SPECIAL REPORT | ‘Hati’ In The City

Поделиться
HTML-код
  • Опубликовано: 5 сен 2024
  • মহানগৰীৰ মাজমজিয়াত বন্যহস্তীৰ শ্বাসৰুদ্ধকৰ ৩০ ঘণ্টা। মহানগৰীৰ ৰাজপথেৰে আমচাঙৰ পৰা ওলাই অহা গজৰাজৰ চফৰ। স্তব্ধ হৈ পৰিল মহানগৰীৰ জনজীৱন। হাতীটোক ট্ৰেংকুইলাইজ কৰিবলৈ বাৰে বাৰে বিফল হ’ল বন বিভাগ। দীৰ্ঘ প্ৰচেষ্টাৰ অন্তত পুৱা ৫ বজাত হাতীটো সোমাল চিৰিয়াখানাত। চিৰিয়াখানাৰ পৰা হাতীটোক লৈ যোৱা হ’ল আমচাঙলৈ। ৩০ ঘণ্টা জনাঞ্চলত থাকিও কাৰো অনিষ্ট সাধন নকৰিলে হাতীটোৱে।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

Комментарии • 402