মাজুলীত এতিয়া চৌদিশে কেৱল পানী আৰু পানী আৰু বানাক্ৰন্তৰ চকুলো
HTML-код
- Опубликовано: 30 июн 2024
- হাজিৰা কৰি কষ্টৰে ৫০হাজাৰ টকা জমা কৰিছিলোঁ! সকলো উটি গ'ল... মাজুলীত এতিয়া চৌদিশে কেৱল পানী আৰু পানী আৰু বানাক্ৰন্তৰ চকুলো
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
সঁচাকৈয়ে কবলৈ কোনো ভাষা নাই
এতিয়া বহু দুখৰ মাজতো দুখ।
সেয়ে ভগৱানৰ ওচৰত প্ৰাথণা মাজুলী বাসিন্দা সুখ শান্তি প্ৰদান কৰে
হে প্ৰভু সত্ৰ ..নগৰী মাজুলীৰ কিয় এনেকুৱা কৰিছাঁ 😢😢দয়া কৰা প্ৰভু ..কিবা এটা চমৎকাৰ কৰা 😢
মিউজিক টো মাজত কিহৰ দৰকাৰ ! কথাখিনি শুনাত বা বুজাত অসুবিধা হয় ,
TRP lge ,news report rk beleg eku mtlb nai
সেই কাৰণে চাবলৈ মন নাযায় ইহঁতৰ বাতৰি
হে ভগৱান ক'ত আছা মানুহ বোৰক ৰক্ষা কৰা। বহুত দুখ লাগিছে।
১ জন খেলুৱৈৰ নামত কোটি কোটি টকা খৰচ কৰাতকৈ যদি সেই টকাৰে এইবোৰ কাম কৰিলেহৈ অন্তত থকা দিনকেইটা ভালকৈ থাকিব পাৰিলে হৈ । জীয়াই থাকিবলৈ মানুহক ইমানো টকাৰ প্ৰয়োজন নহয় লগত চাকৰি ১ তা টো দিয়ে এ । দৃশ্যটো দেখি বহুত দুখ লাগিল 😢😢😢😢😢
ভাষা নাই মনৰ দুখ প্ৰকাশ কৰাৰ
Background music টো সৰুকৈ বজালে কি অসুবিধা হয় জনাবচোন
আমাৰ দৰে দুখীয়া মানুহৰ দুখ কোনেও বুজি নাপায় ।
বানপানীৰ বাতৰিত নিউজ চেনেলবোৰে আনন্দ পাই নেকী? লগত যে মিউজিক বজাই থাকে। এইয়া পপ চং বুলি ভাবে নেকি?
😂😂😂😂
@@user-fs5cg8ee3n ok
বৰমুৰিয়া লোভিয়া কেইটাৰ কাৰণে সাধাৰণ লোকৰ দুৰ্যোগ এতিয়া।বৰ দুখ লাগিছে।
অসহনীয়। এনেকুৱা মানুহৰ দুখ দুৰ্গতি বুজা সকলে নুবুজে। তৎকালীন ভাবে চৰকাৰে সহায় কৰে যেন।
কম আৰ্তনাদ নে?এওলোকৰ"দুখ কোনে"বুজিব?A/C ৰূমত সকলৰ"বাবে এইবোৰ মানুহ নহয়;নিৰ্বাচনৰ সময়ত হে আই বোপাই;ককাই-ভাই সকলো।এইসময়ত সিহতৰ এই মানুহবোৰ"গৰু পহু তুল্য।ইয়াৰ ক্ষতি পূৰণ কতপাব কোনে দিব?
বহুত বেদনায়ক দৃশ্য দুখ লগা কাহিনী
হে ভগৱান তুমিযে কিবা কৰা
চৰকাৰে টকা বোৰ মন্ত্ৰী কিনা বেতাৰ খৰচ কৰক খৰালি বানপানী ৰ কথা চিন্তা কৰিব নালাগে পাৰিলে এবাৰ বানপিৰিত ক উৰাজাহাজ ত উঠি চাই যাৰ
ইমান দুখ লগা দৃশ্য 😮
Please Great Almighty..... please please forgive us human beings as u are our FATHER whom we all look upon to u to protect us all...... please forgive us for our bad deeds our egos and help us 😢😢😢
হে প্ৰভু কি তোমাৰ লিলা প্ৰভু দয়া কৰক
Music bilk bondh koribo ,jodihe ami kotha khini bhalkoi xunibo paro
এইবোৰ আমাৰ হিন্দু পৰিয়াল এতিয়া কিয়নো হিন্দু ৰক্ষা কৰিব পৰা নাই এনে বৰ কেবল হিন্দু মুছলমান ৰাজনীতি হে ভগবান এই পৰিয়ালৰ কেইটা তুমি কৃপা দৃষ্টি কৰিবা
মাননীয় মুখযমন্ত্ৰী ডাঙৰীয়া মাত্ৰ election আহিলে আপোনাৰ মাজুলী ,বাত্ৰদবা ,বৰপেটা লে মনত পৰে , কংগ্ৰেছ beaa আপোনালোকক টো বহু সময় দিলে কেটিআবা এই সমস্যা সমাধান হব,election আহিলে যে গোটেই দিছপুৰ খন মাজুলী লে উঠি জাই এই সময়ত সেই নেতা বোৰ কত জাই
Pray for Majujli citizens 😢🙏🏻
Music dal ki karone dibo Lage
Yesterday in bongaigaon. The day going on rain, the rain not even stop for 1 minute also . road are damage and under water. The aie river cross the road😢😢.
