TAI AHOM DARMA // আহোম ধৰ্ম কি ? ।। কোন ঠাইত মহিলাই সেন্দুৰ নলয় ? Dang deng deodhai bongkhawali

Поделиться
HTML-код
  • Опубликовано: 2 фев 2025

Комментарии • 215

  • @ArnibanHandique
    @ArnibanHandique Месяц назад +2

    Good job sir

  • @moviemania8373
    @moviemania8373 Год назад +3

    টাই আহোম পে অং লে✊

  • @DihingiaBitupon-on5bp
    @DihingiaBitupon-on5bp Год назад +14

    আহোম জাতি এক গোট হব লাগে।সিংহা কৰিব নালাগে আহোম জাতি নিজৰ মাজত।

  • @hrittikrajpnkonwar6705
    @hrittikrajpnkonwar6705 Год назад +12

    Informative video. Kintu sarbajanik AXOM r mohila e mekhela sador pindhe buli e janu. Moi u ahom. Mur aju aita bohut bosor jiyai asil. Aita ku dekhilu. Soboke mekhela sador pindhi e mrityu grohon kora dekhilu. Sanskriti rokhya korok, kintu monot rakhibo. Ahom e AXOM khon ek gut koriboloi nijor jati dhormo hokolu baad di axomor sanskriti r logot mili goisil. History napahoribo. Etia jodi ami e enekua koru. Tente AXOM khon dhonkho huat besi homoi nai. Kotha tu bhabi sabo. Kunu jatik ullekh kori kua nai. Joy Ai AXOM.

  • @bipulgogoibipulgogoi3701
    @bipulgogoibipulgogoi3701 11 месяцев назад +11

    save tai ahom language

    • @carnel3550
      @carnel3550 12 дней назад

      Ko sn olp xunu , and bol goru khua start koribo lge

  • @AG-td2ip
    @AG-td2ip 17 часов назад

    Amr kristi hongskriti punorudhhar hbo lage..✊✊

  • @mrinmoynath2028
    @mrinmoynath2028 Месяц назад

    Very informative speech ❤❤

  • @gogoiqu5sy
    @gogoiqu5sy Год назад +9

    Jago Ahom Jago 🙏

  • @slaymmer6664
    @slaymmer6664 8 месяцев назад +9

    We all Tai Ahoms must boycott Hinduism!

  • @RajibRajkhowa-p9f
    @RajibRajkhowa-p9f 2 месяца назад +7

    এইজনা কথা মানি লব নোৱাৰি।আহোমৰ নিজা ধৰ্ম সংস্কতি আছে।

    • @chengaxom9722
      @chengaxom9722  2 месяца назад +1

      ধৰ্ম আৰু সংস্কৃতি পৃথক ধাৰণা হয়

  • @ChaoMoSengphukinmung871
    @ChaoMoSengphukinmung871 2 года назад +12

    নিজৰ পৰম্পৰা ৰক্ষা কৰিব লাগে। নহলে নিজৰ বুলিবলৈ একোৱেই নেথাকিব

  • @HuntuRk-q2x
    @HuntuRk-q2x 7 дней назад

    ❤❤❤❤❤❤❤

  • @bhobenjyotiphukan91
    @bhobenjyotiphukan91 2 года назад +8

    হ‌য় । তাতৰ শাল , ঢেকীৰ শালক শাৰ পোৱাই ৰাখিলে আমাৰ থলুৱা সংস্কৃতি ও শাৰ পাই থাকিব । যিবোৰে আমাৰ জাতীয় জীৱনক প্ৰতিনিধিত্ব কৰি আহিছে ।

  • @jayantachetia4488
    @jayantachetia4488 4 месяца назад +5

    সেন্দুৰ লোৱা টো এটা বিবাহিতা মহিলাৰ সৃংস্কৃতি কৃষ্ণ জগতক ঈশ্বৰ সৃষ্টিকর্তা তেখেতক সন্মান" কৰিব টাই আহোম সকলেও ঐশ্বৰি ক শক্তিক বিশ্বাস কৰিছিল সেন্দুৰ কথা টো অলপ জতিল বিশ্লেষণৰ প্রয়োজন

  • @JOHN_T123
    @JOHN_T123 Месяц назад +1

    Good speech I like your culture

  • @dineshachandrarabha7158
    @dineshachandrarabha7158 2 месяца назад +2

    নিজস্ব ধৰ্ম পৰম্পৰা সকলোৰে থাকে।

  • @manikkonwar2939
    @manikkonwar2939 8 месяцев назад +5

    Tai Ahom language must be compulsory to all primary and secondary school.

  • @lakhigohain9889
    @lakhigohain9889 2 года назад +5

    Hundar val lagil Phukan Sir.

  • @anjonbora2633
    @anjonbora2633 26 дней назад +1

    ভাঙিবলৈ ভাল , পাতিবলৈহে টান। আপোনালোকে সেন্দুৰ নলয় নেলাগে কিন্তু সেন্দুৰকলৈ তুচ্চ তাচিল্ল নকৰিৱ ।

  • @gkglink3182
    @gkglink3182 2 года назад +38

    টাই-আহোমৰ পৰম্পৰা, মে-ডাম-মে-ফিৰ জৰিয়তে পূৰ্ব পূৰুষক শ্ৰদ্ধা কৰা এই কৰ্মবোৰকে ধৰ্ম বুলিব পাৰি। যি সকলে টাই-আহোমৰ নিদিষ্ট ধৰ্ম নাই বুলি কৈ টাই-আহোম জাতিটোক ধৰ্মহীনি কৰি আন ধৰ্মক স্থান দিছে বা সহায় কৰিছে। প্ৰকৃততে টাই-আহোমৰ নিদিষ্ট ধৰ্ম আছে, নিদিষ্ট ভাষা নিদিষ্ট পিতৃ-মাতৃ নিদিষ্ট, পূৰ্ব-পূৰুষ আছে। জহৰা নহয়। টাই-আহোমৰ নিদিষ্ট ধৰ্ম নাই বুলি কোৱা সকলে নিশ্চয় বৌদ্ধ, হিন্দু আদি ধৰ্মক সহায় কৰিছেহে । শংকৰী বামুনীয়া বৌদ্ধিচ খৃষ্টান মুছলিম একো নহয়, আহোম টাই-আহোম হব- স্বধৰ্ম হে শ্ৰষ্ঠ । বাকী পৰধৰ্মৰ প্ৰমানপত্ৰত একো নাপায়। NRC ত নামো জাতিৰ নামত হে আছে- গতিকে জাতিৰ ধৰ্ম হে থাকিব- পৰধৰ্ম হল পতান উৰি যাব।

