ভূত, প্ৰেত, আত্মা বুলি কি বা শক্তি আছেনে? যদি নাই, তেন্তে ‘অসম লাইভ ২৪’ৰ কেমেৰাত এয়া কি?
HTML-код
- Опубликовано: 3 окт 2024
- ভূত, প্ৰেত, আত্মা বুলি কি বা শক্তি আছেনে? যদি নাই, তেন্তে ‘অসম লাইভ ২৪’ৰ কেমেৰাত এয়া কি?
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ axomlive24
/ @asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#axomlive24digital
#assamlive24digital
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamesenews
#latestnewsofassam
#latestnews
মোৰ ওচৰত লৈ আহিব,,,, কেনেকুৱা ভূত চাই লম,,,, হনুমান চালিশা শুনাই যদি উৰাই দিব নোৱাৰোঁ মইও হনুমান ভক্ত নহয়,,, ভোট পিচাছ নিকট নাহি আবে,,, মহাবীৰ যব নাম সুনাবে,,,, জয় শ্ৰী ৰাম ❤
Takeitu moiu honuman bhokto chalisa khn pohi dim bhoot polai jbo😊
Jay shree Ram 🙏🙏
annabelle ke samne jaake bolna kitna bach pate ho pata lag jayega, Honumaan chalisa ki shakti tab hi kaam me ayega tab hi wo work karega agar aap properly uska use kar sako, mera matlab hai honumaan chalisa hamesha shudh mann, shudh jagah chahiye, jaha already negative energy hoti hai waha pe honumaan chalisa ka kaam nahi hota, honumaan chalisa positive energy hai isiliye ye kuch moment ke liye aapko sahas or positive energy dega but that energy is not that powerful to drive a strong spirit away.... so don't disrespect any energy, wo chahe +ve energy ho ya -ve energy
জয় শ্ৰী ৰাম 🚩
Right 😂
কিছুমান মানুহে ভগৱান আছে বুলি কয় , কিন্তু ভূত বা অশৰীৰি আত্মা আছে বুলি কতিয়াও নকয়। ভগবান থাকিলে ভূতো থাকিব।
Right
Vut o ny vogoban o ny
Right
মই experience কৰা নাই গতিকে ভূত আছে বুলি নাভাবো. কিন্তু ভগৱান আছে, shri Krishna nai, alla nai, jesus nai. ভগৱান মানে nature, যাক আমি ভগৱান নাম দিছোঁ.
Spanuza Concept of God
Exactly.... xeikaronei koisu ....bhogobanu nai ...🤟
হৰি হৰি আপোনালোকৰ মগজুৰ বৃকৃতি ঘটিছে ...তেজপুৰলৈ যাওক.....
Tumi asolote murkho ata..paranormal investigation ki tumi ekoye najana😂😂😂
😂😂😂😂xundor abhinoi comment porhibo oha xokale like ata mari jabo dai 😁😁
Toi baccha ase etiyao aibilak janiboloi😢😂😂😂
Ki fal2...
😂😂😂😂😂😂
বৰ ভাল ভুত দেই ইমান কথা শুনে উ !
Hoi de ktha to
বিজ্ঞানে ভূত নাই বুলি koi কিন্তু বিজ্ঞানে বনুৱা যন্ত্ৰ লৈ ভোটৰ লগত কথা patise আচৰিত
কোনে কৈছে বিজ্ঞানে ভূত নাই বুলি কয়...বিজ্ঞানে ও মানে Negative Energy থাকে বুলি কাৰণ Energy Never Creates and Destroy (Energy সৃষ্টি কৰিব নোৱাৰি আৰু ধ্বংস কৰিব নোৱাৰি )....
