Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
আহোমসকলে তেওঁলোকৰ নিজৰ ধৰ্মীয় প্ৰাথনা ঘৰ ত শুনিবলৈ আভাস কৰিব বুলি সকলোলৈকে অনুৰোধ জনালোঁ।
Moi hodai hunu ratipuwa,godhuli anytime 💞❤️
Dhonyobad
Chao nuru Chao Kao oi hobdo tu huddho hoa nai neki ,chab kab he hoise
খুপ্তং,সকলোৱে মিলি আমাৰ টাই আহোমৰ ৰীতি নীতি, পৰম্পৰা আৰু ধৰ্ম বিশ্বাস ঘূৰাই আনিব পাৰো যাতে তাৰ বাবে সকলোৱে সহায় সহযোগিতা কৰিব। ৰঙ বয় বয়
খুপ্তং ,নিচ্ছয়কৈ সকলোখিনি শিকিবলৈ চেষ্টা কৰি আছো চুম য়াও
সকলোৱে চেষ্টা কৰিলেহে আমাৰ আহোম জাতিটো পুনৰ মূৰ দাঙি উঠিব ৰং বয় বয় ।
চৰ্চাৰ লগতে গৱেষণাৰ আৰু গভীৰতাৰ প্ৰয়োজন আছে ।
Khruptang Pi-Nong 🙏🏻💕
মই তাই ভাষা শিকিছিলো ডিফুত থাকোত কিন্তু সম্পুৰ্ন সুৰটো এতিয়াহে গম পাইছো ।
তাই ভাষা টো আকৌ শিকিব নিবিচাৰে নে ?
কথাষাৰ শুনি ভাল লাগিল; ডিফু, শোণিতপুৰ, মঙলদৈ আদি ঠাইত আহোম সকলে চকলং প্ৰথাৰ নিয়ম শিকিবলৈ আৰম্ভ কৰিলে সেই ঠাইত বাস কৰা আহোম মানুহৰ সুবিধা, অনেক সুবিধা হব- মলুং সকলক( যি সকল টাই পুৰোহিত শ্ৰেণীৰ লোকে এই কাৰ্য্য সম্পন্ন কৰাবলৈ আহে) তাত বিচাৰি নোপোৱাৰ বাবে চকলং প্ৰথাৰে বিবাহ সম্পন্ন কৰিবলৈ পিতৃ মাতৃ আৰু পৰিয়ালৰ মানুহ অসুবিধাৰ সন্মুখীন হয়।এই অসুবিধা আঁতৰ কৰিবলৈ যত্ন কৰিব লাগে, তাৰ আহোম মানুহে চকলং প্ৰথাৰ নিয়ম শিকিবলৈ আৰম্ভ কৰিলে ভাল হ'ব।
Appreciate this step. We are eagerly waiting to see and listen more about Tai Ahom language. 🙏
𑜄𑜩 𑜒𑜑𑜪𑜨 𑜆𑜦𑜧 𑜒𑜦𑜡𑜂𑜫 𑜎𑜦𑜧
আই কেন খেন অ আই কেন খেন অ হয় আই কেন খেনি নহয় ।সুৰটো খুব সুন্দৰ হৈছে ।
খ্ৰুপটাং🙏
খ্ৰুপটাং
খ্ৰূপটাং মানে অসমীয়াত কি কৈ দিব নেকি
@@niturajgogoi8131 Nomoskaar 🙏🏻
Thank you sir for your video moi apunr student hoi
চাই থাকিবা
Umm
Khruptang🙏🙏
চিৰঞ্জন নাম টো কোনোবাই টাই ভাষাত লিখিব পাৰিলে লিখি দিব দেই
Nice
🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿
খ্ৰপটাং
🙏🙏🙏
আই কে খেন হয় ওপৰত আই কেন হৈছিল
Kot aase ai sengrentu khruptang
Lipi tu bisarise ni
বয়কম
বয়কম
বয়কম মানে অসমীয়াত কি কৈ দিব নেকি যদি বেয়া নাপায়
TAI AHOM ভাষা ত নমস্কাৰ বুজাই ।
@@chengaxom9722 umm ThankyouAponi ahom bhakha jane neki
হয় । ম ই TAI AHOM ভাষা ৰ শিক্ষক হয় ।
Boi kom pi chai moi ahom bhaxa hikibo khuju hikabo ni
nissai . muk fb t mgs kora . video bilakor description t link ase