    • @munuborgohain8150
      @munuborgohain8150 2 года назад +3

      তাও ধৰ্ম

    • @bhobenjyotiphukan91
      @bhobenjyotiphukan91 2 года назад +1

      সচাকৈ ।

    • @chengaxom9722
      @chengaxom9722  2 года назад +1

      প্ৰকৃতিবাদ ধৰ্মৰো উদ্ধত

    • @horenphukon5013
      @horenphukon5013 Год назад

      ধর্ম নহয় প্ৰকৃতি পিতৃ মাতৃক আৰু উপৰিপুৰুষৰ উপাসক ।

    • @AXOMO1
      @AXOMO1 Год назад +1

      Prakiti k poja kore Tai community

  • @bikiphukon8493
    @bikiphukon8493 15 дней назад

    Ahom aru axomiya majot bhut difference aseee

  • @Nishi.KantaKhatriya
    @Nishi.KantaKhatriya Месяц назад +1

    We have learnt that at the time of Rudra Singha, Ahoms took to use practice of hindu religion and they used to take vermilion , gold Bengals, kharus etc.But it is their wills now,that they want to be.

  • @dilipgoswami7547
    @dilipgoswami7547 Месяц назад +3

    বৰ অসমৰ ভেটি গড়ি এক কৰি স্থাপন কৰা আহোম স্বৰ্গদেউসকলৰ ইতিহাস জানো এওঁৰ ভাষণত পৰা আতৰাই পেলোৱা যেন পাইছোঁ।

    • @RamenHazarika-b1g
      @RamenHazarika-b1g Месяц назад

      হিন্দুৰ বিৰোধিতা কৰি হিন্দু ধৰ্মত দীক্ষা লোৱা আহোম স্বৰ্গদেউ সকলক অপমান কৰা নাইনে !!

    • @rajkonwar8784
      @rajkonwar8784 8 дней назад

      ​@@RamenHazarika-b1gAmi hindu nhoi

    • @Shorts-n-b2w
      @Shorts-n-b2w 4 дня назад

      ​@@RamenHazarika-b1g বালৰ হিন্দু😂😂

  • @bhupendas3078
    @bhupendas3078 Год назад +2

    Very nice reporting thanks

  • @medinitalukdar4873
    @medinitalukdar4873 Год назад +5

    ধুনিয়া সুন্দৰ কথা

  • @bhupenkumar8191
    @bhupenkumar8191 2 месяца назад +4

    No more need of Hinduism for our Ahom community . Let's go our community to our origin .

  • @ajoymili940
    @ajoymili940 2 года назад +3

    I learned many important fact from this video, thnq💯

  • @MGofficial495
    @MGofficial495 Год назад +7

    সুন্দৰ ভাষণ শুনি আপ্লুত হলো।ভাল লাগিল।

  • @dkdk5486
    @dkdk5486 2 месяца назад +3

    Religion is of course man made
    Nature and Humanity is supreme 🙌🙌🙌
    U r important
    In Assam every kind of people has their own language and culture but similar to each other but Assamese this word and culture unites everyone .....sindoor is symbol and a promise of marriage....not a concept which should b called dangerous......its a good thing to have the sindoor
    this guy is a seperatist
    Assamese is a bundle of sticks where each stick represents the different assamese people

  • @dhrubalahan6928
    @dhrubalahan6928 2 года назад +2

    baki hokolor bhakhon khiniu dibo lagisil.. bhal lagil bahut

    • @chengaxom9722
      @chengaxom9722  2 года назад

      Khub kom dinor vitorte dim. channel tu subscribe koti bel icon tu tipi tipi thobo .

  • @HemeswarBas
    @HemeswarBas 2 месяца назад +2

    Very nice speech for tai ahom cast.

  • @moniassam
    @moniassam 2 года назад +12

    শংকৰদেৱে প্ৰচাৰ কৰা 'এক শৰণ নাম ধৰ্ম'!আজি ৫০০/৬০০বছৰ আগতেই প্ৰচাৰ কৰি "ত্তাঈ ধৰ্মৰ" আহোম সকলক প্ৰাণী হিংসা অৰ্থাৎ বলি বিধান বিৰোধিতা কৰি বৈষ্ণৱ ধৰ্মত দিক্ষিত কৰালে।ঈশ্বৰ বা ভগৱান আগতেই নিজৰ জন্ম দাতা পিতৃ-মাতৃয়েই প্ৰধান।গতিকে নিজৰ পিতৃ-মাতৃয়ে যি ধৰ্ম পালন কৰিছিলে,সেই ধৰ্মক নসাৎ কৰি আহোম হলেও মদৰ সকাম বা হাহ,কুকুৰা আগবঢ়াব নোৱাৰো।আহোম আহোমেই হৈ থাকিম,কিন্তুু ধৰ্ম সলনি কৰাৰ সম্ভৱ নহব।যিমানেই বুজালেও অথবা যুক্টি দৰ্শালেও পিতৃ-মাতৃৰ ধৰ্মক ত্যাগ কৰিব নোৱাৰিম মহাশয়।এতিয়া এইবোৰ ভাষণৰ কোনো অৰ্থ নাই।খ্ৰুপতাং🙏🙏🙏

