বহাগ আহিল | Assamese Song | Modern Song | Album

Поделиться
HTML-код
  • Опубликовано: 3 дек 2024

Комментарии • 65

  • @dharmeswarsaikia176
    @dharmeswarsaikia176 2 года назад +1

    Bor hundor bihu huriya adhunik geet keiti huni mur khub bhal lagile dei,

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 года назад +1

    অতি সুন্দৰ।গায়কী অতি উচ্চ মানদণ্ডৰ। হৃদয়স্পৰ্শী।

  • @bhairabjyoti
    @bhairabjyoti Год назад +1

    সঁচাকৈ, অপূর্ব গীত 🎉❤

  • @dr.biswanathsarma56
    @dr.biswanathsarma56 11 месяцев назад +1

    সচাই বৰ সুৰিয়া মাত, ভাল লাগিছে

  • @pktaye4081
    @pktaye4081 Год назад +2

    Siro heuj ai geet bur Hidayat perona diye Jiwantu amar korar. Thanks for collection & upload.

  • @karabigogoi2290
    @karabigogoi2290 3 года назад +1

    বাইদেউ মোৰ অতিকৈ প্ৰিয় , বিচাৰি থকা এই সোণসেৰীয়া গীতখিনি পাই nostalgic হৈ পৰিছো ,অশেষ ধন্যবাদ ও মৰম বাইদেউলৈ

  • @sarifahmed5376
    @sarifahmed5376 Год назад +1

    bohut.val.lagile.

  • @rupanjalisaikia3080
    @rupanjalisaikia3080 Год назад +1

    Bor hundor geet

  • @chanadra
    @chanadra 3 года назад +3

    বহুদিনৰ বিৰতি ৰ পিচত গীত টি শুনি লো। চিৰসেউজ এটি গীত। অন্তৰ ভৰি গ'ল। অনেক ধন্যবাদ বাইদেউ লৈ, লগতে অন্যান্য সহযোগী সকললৈ।

  • @hemaborgohain7752
    @hemaborgohain7752 4 года назад +1

    মন্জুমালা বাইদেউৰ গানখিনি পাই বহুত আনন্দিত হৈছোঁ। মোৰ ওচৰত কেছেটতহে আছিল।

  • @bhupendas1971
    @bhupendas1971 3 года назад +1

    এই হিয়া জুৰুৱা গীতবোৰ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ জৰিয়তে সৰুকালৰে পৰা শুনি আহিছিলো.. |
    মঞ্জুমালা বাইদেউৰ কন্ঠত ইমান প্ৰাণপৰশা আছিল যে ভাষাৰে বুজাব নোৱাৰি | বহুত দিনৰ পিছত
    শুনিবলৈ পাই ভাল লাগিছে... | lokoi entertainment লৈ হিয়া ভৰা ধন্যবাদৰ লগতে ওলগ যাচিলোঁ যে চিৰ সেউজ এই গীতবোৰ নতুনকৈ পুনৰ উপহাৰ দিয়া বাবে | বাইদেউলৈ ও কৃতজ্ঞতা আৰু শুভ মনোকামনাৰে আশীষ যাচিলোঁ.....

    • @lokoientertainment
      @lokoientertainment  3 года назад

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @sikhamonidutta2922
    @sikhamonidutta2922 4 года назад +1

    স্বৰ্গীয় কন্ঠ... এইটো গান একেৰাহে হাজাৰবাৰ শুনিব পাৰো...💐💐👍👍

  • @tunuranikalita1798
    @tunuranikalita1798 3 года назад +1

    Oti hundor

  • @dhirenyoutube9233
    @dhirenyoutube9233 3 года назад +1

    Val lagil

  • @dharitrisarmah9387
    @dharitrisarmah9387 4 года назад +2

    Gaan tu bhal lagil

  • @chandrawaliboruahgogoi6329
    @chandrawaliboruahgogoi6329 3 года назад +1

    সুমধুৰ, সুৱদী, কোকিলকণ্ঠী শিল্পী গৰাকীৰ আটাইবোৰ গীতেই মোৰ প্ৰিয় ।অলেখ ধন্যবাদ।লগতে গীতিকাৰ কেইগৰাকীলৈ ও সহস্ৰ প্ৰণাম আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ ইমান শুৱলা গীত ৰচনা কৰাৰ বাবে।আপোনালৈ অশেষ শুভেচ্ছা থাকিল।