Scientist a already declare korisa bhoot energy asa buli
science aeu atiya mane bhut ase buli
@@bikisarkar4606 ruclips.net/video/RPiXj1t4wRQ/видео.html
Bhoot buli ami vabu but aitu energy hoi
আগন্তুক বৰ্ষটোত নোবেল বঁটাৰ বাবে সকলোকে মনোনীত কৰা হৈছে।আপোলোকে নোবেল বঁটা গ্ৰহণ কৰিব লাগিব।আমি গৌৰৱান্বিত।
Omg 😂
😂
O vonti hot amar yateo voot ase mor lgt sodai rati drink kore 😅
🤣🤣🤣🤣🤣🤣
তেওঁৰ লোক শান্তি লাভ কৰক যদি আপোনালোকে আমাৰ যোৰহাট কাছগাৰাল দলঙৰ ত ওপৰত ও বহুত আমনি কৰে ৰাতি আহিব কেতিয়াবা অসুবিধা হয় আতছৰিত
মই ভূত আছে বুলি সম্পূৰ্ণ বিশ্বাস কৰোঁ 👍
Keneke kore
jondina dekha paba na baba khidna gom paba@@AbhiAbhiarmylover-mj5dz
Tente apuni u hihotor logot goi bhut nam xudhok ge
ভূত আছে নে নাই নাজানো কিন্তু,,, যেনেকৈ ভাল শক্তি থকা বুলি বিশ্বাস কৰে মানুহে,, তেনেকৈ বেয়া শক্তি ও আছে,,,, আৰু এইবোৰ বেয়া শক্তিয়ে কৰে...মই বিশ্বাস কৰো.... কিয়নো পৃথিৱীত ভাল আৰু বেয়াৰ অবিহনে,,, চলিবো নোৱাৰে
কেলা চেনেমাখন চাই ভাল লাগিল,😂 অসমত ইমান অকৰা নাই 😢 আৰু মৰা মানুহ জীয়াই অনা চেনেমাখন কেতিয়া আহিব😂
😂😂😂😂😂 apuni akdom xsa kotha koise nonsense Kune machine ere kotha pare but r lgt ....mogoju gese ihotor
😂😂
মানসিক বিকাৰগ্ৰস্ত এই chanal টো , লগতে অভিনয় কৰা এই ফকতিয়াবোৰ।
ফকতিয়া কৰাৰো সীমা থাকে।ভূতকো Thank u দিয়ে।🤣🤣🤣🤣🤣
Xokolore ghare ghare mami ata ata ketomiter diyato bohut dorkar
😅😅😅😅
go to America, spend a night at the conjuring house and then feel the maja of life, tab samajh me ayega brother
God ase nai tumr mote bro
@@jhutiannuI've watched all episodes of conjuring, including Annabelle. And another thing is you're way too much excited about those scripted ghost buster shows, haha.
ভূতে কি খাই জীয়াই থাকে?, ভূতে কিমান বছৰত মৰে? ভূতে বিয়া পাতে নে নাই? ভূতে সন্তান জন্ম দিব পাৰে নে নোৱাৰে সোধক, ভূতে কাম কৰে নে নকৰে নে এনেই এলেহুৱা জীৱন যাপন কৰে, কাহ চৰ্দি হয় নে নহয় যদি হয় কোনে চিকিৎসা কৰে দৰৱ পাতি কত পায় সকলো কথা উলিয়াই লওক যাতে আপোনালোকে কেতিয়াবা ভূত হলে আমাৰ মামাৰ ফালৰ পৰা সহায় সাহায্য দিব পাৰো।
Legendary questions 🤣
Aru kiba thakigol neki likhibole da
😂😂😂😂😂😂
Spirits a esob nokore mokkel. Spiritual world to physical world ot koi beleg, so ehotor physical needs nelage. Ki mokkel question hudhisa re tumi🤣🤣🤣
😂😂😂ram ram
আমাৰ ইয়াত বহুত ভূত আছে চাব আহিবি ও মেচিন বোৰ লৈ
Right
Nai buli nkobo moi o voba naisilu atiya nije dekhiso krne Biswas koru
আপোনালোকৰ কাৰ্যক প্ৰণাম জনাইছো৷এইটো কাৰ্যৰ দ্বাৰা আপোনলোকে ৰাইজক উদ্ধাৰ কৰা পৰিকল্পনা কৰিছে৷এইটোৱে সময়ত বিপদত পৰা লোকক শান্তিৰে জীয়াই থকাত সহায় কৰিব৷ইতিমধ্যে আপোনালোকে নগাঁৱৰ এটা পৰিয়ালত ঘটি থকা কাণ্ডত আপোনালোকে মানসিক শক্তি বৃদ্ধিত সহায় কৰিবলৈ চেষ্টা কৰিছে৷ধন্যবাদ আপোনালোকলৈ
তোমালোকৰ কেমেৰাত টো , দুনিয়াত নোহোৱা আৰু নেদেখা বস্তু বোৰেই দেখা পায়,, কি কম ভূতকো thank you হে প্ৰভু কি দেখিবলৈ পাইছোঁ এইবোৰ 🤦🤦🤦🤣🤣😂😂
আৰে এইটো বাদ দিয়া video টো ১ বছৰ পুৰণা নতুনকৈ upload কৰিছে
@@bhaitisingha6063 100%
@@AKofficial633 😂😂😂🤭🤭🤭