    • @horenphukon5013
      @horenphukon5013 Год назад +7

      যদি নিয়ম নীতি পৰম্পৰা কৰিব নোৱাৰা তেন্তে নিজকে কিয় আহোম বুলি কৈছা , লাজ লাগিব লাগিছিল হে তোমাৰ আহোম বুলি কবলৈ , হিন্দু বা বৈষ্ণৱ বুলি কোৱা তেতিয়া মানি লম , ৰজা জয়ধ্বজ সিংহই নিজে হিন্দু ধৰ্ম কৰা দিনৰে পৰা আন আন হিন্দু ধৰ্ম গ্ৰহণ নকৰা আহোম সকলৰ ওপৰত বহুত শাৰীৰিক নিৰ্যাতন মানসিক অত্যাচাৰ চলালে সেই সময়ত আহোমৰ ১২ ফৈদৰ ভিতৰত ৯ ফৈদে হিন্দু ধৰ্ম গ্ৰহণ কৰিলে বাকী থাকিল মহুঙ, চঙবোন , মপলং , অৰ্থাৎ ( মহন , দেউধাই , বাইলুং ) এই তিনি ফৈদে হিন্দু ধৰ্ম গ্ৰহণ নকৰিলে , এই তিনি ফৈদৰ ওপৰত যে কিমান অত্যাচাৰ হ'ল তাৰ কোনো ভাষা নাই কবলৈ , বহু ঘাট প্ৰতিঘাটৰ মাজতো কিন্তু আজি তাৰিখৰলৈকে ভাষা সংস্কৃতি পৰম্পৰা ধৰি ৰাখিলে এইবোৰ মই কোৱা কথা নহয় বুৰঞ্জীয়ে কয় । তোমাৰ পূৰ্ব পুৰুষে সেই সময়ত কিছুমান কৰি থকা ৰীতি নীতি নতুন সমাজ এখনত খাপ খাব লগীয়া হোৱাৰ বাবে হয়তো আগৰ ৰীতি নীতি পৰম্পৰা এৰাই চলিব লগীয়া হৈছিল চাগে , যদি তোমাৰ দদৌ আইতা যদি জীয়াই আছে সুধিবা আহোমৰ ৰীতি নীতি পৰম্পৰাৰ বিষয়ে তোমাৰ দদৌ দিনত বা দদৌ দেউতাকৰ দিনত মানুহ মৰিলে খৰি দিছিল নে মৈডাম দিছিল যদি মৈডাম দিছিল জানিবা তুমি সঁচাই আহোম পূৰ্বপুৰুষৰ ৰীতি নীতি কি আছিল আৰু বৰ্তমান তুমি কি কৰি আছা , যদি পূৰ্বপুৰুষত যদি মানুহ মৰিলে জুই দিছিল বুলি কয় জানিবা তোমালোক হিন্দু আহোম আছিলা , টাই নিজস্ব ভাষা আছে , সাজপাৰ আছে , সংস্কৃতি আছে , খাদ্য আছে , পৰম্পৰা আছে এইবিলাক আন জাতিতকৈ সম্পূৰ্ণ পৃথক 🙏

    • @TimePass-qo7ch
      @TimePass-qo7ch Год назад +1

      Hei karone moi Ahom hoi u ai Faltu lecture bur huni vaal puwa ni

    • @TimePass-qo7ch
      @TimePass-qo7ch Год назад

      You are right

    • @PunyabratGogoi-rn4vh
      @PunyabratGogoi-rn4vh Год назад +1

      ​@@TimePass-qo7chgorur agot tukari bojai lav nai buli axomiyat kotha akhar ase😂

    • @rajkonwar8784
      @rajkonwar8784 2 месяца назад

      Laura hindu

  • @bigantaborghain7941
    @bigantaborghain7941 2 года назад +4

    Please revive our culture of ahom.......

  • @AjjuXalbert-ou2pl
    @AjjuXalbert-ou2pl 2 месяца назад +2

    We have our ahom culture we don't have religion.

  • @nirumoniyt1722
    @nirumoniyt1722 2 года назад +2

    Hundor Val lagil huni

  • @PankajKonwar-w4h
    @PankajKonwar-w4h Год назад +5

    ঠিক সচায় ভাল লাগিছে আপোনাৰ কথা বোৰ ১০০%

  • @eagle1164
    @eagle1164 2 года назад +3

    We need unity of ahom

  • @satyajitkumargogoi358
    @satyajitkumargogoi358 20 дней назад

    আহোম সকলে ৩১ জানোৱাৰী দিনা পিতৃ-পুৰুষৰ বাবে মে-ডাম-মে-ফি পাতে ,অসমীয়া হিন্দু বোৰে কতো মন্তব্য কৰে "কয় ৰামো নাই অযোদ্ধাও নাই" এই মন্তব্য বোৰ কৰি থাকিলে আহোম সকলে হৰ্য নকৰিম।

  • @puspadhardowarah1932
    @puspadhardowarah1932 2 месяца назад +4

    আহোমৰ ধৰ্ম"নাই বুলি কোৱাটো অমূলক। চাও নগেন হাজৰিকা দেবৰ বিভিন্ন ধৰ্মৰ বুৰঞ্জী নামৰ সৰু গ্ৰন্থখন পঢ়ি চাওক।মই যিঠাইত আছো সেই ঠাইত কোনেও আহোম"ধৰ্মৰ"প্ৰতি ধ্যান"ধাৰণা নাই বাবে মোৰ সংগ নাই কিয়া হৈছে বাবে ৰৈ আছো।সংগ পালে আহোম ধৰ্মত দীক্ষিত হম।

  • @vikramborgohain1910
    @vikramborgohain1910 4 месяца назад

    ৰাপ হৌম চৌম তান খাই টাই আহোম 🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