Background music 2 bondo Kori dibo ,editing bhal hua nai
Bohut dukhor kotha. Every year Assam faces floods but there's no effective action by the authorities. Are we still aware of the deluge and the after effects of the floods. Politicians and authorities should be empathetic and compassionate. This way nothing can be done to face the floods . Again everyone will forget after the flood recedes. There no strategic plan by the authorities. Bring in expertise and involve academicians and strictly act on the solutions. Otherwise Assamese people will face this every year. Majuli should be preserved.
হে ভগৱান
বহুত দুখ
Music টো অলপ বেছি হল নেকি কিবা drama চলি আছে নেকি।।
মাজুলী ক'ত কি হ'ল একো জেগাৰ নাম উল্লেখ কৰা নাই sudmaroni news দিছা কাম নাই ...
Bll music kihor dorkar asill
আমাৰ অসমৰ নেতা বোৰ যেতিয়া মথাউৰি ভাঙি লৈ যাই তাৰ পিছত তাত গৈ ওলাই গৈ খৰালি সময়ত কি ছেট কৰি থাকে নেকি লাজ নালাগে নে বানৰ বাবে কোটি কোটি টকা আহে কিন্তু কি কৰে যেতিয়া মানুহ কৰিব নতুবা মথাউৰি ভাঙিব তেতিয়া মুখ খন দেখাই গৈ আৰু মানুহে হেই সময়ত গামোচা পিন্ধাই দেখাই ঘটনা হোৱাৰ আগত কেতিয়াও চিন্তা নকৰে ছেটৰ আজি হেই বাবে এই অৱস্থা অসমৰ মানুহৰ
গৌৰৱ গগৈৰ জয় হোৱা পিছত বৰ ৰং কৰিছিল নহয় এতিয়া পিছে বান সাহায্য দিবলৈ গৈছে নে?
অনুৰাগ বঙালী গৌৰৱ গগৈ অসমৰ বান মন্ত্ৰী নহয় তেওঁ আজি সংসদত অসমৰ বানৰ কাৰণে কি ভাষণ দিছে সেইটো চাই ল আমাৰ অসমৰ মানুহ কিছুমানে এতিয়াও গৌৰৱ গগৈ মন্ত্ৰী বুলি ভাবি আছে চাগে বিজেপিৰ নেতা বোৰক প্ৰশ্ন কৰ চূণ যে মথাউৰি বা কিবা এটা ঘটনা হোৱাৰ পিছত তাত গৈ ওলাই গৈ তাৰ আগত কি ছেট কৰি থাকে
তোৰ গৌৰৱ গগৈয়ে সদনত ভাষণত হে নেতা তাৰ বাদে একো কাম নাই। কলিয়াবৰ ত শূণ্য কৰি থৈ গ'ল।
@@user-zk5gc6kx6s সেইবাবে যোৰহাটৰ জনতাই জিকাই আনিলে ন
Seriel soli ase nki bru , background music j bojai ase।।
Music in news why
প্ৰকৃতিৰ লীলা 🙏🙏🙏🙏
Bor dukh lga paribekh hoise god bless them 😢😢
কটাশাবাৰী গাঁৱত বৰষুণ দিয়া নাই এতিয়ালৈকে নৰেন ৰায বঙাইগাঁও
Kripa kora. Probhu
Bohut dukh loga 😢
No মিউজিক ok
বঙাইগাঁও জিলা বৰষুণ দিয়া নাই এতিয়ালৈকে
Gourav kot palal maksudatu
Background music ki sat dal koribola dibo lage
অসমৰ মূখ্য মন্ত্ৰীৰ নিমাত কিয়😢।।।
Cm y ki koribo paribo. Nature r agot kuneo eku koribo nuware
Nuare Bhai..kin2 ahebo2 pare..mathari bilak valke bonabo pare..jetia mathari singu singu hoi tetia kiba bebostha lobo pare..hoi eku koribo nuare hosa..kin2 jibur banpani khoti hoi tak komabo pora jai..jodi poisa namari mathari bilak valke bonua hoi..
@@assambmvlogs767 Raije daa loi hei Prafulla bora bula jonok ru engineer kaijonk dhori bhandi ei paani te pelai dibo laage
পিছে অসমৰ গৌৰৱ গৌৰৱ গগৈ বুলি জয়গান কৰা জনে ও এবাৰ ও এতিয়া তালৈ যোৱা নাই দেই।ভোটৰ আগত তালি টোপোলা বান্ধি থিতাপি লৈছিল।
@@user-zk5gc6kx6s Gaurav gogoi y miya bangladeshi r enekowa kiba eta huwa hole raati y taat gol hoi.
