অসমBOOK OF RECORD লৈ হাজাৰ হাজাৰ আইসকল কৰ পৰা আহিছে ' জানি লওক ' কিয় পিছত বহিবলৈ আইসকল মন কৰা নাছিল

Поделиться
HTML-код
  • Опубликовано: 15 дек 2024

Комментарии • 3

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 3 часа назад +1

    ঘোষক পুৰুষ জনৰ কন্ঠ সুন্দৰ। নাৰী গৰাকীৰ কথন শৈলী অলপ,,,,। এইবোৰৰ ব্যবস্থা আগতেই মিলাই লব লাগিছিল। ৰেকৰ্ড যেতিয়া সাংবাদিকে এইখিনি দৰ্শকক নেদেখুৱালেও হয়। তথাপিও অতি বিৰল মূহুৰ্ত।ভাল লাগিল।

  • @nirupomchutia8249
    @nirupomchutia8249 9 часов назад +1

    হে বিলাক আই সকল বহা আগতে লাইন টো আইজুক সকলে কিবা কৰি মিলাই থব লাগিছিল ।

  • @Gyanom380
    @Gyanom380 47 минут назад +1

    নাৰীগৰাকীৰ কথন শৈলী ভাল নালাগিল।ইমান এখন ডাঙৰ সমাজৰ আগত ইমান বেয়া ব্যৱহাৰ। ভালদৰে কব লাগে।