  • @sweetygogoi1328
    @sweetygogoi1328 Год назад +1

    Kormoi dhormo buli koy ahomur ki kormo nai tumi ki pagol neky.😂😂😂😂😂😂.
    4:32

  • @Northerncircle-u7g
    @Northerncircle-u7g Месяц назад

    GOGOI Upadhi bilak
    Ki manuh hoi

  • @shyammahanta7317
    @shyammahanta7317 2 дня назад

    আহোম সকলে ছশ বছৰ ৰাজত্ত্ব কৰিছিল ।গতিকে যিসকল ৰজা অৰ্থাত স্বৰ্গদেও সকলৰহে হয় ধৰ্ম নাই। বাকী সাধাৰণ প্ৰজা যি জাতিয়েই নহওক কিয় ধৰ্ম থাকিবই লাগিব! নিজচ্ছ পৰম্পৰা জীয়াই ৰাখিবলৈ অনুপ্ৰেৰনা দিয়াটো ভাল কথা । কিন্তুু সেন্দুৰৰ কথাটো বাৰু বাদেই দিলো !ভগৱান কৃষ্ণৰ নামটোও আপোনাৰ মূখত উচ্চাৰণ কৰিবলৈ টান পায় বুলি কোৱা কথাষাৰ হে ভাল নালাগিল। স্বৰ্গদেও চুকাফাই সকলোকে একগোট কৰি বৰ অসম গঢ়াৰ চেষ্টা কৰিছিল।মহাপুৰুষ শংকৰ দেৱেও সকলোকে এক কৰি এটা শক্তিশালী অসমীয়া জাতী গঠন কৰাৰ চেষ্টা কৰিছিল। অসমীয়া জাতীটো কিন্তু দিনক দিনে নিশকটিয়া হৈ গৈ আছে!কথাবোৰ ভাৱিবৰ হ'ল!!!

  • @bikramjitsinghdas2311
    @bikramjitsinghdas2311 2 месяца назад +1

    উত্তৰ পূব ভাৰতৰ জনগোষ্ঠীৰ লোক সকল সচাকৈ হিন্দুধৰ্ম নহয়। বামুণ বাদী সকলোৰেই কৈশলেৰেই হিন্দুধৰ্ম প্ৰচাৰ চলাই কিন্ত তেওঁলোকৰ ধমৰ্ৰ অন্তগভত কাকোৱেই সোমাব নিদিযে। তেওঁলোকে হিন্দুধৰ্ম আৰলৈ খিলঞ্জীয়া লগত ব্যবসায় আৰু শোষণ-শাসন কৰি আছে

  • @snighdhaduarah5393
    @snighdhaduarah5393 2 года назад +1

    Kothabur val lagil huni..
    Manuhjonok log pabo mon goise

    • @chengaxom9722
      @chengaxom9722  2 года назад +1

      Dhonyobad , nissai log pabo . ঘৰ বকতা কৰঙা গাওঁ, শিৱসাগৰ । চাকৰি সূত্ৰে সাপেখাতিৰ ব্লকৰ কোৱাটাৰত থাকে ।

  • @pgoswami5378
    @pgoswami5378 Месяц назад +1

    এইবোৰ এতিয়াৰ নতুন ভাবচিন্তা।
    কিন্তু এসময়ত আহোম ৰজাই হিন্দুধৰ্মগ্ৰহন কৰা বুলি বুৰঞ্জীয়ে কয়। ৰজাই দূৰনিৰ পৰা ব্ৰাহ্মন পুৰোহিত আনিছিল বুলিও জনা যায়। শিৱদৌল,বিষ্ণুদৌল আদি সঁজাই ৰজাই হিন্দু সনাতন ধৰ্মৰ মূল শক্তিক জাগ্ৰত কৰিছিল। কোনোবাই মানা নামানা কথাটো সুকীয়া । সময়ে সময়ে এনেকুৱা বহু ভাৱধাৰা ওলায়েই থাকিব।

    • @chowkgogoisrt5355
      @chowkgogoisrt5355 Месяц назад

      Etu E original asel Etea Amar ahomor kesuman niyom matro deodhai bailung Aru Mohon foidor manuh khene he Jane ahom nitimiyom bur AME praye ahom bur sankardev dea xikha bur grohon korelu sobe Vaal khale beya buli Kobo nepai mur maa deuta jaak AME puthadeo Kong putha maake hendur noloisel Aru manuh morele putesel taar pasot Lahe Lahe sita Debo dhorese,apuni vuul bujese kitabot Jun bur Likha ASE hompurno nai dea

  • @sevestiansays9699
    @sevestiansays9699 Год назад +2

    I urge all the Tai-Ahoms to read this Book called "Fragmented memories: struggling to be Tai-ahom" by "Yasmin Saikia". She claims that Tai Ahoms history is all made up, its more of a political identity than people belonging to a particular ethnic community, Siu-ka-pha is a mythical figure and many such claims fully analyzed by herself in details which raises a serious question about the existence and identity of Tai Ahoms.

    • @wacky_inferno1023
      @wacky_inferno1023 Год назад +2

      As someone belonging to the tai community... I would say that the conclusion portrayed in that book is seriously revolting... Our king chao lung siu-ka-pha was certainly not an imaginary figure... If it was imaginary what about the literature and scripts ... The historical monuments like rang Ghar, kareng Ghar, charai deo, etc... Are they all lies... No doubt it's just a book narrating a different perspective about the existence of ahoms... But falsifying the existence of our kings and our culture is just preposterous and ridiculous...

