ভূত নে ভ্ৰম? নগাঁৱৰ কচুপিত গাঁৱৰ ভূতৰ ৰহস্য উৎঘাটন।
HTML-код
- Опубликовано: 3 окт 2023
- ভূত নে ভ্ৰম? নগাঁৱৰ কচুপিত গাঁৱৰ ভূতৰ ৰহস্য উৎঘাটন।
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ axomlive24
/ @asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#axomlive24digital
#assamlive24digital
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamesenews
#latestnewsofassam
#latestnews
হনুমান পূজা কৰাওক খুব হনুমান চালিচা পঢ়ক ডাঙৰকৈ ঘৰত হনুমান চালিচা লগাই ৰাখক
I̤t̤ i̤s̤ a̤ v̤e̤r̤y̤ v̤e̤d̤r̤y̤ i̤n̤t̤e̤r̤e̤s̤t̤i̤n̤g̤ s̤t̤o̤r̤y̤.̤ l̤e̤t̤ ṳs̤
Play Shiv Tandav daily two times.🔱🕉️
No, Hanuman chalisa full dj box ❤
যিসকলে ভূত বিশ্বাস নকৰে তেওঁলোকে মানুহজনৰ ঘৰত কেইদিনমান ৰাতি থাকিবলৈ অনুৰোধ জনালোঁ।
😂
Ghrr lora swalii joni a aibur kri asa karon aji kali manuha vut manoba danob
Jam de moi
@@AS__boy ok xonkale jaba 😂
@@AS__boyTur guu ulai jabo sabii😂
মোৰ মনৰ কথা... মই ভাবো আমি যদি ভগৱানক বিশ্বাস। কৰিব পাৰোঁ তেতিয়া হ'লে ভূতক কৰিব লাগিব যিহেতু আমি ভগৱানক দেখা নাই কিন্তু আমি মন্দিৰ যাও ভগবানৰ ফটো আছে ঘৰত ৰাখোঁ কিন্তু ভূতৰ ফটো আমি ৰাখিব নোৱাৰোঁ কিন্তু নহয় যে আমি ভূতৰ চিনেমা খন চালে আমাৰ ভয় কিয় লাগে..আমি যদি নিজক প্ৰশ্ন কৰো তেতিয়াই আমি গম পাম যে হয় ভূত আছে🙏🏻
Nijor irrational beliefs bilak nijor majot rakhilei bhal hoi😂.. prithibi t 101 ta phobia ulabo, kisumn e deep waterbodies le bhoi kre, so ki pani t bhut ase nki ??
@@meIanchoIial
@@meIanchoIia35:06 35:06
Asorit
Ry6❤
যদি পৃথিবীত positive energy আছে, তেন্তে negetive energy থাকিব, ভূত বা অদৃশ্য শক্তি আছে.
Akdom right.
True
Exactly 💯% right. I have personally experienced about para normal affect in college hostel in 1984
Obviously thakiboi...if you believe in God then u should believe it too 🙏
Right
সত্যনাৰায়ণ যজ্ঞ এভাগ পাতি চাব চোন I
ঈশ্বৰত কৈ শক্তিশালী কোনো নাই !
কৰিস্মা নাথক মাতি বিহা নাম গুৱাৱক। মামাই cbi তদন্ত দিয়ক।
ৰাধে ৰাধে
😂😂
@@bkp9774 op bro 😂
@@bkp9774 🤣🔥👌
Current টো Direct কৰি দিয়াৰ পিছত কিয় ওৱাৰ বিলাক কটা নাই। আগত দেখোন কাটিছিল। এতিয়া মৰাৰ ভয়ত current ত হাত দিয়া নাই। তেনেহলে মানুহ হব পাৰে। ভূত প্ৰেত ক জানো কাৰেণ্টে চৰ্ত কৰে? মই হলে নাজানো দেই ।😮
Apuni thike koise, moio heituei vabusu. Manuhe korise.