Take to bhutok o tq dangerous
Tohoti jodi voy nokoro sosanot thak
ভূত আছে আৰু থাকিব আছলতে ভূতবোৰৰৰ বহুত ভাগ আছে ৷ আত্মা, পেতাতমা, ডাকিনী, আতমাৰ ভূত মূলত আত্মাৰ পৰি অহা ৷
Bhut or Phd loi thoise neki 😂
😂😂😂😂😊
Gitat kuwa mote morile kisu sekandor vitorot punor jonom loi, vut hoi nathk
next level হৈছে award diok 🙏🙏🙏🙏
🏅neo
ময়ো এনেকোৱা পেতাতমাৰ লগত কথা পাতি পাইছো।এজন বেজৰ যোগেদি। ধন্যবাদ
বিশ্বাস কৰিবলৈ কষ্ট হৈছে। শব্দ শক্তিৰ দ্বাৰা সকলোবোৰ সম্ভব হৈছে।
যি সকলে ভূত প্ৰেত বা অশৰীৰ আত্ম বিশ্বাস নকৰে তেওঁলোকে শশানত বা স্মশানত অকলে এক ৰাতি থাকিবলৈ ভয় কৰে ৷ তাৰ বাদেও মৃত আত্ম বাবে পূজা পাত কৰি থাকে তেনেবোৰ মানুহে
সময়ৰ তেনেই অভাৱ..নিউজ কৰিবলৈ নাপায় যদি নকৰিব ভেঙুচালি কৰিলে ভাল নালাগে,,🙏
Fast time dekhilo Assam live. Ot .bhut dekhowa..Great Assam live..voi nkroba bhut ajan manuh a hoi tak jodi ami response diu aru tar proti jodi val to vabo khi amak ketiya o beya nkre ba dristp nkre
O বিশ্বাস কৰিলোঁ হয় যদি হে ভূতে আহি যদি কথা কলে হয় 😡😡 light keita পিছ ফালৰ পৰা কোনে remot tipi জ্বলাই আছে 😀😀😀
😂😂😂😂😂😂
Hoi da
Oi Murkho Ai2 paranormal Activity buli koi Science r prove ase..
Sai Lua (Paranormal Activity kya hai) buli
Googleot saba aitu scientific device hoi ne nohoi
jodhamurko he apuni, ei device or logot kunu remote controll nathake, eitu device taat he kaam kore jot electromagnetic field thake which is a sign of the presence of some negative energies.
ভূত আছে থকাটো কিন্তু বহুত ভাগ্য লাগিব দেখিবলৈ যিটো তহঁতৰ লেখীয়া সাংবাদিকৰ নাই
মোৰ প্ৰেতাত্মা দেখাৰ এবাৰ সৌভাগ্য ঘটিছিল। কোনোবাই মোৰ কথাত বিশ্বাস কৰক বা নকৰক মোৰ একো আহে বা নেযায়।
ভুতক কৈছে "আপুনি ভয় নকৰিব" 😂😂😂
Funny
@@debjanibhattacharjee4013 hy pai
Ki ja hobo 👀
😂😂😂😂😂
@@riyacutie4396 upai nai aru
এই চেনেলটোৰ কিবা বিকৃতি ঘটিছে। এই চেনেলত ভূত, প্ৰেত আৰু কোনোবাই বাথৰুমত বেহুচ হৈ শৰীৰৰ পৰা আত্মা ওলাই স্বৰ্গ দেখি অহাও বাতৰি পাব। কি যে হ'ব এই চেনেলটোৰ।
Light jolai jolai bhoot ru vagor lagibo atia 🤣🤣
মই সদাই ৰাতি 12 টা বজাত ভোটৰ লগত ফুটবল খেলো 😅
ভোতে English (thank you)oo বুজি পাই 😂😂😂😂😂😂😂😂😂😂😂
😁😁😁😂😂😂🤣🤣🤣😜😜😜😭😭😭😭
😂🤣🤣
agote apuni bhoot howk pasot gom pabo
Atma sab bhakha a buji poi atma ata vogobnr angkho hoi Mahabharat Gita sabo atmaa ase
Baparor konitu dekhaixo sudur vai
Tht beya kotha😂😂
এটা নিউজকে দুবাৰ দিছে যে যোৱা চাৰিমাহৰ আগতে চাইছিলো। This news 2h ago but why again..........?
Right haitu moiu koisu, viewer's নাপালে চাগে
Thike koisa aketa news ke d ase ghurai ghurai aru aku bisari pua nai sage
english najanile english kobo nalage amr axomia bhaxa tue bohut bhal raij
Bohut val lagil dei mur interesting... accident point bur abar jabo sun..❤
ভুতে লাইট কেইটা কৰ পৰা কিনিছিল এবাৰ সুধি চাওক চোন ? তহতৰ আৰু কাম নাই ।
Aru vutiyA story loy ahibo say val lagil ❤
কৃষ্ণ। আত্মা আছে🙏 ভগৱান শ্ৰীকৃষ্ণ আছে
Negative and positive energy both are present....If we are aware of their presence we should show some respect to them too..