    • @wacky_inferno1023
      @wacky_inferno1023 Год назад +3

      Please don't urge everyone to read such a ridiculous book

    • @Nirupamify
      @Nirupamify Год назад +2

      You have not read the book in detail it seems. She clearly mentions that the Buranjis were written at a much later date, especially those written in Assamese. And the Tai ones are still left to be translated properly. If you can get your hands on Phongswadon Tai Ahom, a Thai translation of the Ahom Buranji written in Tai you will notice the mistakes that GC Barua has made in his translated work. Tai was a tonal language, and the script used by Ahom did not have any tonal markers like Chinese. So the same word if pronounced differently can have different meaning. She never said Su-Ka Pha is a Myth, but what she said is that the oversimplified narrative that revolves around Su Ka Pha is a myth. For example, there is no doubt that a group of Tai warriors led by a prince came and settled and later on subjugated other tribes and established the Ahom “State”. But the romantic narrative of one heavenly prince descending from Gods and establishing a kingdom in just few seasons through matrimonial alliances with neighbouring tribes does not sound like history. What she concludes that Ahom was a state not an ethnic group, which was composed of different ethnicities. What she also says that everyone who claims to be Ahom may or may not be the direct descendants of the Tai Ahoms who came from Mung Mao but today they just identify as such despite not following the customs and religion of the community. She discusses how Ahom Identity has evolved over time explaining the fluidity of ethnic identity across time and space. Her book has contributed a lot to modern historiography and sheds light to how history is used in identity formation. Just because a book does not suit your political aspiration makes it a bad book.

    • @wacky_inferno1023
      @wacky_inferno1023 Год назад +2

      I'm totally against the utilisation of the narrative about the ahom identity for political justifications... Being an Ahom is a sentiment and not political propaganda

    • @user-of3vy3lm6z
      @user-of3vy3lm6z Год назад +1

      ​@@Nirupamify Alright, what about you? Do you consider yourself as Tai Ahom?

  • @monjulahon7712
    @monjulahon7712 2 месяца назад +7

    বাস্তৱ কথা কৈছে ছাৰ জনে , সেন্দুৰ ৰ একো মূল্য নাই , খ্ৰীষ্টান , মুছলিম , ভাগৱত আদিতো সেন্দুৰ ব্যৱহাৰ কৰা নাই ।

    • @lalitpathak6312
      @lalitpathak6312 23 дня назад

      Surwaror. Or baccha alp besi Koli nki

    • @monjulahon7712
      @monjulahon7712 22 дня назад

      @lalitpathak6312 কুকুৰ কি ভিক্তিত কথা কৈছ , মূখ্য চম্ভালি কথা কবি , ননচেন্স ।

    • @monjulahon7712
      @monjulahon7712 22 дня назад

      @@lalitpathak6312 কুকুৰ কি ভিক্তিত কথা কৈছ , মুখ চম্ভালি কথা কবি , ননচেন্চ ।

    • @monjulahon7712
      @monjulahon7712 22 дня назад

      কুকুৰ কি ভিক্তিত কথা কৈছ , মুখ চম্ভালি কথা ক'বি ননচেন্স ।

    • @lalitpathak6312
      @lalitpathak6312 22 дня назад

      @@monjulahon7712 suwar or kunu jaat dhormo nathake jeneke tur nai

  • @tarunchandranarzary431
    @tarunchandranarzary431 2 года назад +3

    nijor bhakha sankaskriti pahoribo nalage

  • @taichandangogoi269
    @taichandangogoi269 Год назад +1

    We revive

  • @mainaneog1773
    @mainaneog1773 2 года назад +6

    Axomr thalua mahilar blood ase sukapha porialot

  • @holeswrthengal6039
    @holeswrthengal6039 Месяц назад

    আমি অসমীয়া জাতি কাক কয়, উপজাতি কাক কয় নজনা তো বৰ দুখৰ কথা।

  • @lakhyakumarchetia8602
    @lakhyakumarchetia8602 Год назад +2

    Very good

  • @krishnajyotiphukon5497
    @krishnajyotiphukon5497 3 месяца назад +2

    Mjaa lagil ...moi u ahom

  • @anantaborgohain3971
    @anantaborgohain3971 Год назад +1

    খ্ৰূপতাং 🙏

  • @AXOMO1
    @AXOMO1 Год назад +2

    Joy dol Shiva dol bor ki Hindu mote bohuto Roja nam ase

  • @UpenDeka-he8hc
    @UpenDeka-he8hc 11 дней назад

    নললেই হ'ল ইমান দিঘলললীয়া ভাষন কিয়?

  • @chaochingblockpattu1350
    @chaochingblockpattu1350 2 года назад +14

    আহোমৰ ধৰ্ম' নাই বুলি কোৱা কথাটোত মই উদ্বেগ প্ৰকাশ কৰিছো। হয়তো বক্তাজনে পাহৰি গৈছে। মই কও- আহোমসকল কোনোবা যুগতেই চীনৰ ইউনান প্ৰদেশৰ পৰা অহা এটা অতি সু সভ্য জাতি।অধিক সময় পৃথিবীত ৰাজত্ব কৰা জাতি সমূহৰ ভিতৰত হয়তো দ্বিতীয় হব লাগে। জাপানৰ ৰাজ বংশ প্ৰথম;যি ৰাজ বংশই এতিয়াও ৰাজত্ব কৰি আছে।হয়তো২য় নহৈ ৩য় বা ৪ৰ্থ ও হব। এনে এটা সু সভ্য জাতিৰ ধৰ্ম নাছিল বুলি"কোৱাটো অতি দুখৰ বিষয় হব। যিমানে ইধনী বা দুখীয়া দেশ নহওক কিয় সকলো জাতিৰে ধৰ্ম আছেই আৰু থাকিবই। মই জনাত হয়তো আফ্ৰিকাৰ দুই এটা জাতিআৰু দঃ পূব এছিয়াৰ দুই এটা দ্বীপত থকা জাতিৰ বাহিৰে সকলো মানুহৰ কিবা এটা ধৰ্ম আছেই।ইয়াত সন্দেহ নাই।সভ্যজাতিৰহে ধৰ্মথাকে।ধৰ্ম নাছিল বুলি কৈ মই নিজক কাহানিও লঘূ কৰিব নিবিচাৰো। আহোমৰ ধৰ্মটোক কোৱা হয় আম-ছূ-ছিন।ই বৌদ্ধ ধৰ্মৰে এটা শাখা বুলি ধৰিব পাৰি।যেহেতু আমাৰ উপৰি পুৰুষ সকলক বা ফু-ৰা তা-ৰাক পূজা কৰাৰ বিধান আছে গতিকে ধৰ্মও আছে।সদাশয় লোকে ভুল হলে শুদ্বৰাই দিব। শদিয়া।