Right
Right
Negative energy, ghost wagera, electronic iteams se jaldi attracted ho jata hai, current aur electronic chijo per negative energy apna kabu karr sakte hai
Electric pure energy ..bhut atmai electric control koribo noware
ঘৰটোৰ মানুহকেইজনৰ কাৰোবাৰ হাত আছে নহলে ভুতটোৰ faviquic logua 2 সম্ভৱ নহয়। এই কথাটো কোনাও মানি noloi daii
Right
হয় ঘৰ ৰ কোনোবাই কৰিচে ( বেমাৰ হব পাৰে এই টো movi দেখাই
Nissoi bhute aru favicol logabone🤣🤣
Misa aru Kotha nai😂😂
বেয়া বস্তুৰ পাল্লাত যি পৰিছে তেও বুজিব ৷৷ ভুক্তভোগী ৷৷ ঈশ্বৰৰ কৃপাত ভালে আছো ৷ এইখন সমাজত ইমান নিকৃষ্টমানৰ মানুহ আছে হয়তো কল্পনা কৰিব নোৱাৰি ৷৷ যেতিয়া বেয়া বস্তু আপোনাৰ ঘৰত প্ৰবেশ কৰিব ঘৰৰ বিভিন্ন ধৰণৰ অশান্তি আৰম্ভ হৱ৷ ঈশ্বৰক এনেকৈ pray কৰক সকলো ঠিক হৈ যাৱ ৷
বৰ্তমান সময়ত বিজ্ঞানৰ যুগ সচা কথা কিন্তু ভানগড়, নাইনিতাল , দাৰ্জিলিং, দিল্লী আনকি লন্দনৰ কবৰস্থান (এখন বিশেষ কবৰস্থান) জাপানৰ এখন বিশেষ ফৰেষ্ট (য'ত মানুহ এবাৰ সোমালেই আৰু ঘুৰি আহিব নোৱাৰে ) এনেকুৱা আৰু অনেক অনেক ৰহস্য আজিও এই পৃথিৱীত ৰহস্যই হৈ আছে, যাক আমি নহয় বুলিও অস্বীকাৰ কৰিব নোৱাৰো । কিন্তু জোনে এই ৰহস্য ভেদ কৰিব গৈছে তেওঁ আজিকোপতি জীবিত অৱস্থাত আৰু ঘুৰি আহিব পৰা নাই, এয়াও এটা সত্য প্ৰমাণিত কথা হৈছে বৰ্তমানৰ সময়ত। ধন্যবাদ।😊👻👽😈👀😸😼
Thik koisa...moi agree.but Bhangarh fake hoi...hai2 totally Misa kotha... proof hoi gol...but baki bur right koisa
Darjiling t moi rati 10tat goisu xei thaile but agte najanisilo tat kiba Ase thake ba hoi buli but nxt day mok tat mnuhe koisile..kin2 moi ako napalo ba Mor ako nhol
ইয়াৰ পৰা এটা কথা প্ৰমান হ'ল যে ভূতে মানুহ মাৰি পেলাব নোঁৱাৰে।নহ'লে ইমানদিনে ভূত আৰু মানুহ একেলগে থাকিব নোঁৱাৰে।
VoyA mare
I think they should have fitted CCTV in every part of the home
ভগবানক জোনে জোনে.......বিচাক...কৰে হেইজনে ভোতক বিচাক কৰিব
Right
একদম সচা।
মই য়ো science r student but moi ভূত বিশ্বাস কৰোঁ।
আৰু ভূত সচাকৈ আছে
✋✋ mane kobo bisarise 2024 vote for Congress
প্ৰথমে অতমৌছন চেনচৰ লাইত লগাওক নহলে চিচি টিভি কেমেৰাৰ লগাওক। জয় শ্ৰী ৰাম 🚩🕉️🙏
মানুহ ঘৰৰ কথা একো নকোওঁ, কিন্তু আমি সৰু থাকোতে আজিৰ পৰা ৪৫/৫০ বছৰ আগতে এনেকুৱা অলৌকিক ঘটনা নঘোতা নহয়
Jai Shri ram ❤❤
ঘৰখনত কোনোবা ওচৰ চুবুৰিয়াই সিংহাতে বিৰিড়া মিলি দিছে।।
Ai ktha tu hbo pre..ankua manuh bohut ase usr suburia..hingkhat ankua kre
Right
সাংবাদিক গৰাকী সুন্দৰ ভাৱে উপস্থাপন কৰিছে। বাকী ৰহস্যময়।
😅Wah anekua bhoot r kam agote huna nai dei. Bhoot tu dekhun electrician😂. 3 idiots cinema t thoka Ranchordas r bhoot jen pau. Ai bhoot tuk APDCL t thoi ahibo lage😂😂
মানুহ জনৰ লৰা টোক ভাল কে সুধা পাছা কৰক,,কাৰণ এইটো সময়ত লৰা ছোৱালী বোৰে নিজে বিচৰা বস্তু সমুহ নাপালে ,মনে মনে বিদ্ৰোহী হৈ পৰে ,,তাৰ খঙত কি কৰি আছে নিজেই গম নপাই,,,,
Hator saap tu kar
Ki pagol r dore katha kua he
হয়, আপোনি ঠিকেই কৈছে। সাধাৰনতে এনেকুৱাই হয়।
@@anantasaikia8063😊
Right
eitu kam manuh ne kune korise prove koribo pora nogol..
