Puhor bisari jau | পোহৰ বিচাৰি যাওঁ | Paragdhar Chaliha | পৰাগধৰ চলিহা | Chorus | সমবেত সংগীত
HTML-код
- Опубликовано: 8 окт 2024
- Puhor bisari jau
Andharor kaal jabanikaa bhedi
Sipare ki aase sau
Puhor bisari jau
কথা : পৰাগধৰ চলিহা
Lyrics :
পোহৰ বিচাৰি যাওঁ
পোহৰ বিচাৰি যাওঁ
পোহৰ বিচাৰি যাওঁ
পোহৰ বিচাৰি যাওঁ
আন্ধাৰৰ কাল যৱনিকা ভেদি
সিপাৰে কি আছে চাওঁ
আন্ধাৰৰ কাল যৱনিকা ভেদি
সিপাৰে কি আছে চাওঁ
পোহৰ বিচাৰি যাওঁ
পোহৰ বিচাৰি যাওঁ
দীনতা হীনতা ভুলভেদ ৰাখি
দূৰতে বিদূৰী
আন্ধাৰ কূপৰ য’ত কীটৰাজী
সবাকে বিনাশী
নতুন যুগৰ মানুহ
আমাৰ নতুন শকতি
নতুন যুগৰ মানুহ
আমাৰ নতুন শকতি
এই ধৰাতেই সজাই তুলিম
সৰগ ফুলনি
গাওঁ সুখ গীতি গাওঁ
অচিন বাটৰ বাটৰুৱা আমি
দয়া শংকা নকৰোঁ সমূলি
যাওঁ আগ বাঢ়ি যাওঁ
বিপদ বিঘিণি সকলো নেওচি
যাওঁ আগ বাঢ়ি যাওঁ
বিপদ বিঘিণি সকলো নেওচি
যাওঁ আগ বাঢ়ি যাওঁ
পোহৰ বিচাৰি যাওঁ
আন্ধাৰৰ কাল যৱনিকা ভেদি
সিপাৰে কি আছে চাওঁ
পোহৰ বিচাৰি যাওঁ
পোহৰ বিচাৰি যাওঁ
দূৰণিত সৌৱা জিলিকিছে চোৱা
ৰিণিকি ৰিণিকি
দূৰণিত সৌৱা জিলিকিছে চোৱা
ৰিণিকি ৰিণিকি
ৰতনপুৰৰ জয়দেউলৰ
সোণৰ কলচী
ৰতনপুৰৰ জয়দেউলৰ
সোণৰ কলচী
আহা আগবাঢ়ি যাওঁ
আন্ধাৰৰ কাল যৱনিকা ভেদি
সিপাৰে কি আছে চাওঁ
আন্ধাৰৰ কাল যৱনিকা ভেদি
সিপাৰে কি আছে চাওঁ
পোহৰ বিচাৰি যাওঁ
পোহৰ বিচাৰি যাওঁ
পোহৰ বিচাৰি যাওঁ
পোহৰ বিচাৰি যাওঁ
পোহৰ বিচাৰি যাওঁ
পোহৰ বিচাৰি যাওঁ...
| L I K E | C O M M E N T | S U B S C R I B E |
Disclaimer :
We do not own all the material we were posting on this channal. If you are a copyright owner and want your work to be removed from our channal please contact us viz E-mail or leave us a comment bellow and we will remove your material right away.
Please do not opt for a RUclips strik.
Email ID :
sorapaat@gmail.com
Blogger Page :
sorapaat.blogs...
©Copyright Disclaimer :
Copyright Disclaimer under section 107 of the Copyright Act of 1976, allowance is made for “fair use” for purposes such as criticism, comment, news reporting, teaching, scholarship, education and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favor of fair use.
#Puhor_bisari_jau
#Andharor_kaal_jabanikaa_bhedi
#Sipare_ki_aase_sau
#Paragdhar_Chaliha
#Chorus
#পোহৰ_বিচাৰি_যাওঁ
#পৰাগধৰ_চলিহা
#সমবেত_সংগীত - Видеоклипы
It is a superb encouragious song towards the developement of every children of any respect.. I love all the persons who are goimg to set a suitable situation for everyone. I have a heartfelt respect towards all who know who is BHUPEN HAZARIKA.