    • @chengaxom9722
      @chengaxom9722  2 года назад

      ধন্যবাদ আপোনাৰ মতামতৰ বাবে । আপোনাৰ লগত কথা আগবঢ়াব বিছাৰিছো । আপোনাৰ মতে বৌদ্ধ ধৰ্ম কিমান পুৰণি বা কোন সময়ৰ পৰা প্ৰচলিত ।

    • @mridulneog7034
      @mridulneog7034 Год назад +2

      আহোম সকল বৌদ্ধধৰ্মৰ এটা শাখা কেতিয়াও হবই নোৱাৰে। কাৰণ ছুকাফা অসম আগমনৰ সময়ত মাওলূঙত বৌদ্ধধৰ্মৰ প্ৰচাৰ হোৱাই নাছিল। গতিকে এবাৰ চিন্তা কৰিলে ভাল।

    • @chengaxom9722
      @chengaxom9722  Год назад

      হয়

    • @horenphukon5013
      @horenphukon5013 Год назад +2

      আনৰ কথা নকওঁ চীনৰ কথাই কলো চীনৰ কোনো ধৰ্ম নাই চীনে কৈছে যি ধৰ্ম কৰে সি সদায় দুখীয়া হয় চীনৰ কথাষাৰ নুই কৰিব নোৱাৰি । টাই জাতিৰ আমাৰ কোনো ধৰ্ম নাই ই এই জাতিয়ে কেৱল প্ৰকৃতি , পিতৃ মাতৃ আৰু উপৰিপুৰুষক হে উপাসনা কৰে । ধৰ্ম বুলি কোৱা কথাষাৰ মোৰ মুঠেই পছন্দ নহয় ধৰ্ম বুলি পৃথিৱীত একোৱে নাই কৰ্মই ধৰ্ম কৰ্ম কৰিলে হে নিজৰ লগতে পৰিয়ালটোক পুহপাল দিব পাৰিব । ধৰ্ম ধৰ্ম বুলি আজি ৰাম নাম কৃষ্ণ নাম লৈ থাকিলে ৰাম কৃষ্ণই দিবনে নিজে দুই হাত দুই ভৰিৰে কৰ্ম নকৰিলে ? নিদিয়ে গতিকে ধৰ্ম কথাটো মুঠেই পছন্দ নকৰো , ।

    • @KrishnaKantaKonwar369
      @KrishnaKantaKonwar369 2 месяца назад +1

      Yunan t Ahom buli kunu jati nasile aru nai . Yunan pora Tai buli ha jati ahisile axomot Ahom nam tu utpotti hoi .
      Ahomor dhormo nohoi Tai porompora buli kouk , 5% Luke bikhekhoi Tai purohit sreni tue porompora tu dhori ase . Hindu dhormot teuluke bakiburor dore jua hole niom bur pahori gol heten .
      Me dam me phi aru Choklong mohung chengboon hokolor babe ha aji patibo parise bakibure.

  • @TimePass-qo7ch
    @TimePass-qo7ch Год назад +1

    Apunar kotha bur vaal lagil kintu sendur kothatu objection ase Sarga deo Rudra singhai hindu dharma luar pasot sendur lua hoi, dharma asil bodhist

    • @chengaxom9722
      @chengaxom9722  Год назад +1

      apunar Dharonatu Hudha huwa nai

    • @TimePass-qo7ch
      @TimePass-qo7ch Год назад +1

      Apunar dharona Tu hudha hua ni

    • @TimePass-qo7ch
      @TimePass-qo7ch Год назад +2

      Hindu birudhi kotha koi se hendur nologabole koi se, moi ek dom nopoha manuh kintu ami homaj khonok bopothe porisalona nokoru

    • @TimePass-qo7ch
      @TimePass-qo7ch Год назад +3

      Garu kha bulile garu kham neki

    • @TimePass-qo7ch
      @TimePass-qo7ch Год назад +1

      Lecture dia manuh jonok Ahom raja patok, tolatol ghr bonabole kouk

  • @mrswap6208
    @mrswap6208 Год назад +3

    Akou Amar Tai ahom community tu gothon koribo Lage
    Nohole ekebare herai jabo 🙏

  • @gkglink3182
    @gkglink3182 2 года назад +3

    টাই-আহোম ভাষাত হাঁচী পাতৰ পুথীবোৰ টাই-আহোম ধৰ্মৰ নহয় নে কি ?

  • @Samikhya8980
    @Samikhya8980 7 месяцев назад +1

    Jai siya Ram ♈❤

  • @PabitraSaikia-j1x
    @PabitraSaikia-j1x 6 дней назад

    বুৰঞ্জী পঢ়া ভূল হে হ'ল।

  • @DhimanDasOfficial
    @DhimanDasOfficial Год назад +2

    Ahom beleg buli june bhabi ase ami sob asomiyai. Ahom kunu beleg nohoi baa asomiya beleg nohoi. Please enekoi nokobo. Ahom maanei asomiya. Asomiya bulibole belegke nai. Ami sob ahom ami sob asomiya. Notun saame janibo lage.

    • @GamePlay-ib2cj
      @GamePlay-ib2cj 10 месяцев назад +1

      Ahom hodai Ahom.tumi Ahom hoi naki?

    • @DhimanDasOfficial
      @DhimanDasOfficial 10 месяцев назад

      @@GamePlay-ib2cj nohoi.. kintu moi assamiya. Heimaane aeitu nohoi moi ahom nohoi. Moiu ahom're legacy pora ahaa. Karon history ultimately heituye hoi. Jodi ahom beleg hol hoi tenehole assamiya kobo nuwarile hoi.

