Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
যি দলত থাকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজনীতি শিকিলে সেই. দলক বেয়া বুলি লাজ. পাব. লাগিছিল. ।
Right R. Bora Sir.
Congress zindabaad❤
ৰাজ্যখনত গণতান্ত্ৰিক ভাৱনাৰে সৰ্বস্তৰৰ ৰাইজ যদি সুস্থ বিচাৰ আৰু বিবেকেৰে নিজক এবাৰলৈ সাম্প্ৰতিক ৰাজনৈতিক পটভূমিত বিশ্লেষণ কৰি চালেহেঁতেন, তেন্তে শ্ৰদ্ধাশীল অসমৰ সচেতন ৰাইজে একঘেয়ামী চৰকাৰ খনৰ পৰিৱৰ্তনৰ কথা ভবাৰ পথ দেখিলেহেঁতেন বুলি ভবাৰ স্থল আছে ।
এইটো মুখ্যমন্ত্ৰী পাগল হৈছে। প্রাইভেট স্কুল খুলি আৰু অসমৰ মাটি বাগান কিনি পাগলেই হৈছে নেকি ?
8⁸
ৰজাই বেপাৰী আমাৰ অসমত। 😂
Politics aru Poltician poltics koribo kintu good social kaam aru human being mankind karne kaam koribo lagibo..
Himanta himself was a. congress
Cm r against kot kbo paribo....sokolure tu Akhil da r dore kalija , dom nai
লজ্জা নাই এইবোৰৰ। 😂😂
হিমন্ত র নিছিনা নিলাম মানুষ অসমত আরু নাই
এক সময়ত এইজন ৰিপুণ বৰাই হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ যোৱাত জাবৰবোৰ আতৰি যোৱাত ভালহে হৈছে। কংগ্ৰেছৰ একো ক্ষতি নহয় । তাৰ পিছত দেখিলো এদিন ৰিপুণ বৰা নিজে গৈ মমতাৰ দলত যোগদান কৰিলে । কিছুদিন থকাৰ পিছত আকৌ আহিল । এইদৰে এজন এজনকৈ বহু বিধায়কে কংগ্ৰেছ এৰি গ'ল। কংগ্ৰেছে জাবৰ বোৰ আতৰি যোৱাৰ পিছত কিহৰ বাবে দলটো ভাল কৰিব নোৱাৰিলে ? আমাৰ দৃষ্টিত এক সময়ত তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিল যদিও সকলো ক্ষেত্ৰতে আমি হিমন্তবিশ্ব শৰ্মাৰহে প্ৰাধান্য দেখিছিলো । অফিচ কাছাৰীটো নিজৰ বিভাগ নহ'লেও তেখেতক ভয় আৰু গুৰুত্ব দিয়া দেখিছিলোঁ ।আনকি বিধানসভাতো অতি জটিল মুহূৰ্ত বোৰত বিৰোধীক সৈমান কৰাবলৈ কংগ্ৰেছৰ ফালৰ পৰা হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিয়া দেখিছিলোঁ । কংগ্ৰেছক ৰাজ্যসভাত জিকাবলৈ কি কৰিছিল সেয়া সকলোৱে দেখিছিল। অৰ্থাৎ স্বীকাৰ নকৰিলেও একেআষাৰে কব পাৰি কংগ্ৰেছত থকা সময়ত তেখেতেই দল, চৰকাৰ সকলো চলাইছিল। তেখেতক হেৰুৱাই কংগ্ৰেছ আজি দিশহাৰা হৈ পৰিছে ।
নিৰ্লজ্জ 😂
BJP Only ❤🎉❤
Duyujone kotha r manuh. Kamor eko nai. Siksha mantri hoi duyujone gelaisil. Party nohoi enekua prarthy k borjon koribo lage raije
Apuni tm congresot goisela kio tar pora khada khla
Talent hisapat kota koisa sithatho sir
Kar Lage ni xaito Raija valdora Jana...😅😅😅
Ripunr lazar namat aku naì
নিলাজ ৰিপুণ বৰা হে নিলাজৰ দৰে কংগ্ৰেজ দলৰ বিধায়কৰ হাততে ৰাজ্যসভাৰ নিৰ্বাচন হাৰিলি। হাৰি তৃণমুল গল লাজ পাই আকৌ নিলাজৰ দৰে কংগ্ৰেজত আহিলি😂😂😂
RUclips policy porhi ahise nki natun koi Siddharth sir e
Oyne
আপোনি নিজে কি কৰিলে
Bjp❤❤
Amar kilonjiwa manuha aku Kam nai kiwa Kori dibo rajnitiwa.
তিহাৰি বাবা আপুনি দল বাগৰিও একো ঘটিডাল কৰিব নোৱাৰিলে আৰু নোৱাৰেও । কংগ্ৰেছত একো সুবিধা কৰিব নোৱাৰি তৃনমুলত লগ লাগিল । দেখিলে যে তাত নিজ স্বাৰ্থ পুৰন কৰিব নোৱাৰি আৰু তৃনমুল কংগ্ৰেছ অসমত কেতিয়াও নাহে সেয়েহে পুনৰ পাভ লুটি দিলে কংগ্ৰেছ দললৈ । ইয়াতো এইজন লগ লগাত অসমৰ ৰাইজে উপনিৰ্বাচনত শূণ্য টো দি পঠিয়ালে । আৰু 2026 ত ৰাইজে ভালকৈ জানে কাক ভোট দিব লাগে ।
Kam nai dol holua manhu momota benarji khedila ja atia laj paisa
First go for degree of journalism then arrange this type of discussion . You are a hopless anchor.