Ghoti tu
@@Sangeetinshorts😂😂😂
correct
আগতে দেখুৱাইছিল এতিয়াও দেখুৱাইছে আগলৈও দেখুৱাই যাব।
আৰু আমি বুৰ্বক বুৰে চাই চাই কমেন্ট কৰি থাকিম। 😆😆😆
কাম নথকাৰ কাৰণেই চাগে একেটাই কামকে কৰিছে।🫨😟🤔
Nijeu te eta burbok
🤨🤨
লাষ্টত কব পাহৰিলে নিকি “যে এই video টো মাথোঁ মনোৰঞ্জনৰ বাবে বনোৱা হৈছে”।
অসমত ইমান ডাঙৰ ডাঙৰ ঘটনা হৈ থাকে কিন্তু সেইবোৰ ইহঁতে নেদেখাই ইহঁতে দেখাই ভূত 😅
এইবোৰ ফটোয়ামি কৰি থাকিলে এইটো channel dead হব । বেছি দিন নাই আৰু😅
ভূত কেইটা Assamese medium r আছিল 😂
আপোনালোকে বাৰু নিজকে বহুত জ্ঞানী বুলি ভাবে নেকি বাকী বোৰ বুৰ্বক ।
Apunaluke bht val kam korise 👍
ভূতৰ লগত এনেকৈ কথা পতা আগতে কেতিয়াও দেখা নাই
এইবোৰ ফটোয়ামি কৰাতকৈ ভাল নিউজ বনাওক
ভূতক কয় "Thank you", "আপুনি ভয় নাখাব"
দুটা লাইট, এটা লাইট জলাই দিয়ক
কি মানে এইবোৰ😂😂
পৰেশ বৰুৱাৰ ইন্টাৰভিউ লোৱা বহুতো দেখিলু এটিয়া ভুতৰ ইন্টাৰভিউ দেখি মোৰ কতিদি ছাগলী ওলাই আহিছে 😅😅😅😅
Positive energy thakile negative energy o thake⚡🙂
যদি পৰীক্ষাত আহে । ভূতৰ লগত কথা পতা যন্ত্ৰ তোৰ নাম কি 😁
শ্ৰীমতা কেতূ
Bhootometer😁😁
বহুদিন আগত এইটো ভিডিও চাইছিলো।নাজানো কি কৰি আছা!!!
Ata video a bare bare 😆😆
Taketu
বিজ্ঞানৰ যুগত একো নাই।এই বোৰ সকলো মিছা।
Oscar winning acting...... uf! Kidney touching video uff🤣🥺 and the person with the Chinese Boul is legend, better than SRK 🤣..... English t he patise kotha 🤣🤣🤣🤣🐐🐐🐐
আমি সাপধৰা মানুহ দেখিছো,আজি ভূতধৰাও দেখিলো।
২ বছৰ আগতে চাইছিলো এইটো 🙄🙂
😅
ভূত প্ৰেত আছে ই সত্য । মই পাইছো।
Remort control kri light💡 jlai ase🤣
মই বিশ্বাস কৰো দেই
ভূতে যে মেচিন টোৰ সুইটচ কেইটা দিব জানিছে দেই😅😅
itu device ot kunu switch nai , Device or agot jodi apuni electronic magnet eta loi jai e nije nije joli uthibo
Super comedy ❤❤😂😂
Unbelievable talent 👏. America's got talent t chance pabo 👍
ভুতৰু নেতা পালিনেতা থাকে নেকি ভুতে সিহঁতৰ লগৰ বৰৰ বিষয়ে কৱ ভয় কৰে সিহঁতৰ মাদাৰ কৰিব নে হত্যা কৰিব😂😂😂😂😂
আমাৰ ইয়ালে আহিবি চেন্দেলত মালা এডাল পিন্ধাই আদৰণি জনাম 🥰
Science said : energy never die.
এইটো NEWS কিয় RI UPLOAD কৰিছে হা :😂🙏Bohut purona news hoi
Umm aitu video agote dise
ৰাইজ উ উ উৰুলি দিয়ক
I have good knowledge about ghost , there's so much none bodies souls in the world.
