বৈজ্ঞানিক দৃষ্টি ভংগীৰে ভাগৱত ব্যাখ্যা কৰাএজন ব্যাখ্যা কাৰক সঞ্জীৱ চুতীয়া ৰ তত্ব গধুৰ ভাষণ
HTML-код
- Опубликовано: 3 янв 2025
- সুকীয়া দৃষ্টি ভংগীৰে ভাগৱত ব্যাখ্যা কৰাএজন ব্যাখ্যা কাৰক সঞ্জীৱ চুতীয়া ৰ তত্ব গধুৰ ভাষণ#bhagawt
#ভাগৱত
#ভাগৱত_ব্যাখ্যা
#ভাগৱত_পাঠ
#সঞ্জীৱ_চুতীয়া_ভাগৱত_বাখ্যা
#প্ৰাণজিত_গগৈ_ভাগৱত_পাঠ
#চন্দনকোঁৱৰ_ভাগৱত_পাঠ
#উজ্বল_সৌকাধৰা_ভাগৱত_পাঠ
#ভাগৱত_পাঠ_ও_বাখ্যা
#বিনিত_বৰা_ভাগৱত_বাখ্যা
#জগতবণিয়া_ভাগৱত_পাঠ
#ৰণ্টো_শইকীয়া_ভাগৱত_পাঠ
#লোহিত_চন্দ্ৰ_দেৱ_শৰ্মা_গীতা_দৰ্শন
#নন্দেশ্বৰ_নাথ_ভাগৱত_বাখ্যা
#প্ৰীয়দৰ্ষণ_ডেকা_ভাগৱত_বাখ্যা
#অনিল_তাঁতী_ভাগৱত_বাখ্যা
#তুলসী_সেনচোৱা_ভাগৱত_বাখ্যা
#মন_ৰজগুৰু_ভাগৱত_বাখ্যা
#লোহিত_সন্দিকৈ_ভাগৱত_বাখ্যা
#নিপেন_শইকীয়া_ভাগৱত_বাখ্যা
#শান্তনু_বৰগোহাঞি_ভাগৱত_বাখ্যা
#মাধুৰ্য_বৰা_ভাগৱত_বাখ্যা
#উজ্জল_সৌকাধৰা_ভাগৱত_বাখ্যা
#অজিত_শইকীয়া_ভাগৱত_বাখ্যা
#ৰিজু_পাঠক_ভাগৱত_পাঠ
#bhagawat
#bhagawat_katha
#bhagawat_path
#bhagawat
#ujjal_haukadhora_bhagawat_path
#riju_pathak_vagawat_path
কৃষ্ণ কৃষ্ণ হৰি ৰাম জয় গুৰু শংকৰ
🙏 কৃষ্ণ
কৃষ্ণ বাপ জনা ৰাতিপুৱাৰ সেৱাভাগি জনালোঁ কৃষ্ণ 🙏🙏🙏❤❤❤
কৃষ্ণ 🙏
Krishna Prabhu,bohut val lagile🙏🙏🙏🙏🙏
কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ ৷৷ শঙ্কৰদেৱ মাধৱদেৱ ৷৷ অ হৰি হৰি অ ৰাম ৰাম ৷৷
🙏 কৃষ্ণ
ঔম নমহ ভগৱতে বাসুদেৱঅ 🙏🙏 কৃষ্ণ কৃষ্ণ প্ৰভূ 🙏🙏🙏🙏
কৃষ্ণ ধন্যবাদ
Krishna 🙏🙏
Krishna🙏
কৃষ্ণ কৃষ্ণ বাপজনা অতি সুন্দৰ।সেৱাহে জনাইছো 🙏🙏🙏।
🙏
কৃষ্ণ কৃষ্ণ প্ৰভৃ নাৰায়ণ ❤❤❤❤
কৃষ্ণ 🙏
আচল বৈজ্ঞানিক দাৰ্শনিক আধ্যাত্মিক মহা সত্য টো আপুনি হে প্ৰকাশ কৰিছে। আমাৰ মতে এতিয়া হে হৈছে শুদ্ধ। আমাৰ আপোনাৰ লগত সম্পূৰ্ণ মিলি গৈছে। ব্ৰহ্ম সত্য জগৎ মিথ্যা। ব্ৰহ্ম সৰ্ব্বোচ্চ সত্য। সত্যম জ্ঞানম অনন্তম ব্ৰহ্ম। বাৰ স্কন্ধ ভাগৱত প্ৰহ্লাদ। প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুখানি। আমাৰ লগত মিলি ছিল। আমি পলাই ফুৰো। কাৰণ আজি কালি ভাগৱত ইতিহাস আৰু উপন্যাস পঢ়া দি পঢ়ি যায়। আধ্যাত্মিকতাবাদৰ চিন চাব নাই। তত্ত্ব ৰহস্য আত্মাবোধ আত্ম উপলব্ধি আধ্যাত্মিক জ্ঞান চিন্তা চৰ্চা চেতনা ধ্যান ধাৰণা মানৱীয় প্ৰমূল্যবোধ বুজি পাব নোৱাৰে। ভাগৱত গীতা কি। কূষ্ণ কোন। ৰামায়ণ মহাভাৰত দুখন কি। মহাকাব্য মহিষী বাল্মিকী আৰু বেদ ব্যাসৰ বিৰচিত কবিতাত লিখা মহৎ তত্ত্ গধুৰ আধ্যাত্মিকতাবাদ গ্ৰন্থ। শাস্ত্ৰ বা ধৰ্ম গ্ৰন্থ সমুহ ভালদৰে পঢ়ি তাৰ পৰা জ্ঞান বিজ্ঞান তত্ত্ব ৰহস্য অথাৎ গুৰু দেৱ নাম ভকত সমস্ত জগতৰ আধ্যাত্মিক জ্ঞান আত্ম উপলব্ধ কৰিবলৈ সক্ষম হয় শ্ৰীমন্ত শঙ্কৰদেৱ মাধৱদেৱৰ বৈকুণ্ঠ প্ৰৰায়নৰ পিছত বহুতো গুৰু ভকত বৈষ্ণৱ সত্ৰ স্থাপন কৰে কাৰো তত্ত্ব ৰহস্য কাৰো লগত সংযোগ নাই। ধন্যবাদ প্ৰদীপ গগৈ গুৱাহাটী।
আপোনালৈ অশেষ ধন্যবাদ🙏
pranamu hay Hori ❤
ধন্যবাদ🙏
কৃষ্ণ কৃষ্ণ বাপজনা। সেৱা জানিব। অতি সুন্দৰ ব্যাখ্যা।
ধন্যবাদ
কৃষ্ণ। জয় গুৰু শংকৰ
কৃষ্ণ 🙏
Krishna bap
কৃষ্ণ 🙏
Krishna ❤🎉🎉🎉🎉...