Thanks a lot.
❤❤
পঞ্চাশ বছৰ আগৰ শিৱসাগৰ কলেজৰ দিনবোৰ লৈ ওভতাই লৈ গ'ল
Thanks a lot. 😊
অতি সুন্দৰ সঙ্গীত । শিৱসাগৰ মহাবিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ হিচাপে বহুত গৌৰৱ অনুভৱ কৰো ।🙏🙏🙏
অশেষ ধন্যবাদ৷ 😊
Hosakoiye oti hundor git
@@afrin_sultana_official_ ধন্যবাদ দেই 😊
Great song. I sang this great song with my friends in college.
😊
নিজে গোৱা দিনবোৰলৈ মনত পৰি গল।পৰাগধৰ চলিহা চাৰে নিজে শিকাইছিল।নামতহে কোৰাচ।অনুশীলনত তেখেতে অকলে অকলে গোৱাইছিল।
ধন্যবাদ 😊
Dhunia song ❤🎉🎉🎉
শিৱসাগৰ কলেজ আমাৰ আৱেগ ❤
অতি সুন্দৰ
Feel glad to be a part of this college.
Thanks.
❤
❤️
Very nice song❤
Nice song ❤❤❤❤❤
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😊❤😊❤😊😊❤😊😊❤😊❤😊❤😊❤😊❤😊❤😊❤❤😊❤😊❤😊❤😊❤😊❤😊❤😊❤😊❤😊😊❤😊❤😊❤😊❤😊❤😊❤😊❤😊❤😊❤😊❤😊😊❤😊😊❤😊❤😊😊❤❤😊😊❤😊❤😊❤😊❤😊❤😊❤😊❤😊❤😊😊❤😊❤😊❤❤😊❤😊😊❤😊❤😊😊❤😊❤😊❤😊😊❤😊❤😊😊❤😊❤😊❤😊❤❤😊😊❤❤😊❤😊❤😊😊❤😊❤😊❤😊❤😊😊❤😊❤😊❤😊❤😊😊❤❤😊😊❤😊❤😊😊❤❤😊😊❤😊❤😊❤😊❤
😊❤😊❤😊❤😊❤😊❤😊❤😊❤😊❤😊❤😊❤😊😊😊❤❤❤❤❤😊😊😊😊😊😊😊❤❤❤❤❤❤❤😊❤😊😊❤😊❤😊😊❤😊❤😊❤😊😊❤😊😊❤😊😊😊❤😊❤😊❤😊❤😊😊❤😊❤❤😊😊❤😊❤😊❤😊❤😊😊😊😊❤😊❤😊❤😊❤😊❤😊❤😊❤😊😊❤😊❤😊😊❤😊❤😊❤😊❤😊❤😊❤😊❤😊❤😊❤😊❤😊❤😊😊❤😊❤😊❤😊❤😊❤😊❤😊😊❤😊❤😊❤😊❤😊❤😊❤😊❤😊
Proud to be a student of sibsagar college ❤
❤️
😊😊
Beautiful.
Whenever I hear this song it makes me nostalgic cz someone special practiced this song in front of me.But she is happy without me .I wish her a beautiful life .
😊 Thanks.
😊
Vul liga♥️♥️
Best
Nice song xuni bor val lagil
অশেষ ধন্যবাদ৷ 😊
❤️❤️❤️👌
😊🙏
মইনা পাৰিজাতৰ ছাত্ৰছাত্ৰী সকলক গোৱাব পৰা যাব নে জনাবচোন?
ময়ো গাব চেষ্টা কৰিম। পাৰিমনে?
নিশ্চয়৷ 😊
Nice song
Thanks.😊
Happy platinum jubilee sibsagar college joysagar
Thanks a lot.
I love song
Thanks. 😊
Auti Sundar sangeet
Very nice
Thanks.
Moiu college ot gaaishilu monot pore hei din loi
😊😅😮😢😢😢🎉🎉😂❤
please please can someone write the lyrics in english for me ..
❤
Nice song❤❤❤❤
Thanks.