Hohuabo j parile bohut bohut dhonyabad 🤣🤣
কোনো ভুত চুত নাই মই হাগি থকা vdo কেইটা নেদেখুৱাৰ বাবে অশেষ ধন্যবাদ....আমাৰ পায়খানাটো বেয়া হই আছে so মই যেতিয়াই তেতিয়াই হাগিবলৈ যাও....🤣🤣
Bhoot asa mor gaat lagisa class 7 pohi thakota. Moi mori golu hoi. Amar gaonor ajon manuh bosala mk. Jibonot napahoro aei2 ktha moi. Garam bondho asil mahi gharat rati vat khai ahisilo. Moi 2 jon dada lgt ha vagaban 😭😭😭
ভূত থাকিলেও কোনো কেমেৰাত দেখা নাযায়। গতিকে এইটো Direct False
Short film khn sai vle lgil👌.. aru nxt part 2 ketia mne sbo pm?
😄😄
Ek dom sahi....
যি বিলাক বিস্বাস নকৰে সকসকলে পাগল.সিহতে তাতকৈ এৰাতি থাকি আহক.
Right
Kinetic Energy na Potential energy ... Energy r uport ata formula Diok.
Political energy sage etu😂
Oi mukkho Kinetic energy potential energy kot pao, itu Negative energy, itu ki motion and gravitation paisa neki, electromagnetism ot +ve and -ve energy puwa nai nekli
energy can't be created nor destroyed they can only be changed into other energies then answer me what happens after the death of a human body, the energy goes where??
আপোনালোকে বোপেট পিল ব্যৱহাৰ কৰক
Aibur fake hoi light tu bluthuth connection
Hmmm
অন্ধ বিশ্বাস 😂😂😂
ই কেতিয়াও সত্য হ'ব নোৱাৰে,
😂😂😂😂😂
Vogoban ase to buthu ase
Yes 💯
Ki buthu a maai😂😂😂🤣🤣
@@jyotirmoytalukdar4414 🤣🤣🤣
Tumi axa krne moi uu axu...🤡
🤣🤣
গৈ চালেহে বিশ্বাস কৰিম ।
নাটক খন ভাল লাগিল 🤣
100 percent right moi bissakh koru
I am very interested for your topic ❤️❤️👍👍
Thikei, kintu video short koribo
I don't have faith. Its just a power of technology 🤣😂
Next laval
Bhoot k o nerile 😁
এই যন্ত্ৰ টো আনবা লগবো ৰ আমাৰ বস্তি লগেই চাম আমাৰ ভূত কেইটাই বা কি কৰি আছেই কথা পাতবা পাৰিম
Aitu aru adin paisu news bare bare ata news diya kio
Aru lage anekuya episode
Jiyai thoka loike aru ki dekhibo Pam kla..🤕
Sob pm kla
😄😄😄
বিশ্ব বিখ্যাত ছেক্সপিয়েৰৰ নাটক সমূহৰ পটভূমি ভূতেই
Janu dai. Ki dekhaisa ai bilak. Bissakh huwa nai.
Prithibit vl ase jodi beyaw asee ..❤
Mnuh k voi koribo lge aji kali...vut bht val atleast tukura tukuri kori namare...etao FIR dia hwa ni vut a mnuh k hotya Kora buli
এইটো সত্য যে অশৰীৰী আত্মা আছে,ই ইলেকত্ৰমেগনেটিক নিগেটিভ এনাৰ্জিৰ ৰূপত ধৰা দি য়ে কেট’মিটাৰত ,তৰংগৰ মাত্ৰা সলনি কৰি নিজৰ উপস্থিতিৰ প্ৰমাণ দিয়ে আৰু মানুহে সোধা প্ৰশ্নৰো উত্তৰ দিয়ে তৰংগৰ মাত্ৰা লাইট জ্বলাই দেখুৱায়।সচাঁ কথা 🙏🏻
news aaru nai bapa hat???
After long time this type news. Very good. Or banow
চব মিছা 🤨🤨🤨😗😗
Baki bur najanu kintu 0:32 ot dekhun board khon xodai pohibo sao kin2 gari khon ot goi thoka babe gutai board khon ajilke val k pohibo nuarilu aji aitu videor jugedi phibo palu xaibabe dhonyobad 😂
Val comedy show bonaisy dai 😊
This is Definitions of the fourth pillar of modern Democracy😉😅😂
ফটোৱামিৰো এটা সীমা থাকে 😀
EMF जिसे K2 meter भी कहते हैं एक प्रकार का यन्त्र है जिसका उपयोग किसी भी स्थान पर इलेक्ट्रोमैग्नेटिक फील्ड का पता लगाने के लिए किया जाता है। मतलब K-II EMF मीटर से उस जगह का पता लगता है जहाँ पर विद्युत-चुम्बकीय क्षेत्र होता है।