🙏
পদ্ম কাকতি,বাপ। কৃষ্ণ কৃষ্ণ।
🙏
Krishna
কৃষ্ণ🙏
Bhut bhal lagil. Krishna.
🙏
Krishna Krishna Krishna Krishna
🙏
কৃষ্ণ কৃষ্ণ 🙏🙏
🙏
কৃষ্ণ কৃষ্ণ ৰাম ৰাম
🙏
🎉xundor 🎉
🙏
অতি। সুন্দর। ৰাম।ৰাম। ভাল। লাগিল
🙏
Bahut dinor murat dekhilu apunak
🙏
শিক্ষাগুৰুজনৰ মুখ নি:সৃত মহাভাগৱতৰ তত্ত্বগধুৰ ব্যাখা শুনি পৰম আনন্দিত হলো ! কৃষ্ণ🙏
ধন্যবাদ
কৃষ্ণ কৃষ্ণ কৃষ্ণ❤❤❤
ধন্যবাদ🙏
ব্ৰক্ষাক নাৰায়ণে জীৱ শ্ৰেষ্ঠ মানৱৰ সূষ্টি কৰিবলৈ কৈছিল স্বৰূপ বৰ্ণনা কৰে তেওঁৰেই দৰে হ'ব লাগিব। অথাৎ নৰ নাৰায়ণ একে চেহেৰা। য'ত জীৱ জঙ্গম কীট পতংগৰ অগ নগ জগ তেৰি কায়া। গতিকে ব্ৰহ্ম বা আত্মা একেই বা জীৱ ও ব্ৰহ্ম এক ও অভিন্ন। গতিকে জীৱ ব্ৰহ্মৰ প্ৰতিবিম্ব মাএ। গতিকে জগত খন মায়াময় অসাৰ মূল্য হীন বিনাশ শীল। ব্ৰহ্মহে অজনমা অমৰন অভগন অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় নিৰাকাৰ নিবিকাৰ অনাদি অনন্ত চৈতন্য সনাতন কল্পনাতীত কালৰ অতীত সবাৰোউদ্ধত অপৰিবৰ্তিত অপৰিমান অকম্মা অকত্তা অদাহ্য অদ্ৰৱনীয় অসীম অভেদ্য সবব্যাপী নিগূন সচিদানন্দ ইত্যাদি। প্ৰলয়ৰ শেষত মাএ ব্ৰহ্মতেই বিলিন হৈ পৰে সমস্ত জীৱ। মাএ এক ব্ৰহ্ম বাদে জগত শূন্য। ব্ৰহ্ম সৰ্বোচ্চ সত্য জগৎ মিথ্যা। ব্ৰহ্মৰ প্ৰতিবিম্ব জীৱ বিলাক পূনৰ সূষ্টি স্থিতি কৰে পৰম ব্ৰহ্ম ই। গতিকে ব্ৰহ্ম হ'ল এক। জীৱ হ'ল ব্ৰহ্মৰেই প্ৰতিবিম্ব।মানে এটা ই বস্তু।জগত খন মায়াময় অসাৰ মূল্য হীন বিনাশ শীল। গতিকে মূল তত্ত্ব ৰহস্য আত্মাবোধ আত্ম উপলব্ধি আধ্যাত্মিক জ্ঞান চিন্তা চৰ্চা চেতনা ধ্যান ধাৰণা আৰু আত্ম দৰ্শন প্ৰয়োজন। সব গম পায় যাব। প্ৰদীপ গগৈ। গুৱাহাটী।
আপোনাৰ বিশ্লেষন খুব সুন্দৰ🙏
Hundar❤❤
ভূল ব্যাখ্যা।মানুহক মোহিত কৰিবলৈ এটা ভাল ৰাস্তা অৱলম্বন কৰিছা।
🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
🙏
Krishna Krishna Krishna
কৃষ্ণ🙏