяца назад

    Laz napaine aiisobe.😅😅😅

  • @JINNATALI-u9k
    @JINNATALI-u9k 4 месяца назад

    বিৰাট পৰিবৰ্ত্তন,, দুখৰ বিষয়,, লাভ যেহাদ নহয়,,

  • @flowerhouse504
    @flowerhouse504 4 месяца назад

    A + B = 2 ab
    Eko nai diya.
    Khalowa kholoni kori adari lolei hol dowota family r majat.
    Aru ajibon Alohi hoi thakat khubidha hobo 😂😂😂😂

  • @sumanmili1614
    @sumanmili1614 4 месяца назад

    Enekua bonorik kiyo tair phototo nedekuay bandorijonik valke omaje gom puhake clear photo dekabo lage

  • @HimakhiBaishyaHimakhiBaishya
    @HimakhiBaishyaHimakhiBaishya 4 месяца назад

    purukh belak dhum fati ulaise nki

  • @JitenDas-q1q
    @JitenDas-q1q 4 месяца назад

    Tai dukhi buli Raijy bugily, Karon tai
    mukha dhaki disy Kiyo?

  • @jray2821
    @jray2821 4 месяца назад

    Sidha divorce diyok ..aisobok ghurai ani ako labh nai...seijoni bonorik

  • @WordPress-f7u
    @WordPress-f7u 4 месяца назад +1

    7 ইঞ্চি বেঙেনা আৰু আধা ঘন্টা নাপালে এনেকুৱাই হয়

  • @rajuboruah3183
    @rajuboruah3183 4 месяца назад

    ই এটা চেনি খোৱা চুৰ বয়স হৈছে ।