cc tv logabo lagibo
aru jodi negative energy e kori ase..tente daily Hanuman Chalisa poha arambho korok
god bless the family🙏
Vut tu sage electrician asile 😂
Amiu take vabisu
Vogoban bishak kora na nokra
Nijor ghorot jetiya anekuwa hobo gom pabi vut ase na nai
যদি আপোনালোকে তেওঁলোকক সহায় কৰি সমাধান কৰিব নোৱাৰে তেনেহলে অনুগ্ৰহ কৰি এদিন মোৰ লগত কথা হবচোন। বীৰা হৈছে এটা ভূতৰ প্ৰজাতি ই বহুত ওখ হব পাৰে আৰু পঠালি চকুৰে নেদেখি যদি তেওঁলোকে দেখা দিব নিবিচাৰে কিন্তু মোৰ ঘৰৰ ককা এতিয়া নাই কিন্তু ককা ৰ দিনত তেনেকুৱা প্ৰাণী এটা ককাই পালন কৰিছিল বুলি কোৱা শুনিছিলো কিন্তু ককাৰ মৃত্যুৰ আগতেই ককাই তেওঁক বিদায় দিছিল বোলে কিমান সত্য মই কব নিবিচাৰো কাৰণ প্ৰৱ অবিহনে কথা কোৱাটো ভুল হব কিন্তু মই নিজেই প্ৰমাণ যে যদি তেনেকুৱা কিবা হয় ককাৰ দিনৰ মন্ত্ৰ এটা জানো মই এটা মন্ত্ৰ ত সি দুটিয়বাৰ চোতাল লহেঁচিব নোৱাৰিব। কিন্তু আগতেই কৈছো বহুত বিভাগ আছে এইবোৰৰ ভূত 9101124540
Contact please
Hii
Oii
❤️❤️❤️🥀🥀🥀
এই মানুহৰ সেই কিন্তু বাস কৰি থকাৰ কাৰণে কোনোবা বেয়া পোৱা মানুহ আছে নেকি?
ভগবান যদি আছে, ভূত প্রেত থাকিব। কাৰণ ভগবান ক আমি বিশ্বাস কৰো।
Bhagaban aru Bhoot pret ekketai hoi. Ou dada. Kebol Iswar he hsukia.
কিয় জানো এইবোৰ যদি সঁচাও হয় তথাপিও মোৰ বিশ্বাস নহয়,কিবা অভিনয় কৰি থকা যেন হে লাগে🤔
Moi o bisakh nokoru
Right moiu aibilak t trust nokoru but thothapiu sabo ahisu
Exectly bro
Jodi bhoot nai den bhogwan'u nai.. Jodi bhgwan ase den bhoot'u ase. Aru eta kotha eitu jar lgt hoi okol xi'e feel koribo paribo
Karon duniat positive negative duta energy'e ase.. Jitu kotha ami sobei janu.
ঘৰৰ মানুহ ২৪ ঘণটাৰ কাৰনে বেলেগ কাৰোবাৰ ঘহৰত থাকী ২৪ ঘনটাৰ লৈকে cc camera লগাই ঠক
Hebur bostu dekha napai
Thike koise
একমত
আচলতে ঘৰৰ মানুহে হব পাৰে
ঘৰৰ আৰ্থিক উন্নতি দেখি সহ্য কৰিব নোৱাৰা ব্যক্তিৰ কু কৰ্ম এইবোৰ
Mur kintu tenekuwa lage de ...
😮Adrisyo Sakti r proman saboloi, 😢Kono Mandir ba puja kora thait, gaa nudhuwa koi probehs kori saba, 😂 nohole silguti duli mari di saba, tar pasot Result o loi apeksa kariba.....