    • @GamePlay-ib2cj
      @GamePlay-ib2cj 10 месяцев назад +2

      @@DhimanDasOfficialtumi dasor pora Brahman bonibo pariba nai?Tumi dasor pora kolita bonibo pariba nai?Tumi dasor pora kochari bonibo pariba nai?Tumi dasor pora moran bonibo pariba nai?

    • @manashsvlogs8194
      @manashsvlogs8194 2 месяца назад +2

      Ahom joi joi

    • @manashsvlogs8194
      @manashsvlogs8194 2 месяца назад

      Ahom hodai Ahom

  • @ঘৰচীৰীকা.ghorsirika
    @ঘৰচীৰীকা.ghorsirika 3 месяца назад

    🌳🐛🐯🦎🕊️

  • @manikkonwar2939
    @manikkonwar2939 8 месяцев назад +1

    Nice speech

  • @nirumonichutia8169
    @nirumonichutia8169 2 месяца назад +1

    Moi aituye kom jiman pondit ulai ase hokolure dhormor namot ,,himanei akhom khon vangi than ban hbo ,,aitu thik ji niyom purbor pora ami mani soli ahixu tatei thakim , blegr kotha huni riti niti niti eribole nai. Karan jibur upori purukhor niyom dekhi ahixu hei dhormo he korim blg eku nai,,nije nijok belive koru purbor poraye hindu dhormo buli aru ahom buliye vabi ahixu ,,aru akhomot asu jetia 1 st akhomore khilonjia hoi ,2nd indian citizen hoi ,,

  • @Ajont
    @Ajont 2 года назад +1

    moja thik kotha

  • @ganeshsarma706
    @ganeshsarma706 18 дней назад

    এই টাই আহোম আহিল কেনেকৈ? আহোম আছিলে অসমীয়া,টাই আহোম অসমীয়া নহয় নেকি? এইবোৰ দালাই লামাৰ লগত অহা নেকি? আগতে ১৯৫১চনৰ লিগেচী বংশৰ নাগৰিকত্ব পঞ্জীয়ন উলিয়ায় লৈ অসমীয়া জাতি গঠন কৰাত ব্ৰতী হৈ লোৱা নহ'লে ছহিদৰ আত্মাই শান্তি নাপাব। আহোমে যদি অসমীয়া জাতি গঠন কৰা বুলি গৰ্ব কৰে তেন্তে টাই আহোম বিভাজন কৰা বাবে গঠন হ'ল নেকি?কোনটো সত

    • @Shorts-n-b2w
      @Shorts-n-b2w 4 дня назад

      ব্ৰাহ্মন মুখৰ পৰা কেনেকৈ জন্ম হল😂😂

  • @chaiongleemohung8799
    @chaiongleemohung8799 Год назад +3

    প্ৰতিজন টাই আহোমে উপৰোক্ত কথাখিনি হৃদয়ঙ্গম কৰা উচিত। অন্যথা আমাৰ জাতীয় বৈশিষ্ট্য বুলিবলৈ কালিলৈ একো নাথাকিব ।

  • @bidyutbikashchetia8689
    @bidyutbikashchetia8689 2 года назад +2

    Hosakoi revive koribo hol.

  • @TimePass-qo7ch
    @TimePass-qo7ch Год назад +3

    Sendur hindur Nissan bia hua naarir

  • @tailover5082
    @tailover5082 2 года назад +1

    Val kotha kole

  • @dhirajrabha1491
    @dhirajrabha1491 2 месяца назад +4

    ৰাভা অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ জনজাতিবোৰ প্ৰকৃততে হিন্দু নহয়

    • @bkkhawbung6114
      @bkkhawbung6114 Месяц назад

      Right bro ami NEৰ khilonjiya hindu nohoy amar nijor eta dhormo ase

    • @vibesrise8428
      @vibesrise8428 Месяц назад

      Rabha hindu e hoi .Nijor porompra puja kora deb deb eke hinduto ase abki kebol nam beleg ke koi.Aru baki spirit worship kore.

    • @lalitpathak6312
      @lalitpathak6312 23 дня назад

      Te suwaror baccha kune Koise hindu hobo le tohotok side lag na bal hijara bilak😊

  • @lokeswarbasumatary2819
    @lokeswarbasumatary2819 Месяц назад

    তেও আহোম সকলৰ নিজৰ ধৰ্ম নাই বুলি কোৱাটো সচা নে।

  • @ddarphang
    @ddarphang Месяц назад

    Ahom Luke he Akhom khon bosabo edin...

  • @nabakumardeka-sp9rc
    @nabakumardeka-sp9rc 2 месяца назад +1

    Sendurk aapamn nakariba...

  • @satyendraprasadbhuyan5946
    @satyendraprasadbhuyan5946 Месяц назад

    Origin bisari thailand ot jaba pare . Dharma ba sanskriti buoti nadi . Tat samoy sapekhe paribartan ahe . Bartamanor ahom sakal bivinna jati ba janajatir sanmisran inter tribe bibahar jariote . Asomia bhasate kathabur kabo laga hoise nahai janu .

  • @Kolong_par-Express
    @Kolong_par-Express 2 года назад +2

    Akdom hosa kotha koise

  • @gahinkalita1343
    @gahinkalita1343 2 месяца назад

    ডাঙৰীয়া, আগেয়ে আপুনি সেন্দুৰৰ উপকাৰীতাৰ বিষয়ে জানি লওক ৷ ব্যক্তিগত জীৱনত আপুনি যি কৰে কৰক ৷ যিসকলে হিন্দুধৰ্ম গ্ৰহণ কৰিছে তেওলোকৰ সম্পৰ্কতহে কথাটি কোৱা হৈছে ৷

  • @pranjalgogoi3599
    @pranjalgogoi3599 2 года назад +7

    Borbaad hindu hoi....hosakoi.....dorbol hindu hokol.......okol kheda khai.......food habita change hoi sob beya hol.....atia broiler vs beef.....kun jikibo ....