অসম চৰকাৰ আপোনালোকে caa সহায়ত আনৰ দেশৰ নাগৰিক আহিব বাট মুকলি কৰিল।এই বানপিড়িত মাজুলীৰ মানুহখিনি কথা অলপ চিন্তা কৰক।অসমৰ বানপানীত মানুহৰ আৰু জীৱৰ যি বিলয় বুকু কপি উঠা।হে ভগৱান সুমতি দিয়া অ।
😢 bor dukh lagise dekhi
Music ki koriboloi dise
Bht dox loga hoise 😥😥😔😔😔
Hai pravu kiba at kora
Bahut dukh lagise pravu Tumi kiba at samatkar kora pravu
Gourav gogoi kot goll he tak mat
Bjp Kat? Majulit bjp vote besi paise public r pora. Aanhate bjp govt central aru state t ase. So, bjp k maat. Gaurav gogoi opposition t ase bujis. 2014 r pora modi pm, majulir problem kiyo solve Kara nai. State t bjp r two term r govt sali ase. Bjp k maat
He bhagwan sokaloke daya kora prabhu bohut dukh lagise 😢
অতি সুন্দৰ
Baanpanir khabarat kihar music😮😮
Ghenta video editing koriso background t ki balor music logai thoiso
Aikhan Natak ba Cinema nhy je background music lage/
Bhout dhuk lagil kobola bhaka nai😢😢😢
Back ground music ????
Music tu dibo nalege
🙏🙏
Emane background music dise je lagise cinema he sai aasu. Ajikali masala rahan nuhuake news telecast nahoiye
How sad
News ne entertainment hoi..music xuna 😂
Mohatma gandhi agu ai goise karawnai dekh sadhin hoise ami o agu ai jai ai manuh bilacock xo hai koriba lagibo
😢😢😢😢😢😢
❤❤
😢😢
Bea lagee enekua news sai. Vogobanee hohai korok teulookok.
আকৌ বোলে বিজেপি আহিলে অসমত বানপানী নহা হৈ যাব? অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা হব।
ৰক্ষা কৰা প্ৰভূ
Full on corruption... Commission loi kam hola ana hoi.. Raij vuga
😢😢😢
Music dal nu koi emn dibo lage
বহুত দোক লগা কথা
কি কম চকু পানি নিগৰি গল ৷ ভগৱান কিয় এনেকুৱা কৰিলা পৰিয়ালটোক 😢😢😢দিশহাৰা হই পৰিছে কত জাব কি কৰিব কি খাব
😢
V so sad
Bor dukh loga hajira bilake gom pai
মিউজিক নিদিব। কথা বোৰ বুজি নাপাই।
বহুত😢 দুখৰ বিখয়
Ghor khan sorkare bonai diyok...bohut dukh lagise
মিউজিক টো কি কাৰণে লগাইছে বিয়া ঘৰ নহয় নহয় অ😭😭😭🙏🙏হে ভগৱান সত্ৰ নগৰিত কি হৈছে এইবোৰ 😢😢
😢😢😢😢
Nature angry 😳
Gourav gogoi jika pisdinai sun eyale.douri agisel...eman dine.ahibo pora nii nee.......emn dine reson dibo lagisele
Gourav loksabha mla ha ..Amar CM ki hol ..majuli khn tu direct BJP r pockt r ha ..last yr sun Sarbananda tar prai khelisil tew koloi gol ..?? Kobole hohoj june voge tewluke ha jane ..
@@ankitasaikia7547 nijor.smostituk loi.mla aru mpr besi dayetro thake...dekhim delhit gourav gogiye seyori seyori kiman unnoti kore majulik......
😢😢😢😢😢
😭😭😭😭😭
অনুৰোধ জনাইছোঁ এজন কৈ পৰিয়ালৰ চৰকাৰী চাকৰি diyak অসম চৰকাৰে
🥺💔
বাতৰি টো দিছে ঠিকে আছে কিন্তু এই মাজতে মিউজিক টো দিবলে কি দৰকাৰ আছিল ako ডাল বুজি নাপাওঁ। সেই কাৰণে এই বিলাক চেনল ভাল নেলাগে ।DD news a val kuno begground mujik nai
😢😢😢😢😢😢😢😢😢😢
ooooo
আৰু কিমান দূখ ষহিব অসমিয়াই
😭😭😭😭
😭😭😭
কবলৈ ভাষা নাই।
ভগৱান তুমি কত আছা।
বৰ বৰ বিষয়া সকল টো ac ৰূম ট
মানুহৰ দূখত দুখী হোৱাৰ সলনি নিউজ লাইভৰ বাতৰি এডিতৰ বলিয়ালি অবাহ সংগীত বুজি পোৱা গল ! তই চিনেমা কৰ বাতৰি পৰিৱেশনৰ পৰা দুৰত থাক
Eiya nhpcr fosol
😮😮😮😮😮😢😢😢😢😢