Manuhe ei kamtu korexe
Yes 🙄😥
@@joeljesiecreations9791hahaha xosa kimtu
Only for cctv 🙏🙏🙏
মানুহ গৰাকী আৰু লৰাটোক বেলেগৰ ঘৰত ৰাখক আৰু দেউতাক আৰু ছোৱালীজনীক আনৰ ঘৰত থাকিব দিয়ক
তাৰ পিছত ঘৰত কেমেৰা লগাই চাওক
Anr ghr aru belegr ghr ata e bujai baidew😂😂😂
Camera taru katibo vute😊
Camera logaiu lav nai 😊 birar matha bohut ase thik manuhot koi odhik 🙂
Thik koise
ভূতক faviqick কোনে বেচিছিল তাক ধৰ প্ৰথম কেলা 😞😞
Thats called invisible ghost 😂..manuh a kori ase jihetu berot fingerprint/berot thuu ase so sobut xihotei a (ghost)eri thoi gol etia time waste nkri direct forensic/crime branch r hlp lobo lge
😂😂
Hoi de😂😂
😅😅
😂😂😂
গৃহস্থৰ লগতে ৰাইজেও বহুত উপকৃত হ'ব । মানৱ জাতিৰ কল্যাণ এই কাৰ্যসূচীয়ে কৰিব। Thanks to N.B NEWS .
কোনোবাই আপোনালোকৰ ক্ষতি কৰিবৰ কাৰণে হয়তু কিবা অশৰীৰী শক্তি জাপি দিছে | মোৰ মাৰ ঘৰ ৰাঙলু সুতাৰ গাৱত | সৰুতে মোৰ বাইদেউ এগৰাকীৰ গাত ভূত জাপি দিছিল | ভূত আহি গাত লগাৰ আগতে আমাৰ টিংৰ বাৰান্দাত ঢামকৈ শব্দ হৈছিল ,ঠিক তাৰ পিছমূহূৰ্ততে বাইদেউ গৰাকীৰ গাত লাগি মাত দিছিল ,মোৰ দেউতাক কৈছিল ," বুঢ়া ! মই আহি গ'লো নহয় !" কথা -বতৰা বহুত ভালকৈ কৈছিল | আমাৰ লগতো ভালদৰে কথা-বতৰা পাতিছিল | আমি কেতিয়াবা সুধো ,কিয়নো আমাৰ ছোৱালীজনীৰ গাত লাগি থাকা ,বেলেগ ঠাইত থাকিব নোৱাৰা নে ? তেতিয়া তেওঁ কয় তোমালোকৰ ছোৱালীৰ গাত মোক জাপি দিছে | গতিকে আহিবলৈ মই বাধ্য় |মই ভাবো কোনো বেজৰ আশ্রয় ললে উপকৃত হব নিশ্চয় ! পিছলৈ দেউতা ঢুকুৱাৰ পাছত আমাৰ ঘৰৰ অৱস্থা বহুত বেয়া হৈছিল | ঘৰখন ভাগ ভাগ হৈছিল | শেষত বাইদেউ গৰাকীৰ মৃত্য়ু হ'ল |
Nb a bohu bhal krise ... kn2 olop holeu nije jane j iat teulukoru oxuah ase.... so nije buji lua Nb tv....
কি হৈছে নাজানো কিন্তু আপোনালোক থকা অৱস্থাত,যেতিয়া সকলো মানুহ ঘৰ খনৰ পৰা নোহোৱা হৈ গল,তেতিয়া সকলো বোৰ কেনেকৈ বন্ধ হৈ থাকিল??দিনত হে সকলো ঘটতা হোৱাটো ও এটা চিন্তনীয় বিষয়।কোনোবা মানসিক ৰোগীয়ে এইবোৰ কৰি থকা নাইটো?কিজানি তেওঁ নিজেও নাজানে যে তেওঁ মানসিক ৰোগী।কথা বোৰ কিন্তু সহজ নহয় যেন লাগিছে।।মানুহ ঘৰক ৰক্ষা কৰা প্ৰভু।এমাহ দিনে কেনেকৈ দিন কটাইছে চাগে🙏