  • @akhimbaruah1232
    @akhimbaruah1232 Год назад +2

    Sagoli deodhai bonkhawali pati asu

  • @carnel3550
    @carnel3550 12 дней назад

    Patkai porbote d ahisil axomt

  • @dwipendrasarmah3884
    @dwipendrasarmah3884 2 месяца назад

    Aykhon.hindusthan.vartborkh.hoy.seyto.janib.lage.

  • @PompiPompi-c5r
    @PompiPompi-c5r 2 месяца назад

    Heero umi modern holu

  • @umolaghar8438
    @umolaghar8438 Месяц назад

    Apunaluke purbapurukhor kotha namane naki.....swargadeoe nije hindu dharma grahan kori gol.....praja hokole kio birodh kori ase

  • @SeroVai-c7l
    @SeroVai-c7l 2 месяца назад +1

    Nora...no,, never..ummhu ..Kam ni ...bilupto...

  • @gkglink3182
    @gkglink3182 2 года назад +6

    টাই-আহোম নিদিষ্ট কোনো ধৰ্ম নাই বুলা কথাষাৰ ঐতিহাসিক ভাৱে ভূল ব্যাখ্যা, লগতে টাই-আহোম সকলৰ নামটো, আৰু স্বধৰ্মৰ নাম সলনি কৰি থকা কামাবোৰ জাতিটোৰ বাবে ক্ষতিকাৰক কাম। যি সকলে এই কামত কৰি আছে তেওঁলোকৰ ব্যক্তিগত নামবোৰ সলনি কৰি চাওক কিমান ক্ষতি হয় গম পাব। কিছুমানে ৰংঘৰ তলাতল ঘৰটো বনাব লাগে বুলি কব কিন্তু অবাস্তৱ-

    • @chowsivamohung8574
      @chowsivamohung8574 2 года назад +1

      আহোমৰ কোনো ধৰ্ম নাই
      আহোমে কোনো ভগৱান ঈশ্বৰ নামানে
      আহোম সকলে নিজৰ উপৰিপুৰুষ পালন কৰে তাৰ বাহিৰে বেলেগ কাকৌ বিশ্বাস নকৰে আৰু কোনো ধৰ্ম বিশ্বাস নকৰে

    • @chengaxom9722
      @chengaxom9722  2 года назад +4

      হয় । টাই আহোম সকল প্ৰকৃতিবাদি । উপৰিপুৰুষ আৰু প্ৰকৃতিৰ শক্তিক বিশ্বাস কৰে ।

    • @TimePass-qo7ch
      @TimePass-qo7ch Год назад

      I support you❤ jai shri ram🙏

    • @TimePass-qo7ch
      @TimePass-qo7ch Год назад

      Kun heinon Ketiaba pohu kheda khabo,

    • @Sureshgogoi4119
      @Sureshgogoi4119 2 месяца назад +3

      আহোম সকলৰ নিদিষ্ট ধৰ্ম নথকাটো সত্য। আহোম সকল যিকোনো ধৰ্মিয় অনুষ্ঠানলে যায়।

  • @jayantanath5202
    @jayantanath5202 Месяц назад +1

    Ahum muslim

  • @MilanBasumatary-qh5uh
    @MilanBasumatary-qh5uh 2 месяца назад +2

    কোনো উঃপূঃৰ থলগিৰী সকল হিন্দু নহয় ।

  • @sabitagogoi99
    @sabitagogoi99 2 года назад +2

    Really

  • @KrishnaKantaKonwar369
    @KrishnaKantaKonwar369 2 месяца назад

    Ahom namtu axomot utpotti. Thailand, Myanmar, yunan adit Ahom buli kunu jati nai .
    Bahirot tai buli ha jati ase . Ahom dhormo , ahom vakha word tu vul hoise. Ahomor vakha axomiya, ahomor dhormo etia vaishnav, xongkori adi bivinno ponthat ase .
    Asian Tai hokol besivag Buddhist aru kisuman Animism. Tai hokolor eta vag axomot ahi Ahom nam pale .
    95% ahom hindu dhormo hol kintu 5% mohung chengboon ji hokol purohit asile hai hokol hindu nohol karon hindu hole tai purohit sreni tu kam naikia hobo .
    Tarupori Me dam me phi , choklong adit tai purohit nohole patibo nuare .
    Honkhyat jimanei nohouk teuluke porompora tu dhori rakhise babe ha aji me dam me phi aru choklong adi koribo parise .

  • @jwngmadwrbi8647
    @jwngmadwrbi8647 2 месяца назад

    Mur maikiu Sindur noloy, moy etiyao jiyai asu.

  • @prahladdas6664
    @prahladdas6664 2 месяца назад

    Sandur lua kothatu olai nokoriba ear bislason ase.

  • @prafullaburgagohain7892
    @prafullaburgagohain7892 Год назад +1

    ককাইদেউ মই video to download কৰিব পাৰিম নে

  • @harichandrarandhani5767
    @harichandrarandhani5767 2 месяца назад

    Ai jhon kor pra ahil
    Vogobanok namane

  • @VillageKart
    @VillageKart 2 года назад +1

    সুন্দৰ বক্তব্য। তেখেতৰ নাম আৰু ফোন নৱেম্বৰ বা ঠিকনা পাম নেকি ?

    • @chengaxom9722
      @chengaxom9722  2 года назад

      nissai . apuni Facebook page t mgs koroksun. cheng axom নামৰ

  • @PuneswarChutia-to4rx
    @PuneswarChutia-to4rx Месяц назад

    Hendur loy

  • @susilsarmah4429
    @susilsarmah4429 2 месяца назад

    Muslims are not like to take Sandur

  • @provashgogoi1804
    @provashgogoi1804 9 месяцев назад +1

    Manuh jonor ki nam baru??