Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Xundar kantha. Xuni Val lagil.
আই গৰাকীৰ কণ্ঠ টো ইমান সুন্দৰ,কোমল,সুললিত কণ্ঠ। শুনিলে শুনি থাকিবলৈ মন যোৱা কণ্ঠ🙏🙏🙏🙏।
কৃষ্ণ 🙏 বহুত বহুত ভাল লাগিল আই সকলৰ নাম চাই ধন্যবাদ 🙏🙏🙏🙏
সুন্দৰ পৰিবেশন৷
Krishna.sabaru.saranat.amar.vaktir.sewa.nibedilu.jai.jagatguru.SrimantaSankardev.jai.jai.jai.
Krishna Krishna 🙏
বিভিন্ন ঠাইৰ পৰা বহুত কস্টৰে আহি আই সকল নাম ভাগিত অঙখ কৰা বাবে তেখেত সকললৈ সেৱা জনালো
কৃষ্ণ🙏এক ঐতিহাসিক ক্ষণৰ সাক্ষী হলো ।মইও গৈছিলো মৰাণৰ পৰা।
সুন্দৰ অনুষ্ঠান
এটি স্মৰণীয় ক্ষণৰ সাক্ষী হৈ ৰলো।
Nice
আকৌ বিয়া নামৰ কথা শুনিছো ৰেকৰ্ডৰ বাবে অনুগ্ৰহ কৰি আগভাগ ল'বলৈ বেলেগ মহিলা হ'লে ভাল হ'ব একে গৰাকী ভাল নালাগে
🫢🫢🫢
Xundar kantha. Xuni Val lagil.
আই গৰাকীৰ কণ্ঠ টো ইমান সুন্দৰ,কোমল,সুললিত কণ্ঠ। শুনিলে শুনি থাকিবলৈ মন যোৱা কণ্ঠ🙏🙏🙏🙏।
কৃষ্ণ 🙏 বহুত বহুত ভাল লাগিল আই সকলৰ নাম চাই ধন্যবাদ 🙏🙏🙏🙏
সুন্দৰ পৰিবেশন৷
Krishna.sabaru.saranat.amar.vaktir.sewa.nibedilu.jai.jagatguru.SrimantaSankardev.jai.jai.jai.
Krishna Krishna 🙏
বিভিন্ন ঠাইৰ পৰা বহুত কস্টৰে আহি আই সকল নাম ভাগিত অঙখ কৰা বাবে তেখেত সকললৈ সেৱা জনালো
কৃষ্ণ🙏এক ঐতিহাসিক ক্ষণৰ সাক্ষী হলো ।মইও গৈছিলো মৰাণৰ পৰা।
সুন্দৰ অনুষ্ঠান
এটি স্মৰণীয় ক্ষণৰ সাক্ষী হৈ ৰলো।
Nice
আকৌ বিয়া নামৰ কথা শুনিছো ৰেকৰ্ডৰ বাবে অনুগ্ৰহ কৰি আগভাগ ল'বলৈ বেলেগ মহিলা হ'লে ভাল হ'ব একে গৰাকী
ভাল নালাগে
🫢🫢🫢