@@chengaxom9722 rong boi boi pi chai
@@chengaxom9722 can i get your number....cause i don't have FB
Apuni Borgohain hoi nohh☺️😊
@@raktimaborgohain5569 hoi
ৌ
আহোমসকলে তেওঁলোকৰ নিজৰ ধৰ্মীয় প্ৰাথনা ঘৰ ত শুনিবলৈ আভাস কৰিব বুলি সকলোলৈকে অনুৰোধ জনালোঁ।
Moi hodai hunu ratipuwa,godhuli anytime 💞❤️
Dhonyobad
Chao nuru Chao Kao oi hobdo tu huddho hoa nai neki ,chab kab he hoise
খুপ্তং,
সকলোৱে মিলি আমাৰ টাই আহোমৰ ৰীতি নীতি, পৰম্পৰা আৰু ধৰ্ম বিশ্বাস ঘূৰাই আনিব পাৰো যাতে তাৰ বাবে সকলোৱে সহায় সহযোগিতা কৰিব।
ৰঙ বয় বয়
খুপ্তং ,নিচ্ছয়কৈ সকলোখিনি শিকিবলৈ চেষ্টা কৰি আছো
চুম য়াও
সকলোৱে চেষ্টা কৰিলেহে আমাৰ আহোম জাতিটো পুনৰ মূৰ দাঙি উঠিব
ৰং বয় বয় ।
চৰ্চাৰ লগতে গৱেষণাৰ আৰু গভীৰতাৰ প্ৰয়োজন আছে ।
Khruptang Pi-Nong 🙏🏻💕
মই তাই ভাষা শিকিছিলো ডিফুত থাকোত কিন্তু সম্পুৰ্ন সুৰটো এতিয়াহে গম পাইছো ।
তাই ভাষা টো আকৌ শিকিব নিবিচাৰে নে ?
কথাষাৰ শুনি ভাল লাগিল; ডিফু, শোণিতপুৰ, মঙলদৈ আদি ঠাইত আহোম সকলে চকলং প্ৰথাৰ নিয়ম শিকিবলৈ আৰম্ভ কৰিলে সেই ঠাইত বাস কৰা আহোম মানুহৰ সুবিধা, অনেক সুবিধা হব- মলুং সকলক( যি সকল টাই পুৰোহিত শ্ৰেণীৰ লোকে এই কাৰ্য্য সম্পন্ন কৰাবলৈ আহে) তাত বিচাৰি নোপোৱাৰ বাবে চকলং প্ৰথাৰে বিবাহ সম্পন্ন কৰিবলৈ পিতৃ মাতৃ আৰু পৰিয়ালৰ মানুহ অসুবিধাৰ সন্মুখীন হয়।
এই অসুবিধা আঁতৰ কৰিবলৈ যত্ন কৰিব লাগে, তাৰ আহোম মানুহে চকলং প্ৰথাৰ নিয়ম শিকিবলৈ আৰম্ভ কৰিলে ভাল হ'ব।
Appreciate this step. We are eagerly waiting to see and listen more about Tai Ahom language. 🙏
𑜄𑜩 𑜒𑜑𑜪𑜨 𑜆𑜦𑜧 𑜒𑜦𑜡𑜂𑜫 𑜎𑜦𑜧
আই কেন খেন অ
আই কেন খেন অ হয়
আই কেন খেনি নহয় ।সুৰটো খুব সুন্দৰ হৈছে ।
খ্ৰুপটাং🙏
খ্ৰুপটাং
খ্ৰূপটাং মানে অসমীয়াত কি কৈ দিব নেকি
@@niturajgogoi8131 Nomoskaar 🙏🏻
Thank you sir for your video moi apunr student hoi
চাই থাকিবা
Umm
Khruptang🙏🙏
চিৰঞ্জন নাম টো কোনোবাই টাই ভাষাত লিখিব পাৰিলে লিখি দিব দেই
Nice
🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿
খ্ৰপটাং
🙏🙏🙏
আই কে খেন হয় ওপৰত আই কেন হৈছিল
Kot aase ai sengrentu khruptang
Lipi tu bisarise ni
বয়কম
বয়কম
বয়কম মানে অসমীয়াত কি কৈ দিব নেকি যদি বেয়া নাপায়
TAI AHOM ভাষা ত নমস্কাৰ বুজাই ।
@@chengaxom9722 umm
Thankyou
Aponi ahom bhakha jane neki