  • @jitendas7080
    @jitendas7080 11 месяцев назад +1

    এক নিভাজ কণ্ঠত গানবোৰ শুনি বহু ভাল লাগিল।

  • @shantihazarika1686
    @shantihazarika1686 3 года назад +1

    Eman mitha geet

  • @rupasaikia2274
    @rupasaikia2274 2 года назад +1

    দেৱী বুলি মাতিছিলো গীতটো মোৰ বৰ প্ৰিয় গীত । ব'হাগ আহিল গীতটো কিমানযে গুণগুণাইছিলো । আপলোড কৰাৰ বাবে বহুত ধন্যবাদ 🙏❤️❤️❤️

  • @kusumsharma4537
    @kusumsharma4537 Год назад +1

    The evergeen sweet golden dongs🌺🌺🎂👑🎂❣️💕❤❤❤

  • @lokapriyahazarika8766
    @lokapriyahazarika8766 Год назад +1

    Nice

  • @bhadrakantadas6101
    @bhadrakantadas6101 2 года назад +1

    Sweet voice.

  • @Poragjyotisaikia.-su1kb
    @Poragjyotisaikia.-su1kb Год назад +1

    Thanks ❤ from andharpradesh nellore.

  • @kusumsharma4537
    @kusumsharma4537 Год назад

    Songs of maanjumala sharma are heat touching❤❤😂😂❤❤😂😂

  • @manujkrhazarika102
    @manujkrhazarika102 2 года назад +1

    Songs of Manjumala Sharma are really heart touching.

  • @hemantakalita7796
    @hemantakalita7796 4 года назад +1

    ভাল লাগিল

  • @ranjitahearttouchingsongbo4098
    @ranjitahearttouchingsongbo4098 2 года назад +1

    Evergreen songs

  • @ramensharma54
    @ramensharma54 4 года назад +1

    Nice song baa

  • @dipakgogoi1671
    @dipakgogoi1671 2 года назад +1

    মোৰ প্ৰিয় গীতবোৰ আজি আকৌ শুনিলো।"ব'হাগ আহিল----"গীতটো শুনি শুনি আমনিয়েই নালাগে। শুনিয়েই থাকিম শুনিয়েই থাকিম যেন----

  • @puspanjaliborah30
    @puspanjaliborah30 4 года назад +1

    The evergreen, sweet golden songs..❤️👍

  • @ashimgogoi8928
    @ashimgogoi8928 4 года назад +1

    Old is gold...these are the golden assamese song of my favorite artist madam Manjumala Phokan...feel very happy to enjoy in RUclips

  • @sailendran.goswami3633
    @sailendran.goswami3633 4 года назад +2

    Evergreen song. Sweet voice.

  • @RofikulIslam-f7n7x
    @RofikulIslam-f7n7x Месяц назад

    🤲🤲🤲🙏🙏🌹🌹❤️❤️❤️

  • @rupamchetry5757
    @rupamchetry5757 4 года назад +1

    Nice song

  • @jeshmingogoi9440
    @jeshmingogoi9440 4 года назад +1

    Evergreen

  • @l.p.production3223
    @l.p.production3223 2 года назад +1

    শুনি হেঁপাহ নপলোৱা চিৰসুন্দৰ গীত...। স্কুলীয়া জীৱনৰ পৰায়ে ৰেডিঅ'ত মোৰ অতিকৈ শ্ৰদ্ধাৰ সুমধুৰ- সুৰীয়া কণ্ঠৰ মঞ্জুমালা বাইদেউৰ গীত শুনিবলৈ অতি হেঁপাহেৰে বাট চাই থাকোঁ। প্ৰিয় শিল্পী গৰাকীৰ হৃদ়স্পৰ্শী গীতকেইটি আপলোড কৰাৰ বাবে আন্তৰিক ধন্যবদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। বাইদেউৰ কণ্ঠৰ আন এটি ভাললগা geet- "ব'হাগ নাহে বছৰে বছৰে"- গীতটি শুনিবলৈ বিচাৰি পোৱা নাই। আছে যদি সেইটি গীত আপলোড কৰিবলৈ অনুৰোধ জনালোঁ।

    • @lokoientertainment
      @lokoientertainment  2 года назад +1

      ধন্যবাদ জ্ঞাপন কৰিলো,
      আপোনাৰ অনুৰোধ ৰক্ষা কৰিবলৈ চেষ্টা কৰা হব ।

    • @l.p.production3223
      @l.p.production3223 2 года назад +1

      @@lokoientertainment অতি হেঁপাহৰ গীত মোৰ... আগ্ৰহেৰে বাট চাই থাকিম...।

    • @lokoientertainment
      @lokoientertainment  2 года назад

      নিশ্চয়

  • @asintabhuya9937
    @asintabhuya9937 4 года назад +1

    First view

  • @pranabgogoi6283
    @pranabgogoi6283 2 года назад +1

    Kunu eta geetei Kom nohoy. Gutai albamtu bhal lagil. Eman guta mat !