Moiu bhabisu take
Exactly
ইয়াত পৰীয়ালৰ মানুহেই ওলাব ভাল ধৰণে অনুসন্ধান কৰক ।
multiple personality disorder
এওঁলোকৰ পৰিয়ালৰ যিকোনো মানুহ দুটা মানসিক ৰোগী হব পাৰে। ছোৱালী বা লৰা আৰু মাক। দেউতাক নহয় কাৰণ দেউতাক বাহিৰত থাকে। প্ৰথমতে মাকে দেখিছে, আৰু লৰাটোৱে fevikwik আনিব যোৱা বুলি দোকানী এজনে কৈছে
মই ভূত বিশ্বাস নকৰোঁ কিন্তু আজি লাগি আছে ভূত আছে 😢😢
Joi Krishnaguru provu aibilak nohuwa kori diya provu joi Krishnaguru 🙏🙏
Hanuman chalisa path korokm...bhut pichas... betal... polai potronk dibo... Jai shree Ram 🙏
বেজ বেজালি বোৰ মানুহে সময় অনুজাৰী বিশ্বাস নকৰোঁ বুলি কৈ আহে কিন্তু বাস্তৱ ক্ষেত্ৰত মানুহে সেইবোৰ বহু বিশ্বাস কৰে।কিন্তু ভূত প্ৰেত বিশ্বাস কৰিলে আজিৰ মানুহে ভাবে un educated বা গাঁৱলীয়া বুলি সেই বাবে এনেকৈ কয়।বহু ডাঙৰ ডাঙৰ মানুহৰ ডিঙিত তাবিজ দেখোঁ। আমাৰ চাৰি খন বেদ আছে সকলোৱে জানে।ইয়াৰে এখন তন্ত্ৰ মন্ত্ৰৰ বেদ।গতিকে এই পৃথিৱীত সকলো বস্তুৱে বাস কৰে। মইও বিশ্বাস কৰোঁ।যদি কোনোবাই কয় সেইবোৰ মিছা বুলি মোৰ ওচৰত আহিব পৰীক্ষা কৰি দেখাই দিম ।প্ৰমাণ পাই যাব কি কি আছে।
Hanuman calisa pohorele sob xomadhan Hobo . Jai sri Ram 🚩
Jai Shree Ram❤🙏🙇🙏🙇🙏🙇xustho kori diya mur Dada k😭
হনুমান চলিহাৰ নাম লৈ মাজতে ৰামৰ নামটো কিয় ল'লে 🤣🤣🤣
Jai shree ram 🙏
@@shyamalhazarika45704D bhi❤❤
Jai shree Ram
Har har mahadev🕉
Jai shree ram🚩💝
হাতৰ চাপসমুহ ওচৰৰ সকলো সন্দেহ জনক ব্যক্তিক ফৰেণচিক লেবটৰীলৈ পঠাব লাগে
O etu koribo lage
সচাকৈয়ে
Right
Hoi dada Finger print test kori sabo lage.....
DNA test kribo lage
Hanuman salisa পঢ়ক সদায়, যদি সঁচাকৈয়ে bhoot প্ৰেট আছে পলাই পত্ৰং দিব...
Apuni thik koise
Jai Hanuman🙏🙏🙏
ভাল থাকিলে বেয়া থাকিবই,, গতিকে negetive energy নাই বুলি নকওঁ ।
কিন্তু মোৰ মনত অহা প্ৰশ্ন টো হল যে হাতত পানী বা জুলীয়া ধৰনৰ বস্তু লাগিলে হে বেৰত চাপ বহে হাতৰ বা ধূলি হাতত লাগিলে চাপ বহে,, এতিয়া কথাটো হল হাতৰ চাপ কেইটা ইমান দেৰিলৈকে দেখা পোৱা হৈছে কেনেকৈ?
বেলেগ একো কৰিব নালাগে live cemera logawk , চাওঁক তাৰ পিছত কি হয়। Sob ঠিক হয় যাব নিশ্চয়
দৈনিক পুৱা গধূলি হনুমান চালিছা পঢ়িলে ভূত প্ৰেত আছে যদি নিশ্চয় এইবোৰৰ পৰা পৰিত্ৰাণ পাব।
Right100%
Jai bajarang Bali ki Jai shree Ram Jai bajarang Bali ki Jai 💝
Om namah shivay 🦂🕉️❤️💝🌅🦂
অদৃশ্য শক্তি নাই বুলি কোৱা টোক কৈছোঁ কেনেকৈ গম পালি sudurvai মই নিজে দেখিছোঁ ৰাতি প্ৰায় 12 বজাৰ পিছত সন্মুখত আহি নিজেই নাইকীয়া হৈ গৈছে মোৰ ভতিজা ছোৱালী জনি মৰাৰ পাছত তাইৰ আত্মাও দেখিছোঁ এবাৰ
তহঁতক kela কবৰস্থানত এৰি আহিব লাগে
😂 Koborsthan t voot nulai bro , Smokhan t dekha jai generally
😅😅😅feviquick diya tu manuh r kam 😂😂😂
@northeast9022 jetiya dekhibhi koboloi sage jinda e netgakibi heart attack direct
@@Frustratedmitu Aioo hoi niki Koborstan aru Smokhan eketai
Duitate manuhor horir rokha hoy 🤣
@northeast9022 তোমাৰ EX ৰ বাল কিদাল এনে কিমান মান দীঘল হব বাৰু 🤣🤣 বাল শব্দটো শুনিলে তলফালৰ কথা হে মনত পৰি যায় 😆
ফেবিকুইক ব্যবহাৰ কৰাটোয়ে নিশিত কৰে এইয়া কোনো অশৰিৰী আত্মাৰ কাম নহয়; খোব ষুস্খ পয়্যবেশন কৰিলেই পৰিস্কাৰ হ্ব ;পহৰা দি থকা মানুহ বোৰৰ fingerprints forensic লৈ পঠালেই ৰহস্য ফাদিল হ্ব
ঘৰত ঈশ্বৰ ভক্তি কৰা নহয় চাগে সেইকাৰণে ভূত প্ৰেতে বাহ লৈছে
ruclips.net/user/shortsoxiVFQeu7Ck?feature=share
Aitu asolote bira hoi nai ba bohute kon bhut buliu koi iyar agit jimanei bhogobanor nam loleu iyar aku nohoi just for example apuni jodi bhalke saise tente tekhetlukor switch board ot ganeshor photo lagi asile juntu moriyai bhagi dile so jetiya loike malike nibisare tetiya loike he norokhe amar ghorotu same enekuwa hoisile olop janu 🙂
😂😂😂😹😹😹
😅😅😂😂😂
😅😅😅😅😂😂😂😂
হনুমান বাবাৰ পঞ্চমুখি ফটো এখন রাখক, হনুমান চালিচা পাঠ কৰক, হনুমান পিতাই ৰক্ষা কৰিব।
Hoi apuni tehkey koise
Mahadev kot gol?
প্ৰথম কথা ঘৰ খনত ভগবানৰ ফটো এখন নাই ভূত নাথাকি কি থাকিব
আমি বাহিৰত আছোঁ যদিও ভগবানৰ ফটো খন আছে ❤
24:59 চোৱা আছে নে নাই
@@lakshyajyotidewri7888umm আছে বাৰু
Thanks দেখাই দিয়া বাবে
Toi video tu valkoi saiso ne nai valke sa vogobanor photo ase ne nai
@@user-he8ze9yl7d kun sudurvai o toi moi lakhyajyotik reply ki disu ebar sabi sun valkoi 😏
@@lachitsaikia5845Abey ghr usrore .nameghar asee usorte amar 😊
If the ghost left finger prints the check it with the help of forensic department might be person
Jay bholenath 🌍🙏🌺❤️
এই এটা বাতৰি নে সাধুকথা? ইয়াত অভিনয় কৰা সকল ভাল অভিনেতা। যদি সঁচা ঘটনা হয় তেন্তে ইয়াৰ গৃহস্থ আৰু ওচৰ চুবুৰীয়া সকলোৱে মুৰ্খ।
এইবিলাক মিচা নেকি?
Ki ktha koi h murkho ni?teu luk andho ni h mnuh nedakhibo kiba jdi kra...knky imn khini kribo 1 mah dhori mnuhai...
Ghoror bitorat aru bairor temparature ek no hobo..olop difference thakiboi
Electrican bhoot sake! Kiba electric kam korar homoi mori jua atma hobo paare!
😂😢😮😮😮
মোৰ ব্যক্তিগত অনুভৱ পৰা কৈছোঁ ,মই কেবাবাৰো তেনে হোৱা বহুত ঠাইত পাইছোঁ আৰু তেনে ভুক্তভোগীৰ লোকে বিশ্বাস নকৰাৰ থল নাথাকে যে এক অদিশ্য শক্তি নাই বুলি এই পৃথিৱীত।
আপোনালোকলৈ কাতৰ অনুৰোধ যে বিপদত পৰা পৰিয়াল টো উদ্ধাৰ কৰক
ইমান বেছি ডাঙৰ ঘটনা যদি কোনো ভয় নকৰাকৈ পৰিয়ালৰ লোক সকল ঘৰটোত কেনেকৈ আছে... 🤔 পৰিয়ালৰ ব্যক্তিৰ এই কাৰ্য যেন অনুভৱ
ভয়েই ভূত, ভয়েই নাই যেতিয়া ভূতও নাই.... 😶😶😶
Mor mosto voy😢
Nijor ghor khon kenakoi eribo
Tank you NB T.v.agaliu ghatanatur Antim khini dakhaba,lastat ki hal janibar man gaisa.
সৰু লৰা টো লৈ চোৱা চোন ।। বিন্দাছ আছে bahh sala
Putek tu e korise sage 🫢
ইমান দিনে কেনেকৈ আছে হে এওঁলোকে।।।🤔🤔
শেষ সমাধান কি হব বাত চাই থাকিলো ।
Jai shree Krishna om namah shivay Jai shree Ram
এই ঘটনা টো কি হ'ল গে
C C TV logai diok
Hai tu oh wire to kati dibo
কামটো মানুহে কৰিছে ।ঘৰত cc কেমেৰা লগালে ধৰা পৰিব ।
klhhh emn super man nk he klaa crnt kati pani sotiyai douri jbo pribo
একৰণ নাম ধৰ্মৰ জৰি়য়তে ৰাতিপুৱা আৰু গধূলি ভাগৱত আৰু কৃন্ত্তন অনুষ্ঠান আৰম্ভ কৰক ঘৰৰ মূৰব্বী জনে এদিনতে ঠিক হৈ যাব অন্তৰৰ পৰা কৰক,,,,,,, 100%
দাদা আপোনাৰ কথা শুনি মোৰ অলপ বিশ্বাস হৈছেও আৰু অলপ হোৱা নাই কাৰণ যদি ভূত আছে তেতিয়াহ'লে ভগৱান ও আছে । সিহঁতৰ ঘৰত চাগে মানুহে কৰিছে মোৰ মতে । কাৰণ যদি ভূত আছে তেতিয়াহ'লে আপোনালোকে দেখিলে হয়।আৰু এটা ভিডিঅ বনাই দিব sir😊
Manuhe kori ase.
Why no media channel is taking about cctv , why they are not installing cctv camera,
Kunubai bisshakh nkrib pare kin2 aibor khoxao hoi
After wearing invisible clothes......
A human only can do it.. 🙌
Maybe
Vogoban axe jodi vutu axe
Feviquick কোনে কোন কিনিছিল সেই area টোৰ দোকানীবোৰক সোধক ৷
Um thik kotha koisee ❤
Bro😂 bhootor nm Kobo🤣
বিজ্ঞানে ঈশ্বৰক বিচাৰে ঈশ্বৰে নহয়...
Jai shree Ram 🚩
পহা গুনা কৰা ভুত ( কাৰেণটৰ কাম জানে ) ।
Invisible hoi kri ase sooo manuh ghore forensic/crime branch r help lobo lge mur mote time waste nokori
বাতৰি ৰ অৰ্থ হৈছে সমাজৰ মাজত জ্ঞানৰ পোহৰ প্ৰতিষ্ঠা কৰা।। অন্ধকাৰ পিনে নিয়া নহয়।।
Jetia apunar ghorot bhoot humabo tetia hei gom pabo lukor dukh kenekai bhugisai
Tomr lgt howa ni krne biswas nkriba ..jetia ghatib muti dauriba hoi2 behus hoi jaba jno bhanti
কি এইটো এটা জ্ঞান নহয় নেকি।
Tumi vuut dekhile muti diba😮
Baidew moi o science Val pau bisshakh kro kintu baidew kisuman bastu bightanor urdhat baidew apunar logot holehe gom pbo
মই এটা কথা বুজি পোৱা নাই ঘৰৰ মানুহ খিনিয়ে কি সাহসত ৰাতি শুৱে ৷যি খিনি মানুহে বিশ্বাস নকৰে সেইসকলে ৰাতি থাকক বা ৰাতি শুৱক থাকক vedio কৰি দেখুৱাক l
Rati xuatu badei...manuh khini jnke bohi ase live t.. moi tu bohi thakibou nuaru😢
N.B. news oloi bahut bahut dhanyawad aru xuvokamona🙏
ভুতে ফেবিকুইক আঠা ক'ত পাব হে?মানুহৰে কৰ্ম।
ৰহস্য উদ্ঘাটন ক'ত হ'ল????
Bira hoi aitu
পৰিয়ালৰ কোনো সদস্য জড়িত আছে । ভালকৈ অনুসন্ধান কৰিলেই ওলাই পৰিব ।
ভগৱানক যদি আমি বিশ্বাস কৰো। কিন্তু আমি ভগবানক দেখা নাই । তেনেহলে অমি ভূত কিয় বিশ্বাস নকৰোঁ আমিটো ভূতটো দেখা নাই । গতিকে negetive positive দুটা থাকিব পাৰে।
Right 👍
ভুক্ত ভোগীৰে বুজী পাই আনে কথাবোৰ কোৱাৰটো সহজ ।
একদম right ৰ ওপৰত কৈছা কিছুমান মানুহ আছে এনে চেল বেলাই আছে সিহঁতৰ ঘৰত হোৱা হলে চাগে লেপৰ তলতে বুটলত মুটিব লগা হল হেন চাগে।
Thikei koise.. Jar hoi he buji pai.. Loratu hua hole emn current or lgt lagi nathake.. He2 maak deutakor lgte ase buli koise..
Right
যদি ভগবান আছে ভুত থাকিবই
আৰু কিছুমান ওজা আছে জাপি দিয়ে ।
ভূততকে মানূহলৈ মোৰ বেছি ভয় লাগে
ruclips.net/user/shortsoxiVFQeu7Ck?feature=share
এয়া কোনো ভুত নহয় CC কেমেৰা লগালে ওলাই পৰিব ! (লৰাটোৱেই সম্ভব )
He bahut dinor pora bike bisari ase
Bira ari dise kunobai.. Amr osrt mnuh aghorr o anekua hoisile 7 bsr man agote
Lora tuye mur moteo
Mur jen lagi ase lora jon gate ase
Nice background music
As a 10th students this is very interesting for me. And I felt very impressed that you guys work very hard.
Good job sir☄️
10 th student koi pina ki logic ase
Moi 11 pcmb student by the way
0ôy6
@@a2q875 AA In
,,
. Ki ni
Oh o😊
Ki murtu koiso i don't i do. Gadho
Bruh.. They are trying to spread wrong thing. 😂and our generation will totally destroy if this happens.
It's not hardworking. It's call nonsense😅
Background music tu huni bhut ulabo nsina lage goise😂😂😂
হনুমান চালিশা পঢ়িব লাগিব🙏
ruclips.net/user/shortsoxiVFQeu7Ck?feature=share
ইলেকট্ৰনিক বা ইলেকট্ৰিকেল কাম কৰাই ইলেকট্ৰিচিয়ানক বা ইলেকট্ৰনিকৰ কাম কৰা লোকক টকা নিদিয়াকৈ আছে নেকি বাৰু ?
😂😂
কোনোবা মানুহে কৰি আছে কাম টো
এটা গ্ৰুপ জৰিত হৈ আছে এই বদমাছিটোত ।
Toi kene ke gom pali 🙂😂
Muru tene lagise
@@bazzigaargaming3127 100% মানুহৰ বদমাছি ।
kintu dinot manuh thakuteu keneke manuh xumai
Aibilak ako bhoot shoot nohoi kunubai jani buji kori ase aitu😂
গোটেই ঘটনাটো গম পাও।। মানুহ ঘৰৰ মানুহ জন চাকৰি সূত্রে কোনো এ জাগালৈ transfer হোৱাৰ কাৰণে transfer ৰখা বলৈ এই কামটো কৰি আছে
ঘৰৰ মানুহেই। হাতৰ চাপ টো লৰাটো ৱে দিয়ে।। এইবোৰ সকলো মিছা।।
Energy neither be creat nor be destroyed.jodi positive energy ase than negative energy u thakib but e kunu *ভূত* hob nuare..
Vagaban ase jdi vut o ase👍
সবকে বান্দৰ বনাই আছে, এনেকৈ সময় নস্ট কৰাতকৈ এখন ভুতৰ চিনেমা বনাওঁক ।
অদৃশ্য শক্তিয়ে ওৱাৰ কাটাটো আচৰিত। কোনোবা মানুহৰে বেয়া কাম হ'ব।সকলো ভালৰ বাবেই গৈছে কিন্তু কিয় একো ধৰা পৰা নাই?হয়তু মানুহৰে কাম হ'ব।
Hoi.vevi quick keneke logabo
মই ভাবো কেমেৰাৰ আগত একো দেকি পোৱা নই যেতিয়া ভুত নহয় ৷এইটো নুম নতকা ভুট হয় ৷
ভগৱানৰ নাম লওঁক সকলো ঠিক হৈ যাব।
Bhogoban e kripa korok
Hare Krishna...... Bhogowan Sri Krishna 2mi rokkha koro sob bipod theke ai poriyal taake please please.......Radhe Radhe.......